Difference between revisions of "Linux/C2/File-System/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
| 00:00
 
| 00:00
| Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
+
| লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
 
|-
 
|-
 
| 00:04
 
| 00:04
Line 10: Line 10:
 
|-
 
|-
 
| 00:07
 
| 00:07
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
+
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে।
 
|-
 
|-
 
| 00:13
 
| 00:13
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
+
|যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
 
|-
 
|-
 
| 00:25
 
| 00:25
Line 19: Line 19:
 
|-
 
|-
 
| 00:28
 
| 00:28
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।  
+
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
 
|-
 
|-
 
| 00:36
 
| 00:36
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।  
+
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
 
|-
 
|-
 
| 00:39
 
| 00:39
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।  
+
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
 
|-
 
|-
 
| 00:47
 
| 00:47
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
+
|একেদৰে Linux’ত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
 
+
|-  
|-
+
 
| 00:53
 
| 00:53
|এটি directory (দিৰেক্তৰি) কি?
+
|এটা directory (দিৰেক্তৰি) কি?
 
|-
 
|-
 
| 00:56
 
| 00:56
|directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
+
|directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়।
 
|-
 
|-
 
| 01:02
 
| 01:02
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।  
+
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
|-
+
|-  
 
| 01:08
 
| 01:08
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|-
 
|-
 
| 01:12
 
| 01:12
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।  
+
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
 
|-
 
|-
 
| 01:20
 
| 01:20
Line 53: Line 52:
 
|-
 
|-
 
| 01:42
 
| 01:42
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
+
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
 
|-
 
|-
 
| 01:55
 
| 01:55
Line 59: Line 58:
 
|-
 
|-
 
| 02:08
 
| 02:08
|চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
+
|চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
 
|-
 
|-
 
|02:23
 
|02:23
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।  
+
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।
 
|-
 
|-
 
| 02:37
 
| 02:37
|আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
+
|আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে:
 
|-
 
|-
 
| 02:41
 
| 02:41
|1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
+
|1 Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
 
|-
 
|-
 
| 02:48
 
| 02:48
Line 74: Line 73:
 
|-
 
|-
 
| 02:52
 
| 02:52
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
+
|3 Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো।
 
|-
 
|-
 
| 02:59
 
| 02:59
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
+
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
 
|-
 
|-
 
| 03:15
 
| 03:15
| Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
+
| লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
 
|-
 
|-
 
| 03:22
 
| 03:22
|ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
+
|ধৰি লও এখন directory’ত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে।
 
|-
 
|-
 
| 03:34
 
| 03:34
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।  
+
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু directory থাকে।
 
|-
 
|-
 
| 03:42
 
| 03:42
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।  
+
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা directory আন এটালৈ পথোৱাত সহায় কৰে।
 
|-
 
|-
 
| 03:51
 
| 03:51
|আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।  
+
|আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
 
|-
 
|-
 
| 03:56
 
| 03:56
|এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
+
|এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
 
|-
 
|-
 
| 04:01
 
| 04:01
Line 101: Line 100:
 
|-
 
|-
 
| 04:05
 
| 04:05
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
+
|যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে directory’ত থাকিম।
 
|-
 
|-
 
| 04:11
 
| 04:11
|এতিয়া terminal’লৈ যাও
+
|এতিয়া টাৰ্মিনেললৈ যাও
 
|-
 
|-
 
| 04:13
 
| 04:13
| Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
+
| Ctrl+alt+T’এ Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে।
 
|-
 
|-
 
| 04:17
 
| 04:17
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।  
+
|হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
 
|-
 
|-
 
| 04:27
 
| 04:27
| home directory চাবলৈ, command prompt’ত type কৰক
+
| home directory চাবলৈ, কম্মান্দ prompt’ত type কৰক
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।
+
"echo space dollar H-O-M-E capital’ত" আৰু এন্টাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 04:40
 
| 04:40
Line 120: Line 119:
 
|-
 
|-
 
| 04:44
 
| 04:44
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।  
+
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|-
 
|-
 
| 04:47
 
| 04:47
Line 126: Line 125:
 
|-
 
|-
 
| 04:56
 
| 04:56
|pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
+
|pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
 
|-
 
|-
 
| 05:03
 
| 05:03
| command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
+
|কম্মান্দ prompt’ত "pwd" type কৰক আৰু এন্টাৰ প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
 
|-
 
|-
 
| 05:13
 
| 05:13
Line 135: Line 134:
 
|-
 
|-
 
| 05:17
 
| 05:17
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
+
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে।
 
|-
 
|-
 
| 05:22
 
| 05:22
|আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
+
|আপোনি কম্মান্দটো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
 
|-
 
|-
 
| 05:28
 
| 05:28
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
+
| কম্মান্দ prompt’ত pwd type কৰি current directoryআকৌ সাওক। এন্টাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 05:37
 
| 05:37
Line 148: Line 147:
 
| 05:41
 
| 05:41
 
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
 
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।
+
"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 05:56
 
| 05:56
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
+
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু এন্টাৰ টিপক।
 
|-
 
|-
 
| 06:03
 
| 06:03
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো  
+
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো
 
|-
 
|-
 
| 06:08
 
| 06:08
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
+
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
 
|-
 
|-
 
| 06:18
 
| 06:18
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
+
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
 
|-
 
|-
 
| 06:23
 
| 06:23
Line 169: Line 168:
 
|-
 
|-
 
| 06:40
 
| 06:40
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
+
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
 
|-
 
|-
 
| 06:46
 
| 06:46
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
+
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 06:51
 
| 06:51
|এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
+
|এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
|-
 
|-
 
| 06:55
 
| 06:55
Line 187: Line 186:
 
|-
 
|-
 
| 07:26
 
| 07:26
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।  
+
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
 
|-
 
|-
 
| 07:33
 
| 07:33
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।  
+
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 07:40
 
| 07:40
Line 205: Line 204:
 
|-
 
|-
 
| 08:19
 
| 08:19
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
+
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
 
|-
 
|-
 
| 08:23
 
| 08:23
Line 211: Line 210:
 
|-
 
|-
 
| 08:32
 
| 08:32
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।  
+
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
 
|-
 
|-
 
| 08:41
 
| 08:41
Line 218: Line 217:
 
| 08:47
 
| 08:47
 
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
 
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
+
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।
 
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
 
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
 
|-
 
|-
 
| 09:05
 
| 09:05
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
+
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
 
|-
 
|-
 
| 09:12
 
| 09:12
 
|কমান্দ প্রম্পতত তাইপ কৰক
 
|কমান্দ প্রম্পতত তাইপ কৰক
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।  
+
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 09:23
 
| 09:23
Line 237: Line 236:
 
|-
 
|-
 
| 09:37
 
| 09:37
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়।  
+
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়।
 
|-
 
|-
 
| 09:43
 
| 09:43
Line 243: Line 242:
 
|-
 
|-
 
| 09:48
 
| 09:48
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।  
+
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
 
|-
 
|-
 
| 09:52
 
| 09:52
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
+
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
 
|-
 
|-
 
| 09:56
 
| 09:56
Line 255: Line 254:
 
|-
 
|-
 
| 10:15
 
| 10:15
|ই testdir দিৰেক্তৰি সফলভাবে বনাব।  
+
|ই testdir দিৰেক্তৰি সফলভাবে বনাব।
 
|-
 
|-
 
| 10:19
 
| 10:19
Line 261: Line 260:
 
|-
 
|-
 
| 10:25
 
| 10:25
| আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।  
+
| আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
 
|-
 
|-
 
| 10:30
 
| 10:30
|আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।  
+
|আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
 
|-
 
|-
 
| 10:43
 
| 10:43
Line 276: Line 275:
 
|-
 
|-
 
| 11:20
 
| 11:20
|ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।  
+
|ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
 
|-
 
|-
 
| 11:28
 
| 11:28
|সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।  
+
|সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
 
|-
 
|-
 
| 11:47
 
| 11:47
Line 285: Line 284:
 
|-
 
|-
 
| 11:56
 
| 11:56
|"rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।  
+
|"rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
 
|-
 
|-
 
| 12:09
 
| 12:09
Line 298: Line 297:
 
|-
 
|-
 
| 12:42
 
| 12:42
|"rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।  
+
|"rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
 
|-
 
|-
 
| 12:55
 
| 12:55
|আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।  
+
|আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
 
|-
 
|-
 
| 13:02
 
| 13:02
|সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে  
+
|সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
 
|-
 
|-
 
| 13:08
 
| 13:08
|তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।  
+
|তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
 
|-
 
|-
 
| 13:14
 
| 13:14
 
|"cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
 
|"cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
|-
+
|-    
 
| 13:20
 
| 13:20
|এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।  
+
|এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
 
|-
 
|-
 
| 13:24
 
| 13:24
|তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।  
+
|তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
 
|-
 
|-
 
| 13:30
 
| 13:30
Line 322: Line 321:
 
|-
 
|-
 
| 13:38
 
| 13:38
|বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।  
+
|বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
 
|-
 
|-
 
| 13:48
 
| 13:48
|কমান্দ প্রম্পতত তাইপ কৰক-  
+
|কমান্দ প্রম্পতত তাইপ কৰক-
 
"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।
 
"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।
 
|-
 
|-
 
| 14:02
 
| 14:02
|চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।  
+
|চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
 
|-
 
|-
 
| 14:11
 
| 14:11
|কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।  
+
|কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
 
|-
 
|-
 
| 14:19
 
| 14:19
Line 341: Line 340:
 
|-
 
|-
 
| 14:36
 
| 14:36
|সেয়ে এই linux tutorial’ত আমি শিকিলো Linux Files আৰু দিৰেক্তৰি আৰু কেনেকৈ Linux দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।  
+
|সেয়ে এই লিনাক্স tutorial’ত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
 
|-
 
|-
 
| 14:49
 
| 14:49
Line 347: Line 346:
 
|-
 
|-
 
| 15:03
 
| 15:03
|ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
+
|ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-  
 
|-
 
|-
 
| 15:08
 
| 15:08
|আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।
+
|আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।
 
যোগদানৰ বাবে ধন্যবাদ।
 
যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Revision as of 15:38, 23 July 2014

Time Narration
00:00 লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00:04 মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
00:07 আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে।
00:13 যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
00:25 লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
00:28 উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
00:36 Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
00:39 গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
00:47 একেদৰে Linux’ত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
00:53 এটা directory (দিৰেক্তৰি) কি?
00:56 directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়।
01:02 এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
01:08 এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
01:12 ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
01:20 যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
01:31 যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
01:42 একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
01:55 ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
02:08 চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
02:23 আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।
02:37 আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে:
02:41 1 Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
02:48 2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
02:52 3 Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো।
02:59 এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
03:15 লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
03:22 ধৰি লও এখন directory’ত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে।
03:34 একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু directory থাকে।
03:42 যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা directory আন এটালৈ পথোৱাত সহায় কৰে।
03:51 আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
03:56 এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
04:01 বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
04:05 যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে directory’ত থাকিম।
04:11 এতিয়া টাৰ্মিনেললৈ যাও
04:13 Ctrl+alt+T’এ Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে।
04:17 হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
04:27 home directory চাবলৈ, কম্মান্দ prompt’ত type কৰক

"echo space dollar H-O-M-E capital’ত" আৰু এন্টাৰ প্ৰেচ কৰক।

04:40 ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
04:44 আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
04:47 কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
04:56 pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
05:03 কম্মান্দ prompt’ত "pwd" type কৰক আৰু এন্টাৰ প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
05:13 আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
05:17 কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে।
05:22 আপোনি কম্মান্দটো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
05:28 কম্মান্দ prompt’ত pwd type কৰি current directoryআকৌ সাওক। এন্টাৰ প্ৰেচ কৰক।
05:37 গতিকে আমি এই directory’ত স্থাপন হ’লো।
05:41 এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক

"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ প্ৰেচ কৰক।

05:56 এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু এন্টাৰ টিপক।
06:03 হয়। আমি slash usr directory’লৈ মুভ কৰিলো
06:08 ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
06:18 ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
06:23 ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
06:36 এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
06:40 কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
06:46 কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক।
06:51 এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
06:55 এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata [ narration- slash home slash gnuhata ]
07:01 এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
07:13 এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
07:26 মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
07:33 কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।
07:40 pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
07:51 এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
07:58 কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
08:09 pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
08:19 control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
08:23 cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
08:32 আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
08:41 আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো।
08:47 এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home

আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।

09:05 গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
09:12 কমান্দ প্রম্পতত তাইপ কৰক

"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।

09:23 কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।

আমি এতিয়া /bin [slash bin]ত আছো।

09:30 প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।
09:37 এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়।
09:43 এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
09:48 এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
09:52 দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
09:56 আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
10:04 testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক।
10:15 ই testdir দিৰেক্তৰি সফলভাবে বনাব।
10:19 মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই।
10:25 আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
10:30 আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
10:43 বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
10:49 "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
11:06 "mkdir space testtree space testtree slash test3" তাইপ কৰক।
11:20 ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
11:28 সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
11:47 mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
11:56 "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
12:09 এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি।
12:23 এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক

"cd space testtree slash test3"

12:35 সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি।
12:42 "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
12:55 আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
13:02 সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
13:08 তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
13:14 "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
13:20 এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
13:24 তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
13:30 testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল।
13:38 বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
13:48 কমান্দ প্রম্পতত তাইপ কৰক-

"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।

14:02 চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
14:11 কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
14:19 সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক।
14:27 এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল।
14:36 সেয়ে এই লিনাক্স tutorial’ত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
14:49 এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
15:03 ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
15:08 আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী ।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya