Difference between revisions of "Ruby/C3/for-and-each-Looping-Statements/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
− | + | {| border=1 | |
− | + | ||
− | {| border=1 | + | |
|| ''Time''' | || ''Time''' | ||
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | 00.01 | + | | 00.01 |
− | | “Ruby”ৰ '''for''' আৰু '''each Loops'''ৰ টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । | + | | “Ruby”ৰ '''for''' আৰু '''each Loops'''ৰ এই টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
− | + | ||
|- | |- | ||
Line 20: | Line 17: | ||
|- | |- | ||
| 00.08 | | 00.08 | ||
− | |“Ruby”ত থকা ভিন্ন | + | |“Ruby”ত থকা ভিন্ন ধৰনৰ লুপ |
|- | |- | ||
Line 31: | Line 28: | ||
|- | |- | ||
| 00.14 | | 00.14 | ||
− | |ইয়াত আমি ব্যৱহাৰ কৰিছো | + | |ইয়াত আমি ব্যৱহাৰ কৰিছো |
|- | |- | ||
| 00.16 | | 00.16 | ||
− | |‘‘উবুন্টু লিনাক্স 12.04 | + | |‘‘উবুন্টু লিনাক্স 12.04 |
|- | |- | ||
| 00.19 | | 00.19 | ||
− | |“Ruby” 1.9.3 | + | |“Ruby” 1.9.3 |
|- | |- | ||
| 00.22 | | 00.22 | ||
− | |এই টিওটৰিয়েল | + | |এই টিওটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব । |
|- | |- | ||
Line 51: | Line 48: | ||
|- | |- | ||
| 00.30 | | 00.30 | ||
− | |অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট | + | |অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিব ৷ |
|- | |- | ||
Line 82: | Line 79: | ||
|- | |- | ||
| 00.50 | | 00.50 | ||
− | |এই টিওটৰিয়েলত আমি শিকিম '''for'''আৰু “ ''' each''' লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । | + | |এই টিওটৰিয়েলত আমি শিকিম '''for'''আৰু “ ''' each''' লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । |
|- | |- | ||
| 00.55 | | 00.55 | ||
− | | আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম | + | | আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম ডেৰেক্টৰিত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক । |
− | + | ||
|- | |- | ||
| 01.02 | | 01.02 | ||
− | | ttt, ruby | + | | ttt, ruby হাইফেন tutorial, looping হাইফেন statements. |
|- | |- | ||
Line 98: | Line 94: | ||
|- | |- | ||
| 01.11 | | 01.11 | ||
− | | | + | |এতিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো । |
|- | |- | ||
Line 106: | Line 102: | ||
|- | |- | ||
| 01.15 | | 01.15 | ||
− | |“Ruby”ত “ফৰ লুপ” ৰ | + | |“Ruby”ত “ফৰ লুপ” ৰ চিন্টেক্স এই দৰে হয় - |
− | + | ||
− | + | ||
|- | |- | ||
| 01.19 | | 01.19 | ||
| ''' for “variable” in “a collection of objects” ''' | | ''' for “variable” in “a collection of objects” ''' | ||
− | |||
|- | |- | ||
Line 134: | Line 127: | ||
| 01.32 | | 01.32 | ||
|নাম ৰাখক “for hyphen loop dot rb” | |নাম ৰাখক “for hyphen loop dot rb” | ||
− | |||
|- | |- | ||
| 01.36 | | 01.36 | ||
− | |মোৰ লগত ''' “for” ''' লুপৰ উদাহৰণ এটা আছে । | + | |মোৰ লগত ''' “for” ''' লুপৰ উদাহৰণ এটা আছে । |
|- | |- | ||
| 01.39 | | 01.39 | ||
− | |আপোনি টিওটৰিয়েল | + | |আপোনি এই টিওটৰিয়েল ৰখাই ক’ড টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 150: | Line 142: | ||
|- | |- | ||
| 01.47 | | 01.47 | ||
− | | আমাৰ লগত | + | | আমাৰ লগত ১ৰ পৰা -২০ৰ লৈকে সংখ্যাৰ সংহতি এটা আছে । |
|- | |- | ||
| 01.50 | | 01.50 | ||
− | |“i” নামৰ | + | |“i” নামৰ ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো । |
|- | |- | ||
| 01.55 | | 01.55 | ||
− | |“i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো | + | |“i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১ৰ পৰা -২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
|- | |- | ||
| 02.00 | | 02.00 | ||
− | |“for” লুপৰ ঘোষণাই ক’ডটো | + | |“for” লুপৰ ঘোষণাই ক’ডটো ১ৰ পৰা -২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে । |
− | + | ||
|- | |- | ||
| 02.07 | | 02.07 | ||
| “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । | | “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । | ||
− | |||
− | |||
|- | |- | ||
| 02.14 | | 02.14 | ||
− | |“টাৰমিনেল” যাওক আৰু টাইপ কৰক | + | |এতিয়া “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
Line 179: | Line 168: | ||
|- | |- | ||
| 02.22 | | 02.22 | ||
− | |আওতপুটত | + | |আওতপুটত ১ৰ পৰা -২০ৰ সংখ্যা লৈকে '''array''' দেখা পাব । |
− | + | ||
− | + | ||
|- | |- | ||
| 02.26 | | 02.26 | ||
− | | এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । | + | | এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
|- | |- | ||
| 02.31 | | 02.31 | ||
− | | যিটোয়ে | + | | যিটোয়ে ১ৰ পৰা -২০ৰ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
|- | |- | ||
Line 204: | Line 191: | ||
|- | |- | ||
| 02.49 | | 02.49 | ||
− | |ইয়াত “ফৰ” লুপ | + | |ইয়াত “ফৰ” লুপ ১ৰ পৰা -২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
|- | |- | ||
Line 216: | Line 203: | ||
|- | |- | ||
| 03.04 | | 03.04 | ||
− | | “টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby | + | | “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক “ruby স্পেচ for hyphen loop dot rb'' |
|- | |- | ||
Line 232: | Line 219: | ||
|- | |- | ||
| 03.27 | | 03.27 | ||
− | |“each”'লুপৰ | + | |“each”' লুপৰ চিন্টেক্স এই দৰে হয় - |
|- | |- | ||
Line 244: | Line 231: | ||
|- | |- | ||
| 03.38 | | 03.38 | ||
− | |উদাহৰণ এটা | + | |উদাহৰণ এটা চাই বোজো আহক । |
|- | |- | ||
| 03.42 | | 03.42 | ||
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | ||
− | |||
|- | |- | ||
| 03.46 | | 03.46 | ||
|নাম ৰাখক “each hyphen loop dot rb” | |নাম ৰাখক “each hyphen loop dot rb” | ||
− | |||
|- | |- | ||
| 03.50 | | 03.50 | ||
− | |মোৰ লগত '''each''' লুপৰ উদাহৰণ এটা আছে । | + | |মোৰ লগত '''each''' লুপৰ উদাহৰণ এটা আছে । |
|- | |- | ||
| 03.53 | | 03.53 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 270: | Line 255: | ||
|- | |- | ||
| 04.03 | | 04.03 | ||
− | | আমাৰ লগত | + | | আমাৰ লগত ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতি এটা আছে । |
|- | |- | ||
Line 278: | Line 263: | ||
|- | |- | ||
| 04.11 | | 04.11 | ||
− | |“i” নামৰ | + | |“i” নামৰ ল’কেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
|- | |- | ||
| 04.17 | | 04.17 | ||
− | |“ইচ” লুপৰ ঘোষণাই ক’ডটো | + | |“ইচ” লুপৰ ডিক্লেৰেছনে (ঘোষণাই) ক’ডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগৰ উপৰত দোহাৰাই থকাত সহাই কৰে । |
− | + | ||
|- | |- | ||
| 04.23 | | 04.23 | ||
Line 298: | Line 282: | ||
|- | |- | ||
| 04.43 | | 04.43 | ||
− | | | + | |আওতপুটত১ৰ পৰা ২০ৰ সংখ্যা লৈকে “এৰে” দেখা পাব । |
|- | |- | ||
| 04.46 | | 04.46 | ||
|এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । | |এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । | ||
− | + | ||
|- | |- | ||
| 04.51 | | 04.51 | ||
− | |যিটোয়ে | + | |যিটোয়ে ১ৰ-২০ৰ পৰা সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
|- | |- | ||
| 04.54 | | 04.54 | ||
− | | | + | | এতিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জৰ বাবে উপয়োগ কৰা চাম। |
|- | |- | ||
| 05.00 | | 05.00 | ||
− | | | + | |এতিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
− | + | ||
− | + | ||
|- | |- | ||
| 05.04 | | 05.04 | ||
− | |ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে । | + | |ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম এলিমেন্টো (অংশটো) সন্নিবিষ্ট নকৰে । |
|- | |- | ||
| 05.10 | | 05.10 | ||
− | | ইয়াত ''each''' লুপ | + | | ইয়াত ''each''' লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
|- | |- | ||
| 05.16 | | 05.16 | ||
| আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । | | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । | ||
− | |||
|- | |- | ||
| 05.20 | | 05.20 | ||
Line 346: | Line 327: | ||
|- | |- | ||
| 05.44 | | 05.44 | ||
− | |আমি কেনেকৈ নিৰ্ণয় কৰিম যে | + | |আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোনতো লুপিং কনষ্ট্ৰাক্ট বাচনিকৰিম ? |
|- | |- | ||
| 05.48 | | 05.48 | ||
− | |'''for'''লুপ কনষ্ট্ৰাক্ট বিষয়ে ৰোমন্থন কৰো আহক । | + | |'''for'''লুপ কনষ্ট্ৰাক্ট বিষয়ে ৰিকল মানে ৰোমন্থন কৰো আহক । |
|- | |- | ||
| 05.53 | | 05.53 | ||
− | |প্ৰথম উদাহৰণত '''for''' লুপ ব্যৱহাৰ কৰি | + | |প্ৰথম উদাহৰণত '''for''' লুপ ব্যৱহাৰ কৰি ১ৰ পৰা ২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো । |
|- | |- | ||
Line 362: | Line 343: | ||
|- | |- | ||
|06.08 | |06.08 | ||
− | | | + | | এতিয়া “gedit”টত থকা ক’দ চাওঁক । |
|- | |- | ||
| 06.11 | | 06.11 | ||
− | |আপোনি যেতিয়া '''for loop''' ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে । | + | |আপোনি যেতিয়া '''for loop''' ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে । |
|- | |- | ||
| 06.16 | | 06.16 | ||
− | |আৰু ''each''' বা '''for''' | + | |আৰু ''each''' বা '''for''' কল কৰিলে , আওতপুত একেটা উত্পন্ন হব । |
|- | |- | ||
Line 392: | Line 373: | ||
| ''for''' লুপৰ ব্যৱহাৰ | | ''for''' লুপৰ ব্যৱহাৰ | ||
− | |||
− | |||
|- | |- | ||
| 06.35 | | 06.35 | ||
Line 400: | Line 379: | ||
|- | |- | ||
| 06.38 | | 06.38 | ||
− | |'''for''' ঠাইত '''each''' ব্যৱহাৰ কৰা উপলক্ষ্য | + | |'''for''' ইয়াৰ ঠাইত '''each''' ব্যৱহাৰ কৰা উপলক্ষ্য |
|- | |- | ||
Line 415: | Line 394: | ||
|- | |- | ||
| 06.50 | | 06.50 | ||
− | |এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক | + | |এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১ৰ পৰা ২০ৰ’লৈ ইভেন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক |
|- | |- | ||
Line 427: | Line 406: | ||
|- | |- | ||
| 07.03 | | 07.03 | ||
− | |যদি আপোনাৰ | + | |যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
− | + | ||
|- | |- | ||
Line 434: | Line 412: | ||
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে | | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে | ||
− | |- | + | |- |
| 07.11 | | 07.11 | ||
|স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | |স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
Line 440: | Line 418: | ||
|- | |- | ||
|07.14 | |07.14 | ||
− | |এটা | + | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
|- | |- | ||
Line 452: | Line 430: | ||
|- | |- | ||
| 07.26 | | 07.26 | ||
− | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা | + | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
|- | |- |
Revision as of 17:17, 11 September 2014
Time' | Narration |
00.01 | “Ruby”ৰ for আৰু each Loopsৰ এই টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.05 | এই টিওটৰিয়েলত আমি শিকিম |
00.07 | “loop” সংজ্ঞাৰ অৰ্থ |
00.08 | “Ruby”ত থকা ভিন্ন ধৰনৰ লুপ |
00.11 | “for”লুপৰ ব্যৱহাৰ আৰু |
00.12 | “each” লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
00.14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.16 | ‘‘উবুন্টু লিনাক্স 12.04 |
00.19 | “Ruby” 1.9.3 |
00.22 | এই টিওটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ “ইণ্টাৰনেট” সংযোগ থাকিব লাগিব । |
00.25 | “Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00.30 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিব ৷ |
00.34 | “Ruby”ত “লুপ”ৰ অৰ্থ কি চাওঁ আহক । |
00.38 | “লুপ” হল এটা কমাণ্ড বা কমাণ্ডৰ সংহতি যি এটা নিৰ্দিষ্ট বাৰলৈ হে সম্পাদন হব । |
00.44 | “Ruby”ত প্ৰধানকৈ এইকেইটা লুপিং ষ্টেটমেণ্ট থাকে । |
00.47 | for |
00.48 | each |
00.49 | while |
00.49 | until |
00.50 | এই টিওটৰিয়েলত আমি শিকিম forআৰু “ each লুপিং কনষ্ট্ৰাক্টৰ ব্যৱহাৰ । |
00.55 | আমি আৰম্ভ কৰা আগতে আপোনাৰ হ’ম ডেৰেক্টৰিত এইকেইটা ফ`ল্ডাৰ তৈয়াৰ কৰি লওঁক । |
01.02 | ttt, ruby হাইফেন tutorial, looping হাইফেন statements. |
01.07 | আনুগ্ৰহ কৰি উল্লেখ কৰা দৰে চাব ফ`ল্ডাৰ তৈয়াৰ কৰি লব । |
01.11 | এতিয়া আমি প্ৰয়োজনীয় ফ`ল্ডাৰ কেইটা তৈয়াৰ কৰি ললো । |
01.13 | আহক আমি আগ বাঢ়ো । |
01.15 | “Ruby”ত “ফৰ লুপ” ৰ চিন্টেক্স এই দৰে হয় - |
01.19 | for “variable” in “a collection of objects” |
01.22 | ruby code |
01.23 | end |
01.25 | উদাহৰণ এটা চাওঁ আহক । |
01.28 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01.32 | নাম ৰাখক “for hyphen loop dot rb” |
01.36 | মোৰ লগত “for” লুপৰ উদাহৰণ এটা আছে । |
01.39 | আপোনি এই টিওটৰিয়েল ৰখাই ক’ড টাইপ কৰি যাব পাৰে । |
01.44 | মই এই উদাহৰণত “for” লুপ এটা ঘোষণা কৰিছো । |
01.47 | আমাৰ লগত ১ৰ পৰা -২০ৰ লৈকে সংখ্যাৰ সংহতি এটা আছে । |
01.50 | “i” নামৰ ল’কেল ভেৰিয়েবল এটা “for” লুপৰ ভিতৰত ঘোষণা কৰিলো । |
01.55 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো ১ৰ পৰা -২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
02.00 | “for” লুপৰ ঘোষণাই ক’ডটো ১ৰ পৰা -২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগ উপৰত দোহাৰাই থকাত সহাই কৰে । |
02.07 | “for” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
02.14 | এতিয়া “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক |
02.17 | “ruby space for hyphen loop dot rb” আৰু আওতপুত চাওঁক |
02.22 | আওতপুটত ১ৰ পৰা -২০ৰ সংখ্যা লৈকে array দেখা পাব । |
02.26 | এই উদাহৰণত আমি এটা “for” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
02.31 | যিটোয়ে ১ৰ পৰা -২০ৰ সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
02.35 | এটিয়া আমি “ফৰ লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰা হিকিম । |
02.41 | এটিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
02.44 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম অংশটো সন্নিবিষ্ট নকৰে । |
02.49 | ইয়াত “ফৰ” লুপ ১ৰ পৰা -২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
02.55 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
02.59 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
03.04 | “টাৰমিনেল” লৈ যাওক আৰু টাইপ কৰক “ruby স্পেচ for hyphen loop dot rb |
03.13 | আৰু আওতপুত চাওঁক । |
03.17 | আওতপুটত এটিয়াও সংখ্যাৰ “এৰে” এটা দেখা পাব কিন্তু ২০ সংখ্যাটো সন্নিবিষ্ট নকৰে । |
03.22 | এতিয়া আপোনি আপোনাৰ নিজৰ “for” লুপ লিখিব পাৰিব লাগে । |
03.27 | “each”' লুপৰ চিন্টেক্স এই দৰে হয় - |
03.31 | “a collection of objects” dot each do item |
03.36 | ruby code end |
03.38 | উদাহৰণ এটা চাই বোজো আহক । |
03.42 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
03.46 | নাম ৰাখক “each hyphen loop dot rb” |
03.50 | মোৰ লগত each লুপৰ উদাহৰণ এটা আছে । |
03.53 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
03.58 | মই এই উদাহৰণত 'each লুপ এটা ঘোষণা কৰিছো । |
04.03 | আমাৰ লগত ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতি এটা আছে । |
04.06 | “i” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা 'each লুপৰ ভিতৰত ঘোষণা কৰিলো । |
04.11 | “i” নামৰ ল’কেল ভেৰিয়েবলটো ১ৰ পৰা ২০ৰ সংখ্যাৰ প্ৰথম অংগটো লৈকে ইনিচিয়েলাইজ হব । |
04.17 | “ইচ” লুপৰ ডিক্লেৰেছনে (ঘোষণাই) ক’ডটো ১ৰ পৰা ২০ৰ সংখ্যাৰ সংহতিৰ প্ৰত্যেকটো অংগৰ উপৰত দোহাৰাই থকাত সহাই কৰে । |
04.23 | “ইচ” লুপৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
04.30 | টাৰমিনেল” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
04.39 | আৰু আওতপুত চাওঁক । |
04.43 | আওতপুটত১ৰ পৰা ২০ৰ সংখ্যা লৈকে “এৰে” দেখা পাব । |
04.46 | এই উদাহৰণত আমি এটা “ইচ” লুপ সৰ্বাঙ্গীন বা ইন্ক্লিউচিভ ৰেঞ্জলৈ ঘোষণা কৰিম । |
04.51 | যিটোয়ে ১ৰ-২০ৰ পৰা সংখ্যা লৈকে সন্নিবিষ্ট কৰিব । |
04.54 | এতিয়া আমি “ইচ” লুপ এটা ন’ন ইন্ক্লিউচিভ ৰেঞ্জৰ বাবে উপয়োগ কৰা চাম। |
05.00 | এতিয়া ক’ডৰ পৰবৰ্তী ভাগ টাইপ কৰক । |
05.04 | ন’ন ইন্ক্লিউচিভ মানে হল যে ই তাত্পৰ্যৰ সংগ্ৰহৰ অন্তিম এলিমেন্টো (অংশটো) সন্নিবিষ্ট নকৰে । |
05.10 | ইয়াত each' লুপ ১ৰ পৰা ২০ৰ সংখ্যাৰ ন’ন ইন্ক্লিউচিভ ৰেঞ্জ লৈকে উপয়োগ হৈছে । |
05.16 | আপুনি দেখা পাব যে ২০ সংখ্যাটৌ আওতপুটত প্ৰীন্ট নহয় । |
05.20 | আমাৰ সংখ্যাৰ ভিতৰত ৩’টা বিন্দু থাকিলে অন্তিম অংকটো সন্নিবিষ্ট নহয় । |
05.25 | “terminal(টাৰমিনেল)” যাওক আৰু টাইপ কৰক “ruby space each hyphen loop dot rb” |
05.34 | আৰু আওতপুত চাওঁক । |
05.39 | এতিয়া আপোনি আপোনাৰ নিজৰ each লুপ লিখিব পাৰিব লাগে । |
05.44 | আমি কেনেকৈ নিৰ্ণয় কৰিম যে কোনতো লুপিং কনষ্ট্ৰাক্ট বাচনিকৰিম ? |
05.48 | forলুপ কনষ্ট্ৰাক্ট বিষয়ে ৰিকল মানে ৰোমন্থন কৰো আহক । |
05.53 | প্ৰথম উদাহৰণত for লুপ ব্যৱহাৰ কৰি ১ৰ পৰা ২০ সংখ্যাৰ সংহতিৰ উপৰত আমি দোহাৰাইছিলো । |
05.59 | টাৰমিনেলত “ruby space for hyphen loop dot rb” সম্পাদন কৰি আওতপুত চাওঁক । । |
06.08 | এতিয়া “gedit”টত থকা ক’দ চাওঁক । |
06.11 | আপোনি যেতিয়া for loop ইন্ভক কৰে তেতিয়া প্ৰকৃততে “Ruby”এ “ইচ” মেথডেটোহে ক’ল বা মাতি থাকে । |
06.16 | আৰু each' বা for কল কৰিলে , আওতপুত একেটা উত্পন্ন হব । |
06.21 | যিহেটো for ক’ল কৰিলে eachহে ক’ল হয়, সেইহে “ফৰ”ৰ সলনি eachলুপেই ব্যৱহাৰ কৰিব । |
06.28 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
06.30 | পৰ্য্যালোচনা কৰো আহক । |
06.32 | আমি এই টিওটৰিয়েলত শিকিলো |
06.33 | for' লুপৰ ব্যৱহাৰ |
06.35 | “each” কনষ্ট্ৰাক্টৰ ব্যৱহাৰ |
06.38 | for ইয়াৰ ঠাইত each ব্যৱহাৰ কৰা উপলক্ষ্য |
06.41 | উপৰ’ৰ লুপিং কনষ্ট্ৰাক্ট’ৰ ব্যৱহাৰ কৰি কৰা উদাহৰণ |
06.45 | কাৰ্য্য হিচাবে কৰক |
06.47 | উপযোগী লুপ কনষ্ট্ৰাক্ট ব্যৱহাৰ কৰি এটা ৰূৰ্বী প্ৰ’গ্ৰেম লিখক |
06.50 | এটা সংখ্যাৰ সংহতিৰ পৰা, ধৰক ১ৰ পৰা ২০ৰ’লৈ ইভেন(even) সংখ্যাৰ আওতপুত এটা ডিচপ্লে কৰক |
06.56 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
07.00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07.03 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
07.08 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
07.11 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
07.14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07.18 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
07.23 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
07.26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
07.33 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
07.41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |