Difference between revisions of "LibreOffice-Suite-Base/C4/Database-Maintenance/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
+
{| border=1
{| style="border-spacing:0;"
+
|'''Time'''
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
+
|'''Narration'''
| style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration'''
+
 
+
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00
+
| 00:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:04
+
| 00:04
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়।
+
| এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:19
+
| 00:19
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ মেইনটেনান্স
+
| ডাটাবেছ মেইনটেনান্স
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:21
+
| 00:21
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব।
+
| ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:31
+
| 00:31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম।
+
| ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:41
+
| 00:41
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক।
+
| বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:48
+
| 00:48
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল।
+
| এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:55
+
| 00:55
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো।
+
| আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:03
+
| 01:03
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল।
+
| পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:11
+
| 01:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো।
+
| গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:16
+
| 01:16
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
+
| ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:21
+
| 01:21
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো।
+
| আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:28
+
| 01:28
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো।
+
| এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:39
+
| 01:39
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব।
+
| টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:47
+
| 01:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ।
+
| অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:54
+
| 01:54
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ।
+
| উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:08
+
| 02:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি।
+
| ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:19
+
| 02:19
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
+
| নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:28
+
| 02:28
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব।
+
| একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:39
+
| 02:39
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব।
+
| আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:45
+
| 02:45
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক।
+
| উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:53
+
| 02:53
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে।
+
| ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:58
+
| 02:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব।
+
| এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:09
+
| 03:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
+
| ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:15
+
| 03:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ALTER TABLE Members ADD Address TEXT, ADD City TEXT
+
| ALTER TABLE Members ADD Address TEXT, ADD City TEXT
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:22
+
| 03:22
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে।
+
| অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:30
+
| 03:30
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব।
+
| এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:36
+
| 03:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক।
+
| টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:47
+
| 03:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক।
+
| স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:52
+
| 03:52
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক।
+
| ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:59
+
| 03:59
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়।
+
| কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:08
+
| 04:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে।
+
| ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:17
+
| 04:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে।
+
| আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:26
+
| 04:26
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে।
+
| কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:36
+
| 04:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ।
+
| কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:45
+
| 04:45
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে।
+
| এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:53
+
| 04:53
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ।
+
| একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:00
+
| 05:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে।
+
| কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:04
+
| 05:04
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়।
+
| আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:11
+
| 05:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে।
+
| সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:24
+
| 05:24
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে।
+
| ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:35
+
| 05:35
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে।
+
| বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:42
+
| 05:42
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম।
+
| ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:49
+
| 05:49
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
+
| লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:01
+
| 06:01
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
+
| আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:07
+
| 06:07
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| CHECKPOINT DEFRAG
+
| CHECKPOINT DEFRAG
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:10
+
| 06:10
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়।
+
| এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:19
+
| 06:19
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে।
+
| ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:27
+
| 06:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ।
+
| আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:33
+
| 06:33
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SHUTDOWN COMPACT.
+
| SHUTDOWN COMPACT.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:36
+
| 06:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে।
+
| এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:43
+
| 06:43
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক।
+
| ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:54
+
| 06:54
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক। বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে।
+
| শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:02
+
| 07:02
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
+
| আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07;06
+
| 07;06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন।
+
| কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:14
+
| 07:14
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে।
+
| লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:20
+
| 07:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা।
+
| কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:26
+
| 07:26
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেকআপ লোৱাটো খুবেই সৰল।
+
| বেকআপ লোৱাটো খুবেই সৰল
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:30
+
| 07:30
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
+
| আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:34
+
| 07:34
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে।
+
| আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:47
+
| 07:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
+
| গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:57
+
| 07:57
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক।
+
| আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:08
+
| 08:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
+
| এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:17
+
| 08:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে।
+
| ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:24
+
| 08:24
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
+
| আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:28
+
| 08:28
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে।
+
| এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:37
+
| 08:37
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ।
+
| ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:42
+
| 08:42
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ।
+
| আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:49
+
| 08:49
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
+
| ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:58
+
| 08:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতে এটা এচাইনমেণ্ট:
+
| এইখিনিতে এটা এচাইনমেণ্ট:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:00
+
| 09:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক।
+
| এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:08
+
| 09:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক।
+
| দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:13
+
| 09:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক।
+
| মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09;23
+
| 09;23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক।
+
| তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:27
+
| 09:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক।
+
| শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:38
+
| 09:38
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে।
+
| এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:45
+
| 09:45
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
+
| সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:48
+
| 09:48
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ মেইনটেইন কৰা হয়
+
| ডাটাবেছ মেইনটেইন কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:50
+
| 09:50
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
+
| ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:54
+
| 09:54
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
+
| ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:56
+
| 09:56
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু বেকআপ লোৱা হয়।
+
| আৰু বেকআপ লোৱা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:58
+
| 09:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:03
+
| 10:03
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
+
| ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:10
+
| 10:10
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
+
| এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:15
+
| 10:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
+
| এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:20
+
| 10:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ।
+
| এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ
  
 
|}
 
|}

Revision as of 16:03, 27 March 2017

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়
00:19 ডাটাবেছ মেইনটেনান্স
00:21 ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব
00:31 ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম
00:41 বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক
00:48 এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল
00:55 আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো
01:03 পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল
01:11 গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো
01:16 ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
01:21 আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো
01:28 এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো
01:39 টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব
01:47 অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ
01:54 উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ
02:08 ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি
02:19 নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
02:28 একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব
02:39 আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব
02:45 উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক
02:53 ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে
02:58 এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব
03:09 ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
03:15 ALTER TABLE Members ADD Address TEXT, ADD City TEXT
03:22 অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে
03:30 এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব
03:36 টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক
03:47 স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক
03:52 ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক
03:59 কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়
04:08 ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে
04:17 আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে
04:26 কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে
04:36 কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ
04:45 এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে
04:53 একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ
05:00 কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে
05:04 আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়
05:11 সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে
05:24 ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে
05:35 বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে
05:42 ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম
05:49 লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
06:01 আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
06:07 CHECKPOINT DEFRAG
06:10 এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়
06:19 ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে
06:27 আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ
06:33 SHUTDOWN COMPACT.
06:36 এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে
06:43 ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক
06:54 শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে
07:02 আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
07;06 কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন
07:14 লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে
07:20 কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা
07:26 বেকআপ লোৱাটো খুবেই সৰল
07:30 আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
07:34 আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে
07:47 গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
07:57 আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক
08:08 এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
08:17 ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে
08:24 আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
08:28 এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে
08:37 ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ
08:42 আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ
08:49 ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
08:58 এইখিনিতে এটা এচাইনমেণ্ট:
09:00 এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক
09:08 দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক
09:13 মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক
09;23 তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক
09:27 শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক
09:38 এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
09:45 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
09:48 ডাটাবেছ মেইনটেইন কৰা হয়
09:50 ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
09:54 ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
09:56 আৰু বেকআপ লোৱা হয়
09:58 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10:03 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
10:10 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
10:15 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
10:20 এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya