Difference between revisions of "Linux/C2/Basic-Commands/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 109: Line 109:
 
|-
 
|-
 
|2:58
 
|2:58
||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell  
+
||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell (ksh) হয়
(ksh) হয়
+
 
|-
 
|-
 
|3:08
 
|3:08
Line 137: Line 136:
 
|-
 
|-
 
|3:55
 
|3:55
||কামান্ড প্ৰৰ্ম্পটত Type--space-- ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
+
||কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
  
  
Line 146: Line 145:
 
|-
 
|-
 
|4:09
 
|4:09
||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইল তো বাছি ল’ব৷
+
||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
  
 
|-
 
|-
Line 175: Line 174:
 
|5:02
 
|5:02
 
||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
 
||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
 
 
  
 
|-
 
|-
 
|5:07
 
|5:07
||লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে কিন্তু কিছুমান ফাইল আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে. Most commands in Linux are of this nature. But there are some commands whose implementation is written within the shell and they do not exist as separate files.
+
||লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.  
 
+
 
|-
 
|-
 
|5:18
 
|5:18
Line 219: Line 215:
 
|-
 
|-
 
|6:16
 
|6:16
||এৰেঞ্জমেন্ট অপচন বা এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
+
||আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
 
|-
 
|-
 
|6:20
 
|6:20

Revision as of 12:57, 24 July 2014

Time Narration
0:00 লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷
0:05 এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
0:10 মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷
0:12 আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷
0:17 ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org  এই ৱেবছাইটত উপলব্ধ৷
0:26 এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম
0:33 তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ  সহায় পাব পাৰি তাক শিকিম৷
0:39 এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")"
0:43 সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
0:52 লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
0:59 কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ
1:05 এপ্লিকেচন মেনুলৈ ঘাওক৷
1:08 একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷
1:14 টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t  প্ৰেছ কৰক৷
1:20 এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
1:29 টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷
1:34 ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷
1:47 কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে
1:54 এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷
1:59 আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷
2:08 আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷


2:13 লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷
2:22 লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell  যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷
2:35 এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷
2:44 তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash  প্ৰয়োগ কৰিম
2:51 কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
2:58 বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell (ksh) হয়
3:08 কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
3:11 টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷
3:27 সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell  দিয়ে৷
3:34 বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব
3:42 কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷
3:47 এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক
3:55 কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷


4:03 এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin  ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
4:09 ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
4:18 ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found”  বুলি ভুল দেখৱাব৷
4:27 PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
4:34 এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷
4:44 ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
4:52 কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
4:57 লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
5:02 এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
5:07 লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.
5:18 এইবোৰ ইন্টাৰনেল কামাণ্ড৷
5:20 echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয়
5:25 টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷
5:33 type স্পেচ  echo আৰু এন্টাৰ ডবাওক৷
5:40 আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়.
5:43 সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়.
5:56 আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
6:01 কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব
6:08 দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়.
6:16 আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
6:20 এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷
6:26 সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে
6:35 টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷
6:40 টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
6:44 এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
6:49 আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
6:55 ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
7:04 টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
7:11 এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
7:19 আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
7:23 এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
7:32 এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে
7:40 লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷
7:45 যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷
7:48 কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
7:55 প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
8:01 man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷
8:08 ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
8:16 আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
8:30 বাহিৰলৈ আহিবলৈ q ডবাওক৷
8:35 man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷  প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷
8:43 এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
8:49 ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
8:55 ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে  
9:07 আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
9:14 টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
9:23 ওলাই আহিবলৈ q টিপক ৷
9:26 man কামাণ্ডৰ বহুত অপচন থাকে৷
9:30 ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু  তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷
9:41 man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
9:50 উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
9:56 সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
10:12 এতিয়া আমিও সকলো কমান্ডবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আচলতে আমাক কি লাগে.
10:17 এই একেটা কামকে apropos কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷
10:21 কামাণ্ডত প্ৰমটত apropos স্পেচ directories আৰু এন্টাৰ ডবাই আউটপুট চাওক৷
10:36 কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷
10:40 সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷
10:52 টাৰমিনেলৈ ঘাওক আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
10:58 এতিয়া whatis স্পেচ ls  টাইপ কৰি এন্টাৰ দিয়ক৷
11:06 কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷
11:13 তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷
11:18 কামাণ্ড প্ৰমটলৈ গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷
11:29 মই স্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলা অপচন দেখা পাওঁ৷
11:45 এয়াই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ ভাগ৷ স্পকেন টিউটৰিয়েলৰ Talk to a Teacher প্ৰজেক্টৰ এটা অংশ
11:56 ইয়াৰ উপৰত অধিক জানিবলৈ এই লিংকত চাওক৷

12:00

এই স্ক্ৰিপ্টটো  অৰুন পাঠকৰ দ্বাৰা অনুবাদিত হৈছে আৰু মই মৌচুমী মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. যোগ দানৰ বাবে ধনয়বাদ

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya