Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"
From Script | Spoken-Tutorial
Line 188: | Line 188: | ||
|| 02.52 | || 02.52 | ||
− | || | + | || '''keyword''' '''message "ৰ পিছত "'''দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্ৰীং " ''' লয় |
− | + | ||
− | '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্ৰীং " ''' লয় | + | |
|- | |- |
Revision as of 16:44, 4 July 2014
Visual Cue | Narration |
---|---|
00.01 | নম্সকাৰ দৰ্শক সকল |
00.03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম |
00.10 | এই টিউটৰিয়েলত আমি শিকিম |
00.13 | 'while' loop আৰু |
00.15 | 'for' loop |
00.17 | এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো . |
00.32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . |
00.38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00.45 | এতিয়া KTurtleৰ নতুন Application খোলা যাওক . |
00.48 | Dash homeত ক্লীক কৰক . |
00.50 | Search barত, লিখক KTurtle. |
00.53 | optionত ক্লীক কৰক. KTurtle Application খোলে. |
00.59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. |
01.05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে |
01.10 | প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. |
01.16 | লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. |
01.25 | Eg. “while” loop আৰু “for” loop |
01.30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক |
01.34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে |
01.42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
while loop condition { do something with loop increment variable } |
01.56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. |
01.59 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো |
02.07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
02.13 | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক |
02.18 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
02.25 | আমি কোডটো ব্যাখ্যা কৰো. |
02.27 | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়। |
02.32 | ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় |
02.38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় |
02.43 | ' $ এক্স = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . |
02.52 | keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয় |
03.04 | ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. |
03.11 | while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে |
03.17 | $x=$x+3' য়ে $x by 3 variable ৰ মান বঢ়ায় |
03.27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03.35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . |
03.42 | forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে |
03.52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে. |
04.01 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক. |
04.05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো . |
04.11 | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে. |
04.17 | “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়. |
04.22 | “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক |
04.26 | “for” লুপ এটা কাউন্টিং লুপ হয় . |
04.29 | প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , |
04.34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. |
04.41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো . |
04.46 | for variable = start number to end number { Statement}' |
04.55 | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও. |
04.59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো |
05.05 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো |
05.14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
05.20 | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. |
05.25 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
05.32 | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. |
05.34 | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।. |
05.39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে |
05.44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. |
05.52 | for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে . |
06.01 | $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে. |
06.12 | ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . |
06.19 | print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে |
06.26 | forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . |
06.34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . |
06.48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে . |
06.54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় |
07.04 | “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়. |
07.13 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো. |
07.17 | এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়. |
07.27 | Turtle য়ে কেনভাচত 15 steps আগলৈ যায় . |
07.32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো |
07.37 | আমি সংক্ষেপ কৰো. |
07.40 | এই টিউটোৰিয়েলত আমি |
07.44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , |
07.47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক |
07.54 | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক |
07.58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা |
08.03 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08.08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08.12 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08.17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08.36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08.41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08.48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08.54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |