Difference between revisions of "LibreOffice-Suite-Impress/C3/Slide-Master-Slide-Design/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 9: Line 9:
 
|-
 
|-
 
||00.00
 
||00.00
||লিবাৰঅফিছ ইমপ্ৰেছত মাষ্টাৰ শ্লাইড ডিজাইন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
+
||নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত মাষ্টাৰ শ্লাইড ডিজাইন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
  
|-  
+
|-
 
||00.08
 
||00.08
 
||এই টিউটৰিয়েলত আমি শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা সম্পৰ্কে শিকিম।
 
||এই টিউটৰিয়েলত আমি শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা সম্পৰ্কে শিকিম।
Line 33: Line 33:
 
|-
 
|-
 
||00.42
 
||00.42
|| Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো অপেন কৰক।
+
|| Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক।
  
 
|-
 
|-
Line 72: Line 72:
  
 
|-
 
|-
||01.37  
+
||01.37
 
|| '''Tasks''' (টাস্ক) পেনৰ পৰা '''Master Pages''' (মাষ্টাৰ পেজত) ক্লিক কৰক।
 
|| '''Tasks''' (টাস্ক) পেনৰ পৰা '''Master Pages''' (মাষ্টাৰ পেজত) ক্লিক কৰক।
  
Line 132: Line 132:
  
 
|-
 
|-
||02.52  
+
||02.52
 
|| প্ৰথমতে টেক্সটখিনি চিলেক্ট কৰক।
 
|| প্ৰথমতে টেক্সটখিনি চিলেক্ট কৰক।
  
Line 164: Line 164:
  
 
|-
 
|-
||03.21  
+
||03.21
 
|| শ্লাইডখনত ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক আৰু '''Slide''' (শ্লাইড)ত ক্লিক কৰক আৰু তাৰ পিছত '''Page''' '''Setup'''(পেজ চেটআপ) ত ক্লিক কৰক।
 
|| শ্লাইডখনত ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক আৰু '''Slide''' (শ্লাইড)ত ক্লিক কৰক আৰু তাৰ পিছত '''Page''' '''Setup'''(পেজ চেটআপ) ত ক্লিক কৰক।
  
Line 189: Line 189:
 
|-
 
|-
 
||04.01
 
||04.01
|| আপোনাৰ স্ক্ৰীনৰ তলত থকা ''Basic Shapes''' (বেছিক শ্বেপচ্) টুলবাৰডাললৈ মন কৰক।
+
|| আপোনাৰ স্ক্ৰীনৰ তলত থকা ''Basic Shapes''' (বেছিক শ্বেপচ্) টুলবাৰললৈ মন কৰক।
  
 
|-
 
|-
Line 245: Line 245:
 
|-
 
|-
 
||05.17
 
||05.17
|| টাইটেল এৰিয়া সম্পূৰ্ণ ঢাকি পেলোৱাকৈ আয়তক্ষেত্ৰটোৰ আকাৰ ডাঙৰ কৰা যাওক।  
+
|| টাইটেল এৰিয়া সম্পূৰ্ণ ঢাকি পেলোৱাকৈ আয়তক্ষেত্ৰটোৰ আকাৰ ডাঙৰ কৰা যাওক।
  
 
|-
 
|-
Line 289: Line 289:
 
|-
 
|-
 
||06.07
 
||06.07
|| '''Arrange '''ত ক্লিক কৰক আৰু তাৰ পিছত '''Send to back''' ক্লিক কৰক।
+
|| '''Arrange '''ত ক্লিক কৰক আৰু তাৰ পিছত '''Send to back''' ইয়াত ক্লিক কৰক।
  
 
|-
 
|-
Line 300: Line 300:
  
 
|-
 
|-
||06.18  
+
||06.18
|| '''Tasks''' (টাস্ক) পেনত '''preview''' of the '''Master''' '''Page'''ত ক্লিক কৰক।
+
|| '''Tasks''' (টাস্ক) পেনত '''preview''' of the '''Master''' '''Page'''ত ক্লিক কৰক।  
  
 
|-
 
|-
Line 312: Line 312:
  
 
|-
 
|-
||06.32  
+
||06.32
 
|| মাষ্টাৰত কৰা ফৰমেটিঙৰ সাল-সলনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হ’ল।
 
|| মাষ্টাৰত কৰা ফৰমেটিঙৰ সাল-সলনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হ’ল।
  
Line 392: Line 392:
  
 
|-
 
|-
||08.48  
+
||08.48
 
|| একেদৰে আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে ভালকৈ মিলা লেআউট টাইপ বাছনি কৰিব পাৰে।
 
|| একেদৰে আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে ভালকৈ মিলা লেআউট টাইপ বাছনি কৰিব পাৰে।
  
Line 404: Line 404:
  
 
|-
 
|-
||09.05  
+
||09.05
 
||এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক।
 
||এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক।
  
Line 413: Line 413:
 
|-
 
|-
 
||09.11
 
||09.11
||লেআউট title, content over content-অলৈ সলনি কৰক।
+
||লেআউট title, content over content ইয়ালৈ সলনি কৰক।
  
 
|-
 
|-
Line 433: Line 433:
 
|-
 
|-
 
||09.32
 
||09.32
||এউ বক্সবিলাকত টেক্সট্‌ ভৰ্তি কৰক।
+
||এই বক্সবিলাকত টেক্সট্‌ ভৰ্তি কৰক।
  
 
|-
 
|-
 
||09.36
 
||09.36
||এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
+
||এই লিংকত থকা ভিডিঅটো চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
  
 
|-
 
|-
 
|| 09.42
 
|| 09.42
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
  
 
|-
 
|-
Line 461: Line 461:
 
|-
 
|-
 
||10.25
 
||10.25
|| এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে।  
+
|| এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে। আৰু এইয়া আছিল মৌচুমী মেধি অাই আই টি বম্বেৰ পৰা.
 
+
 
|-
 
|-
 
||10.30
 
||10.30
||যোগদান কৰাৰ বাবে ধন্যবাদ।
+
||যোগদানৰ বাবে ধন্যবাদ।
 
|-
 
|-
 
|}
 
|}

Revision as of 13:21, 26 August 2014

Resources for recording Printing a Presentation


Visual Cues Narration
00.00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত মাষ্টাৰ শ্লাইড ডিজাইন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
00.08 এই টিউটৰিয়েলত আমি শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা সম্পৰ্কে শিকিম।
00.15 ইয়াত আমি উবুণ্টু লিনাক্স 10.04 আৰু লিবাৰঅফিছ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছোঁ।
00.24 বেকগ্ৰাউণ্ড বুলি ক’লে শ্লাইডৰ বিষয়বস্তুৰ পিছফালে প্ৰয়োগ কৰা সকলোবোৰ ৰং আৰু এফেক্টক বুজায়।
00.32 লিবাৰঅফিচ ইমপ্ৰেছত বহুবোৰ বেকগ্ৰাউণ্ড অপশ্যন আছে, যিবোৰে ভাল প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাত আপোনাক সহায় কৰে।
00.38 আপুনি আনকি আপোনাৰ নিজা বেকগ্ৰাউণ্ডো তৈয়াৰ কৰি ল’ব পাৰে।
00.42 Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক।
00.48 আমাৰ প্ৰেজেণ্টেশ্যনটোৰ কাৰণে এটা কাষ্টম বেকগ্ৰাউণ্ড তৈয়াৰ কৰা যাওক।
00.52 আপুনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডৰ ক্ষেত্ৰতে এই বেকগ্ৰাউণ্ডটো প্ৰয়োগ কৰিম।
00.57 এই বেকগ্ৰাউণ্ডটো তৈয়াৰ কৰিবলৈ আমি Slide Master (শ্লাইড মাষ্টাৰ) অপশ্যন ব্যৱহাৰ কৰিম।
01.02 Master (মাষ্টাৰ) শ্লাইডত প্ৰয়োগ কৰা যিকোনো সাল-সলনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হয়।
01.08 Main (মেইন) মেনুৰ পৰা View (ভিউত)ক্লিক কৰক, মাষ্টাৰ ('Master )চিলেক্ট কৰক আৰু Slide Master (শ্লাইড মাষ্টাৰ)ত ক্লিক কৰক।
01.15 Master Slide (মাষ্টাৰ শ্লাইড) ওলাই আহে।
1.17 লক্ষ্য কৰক যে Master View' (মাষ্টাৰ ভিউ) টুলবাৰো দৃশ্যমান হৈ আছে। ইয়াক আপুনি Master Pages (মাষ্টাৰ পেজ) তৈয়াৰ কৰা, ডিলিট কৰা আৰু ৰিনেম কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
01.27 লক্ষ্য কৰক, দুখন শ্লাইড এতিয়া প্ৰদৰ্শিত হৈছে।
01.31 এয়া হৈছে এই প্ৰেজেণ্টেশ্যনটোত ব্যৱহাৰ কৰা দুটা Master Pages (মাষ্টাৰ পেজ)।
01.37 Tasks (টাস্ক) পেনৰ পৰা Master Pages (মাষ্টাৰ পেজত) ক্লিক কৰক।
01.41 “Used in This Presentation” ফিল্ডে এই প্ৰেজেণ্টেশ্যনত ব্যৱহাৰ হোৱা মাষ্টাৰ শ্লাইড প্ৰদৰ্শন কৰে।
01.48 Master slide (মাষ্টাৰ শ্লাইড) টেমপ্লেটৰ দৰে।
01.51 ইয়াত আপুনি ফৰমেটিং প্ৰিফাৰেঞ্চ চেট কৰিব পাৰে, যিবোৰ পিছত প্ৰেজেণ্টেশ্যনৰ সকলোবোৰ শ্লাইডত প্ৰয়োগ হৈ যায়।
01.58 প্ৰথমতে Slides' (শ্লাইডছ্‌) পেনৰ পৰা Slide ( শ্লাইড) 1 চিলেক্ট কৰক।
02.03 এই প্ৰেজেণ্টেশ্যনত এটা বগা বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা যাওক।
02.07 Main (মেইন) মেনুৰ পৰা Format (ফৰমেট)ত ক্লিক কৰক আৰু তাৰপিছত Page( পেজ) ত ক্লিক কৰক।
02.12 Page Setup ( পেজ চেটআপ) ডায়লগ বক্সটো ওলাই আহে।
02.15 Background ' ( বেকগ্ৰাউণ্ড) টেবত ক্লিক কৰক।
02.18 Fill (ফিল) ড্ৰপ ডাউন মেনুৰ পৰা Bitmap'(বিটমেপ) অপশ্যন চিলেক্ট কৰক।
02.24 অপশ্যনৰ তালিকাৰ পৰা Blank (ব্লেংক) চিলেক্ট কৰক আৰু OK ত ক্লিক কৰক।
02.29 শ্লাইডখনৰ এটা বগা বেকগ্ৰাউণ্ড পোৱা গ’ল।
02.32 লক্ষ্য কৰক যে তাত থকা টেক্সটৰ ৰং বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা হোৱা নাই।
02.38 সদায় বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা ৰং বাছনি কৰিব।
02.43 টেক্সটৰ ৰং ক’লা কৰা যাওক। ইয়ে বগা বেকগ্ৰাউণ্ডৰ বিপৰীতে টেক্সটখিনি স্পষ্টকৈ দেখা পোৱা কৰিব।
02.52 প্ৰথমতে টেক্সটখিনি চিলেক্ট কৰক।
02.55 'Main (মেইন) মেনুৰ পৰা Format (ফৰমেট)ত ক্লিক কৰক আৰু Character (কেৰেকটাৰ) চিলেক্ট কৰক।
02.59 Character (কেৰেক্টাৰ) ডায়লগ বক্স ওলাই আহে।
03.02 কেৰেক্টাৰ ডায়লগ বক্সৰ ফণ্ট এফেক্টছ্ টেবত ক্লিক কৰক।
03.08 Font Color (ফণ্ট কালাৰ) ড্ৰপ ডাউনৰ পৰা Black(ব্লেক) চিলেক্টকৰক।
03.12 OKত ক্লিক কৰক।
03.15 টেক্সটখিনিৰ ৰং এতিয়া ক’লা হৈ পৰিল।
03.18 এতিয়া শ্লাইডত এটা ৰং প্ৰয়োগ কৰা যাওক।
03.21 শ্লাইডখনত ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক আৰু Slide (শ্লাইড)ত ক্লিক কৰক আৰু তাৰ পিছত Page Setup(পেজ চেটআপ) ত ক্লিক কৰক।
03.27 Fill (ফিল) ড্ৰপ ডাউন মেনুৰ পৰা কালাৰ অপশ্যন চিলেক্ট কৰক।Blue 8 চিলেক্ট কৰি OKত ক্লিক কৰক।
03.36 লক্ষ্য কৰক যে আমি চিলেক্ট কৰা পাতল নীলা ৰং শ্লাইডখনত প্ৰয়োগ হৈছে।
03.42 এই টিউটৰিয়েলটো ইয়াতে ৰাখি এই এচাইনমেণ্টটো কৰক। এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক আৰু বেকগ্ৰাউণ্ড হিচাপে ৰঙা ৰং প্ৰয়োগ কৰক।
03.52 এতিয়া এই প্ৰেজেণ্টেশ্যনত অন্যান্য ডিজাইন এলিমেণ্টচ্ কেনেকৈ যোগ দিব পাৰি সেই বিষয়ে শিকা যাওক।
03.57 উদাহৰণ হিচাপে, আপোনাৰ প্ৰেজেণ্টেশ্যনত এটা ল’গ’ যোগ দিব পাৰে।
04.01 আপোনাৰ স্ক্ৰীনৰ তলত থকা Basic Shapes' (বেছিক শ্বেপচ্) টুলবাৰললৈ মন কৰক।
04.06 আপুনি ইয়াক বিভিন্ন ধৰণৰ প্ৰাথমিক আকাৰ (basic shapes), যেনে— বৃত্ত, চতুৰ্ভুজ, আয়তক্ষেত্ৰ, ত্ৰিভুজ আৰু উপবৃত্ত আঁকিবলৈ ব্যৱহাৰ কৰিব পাৰে।
04.16 শ্লাইডখনৰ টাইটেল এৰিয়াত এটা আয়তক্ষেত্ৰ অঁকা যাওক।
04.21 Basic Shapes' (বেছিক শ্বেপছ্ ) টুলবাৰৰ পৰা Rectangle(ৰেকটেংগল)ত ক্লিক কৰক।
04.25 এতিয়া কাৰ্চৰডাল শ্লাইডৰ ওপৰৰ বাওঁকোণৰ টাইটেল এৰিয়ালৈ লৈ যাওক।
04.31 আপুনি capital I' (কেপিটেল আই) আখৰৰ সৈতে এটা যোগ চিন দেখা পাব।
04.36 লেফট্ মাউচ বাটনত টিপি ধৰি থাকি এটা সৰু আয়তক্ষেত্ৰ আঁকক।
04.41 এতিয়া মাউচ বাটন এৰি দিয়ক।
04.44 আপুনি এটা আয়তক্ষেত্ৰ অংকন কৰিলে !
04.47 আয়তক্ষেত্ৰটোত আঠটা হেণ্ডেল লক্ষ কৰক।
04.50 হেণ্ডেল বা কণ্ট্ৰল পইণ্ট হৈছে চিলেক্ট কৰা বস্তুৰ কাষত দেখা দিয়া নীলা ৰঙৰ সৰু বৰ্গক্ষেত্ৰ।
04.58 আয়তক্ষেত্ৰটোৰ আকাৰ সৰু-ডাঙৰ কৰিবলৈ আমি এই কণ্ট্ৰল পইণ্টবিলাক ব্যৱহাৰ কৰিব পাৰোঁ।
05.03 যেতিয়া আপুনি এই কণ্ট্ৰল পইণ্টবিলাকৰ ওপৰত আপোনাৰ কাৰ্চৰ হ’ভাৰ কৰে, কাৰ্চৰডাল দুমুখীয়া কাঁড় চিনলৈ সলনি হৈ যায়।
05.10 ইয়ে বেছিক শ্বেপৰ আকাৰ সৰু-ডাঙৰ কৰিবলৈ কোন দিশত কণ্ট্ৰল পইণ্ট টনা-আঁজোৰা কৰিব পাৰি সেইটো সূচায়।
05.17 টাইটেল এৰিয়া সম্পূৰ্ণ ঢাকি পেলোৱাকৈ আয়তক্ষেত্ৰটোৰ আকাৰ ডাঙৰ কৰা যাওক।
05.25 আমি এই শ্বেপবিলাকো ফৰমেট কৰিব পাৰোঁ !
05.28 কনটেক্সট্ মেনু চাবলৈ আয়তক্ষেত্ৰটোত ৰাইট ক্লিক কৰক।
05.32 আয়তক্ষেত্ৰটো মডিফাই কৰিবলৈ ইয়াৰ পৰা বিভিন্ন অপশ্যন বাছনি কৰিব পাৰে।
05.37 Area ক্লিক কৰক। Area ডায়লগ বক্স ওলাই অহা দেখা যায়।
05.43 Fill (ফিল) ফিল্ডৰ ড্ৰপ ডাউন মেনুত Color (কালাৰ) বাছনি কৰক।
05.48 Magenta 4 (মেজেণ্টা 4) বাছনি কৰক আৰু OKত ক্লিক কৰক।
05.52 আয়তক্ষেত্ৰটোৰ ৰং সলনি হৈ গ’ল।
05.56 আয়তটোৱে এতিয়া টেক্সট্‌খিনি ঢাকি পেলালে।
05.59 টেক্সট্‌খিনি দেখা পোৱা কৰিবলৈ প্ৰথমে আয়তটো চিলেক্ট কৰক।
06.03 এতিয়া ৰাইট ক্লিক কৰি কনটেক্সট্ মেনু উলিয়াওক।
06.07 Arrange ত ক্লিক কৰক আৰু তাৰ পিছত Send to back ইয়াত ক্লিক কৰক।
06.11 টেক্সট্‌খিনি আকৌ দেখা পোৱা গ’ল !
06.15 ইয়াত আয়তটো টেক্সটৰ পিছফাললৈ গুচি গ’ল।
06.18 Tasks (টাস্ক) পেনত preview of the Master Pageত ক্লিক কৰক।
06.23 ৰাইট ক্লিক কৰক আৰু Apply to All Slides চিলেক্ট কৰক।
06.27 Close Master View বাটনত ক্লিক কৰি Master View বন্ধ কৰক।
06.32 মাষ্টাৰত কৰা ফৰমেটিঙৰ সাল-সলনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হ’ল।
06.39 লক্ষ্য কৰক যে আয়তক্ষেত্ৰটোও সকলোবোৰ পেজত প্ৰদৰ্শিত হৈছে।
06.45 এতিয়া শ্লাইডৰ লেআউট সাল-সলনি কৰিবলৈ শিকা যাওক।
06.49 লেআউট কি? লেআউট হৈছে কনটেণ্টৰ বাবে প্লেচ হ’ল্ডাৰৰ সৈতে আগতীয়াকৈ ফৰমেট কৰি থোৱা শ্লাইড টেমপ্লেট।
06.58 শ্লাইড লেআউট চাবৰ বাবে ৰাইট পেনেলৰ পৰা Layoutsত ক্লিক কৰক।
07.04 Impress' (ইমপ্ৰেছ) ত থকা লেআউটবিলাক প্ৰদৰ্শিত হৈছে।
07.07 লেআউট থাম্বনেইলবিলাক মন কৰক। প্ৰয়োগ কৰাৰ পিছত শ্লাইডখন কেনেকুৱা দেখা যাব, থাম্বনেইলে তাৰ এটা ধাৰণা দিয়ে।
7.16 টাইটেল আৰু দুই কলমৰ লেআউট, তিনি কলমৰ লেআউট আৰু এনেধৰণৰ বিভিন্ন লেআউট আছে।
7.24 ইয়াৰ উপৰি খালী লেআউটো আছে। আপোনাৰ শ্লাইডত ব্লেংক লেআউট এটা প্ৰয়োগ কৰিব পাৰে আৰু তাৰপিছত আপোনাৰ নিজা লেআউট তৈয়াৰ কৰিব পাৰে।
07.32 এখন শ্লাইডত লেআউট প্ৰয়োগ কৰা যাওক।
07.35 “Potential Alternatives” নামৰ শ্লাইডখন চিলেক্ট কৰক আৰু সকলোবোৰ টেক্সট্‌ ডিলিট কৰক।
07.43 এতিয়া সোঁফালৰ লেআউট পেনৰ পৰা “title 2 content over content” চিলেক্ট কৰক।
07.51 এই শ্লাইডখনত এতিয়া তিনিটা টেক্সট্‌ বক্স আৰু এটা টাইটেল এৰিয়া পোৱা গ’ল।
07.56 লক্ষ্য কৰক যে আমি মাষ্টাৰ পেজ ব্যৱহাৰ কৰি সুমুৱাই থোৱা আয়তক্ষেত্ৰটো এতিয়াও দেখা পোৱা হৈ আছে।
08.02 এই আয়তটো কেৱল মাষ্টাৰ শ্লাইড ব্যৱহাৰ কৰিহে এডিট কৰিব পাৰি।
08.07 মাষ্টাৰ শ্লাইডৰ চেটিঙে শ্লাইডত কৰা ফৰমেটিঙৰ সাল-সলনি বা লেআউটৰ প্ৰয়োগক নাইকিয়া কৰি নিজৰ চেটিং প্ৰয়োগ কৰে।
08.15 এই বক্সবিলাকত কনটেণ্ড ভৰ্তি কৰা যাওক।
08.19 প্ৰথম টেক্সট্ বক্সত টাইপ কৰক— Strategy 1 PRO: Low cost CON: slow action।
08.28 দ্বিতীয় টেক্সট্ বক্সত টাইপ কৰক— Strategy 2 CON: High cost PRO: Fast Action।
08.40 তৃতীয় টেক্সট্ বক্সত টাইপ কৰক— Due to lack of funds, Strategy 1 is better।
08.48 একেদৰে আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে ভালকৈ মিলা লেআউট টাইপ বাছনি কৰিব পাৰে।
08.54 ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে। এই টিউটৰিয়েত আমি, কেনেকৈ শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা হয় আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা হয়, সেই বিষয়ে শিকিলো।
09.03 আপোনাৰ বাবে এটা এচাইনমেণ্ট:
09.05 এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক।
09.08 এটা নতুন বেকগ্ৰাউণ্ড তৈয়াৰ কৰক।
09.11 লেআউট title, content over content ইয়ালৈ সলনি কৰক।
09.15 মাষ্টাৰ শ্লাইডত লেআউট প্ৰয়োগ কৰিলে কি ঘটে সেইটো পৰীক্ষা কৰক।
09.20 এখন নতুন শ্লাইড ভৰাওক আৰু এটা ব্লেংক লেআউট প্ৰয়োগ কৰক।
09.25 টেক্সট্ বক্স ব্যৱহাৰ কৰক আৰু ইয়াত কলম যোগ দিয়ক।
09.29 টেক্সট্ বক্সবিলাক ফৰমেট কৰক।
09.32 এই বক্সবিলাকত টেক্সট্‌ ভৰ্তি কৰক।
09.36 এই লিংকত থকা ভিডিঅটো চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
09.42 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
09.47 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
09.56 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
10.02 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
10.14 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব।
10.25 এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে। আৰু এইয়া আছিল মৌচুমী মেধি অাই আই টি বম্বেৰ পৰা.
10.30 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi