Difference between revisions of "Scilab/C2/Iteration/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- |00:01 | | ইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculat...") |
|||
Line 7: | Line 7: | ||
|00:01 | |00:01 | ||
− | | | | + | | | আইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculations using Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )লৈ আদৰণি জনাইছো |
|- | |- | ||
Line 49: | Line 49: | ||
|00:42 | |00:42 | ||
− | | | এই ক’মান্ড( command)টোত, i | + | | | এই ক’মান্ড( command)টোত, i সমান 1 কলন 2 কলন 5, |
|- | |- | ||
Line 91: | Line 91: | ||
| 01:15 | | 01:15 | ||
− | |আমি এতিয়া | + | |আমি এতিয়া আইটিৰেটিভ কেলকুলেচ’নচ( iterative calculations)প্ৰদৰ্শন কৰিবলৈ for ষ্টেতমেন্ত(statement)ব্যৱ্হাৰ বৰ্ণনা (demonstrate) কৰিম |
|- | |- | ||
Line 133: | Line 133: | ||
| 01:50 | | 01:50 | ||
− | | | | + | | | আইটিৰেচন(iteration)টো যিমান বাৰ সংঘতিত হ’ল তাৰ সংখ্যাক প্ৰায়’ৰি ইন ফৰ লোপচ(priori in for loops) বুলি জনা হয় |
|- | |- | ||
Line 163: | Line 163: | ||
|02:22 | |02:22 | ||
− | | | i ৰ শেষ মান, 5 নামেৰে( namely)নোহোৱালেকে | + | | | i ৰ শেষ মান, 5 নামেৰে( namely)নোহোৱালেকে আইটিৰেচনটো(iteration) বাহিৰ ন’হয় |
|- | |- | ||
Line 331: | Line 331: | ||
| 04:55 | | 04:55 | ||
− | | | যদি লোপ( loop) টোৰ আৰম্ভণিতে( beginning) সমীকৰণটো( expression) | + | | | যদি লোপ( loop) টোৰ আৰম্ভণিতে( beginning) সমীকৰণটো( expression) সত্য (true) হয়, |
|- | |- | ||
Line 367: | Line 367: | ||
|05:33 | |05:33 | ||
− | | | আমি দেখিছো যে moment i 3 ৰ সমান হয় , প্ৰোগ্ৰাম( program)টো লোপ( loop)ৰ পৰা বাহিৰ হয়, ব্ৰেক( break) | + | | | আমি দেখিছো যে moment i 3 ৰ সমান হয় , প্ৰোগ্ৰাম( program)টো লোপ( loop)ৰ পৰা বাহিৰ হয়, ব্ৰেক( break)ষ্টেতমেন্তক ধন্যবাদ |
|- | |- | ||
Line 393: | Line 393: | ||
|- | |- | ||
| 06:00 | | 06:00 | ||
− | | |সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ। | + | | |সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ। |
+ | শুভবিদায় | ||
|} | |} |
Latest revision as of 19:14, 8 January 2015
Time | Narration |
00:01 | আইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculations using Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )লৈ আদৰণি জনাইছো |
00:07 | মই মেক অপাৰেটিং চিষ্টেম( Mac operating system)ত চাইলেব (Scilab) তাঙৰণ( version) 5.2 ব্যৱ্হাৰ কৰিছো, |
00:11 | কিন্তূ এই গণনাসমূহ( calculations) অন্য তাঙৰণসমূহত(versions) আৰু লগতে লিনাক্স( linux) আৰু উইনদ’চত (windows) ৰান (run) হোৱা চাইলেব( Scilab)তো কাম কৰিব |
00:17 | মই iteration.sce ফাইলত উপলব্ধ ক’ড( code)টো ব্যৱ্হাৰ কৰিম |
00:22 | মই এই ফাইলটো চাইলেব এদিটৰ( Scilab editor) ব্যৱ্হাৰ কৰি খুলিছো,যাক মই মাত্ৰ এটা এদিটৰ( editor) হিচাবে ব্যৱ্হাৰ কৰিম বুলি ভাবিছো |
00:29 | আহক আমি ক’লন অপাৰেতৰ( colon operator) ব্যৱ্হাৰ কৰি এটা ভেক্তৰ( vector) নিৰ্মাণ কৰো i সমান 1 কলন 5 |
00:38 | 1 ৰ পৰা 5লৈ এটা ভেক্তৰ( vector) নিৰ্মাণ কৰে,1ৰ বৰ্দ্ধিতকৰণত( increments) |
00:42 | এই ক’মান্ড( command)টোত, i সমান 1 কলন 2 কলন 5, |
00:51 | আমি দেখিছো যে 2ৰ মাজৰ আৰগুমেন্ত( middle argument)টোৱে বৰ্দ্ধিতকৰণ(increment)টো সূচায়(indicate) |
00:56 | 1টো হৈছে প্ৰথম আৰগুমেন্ত(first argument) য’ত ভেক্তৰ( vector)টো আৰম্ভ হয়। মই 5ৰ ওপৰলৈ যাব নোৱাৰো |
01:01 | তথাপি( however) ই 5ৰ সমান হ’ব পাৰে |
01:04 | লক্ষ্য কৰিব যদি শেষৰ আৰগুমেন্ত( ending argument)টো 6লৈ সলনি(change) হয় ফলাফলটো একে থাকে |
01:09 | এই আচৰন(behaviour)টো ব্যাখ্যা( explain) কৰিবলৈ কঠিন( difficult) নহয় |
01:13 | আপুনি এক মূহুৰ্ত( moment)ৰ বাবে ভাবিব( think)পাৰিবনে এইটো কিয় হ’ল? |
01:15 | আমি এতিয়া আইটিৰেটিভ কেলকুলেচ’নচ( iterative calculations)প্ৰদৰ্শন কৰিবলৈ for ষ্টেতমেন্ত(statement)ব্যৱ্হাৰ বৰ্ণনা (demonstrate) কৰিম |
01:22 | for i সমান 1 কলন 2 কলন 7 disp i for loopৰ শেষ |
01:28 | মই এইটো কাত( cut)কৰিম আৰু চাইলেব ক’নচ’ল( scilab console)ত পেষ্ট( paste) কৰিম এন্টাৰ টিপক |
01:34 | এই ক’ডে(code) i ছপা(print) কৰিব, যিহেতু আমি লোপ( loop)ৰ দ্বাৰা যাম |
01:37 | দৰ্শন(display)টো disp – ক’মান্ড(command)ৰ বাবে পাৰহৈ যোৱা অৰগুমেন্ত( passed argument) টো দৰ্শিত( displayed) হৈছে |
01:42 | পুনৰাহ্বান কৰক যাতে for loop টো ইন্তিজাৰ মান( integer value)সমূহৰ বাবে ব্যৱহীত হয় |
01:45 | এইক্ষেত্ৰত,1, 3, 5 আৰু 7 নামৰ চাৰিটা ইন্তিজাৰ মান ( integer value)দৰ্শিত হৈছে |
01:50 | আইটিৰেচন(iteration)টো যিমান বাৰ সংঘতিত হ’ল তাৰ সংখ্যাক প্ৰায়’ৰি ইন ফৰ লোপচ(priori in for loops) বুলি জনা হয় |
01:56 | এই টিউট’ৰিয়েল ( Tutorial)টোৰ বাকী অংশত, আমি 1ৰ দিফল্ত বৰ্দ্ধিতকৰণ(default increment) টোহে ল’ম |
02:01 | আহক আমি লোপ( loop)টোৰে আৰম্ভ কৰো যি i সমান 1 ৰপৰা 5লৈকে দৰ্শিত কৰে |
02:10 | আমি ব্ৰেক ষ্টেতমেন্ত(break statement)ৰ পৰিচয়ৰে( introducing) এই ক’ডটো পুনৰগঠন( modify) কৰিম |
02:18 | লক্ষ্য কৰিব যে i মাত্ৰ 2লৈকেহে দৰ্শিত( displayed) হৈছে |
02:22 | i ৰ শেষ মান, 5 নামেৰে( namely)নোহোৱালেকে আইটিৰেচনটো(iteration) বাহিৰ ন’হয় |
02:27 | যেতিয়া i টো 2ৰ সমান হ’ব, if block টো প্ৰথম বাৰৰ বাৰে কাৰ্যকৰী(execute) হ’ব |
02:30 | যিকিনহওঁক( however),ব্ৰেক ক’মান্ড( break command)টোৱে লোপ( loop)টো বন্ধ (terminate) কৰিব |
02:34 | যদি আমি এটা লোপ( loop)ৰ পৰা বাহিৰ ওলাব বিচাৰো যেতিয়া কিবা অন্তৰস্থ( intermediate) চৰ্ত(condition) ৰাজি হয়( satisfied),আমি ব্ৰেক ষ্টেতমেন্ত( break statement )টো ব্যৱ্হাৰ কৰিব পাৰো |
02:40 | লক্ষ্য কৰিব "i is equal to 2"ষ্টেতমেন্ত(statement) টোৱে "equal to" চিহ্নটো দুবাৰ ব্যৱ্হাৰ কৰে |
02:45 | প্ৰোগ্ৰামিং(programming) ভাষাত সমানতাক( equality) তুলনা কৰিবলৈ এইটোৱেই হৈছে প্ৰচলিত দস্তুৰ( standard way) |
02:50 | এই তুলনামূলক ষ্টেতমেন্ত(comparison statement) ৰ ফলাফলটো এটা বুলিয়ানঃ শুদ্ধ বা ভূল( boolean: true or false.) হয় |
02:56 | আমি কন্টিনিউ ষ্টেতমেন্ত( continue statement)টো ইয়াত চিনাকি( introduce) কৰিম পেষ্ট( paste) কৰক এন্টাৰ টিপক |
03:06 | i ত থকা এই ফলাফলসমূহ মাত্ৰ 4 আৰু 5ৰ বাবেহে দৰ্শিত( displayed) হৈছে |
03:10 | For i লেছ দেন(less than) বা ইকুৱেল তু(equal to) 3, i লেছ দেন(less than) বা ইকুৱেল তু(equal to)3 ষ্টেতমেন্ত(statement)টোৰ দ্বাৰা দিলে,একো নঘটে( nothing happens) |
03:18 | কন্টিনিউ ষ্টেতমেন্ত( continue statement)টোৱে প্ৰোগ্ৰাম(program)টোক লোপ(loop)টোৰ বাকী অংশৰ পৰা আতৰাই আনে |
03:22 | ব্ৰেক ষ্টেতমেন্ত( break statement )টোৰ দৰে, যিকিনহওঁক( however),ই লোপ(loop)টোৰ পৰা ওলাই(exit) নাহে |
03:25 | পেৰামিটাৰ( parameter)টো বৰ্ধিত(increment) হৈছে আৰু লোপ( loop)টোৰ সকলোবিলাক গণনা (calculation) নতুন i ৰ কাৰণে কাৰ্যকৰী (execute) হৈছে |
03:32 | আমি এটা চমু বিৰতি ল’ম আৰু লেছ দেন(less than) বা ইকুৱেল তু(equal to) ধৰণৰ অপাৰেতৰ(operator)ৰ বাবে কেনেদৰে সহায় লয় দেখুৱাম |
03:38 | আহক আমি help ৰ সৈতে লেছ দেন(less than) বা ইকুৱেল তু(equal to) লিখো |
03:46 | ই চাইলেব হেল্প ব্ৰ’জাৰ( scilab help browser)টো খোলে |
03:51 | আমি দেখিছো যে help(হেল্প)টো less (লেচ) অপচন( option)ৰ তলত উপলব্ধ |
03:56 | গতিকে এতিয়া এইটো বন্ধ কৰাৰ পাছত আমি লিখিম help less |
04:06 | আমি প্ৰয়োজনীয়( required) সহায়ক নিৰ্দেশ(instruction) ইয়াত দেখিম । মই এইটো বন্ধ কৰিম |
04:11 | চাইলেবৰ for ষ্টেতমেন্ত(statement) টো প্ৰোগ্ৰামিং লেংগুৱেজত(programming language)কৈ অধিক শক্তিশালী |
04:16 | উদাহৰণস্বৰূপে,আহক এটা ভেক্তৰ( vector)ৰ ওপৰত এটা লোপ( loop) প্ৰদৰ্শন কৰো |
04:24 | এই স্ক্ৰিপ্ত( script)টোৱে v ৰ সকলো মান দৰ্শিত(display) কৰে |
04:28 | এতিয়ালৈকে আমি মাত্ৰ ভেৰিয়েবল (variable) বিলাক দৰ্শিত(display) কৰি আছিলো |
04:32 | আমি লগতে গণনা( calculation)ৰ ফলাফলো( result)দৰ্শিত কৰিব পাৰো |
04:35 | তলৰ ক’ড( code)টোৱে সংখ্যাৰ বৰ্গ ( square) দৰ্শিত (display) কৰে |
04:44 | আমি for লোপ( loop) ব্যাখ্যা(explain) কৰি কিছু সময় অতিবাহিত কৰিলো |
04:48 | আহক আমি এতিয়া while লোপ( loop) লৈ যাওঁ |
04:50 | যেতিয়া এটা বুলিয়ান সমীকৰণ( boolean expression) সত্য হয় তেতিয়া while ষ্টেতমেন্ত (statement) টোৱে আমাক এটা লোপ( loop) প্ৰদৰ্শন( perform) কৰিবলৈ অনুমতি দিয়ে |
04:55 | যদি লোপ( loop) টোৰ আৰম্ভণিতে( beginning) সমীকৰণটো( expression) সত্য (true) হয়, |
04:58 | while লোপ( loop) ত থকা ষ্টেতমেন্ত (statement) সমূহ কাৰ্যকৰী(execute) হয় |
05:02 | যদি প্ৰোগ্ৰাম( program)তো ভালদৰে লিখা হয়,সমীকৰণ( expression)টো অসত্য হব আৰু লোপ( loop)টো শেষ ঽব |
05:08 | এতিয়া আমি while লোপ( loop)ৰ এটা উদাহৰণ ( example) চাম |
05:15 | 1 ৰ পৰা 6 লৈকে i ৰ মান সমূহ দৰ্শিত হৈছে |
05:19 | while লোপ( loop) ৰ ভিতৰৰ ব্ৰেক( Break) আৰু কন্তিনিউ ষ্টেতমেন্ত( continue statements) সমূহে for লোপ( loop) ত কাম কৰাৰ দৰে হুবহু (exactly) কৰে,যিটো আমি ব্ৰেক (Break) ব্যৱ্হাৰ কৰি স্পষ্টিকৰণ( demonstrate) দিছিলো |
05:33 | আমি দেখিছো যে moment i 3 ৰ সমান হয় , প্ৰোগ্ৰাম( program)টো লোপ( loop)ৰ পৰা বাহিৰ হয়, ব্ৰেক( break)ষ্টেতমেন্তক ধন্যবাদ |
05:39 | আপুনি লগতে while লোপ( loop) ত কন্তিনি্উ(continue) ষ্টেতমেন্ত( statement)ৰ বাবে উদাহৰণ (example)টো চেষ্টা কৰিব পাৰে |
05:44 | ইয়াৰ দ্বাৰাই আমি এই ইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculations using Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )টোৰ শেষ পালোহি |
05:50 | স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT)ৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
05:57 | ইয়াৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব৷[1] |
06:00 | সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ।
শুভবিদায় |