Difference between revisions of "Linux/C2/Working-with-Regular-Files/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|-
 
|-
 
||00:00
 
||00:00
||Linuxত Working with Regular Files ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম  |
+
||Linuxত Working with Regular Files ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম  |
  
|-
 
|-
Line 13: Line 13:
 
|-
 
|-
 
||00:13
 
||00:13
||পূর্ববর্তী টিউটোৰিয়েলত ইতিমধ্যে আমি দেখিছো যে কিভাবে ডিৰেক্টৰি সৈতে কাম কৰা হয় | আপোনি এই ওয়েবসাইটত সেই টিউটোৰিয়েল-টো   পাব |
+
||পূর্ববর্তী টিউটোৰিয়েলত ইতিমধ্যে আমি দেখিছো যে কিভাবে ডিৰেক্টৰি সৈতে কাম কৰা হয় | আপোনি এই ওয়েবসাইটত সেই টিউটোৰিয়েল-টো   পাব |
  
|-
 
|-
 
||00:25
 
||00:25
||এই  টিউটোৰিয়েলত আমি চাম কিভাবে নিয়মিত ফাইল চল‍াব পাৰে  |
+
||এই  টিউটোৰিয়েলত আমি চাম কিভাবে নিয়মিত ফাইল চল‍াব পাৰে  |
  
|-
 
|-
 
||00:31
 
||00:31
||আমি ইতিমধ্যেই অন্য এটা  টিউটোৰিয়েলত দেখিছো , যে  কিভাবে  cat কমান্ড ব্যবহাৰ কৰা এটা ফাইল তৈয়াৰ হয়  | বিস্তাৰিতত জানিবৰ বাবে এই ওয়েবসাইট-টি  চাওক |
+
||আমি ইতিমধ্যেই অন্য এটা  টিউটোৰিয়েলত দেখিছো , যে  কিভাবে  cat কমান্ড ব্যবহাৰ কৰা এটা ফাইল তৈয়াৰ হয়  | বিস্তাৰিতত জানিবৰ বাবে এই ওয়েবসাইট-টি  চাওক |
 
|-
 
|-
 
||00:46
 
||00:46
||এতিয়া চাও,  কিভাবে এটা জাগা পৰা অন্য এটা জাগালৈ ফাইল কপি বা প্রতিলিপি কৰা যায় | ইয়াৰ বাবে আমাৰ উচৰত cp কমান্ড আছে |
+
||এতিয়া চাও, কিভাবে এটা জাগা পৰা অন্য এটা জাগালৈ ফাইল কপি বা প্রতিলিপি কৰা যায় | ইয়াৰ বাবে আমাৰ উচৰত cp কমান্ড আছে |
 
|-
 
|-
 
||00:55
 
||00:55
||দেখা যাওক  কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে |
+
||দেখা যাওক  কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে |
 
|-
 
|-
 
||01:00
 
||01:00
||এটি একক ফাইল  প্রতিলিপি  কৰাৰ বাবে লিখক cp space এক বা একাধিক বিকল্প  space  মূল  ফাইল ৰ নাম space  প্রতিলিপিৰ  ফাইল ৰ  নাম |
+
||এটি একক ফাইল  প্রতিলিপি  কৰাৰ বাবে লিখক cp space এক বা একাধিক বিকল্প  space  মূল  ফাইল ৰ নাম space  প্রতিলিপিৰ  ফাইলৰ  নাম |
 
|-
 
|-
 
||01:15
 
||01:15
||একেসময়তে  একাধিক ফাইলবোৰ প্রতিলিপি  কৰাৰ বাবে লিখক cp space    এটা বা একাধিক  বিকল্প চৰ্চ ফাইলৰনাম  আমি যি প্রতিলিপি কৰিব বিচাৰো আৰু destination ডিৰেক্টৰিৰ  নাম যত এই ফাইলবোৰ কপি বা প্রতিলিপি  কৰিব বিচাৰো  |

||01:34
 
||01:34
||এতিয়া এটা উদাহৰন চোৱা যাওক আমি  এটা টার্মিনাল খুলো  |
+
||এতিয়া এটা উদাহৰন চোৱা যাওক আমি  এটা টার্মিনাল খুলো  |
 
|-
 
|-
 
||01:42
 
||01:42
||ইতিমধ্যে  /home/anirban/arc/ -ত তেস্ত১ নামৰ  এটা ফাইল আছে |
+
||ইতিমধ্যে  /home/anirban/arc/ -ত তেস্ত১ নামৰ  এটা ফাইল আছে |
 
|-
 
|-
 
||01:49
 
||01:49
||Test1 ত কি আছে তাক চাবলৈ  লিখক  cat  test1  আৰু এন্টাৰ  টিপক |
+
||Test1 ত কি আছে তাক চাবলৈ  লিখক  cat  test1  আৰু এন্টাৰ  টিপক |
 
|-
 
|-
 
||02:00
 
||02:00
||আমাি বর্তমানে  test1 ফাইল-ৰ  বিষয়বস্তু দেখিব পাৰিছো | এতিয়া যদি আমি অন্য  ফাইল  test2 -ত  প্রতিলিপি  কৰিব বিচাৰো তেনেহলে  আমি লিখম |  Cp test1 test2  | এন্টাৰ  টিপক |
+
||আমাি বর্তমানে  test1 ফাইল-ৰ  বিষয়বস্তু দেখিব পাৰিছো | এতিয়া যদি আমি অন্য  ফাইল  test2 -ত  প্রতিলিপি  কৰিব বিচাৰো তেনেহলে  আমি লিখম |  Cp test1 test2  | এন্টাৰ  টিপক |
 
|-
 
|-
 
||02:22
 
||02:22
||এতিয়া এই ফাইল প্রতিপিলি কৰা হৈছে  |
+
||এতিয়া এই ফাইল প্রতিপিলি কৰা হৈছে  |
 
|-
 
|-
 
||02:25
 
||02:25
||যদি test2 না থাকিলেহেতেন এইটো প্রথমবাৰৰ বাবে  তৈয়াৰ কৰা হব  আৰু তাৰপিছত  test1ৰ বিষয়বস্তু প্রতিলিপি  কৰা হব|
+
||যদি test2 না থাকিলেহেতেন এইটো প্রথমবাৰৰ বাবে  তৈয়াৰ কৰা হব  আৰু তাৰপিছত  test1ৰ বিষয়বস্তু প্রতিলিপি  কৰা হব|
 
|-
 
|-
 
||02:35
 
||02:35
||যদি এই ফাইলটো আগৰ পৰাই আছিলে তেনেহলে নিঃশব্দে মুছি নতুনভাবে লিখিলেহেতেন |এই  কপি কৰা ফাইল খন চাবলৈ ,  লিখক
+
||যদি এই ফাইলটো আগৰ পৰাই আছিলে তেনেহলে নিঃশব্দে মুছি নতুনভাবে লিখিলেহেতেন |এই  কপি কৰা ফাইল খন চাবলৈ , লিখক
  cat test2  আৰু  এন্টাৰ  টিপক |
+
  cat test2  আৰু  এন্টাৰ  টিপক |
 
|-
 
|-
 
||02:52
 
||02:52
||আপোনি এই ফাইলবোৰ এটা ডিৰেকটৰি পৰা অন্য  ডিৰেকটৰিতলৈ কপি কৰিব পাৰে  |. উদাহৰণস্বৰুপে লিখক $ Cp /home/anirban/arc/demo1/home/anirban/demo2 আৰু এন্টাৰ  টিপক |
+
||আপোনি এই ফাইলবোৰ এটা ডিৰেকটৰি পৰা অন্য  ডিৰেকটৰিতলৈ কপি কৰিব পাৰে  |. উদাহৰণস্বৰুপে লিখক $ Cp /home/anirban/arc/demo1/home/anirban/demo2 আৰু এন্টাৰ  টিপক |
 
|-
 
|-
 
||03:31
 
||03:31
||এইটৱে কি কৰিব যে  চৰ্চ directory /home/anirban/arc/ পৰা ফাইল demo1 -ক কপি কৰি গন্তব্য ডিৰেকটৰি অর্থাৎ /home/anirban  কপি  কৰে  | এটি ফাইলটোকে  demo2 ত  কপি কৰে |
+
||এইটৱে কি কৰিব যে  চৰ্চ directory /home/anirban/arc/ পৰা ফাইল demo1 -ক কপি কৰি গন্তব্য ডিৰেকটৰি অর্থাৎ /home/anirban  কপি  কৰে  | এটি ফাইলটোকে  demo2 ত  কপি কৰে |
 
|-
 
|-
 
||03:51
 
||03:51
||demo2 তাত আছে নে নাই চাবলৈ  লিখক ls space/home/anirban  আৰু  এন্টাৰ  টিপক |
+
||demo2 তাত আছে নে নাই চাবলৈ  লিখক ls space/home/anirban  আৰু  এন্টাৰ  টিপক |
 
|-
 
|-
 
||04:13
 
||04:13
||আমি উপৰলৈ স্ক্রল কৰো আৰু আপোনি ইয়াত, demo2 দেখব পাৰে  |
+
||আমি উপৰলৈ স্ক্রল কৰো আৰু আপোনি ইয়াত, demo2 দেখব পাৰে  |
  
|-
 
|-
 
||04:19
 
||04:19
||পিছত আলোচনা আগে  স্ক্রীন পৰিস্কাৰ কৰে নেওয়া যাক |
+
||পিছত আলোচনা আগে  স্ক্রীন পৰিস্কাৰ কৰে নেওয়া যাক |
 
|-
 
|-
 
||04:25
 
||04:25
||আপনি যদি গন্তব্য ডিৰেক্টৰিৰ মধ্যে ফাইলটিৰ  একই নাম ৰাখতে  চান, তাহলে   আপনি ফাইল ৰ  নাম না উল্লেখ কৰিব পাৰে | উদাহৰণস্বৰুপ লিখক  
+
||আপনি যদি গন্তব্য ডিৰেক্টৰিৰ মধ্যে ফাইলটিৰ  একই নাম ৰাখতে  চান, তাহলে  আপনি ফাইল ৰ  নাম না উল্লেখ কৰিব পাৰে | উদাহৰণস্বৰুপ লিখক  
 
|-
 
|-
 
||04:35
 
||04:35
|| cp /home/anirban/arc/demo1/home/anirban/ | এন্টাৰ  টিপক |
+
|| cp /home/anirban/arc/demo1/home/anirban/ | এন্টাৰ  টিপক |
 
|-
 
|-
 
||05:03
 
||05:03
Line 83: Line 83:
 
|-
 
|-
 
||05:20
 
||05:20
||আগৰ নিচিনা demo1 আছে না নাই চাবলৈ লিখক ls/home/anirban আৰু এন্টাৰ টিপক  |
+
||আগৰ নিচিনা demo1 আছে না নাই চাবলৈ লিখক ls/home/anirban আৰু এন্টাৰ টিপক  |
 
|-
 
|-
 
||05:33
 
||05:33
Line 95: Line 95:
 
|-
 
|-
 
||05:56
 
||05:56
||আমি ধৰি লৈছো যে আমাৰ home ডিৰেক্টৰিত test1 test2 test3 নামৰ তিনটি ফাইল আছে |
+
||আমি ধৰি লৈছো যে আমাৰ home ডিৰেক্টৰিত test1 test2 test3 নামৰ তিনটি ফাইল আছে |
 
|-
 
|-
 
||06:04
 
||06:04
||এতিয়া লিখক cp test1 test2 test3 /home/anirban/testdir আৰু Enter টিপক |
+
||এতিয়া লিখক cp test1 test2 test3 /home/anirban/testdir আৰু Enter টিপক |
 
|-
 
|-
 
||06:27
 
||06:27
Line 110: Line 110:
 
|-
 
|-
 
||07:10
 
||07:10
||cp কমান্ডৰ অনেক বিকল্প আছে, আমি ইয়াত তাৰ কিছো গুৰুত্বপূর্ণ-বোৰ হে চাম |
+
||cp কমান্ডৰ অনেক বিকল্প আছে, আমি ইয়াত তাৰ কিছো গুৰুত্বপূর্ণ-বোৰ হে চাম |
 
|-
 
|-
 
||07:18
 
||07:18
Line 122: Line 122:
 
|-
 
|-
 
||07:38
 
||07:38
||আহক, testdir ডিৰেক্টৰিৰ সকলো বিষয়বস্তু  test নামৰ ডিৰেক্টৰিলৈ প্রতিলিপি কৰা যাওক |
+
||আহক, testdir ডিৰেক্টৰিৰ সকলো বিষয়বস্তু test নামৰ ডিৰেক্টৰিলৈ প্রতিলিপি কৰা যাওক |
 
|-
 
|-
 
||07:48
 
||07:48
Line 128: Line 128:
 
|-
 
|-
 
||08:02
 
||08:02
|| আপোনি আউটপুট বার্তা পৰা বুজিব  পাৰে  -
+
|| আপোনি আউটপুট বার্তা পৰা বুজিব  পাৰে  -
 
|-
 
|-
 
||08:06
 
||08:06
Line 137: Line 137:
 
|-
 
|-
 
||08:19
 
||08:19
||ইয়াত লিখক  cp -R testdir / test আৰু Enter টিপক  |
+
||ইয়াত লিখক  cp -R testdir / test আৰু Enter টিপক  |
 
|-
 
|-
 
||08:36
 
||08:36
||এই ফাইলবোৰ কপি কৰা হৈগৈছে.   test ডিৰেকটৰি আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক  - ls আৰু এন্টাৰ টিপক |
+
||এই ফাইলবোৰ কপি কৰা হৈগৈছে.   test ডিৰেকটৰি আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক  - ls আৰু এন্টাৰ টিপক |
 
|-
 
|-
 
||08:47
 
||08:47
Line 155: Line 155:
 
|-
 
|-
 
||09:16
 
||09:16
||আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে  তেনেহলে উপস্থিত ফাইলটো overwritten হব |
+
||আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে  তেনেহলে উপস্থিত ফাইলটো overwritten হব |
 
|-
 
|-
 
||09:25
 
||09:25
||এখন কি হবে যদি অসাবধানতাবশত আমি একটি গুৰুত্বপূর্ণ ফাইল কে overwritten  ?
+
||এতিয়া কি হব যদি আমি গুৰুত্বপূর্ণ ফাইলক অসাবধানেৰে overwritten কৰো ?
 
|-
 
|-
 
||09:30
 
||09:30
|| এই মতন  কিছু সমস্যা বাবে, আমি -b বিকল্প আছে |
+
|| এনেধৰনৰ কিছু সমস্যাৰ পৰা বাছিবলৈ, আমাৰ উচৰত  -b বিকল্প আছে |
 
|-
 
|-
 
||09:36
 
||09:36
||এই প্রতিটি  গন্তব্য ফাইলৰ একটি ব্যাকআপ কৰি তোলে |
+
||ইয়ে প্রতিটো গন্তব্য ফাইলক ব্যাকআপ কৰি ৰাখে|
 
|-
 
|-
 
||09:41
 
||09:41
||আমি -i (interactive) অপশন ব্যবহাৰ কৰিব পাৰো ,এইটি  সবসময়  কোনো গন্তব্য ফাইল কে  overwriting কৰাৰ  আগে আমাক সতর্ক কৰে |
+
||আমি -i (interactive) অপশনো ব্যবহাৰ কৰিব পাৰো , ইয়ে সকলো সময়তে কোনো এটা গন্তব্য ফাইলক overwriting কৰাৰ আগত আমাক সতর্ক কৰে |
 
|-
 
|-
 
||09:54
 
||09:54
||এখন আসুন দেখি  mv কমান্ড কিভাবে কাজ কৰে |
+
||এতিয়া আহক অামি চাও mv কমান্ডে কিভাবে কাম কৰে |
 
|-
 
|-
 
||09:59
 
||09:59
||এইটি কোনো ফাইল সকলোৰ বাবে ব্যবহৃত হয় | দেখা যাক এটি   কিভাবে দৰকাৰী |
+
||এইটো কোনো এটা ফাইলক চলাবলৈ ব্যবহৃত হয় | দেখা যাওক এইটো কিভাবে দৰকাৰী |
 
|-
 
|-
 
||10:04
 
||10:04
||ইয়াৰ দুটি প্রধান ব্যবহাৰ আছে |
+
||ইয়াৰ দুটা প্রধান ব্যবহাৰ আছে |
 
|-
 
|-
 
||10:07
 
||10:07
||এটা কোনো ফাইল অথবা ডিৰেক্টৰিৰ নাম পৰিবর্তন কৰিবলৈ  ব্যবহৃত হয় |
+
||এইটো কোনো এটা ফাইল অথবা ডিৰেক্টৰিৰ নাম পৰিবর্তন কৰিবলৈ ব্যবহৃত হয় |
 
|-
 
|-
 
||10:11
 
||10:11
||এছাড়াও এটি অনেকগুলি ফাইল একসাথে একটি ভিন্ন ডিৰেক্টৰিৰ  নিয়ে যায় |
+
||ই অনেকবোৰৰ ফাইলক এটা ভিন্ন ডিৰেক্টৰিৰলৈও লৈ যায় |
 
|-
 
|-
 
||10:17
 
||10:17
||Mv প্রায় cp এর  অনুৰুপ | আমি  ইতিমধ্যে cp নিয়ে আলোচনা কৰিছো  | সেয়ে  কিভাবে mv কমান্ডেৰ ব্যবহাৰ দেখে নেওয়া যাক  |
+
||Mv প্রায়ে cpৰ অনুৰুপ | যাক আমি ইতিমধ্যে দেখিছো. সেয়ে আহক mv কমান্ড কিভাবে ব্যবহাৰ কৰা যায় |
 
|-
 
|-
 
||10:29
 
||10:29
||টার্মিনাল খুলুন  আৰু লিখক  mv test1 test2  | এন্টাৰ  টিপক |
+
||আমি টার্মিনাল খুলু আৰু লিখো mv test1 test2 | আৰু এন্টাৰ টিপক |
 
|-
 
|-
 
||10:43
 
||10:43
||এইটি home ডিৰেক্টৰিতে থাকা  test1  ফাইলৰ নাম পৰিবর্তন কৰে  test2 কৰক  |
+
||এইটোৱে home ডিৰেক্টৰিতে থাকা test1 ফাইলৰ নাম test2লৈ সলনি কৰে |
|-
+
 
||10:52
 
||10:52
||যদি test2 ইতিমধ্যেই থেকে  থাকে , তাহলে নি:শব্দভাবে  overwrite হয়ে যায়  |
+
||যদি test2 ইতিমধ্যেই উপস্হিত আছে , তেনেহলে ই নি:শব্দভাবে overwrite হব |
 
|-
 
|-
 
||11:00
 
||11:00
||আমি যদি চাই ফাইলটি overwrite   আগে আমাাক সতর্কবার্তা জানাবে, |
+
||আমি যদি ফাইলটো overwrite হোৱাৰ আগত সতর্কতা হব বিছাৰো |
 
|-
 
|-
 
||11:05
 
||11:05
||তাহলে  mv কমান্ডৰ সাথে-i বিকল্প  ব্যবহাৰ কৰিব পাৰো  |
+
||তেনেহলে আমি mv কমান্ডৰ সৈতে -i বিকল্প ব্যবহাৰ কৰিব পাৰো |
 
|-
 
|-
 
||11:10
 
||11:10
||ধৰক, আমাৰ   anirban. নামক একটি ফাইল আছে | আমি সেই  ফাইলটিৰ নাম বদলে  test2   চাই |
+
||ধৰক, আমাৰ উচৰত anirban নামৰ এটা ফাইল আছে | এইটো ফাইলৰ নামকো আমি ফাইল নেম test2লৈ সলনি কৰিব বিছাৰো |
 
|-
 
|-
 
||11:20
 
||11:20
||লিখক   mv -i anirban test2 আৰু Enter টিপক |
+
||আমি লিখিম mv স্পেচ -i স্পেচ anirban স্পেচ test2 আৰু এন্টাৰ টিপো |
 
|-
 
|-
 
||11:32
 
||11:32
||আপনি দেখতে একটি সতর্কবার্তা দেওয়া হয়েছে যাতে  জিজ্ঞাসা  হচ্ছে  ফাইল  test2কে  overwrite কৰা  উচিত হবে কী হবে  না |
+
||আপোনি যেনে চাব পাৰে এটা সতর্কতা দিয়া হৈছে যিয়ে সোধে test2ক overwrite কৰা উচিত হব নে নহয় |
 
|-
 
|-
 
||11:41
 
||11:41
||আমি যদি y টিপি  আৰু তাৰপিছত  Enter টিপি, তাহলে  ফাইল overwrite হয়ে যায়  |  
+
||আমি যদি y টিপো আৰু তাৰপিছত Enter টিপো, সেই ফাইলটো overwrite হৈ যাব |
 
+
 
|-
 
|-
 
||11:49
 
||11:49
||Cpৰ নিচিনা আমি mv ক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই সেত্রত গন্তব্যস্থল এটা ডিৰেক্টৰি হব লাগিব |
+
||Cpৰ নিচিনা আমি mv ক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই সেত্রত গন্তব্যস্থল এটা ডিৰেক্টৰি হব লাগিব |
 
|-
 
|-
 
||11:58
 
||11:58
||আগলৈ যোৱাৰ আগত স্ক্রীনখন  মুছি পেলোৱা যাওক   |
+
||আগলৈ যোৱাৰ আগত স্ক্রীনখন  মুছি পেলোৱা যাওক  |
 
|-
 
|-
 
||12:03
 
||12:03
Line 228: Line 226:
 
|-
 
|-
 
||12:21
 
||12:21
||ইয়াত pop.txt, push.txt আৰু abc.txt ফাইল আছে . স্ক্রীনখন  মুছি পেলোৱা যাওক |
+
||ইয়াত pop.txt, push.txt আৰু abc.txt ফাইল আছে . স্ক্রীনখন  মুছি পেলোৱা যাওক |
 
|-
 
|-
 
||12:36
 
||12:36
||আমি এতিয়া এই তিনটা ফাইলক testdir নামৰ এটা ডিৰেকটৰিলৈ লৈ যাম  |
+
||আমি এতিয়া এই তিনটা ফাইলক testdir নামৰ এটা ডিৰেকটৰিলৈ লৈ যাম  |
 
|-
 
|-
 
||12:46
 
||12:46
||আমি লিখিম mv abc.txt pop.txt push.txt আৰু তাৰপিছত গন্তব্য ফোল্ডাৰটিৰ নাম অর্থাৎ testdir আৰু এন্টাৰ টিপক  |
+
||আমি লিখিম mv abc.txt pop.txt push.txt আৰু তাৰপিছত গন্তব্য ফোল্ডাৰটিৰ নাম অর্থাৎ testdir আৰু এন্টাৰ টিপক  |
 
|-
 
|-
 
||13:14
 
||13:14
Line 243: Line 241:
 
|-
 
|-
 
||13:27
 
||13:27
||এতিয়া, mv কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক | প্রথমে স্লাইডবোৰলৈ যোৱা যাওক  |
+
||এতিয়া, mv কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক | প্রথমে স্লাইডবোৰলৈ যোৱা যাওক  |
 
|-
 
|-
 
||13:37
 
||13:37
||mv কমান্ডৰ সৈতে -b অথবা-ব্যাকআপ বিকল্পটি আছে | এটি গন্তব্যস্থানত প্রতিটো ফাইলক overwrite কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্রতিলিপি ৰাখিব |
+
||mv কমান্ডৰ সৈতে -b অথবা-ব্যাকআপ বিকল্পটি আছে | এটি গন্তব্যস্থানত প্রতিটো ফাইলক overwrite কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্রতিলিপি ৰাখিব |
 
|-
 
|-
 
||13:48
 
||13:48
||ইতিমধ্যে আমি দেখা -i বিকল্পটি কোনো গন্তব্য ফাইলক overwrite কৰাৰ আগত আমাক সতর্ক কৰায়  |
+
||ইতিমধ্যে আমি দেখা -i বিকল্পটি কোনো গন্তব্য ফাইলক overwrite কৰাৰ আগত আমাক সতর্ক কৰায়  |
 
|-
 
|-
 
||13:58
 
||13:58
|| আমি পরবর্তী কমান্ড rm কমান্ড দেখিম | এই কমান্ড সাহায্যে ফাইলবোৰ মুছিবলৈ বয়ৱহাৰ কৰা হয়|
+
|| আমি পৰবর্তী কমান্ড rm কমান্ড দেখিম | এই কমান্ড সাহায্যে ফাইলবোৰ মুছিবলৈ বয়ৱহাৰ কৰা হয়|
 
|-
 
|-
 
||14:06
 
||14:06
Line 261: Line 259:
 
|-
 
|-
 
||14:23
 
||14:23
||ঈয়াৰ বাবে আমি লিখো
+
||ঈয়াৰ বাবে আমি লিখো  Rm testdir/faq.txt আৰু এন্টাৰ টিপক  |
  Rm testdir/faq.txt আৰু এন্টাৰ টিপক  |
+
 
|-
 
|-
 
||14:37
 
||14:37
||এই কমান্ডে faq.txt ফাইল ক testdir ডিৰেক্টৰৰি পৰা মুছি পেলাব  |
+
||এই কমান্ডে faq.txt ফাইল ক testdir ডিৰেক্টৰৰি পৰা মুছি পেলাব  |
 
|-
 
|-
 
||14:46
 
||14:46
||এই ফাইলটা আসলতে মুছা হৈছে নে নাই তাক চাবলৈ আমি আকৌএবাৰ প্রেস কৰো testdir আৰু এন্টাৰ টিপক  |
+
||এই ফাইলটা আসলতে মুছা হৈছে নে নাই তাক চাবলৈ আমি আকৌএবাৰ প্রেস কৰো testdir আৰু এন্টাৰ টিপক  |
 
|-
 
|-
 
||15:00
 
||15:00
||আমি এখন ফাইল faq.txt কেতিয়াওদেখিব নোৱাৰো  |
+
||আমি এখন ফাইল faq.txt কেতিয়াওদেখিব নোৱাৰো  |
 
|-
 
|-
 
||15:05
 
||15:05
Line 277: Line 274:
 
|-
 
|-
 
||15:10
 
||15:10
||Testdir ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছে abc2 আৰু abc1 |
+
||Testdir ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছে abc2 আৰু abc1 |
 
|-
 
|-
 
||15:17
 
||15:17
Line 286: Line 283:
 
|-
 
|-
 
||15:45
 
||15:45
||এই কমান্ডে testdir ডিৰেক্টৰি পৰা ফাইল abc1 আৰু abc2 মুছি পেলাই |
+
||এই কমান্ডে testdir ডিৰেক্টৰি পৰা ফাইল abc1 আৰু abc2 মুছি পেলাই |
 
|-
 
|-
 
||15:53
 
||15:53
||এই ফাইল-দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক ls testdir | আপোনি abc1 আৰু abc2 ফাইল-দুটিকে আৰু দেখিব নোৱাৰে |
+
||এই ফাইল-দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক ls testdir | আপোনি abc1 আৰু abc2 ফাইল-দুটিকে আৰু দেখিব নোৱাৰে |
 
|-
 
|-
 
||16:07
 
||16:07
||পৰবর্তী আলোচনাৰ আগে স্ক্রিন খন পৰিস্কাৰ কৰা যাওক |
+
||পৰবর্তী আলোচনাৰ আগে স্ক্রিন খন পৰিস্কাৰ কৰা যাওক |
 
|-
 
|-
 
||16:14
 
||16:14
Line 301: Line 298:
 
|-
 
|-
 
||16:20
 
||16:20
||তাৰ মানে এটা ফাইল মুছিবলৈ লিখক rm আৰু তাৰপিছত ফাইলৰ নাম লিখিব লাগিব |
+
||তাৰ মানে এটা ফাইল মুছিবলৈ লিখক rm আৰু তাৰপিছত ফাইলৰ নাম লিখিব লাগিব |
 
|-
 
|-
 
||16:27
 
||16:27
Line 310: Line 307:
 
|-
 
|-
 
||16:40
 
||16:40
||কেতিয়াবা এখন ফাইল Write protected হয় | এই সেত্রত rm ব্যবহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয়| এই সেত্রত আমি -f বিকল্পটি ব্যবহাৰ কৰি এইটো ফাইলক বলপূর্বক মুছি পেলাব পাৰে |
+
||কেতিয়াবা এখন ফাইল Write protected হয় | এই সেত্রত rm ব্যবহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয়| এই সেত্রত আমি -f বিকল্পটি ব্যবহাৰ কৰি এইটো ফাইলক বলপূর্বক মুছি পেলাব পাৰে |
 
|-
 
|-
 
||16:57
 
||16:57
||অনয় এটা সাধাৰণ বিকল্প হল -r বিকল্প | এই বিকল্পবোৰ কত ব্যবহাৰ হয় দেখা যাওক |
+
||অনয় এটা সাধাৰণ বিকল্প হল -r বিকল্প | এই বিকল্পবোৰ কত ব্যবহাৰ হয় দেখা যাওক |
 
|-
 
|-
 
||17:07
 
||17:07
Line 319: Line 316:
 
|-
 
|-
 
||17:12
 
||17:12
|| সাধাৰণতে Rm কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যবহাৰ কৰা নহয় | তাৰ বাবে আমাৰ উচৰত rmdir কমান্ড আছে |
+
|| সাধাৰণতে Rm কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যবহাৰ কৰা নহয় | তাৰ বাবে আমাৰ উচৰত rmdir কমান্ড আছে |
 
|-
 
|-
 
||17:21
 
||17:21
||কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে  মুছি পেলাই |  
+
||কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে  মুছি পেলাই |  
 
|-
 
|-
 
||17:27
 
||17:27
||কিন্তু, এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু  সাবডিৰেক্টৰি আছে, যদি অামি সেইটোক মুছি পেলাও, কী হব ? |
+
||কিন্তু, এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু  সাবডিৰেক্টৰি আছে, যদি অামি সেইটোক মুছি পেলাও, কী হব ? |
 
|-
 
|-
 
||17:35
 
||17:35
||আমি এইটো কৰিবলৈ rm কমান্ড ব্যবহাৰ কৰো |
+
||আমি এইটো কৰিবলৈ rm কমান্ড ব্যবহাৰ কৰো |
 
|-
 
|-
 
||17:38
 
||17:38
||লিখক  rm আৰু যি ডিৰেক্টৰি আমি মুছিব বিসাৰো অর্থাৎ testdir আৰু এণ্টাৰ টিপক |
+
||লিখক  rm আৰু যি ডিৰেক্টৰি আমি মুছিব বিসাৰো অর্থাৎ testdir আৰু এণ্টাৰ টিপক |
 
|-
 
|-
 
||17:47
 
||17:47
||আউটপুট বার্তাৰ পৰা দেখা যাই যে  testdir মুছি পেলাবলৈ আমি rm  ডিৰিক্টৰি ব্যবহাৰ কৰিব নোৱাৰো |
+
||আউটপুট বার্তাৰ পৰা দেখা যাই যে  testdir মুছি পেলাবলৈ আমি rm  ডিৰিক্টৰি ব্যবহাৰ কৰিব নোৱাৰো |
 
|-
 
|-
 
||17:55
 
||17:55
||কিন্তু যদি আমি-r আৰু-f বিকল্পটি একেলগ কৰো, তেনেহলে আমি এইটো কৰিব পাৰো |
+
||কিন্তু যদি আমি-r আৰু-f বিকল্পটি একেলগ কৰো, তেনেহলে আমি এইটো কৰিব পাৰো |
 
|-
 
|-
 
||18:03
 
||18:03
||লিখক rm -rf testdir আৰু তাৰ পিছত Enter টিপক |
+
||লিখক rm -rf testdir আৰু তাৰ পিছত Enter টিপক |
 
|-
 
|-
 
||18:16
 
||18:16
Line 352: Line 349:
 
|-
 
|-
 
||18:29
 
||18:29
||কেতিয়াবা দুটি ফাইল একেই হয় নে নহয়, তাৰ বাবে পৰীক্ষাৰ প্রয়োজন হয়, যদি ফাইলকেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মুছে পেলাব পাৰো  |
+
||কেতিয়াবা দুটি ফাইল একেই হয় নে নহয়, তাৰ বাবে পৰীক্ষাৰ প্রয়োজন হয়, যদি ফাইলকেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মুছে পেলাব পাৰো  |
 
|-
 
|-
 
||18:37
 
||18:37
Line 358: Line 355:
 
|-
 
|-
 
||18:44
 
||18:44
||এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমি cmp কমান্ড ব্যবহাৰ কৰিন পাৰো |
+
||এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমি cmp কমান্ড ব্যবহাৰ কৰিন পাৰো |
 
|-
 
|-
 
||18:49
 
||18:49
Line 382: Line 379:
 
|-
 
|-
 
||19:38
 
||19:38
||লিখক cat sample1 আৰু এন্টাৰ টিপক | ইয়াত লেখা আছে  “This is a Linux file to test the cmp command” |
+
||লিখক cat sample1 আৰু এন্টাৰ টিপক | ইয়াত লেখা আছে  “This is a Linux file to test the cmp command” |
 
|-
 
|-
 
||19:50
 
||19:50
||অন্য ফাইল sample2 ত লেখা খিনি থা‍কিব, ত়াক চাবলৈ লিখক cat sample2 আৰু এন্টাৰ টিপক  |
+
||অন্য ফাইল sample2 ত লেখা খিনি থা‍কিব, ত়াক চাবলৈ লিখক cat sample2 আৰু এন্টাৰ টিপক  |
 
|-
 
|-
 
||20:00
 
||20:00
Line 412: Line 409:
 
|-
 
|-
 
||20:56
 
||20:56
||ইয়াৰ বিষয়বস্তু দেখা যাওক, তাৰ বাবে লিখক cat sample3 আৰু এন্টাৰ টিপক  |
+
||ইয়াৰ বিষয়বস্তু দেখা যাওক, তাৰ বাবে লিখক cat sample3 আৰু এন্টাৰ টিপক  |
 
|-
 
|-
 
||21:05
 
||21:05
Line 433: Line 430:
 
|-
 
|-
 
||21:51
 
||21:51
||man কমান্ড ব্যবহাৰ কৰি আপোনি তাৰ বিষয়ে বিস্তাৰিত ভাবে চাওক |
+
||man কমান্ড ব্যবহাৰ কৰি আপোনি তাৰ বিষয়ে বিস্তাৰিত ভাবে চাওক |
 
|-
 
|-
 
||22:00
 
||22:00

Revision as of 13:18, 22 January 2015

Time Narration
00:00 Linuxত Working with Regular Files ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম |
00:07 ফাইল আৰু ডিৰেক্টৰিয়ে একেলগে লিনাক্স ফাইল সিস্টেম তৈয়াৰ কৰে |
00:13 পূর্ববর্তী টিউটোৰিয়েলত ইতিমধ্যে আমি দেখিছো যে কিভাবে ডিৰেক্টৰি সৈতে কাম কৰা হয় | আপোনি এই ওয়েবসাইটত সেই টিউটোৰিয়েল-টো পাব |
00:25 এই টিউটোৰিয়েলত আমি চাম কিভাবে নিয়মিত ফাইল চল‍াব পাৰে |
00:31 আমি ইতিমধ্যেই অন্য এটা টিউটোৰিয়েলত দেখিছো , যে কিভাবে cat কমান্ড ব্যবহাৰ কৰা এটা ফাইল তৈয়াৰ হয় | বিস্তাৰিতত জানিবৰ বাবে এই ওয়েবসাইট-টি চাওক |
00:46 এতিয়া চাও, কিভাবে এটা জাগা পৰা অন্য এটা জাগালৈ ফাইল কপি বা প্রতিলিপি কৰা যায় | ইয়াৰ বাবে আমাৰ উচৰত cp কমান্ড আছে |
00:55 দেখা যাওক কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে |
01:00 এটি একক ফাইল প্রতিলিপি কৰাৰ বাবে লিখক cp space এক বা একাধিক বিকল্প space মূল ফাইল ৰ নাম space প্রতিলিপিৰ ফাইলৰ নাম |
01:15 একেসময়তে একাধিক ফাইলবোৰ প্রতিলিপি কৰাৰ বাবে লিখক cp space এটা বা একাধিক বিকল্প চৰ্চ ফাইলৰনাম আমি যি প্রতিলিপি কৰিব বিচাৰো আৰু destination ডিৰেক্টৰিৰ নাম যত এই ফাইলবোৰ কপি বা প্রতিলিপি কৰিব বিচাৰো |
01:34 এতিয়া এটা উদাহৰন চোৱা যাওক আমি এটা টার্মিনাল খুলো |
01:42 ইতিমধ্যে /home/anirban/arc/ -ত তেস্ত১ নামৰ এটা ফাইল আছে |
01:49 Test1 ত কি আছে তাক চাবলৈ লিখক | cat test1 আৰু এন্টাৰ টিপক |
02:00 আমাি বর্তমানে test1 ফাইল-ৰ বিষয়বস্তু দেখিব পাৰিছো | এতিয়া যদি আমি অন্য ফাইল test2 -ত প্রতিলিপি কৰিব বিচাৰো তেনেহলে আমি লিখম | Cp test1 test2 | এন্টাৰ টিপক |
02:22 এতিয়া এই ফাইল প্রতিপিলি কৰা হৈছে |
02:25 যদি test2 না থাকিলেহেতেন এইটো প্রথমবাৰৰ বাবে তৈয়াৰ কৰা হব আৰু তাৰপিছত test1ৰ বিষয়বস্তু প্রতিলিপি কৰা হব|
02:35 যদি এই ফাইলটো আগৰ পৰাই আছিলে তেনেহলে নিঃশব্দে মুছি নতুনভাবে লিখিলেহেতেন |এই কপি কৰা ফাইল খন চাবলৈ , লিখক
cat test2  আৰু  এন্টাৰ  টিপক |
02:52 আপোনি এই ফাইলবোৰ এটা ডিৰেকটৰি পৰা অন্য ডিৰেকটৰিতলৈ কপি কৰিব পাৰে |. উদাহৰণস্বৰুপে লিখক $ Cp /home/anirban/arc/demo1/home/anirban/demo2 আৰু এন্টাৰ টিপক |
03:31 এইটৱে কি কৰিব যে চৰ্চ directory /home/anirban/arc/ পৰা ফাইল demo1 -ক কপি কৰি গন্তব্য ডিৰেকটৰি অর্থাৎ /home/anirban ত কপি কৰে | এটি ফাইলটোকে demo2 ত কপি কৰে |
03:51 demo2 তাত আছে নে নাই চাবলৈ লিখক ls space/home/anirban আৰু এন্টাৰ টিপক |
04:13 আমি উপৰলৈ স্ক্রল কৰো আৰু আপোনি ইয়াত, demo2 দেখব পাৰে |
04:19 পিছত আলোচনা আগে স্ক্রীন পৰিস্কাৰ কৰে নেওয়া যাক |
04:25 আপনি যদি গন্তব্য ডিৰেক্টৰিৰ মধ্যে ফাইলটিৰ একই নাম ৰাখতে চান, তাহলে আপনি ফাইল ৰ নাম না উল্লেখ কৰিব পাৰে | উদাহৰণস্বৰুপ লিখক
04:35 cp /home/anirban/arc/demo1/home/anirban/ | এন্টাৰ টিপক |
05:03 এইটোৱে demo1ফাইলৰ /home/anirban/arc/ ডিৰেক্টৰিৰ পৰা /home/anirban ডিৰেক্টৰিত কপি কৰে | কপি কৰা ফাইল-ৰ নাম demo1 হব |
05:20 আগৰ নিচিনা demo1 আছে না নাই চাবলৈ লিখক ls/home/anirban আৰু এন্টাৰ টিপক |
05:33 ইয়াত আকৌ আমি উপৰলৈ স্ক্রল কৰো |আৰু আপনি ইয়াতে demo1 ফাইল দেখিব পাৰে |
05:40 আকৌ পৰবর্তী আলোচনাৰ আগে স্ক্রীন মুছি পেলাও |
05:48 আৰুএটা উদাহৰণ যেতিয়া আমি একাধিক ফাইল কপি কৰিব বিচাৰো আমি গন্তব্য ফাইলৰ নাম দিব নালাগে|
05:56 আমি ধৰি লৈছো যে আমাৰ home ডিৰেক্টৰিত test1 test2 test3 নামৰ তিনটি ফাইল আছে |
06:04 এতিয়া লিখক cp test1 test2 test3 /home/anirban/testdir আৰু Enter টিপক |
06:27 এই কমান্ডে ফাইলবোৰৰ নাম পৰিবর্তন নোহোৱাকৈ test1, test2 আৰু test3ক /home/anirban/testdir ডিৰেক্টৰিলৈ কপি কৰে |
06:41 ফাইলবোৰ কপি হৈছে নে নাই চাবলৈ, লিখক ls/home/anirban/testdir আৰু Enter টিপক |
07:03 আপনি যেনে চাব পাৰে test1 test2 আৰু test3 এই ডিৰেক্টৰিত উপস্থিত আছে |
07:10 cp কমান্ডৰ অনেক বিকল্প আছে, আমি ইয়াত তাৰ কিছো গুৰুত্বপূর্ণ-বোৰ হে চাম |
07:18 প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক |
07:23 বিকল্পবোৰৰ পৰা এটা গুরুত্বপূর্ণ বিকল্প হল -R, ই এটা সম্পূর্ণ ডিৰেটৰি আৰু তাৰ ভিতৰৰ সকলো একেলগে প্রতিলিপি কৰে |
07:33 এটা উদাহৰণ দেখা যাওক -
07:38 আহক, testdir ডিৰেক্টৰিৰ সকলো বিষয়বস্তু test নামৰ ডিৰেক্টৰিলৈ প্রতিলিপি কৰা যাওক |
07:48 তাৰ বাবে লিখক cp testdir / test আৰু এন্টাৰ টিপক |
08:02 আপোনি আউটপুট বার্তা পৰা বুজিব পাৰে -
08:06 সাধাৰণতে আমি এটা ডিৰেক্টৰিৰ আৰু তাৰ ভিতৰৰ কিছো বিষয়বস্তু cp কমান্ডৰ সৈতে প্রতিলিপি কৰিব নোৱাৰে|
08:14 কিন্তু -R বিকল্প ব্যবহাৰ কৰি আমি এইটো কৰিব পাৰো |
08:19 ইয়াত লিখক cp -R testdir / test আৰু Enter টিপক |
08:36 এই ফাইলবোৰ কপি কৰা হৈগৈছে. test ডিৰেকটৰি আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক - ls আৰু এন্টাৰ টিপক |
08:47 আপোনি ঝেনে চাব পাৰে যে টেস্ট ডিৰেক্টৰি উপস্থিত আছে| আহক স্ক্রীনখন মুছি পালোৱা যাওক |
08:57 টেস্ট ডিৰেক্টৰিৰ ভিতৰত কী আছে চাবলৈ লিখক ls আৰু এন্টাৰ টিপক |
09:08 আপোনি টেস্ট ডিৰেক্টৰিৰ বিষয়বস্তু চাব পাৰে |
09:13 এতিয়া আমি স্লাইড বোৰলৈ যাও |
09:16 আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে তেনেহলে উপস্থিত ফাইলটো overwritten হব |
09:25 এতিয়া কি হব যদি আমি গুৰুত্বপূর্ণ ফাইলক অসাবধানেৰে overwritten কৰো ?
09:30 এনেধৰনৰ কিছু সমস্যাৰ পৰা বাছিবলৈ, আমাৰ উচৰত  -b বিকল্প আছে |
09:36 ইয়ে প্রতিটো গন্তব্য ফাইলক ব্যাকআপ কৰি ৰাখে|
09:41 আমি -i (interactive) অপশনো ব্যবহাৰ কৰিব পাৰো , ইয়ে সকলো সময়তে কোনো এটা গন্তব্য ফাইলক overwriting কৰাৰ আগত আমাক সতর্ক কৰে |
09:54 এতিয়া আহক অামি চাও mv কমান্ডে কিভাবে কাম কৰে |
09:59 এইটো কোনো এটা ফাইলক চলাবলৈ ব্যবহৃত হয় | দেখা যাওক এইটো কিভাবে দৰকাৰী |
10:04 ইয়াৰ দুটা প্রধান ব্যবহাৰ আছে |
10:07 এইটো কোনো এটা ফাইল অথবা ডিৰেক্টৰিৰ নাম পৰিবর্তন কৰিবলৈ ব্যবহৃত হয় |
10:11 ই অনেকবোৰৰ ফাইলক এটা ভিন্ন ডিৰেক্টৰিৰলৈও লৈ যায় |
10:17 Mv প্রায়ে cpৰ অনুৰুপ | যাক আমি ইতিমধ্যে দেখিছো. সেয়ে আহক mv কমান্ড কিভাবে ব্যবহাৰ কৰা যায় |
10:29 আমি টার্মিনাল খুলু আৰু লিখো mv test1 test2 | আৰু এন্টাৰ টিপক |
10:43 এইটোৱে home ডিৰেক্টৰিতে থাকা test1 ফাইলৰ নাম test2লৈ সলনি কৰে | 10:52 যদি test2 ইতিমধ্যেই উপস্হিত আছে , তেনেহলে ই নি:শব্দভাবে overwrite হব |
11:00 আমি যদি ফাইলটো overwrite হোৱাৰ আগত সতর্কতা হব বিছাৰো |
11:05 তেনেহলে আমি mv কমান্ডৰ সৈতে -i বিকল্প ব্যবহাৰ কৰিব পাৰো |
11:10 ধৰক, আমাৰ উচৰত anirban নামৰ এটা ফাইল আছে | এইটো ফাইলৰ নামকো আমি ফাইল নেম test2লৈ সলনি কৰিব বিছাৰো |
11:20 আমি লিখিম mv স্পেচ -i স্পেচ anirban স্পেচ test2 আৰু এন্টাৰ টিপো |
11:32 আপোনি যেনে চাব পাৰে এটা সতর্কতা দিয়া হৈছে যিয়ে সোধে test2ক overwrite কৰা উচিত হব নে নহয় |
11:41 আমি যদি y টিপো আৰু তাৰপিছত Enter টিপো, সেই ফাইলটো overwrite হৈ যাব |
11:49 Cpৰ নিচিনা আমি mv ক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই সেত্রত গন্তব্যস্থল এটা ডিৰেক্টৰি হব লাগিব |
11:58 আগলৈ যোৱাৰ আগত স্ক্রীনখন মুছি পেলোৱা যাওক |
12:03 ধৰক আমাৰ home ডিৰেক্টৰিত ৩ টি ফাইল abc.txt, pop.txt আৰু push.txt আছে |
12:14 তাৰ উপস্থিতি চাবলৈ লিখক ls আৰু এন্টাৰ টিপক |
12:21 ইয়াত pop.txt, push.txt আৰু abc.txt ফাইল আছে . স্ক্রীনখন মুছি পেলোৱা যাওক |
12:36 আমি এতিয়া এই তিনটা ফাইলক testdir নামৰ এটা ডিৰেকটৰিলৈ লৈ যাম |
12:46 আমি লিখিম mv abc.txt pop.txt push.txt আৰু তাৰপিছত গন্তব্য ফোল্ডাৰটিৰ নাম অর্থাৎ testdir আৰু এন্টাৰ টিপক |
13:14 এইবোৰক চাবলৈ লিখক ls testdir আৰু Enter টিপক |
13:20 আপোনি abc , pop আৰু push.txt ফাইলবোৰ দেখিব পা‍ৰে |
13:27 এতিয়া, mv কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক | প্রথমে স্লাইডবোৰলৈ যোৱা যাওক |
13:37 mv কমান্ডৰ সৈতে -b অথবা-ব্যাকআপ বিকল্পটি আছে | এটি গন্তব্যস্থানত প্রতিটো ফাইলক overwrite কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্রতিলিপি ৰাখিব |
13:48 ইতিমধ্যে আমি দেখা -i বিকল্পটি কোনো গন্তব্য ফাইলক overwrite কৰাৰ আগত আমাক সতর্ক কৰায় |
13:58 আমি পৰবর্তী কমান্ড rm কমান্ড দেখিম | এই কমান্ড সাহায্যে ফাইলবোৰ মুছিবলৈ বয়ৱহাৰ কৰা হয়|
14:06 টার্মিনলত যওক অাৰু লিখক ls testdir |
14:15 আমি এটা ফাইল যাৰ নাম faq.txt present. দেখিব পাৰো | ধৰক আমি ইয়াক মুছিব বিছাৰো |
14:23 ঈয়াৰ বাবে আমি লিখো Rm testdir/faq.txt আৰু এন্টাৰ টিপক |
14:37 এই কমান্ডে faq.txt ফাইল ক testdir ডিৰেক্টৰৰি পৰা মুছি পেলাব |
14:46 এই ফাইলটা আসলতে মুছা হৈছে নে নাই তাক চাবলৈ আমি আকৌএবাৰ প্রেস কৰো testdir আৰু এন্টাৰ টিপক |
15:00 আমি এখন ফাইল faq.txt কেতিয়াওদেখিব নোৱাৰো |
15:05 আপোনি rm কমান্ড একাধিক ফাইলৰ উপৰেও প্রয়োগ কৰিব পাৰে |
15:10 Testdir ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছে abc2 আৰু abc1 |
15:17 ধৰক আপোনি abc1 আৰু abc2 ফাইল-দুটি মুছিব বিছাৰিছে |
15:23 ইয়াৰ বাবে লিখক rm testdir/abc1 testdir/abc2 আৰু এন্টাৰ টিপক |
15:45 এই কমান্ডে testdir ডিৰেক্টৰি পৰা ফাইল abc1 আৰু abc2 মুছি পেলাই |
15:53 এই ফাইল-দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক ls testdir | আপোনি abc1 আৰু abc2 ফাইল-দুটিকে আৰু দেখিব নোৱাৰে |
16:07 পৰবর্তী আলোচনাৰ আগে স্ক্রিন খন পৰিস্কাৰ কৰা যাওক |
16:14 এতিয়া স্লাইডবোৰলৈ উভতি যোৱা যাওক |
16:18 আমি আলচোন কৰা খিনিক সংক্ষেপ কৰা যাওক |
16:20 তাৰ মানে এটা ফাইল মুছিবলৈ লিখক rm আৰু তাৰপিছত ফাইলৰ নাম লিখিব লাগিব |
16:27 একাধিক ফাইল মুছিবলৈ আমি লিখম rm আৰু একাধিক ফাইলৰ নামবোৰ যি আমি মুছি পেলাব বিচাৰো |
16:34 এতিয়া, rm কমান্ডৰ বিকল্প কিছো দেখা যাওক |
16:40 কেতিয়াবা এখন ফাইল Write protected হয় | এই সেত্রত rm ব্যবহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয়| এই সেত্রত আমি -f বিকল্পটি ব্যবহাৰ কৰি এইটো ফাইলক বলপূর্বক মুছি পেলাব পাৰে |
16:57 অনয় এটা সাধাৰণ বিকল্প হল -r বিকল্প | এই বিকল্পবোৰ কত ব্যবহাৰ হয় দেখা যাওক |
17:07 টার্মিনাললৈ যোৱা যাওক |
17:12 সাধাৰণতে Rm কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যবহাৰ কৰা নহয় | তাৰ বাবে আমাৰ উচৰত rmdir কমান্ড আছে |
17:21 কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে মুছি পেলাই |
17:27 কিন্তু, এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু সাবডিৰেক্টৰি আছে, যদি অামি সেইটোক মুছি পেলাও, কী হব ? |
17:35 আমি এইটো কৰিবলৈ rm কমান্ড ব্যবহাৰ কৰো |
17:38 লিখক rm আৰু যি ডিৰেক্টৰি আমি মুছিব বিসাৰো অর্থাৎ testdir আৰু এণ্টাৰ টিপক |
17:47 আউটপুট বার্তাৰ পৰা দেখা যাই যে testdir মুছি পেলাবলৈ আমি rm ডিৰিক্টৰি ব্যবহাৰ কৰিব নোৱাৰো |
17:55 কিন্তু যদি আমি-r আৰু-f বিকল্পটি একেলগ কৰো, তেনেহলে আমি এইটো কৰিব পাৰো |
18:03 লিখক rm -rf testdir আৰু তাৰ পিছত Enter টিপক |
18:16 এতিয়া testdir ডিৰেক্টৰি সফলভাবে মুছি পালোৱা হৈছে|
18:22 এতিয়া পিছৰ কমান্ডৰ আলোচনাৰ বাবে স্লাইডৰ বোৰলৈ যোৱা যাওক |
18:27 Cmp কমান্ড |
18:29 কেতিয়াবা দুটি ফাইল একেই হয় নে নহয়, তাৰ বাবে পৰীক্ষাৰ প্রয়োজন হয়, যদি ফাইলকেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মুছে পেলাব পাৰো |
18:37 আৰু এটা ফাইল সর্বশেষ সংস্কৰণৰ পৰা পৰিবর্তিত হৈছে নে নাই আমি সেইটো দেখিব পাৰো |
18:44 এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমি cmp কমান্ড ব্যবহাৰ কৰিন পাৰো |
18:49 ই দুটা ফাইলৰ প্রত্যেক বাইটৰে তুলনা কৰে |
18:54 আমি file1 আৰু file2 ক তুলনা কৰিবলৈ লিখক cmp file1 file2 |
19:03 যদি দুটি ফাইলত একেই বিষয়বস্তু থাকে, তেনেহলে কোনো বার্তা প্রদর্শিত নহয় |
19:11 খালী প্রম্পট প্রীন্ট কৰা হব |
19:14 যদি তাৰ বিষয়বস্তুত পার্থক্য থাকে তেনেহলে সেই প্রথম পার্থক্যৰ অবস্থান টাৰমিনেলত প্রীন্ট কৰা হব |
19:25 দেখা যাওক cmp কিভাবে কাম কৰে | আমাৰ উচৰত home ডিৰেক্টৰিত দুটা ফাইল sample1 আৰু sample2 আছে |
19:35 দেখা যাওক তাত কী আছে |
19:38 লিখক cat sample1 আৰু এন্টাৰ টিপক | ইয়াত লেখা আছে “This is a Linux file to test the cmp command” |
19:50 অন্য ফাইল sample2 ত লেখা খিনি থা‍কিব, ত়াক চাবলৈ লিখক cat sample2 আৰু এন্টাৰ টিপক |
20:00 ইয়াত লিখা আছে “This is a Unix file to test the cmp command.” |
20:06 এতিয়া আমি এই দুইটা ফাইলত cmp কমান্ড প্রয়োগ কৰিম |
20:11 লিখক cmp sample1 sample2 আৰু এন্টাৰ টিপক |
20:23 আমি যেনে ‍, দুটি ফাইল sample1 আৰু sample2 -ৰ প্রথম পার্থক্য টি দেখিব পাৰো, সেয়া প্রদর্শিত হৈছে |
20:32 পৰবর্তী কমান্ড আলোচনাৰ আগে স্ক্রিন পৰিস্কাৰ কৰা যাওক |
20:38 আমি দেখা পৰবর্তী কমান্ড হল WC কমান্ড |
20:43 এই কমান্ড এটা ফাইলৰ অাক্ষৰ, শব্দ আৰু লাইনৰ সংখ্যা গণনা কৰাৰ বাবে ব্যবহাৰ কৰা হয় |
20:50 আমাৰ হোম ডিৰেক্টৰিত sample3 নামৰ এটা ফাইল আছে |
20:56 ইয়াৰ বিষয়বস্তু দেখা যাওক, তাৰ বাবে লিখক cat sample3 আৰু এন্টাৰ টিপক |
21:05 এইটো sample3 ফাইলৰ বিষয়বস্তু |
21:10 এতিয়া এই ফাইলত WC কমান্ড ব্যবহাৰ কৰা‍ যাওক |
21:14 তাৰ বাবে লিখক WC sample3 আৰু এন্টাৰ টিপক |
21:25 কমান্ডটি দেখাইছে যে ফাইলত ৬ -টা লাইন, ৬৭-টা শব্দ আৰু ৩৮৫-টি অাক্ষৰ আছে |
21:38 এইবোৰ কিছু কমান্ড হয় যি আমাক ফাইলৰ লগত কাম কৰিবলৈ সাহায্য কৰে |
21:43 এইপ্রকাৰৰ আৰু অনেক কমান্ড আছে | সেয়ে আমি দেখা সেই প্রতিটো কমান্ডৰ আৰু অনেক অন্যান্য বিকল্প আছে |
21:51 man কমান্ড ব্যবহাৰ কৰি আপোনি তাৰ বিষয়ে বিস্তাৰিত ভাবে চাওক |
22:00 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে|
22:04 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়|

22:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
22:34 এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya