Difference between revisions of "C-and-Cpp/C2/Relational-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 !Time !Narration |- |00:01 | '''Relational Operators''' in (ৰিলেচনেল অপাৰেতৰচ ইন) C ''' '''C++''' ৰ স্পকেন...") |
|||
Line 78: | Line 78: | ||
|- | |- | ||
| 01:15 | | 01:15 | ||
− | | প্ৰথমে,আমি '''a '''আৰু '''b''' ভেৰিয়েবলক (variable) | + | | প্ৰথমে, আমি '''a '''আৰু '''b''' ভেৰিয়েবলক (variable) ডিক্লেয়াৰ(declare) কৰিম |
|- | |- | ||
Line 122: | Line 122: | ||
|- | |- | ||
|01:57 | |01:57 | ||
− | |যদি '''a''', '''b'''ত্কৈ সৰু(less)হয় ই ''True''' '''returns''' | + | |যদি '''a''', '''b'''ত্কৈ সৰু(less)হয় ই ''True''' ঘূৰাই দিয়ে ('''returns''') |
|- | |- | ||
Line 138: | Line 138: | ||
|- | |- | ||
|02:13 | |02:13 | ||
− | |প্ৰথমে উল্লেখিত্ধৰণে | + | |প্ৰথমে উল্লেখিত্ধৰণে কমেন্ত(comment) কৰক |
|- | |- | ||
Line 175: | Line 175: | ||
|- | |- | ||
| 02:56 | | 02:56 | ||
− | | মই '''a'''ৰ বাবে 8 আৰু '''b '''ৰ বাবে 3 | + | | মই '''a'''ৰ বাবে 8 আৰু '''b '''ৰ বাবে 3 ভৰ্তি( enter) কৰিম |
|- | |- | ||
Line 210: | Line 210: | ||
|- | |- | ||
| 03:33 | | 03:33 | ||
− | | যদি '''a''', '''b'''ত্কৈ সৰু বা সমান | + | | যদি '''a''', '''b'''ত্কৈ সৰু বা সমান হয় ই ''True''' ঘূৰাই দিয়ে ('''returns''') |
|- | |- | ||
|03:38 | |03:38 | ||
− | | এই'''printf''' | + | | এই'''printf''' ষ্টেটমেন্ত(statement) টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয় |
|- | |- | ||
| 03:42 | | 03:42 | ||
− | | যদিহে ওপৰৰ চৰ্তটো(conditions) '''false ''' | + | | যদিহে ওপৰৰ চৰ্তটো(conditions) অসত্য('''false ''' ) হয় তেন্তে এইটো এৰি দিব |
|- | |- | ||
Line 271: | Line 271: | ||
|- | |- | ||
| 04:33 | | 04:33 | ||
− | | ইয়াৰ পৰা | + | | ইয়াৰ পৰা মাল্টিলাইন কমেন্ত্চ(multiline comments) নাইকীয়া( Delete) কৰক |
|- | |- | ||
Line 352: | Line 352: | ||
|- | |- | ||
| 05:56 | | 05:56 | ||
− | | গাঠনি(syntax)ত কিছু পাৰ্থক্য | + | | গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference)আছে |
|- | |- | ||
Line 428: | Line 428: | ||
|- | |- | ||
| 07:13 | | 07:13 | ||
− | | ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান( equal)ৰে সলনি( replace) কৰিলো | + | | ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান চিহ্ন( equal)ৰে সলনি( replace) কৰিলো |
|- | |- | ||
Line 540: | Line 540: | ||
|- | |- | ||
| 08:51 | | 08:51 | ||
− | | | + | | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
|- | |- | ||
| 08:54 | | 08:54 | ||
− | | | + | | আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক |
|- | |- |
Revision as of 01:47, 24 December 2014
Time | Narration |
---|---|
00:01 | Relational Operators in (ৰিলেচনেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00:06 | এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম |
00:09 | ৰিলেচনে(Relational)ল অপাৰেতৰচ যেনে |
00:11 | লেচ দেন( Less than) : উদাহৰণ a < b |
00:14 | গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b |
00:17 | লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b |
00:22 | গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b |
00:27 | ইকুৱেল তু(equal to) :উদাহৰণ a == b |
00:30 | নট ইকুৱেল তু( Not equal to) :
উদাহৰণ a != b |
00:37 | এই শিকনিতো( tutorial)বাণীবদ্ধ (record)কৰোতে, মই উবুনটো( Ubuntu) 11.10 অপাৰেটিং ছিচটেম( operating system) ব্যৱহাৰকৰিছো |
00:42 | উবুনটোত gcc আৰু g++ কমপাইলাৰ (Compiler)ৰ ৪.৬.১(4.6.1) তাঙৰণ
( version)
|
00:50 | আহক আমি এটা পৰিচয়ৰে( introduction) আৰম্ভ( begin) কৰো |
00:53 | ইন্তিজাৰ( integer) আৰু ফ্ল’তিং পইন্ট নাম্বাৰৰ(floating point number)তুলনা( compare) কৰিবলৈ ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা হয় |
00:57 | ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা সমীকৰণে (Expressions) false'ৰ বাবে 0 আৰু trueৰ বাবে 1 return (ঘূৰাই) দিয়ে |
01:04 | এতিয়া মই এটা C প্ৰোগ্ৰামৰ সহায়্ত ৰিলেচনেল অপাৰেতৰচ (Relationaloperators)ৰ বিষয়ে উপস্থাপন(demonstrate) কৰিম |
01:09 | মই প্ৰোগ্ৰাম( program)টো আগতেই তৈয়াৰ( made) কৰি থৈছো. |
01:11 | গতিকে,মই এদিতৰ( editor)টো খুলিম আৰু ক’ড(code)টো বৰ্ণনা( explain) কৰিম. |
01:15 | প্ৰথমে, আমি a আৰু b ভেৰিয়েবলক (variable) ডিক্লেয়াৰ(declare) কৰিম |
01:20 | এইprintf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a আৰু b ৰ মানসমূহ( values) এন্টাৰ কৰিবলৈ কয় |
01:26 | এই'scanfষ্টেটমেন্তত(statement)টোৱে aআৰু b ভেৰিয়েবল (variable)ৰ বাবে ইনপুট (input) লয় |
01:32 | এতিয়া আমাৰ ওচৰত গ্ৰেটাৰ দেন(Greater than) অপাৰেতৰ( operator)টো আছে |
01:35 | এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে. |
01:38 | যদি a', bত্কৈ ডাঙৰ( greater)হয় ই True(ত্ৰো) returns(ৰিটাৰ্ণ) কৰে |
01:43 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয় |
01:47 | যদিহে ওপৰৰ চৰ্তটো(conditions) false (অসত্য) হয় তেন্তে এইটো এৰি দিব |
01:50 | তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব |
01:53 | এতিয়া আমাৰ ওচৰত লেচ দেন (less than) অপাৰেতৰ(execute)টো আছে |
01:56 | ইও অপাৰেন্দ(operand)ক তুলনা (compare) কৰে |
01:57 | যদি a, bত্কৈ সৰু(less)হয় ই True ঘূৰাই দিয়ে ('returns) |
02:02 | এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো (conditions)সত্য(true) হয় |
02:06 | অন্যথা( otherwise) ই এৰি দিব |
02:09 | আহঁক ইয়ালেকে ক’ড(code)টো কাৰ্যকৰী(execute) কৰো. |
02:13 | প্ৰথমে উল্লেখিত্ধৰণে কমেন্ত(comment) কৰক |
02:16 | লিখক /* |
02:21 | */ |
02:24 | 'Save (ছেভ)ত টিপক |
02:26 | মই মোৰ ফাইল( file)টো relational.c হিচাবে ছেভ কৰিছো |
02:29 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ ক্ৰ্মান্বয়ে(simultaneously) 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
02:35 | কম্পাইল (compile) কৰিবলৈ, তাৰমিনেলত লিখক gcc space(স্পেছ) relational dot c space(স্পেছ) -o space(স্পেছ) rel |
02:49 | Enter(এন্টাৰ)টিপক |
02:51 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./rel . Enter(এন্টাৰ) টিপক
|
02:56 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 ভৰ্তি( enter) কৰিম |
03:01 | আউতপুত( output)টো দেখুৱাব যে |
03:03 | 8 is greater than 3. |
03:07 | আপুনি a আৰু bৰ বিভিন্ন( different) মানৰে এই ক’ড(code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰি চাব |
03:11 | ক’ড(code)টো্লৈ ঘূৰি আহোঁ |
03:14 | ইয়াৰ পৰা মন্তব্য ( comment)টো নাইকীয়া(Delete) কৰক |
03:18 | আৰু ইয়াত থওক( put) |
03:24 | এতিয়া আমাৰ ওচৰত লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে |
03:28 | এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে |
03:33 | যদি a, bত্কৈ সৰু বা সমান হয় ই True ঘূৰাই দিয়ে ('returns) |
03:38 | এইprintf ষ্টেটমেন্ত(statement) টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয় |
03:42 | যদিহে ওপৰৰ চৰ্তটো(conditions) অসত্য(false ) হয় তেন্তে এইটো এৰি দিব |
03:45 | তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব |
03:49 | তাৰপাছ্ত গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) অপাৰেটৰ( operator) আহিব. |
03:52 | ই a আৰু b ক তুলনা কৰে আৰু যদি a', bত্কৈ ডাঙৰ বা সমান( greater than or equal)হয় ই True returns (ৰিটাৰ্ণ) কৰে |
04:00 | যদিহে চৰ্তটো(conditions) সত্য (true)হয় তেন্তে এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব |
04:05 | এতিয়া আহঁক ইয়ালৈকে ক’ড(code)টো কাৰ্যকৰী( execute) কৰো |
04:07 | 'Save (ছেভ)ত টিপক |
04:09 | তাৰমিনেল( terminal)লৈ ঘূৰি যাঁও |
04:12 | আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো
|
04:17 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিম |
04:22 | আউতপুত( output)টো দেখুৱাব( displayed) যে |
04:25 | 8 is greater than or equal to 3 |
04:30 | এতিয়া বাকী থকা ক’ডলৈ ঘূৰি আহোঁ |
04:33 | ইয়াৰ পৰা মাল্টিলাইন কমেন্ত্চ(multiline comments) নাইকীয়া( Delete) কৰক |
04:39 | আৰু ইয়াত |
04:43 | এতিয়া আমাৰ ওচৰত ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে |
04:47 | ইয়াক দুটা equal(ইকুৱেল) (==) চিহ্ন(sign)ৰে পৰিদৰ্শন(denote) কৰা হয় |
04:50 | এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া দুয়োটা অপাৰেন্দ (operand)এটা আনটোৰ সমান( equal) হয় |
04:57 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যেতিয়া a ,bৰ সমান( equal) হ’ব |
05:00 | যদি নহয়,তেন্তে ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি(jump) কৰিব. |
05:06 | একেদৰে,আমাৰ ওচৰত নট ইকুৱেল তু( Not equal to) অপাৰেটৰ (operator)আছে |
05:08 | এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া অপাৰেন্দ(operand) কেইটা এটা আনটোৰ সমান নহয়( not equal) |
05:15 | এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যেতিয়া a ,bৰ সমান নহয়( not equal) |
05:20 | প্ৰোগ্ৰাম( program)টোৰ শেষলৈ যাওঁ Return 0; |
05:24 | 'Save (ছেভ)ত টিপক |
05:26 | তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো |
05:28 | আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো
|
05:32 | aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰক |
05:38 | আউতপুত( output)টো পৰ্দাত( screen) দেখুৱাব(display) যে |
05:40 | 8 is not equal to 3 |
05:44 | গতিকে,আমি দেখিলো যে কেনেদৰে ৰিলেচনেল অপাৰেতৰচ (Relational operators)য়ে কাম কৰে. |
05:48 | বিভিন্ন ধৰণৰ যোৰীয়া( set) ইনপুট(input)ৰ সহায়ত ক’ড( code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰক |
05:51 | এতিয়া C++ ত একেধৰণৰ প্ৰোগ্ৰাম( program) এটা লিখিবলৈ একেবাৰে সহজ( quite easy) |
05:56 | গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference)আছে |
05:59 | মই C++ত ক’ড( code)টো আগতীয়াকৈ( already) লিখি থৈছো |
06:04 | এইটো C++ত ৰিলেচনেল অপাৰেতৰচ (Relational operators)ৰ বাবে ক’ড( code) |
06:08 | লক্ষ্য(Notice) কৰিব যে হেডাৰ (header)টো বেলেগ |
06:12 | লগতে আমাৰ ওচৰত ইয়াত using (ইউজিং) ষ্টেটমেন্ত আছে. |
06:15 | C++ত আউতপুট ষ্টেটমেন্ত (output statement)টো হৈছে cout |
06:19 | আৰু C++ত ইনপুট ষ্টেটমেন্ত (input statement) টো হৈছে cin |
06:22 | গতিকে, এই পাৰ্থক্য(difference) দুটাৰ বাহিৰে, ক’ড দুটা যথেষ্ট একে(similar) |
06:26 | 'Save (ছেভ)ত টিপক |
06:28 | অনুগ্ৰহ কৰি মন কৰিব যে ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয় |
06:32 | মই মোৰ ফাইলটো relational.cpp হিচাবে ছেভ কৰিছো |
06:37 | আহক ক’ডটো কম্পাইল( compile) কৰো |
06:39 | তাৰমিনেল খোলক আৰু g++ relational.cpp space minus o space rel1 লিখক |
06:50 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক './ rel1, এন্টাৰ টিপক |
06:56 | মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিছো |
07:00 | আউতপুত( output)টো দেখুৱাব যে: |
07:02 | আমি দেখিছো যে আউতপুত( output)টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে. |
07:07 | এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো. |
07:10 | প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
07:13 | ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান চিহ্ন( equal)ৰে সলনি( replace) কৰিলো |
07:19 | 'Save (ছেভ)ত টিপক |
07:21 | তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক |
07:23 | আগৰ দৰে ক’ম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰক. |
07:33 | ইয়াত আমি দেখিছো 3 is equal to 3 বুলি দেখাইছে(show) |
07:37 | আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো |
07:40 | এইটো এইকাৰণেই যে ইয়াত আমাৰ ওচৰত এটা এচাইনমেন্ত অপাৰেটৰ(assignment operator) আছে. |
07:43 | সেয়ে bৰ মান aত জমা(assigne) হব |
07:46 | এতিয়া আহঁক আমি ভুল( error)টো ঠিক কৰো |
07:49 | এটা সমান চিহ্ন(equal to sign) লিখক |
07:51 | 'Save (ছেভ)ত টিপক |
07:54 | তাৰ্মিনেল( terminal)লৈ উভতি আহো |
07:56 | আগৰ দৰে কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰো |
08:04 | এতিয়া আউতপুত( output)টো শুদ্ধ(correct) হৈছে |
08:06 | আহক টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ. |
08:08 | এই টিউটৰিয়েল( tutorial)ত, আমি শিকিলো |
08:10 | ৰিলেচনেল অপাৰেতৰচ (Relational operators) যেনে |
08:12 | লেচ দেন( Less than) : উদাহৰণ a < b |
08:14 | গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b |
08:17 | লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b |
08:22 | গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b |
08:27 | ইকুৱেল তু(equal to) :উদাহৰণ a==b |
08:29 | নট ইকুৱেল তু( Not equal to) :
উদাহৰণ a != b |
08:34 | অনুশিলনী( assignment) হিচাবে |
08:35 | এটা প্ৰোগ্ৰাম লিখক যি তিনিটা ছাত্ৰ (student)ৰ নম্বৰ(marks) ইনপুত( input) হিচাবে লয়. |
08:39 | নম্বৰসমূহ তুলনা( Compare) কৰক চাবলৈ যে কোনজন ছাত্ৰ(student)ই সৰ্বোচ্চ(highest) পাইছে |
08:43 | লগতে পৰীক্ষা( Check) কৰক যে দুই বা ততোধিক ছাত্ৰ(student)ই সমান নম্বৰ( marks) পাইছে নেকি |
08:48 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব |
08:51 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
08:54 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক |
08:58 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে |
09:00 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
09:03 | অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমানপত্ৰ( certificates) দিয়ে |
09:06 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
|
09:14 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
09:18 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে |
09:24 | ইয়াৰ বিষয়ে অধিক দেখা পাব |
09:27 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
09:34 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ । |