Difference between revisions of "Geogebra/C2/Understanding-Quadrilaterals-Properties/Assamese"
From Script | Spoken-Tutorial
Line 46: | Line 46: | ||
|- | |- | ||
| 01:00 | | 01:00 | ||
− | | Circle with centre through point | + | | '''Circle with centre through point |
− | Polygon | + | '''Polygon''' |
− | Angle | + | '''Angle''' |
− | Parallel line | + | '''Parallel line''' |
− | Segment between two points and | + | '''Segment between two points and |
− | Insert text | + | '''Insert text''' |
|- | |- | ||
Line 176: | Line 176: | ||
|- | |- | ||
| 04:47 | | 04:47 | ||
− | | '''Segment between Two Points''' টুল ব্যবহাৰ কৰি, বিন্দু '''A' | + | | '''Segment between Two Points''' টুল ব্যবহাৰ কৰি, বিন্দু '''A' D, B C''' যুক্ত কৰক। |
|- | |- |
Revision as of 17:18, 28 April 2015
Time | Narration |
00:00 | নমস্কাৰ বন্ধুসকল। |
00:02 | জীয়োজেব্রাত চতুর্ভুজৰ বৈশিষ্ট্যাবলী বোঝাৰ (Understanding Quadrilaterals Properties) উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
00:08 | দয়া কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰা নহয়। |
00:14 | জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্য বোঝাৰ বাবে। |
00:19 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:24 | যদি নাই, তেনেহলে জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:30 | এই টিউটোৰিয়েলত আমি চতুর্ভুজ, সহজ চতুর্ভুজ, কর্ণৰ সৈতে চতুর্ভুজ গঠন কৰা শিকিম আৰু লগতে, তাৰ বৈশিষ্ট্যাবলী সম্পর্কেও শিকিম। |
00:42 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে... |
00:45 | আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47 ব্যবহাৰ কৰিছো। |
00:55 | আমি নির্মাণ কৰাৰ বাবে নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। |
01:00 | Circle with centre through point
Polygon Angle Parallel line Segment between two points and Insert text |
01:10 | নতুন জীয়োজেব্রা উইন্ডোত যোৱা যাওক। |
01:13 | ইয়াৰ বাবে ক্লিক কৰক dash home, media applications, |
01:17 | Typeৰ অধিনত, Education আৰু Geogebra ত টিপক। |
01:25 | A-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু Bৰ দি যায়। |
01:30 | এইটো কৰাৰ বাবে, টুলবাৰত Circle with Center through Point টুলত টিপক। |
01:35 | অঙ্কন প্যাডত টিপক। কেন্দ্ৰ হিসাবে বিন্দু A |
01:38 | আৰু এবাৰ টিপক, আমি বিন্দু B পাও। বৃত্ত সম্পূর্ণ হৈ গৈছে। |
01:44 | C-ক কেন্দ্ৰ কৰি আৰু এটা বৃত্ত আঁকক, যি বিন্দু D দি যায়। |
01:49 | অঙ্কন প্যাডত টিপক। এইটোৱে বিন্দু C ক দেখায়। |
01:53 | তাৰপিছত আৰু এবাৰ টিপক, আমি বিন্দু D পাও। দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে। |
02:00 | New Point তৰ তলত Intersect Two Objects টুলত টিপক। পাওয়া ছেদ বিন্দু বোৰক E আৰু F হিসাবে ক্লিক কৰক। |
02:10 | ইয়াৰ পিছত, polygon টুলত টিপক। |
02:16 | বিন্দু A, E, C, F আৰু আকৌ এবাৰ A টিপক। ইয়াত এটা চতুর্ভুজ তৈয়াৰ হৈ গৈছে। |
02:32 | আমি Algebra Viewৰ পৰা দেখিব পাৰো যে সন্নিহিত বাহুবোৰ সমান। |
02:38 | আপোনি কি জানেনে কিয় ? আপোনি কি এই চতুর্ভুজৰ নাম সন্ধান কৰিব পাৰিবনে ? |
02:43 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। File Save As টিপক। |
02:48 | আমি ফাইলৰ নাম simple-quadrilateral লিখিম আৰু Save টিপক। |
03:04 | এতিয়া কর্ণৰ(diagonals) সৈতে এটা চতুর্ভুজ গঠন কৰা যাওক। |
03:08 | নতুন জীয়োজেব্রা উইন্ডো খোলক, File New টিপক। |
03:16 | ৰেখাংশ আঁকাৰ বাবে টুলবাৰ পৰা Segment between Two Points টুল নির্বাচন কৰক। |
03:23 | অঙ্কন প্যাডত ক্লিক কৰক, বিন্দু A আৰু তাৰপিছত বিন্দু B ত টিপক, ৰেখাংশ AB তৈয়াৰ হৈ গৈছে। |
03:30 | A-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু Bৰ দি যায়। |
03:36 | এইটো কৰাৰ বাবে, Circle with Centre through Point টুলৰ উপৰত টিপক। |
03:40 | কেন্দ্ৰ হিসাবে বিন্দু A আৰু তাৰপিছত বিন্দু Bত টিপক। টুলবাৰ পৰা New Point টুল নির্বাচন কৰক। পৰিসীমা হিসাবে বিন্দু C ত টিপক। |
03:57 | A আৰু C যুক্ত কৰক। Segment between Two Points টুল নির্বাচন কৰক। |
04:03 | বিন্দু A আৰু বিন্দু C টিপক. এতিয়া ৰেখাংশ ABৰ উপৰত এটা সমান্তৰাল ৰেখা অঙ্কন কৰক, যি বিন্দু Cৰ দি যায়। |
04:13 | এইটো কৰাৰ বাবে, টুলবাৰ পৰা Parallel Line টুল নির্বাচন কৰক। বিন্দু C আৰু তাৰপিছত ৰেখাংশ AB টিপক। |
04:25 | আমি বিন্দু Bৰ বাবে প্ৰক্রিয়াক পুনৰাবৃত্তি কৰিম। বিন্দু B আৰু তাৰপিছত ৰেখাংশ AC টিপক। |
04:33 | উল্লেখ্য যে, ৰেখাংশ ABৰ সমান্তৰাল ৰেখা আৰু ৰেখাংশ ACৰ সমান্তৰাল ৰেখা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক D হিসাবে চিহ্নিত কৰক। |
04:47 | Segment between Two Points টুল ব্যবহাৰ কৰি, বিন্দু A' D, B C যুক্ত কৰক। |
05:01 | আমি দেখিব পাৰো যে কর্ণ AD আৰু BCৰ সৈতে চতুর্ভুজ ABCD তৈয়াৰ হৈ গৈছে। |
05:09 | কর্ণদুটা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক E হিসাবে চিহ্নিত কৰক। |
05:20 | Distanceটুল ব্যবহাৰ কৰি, প্ৰশিক্ষন কৰক যে কর্ণবোৰে ইটো সিটোক দুভাগত ভাগ(সমদ্বিখণ্ড) কৰে নে নকৰে |
05:25 | Angle টুলৰ অধীনত, distance or length টুলৰ উপৰত টিপক। |
05:30 | বিন্দু A, E, E, D, C, E, E, B ৰ উপৰত টিপক। |
05:47 | ইয়াৰ পিছত, আমি প্ৰশিক্ষন কৰিম যে কর্ণবোৰ সমকোণী সমদ্বিখণ্ডক হয় নে নহয়। |
05:51 | কোণ পৰিমাপ কৰাৰ বাবে Angel টুলৰ উপৰত ক্লিক কৰক। বিন্দু A,E,C C,E,Dৰ উপৰত টিপক। |
06:08 | এতিয়া টুলবাৰ পৰা move টুল নির্বাচন কৰক। বিন্দু A স্থানান্তৰিত কৰাৰ বাবে move টুল ব্যবহাৰ কৰক। |
06:16 | move টুলত টিপক, Aৰ উপৰত মাউস পয়েন্টাৰ ৰাখক আৰু মাউসৰ সৈতে ইয়াক টানি আনক। উল্লেখ্য যে, কর্ণবোৰে সকলো সময়তে ইটো সিটোক সমদ্বিখণ্ড কৰে আৰু সমকোণী সমদ্বিখণ্ডক( perpendicular bisectors) হয়। |
06:35 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। File Save As টিপক। আমি ফাইলৰ নাম quadrilateralলিখিম আৰু save বাটনত টিপক। |
06:53 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে… |
07:01 | এই টিউটোৰিয়েলত, আমি নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰি চতুর্ভুজ গঠন কৰা শিকিছো। |
07:06 | Circle with centre through point', Polygon, 'Angle', 'Parallel line, Segment between two points আৰু Insert Text |
07:15 | আমি সাধাৰণ চতুর্ভুজ আৰু কর্ণযুক্ত চতুর্ভুজৰ বৈশিষ্ট্য সম্পর্কেও শিকিম। |
07:21 | এটা নির্দেশিত কামৰ ৰুপত, আমি বিচাৰো যে আপোনি এটা ৰেখাংশ AB আঁকক, ৰেখাৰ উপৰতত বিন্দু C চিহ্নিত কৰক, C-দি AB ৰ সমান্তৰাল এটা ৰেখা আঁকক। |
07:33 | সমান্তৰাল ৰেখাৰ উপৰত দুটা বিন্দু D আৰু E আঁকক, বিন্দু AD আৰু EB-ক যুক্ত কৰক। |
07:43 | ৰেখাংশ ABৰ উপৰত D আৰু E পৰা উল্লম্ব ৰেখা আঁকক, ABৰ উপৰত উল্লম্ব ৰেখাৰ বিন্দু F আৰু G ক চিহ্নিত কৰক, DEৰ দূৰত্ব আৰু DFৰ উচ্চতা গণনা কৰক। |
08:01 | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। |
08:08 | এই urlত উপলব্ধ ভিডিওটো চাওক। |
08:11 | এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি এইটোক ডাউনলোড কৰিও চাব পাৰে। |
08:18 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়। |
08:27 | আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
08:34 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
08:49 | মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |