Difference between revisions of "PERL/C2/Data-Structures/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
| 00.00
 
| 00.00
| ' পার্লত ''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
+
| ' পার্লত ''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
  
 
|-
 
|-
Line 12: Line 12:
 
|-
 
|-
 
| 00.11
 
| 00.11
| ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 '''  ব্যবহাৰ কৰিছো
+
| ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 '''  ব্যবহাৰ কৰিছো
 
 
 
 
 
|-
 
|-
 
| 00.18
 
| 00.18
 
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
 
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
  
+
 
 
|-
 
|-
 
| 00.22
 
| 00.22
Line 23: Line 23:
 
|-
 
|-
 
| 00.25
 
| 00.25
| আপোনাৰ  '' ' পার্লত'' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব
+
| আপোনাৰ  '' ' পার্লত'' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব
 
|-
 
|-
 
| 00.29
 
| 00.29
Line 38: Line 38:
 
|-
 
|-
 
| 00.44
 
| 00.44
|   
+
|  ''Scalar'''
''Scalar'''
+
  
 
 
 
 
 
|-
 
|-
 
| 00.45
 
| 00.45
|  
+
| '''Array'''
'''Array'''
+
  
 
 
 
 
Line 74: Line 72:
 
|-
 
|-
 
| 01.16
 
| 01.16
|  
+
| '''$count = 12''' semicolon
'''$count = 12''' semicolon
+
 
+
  
 
|-
 
|-
 
| 01.20
 
| 01.20
|  
+
| '' $string''' = একক উদ্ধৃতিত ''' 'I am scalar of type string' ''' ''' সেমিকোলন .
'' $string''' = একক উদ্ধৃতিত ''' 'I am scalar of type string' ''' ''' সেমিকোলন .
+
 
 
 
 
 
|-
 
|-
Line 93: Line 88:
 
|-
 
|-
 
| 01.32
 
| 01.32
| এটা  '' স্কালাৰক' অন্য এটালৈ ধার্য কৰক
+
| এটা  '' স্কালাৰক'  অন্য এটালৈ ধার্য কৰক
 
 
 
 
 
|-
 
|-
Line 107: Line 102:
 
|-
 
|-
 
| 01.52
 
| 01.52
| টার্মিনাললৈ যাওক আৰু টাইপ কৰক ''gedit scalars dot pl''' স্পেস ''&'''  আৰু এন্টাৰ টিপক
+
| টার্মিনাললৈ যাওক আৰু টাইপ কৰক ''gedit scalars dot pl''' স্পেস ''&'''  আৰু এন্টাৰ টিপক
  
 
|-
 
|-
Line 123: Line 118:
 
|-
 
|-
 
| 02.13
 
| 02.13
| এইবোৰ কিছো গাণিতিক অপাৰেশন  হয় যি  নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়  
+
| এইবোৰ কিছো গাণিতিক অপাৰেশন  হয় যি  নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়  
 
|-
 
|-
 
| 02.19
 
| 02.19
| এইবোৰ কিছো স্ট্রিং অপাৰেশন  হয় যি  স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় 
+
| এইবোৰ কিছো স্ট্রিং অপাৰেশন  হয় যি  স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় 
 
|-
 
|-
 
| 02.25
 
| 02.25
 
| ''substr''' এটা '''PERL ফাংশন'' হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ''' অংশ প্রদান কৰে   
 
| ''substr''' এটা '''PERL ফাংশন'' হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ''' অংশ প্রদান কৰে   
 
  
 
|-
 
|-
 
| 02.30
 
| 02.30
| ইয়াত  ' সূচক 0 এটি ''' স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো  
+
| ইয়াত  ' সূচক 0 এটি ''' স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো  
 
|-
 
|-
 
| 02.39
 
| 02.39
| আৰু 11য়ে ''অফসেট উল্লেখ কৰে যৰলৈকে আমি  ' স্ট্রিং ''' আউটপুটত বিছাৰো  
+
| আৰু 11য়ে ''অফসেট উল্লেখ কৰে যৰলৈকে আমি  ' স্ট্রিং ''' আউটপুটত বিছাৰো  
 
 
 
 
 
|-
 
|-
Line 151: Line 145:
 
|-
 
|-
 
| 03.00
 
| 03.00
| হাইলাইট হিসাবে টার্মিনালে দেখানো আউটপুট
+
| টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয়
  
 
|-
 
|-
| 03,05
+
| 03.05
| এখন, আমাদেৰ'' 'অ্যাৰেৰ ডাটা স্ট্রাকচাৰ''' এ'' তাকান 'পার্ল এৰ''.'
+
| এতিয়া, আমি পার্লত array data structure চাও
 
 
 
 
 
|-
 
|-
| 03,09
+
| 03.09
|'' 'এৰে:''' এটা উপাদানেৰ এটা তালিকা ৰয়েছে.
+
|'' Array :''' উপাদানবোৰৰ এটা তালিকা হয়
 
 
 
 
 
|-
 
|-
| 03,12
+
| 03.12
| উপাদানসমূহ 'স্ট্রিং, সংখ্যা''' ইত্যাদি'' হতে পাৰে
+
| উপাদানসমূহ 'স্ট্রিং, সংখ্যা''' ইত্যাদি'' হব পাৰে
 
 
 
 
 
|-
 
|-
| 03,16
+
| 03.16
| এটা'' 'অ্যাৰে''' বিভিন্ন অপাৰেশন সম্পাদন বাবে ব্যবহাৰ কৰা হয়, যা ''', ইনডেক্স' এটা'' আছে.
+
| ইয়াত এটা index আছে যি 'অ্যাৰে''বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয়  
 
+
 
|-
 
|-
| 03,22
+
| 03.22
|'' 'সূচক''' শূন্য দিয়ে শুৰু হয়.
+
|'' Index ''' শূন্যৰে আৰম্ভ হয়.
 
 
 
 
 
|-
 
|-
| 03,25
+
| 03.25
| অন্যান্য প্রোগ্রামিং ভাষা ভিন্ন, পার্ল মধ্যে এটি ব্যবহাৰ কৰাৰ পূর্বে এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোন প্রয়োজন নেই.
+
| অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই.
 
 
 
 
 
|-
 
|-
| 03,33
+
| 03.33
|'' 'পার্ল অ্যাৰে''', প্রসাৰিত বা এটা থেকে যোগ অথবা অপসাৰণ উপাদান অনুযায়ী shrinks
+
|'' Perl array ('পার্ল অ্যাৰে''')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে
 
 
 
 
 
|-
 
|-
| 03,39
+
| 03.39
| এটা অ্যাৰে লিখতে বাক্য গঠন হয়;
+
| এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে;
 
 
 
 
 
|-
 
|-
 
| 03.41
 
| 03.41
|'' কমা বন্ধ বন্ধনী সেমিকোলন দিয়ে পৃথক উপাদানেৰ স্থান খোলা বন্ধনী তালিকা ''' সমান হাৰে variableName স্থান এ'
+
|''at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন
 
+
 
|-
 
|-
| 03,54
+
| 03.54
| এখন আমাদেৰ'' এটা উদাহৰণ তাকান 'অ্যাৰেৰ ডাটা স্ট্রাকচাৰ''.'
+
|এতিয়া array data structureঅৰ এটা উদাহৰণ চাও
 
 
 
 
 
|-
 
|-
| 03,57
+
| 03.57
| স্যুইচ'' থেকে 'টার্মিনাল''' আৰু ধৰন'' ''' লিখক' স্পেস'' 'ও''' আৰু প্রেস'' 'gedit perlArray'' PL বিন্দু'.
+
| 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক
 
 
 
 
 
|-
 
|-
| 04,08
+
| 04.08
| এই'' 'perlArray ডট PL''' 'gedit''''' ফাইল খুলবে.
+
| এইটোৱে '' 'perlArray dot PL''' ফাইলটো 'gedit'ত  খুলে.
 
 
 
 
 
|-
 
|-
| 04,12
+
| 04.12
| পর্দায় প্রদর্শিত হিসাবে নিম্নলিখিত কোড টাইপ কৰুন.
+
| পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক.
 
 
 
 
 
|-
 
|-
| 04,18
+
| 04.18
| এই'' 'নম্বৰ''' ধৰনেৰ উপাদান আছে যা'' 'নম্বৰ অ্যাৰেৰ''' কৰে.
+
| এই'টো number array হয় যত number type (ধৰনৰ) উপাদান  বোৰ আছে  
 
 
 
 
 
|-
 
|-
| 04,23
+
| 04.23
| এই'' 'স্ট্রিং''' ধৰনেৰ উপাদান আছে যা'' 'স্ট্রিং অ্যাৰে''' কৰে.
+
| এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে  
 
+
 
|-
 
|-
| 04,29
+
| 04.29
| এই'' 'অ্যাৰে''' উভয় উপাদান'' 'নম্বৰ''' আৰু'' 'স্ট্রিং''' টাইপ আছে.
+
| এইটো 'অ্যাৰেত''' দুয়ুটা উপাদান'' number  আৰু string টাইপ আছে.
 
 
 
 
 
|-
 
|-
| 04,34
+
| 04.34
| এই যেমন'' বিভিন্ন ধৰনেৰ 'অ্যাৰে''' এ'' 'পার্ল দেখায়. '' '
+
| এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়.
  
 
|-
 
|-
| 04,39
+
| 04.39
| এই আমৰা'' 'অ্যাৰে''' এ'' 'পার্ল''' প্রিন্ট কৰতে পাৰেন না.
+
| এইধৰনে যি আমি' 'পার্লত 'অ্যাৰে'''প্রিন্ট কৰিব পাৰো
  
 
|-
 
|-
| 04,43
+
| 04.43
| প্রেস'' 'Ctrl + এস''' ফাইলটি সংৰক্ষণ কৰুন.
+
| '' ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
  
+
 
 
|-
 
|-
| 04,47
+
| 04.47
| তাৰপৰ টার্মিনালে সুইচ আৰু'' 'পার্ল স্ক্রিপ্ট''' হিসেবে চালানো
+
| তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script ক এনেধৰনে দেখোৱাওক
  
 
|-
 
|-
| 04,52
+
| 04.52
|'' 'পার্ল perlArray ডট PL''' আৰু প্রেস'' ''' লিখক.'
+
|'' perl perlArray dot pl আৰু এন্টাৰ টিপক
 
 
 
 
 
|-
 
|-
| 04,59
+
| 04.59
| নিচেৰ আউটপুট টার্মিনালে প্রদর্শিত হয়
+
| এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয়
  
 
|-
 
|-
| 05,04
+
| 05.04
| এখন, আমাদেৰ'' 'হ্যাশ তথ্য কাঠামো''' এ'' 'পার্ল''' তাকান.
+
| এতিয়া, আমি  পার্লত Hash data structure চাও
 
+
 
|-
 
|-
| 05,08
+
| 05.08
|'' 'হ্যাশ''' অন্যথায়'' 'মিশুক অ্যাৰেৰ''' হিসেবে বলা হয়
+
|''  Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়
 +
 
  
 
|-
 
|-
| 05,12
+
| 05.12
| এটি এটা'' 'বিশেষ বিশেষ মূল্য জোড়া ডাটা স্ট্রাকচাৰ''.' হয়
+
| এইটো Key Value pair data structure হয়
 
 
 
 
 
|-
 
|-
| 05,15
+
| 05.15
|'' এ'' 'মূল''' 'হ্যাশ''' অনন্য.
+
|' hashত Key  অতুলনিয় হয় .
  
 
|-
 
|-
| 05,18 নীচে
+
| 05.18 নীচে
| 'কি''' ''' একই যে এৰ পৰে,''' মান'' 'আবাৰ যোগ কৰা হলে''' কি '''''' সর্বশেষ দ্বাৰা নির্ধাৰিত 'মান''' উপেক্ষা কৰা হতে হবে ' '' কি'' '.
+
|যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান '' keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ''' বাতিল  (overridde) কৰা হব
 +
|-
 +
| 05.28
 +
|'' Value ''' ডুপ্লিকেট হব পাৰে.
 
 
 
 
 
|-
 
|-
| 05,28
+
| 05.30
|'' 'মান''' ডুপ্লিকেট হতে পাৰে.
+
| এটি কোনো 'ডাটা টাইপৰ''' মান'' 'ধৰি ৰাখে
 
+
 
|-
 
|-
| 05,30
+
| 05.34
| এটি কোন'' 'ডাটা টাইপ এৰ''' মান'' 'ঝুলিতে. '' '
+
|'' hash '' এৰ সিনটেক্চ হয়;
 
+
 
 
|-
 
|-
| 05,34
+
| 05.36
|'' 'হ্যাশ''' এৰ বাক্য গঠন হয়;
+
|percentage variable name space equal to space open bracket
  
|-
 
| 05,36
 
|'' 'স্থান খোলা বন্ধনী'' সমান শতাংশ পৰিবর্তনশীল নামেৰ স্পেস'
 
  
 
|-
 
|-
| 05,41
+
| 05.41
| প্রেস'' ''' লিখক'
+
| এন্টাৰ টিপক
 +
|-
 +
| 05.42
 +
|'' single quote key Name single quote space equal to greater than sign space Value comma
  
|-
 
| 05,42
 
|'' 'চিহ্ন স্থান মান কমা'' তাৰ চেয়ে অনেক বেশী সমান একক উদ্ধৃতি কী নাম একক উদ্ধৃতি স্পেস'
 
 
 
 
 
 
|-
 
|-
| 05,50
+
| 05.50
| প্রেস'' ''' লিখক'
+
| এন্টাৰ টিপক
 
 
 
 
 
|-
 
|-
| 05,52
+
| 05.52
|'' 'চিহ্ন স্থান ভ্যালু'' তাৰ চেয়ে অনেক বেশী সমান একক উদ্ধৃতি কী নাম একক উদ্ধৃতি স্পেস'
+
|' single quote key Name single quote space equal to greater than sign space Value
 +
 
  
 
|-
 
|-
| 05,58
+
| 05.58
| প্রেস'' ''' লিখক'
+
| এন্টাৰ টিপক
 
 
 
 
 
|-
 
|-
| 06,00
+
| 06.00
 
| বন্ধ বন্ধনী সেমিকোলন
 
| বন্ধ বন্ধনী সেমিকোলন
  
 
|-
 
|-
| 06,03
+
| 06.03
| এখন আমাদেৰ'' 'হ্যাশ তথ্য কাঠামো''' এটা উদাহৰণ তাকান.
+
| এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও.
 
 
 
 
 
|-
 
|-
| 06,07
+
| 06.07
| টার্মিনাল ও টাইপ কৰতে স্যুইচ
+
| টার্মিনাললৈ যাও আৰু টাইপ কৰক
  
 
|-
 
|-
| 06,10
+
| 06.10
|'' 'Gedit perlHash ডট PL''' স্পেস'' 'ও''' আৰু প্রেস'' ''' লিখক.'
+
|'' gedit perlHash dot pl space & এন্টাৰ টিপক
 
+
 
|-
 
|-
| 06,18
+
| 06.18
| এই'' 'perlHash ডট PL''' ফাইল'' 'gedit খুলতে হবে. '' '
+
| এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে
  
 
|-
 
|-
| 06,22
+
| 06.22
| পর্দায় প্রদর্শিত হিসাবে নিম্নলিখিত কোড টাইপ কৰুন.
+
| পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
  
 
|-
 
|-
| 06,27
+
| 06.27
| এই'' 'হ্যাশ''' এটা বিষয়ে প্রাপ্ত চিহ্ন নির্দেশ কৰে.
+
| এই'' 'হ্যাশ'''এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে.
 
 
 
 
 
|-
 
|-
| 06,31
+
| 06.31
| এই যেমন দেখায়,'' 'হ্যাশ''' ব্যবহাৰ
+
| এই উদাহৰনটোৱে'' 'হ্যাশ'''ব্যবহাৰ দেখোৱায়.
  
 
|-
 
|-
| 06,35
+
| 06.35
| এখন আমাদেৰ'' 'হ্যাশ''' প্রিন্ট কিভাবে দেখতে দিন
+
| এতোয়া চাও আমি '' 'হ্যাশ'''প্রিন্ট কিভাবে কৰে
 
 
 
 
 
|-
 
|-
| 06,38
+
| 06.38
| এখন বাবে, শুধু আমি'' 'হ্যাশ মুদ্রিত আছে পথ ৰাখবেন. '' '
+
| এতিয়াৰ বাবে, মাত্ৰ,''মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক
  
 
|-
 
|-
| 06,42
+
| 06.42
| বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়াল দেওয়া হবে.
+
| বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব.
  
 
|-
 
|-
| 06,47
+
| 06.47
| প্রেস'' 'Ctrl + এস''' ফাইলটি সংৰক্ষণ কৰুন.
+
| ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
 
+
 
|-
 
|-
 
| 06.50
 
| 06.50
| তাৰপৰ টার্মিনালে সুইচ আৰু'' 'পার্ল স্ক্রিপ্ট''' হিসেবে চালানো
+
| তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক
 
+
 
|-
 
|-
 
| 06.55
 
| 06.55
|'' 'পার্ল perlHash ডট PL''' আৰু প্রেস'' ''' লিখক.'
+
|perl perlHash dot pl আৰুএন্টাৰ টিপক
  
 
|-
 
|-
| থেকে 07.01
+
| 07.01
| নিচেৰ আউটপুট টার্মিনালে প্রদর্শিত হয়
+
| নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয়
  
 
|-
 
|-
| 07,05
+
| 07.05
| আমাদেৰ সংক্ষেপ কৰা.
+
| সংক্ষেপ কৰা যাওক .
 
 
 
 
 
|-
 
|-
| 07,06
+
| 07.06
| এই টিউটোৰিয়াল, আমৰা শিখেছি আছে -
+
| এই টিউটোৰিয়েলত, আমি শিকিছো -
 
 
 
 
 
|-
 
|-
| 07,09
+
| 07.09
|'' ''' স্কালে'
+
|' scalar
 +
 
 
 
 
 
 
|-
 
|-
| 07,10
+
| 07.10
|'' 'এৰে''' ও
+
|'' Array আৰু
 +
 
 
 
 
 
 
|-
 
|-
| 07,11
+
| 07.11
|'' 'হ্যাশ ডাটা স্ট্রাকচাৰ''' এ'' 'পার্ল'''
+
|' Perlত Hash Data Structure
 
+
 
|-
 
|-
| 07,13
+
| 07.13
| নমুনা প্রোগ্রাম ব্যবহাৰ.
+
| নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.
 
 
 
 
 
|-
 
|-
| 07,15
+
| 07.15
| আপনাৰ বাবে নিয়োগ পর্যন্ত -
+
| আপোনাৰ বাবে নিয়োগ এটা-
  
 
|-
 
|-
| 07,17
+
| 07.17
|'' 'স্কালে পৰিবর্তনশীল''' ঘোষণা
+
|''scalar variable ঘোষণা কৰক
  
 
|-
 
|-
| 07,19
+
| 07.19
| এটি কৰাৰ বাবে'' 'টাইপ ভাসা''' মান ধার্য কৰুন আৰু তাৰপৰ এটি মুদ্রণ.
+
| এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক
  
 
|-
 
|-
| 07,23
+
| 07.23
| ঘোষণা আৰু রং 'ৰেড', 'হলুদ' আৰু 'সবুজ' এটা অ্যাৰেৰ মুদ্রণ.
+
| Red', 'Yellow' আৰু 'Green' ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক
 
 
 
 
 
|-
 
|-
| 07,28
+
| 07.28
| ঘোষণা ও কর্মচাৰী নাম আৰু তাদেৰ বিভাগেৰ এটা'' 'হ্যাশ''' মুদ্রণ.
+
| Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক 
 
+
 
|-
 
|-
| 07,33
+
| 07.33
| ইঙ্গিত:'' '' কর্মচাৰী '=> (সাইন থেকে বড় সমান)' জন'''' কমা
+
| Hint: 'Employee' =>(equal to greater than sign) 'John' comma
  
 
|-
 
|-
| 07,38
+
| 07.38
|'' '' বিভাগ '=> (সাইন থেকে বড় সমান)' ইঞ্জিনিয়ারিং ''''
+
| 'Department' =>(equal to greater than sign) 'Engineering'
  
 
|-
 
|-
| 07,42
+
| 07.42
| |এই লিন্কত উপলব্ধ ভিদিওটো চাওক 
+
| |এই লিন্কত উপলব্ধ ভিদিওটো চাওক
 
 
 
 
 
|-
 
|-
| 07,46
+
| 07.46
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
| 07,49
+
| 07.49
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
 
 
 
 
|-
 
|-
| 07,53
+
| 07.53
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
 
 
 
 
 
|-
 
|-
| 07,59
+
| 07.59
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
| 08,03
+
| 08.03
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
 
 
 
 
|-
 
|-
| 08,10
+
| 08.10
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
+
 
 
|-
 
|-
| 08,15
+
| 08.15
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
 
 
 
 
|-
 
|-
| 08,22
+
| 08.22
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 08,33
+
| 08.33
| আপনি এই পার্ল টিউটোৰিয়াল ভুক্ত আশা কৰি.
+
| আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে
 
 
 
 
 
|-
 
|-
| 08,35
+
| 08.35
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
  
+
 
 
|-
 
|-
| 08,38
+
| 08.38
 
| যোগদানৰ বাবে ধন্যবাদ।
 
| যোগদানৰ বাবে ধন্যবাদ।
 
|}
 
|}

Revision as of 19:58, 29 June 2014

Visual Cue
Narration
00.00 ' পার্লত Data Structures'ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00.05 এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম
00.11 ইয়াত আমি ' উবুন্টু Linux12.04 ' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2   ব্যবহাৰ কৰিছো

 

00.18 আমি ' gedit ' টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম.

 

00.22 আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00.25 আপোনাৰ  ' পার্লত ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব
00.29 comments, loops আৰু conditional statementsৰ  জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়.
00.36 অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব.
00.41 ' পার্লত 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ  আছে

 

00.44   Scalar'

 

00.45 Array

 

00.46 Hash' যাক  Associative Array বোলিও কোৱা হয়
00.50 Scalar: এই ধৰনৰ  ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে

 

00.56 ' ডাটা টাইপ ' স্ট্রিং , সংখ্যা, ডবল ইত্যাদি হব পাৰে


01.01 ই এটা ' অ্যাৰে বা এটা হ্যাশ ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে
01.06 থেকে ' মন কৰক পার্লত " থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব.
01.11 স্কালাৰ নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই
01.16 $count = 12 semicolon
01.20 $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন .

 

01.26 আমি ' স্কালাৰত 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো

 

01.30 ইয়ালৈ এটি মান ধার্য কৰক

 

01.32 এটা  স্কালাৰক'  অন্য এটালৈ ধার্য কৰক

 

01.35 ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract  ইত্যাদি
01.41 স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr  ইত্যাদি
01.48 এতিয়া আমি  "স্কালাৰ ডাটা স্ট্রাকচাৰ ৰ এটি উদাহৰণ চাও
01.52 টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস &  আৰু এন্টাৰ টিপক
02.01 ই ' scalars ডট PL ফাইল geditত খোলে'

 

02.05 পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.

 

02.09 এইট স্কালৰলৈ declaration আৰু assignment হয় 
02.13 এইবোৰ কিছো গাণিতিক অপাৰেশন  হয় যি  নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়
02.19 এইবোৰ কিছো স্ট্রিং অপাৰেশন  হয় যি  স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় 
02.25 substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে 
02.30 ইয়াত  ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো
02.39 আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি  ' স্ট্রিং ' আউটপুটত বিছাৰো

 

02.46   ফাইলটি সংৰক্ষণ কৰিবলৈ  ctrl + s প্রেস কৰক'
02.50 তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক '
02.55 perl scalars dot pl'  হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক
03.00 টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয়
03.05 এতিয়া, আমি পার্লত array data structure চাও

 

03.09 Array :' উপাদানবোৰৰ এটা তালিকা হয়

 

03.12 উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে

 

03.16 ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয়
03.22 Index ' শূন্যৰে আৰম্ভ হয়.

 

03.25 অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই.

 

03.33 Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে

 

03.39 এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে;

 

03.41 at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন
03.54 এতিয়া array data structureঅৰ এটা উদাহৰণ চাও

 

03.57 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক

 

04.08 এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত  খুলে.

 

04.12 পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক.

 

04.18 এই'টো number array হয় যত number type (ধৰনৰ) উপাদান  বোৰ আছে

 

04.23 এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে
04.29 এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number  আৰু string টাইপ আছে.

 

04.34 এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়.
04.39 এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো
04.43 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক

 

04.47 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক
04.52 perl perlArray dot pl আৰু এন্টাৰ টিপক

 

04.59 এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয়
05.04 এতিয়া, আমি  পার্লত Hash data structure চাও
05.08   Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়


05.12 এইটো Key Value pair data structure হয়

 

05.15 ' hashত Key  অতুলনিয় হয় .
05.18 নীচে যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল  (overridde) কৰা হব
05.28 Value ' ডুপ্লিকেট হব পাৰে.

 

05.30 এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে
05.34 hash এৰ সিনটেক্চ হয়;
05.36 percentage variable name space equal to space open bracket


05.41 এন্টাৰ টিপক
05.42 single quote key Name single quote space equal to greater than sign space Value comma

 

05.50 এন্টাৰ টিপক

 

05.52 ' single quote key Name single quote space equal to greater than sign space Value


05.58 এন্টাৰ টিপক

 

06.00 বন্ধ বন্ধনী সেমিকোলন
06.03 এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও.

 

06.07 টার্মিনাললৈ যাও আৰু টাইপ কৰক
06.10 gedit perlHash dot pl space & এন্টাৰ টিপক
06.18 এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে
06.22 পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
06.27 এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে.

 

06.31 এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়.
06.35 এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে

 

06.38 এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক
06.42 বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব.
06.47 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
06.50 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক
06.55 perl perlHash dot pl আৰুএন্টাৰ টিপক
07.01 নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয়
07.05 সংক্ষেপ কৰা যাওক .

 

07.06 এই টিউটোৰিয়েলত, আমি শিকিছো -

 

07.09 ' scalar

 

07.10 Array আৰু

 

07.11 ' Perlত Hash Data Structure
07.13 নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.

 

07.15 আপোনাৰ বাবে নিয়োগ এটা-
07.17 scalar variable ঘোষণা কৰক
07.19 এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক
07.23 Red', 'Yellow' আৰু 'Green' ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক

 

07.28 Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক 
07.33 Hint: 'Employee' =>(equal to greater than sign) 'John' comma
07.38 'Department' =>(equal to greater than sign) 'Engineering'
07.42 এই লিন্কত উপলব্ধ ভিদিওটো চাওক

 

07.46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07.49 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

 

07.53 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।

 

07.59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

 

08.10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

 

08.15 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

 

08.22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08.33 আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে

 

08.35 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

 

08.38 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble