Difference between revisions of "PHP-and-MySQL/C2/If-Statement/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম ।...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ ('''IF''')ষ্টেতমেন্ত(statement)টো আলোচনা কৰিম | + | |'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ ('''IF''') ষ্টেতমেন্ত (statement)টো আলোচনা কৰিম |
|- | |- | ||
|00:06 | |00:06 | ||
− | |যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ('''if''') ষ্টেতমেন্ত(statement)সম্পর্কে জানিব | + | |যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ ('''if''') ষ্টেতমেন্ত (statement) সম্পর্কে জানিব |
|- | |- | ||
|00:11 | |00:11 | ||
Line 13: | Line 13: | ||
|- | |- | ||
|00:16 | |00:16 | ||
− | |গতিকে,আহক আৰম্ভ কৰো | + | |গতিকে, আহক আৰম্ভ কৰো |
|- | |- | ||
|00:18 | |00:18 | ||
− | |ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত('''condition''') লয় | + | |ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত ('''condition''') লয় |
|- | |- | ||
|00:23 | |00:23 | ||
− | |যদি চৰ্তটো (condition) "True"(ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে | + | |যদি চৰ্তটো (condition) "True" (ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে |
|- | |- | ||
|00:28 | |00:28 | ||
− | |যদি এইটো '''False'''(ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব | + | |যদি এইটো '''False''' (ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব |
|- | |- | ||
|00:32 | |00:32 | ||
− | |উদাহৰণস্বৰূপে- এইটো হৈছে গাঠণি(structure) | + | |উদাহৰণস্বৰূপে - এইটো হৈছে গাঠণি (structure) |
|- | |- | ||
|00:36 | |00:36 | ||
− | |বন্ধনীৰ ভিতৰত থকা ইফ(If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত | + | |বন্ধনীৰ ভিতৰত থকা ইফ (If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত |
|- | |- | ||
|00:41 | |00:41 | ||
− | |লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to')ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন(comparison) অপাৰেতৰ ('''operator''') | + | |লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to') ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন (comparison) অপাৰেতৰ ('''operator''') |
|- | |- | ||
|00:47 | |00:47 | ||
− | |আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ('''operators''')ৰ বিষয়ে শিকিম | + | |আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ ('''operators''')ৰ বিষয়ে শিকিম |
|- | |- | ||
|00:50 | |00:50 | ||
− | |ইয়াক ইজ ইকুৱেলচ টু('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ('equals')ৰ দৰে একে নহয় | + | |ইয়াক ইজ ইকুৱেলচ টু ('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ ('equals')ৰ দৰে একে নহয় |
|- | |- | ||
|00:56 | |00:56 | ||
− | |যেতিয়া আমি ভেৰিয়েবলচ(variables) ব্যৱহাৰ কৰো, আমি তুলনা(compare) কৰিব বিচাৰো,আমি ডাব’ল ইকুৱেলটু('double equal to') ব্যৱহাৰ কৰো | + | |যেতিয়া আমি ভেৰিয়েবলচ (variables) ব্যৱহাৰ কৰো, আমি তুলনা (compare) কৰিব বিচাৰো, আমি ডাব’ল ইকুৱেলটু ('double equal to') ব্যৱহাৰ কৰো |
|- | |- | ||
|01:02 | |01:02 | ||
− | |যদি আপুনি 'True' (ট্ৰু)পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী(curly bracket) ব্যৱহাৰ কৰিব পাৰে | + | |যদি আপুনি 'True' (ট্ৰু) পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী (curly bracket) ব্যৱহাৰ কৰিব পাৰে |
|- | |- | ||
|01:06 | |01:06 | ||
Line 49: | Line 49: | ||
|- | |- | ||
|01:08 | |01:08 | ||
− | |আমাৰ ক’ডটো বন্ধনী(bracket) দুটাৰ মাজত থাকিব | + | |আমাৰ ক’ডটো বন্ধনী (bracket) দুটাৰ মাজত থাকিব |
|- | |- | ||
|01:12 | |01:12 | ||
− | |যদি এইটো সত্য নহয়('Not True'), আমি এলচ('''else''') ক’ম | + | |যদি এইটো সত্য নহয় ('Not True'), আমি এলচ ('''else''') ক’ম |
|- | |- | ||
|01:15 | |01:15 | ||
− | |গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী(curly bracket) | + | |গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী (curly bracket) |
|- | |- | ||
|01:17 | |01:17 | ||
− | |উদাহৰণস্বৰূপে,যদি | + | |উদাহৰণস্বৰূপে, যদি 1 সমান হয় 1ৰ ('''if 1 equals 1''') আমি ক’ম একৌ ট্ৰু ('''echo''' 'True') |
|- | |- | ||
|01:23 | |01:23 | ||
− | |যদি 1 সমান নহয় 1ৰ,যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ('''False''') | + | |যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ ('''False''') |
|- | |- | ||
|01:30 | |01:30 | ||
− | |যিহেতু | + | |যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু ('''True''') |
|- | |- | ||
|01:36 | |01:36 | ||
− | |আহক এইটো সলাওঁ । যদি | + | |আহক এইটো সলাওঁ । যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ ('''False''') পাম |
|- | |- | ||
|01:42 | |01:42 | ||
Line 73: | Line 73: | ||
|- | |- | ||
|01:49 | |01:49 | ||
− | |এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ(silly application) | + | |এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ (silly application) |
|- | |- | ||
|01:52 | |01:52 | ||
− | |গতিকে,মই মাত্ৰ | + | |গতিকে, মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ (password access) কৰিবলৈ সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম |
|- | |- | ||
|01:58 | |01:58 | ||
− | |আমি পাছওৱৰ্দটো(password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম | + | |আমি পাছওৱৰ্দটো (password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম |
|- | |- | ||
|02:03 | |02:03 | ||
Line 85: | Line 85: | ||
|- | |- | ||
|02:05 | |02:05 | ||
− | |মই ইফ ('''IF''') ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত(incorporate) কৰিম কৈ: | + | |মই ইফ ('''IF''') ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporate) কৰিম কৈ: |
|- | |- | ||
|02:11 | |02:11 | ||
− | |ইফ পাছওৱৰ্দ(if '''password'''), মনত ৰাখিব দুটা সমান চিহ্ন(double equals ) "def" | + | |ইফ পাছওৱৰ্দ (if '''password'''), মনত ৰাখিব দুটা সমান চিহ্ন (double equals ) "def" |
|- | |- | ||
|02:15 | |02:15 | ||
− | |আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ('''Access granted''') | + | |আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ ('''Access granted''') |
|- | |- | ||
|02:21 | |02:21 | ||
− | |ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো(password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম(system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ(password) | + | |ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো (password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম (system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ (password) |
|- | |- | ||
|02:32 | |02:32 | ||
− | |গতিকে,যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ('''Access denied''') | + | |গতিকে, যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ ('''Access denied''') |
|- | |- | ||
|02:39 | |02:39 | ||
− | |মই নিবেশ কৰা পাছওৱৰ্দটো(password) হৈছে 'abc' | + | |মই নিবেশ কৰা পাছওৱৰ্দটো (password) হৈছে 'abc' |
|- | |- | ||
|02:42 | |02:42 | ||
− | |আমি পাছওৱৰ্দটো(password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ(password) | + | |আমি পাছওৱৰ্দটো (password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ (password) |
|- | |- | ||
|02:50 | |02:50 | ||
− | |যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ('''Access granted''' ) অন্যথা এক্সেচ ডিনাইদ('''Access denied''') | + | |যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ ('''Access granted''' ) অন্যথা এক্সেচ ডিনাইদ ('''Access denied''') |
|- | |- | ||
|02:57 | |02:57 | ||
Line 112: | Line 112: | ||
|- | |- | ||
|03:00 | |03:00 | ||
− | |এক্সেচ ডিনাইদ('''Access denied''')। এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয় | + | |এক্সেচ ডিনাইদ ('''Access denied''') । এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয় |
|- | |- | ||
|03:05 | |03:05 | ||
− | |ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি | + | |ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporated) কৰিছো |
|- | |- | ||
|03:10 | |03:10 | ||
− | |এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ ('''Access granted''')পাম | + | |এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ ('''Access granted''') পাম |
|- | |- | ||
|03:18 | |03:18 | ||
− | |কাৰণ মোৰ | + | |কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে |
|- | |- | ||
|03:22 | |03:22 | ||
− | |মই এই মাজুবন্ধনী(curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো | + | |মই এই মাজুবন্ধনী (curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো |
|- | |- | ||
|03:25 | |03:25 | ||
− | |মোৰ বাবে,সেইটো অধিক সুন্দৰ(neater) | + | |মোৰ বাবে, সেইটো অধিক সুন্দৰ (neater) |
|- | |- | ||
|03:29 | |03:29 | ||
− | |অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ('''IF''') ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী(curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই | + | |অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ ('''IF''') ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী (curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই |
|- | |- | ||
|03:37 | |03:37 | ||
− | |যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী(curly bracket) দৰকাৰ হ’ব | + | |যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী (curly bracket) দৰকাৰ হ’ব |
|- | |- | ||
|03:42 | |03:42 | ||
Line 139: | Line 139: | ||
|- | |- | ||
|03:46 | |03:46 | ||
− | |এক্সেচ('''$access''') সমান(equals) এলাওড("Allowed") | + | |এক্সেচ ('''$access''') সমান (equals) এলাওড ("Allowed") |
|- | |- | ||
|03:52 | |03:52 | ||
Line 145: | Line 145: | ||
|- | |- | ||
|03:57 | |03:57 | ||
− | |কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল(error) পাওঁ | + | |কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল (error) পাওঁ |
|- | |- | ||
|04:02 | |04:02 | ||
− | |ই কয়- : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8 | + | |ই কয় - : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8 |
|- | |- | ||
|04:08 | |04:08 | ||
− | |আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা(problem) দিছে | + | |আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা (problem) দিছে |
|- | |- | ||
|04:13 | |04:13 | ||
Line 157: | Line 157: | ||
|- | |- | ||
|04:22 | |04:22 | ||
− | |আমি এইটো ৰিফ্ৰেচ('''refresh''') কৰিম আৰু এক্সেচ('''Access''') টো স্বীকৃত('''granted''') হ’ব | + | |আমি এইটো ৰিফ্ৰেচ ('''refresh''') কৰিম আৰু এক্সেচ ('''Access''') টো স্বীকৃত ('''granted''') হ’ব |
|- | |- | ||
|04:25 | |04:25 | ||
− | |এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ('''Access''')টো এলাওড("Allowed")কৰিবলৈ | + | |এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ ('''Access''')টো এলাওড ("Allowed") কৰিবলৈ |
|- | |- | ||
|04:29 | |04:29 | ||
Line 169: | Line 169: | ||
|- | |- | ||
|04:35 | |04:35 | ||
− | |আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী(double line) আৰু আপুনি সিহঁতক মিশ্ৰিত(mix) কৰিব নোৱাৰে | + | |আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী (double line) আৰু আপুনি সিহঁতক মিশ্ৰিত (mix) কৰিব নোৱাৰে |
|- | |- | ||
|04:40 | |04:40 | ||
− | |ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত(incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য(useful) হ’ল | + | |ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত (incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য (useful) হ’ল |
|- | |- | ||
|04:46 | |04:46 |
Latest revision as of 18:30, 2 June 2015
Time | Narration |
00:00 | phpৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ (IF) ষ্টেতমেন্ত (statement)টো আলোচনা কৰিম |
00:06 | যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ (if) ষ্টেতমেন্ত (statement) সম্পর্কে জানিব |
00:11 | এইটো phpত বেছি পৃথক নহয় । মই সোনকালে এটা কাৰ্যকৰী কৰিম আৰু আপোনাক দেখুৱাম |
00:16 | গতিকে, আহক আৰম্ভ কৰো |
00:18 | ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত (condition) লয় |
00:23 | যদি চৰ্তটো (condition) "True" (ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে |
00:28 | যদি এইটো False (ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব |
00:32 | উদাহৰণস্বৰূপে - এইটো হৈছে গাঠণি (structure) |
00:36 | বন্ধনীৰ ভিতৰত থকা ইফ (If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত |
00:41 | লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to') ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন (comparison) অপাৰেতৰ (operator) |
00:47 | আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ (operators)ৰ বিষয়ে শিকিম |
00:50 | ইয়াক ইজ ইকুৱেলচ টু ('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ ('equals')ৰ দৰে একে নহয় |
00:56 | যেতিয়া আমি ভেৰিয়েবলচ (variables) ব্যৱহাৰ কৰো, আমি তুলনা (compare) কৰিব বিচাৰো, আমি ডাব’ল ইকুৱেলটু ('double equal to') ব্যৱহাৰ কৰো |
01:02 | যদি আপুনি 'True' (ট্ৰু) পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী (curly bracket) ব্যৱহাৰ কৰিব পাৰে |
01:06 | আমি ইয়াত এটা খুলিম |
01:08 | আমাৰ ক’ডটো বন্ধনী (bracket) দুটাৰ মাজত থাকিব |
01:12 | যদি এইটো সত্য নহয় ('Not True'), আমি এলচ (else) ক’ম |
01:15 | গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী (curly bracket) |
01:17 | উদাহৰণস্বৰূপে, যদি 1 সমান হয় 1ৰ (if 1 equals 1) আমি ক’ম একৌ ট্ৰু (echo 'True') |
01:23 | যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ (False) |
01:30 | যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু (True) |
01:36 | আহক এইটো সলাওঁ । যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ (False) পাম |
01:42 | গতিকে, আমি ইতিমধ্যে যদি এটা সংখ্যা (number) আনটোৰ সমান হয় তাক ক’বলৈ এটা সৰল প্ৰোগ্ৰাম নিৰ্মান কৰিলো |
01:49 | এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ (silly application) |
01:52 | গতিকে, মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ (password access) কৰিবলৈ সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম |
01:58 | আমি পাছওৱৰ্দটো (password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম |
02:03 | ধৰাহ’ল, $password(পাছওৱৰ্দ) টো হৈছে "abc" |
02:05 | মই ইফ (IF) ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporate) কৰিম কৈ: |
02:11 | ইফ পাছওৱৰ্দ (if password), মনত ৰাখিব দুটা সমান চিহ্ন (double equals ) "def" |
02:15 | আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ (Access granted) |
02:21 | ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো (password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম (system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ (password) |
02:32 | গতিকে, যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ (Access denied) |
02:39 | মই নিবেশ কৰা পাছওৱৰ্দটো (password) হৈছে 'abc' |
02:42 | আমি পাছওৱৰ্দটো (password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ (password) |
02:50 | যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ (Access granted ) অন্যথা এক্সেচ ডিনাইদ (Access denied) |
02:57 | আহক এইটো চেষ্টা কৰো |
03:00 | এক্সেচ ডিনাইদ (Access denied) । এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয় |
03:05 | ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporated) কৰিছো |
03:10 | এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ (Access granted) পাম |
03:18 | কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে |
03:22 | মই এই মাজুবন্ধনী (curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো |
03:25 | মোৰ বাবে, সেইটো অধিক সুন্দৰ (neater) |
03:29 | অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ (IF) ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী (curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই |
03:37 | যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী (curly bracket) দৰকাৰ হ’ব |
03:42 | উদাহৰণস্বৰূপে, আহক ইয়াত এটা নতুন ভেৰিয়েবল গঠন কৰো |
03:46 | এক্সেচ ($access) সমান (equals) এলাওড ("Allowed") |
03:52 | সেইটো মূলত আন এশাৰী ক’ড |
03:57 | কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল (error) পাওঁ |
04:02 | ই কয় - : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8 |
04:08 | আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা (problem) দিছে |
04:13 | যাৰবাবে আমি আমাৰ মাজুবন্ধনী (curly bracket)বোৰ দুটা বা ততোধিক ক’ডৰ শাৰীৰ বাবে যোগ কৰিব লাগিব |
04:22 | আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু এক্সেচ (Access) টো স্বীকৃত (granted) হ’ব |
04:25 | এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ (Access)টো এলাওড ("Allowed") কৰিবলৈ |
04:29 | এইটো অধিক সহায়ক নহ’ব |
04:32 | কিন্তু মই আপোনাক মাত্ৰ এটা উদাহৰণ দিছিলো |
04:35 | আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী (double line) আৰু আপুনি সিহঁতক মিশ্ৰিত (mix) কৰিব নোৱাৰে |
04:40 | ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত (incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য (useful) হ’ল |
04:46 | ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি |
04:50 | মই মৌচুম হাজৰিকাই, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । দৰ্শন কৰাৰ বাবে ধন্যবাদ । |