Difference between revisions of "Geogebra/C2/Understanding-Quadrilaterals-Properties/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
+ | |||
{| border=1 | {| border=1 | ||
− | | | + | |
− | | '''Narration''' | + | | '''Time''' |
+ | |||
+ | | '''Narration''' | ||
|- | |- | ||
− | | | + | |
− | | নমস্কাৰ বন্ধুসকল। | + | | 00:00 |
+ | |||
+ | | নমস্কাৰ বন্ধুসকল। | ||
|- | |- | ||
− | | | + | |
− | | জীয়োজেব্রাত চতুর্ভুজৰ বৈশিষ্ট্যাবলী বোঝাৰ ('''Understanding Quadrilaterals Properties''') উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। | + | | 00:02 |
+ | |||
+ | | জীয়োজেব্রাত চতুর্ভুজৰ বৈশিষ্ট্যাবলী বোঝাৰ ('''Understanding Quadrilaterals Properties''') উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। | ||
|- | |- | ||
− | | | + | |
− | | | + | | 00:08 |
+ | |||
+ | | অনুগ্ৰহ কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰা নহয়। | ||
|- | |- | ||
− | | | + | |
− | | জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্য বোঝাৰ বাবে। | + | | 00:14 |
+ | |||
+ | | জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্য বোঝাৰ বাবে। | ||
|- | |- | ||
− | | | + | |
− | | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। | + | | 00:19 |
+ | |||
+ | | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। | ||
|- | |- | ||
− | | | + | |
− | | যদি নাই, তেনেহলে জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইট পৰিদর্শন কৰক। | + | | 00:24 |
+ | |||
+ | | যদি নাই, তেনেহলে জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইট পৰিদর্শন কৰক। | ||
|- | |- | ||
− | | | + | |
− | | এই টিউটোৰিয়েলত আমি চতুর্ভুজ, সহজ চতুর্ভুজ, কর্ণৰ সৈতে চতুর্ভুজ গঠন কৰা শিকিম আৰু লগতে, তাৰ বৈশিষ্ট্যাবলী সম্পর্কেও শিকিম। | + | | 00:30 |
+ | |||
+ | | এই টিউটোৰিয়েলত আমি চতুর্ভুজ, সহজ চতুর্ভুজ, কর্ণৰ সৈতে চতুর্ভুজ গঠন কৰা শিকিম আৰু লগতে, তাৰ বৈশিষ্ট্যাবলী সম্পর্কেও শিকিম। | ||
|- | |- | ||
− | | | + | |
− | | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে... | + | | 00:42 |
+ | |||
+ | | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে... | ||
|- | |- | ||
− | | | + | |
− | | | + | | 00:45 |
+ | |||
+ | | মই লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47 ব্যবহাৰ কৰিছো। | ||
|- | |- | ||
− | | | + | |
− | | আমি নির্মাণ কৰাৰ বাবে নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। | + | | 00:55 |
+ | |||
+ | | আমি নির্মাণ কৰাৰ বাবে নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। | ||
|- | |- | ||
− | |||
− | |||
− | + | | 01:00 | |
− | ''' | + | | '''Circle with centre through point |
− | ''' | + | '''Polygon''' |
− | '''Segment between two points and | + | '''Angle''' |
+ | |||
+ | '''Parallel line''' | ||
+ | |||
+ | '''Segment between two points and | ||
'''Insert text''' | '''Insert text''' | ||
|- | |- | ||
− | | | + | |
− | | নতুন জীয়োজেব্রা উইন্ডোত যোৱা যাওক। | + | | 01:10 |
+ | |||
+ | | নতুন জীয়োজেব্রা উইন্ডোত যোৱা যাওক। | ||
|- | |- | ||
− | | | + | |
− | | ইয়াৰ বাবে ক্লিক কৰক '''dash home, media applications''', | + | | 01:13 |
+ | |||
+ | | ইয়াৰ বাবে ক্লিক কৰক '''dash home, media applications''', | ||
|- | |- | ||
− | | | + | |
− | | Typeৰ অধিনত, '''Education''' আৰু '''Geogebra''' ত টিপক। | + | | 01:17 |
+ | |||
+ | | Typeৰ অধিনত, '''Education''' আৰু '''Geogebra''' ত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | '''A'''-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু '''B'''ৰ দি যায়। | + | | 01:25 |
+ | |||
+ | | '''A'''-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু '''B'''ৰ দি যায়। | ||
|- | |- | ||
− | | | + | |
− | | এইটো কৰাৰ বাবে, টুলবাৰত '''Circle with Center through Point''' টুলত টিপক। | + | | 01:30 |
+ | |||
+ | | এইটো কৰাৰ বাবে, টুলবাৰত '''Circle with Center through Point''' টুলত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | অঙ্কন প্যাডত টিপক। কেন্দ্ৰ হিসাবে বিন্দু '''A''' | + | | 01:35 |
+ | |||
+ | | অঙ্কন প্যাডত টিপক। কেন্দ্ৰ হিসাবে বিন্দু '''A''' | ||
|- | |- | ||
− | | | + | |
− | | আৰু এবাৰ টিপক, আমি বিন্দু '''B''' পাও। বৃত্ত সম্পূর্ণ হৈ গৈছে। | + | | 01:38 |
+ | |||
+ | | আৰু এবাৰ টিপক, আমি বিন্দু '''B''' পাও। বৃত্ত সম্পূর্ণ হৈ গৈছে। | ||
|- | |- | ||
− | | | + | |
− | | '''C'''-ক কেন্দ্ৰ কৰি আৰু এটা বৃত্ত আঁকক, যি বিন্দু '''D''' দি যায়। | + | | 01:44 |
+ | |||
+ | | '''C'''-ক কেন্দ্ৰ কৰি আৰু এটা বৃত্ত আঁকক, যি বিন্দু '''D''' দি যায়। | ||
|- | |- | ||
− | | | + | |
− | | অঙ্কন প্যাডত টিপক। এইটোৱে বিন্দু '''C''' ক দেখায়। | + | | 01:49 |
+ | |||
+ | | অঙ্কন প্যাডত টিপক। এইটোৱে বিন্দু '''C''' ক দেখায়। | ||
|- | |- | ||
− | | | + | |
− | | তাৰপিছত আৰু এবাৰ টিপক, আমি বিন্দু '''D''' পাও। দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে। | + | | 01:53 |
+ | |||
+ | | তাৰপিছত আৰু এবাৰ টিপক, আমি বিন্দু '''D''' পাও। দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে। | ||
|- | |- | ||
− | | | + | |
− | | '''New Point''' তৰ তলত '''Intersect Two Objects''' টুলত টিপক। | + | | 02:00 |
+ | |||
+ | | '''New Point''' তৰ তলত '''Intersect Two Objects''' টুলত টিপক। পোৱা ছেদ বিন্দু বোৰক '''E''' আৰু '''F''' হিসাবে ক্লিক কৰক। | ||
|- | |- | ||
− | | | + | |
− | | ইয়াৰ পিছত, '''polygon''' টুলত টিপক। | + | | 02:10 |
+ | |||
+ | | ইয়াৰ পিছত, '''polygon''' টুলত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | বিন্দু '''A''', '''E''', '''C''', '''F''' আৰু আকৌ এবাৰ '''A''' টিপক। ইয়াত এটা চতুর্ভুজ তৈয়াৰ হৈ গৈছে। | + | | 02:16 |
+ | |||
+ | | বিন্দু '''A''', '''E''', '''C''', '''F''' আৰু আকৌ এবাৰ '''A''' টিপক। ইয়াত এটা চতুর্ভুজ তৈয়াৰ হৈ গৈছে। | ||
|- | |- | ||
− | | | + | |
− | | আমি '''Algebra View'''ৰ পৰা দেখিব পাৰো যে সন্নিহিত বাহুবোৰ সমান। | + | | 02:32 |
+ | |||
+ | | আমি '''Algebra View'''ৰ পৰা দেখিব পাৰো যে সন্নিহিত বাহুবোৰ সমান। | ||
|- | |- | ||
− | | | + | |
− | | আপোনি কি জানেনে কিয় ? আপোনি কি এই চতুর্ভুজৰ নাম সন্ধান কৰিব পাৰিবনে ? | + | | 02:38 |
+ | |||
+ | | আপোনি কি জানেনে কিয় ? আপোনি কি এই চতুর্ভুজৰ নাম সন্ধান কৰিব পাৰিবনে ? | ||
|- | |- | ||
− | | | + | |
− | | এতিয়া ফাইলটো সংৰক্ষণ কৰো। '''File''' '''Save As''' টিপক। | + | | 02:43 |
+ | |||
+ | | এতিয়া ফাইলটো সংৰক্ষণ কৰো। '''File''' '''Save As''' টিপক। | ||
|- | |- | ||
− | | | + | |
− | | আমি ফাইলৰ নাম '''simple-quadrilateral''' লিখিম আৰু '''Save''' টিপক। | + | | 02:48 |
+ | |||
+ | | আমি ফাইলৰ নাম '''simple-quadrilateral''' লিখিম আৰু '''Save''' টিপক। | ||
|- | |- | ||
− | | | + | |
− | | এতিয়া কর্ণৰ(diagonals) সৈতে এটা চতুর্ভুজ গঠন কৰা যাওক। | + | | 03:04 |
+ | |||
+ | | এতিয়া কর্ণৰ(diagonals) সৈতে এটা চতুর্ভুজ গঠন কৰা যাওক। | ||
|- | |- | ||
− | | | + | |
− | | নতুন জীয়োজেব্রা উইন্ডো খোলক, '''File''' '''New''' টিপক। | + | | 03:08 |
+ | |||
+ | | নতুন জীয়োজেব্রা উইন্ডো খোলক, '''File''' '''New''' টিপক। | ||
|- | |- | ||
− | | | + | |
− | | ৰেখাংশ আঁকাৰ বাবে টুলবাৰ পৰা '''Segment between Two Points''' টুল নির্বাচন কৰক। | + | | 03:16 |
+ | |||
+ | | ৰেখাংশ আঁকাৰ বাবে টুলবাৰ পৰা '''Segment between Two Points''' টুল নির্বাচন কৰক। | ||
|- | |- | ||
− | | | + | |
− | | অঙ্কন প্যাডত ক্লিক কৰক, বিন্দু '''A''' আৰু তাৰপিছত বিন্দু '''B''' ত টিপক, ৰেখাংশ '''AB''' তৈয়াৰ হৈ গৈছে। | + | | 03:23 |
+ | |||
+ | | অঙ্কন প্যাডত ক্লিক কৰক, বিন্দু '''A''' আৰু তাৰপিছত বিন্দু '''B''' ত টিপক, ৰেখাংশ '''AB''' তৈয়াৰ হৈ গৈছে। | ||
|- | |- | ||
− | | | + | |
− | | '''A'''-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু '''B'''ৰ দি যায়। | + | | 03:30 |
+ | |||
+ | | '''A'''-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু '''B'''ৰ দি যায়। | ||
|- | |- | ||
− | | | + | |
− | | এইটো কৰাৰ বাবে, '''Circle with Centre through Point''' টুলৰ উপৰত টিপক। | + | | 03:36 |
+ | |||
+ | | এইটো কৰাৰ বাবে, '''Circle with Centre through Point''' টুলৰ উপৰত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | কেন্দ্ৰ হিসাবে বিন্দু '''A''' আৰু তাৰপিছত বিন্দু '''B'''ত টিপক। টুলবাৰ পৰা '''New Point''' টুল নির্বাচন কৰক। পৰিসীমা হিসাবে বিন্দু '''C''' ত টিপক। | + | | 03:40 |
+ | |||
+ | | কেন্দ্ৰ হিসাবে বিন্দু '''A''' আৰু তাৰপিছত বিন্দু '''B'''ত টিপক। টুলবাৰ পৰা '''New Point''' টুল নির্বাচন কৰক। পৰিসীমা হিসাবে বিন্দু '''C''' ত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | '''A''' আৰু '''C''' যুক্ত কৰক। '''Segment between Two Points''' টুল নির্বাচন কৰক। | + | | 03:57 |
+ | |||
+ | | '''A''' আৰু '''C''' যুক্ত কৰক। '''Segment between Two Points''' টুল নির্বাচন কৰক। | ||
|- | |- | ||
− | | | + | |
− | | বিন্দু '''A''' আৰু বিন্দু '''C''' টিপক. এতিয়া ৰেখাংশ '''AB'''ৰ উপৰত এটা সমান্তৰাল ৰেখা অঙ্কন কৰক, যি বিন্দু '''C'''ৰ দি যায়। | + | | 04:03 |
+ | |||
+ | | বিন্দু '''A''' আৰু বিন্দু '''C''' টিপক. এতিয়া ৰেখাংশ '''AB'''ৰ উপৰত এটা সমান্তৰাল ৰেখা অঙ্কন কৰক, যি বিন্দু '''C'''ৰ দি যায়। | ||
|- | |- | ||
− | | | + | |
− | | এইটো কৰাৰ বাবে, টুলবাৰ পৰা '''Parallel Line''' টুল নির্বাচন কৰক। বিন্দু '''C''' আৰু তাৰপিছত ৰেখাংশ '''AB''' টিপক। | + | | 04:13 |
+ | |||
+ | | এইটো কৰাৰ বাবে, টুলবাৰ পৰা '''Parallel Line''' টুল নির্বাচন কৰক। বিন্দু '''C''' আৰু তাৰপিছত ৰেখাংশ '''AB''' টিপক। | ||
|- | |- | ||
− | | | + | |
− | | আমি বিন্দু '''B'''ৰ বাবে প্ৰক্রিয়াক পুনৰাবৃত্তি কৰিম। বিন্দু '''B''' আৰু তাৰপিছত ৰেখাংশ '''AC''' টিপক। | + | | 04:25 |
+ | |||
+ | | আমি বিন্দু '''B'''ৰ বাবে প্ৰক্রিয়াক পুনৰাবৃত্তি কৰিম। বিন্দু '''B''' আৰু তাৰপিছত ৰেখাংশ '''AC''' টিপক। | ||
|- | |- | ||
− | | | + | |
− | | উল্লেখ্য যে, ৰেখাংশ '''AB'''ৰ সমান্তৰাল ৰেখা আৰু ৰেখাংশ '''AC'''ৰ সমান্তৰাল ৰেখা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক '''D''' হিসাবে চিহ্নিত কৰক। | + | | 04:33 |
+ | |||
+ | | উল্লেখ্য যে, ৰেখাংশ '''AB'''ৰ সমান্তৰাল ৰেখা আৰু ৰেখাংশ '''AC'''ৰ সমান্তৰাল ৰেখা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক '''D''' হিসাবে চিহ্নিত কৰক। | ||
|- | |- | ||
− | | | + | |
− | | '''Segment between Two Points''' টুল ব্যবহাৰ কৰি, বিন্দু '''A' | + | | 04:47 |
+ | |||
+ | | '''Segment between Two Points''' টুল ব্যবহাৰ কৰি, বিন্দু '''A' D, B C''' যুক্ত কৰক। | ||
|- | |- | ||
− | | | + | |
− | | আমি দেখিব পাৰো যে কর্ণ '''AD''' আৰু '''BC'''ৰ সৈতে চতুর্ভুজ '''ABCD''' তৈয়াৰ হৈ গৈছে। | + | | 05:01 |
+ | |||
+ | | আমি দেখিব পাৰো যে কর্ণ '''AD''' আৰু '''BC'''ৰ সৈতে চতুর্ভুজ '''ABCD''' তৈয়াৰ হৈ গৈছে। | ||
|- | |- | ||
− | | | + | |
− | | কর্ণদুটা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক '''E''' হিসাবে চিহ্নিত কৰক। | + | | 05:09 |
+ | |||
+ | | কর্ণদুটা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক '''E''' হিসাবে চিহ্নিত কৰক। | ||
|- | |- | ||
− | | | + | |
− | | '''Distance'''টুল ব্যবহাৰ কৰি, প্ৰশিক্ষন কৰক যে কর্ণবোৰে ইটো সিটোক দুভাগত ভাগ(সমদ্বিখণ্ড) কৰে নে নকৰে | + | | 05:20 |
+ | |||
+ | | '''Distance'''টুল ব্যবহাৰ কৰি, প্ৰশিক্ষন কৰক যে কর্ণবোৰে ইটো সিটোক দুভাগত ভাগ(সমদ্বিখণ্ড) কৰে নে নকৰে | ||
|- | |- | ||
− | | | + | |
− | | '''Angle''' টুলৰ অধীনত, '''distance or length''' টুলৰ উপৰত টিপক। | + | | 05:25 |
+ | |||
+ | | '''Angle''' টুলৰ অধীনত, '''distance or length''' টুলৰ উপৰত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | বিন্দু '''A, E, E, D, C, E, E, B''' ৰ উপৰত টিপক। | + | | 05:30 |
+ | |||
+ | | বিন্দু '''A, E, E, D, C, E, E, B''' ৰ উপৰত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | ইয়াৰ পিছত, আমি প্ৰশিক্ষন কৰিম যে কর্ণবোৰ সমকোণী সমদ্বিখণ্ডক হয় নে নহয়। | + | | 05:47 |
+ | |||
+ | | ইয়াৰ পিছত, আমি প্ৰশিক্ষন কৰিম যে কর্ণবোৰ সমকোণী সমদ্বিখণ্ডক হয় নে নহয়। | ||
|- | |- | ||
− | | | + | |
− | | কোণ পৰিমাপ কৰাৰ বাবে '''Angel''' টুলৰ উপৰত ক্লিক কৰক। বিন্দু '''A,E,C C,E,D'''ৰ উপৰত টিপক। | + | | 05:51 |
+ | |||
+ | | কোণ পৰিমাপ কৰাৰ বাবে '''Angel''' টুলৰ উপৰত ক্লিক কৰক। বিন্দু '''A,E,C C,E,D'''ৰ উপৰত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | এতিয়া টুলবাৰ পৰা '''move''' টুল নির্বাচন কৰক। বিন্দু '''A''' স্থানান্তৰিত কৰাৰ বাবে '''move''' টুল ব্যবহাৰ কৰক। | + | | 06:08 |
+ | |||
+ | | এতিয়া টুলবাৰ পৰা '''move''' টুল নির্বাচন কৰক। বিন্দু '''A''' স্থানান্তৰিত কৰাৰ বাবে '''move''' টুল ব্যবহাৰ কৰক। | ||
|- | |- | ||
− | | | + | |
− | | '''move''' টুলত টিপক, '''A'''ৰ উপৰত মাউস পয়েন্টাৰ ৰাখক আৰু মাউসৰ সৈতে ইয়াক টানি আনক। উল্লেখ্য যে, কর্ণবোৰে সকলো সময়তে ইটো সিটোক সমদ্বিখণ্ড কৰে আৰু সমকোণী সমদ্বিখণ্ডক( perpendicular bisectors) হয়। | + | | 06:16 |
+ | |||
+ | | '''move''' টুলত টিপক, '''A'''ৰ উপৰত মাউস পয়েন্টাৰ ৰাখক আৰু মাউসৰ সৈতে ইয়াক টানি আনক। উল্লেখ্য যে, কর্ণবোৰে সকলো সময়তে ইটো সিটোক সমদ্বিখণ্ড কৰে আৰু সমকোণী সমদ্বিখণ্ডক( perpendicular bisectors) হয়। | ||
|- | |- | ||
− | | | + | |
− | | এতিয়া ফাইলটো সংৰক্ষণ কৰো। '''File''' '''Save As''' টিপক। আমি ফাইলৰ নাম '''quadrilateral'''লিখিম আৰু '''save''' বাটনত টিপক। | + | | 06:35 |
+ | |||
+ | | এতিয়া ফাইলটো সংৰক্ষণ কৰো। '''File''' '''Save As''' টিপক। আমি ফাইলৰ নাম '''quadrilateral'''লিখিম আৰু '''save''' বাটনত টিপক। | ||
|- | |- | ||
− | | | + | |
− | | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে… | + | | 06:53 |
+ | |||
+ | | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে… | ||
|- | |- | ||
− | | | + | |
− | | এই টিউটোৰিয়েলত, আমি নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰি চতুর্ভুজ গঠন কৰা শিকিছো। | + | | 07:01 |
+ | |||
+ | | এই টিউটোৰিয়েলত, আমি নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰি চতুর্ভুজ গঠন কৰা শিকিছো। | ||
|- | |- | ||
− | | | + | |
− | | '''Circle with centre through point', Polygon, 'Angle', 'Parallel line''', '''Segment between two points''' আৰু '''Insert Text''' | + | | 07:06 |
+ | |||
+ | | '''Circle with centre through point', Polygon, 'Angle', 'Parallel line''', '''Segment between two points''' আৰু '''Insert Text''' | ||
|- | |- | ||
− | | | + | |
− | | আমি সাধাৰণ চতুর্ভুজ আৰু কর্ণযুক্ত চতুর্ভুজৰ বৈশিষ্ট্য সম্পর্কেও শিকিম। | + | | 07:15 |
+ | |||
+ | | আমি সাধাৰণ চতুর্ভুজ আৰু কর্ণযুক্ত চতুর্ভুজৰ বৈশিষ্ট্য সম্পর্কেও শিকিম। | ||
|- | |- | ||
− | | | + | |
− | | এটা নির্দেশিত কামৰ ৰুপত, আমি বিচাৰো যে আপোনি এটা ৰেখাংশ '''AB''' আঁকক, ৰেখাৰ উপৰতত বিন্দু '''C''' চিহ্নিত কৰক, '''C'''-দি '''AB''' ৰ সমান্তৰাল এটা ৰেখা আঁকক। | + | | 07:21 |
+ | |||
+ | | এটা নির্দেশিত কামৰ ৰুপত, আমি বিচাৰো যে আপোনি এটা ৰেখাংশ '''AB''' আঁকক, ৰেখাৰ উপৰতত বিন্দু '''C''' চিহ্নিত কৰক, '''C'''-দি '''AB''' ৰ সমান্তৰাল এটা ৰেখা আঁকক। | ||
|- | |- | ||
− | | | + | |
− | | সমান্তৰাল ৰেখাৰ উপৰত দুটা বিন্দু '''D''' আৰু '''E''' আঁকক, বিন্দু '''AD''' আৰু '''EB'''-ক যুক্ত কৰক। | + | | 07:33 |
+ | |||
+ | | সমান্তৰাল ৰেখাৰ উপৰত দুটা বিন্দু '''D''' আৰু '''E''' আঁকক, বিন্দু '''AD''' আৰু '''EB'''-ক যুক্ত কৰক। | ||
|- | |- | ||
− | | | + | |
− | | ৰেখাংশ '''AB'''ৰ উপৰত '''D''' আৰু '''E''' পৰা উল্লম্ব ৰেখা আঁকক, '''AB'''ৰ উপৰত উল্লম্ব ৰেখাৰ বিন্দু '''F''' আৰু '''G''' ক চিহ্নিত কৰক, '''DE'''ৰ দূৰত্ব আৰু '''DF'''ৰ উচ্চতা গণনা কৰক। | + | | 07:43 |
+ | |||
+ | | ৰেখাংশ '''AB'''ৰ উপৰত '''D''' আৰু '''E''' পৰা উল্লম্ব ৰেখা আঁকক, '''AB'''ৰ উপৰত উল্লম্ব ৰেখাৰ বিন্দু '''F''' আৰু '''G''' ক চিহ্নিত কৰক, '''DE'''ৰ দূৰত্ব আৰু '''DF'''ৰ উচ্চতা গণনা কৰক। | ||
|- | |- | ||
− | | | + | |
− | | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। | + | | 08:01 |
+ | |||
+ | | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। | ||
|- | |- | ||
− | | | + | |
− | | এই urlত উপলব্ধ ভিডিওটো চাওক। | + | | 08:08 |
+ | |||
+ | | এই urlত উপলব্ধ ভিডিওটো চাওক। | ||
|- | |- | ||
− | | | + | |
− | | এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি এইটোক ডাউনলোড কৰিও চাব পাৰে। | + | | 08:11 |
+ | |||
+ | | এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি এইটোক ডাউনলোড কৰিও চাব পাৰে। | ||
|- | |- | ||
− | | | + | |
− | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়। | + | | 08:18 |
+ | |||
+ | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়। | ||
|- | |- | ||
− | | | + | |
− | | আৰো বিস্তাৰিত জানাৰ বাবে '''contact@spoken-tutorial.org''' ত লিখক। | + | | 08:27 |
+ | |||
+ | | আৰো বিস্তাৰিত জানাৰ বাবে '''contact@spoken-tutorial.org''' ত লিখক। | ||
|- | |- | ||
− | | | + | |
− | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প '''talk to a teacher''' প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ '''ICT, MHRD এৰ National Mission on Education''' দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। | + | | 08:34 |
+ | |||
+ | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প '''talk to a teacher''' প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ '''ICT, MHRD এৰ National Mission on Education''' দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। | ||
|- | |- | ||
− | | | + | |
− | | মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। | + | | 08:49 |
+ | |||
+ | | মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। | ||
|} | |} |
Revision as of 14:56, 25 May 2015
Time | Narration |
00:00 | নমস্কাৰ বন্ধুসকল। |
00:02 | জীয়োজেব্রাত চতুর্ভুজৰ বৈশিষ্ট্যাবলী বোঝাৰ (Understanding Quadrilaterals Properties) উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
00:08 | অনুগ্ৰহ কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰা নহয়। |
00:14 | জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্য বোঝাৰ বাবে। |
00:19 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:24 | যদি নাই, তেনেহলে জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:30 | এই টিউটোৰিয়েলত আমি চতুর্ভুজ, সহজ চতুর্ভুজ, কর্ণৰ সৈতে চতুর্ভুজ গঠন কৰা শিকিম আৰু লগতে, তাৰ বৈশিষ্ট্যাবলী সম্পর্কেও শিকিম। |
00:42 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে... |
00:45 | মই লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47 ব্যবহাৰ কৰিছো। |
00:55 | আমি নির্মাণ কৰাৰ বাবে নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। |
01:00 | Circle with centre through point
Polygon Angle Parallel line Segment between two points and Insert text |
01:10 | নতুন জীয়োজেব্রা উইন্ডোত যোৱা যাওক। |
01:13 | ইয়াৰ বাবে ক্লিক কৰক dash home, media applications, |
01:17 | Typeৰ অধিনত, Education আৰু Geogebra ত টিপক। |
01:25 | A-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু Bৰ দি যায়। |
01:30 | এইটো কৰাৰ বাবে, টুলবাৰত Circle with Center through Point টুলত টিপক। |
01:35 | অঙ্কন প্যাডত টিপক। কেন্দ্ৰ হিসাবে বিন্দু A |
01:38 | আৰু এবাৰ টিপক, আমি বিন্দু B পাও। বৃত্ত সম্পূর্ণ হৈ গৈছে। |
01:44 | C-ক কেন্দ্ৰ কৰি আৰু এটা বৃত্ত আঁকক, যি বিন্দু D দি যায়। |
01:49 | অঙ্কন প্যাডত টিপক। এইটোৱে বিন্দু C ক দেখায়। |
01:53 | তাৰপিছত আৰু এবাৰ টিপক, আমি বিন্দু D পাও। দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে। |
02:00 | New Point তৰ তলত Intersect Two Objects টুলত টিপক। পোৱা ছেদ বিন্দু বোৰক E আৰু F হিসাবে ক্লিক কৰক। |
02:10 | ইয়াৰ পিছত, polygon টুলত টিপক। |
02:16 | বিন্দু A, E, C, F আৰু আকৌ এবাৰ A টিপক। ইয়াত এটা চতুর্ভুজ তৈয়াৰ হৈ গৈছে। |
02:32 | আমি Algebra Viewৰ পৰা দেখিব পাৰো যে সন্নিহিত বাহুবোৰ সমান। |
02:38 | আপোনি কি জানেনে কিয় ? আপোনি কি এই চতুর্ভুজৰ নাম সন্ধান কৰিব পাৰিবনে ? |
02:43 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। File Save As টিপক। |
02:48 | আমি ফাইলৰ নাম simple-quadrilateral লিখিম আৰু Save টিপক। |
03:04 | এতিয়া কর্ণৰ(diagonals) সৈতে এটা চতুর্ভুজ গঠন কৰা যাওক। |
03:08 | নতুন জীয়োজেব্রা উইন্ডো খোলক, File New টিপক। |
03:16 | ৰেখাংশ আঁকাৰ বাবে টুলবাৰ পৰা Segment between Two Points টুল নির্বাচন কৰক। |
03:23 | অঙ্কন প্যাডত ক্লিক কৰক, বিন্দু A আৰু তাৰপিছত বিন্দু B ত টিপক, ৰেখাংশ AB তৈয়াৰ হৈ গৈছে। |
03:30 | A-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু Bৰ দি যায়। |
03:36 | এইটো কৰাৰ বাবে, Circle with Centre through Point টুলৰ উপৰত টিপক। |
03:40 | কেন্দ্ৰ হিসাবে বিন্দু A আৰু তাৰপিছত বিন্দু Bত টিপক। টুলবাৰ পৰা New Point টুল নির্বাচন কৰক। পৰিসীমা হিসাবে বিন্দু C ত টিপক। |
03:57 | A আৰু C যুক্ত কৰক। Segment between Two Points টুল নির্বাচন কৰক। |
04:03 | বিন্দু A আৰু বিন্দু C টিপক. এতিয়া ৰেখাংশ ABৰ উপৰত এটা সমান্তৰাল ৰেখা অঙ্কন কৰক, যি বিন্দু Cৰ দি যায়। |
04:13 | এইটো কৰাৰ বাবে, টুলবাৰ পৰা Parallel Line টুল নির্বাচন কৰক। বিন্দু C আৰু তাৰপিছত ৰেখাংশ AB টিপক। |
04:25 | আমি বিন্দু Bৰ বাবে প্ৰক্রিয়াক পুনৰাবৃত্তি কৰিম। বিন্দু B আৰু তাৰপিছত ৰেখাংশ AC টিপক। |
04:33 | উল্লেখ্য যে, ৰেখাংশ ABৰ সমান্তৰাল ৰেখা আৰু ৰেখাংশ ACৰ সমান্তৰাল ৰেখা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক D হিসাবে চিহ্নিত কৰক। |
04:47 | Segment between Two Points টুল ব্যবহাৰ কৰি, বিন্দু A' D, B C যুক্ত কৰক। |
05:01 | আমি দেখিব পাৰো যে কর্ণ AD আৰু BCৰ সৈতে চতুর্ভুজ ABCD তৈয়াৰ হৈ গৈছে। |
05:09 | কর্ণদুটা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক E হিসাবে চিহ্নিত কৰক। |
05:20 | Distanceটুল ব্যবহাৰ কৰি, প্ৰশিক্ষন কৰক যে কর্ণবোৰে ইটো সিটোক দুভাগত ভাগ(সমদ্বিখণ্ড) কৰে নে নকৰে |
05:25 | Angle টুলৰ অধীনত, distance or length টুলৰ উপৰত টিপক। |
05:30 | বিন্দু A, E, E, D, C, E, E, B ৰ উপৰত টিপক। |
05:47 | ইয়াৰ পিছত, আমি প্ৰশিক্ষন কৰিম যে কর্ণবোৰ সমকোণী সমদ্বিখণ্ডক হয় নে নহয়। |
05:51 | কোণ পৰিমাপ কৰাৰ বাবে Angel টুলৰ উপৰত ক্লিক কৰক। বিন্দু A,E,C C,E,Dৰ উপৰত টিপক। |
06:08 | এতিয়া টুলবাৰ পৰা move টুল নির্বাচন কৰক। বিন্দু A স্থানান্তৰিত কৰাৰ বাবে move টুল ব্যবহাৰ কৰক। |
06:16 | move টুলত টিপক, Aৰ উপৰত মাউস পয়েন্টাৰ ৰাখক আৰু মাউসৰ সৈতে ইয়াক টানি আনক। উল্লেখ্য যে, কর্ণবোৰে সকলো সময়তে ইটো সিটোক সমদ্বিখণ্ড কৰে আৰু সমকোণী সমদ্বিখণ্ডক( perpendicular bisectors) হয়। |
06:35 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। File Save As টিপক। আমি ফাইলৰ নাম quadrilateralলিখিম আৰু save বাটনত টিপক। |
06:53 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে… |
07:01 | এই টিউটোৰিয়েলত, আমি নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰি চতুর্ভুজ গঠন কৰা শিকিছো। |
07:06 | Circle with centre through point', Polygon, 'Angle', 'Parallel line, Segment between two points আৰু Insert Text |
07:15 | আমি সাধাৰণ চতুর্ভুজ আৰু কর্ণযুক্ত চতুর্ভুজৰ বৈশিষ্ট্য সম্পর্কেও শিকিম। |
07:21 | এটা নির্দেশিত কামৰ ৰুপত, আমি বিচাৰো যে আপোনি এটা ৰেখাংশ AB আঁকক, ৰেখাৰ উপৰতত বিন্দু C চিহ্নিত কৰক, C-দি AB ৰ সমান্তৰাল এটা ৰেখা আঁকক। |
07:33 | সমান্তৰাল ৰেখাৰ উপৰত দুটা বিন্দু D আৰু E আঁকক, বিন্দু AD আৰু EB-ক যুক্ত কৰক। |
07:43 | ৰেখাংশ ABৰ উপৰত D আৰু E পৰা উল্লম্ব ৰেখা আঁকক, ABৰ উপৰত উল্লম্ব ৰেখাৰ বিন্দু F আৰু G ক চিহ্নিত কৰক, DEৰ দূৰত্ব আৰু DFৰ উচ্চতা গণনা কৰক। |
08:01 | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। |
08:08 | এই urlত উপলব্ধ ভিডিওটো চাওক। |
08:11 | এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি এইটোক ডাউনলোড কৰিও চাব পাৰে। |
08:18 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়। |
08:27 | আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
08:34 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
08:49 | মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |