Difference between revisions of "Java/C2/Methods/Assamese"
From Script | Spoken-Tutorial
Line 4: | Line 4: | ||
|- | |- | ||
| 00:02 | | 00:02 | ||
− | | জাভাত মেথদৰ উপৰত স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম . | + | | জাভাত মেথদৰ (method) উপৰত স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম . |
|- | |- | ||
| 00:06 | | 00:06 | ||
− | | এই | + | | এই টিউটোৰিয়েলত আমি শিকিম |
|- | |- | ||
| 00:08 | | 00:08 | ||
Line 15: | Line 15: | ||
|- | |- | ||
| 00:10 | | 00:10 | ||
− | | আৰু | + | | আৰু এটা মেথদ (method) কল কৰা. |
|- | |- | ||
Line 33: | Line 33: | ||
|- | |- | ||
| 00:24 | | 00:24 | ||
− | | এই | + | | এই টিউটোৰিয়েল অনুসৰন কৰিবলৈ আপোনি Eclipseত সাধাৰন জাভা প্ৰোগ্ৰাম লিখা, কম্পাইল আৰু ৰান কৰা জনা আবশ্যক. |
|- | |- | ||
| 00:32 | | 00:32 | ||
− | | নহলে, সংশ্লিষ্ট | + | | নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্্ৰ্দশন কৰক , |
− | + | ||
( http://www.spoken-tutorial.org ) | ( http://www.spoken-tutorial.org ) | ||
|- | |- | ||
| 00:40 | | 00:40 | ||
− | | | + | | এটা জাভা method statements বোৰৰ সংগ্ৰহ হয় যি এটা নির্দিষ্ট অপাৰেশন সম্পাদন কৰে |
|- | |- | ||
Line 59: | Line 58: | ||
|- | |- | ||
| 01:06 | | 01:06 | ||
− | | ক্লাছত main methodৰ বাহিৰত আমি | + | | ক্লাছত main methodৰ বাহিৰত আমি এটা method লিখিম. |
|- | |- | ||
| 01:13 | | 01:13 | ||
− | |সেয়ে '''' টাইপ 'কৰক ' '''void''''' ''' মেথদৰ নাম | + | |সেয়ে '''' টাইপ 'কৰক ' '''void''''' ''' মেথদৰ (method) নাম |
|- | |- | ||
| 01:19 | | 01:19 | ||
− | | আমি ইয়াক নাম দিও'' '' ' displayMessage '' ''' '' বন্ধনী '' '' ' '' ''Enter''' | + | | আমি ইয়াক নাম দিও'' '' ' displayMessage '' ''' '' বন্ধনী '' '' ' '' ''এন্টাৰ (Enter)''' |
|- | |- | ||
Line 75: | Line 74: | ||
|- | |- | ||
| 01:32 | | 01:32 | ||
− | | এটি মেথদে | + | | এটি মেথদে (method) এটা মান প্রদান বা উভতাই দিব পাৰে. |
|- | |- | ||
| 01:34 | | 01:34 | ||
− | | কিন্তু আপোনি যদি মেথদক এটি মান উভতাই দিব নিবিচাৰে তেনেহলে keyword '''void'' বয়বহাৰ কৰা হব | + | | কিন্তু আপোনি যদি মেথদক (method) এটি মান উভতাই দিব নিবিচাৰে তেনেহলে keyword '''void'' বয়বহাৰ কৰা হব |
|- | |- | ||
Line 92: | Line 91: | ||
|- | |- | ||
| 02:06 | | 02:06 | ||
− | | সেয়ে আমি এটা method লিখিলো . | + | | সেয়ে আমি এটা মেথদ (method) লিখিলো . |
|- | |- | ||
| 02:10 | | 02:10 | ||
− | | এতিয়া আমি এই | + | | এতিয়া আমি এই মেথদক (method) কল কৰিম. |
|- | |- | ||
| 02:13 | | 02:13 | ||
− | |সেয়ে Main''' methodত আমি '' ' MethodDemo '' নামৰ' শ্রেণীৰ | + | |সেয়ে Main''' methodত আমি '' ' MethodDemo '' নামৰ' শ্রেণীৰ এটা object মানে বস্তু এটা তৈয়াৰ কৰিম. |
|- | |- | ||
Line 116: | Line 115: | ||
|- | |- | ||
| 02:48 | | 02:48 | ||
− | | এতিয়া আমি ' displayMessage '' নামৰ মেথদক | + | | এতিয়া আমি ' displayMessage '' নামৰ মেথদক (method) 'কল কৰো |
|- | |- | ||
| 02:51 | | 02:51 | ||
− | | সেয়ে টাইপ ' কৰক '' '' ' MD '' '''' | + | | সেয়ে টাইপ ' কৰক '' '' ' MD '' '''' dot '''' '' ' displayMessage '' ''' |
|- | |- | ||
| 03:00 | | 03:00 | ||
− | | '' ' | + | | '' ' dot''' অপাৰেটৰ methodক কল কৰিবলৈ ব্যবহাৰ কৰ হয়. |
|- | |- | ||
| 03:06 | | 03:06 | ||
− | | এতিয়া ৰান আইকন ক্লিক কৰি এই application ৰান কৰা | + | | এতিয়া ৰান আইকন ক্লিক কৰি এই application ৰান কৰা যাওক . |
|- | |- | ||
| 03:14 | | 03:14 | ||
− | | আমি কনসোলত ' ' hello''' '' method বোলি আউটপুট ' দেখা পাও | + | | আমি কনসোলত (console) ' ' hello''' '' method বোলি আউটপুট ' দেখা পাও |
|- | |- | ||
Line 143: | Line 142: | ||
|- | |- | ||
| 03:32 | | 03:32 | ||
− | | আৰু | + | | আৰু মেথদক (method ) '' ' '' পাবলিক (public) ' বনাওক যাতে সকলো জাগাত ই প্রবেশযোগ্য হয় . |
|- | |- | ||
| 03:37 | | 03:37 | ||
− | | ডিফল্টৰুপে ই প্রাইভেট (private) হয় যি অকল ক্লাছতহে প্রবেশযোগ্য হয় যথ ইয়াক লিখা | + | | ডিফল্টৰুপে ই প্রাইভেট (private) হয় যি অকল ক্লাছতহে প্রবেশযোগ্য হয় যথ ইয়াক লিখা আছে . |
|- | |- | ||
Line 155: | Line 154: | ||
|- | |- | ||
| 03:55 | | 03:55 | ||
− | | মনত ৰাখিব যে আমি ৰিটার্ন ''' স্টেটমেন্ট মেথদত সকলোৰে শেষত লিখো . | + | | মনত ৰাখিব যে আমি ৰিটার্ন ''' স্টেটমেন্ট মেথদত (method) সকলোৰে শেষত লিখো . |
|- | |- | ||
| 04:02 | | 04:02 | ||
− | | ''ইয়াৰ কাৰন হল যে ' ৰিটার্ন ''' statement ৰ পাছত অন্য কোনো statement প্্ৰ্দশন কৰা নহয় . | + | | ''ইয়াৰ কাৰন হল যে ' return(ৰিটার্ন) ''' statement ৰ পাছত অন্য কোনো statement প্্ৰ্দশন কৰা নহয় . |
|- | |- | ||
Line 171: | Line 170: | ||
|- | |- | ||
| 04:23 | | 04:23 | ||
− | |parenthesis''ত আমি মেথদক কল কৰিম. | + | |parenthesis''ত আমি মেথদক (method) কল কৰিম. |
|- | |- | ||
Line 179: | Line 178: | ||
|- | |- | ||
| 04:37 | | 04:37 | ||
− | | ই | + | | ই মেথদৰ (method) return valueক প্রিন্ট কৰে |
|- | |- | ||
Line 199: | Line 198: | ||
|- | |- | ||
| 05:15 | | 05:15 | ||
− | | | ইয়াত আমি আমাৰ | + | | | ইয়াত আমি আমাৰ মেথদত (method) এটি প্যাৰামিটাৰ হিসোবে ' '' int a দিছো . |
|- | |- | ||
| 05:20 | | 05:20 | ||
Line 206: | Line 205: | ||
|- | |- | ||
| 05:37 | | 05:37 | ||
− | | সেয়ে আমি এটি '' ' 'square''' method | + | | সেয়ে আমি এটি '' ' 'square''' method লিখছো . |
|- | |- | ||
Line 218: | Line 217: | ||
|- | |- | ||
| 05:53 | | 05:53 | ||
− | | সেয়ে টাইপ কৰক বর্গক্ষেত্র বন্ধনীত'এটি পূর্ণসংখ্যা 5 সেমিকোলন | + | | সেয়ে টাইপ কৰক বর্গক্ষেত্র বন্ধনীত' এটি পূর্ণসংখ্যা 5 সেমিকোলন |
|- | |- | ||
| 06:07 | | 06:07 | ||
Line 280: | Line 279: | ||
|- | |- | ||
| 07:29 | | 07:29 | ||
− | | ঠিক আছে এতিয়া আমি '' ' স্ট্যাটিক ''' হিসাবে '' ' displayMessage ''' বনোৱা যাক . | + | | ঠিক আছে এতিয়া আমি '' ' static (স্ট্যাটিক) ''' হিসাবে '' ' displayMessage ''' বনোৱা যাক . |
|- | |- | ||
| 07:35 | | 07:35 | ||
− | | সেয়ে '' '' ' '''' পাবলিকৰ পিছত টাইপ কৰক ''' স্ট্যাটিক (static) '''' '' | + | | সেয়ে '' '' ' '''' (পাবলিকৰ) public পিছত টাইপ কৰক ''' স্ট্যাটিক (static) '''' '' ' |
|- | |- | ||
| 07:40 | | 07:40 | ||
− | | আমি দেখো যে আমি '' ' | + | | আমি দেখো যে আমি '' ' static method ''' (স্ট্যাটিক মেথদত) এটা (নন স্ট্যাটিক মেথদক) non static method কল কৰিব নোবাৰো |
|- | |- | ||
| 07:47 | | 07:47 | ||
Line 295: | Line 294: | ||
|- | |- | ||
| 07:52 | | 07:52 | ||
− | | যিহেতু '' 'Main'' ' এটা স্ট্যাটিক method হয় আমি ইয়াৰ ভিতৰত '' ' | + | | যিহেতু '' 'Main'' ' এটা (স্ট্যাটিক) static method হয় আমি ইয়াৰ ভিতৰত '' ' static displayMessage ''' কল কৰিব পাৰো |
|- | |- | ||
| 08:02 | | 08:02 | ||
− | | এতিয়া স্ট্যাটিক method বাবে আমি এটা বস্তু তৈয়াৰ কৰিব প্রয়োজন নাই. | + | | এতিয়া (স্ট্যাটিক) static method বাবে আমি এটা বস্তু তৈয়াৰ কৰিব প্রয়োজন নাই. |
|- | |- | ||
Line 351: | Line 350: | ||
|- | |- | ||
| 09:19 | | 09:19 | ||
− | | এতিয়া আমি 'MethodDemo''' class ৰ মেথদৰ ভিতৰত ' এই show ''' | + | | এতিয়া আমি 'MethodDemo''' class ৰ মেথদৰ (method) ভিতৰত ' এই show ''' মেথদক (method) কল কৰো. |
|- | |- | ||
Line 373: | Line 372: | ||
|- | |- | ||
| 09:58 | | 09:58 | ||
− | | আমি '' কনসোলত দেখো '''I am from other class'''. | + | | আমি '' কনসোলত (console) দেখো '''I am from other class'''. |
|- | |- | ||
Line 381: | Line 380: | ||
|- | |- | ||
| 10:09 | | 10:09 | ||
− | |মেথদ নামে আৰু পেৰামিতাৰচেয়ে মেথদৰ সেগনেছাৰ দিয়ে . | + | |মেথদ নামে আৰু পেৰামিতাৰচেয়ে মেথদৰ (method) সেগনেছাৰ দিয়ে . |
|- | |- | ||
| 10:14 | | 10:14 | ||
− | | যত কাৰ্লী ব্ৰেকেটত আৰু স্তেটমেন্টয়ে মেথদৰ শৰীৰ ফর্ম কৰে . | + | | যত কাৰ্লী ব্ৰেকেটত আৰু স্তেটমেন্টয়ে মেথদৰ (method) শৰীৰ ফর্ম কৰে . |
|- | |- | ||
Line 403: | Line 402: | ||
|- | |- | ||
| 10:32 | | 10:32 | ||
− | | আত্ম মূল্যায়নৰ বাবে, এটি মেথদ | + | | আত্ম মূল্যায়নৰ বাবে, এটি মেথদ (method) তৈয়াৰ কৰক যত integer মানে পূর্ণসংখ্যাৰ ঘনকক প্ৰীন্ত কৰা হয় |
|- | |- |
Revision as of 11:39, 3 July 2014
Time' | Narration |
00:02 | জাভাত মেথদৰ (method) উপৰত স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম . |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম |
00:08 | এটি method তৈয়াৰ কৰা . |
00:10 | আৰু এটা মেথদ (method) কল কৰা. |
00:13 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00:14 | উবুন্টু সংস্কৰণ 11.10 |
00:17 | জাভা ডেভেলপমেন্ট কিট 1.6 আৰু |
00:20 | Eclipse 3.7.0 |
00:24 | এই টিউটোৰিয়েল অনুসৰন কৰিবলৈ আপোনি Eclipseত সাধাৰন জাভা প্ৰোগ্ৰাম লিখা, কম্পাইল আৰু ৰান কৰা জনা আবশ্যক. |
00:32 | নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্্ৰ্দশন কৰক , |
00:40 | এটা জাভা method statements বোৰৰ সংগ্ৰহ হয় যি এটা নির্দিষ্ট অপাৰেশন সম্পাদন কৰে |
00:46 | এটা method লিখা যাওক . |
00:50 | সেয়ে eclipseত , ' আমি ইতিমধ্যে এটা প্রকল্পৰ Methods তৈয়াৰ কৰিছো . |
00:57 | প্রকল্পত , আমি এটা জাভা শ্রেণীৰ নাম ' MethodDemo ' বোলি তৈয়াৰ কৰিছো . |
01:06 | ক্লাছত main methodৰ বাহিৰত আমি এটা method লিখিম. |
01:13 | সেয়ে ' টাইপ 'কৰক ' void মেথদৰ (method) নাম |
01:19 | আমি ইয়াক নাম দিও ' displayMessage বন্ধনী ' এন্টাৰ (Enter) |
01:29 | আৰু কাৰ্লী ' বন্ধনী . |
01:32 | এটি মেথদে (method) এটা মান প্রদান বা উভতাই দিব পাৰে. |
01:34 | কিন্তু আপোনি যদি মেথদক (method) এটি মান উভতাই দিব নিবিচাৰে তেনেহলে keyword 'void বয়বহাৰ কৰা হব |
01:42 | ঠিক আছে এতিয়া কাৰ্লী বন্ধনীত , এটা বার্তা প্রিন্ট কৰা যাওক . |
01:47 | সেয়ে লিখক System dot out dot println Hello Method.
|
02:06 | সেয়ে আমি এটা মেথদ (method) লিখিলো . |
02:10 | এতিয়া আমি এই মেথদক (method) কল কৰিম. |
02:13 | সেয়ে Main methodত আমি ' MethodDemo নামৰ' শ্রেণীৰ এটা object মানে বস্তু এটা তৈয়াৰ কৰিম. |
02:21 | সেয়ে ' MethodDemo ' objectৰ নাম. |
02:26 | ইয়াক ' md =new MethodDemo parentheses, semicolon হিসাবে নাম দিয়া যাওক . |
02:37 | সেয়ে আমি New operator ব্যবহাৰ কৰি MethodDemo ক্লাছৰ এটা object MD নামেৰে' তৈয়াৰ কৰিছো |
02:48 | এতিয়া আমি ' displayMessage নামৰ মেথদক (method) 'কল কৰো |
02:51 | সেয়ে টাইপ ' কৰক ' MD '' dot ' ' displayMessage |
03:00 | ' dot' অপাৰেটৰ methodক কল কৰিবলৈ ব্যবহাৰ কৰ হয়. |
03:06 | এতিয়া ৰান আইকন ক্লিক কৰি এই application ৰান কৰা যাওক . |
03:14 | আমি কনসোলত (console) ' ' hello' method বোলি আউটপুট ' দেখা পাও |
03:20 | এতিয়া 'voidৰ পৰিবর্তে 'integer এটা উভতোৱা যাওক . |
03:26 | সেয়ে ' int ' ' টাইপ কৰক |
03:32 | আৰু মেথদক (method ) ' পাবলিক (public) ' বনাওক যাতে সকলো জাগাত ই প্রবেশযোগ্য হয় . |
03:37 | ডিফল্টৰুপে ই প্রাইভেট (private) হয় যি অকল ক্লাছতহে প্রবেশযোগ্য হয় যথ ইয়াক লিখা আছে . |
03:45 | এখন method টাইপ কৰক return seven, semicolon. |
03:55 | মনত ৰাখিব যে আমি ৰিটার্ন স্টেটমেন্ট মেথদত (method) সকলোৰে শেষত লিখো . |
04:02 | ইয়াৰ কাৰন হল যে ' return(ৰিটার্ন) ' statement ৰ পাছত অন্য কোনো statement প্্ৰ্দশন কৰা নহয় . |
04:08 | এতিয়া Main methodৰ শেষত প্ৰীন্ট statement টাইপ কৰক. |
04:15 | সেয়ে লিখক System dot out dot println(); |
04:23 | parenthesisত আমি মেথদক (method) কল কৰিম. |
04:28 | সেয়ে 'md dot method বন্ধনীত সেমিকলন মুছে পালাওক . |
04:37 | ই মেথদৰ (method) return valueক প্রিন্ট কৰে |
04:42 | application ৰান কৰক. |
04:45 | আমি আউটপুটত চাও , মান '7 প্ৰীন্ট কৰা হৈছে. |
04:51 | আমি এতিয়া অনয় method লিখিম আৰু এই methodক display Message 'ত কল কৰক ' . ' |
04:59 | সেয়ে লিখক public void method name square parenthesesত int a. |
05:15 | ইয়াত আমি আমাৰ মেথদত (method) এটি প্যাৰামিটাৰ হিসোবে ' int a দিছো . |
05:20 | এতিয়া কাৰ্লী বন্ধনী টাইপ কৰক, 'System dot out dot println parenthesesত a into a. |
05:37 | সেয়ে আমি এটি ' 'square' method লিখছো . |
05:40 | ই এটা integerৰ বৰ্গমুল প্রদর্শন কৰিব যি প্যাৰামিটাৰ হিসাবে দিয়া আছে |
05:48 | আমি ' displayMessage 'মেথদত এই method কল কল কৰো . |
05:53 | সেয়ে টাইপ কৰক বর্গক্ষেত্র বন্ধনীত' এটি পূর্ণসংখ্যা 5 সেমিকোলন |
06:07 | এই আবেদন ৰান কৰক . |
06:12 | আমি দেখো যে আউটপুটে '5 ৰ বর্গ প্রদর্শন কৰে যি '25 হয় . ' |
06:19 | এতিয়া আমি applicationৰ প্রবাহ বুজা যাওক . |
06:24 | আৰাম্ভনি পইন্ট হৈছে Main method. |
06:29 | Main method,' আমি প্রথমে ' displayMessageক কল কৰিম . |
06:34 | সেয়ে নিয়ন্ত্রণ displayMessage লৈ যায় |
06:40 | ' DisplayMessage 'ত সকলো statements বোৰ প্্ৰ্দশন কৰা হৈছে |
06:45 | প্রথম টো হৈছে print' statement. |
06:50 | তাৰপিছত ই square' methodৰে আহে |
06:54 | সেয়ে নিয়ন্ত্রণে 'square' methodলৈ যায় |
06:57 | square methodয়ে এটি integer 5' ক লয় আৰু integerৰ বর্গ উভতাই দিয়ে যি '25 হয়, . |
07:06 | তাৰপিছত নিয়ন্ত্রণে ' displayMessage 'লৈ উভতি যায় . |
07:10 | আৰু ই' মান '7 প্রদান কৰে. |
07:14 | তাৰপিছত নিয়ন্ত্রণে Main ফাংশন জাম্প কৰে . |
07:20 | যিহেতু প্্ৰ্দশন কৰিবলৈ কোনো statements নাই, 'main methodত application সমাপ্ত হয় |
07:29 | ঠিক আছে এতিয়া আমি ' static (স্ট্যাটিক) হিসাবে ' displayMessage বনোৱা যাক . |
07:35 | সেয়ে ' '' (পাবলিকৰ) public পিছত টাইপ কৰক স্ট্যাটিক (static) ' ' |
07:40 | আমি দেখো যে আমি ' static method ' (স্ট্যাটিক মেথদত) এটা (নন স্ট্যাটিক মেথদক) non static method কল কৰিব নোবাৰো |
07:47 | সেয়ে আমি এই কলটোক মন্তব্য কৰিম |
07:52 | যিহেতু 'Main ' এটা (স্ট্যাটিক) static method হয় আমি ইয়াৰ ভিতৰত ' static displayMessage ' কল কৰিব পাৰো |
08:02 | এতিয়া (স্ট্যাটিক) static method বাবে আমি এটা বস্তু তৈয়াৰ কৰিব প্রয়োজন নাই. |
08:07 | সেয়ে আমি এই বস্তু সৃষ্টিক মন্তব্য কৰিম. |
08:11 | আৰু আমি ' MD . ' ' মুছে পেলাক |
08:18 | ' আবেদনক ৰান কৰো . |
08:22 | আমি আউটপুট 'Hello method' আৰু '7 ' দেখো . |
08:27 | আমি ২৫ দেখা নাই, কাৰন আমি square method লৈ কলটোক মন্তব্য কৰিছো |
08:34 | আমি অন্যান্য শ্রেণী পৰাও পদ্ধতিক (method) কল কৰিব পাৰো . |
08:38 | তাৰ বাবে আমি ইতিমধে্য় ' ডেমো ' নামৰ এটি বর্গ তৈয়াৰ কৰিছো |
08:45 | বর্গ ভিতৰত এটা method তৈয়াৰ কৰক. |
08:48 | সেয়ে লিখক ' ' 'public void show ' প্রথম বন্ধনী 'এন্টাৰ |
08:56 | কোঁৰলী বন্ধনী ভিতৰত , ' ' System dot out dot println |
09:07 | I am from other class. |
09:13 | ফাইল ' সংৰক্ষণ কৰক ' . |
09:16 | MethodDemo class নামৰ method লৈ উভতি যাওক |
09:19 | এতিয়া আমি 'MethodDemo class ৰ মেথদৰ (method) ভিতৰত ' এই show মেথদক (method) কল কৰো. |
09:28 | তাৰ বাবে অমি 'Demoক্লাছৰ তৈয়াৰ কৰিব |
09:22 | ইয়াৰ কাৰন হল যে ' show method class Demo'ৰ হয় |
09:38 | সেয়ে Demo D = New Demo প্রথম বন্ধনী , '' ' সেমিকোলন টাইপ কৰক |
09:48 | তাৰপিছত 'show'মেথদক কল কৰক |
09:54 | 'এই অ্যাপ্লিকেশনটো ৰান কৰো . |
09:58 | আমি কনসোলত (console) দেখো I am from other class. |
10:04 | এই ভাবে যি methodsবোৰ জাভাত ব্যবহাৰ কৰা হয় . |
10:09 | মেথদ নামে আৰু পেৰামিতাৰচেয়ে মেথদৰ (method) সেগনেছাৰ দিয়ে . |
10:14 | যত কাৰ্লী ব্ৰেকেটত আৰু স্তেটমেন্টয়ে মেথদৰ (method) শৰীৰ ফর্ম কৰে . |
10:23 | সেয়ে এই টিউটোৰিয়েলত , আমি শিকিছো |
10:25 | এটা method তৈয়াৰ কৰা |
10:27 | এটা method কল কৰক |
10:29 | method আৰু বিভিন্ন স্বাক্ষৰ |
10:32 | আত্ম মূল্যায়নৰ বাবে, এটি মেথদ (method) তৈয়াৰ কৰক যত integer মানে পূর্ণসংখ্যাৰ ঘনকক প্ৰীন্ত কৰা হয় |
10:38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
10:41 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
10:47 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
10:50 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10:54 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
10:56 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
10:58 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11:02 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:08 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:12 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:18 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
[ http://spoken-tutorial.org/NMEICT-Intro http://spoken-tutorial.org/NMEICT-Intro ] |
11:27 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
11:29 | এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা কৰা হৈছে আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |