Difference between revisions of "Thunderbird/C2/Introduction-to-Thunderbird/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 7: Line 7:
  
 
|-
 
|-
| 00,04
+
| 00.04
| এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু   
+
| এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু 
 
|-
 
|-
| 00,09
+
| 00.09
 
| থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম
 
| থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম
  
 
|-
 
|-
| 00,13
+
| 00.13
 
| আমি আৰু শিকিম কিভাবে :
 
| আমি আৰু শিকিম কিভাবে :
  
Line 22: Line 22:
  
 
|-
 
|-
| 00,20
+
| 00.20
 
| ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা
 
| ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা
  
 
|-
 
|-
| 00,26
+
| 00.26
 
| মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট.
 
| মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট.
  
 
|-
 
|-
| 00,29
+
| 00.29
 
| ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে.
 
| ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে.
  
 
|-
 
|-
| 00,35
+
| 00.35
 
| ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে
 
| ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে
  
 
|-
 
|-
| 00,39
+
| 00.39
 
| আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ .
 
| আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ .
  
 
|-
 
|-
| 00,42
+
| 00.42
 
| ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে.
 
| ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে.
  
 
|-
 
|-
| 00,47
+
| 00.47
 
| থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে.
 
| থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে.
  
 
|-
 
|-
| 00,50
+
| 00.50
 
| আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি
 
| আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি
  
Line 59: Line 59:
 
|-
 
|-
 
| 01.04
 
| 01.04
| সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক   .
+
| সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক   .
  
 
|-
 
|-
| 01,09
+
| 01.09
 
| আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে
 
| আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে
  
 
|-
 
|-
| 01,12
+
| 01.12
| তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল .  
+
| তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল .
 
|-
 
|-
| 01,18
+
| 01.18
 
| ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
 
| ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
 
|-
 
|-
| 01,26
+
| 01.26
| যদি  মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে.
+
| যদি  মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে.
  
 
|-
 
|-
| 01,33
+
| 01.33
| উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ  কৰি এই ওয়েবসাইট চাওক.
+
| উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ  কৰি এই ওয়েবসাইট চাওক.
  
 
|-
 
|-
| 01,40
+
| 01.40
 
| আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে.
 
| আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে.
  
 
|-
 
|-
| 01,46
+
| 01.46
 
| মোজিলা থান্ডাৰবার্ড  
 
| মোজিলা থান্ডাৰবার্ড  
  
 
|-
 
|-
| 01,48
+
| 01.48
 
| মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় .
 
| মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় .
 
|-
 
|-
| 01,56
+
| 01.56
| এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ  কৰি মোজিলা ওয়েবসাইট চাওক .
+
| এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ  কৰি মোজিলা ওয়েবসাইট চাওক .
  
 
|-
 
|-
Line 99: Line 99:
  
 
|-
 
|-
| 02,08
+
| 02.08
 
| আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে
 
| আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে
 
|-
 
|-
| 02,15
+
| 02.15
 
| আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব
 
| আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব
 
|-
 
|-
| 02,19
+
| 02.19
 
| থান্ডাৰবার্ড আৰম্ভ কৰা যাওক.
 
| থান্ডাৰবার্ড আৰম্ভ কৰা যাওক.
  
 
|-
 
|-
| 02,22
+
| 02.22
 
| প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক.
 
| প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক.
  
 
|-
 
|-
| 02,29
+
| 02.29
 
| অনুসন্ধান বক্স প্রদর্শিত হব .
 
| অনুসন্ধান বক্স প্রদর্শিত হব .
  
 
|-
 
|-
| 02,31
+
| 02.31
 
| এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব .
 
| এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব .
  
 
|-
 
|-
| 02,37
+
| 02.37
 
| অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক.
 
| অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক.
  
 
|-
 
|-
| 02,40
+
| 02.40
 
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব
 
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব
  
 
|-
 
|-
| 02,43
+
| 02.43
 
| উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক.
 
| উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক.
  
 
|-  
 
|-  
| 02,49 
+
| 02.49 
 
| মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব
 
| মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব
|- 
+
|-
| 02,53
+
| 02.53
 
| প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক .
 
| প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক .
  
 
|-
 
|-
| 02,59
+
| 02.59
 
| মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে.
 
| মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে.
  
 
|-
 
|-
| 03,05
+
| 03.05
 
| ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ.
 
| ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ.
  
 
|-
 
|-
| 03,11
+
| 03.11
 
| উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে.
 
| উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে.
  
 
|-
 
|-
| 03,18
+
| 03.18
 
| থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে .
 
| থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে .
  
 
|-
 
|-
| 03,21
+
| 03.21
 
| বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে.
 
| বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে.
  
 
|-
 
|-
| 03,26
+
| 03.26
 
| আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে
 
| আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে
  
 
|-
 
|-
| 03,33
+
| 03.33
 
| সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত.
 
| সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত.
  
Line 171: Line 171:
 
| এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে  
 
| এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে  
 
|-
 
|-
| 03,44
+
| 03.44
 
| এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল:
 
| এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল:
  
 
|-
 
|-
| 03,48
+
| 03.48
 
| STUSERONE এট জিমেইল ডট কম  
 
| STUSERONE এট জিমেইল ডট কম  
STUSERTWO  এট ইয়াহু ডট কম  
+
STUSERTWO  এট ইয়াহু ডট কম  
 
|-
 
|-
| 03,56
+
| 03.56
 
| আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় .
 
| আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় .
 
|-
 
|-
Line 186: Line 186:
  
 
|-
 
|-
| 04,07
+
| 04.07
 
| আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ?
 
| আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ?
  
 
|-
 
|-
| 04,11
+
| 04.11
| প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক  .
+
| প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক  .
  
 
|-
 
|-
| 04,14
+
| 04.14
 
| নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com .
 
| নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com .
  
 
|-
 
|-
| 04,21
+
| 04.21
| এতিয়া  ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড.
+
| এতিয়া  ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড.
  
 
|-
 
|-
| 04,30
+
| 04.30
 
| জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক.
 
| জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক.
  
 
|-
 
|-
| 04,40
+
| 04.40
 
| সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক.
 
| সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক.
  
 
|-
 
|-
| 04,48
+
| 04.48
 
| পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো .
 
| পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো .
  
 
|-
 
|-
| 04,53
+
| 04.53
 
| তাৰপিছত Save Changes ক্লিক কৰক.
 
| তাৰপিছত Save Changes ক্লিক কৰক.
  
 
|-
 
|-
| 04,56
+
| 04.56
 
| জিমেইল উইন্ডো প্রদর্শিত হব .
 
| জিমেইল উইন্ডো প্রদর্শিত হব .
  
 
|-
 
|-
| 04,58
+
| 04.58
| POP 3 এতিয়া Gmail ত  সক্রিয় কৰা হয় !
+
| POP 3 এতিয়া Gmail ত  সক্রিয় কৰা হয় !
  
 
|-
 
|-
Line 230: Line 230:
  
 
|-
 
|-
| 05,08
+
| 05.08
 
| থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক.
 
| থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক.
  
 
|-
 
|-
| 05,15
+
| 05.15
|থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ  স্বয়ংক্রিয়ভাবে  কনফিগাৰ কৰা হয়.
+
|থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ  স্বয়ংক্রিয়ভাবে  কনফিগাৰ কৰা হয়.
  
 
|-
 
|-
| 05,19
+
| 05.19
| আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম 
+
| আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম 
 
|-
 
|-
| 05,26
+
| 05.26
 
| প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক.
 
| প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক.
  
 
|-
 
|-
| 05,31
+
| 05.31
 
| প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক.
 
| প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক.
  
 
|-
 
|-
| 05,36
+
| 05.36
|থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স  প্রদর্শিত হয়  .
+
|থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স  প্রদর্শিত হয়  .
  
 
|-
 
|-
| 05,39
+
| 05.39
| Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস  ক্লিক কৰক.
+
| Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস  ক্লিক কৰক.
  
 
|-
 
|-
| 05:48  
+
| 05.48  
 
| কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক.
 
| কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক.
  
 
|-
 
|-
| 05,56
+
| 05.56
| OK ক্লিক কৰক. ক্লোজ  ক্লিক কৰক .
+
| OK ক্লিক কৰক. ক্লোজ  ক্লিক কৰক .
  
 
|-
 
|-
| 0600
+
| 06.00
 
| এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক
 
| এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক
  
 
|-
 
|-
| 06,05
+
| 06.05
 
| অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক.
 
| অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক.
  
 
|-
 
|-
| 06,12
+
| 06.12
 
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব .
 
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব .
  
 
|-
 
|-
| 06,17
+
| 06.17
 
| STUSERONE হিসাবে নাম লিখক.
 
| STUSERONE হিসাবে নাম লিখক.
   
+
 
 
|-
 
|-
| 06,20
+
| 06.20
|STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক .
+
|STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক .
  
 
|-
 
|-
| 06,27
+
| 06.27
| আৰু  অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক.
+
| আৰু  অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক.
  
 
|-
 
|-
| 06,32
+
| 06.32
 
| পিছত Continueত ক্লিক কৰক
 
| পিছত Continueত ক্লিক কৰক
  
 
|-
 
|-
| 06,36
+
| 06.36
 
| মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় .
 
| মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় .
  
 
|-
 
|-
| 06,42
+
| 06.42
 
| পৰবর্তী নির্বাচন কৰক POP 3 .
 
| পৰবর্তী নির্বাচন কৰক POP 3 .
  
 
|-
 
|-
| 06,46
+
| 06.46
 
| কেতিয়াবা এটা এৰৰ বার্তা ,
 
| কেতিয়াবা এটা এৰৰ বার্তা ,
  
 
|-
 
|-
| 06,49
+
| 06.49
 
| থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে  
 
| থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে  
 
|-
 
|-
| 06,53
+
| 06.53
 
| ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়.
 
| ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়.
  
 
|-
 
|-
| 06,59
+
| 06.59
 
| এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক.
 
| এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক.
  
 
|-
 
|-
| 07,04
+
| 07.04
 
| এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক
 
| এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক
  
 
|-
 
|-
| 07,08
+
| 07.08
 
| জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়.
 
| জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়.
  
 
|-
 
|-
| 07,12
+
| 07.12
 
| যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো.
 
| যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো.
  
 
|-
 
|-
| 07,19
+
| 07.19
 
| এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক
 
| এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক
 
|-
 
|-
| 07,24
+
| 07.24
 
| নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক.
 
| নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক.
  
 
|-
 
|-
| 0730
+
| 07.30
 
| যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়.
 
| যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়.
 
|-
 
|-
| 07,36
+
| 07.36
 
| এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে.
 
| এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে.
  
 
|-
 
|-
| 07,41
+
| 07.41
| সেয়ে ক্ৰিয়েট একাউন্ট  ক্লিক কৰো.
+
| সেয়ে ক্ৰিয়েট একাউন্ট  ক্লিক কৰো.
  
 
|-
 
|-
| 07,44
+
| 07.44
 
| এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে .
 
| এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে .
  
 
|-
 
|-
| 07,52
+
| 07.52
 
| জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়.
 
| জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়.
  
 
|-
 
|-
| 07,56
+
| 07.56
 
| মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে .
 
| মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে .
  
 
|-
 
|-
| 08,04
+
| 08.04
 
| এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়.
 
| এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়.
  
 
|-
 
|-
| 08,09
+
| 08.09
 
| এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক.
 
| এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক.
  
 
|-
 
|-
| 08,18
+
| 08.18
 
| থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক .
 
| থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক .
  
 
|-
 
|-
| 08,22
+
| 08.22
 
| ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়.
 
| ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়.
  
 
|-
 
|-
| 08,27
+
| 08.27
| জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট  কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়.
+
| জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট  কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়.
  
 
|-
 
|-
| 08,36
+
| 08.36
 
| ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক.
 
| ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক.
  
 
|-
 
|-
| 08,39
+
| 08.39
 
| বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় .
 
| বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় .
  
 
|-
 
|-
| 08,43
+
| 08.43
 
| বার্তা ত ডাবল ক্লিক কৰা যাওক.
 
| বার্তা ত ডাবল ক্লিক কৰা যাওক.
  
 
|-
 
|-
| 08,46
+
| 08.46
 
| ই এটা নতুন ট্যাব খুলে .
 
| ই এটা নতুন ট্যাব খুলে .
  
 
|-
 
|-
| 08,49
+
| 08.49
 
| ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক.
 
| ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক.
  
 
|-
 
|-
| 08,55
+
| 08.55
| এটি বার্তা কম্পোজ কৰো আৰু  STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক
+
| এটি বার্তা কম্পোজ কৰো আৰু  STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক
  
 
|-
 
|-
| 09,03
+
| 09.03
 
| মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক.
 
| মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক.
  
 
|-
 
|-
| 09,07
+
| 09.07
 
| ৰাইট ডায়লগ বক্স প্রদর্শিত হব.
 
| ৰাইট ডায়লগ বক্স প্রদর্শিত হব.
  
Line 414: Line 414:
  
 
|-
 
|-
| 09,14
+
| 09.14
| টু ফিল্দত  STUSERTWO এট ইয়াহু ডট ইন লিখক
+
| টু ফিল্দত  STUSERTWO এট ইয়াহু ডট ইন লিখক
  
 
|-
 
|-
Line 422: Line 422:
  
 
|-
 
|-
| 09,29
+
| 09.29
 
| এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো .
 
| এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো .
  
 
|-
 
|-
| 09,33
+
| 09.33
 
| এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়.
 
| এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়.
  
 
|-
 
|-
| 09,40
+
| 09.40
 
| টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ.
 
| টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ.
  
 
|-
 
|-
| 09,47
+
| 09.47
 
| টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো.
 
| টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো.
 
+
 
|-
 
|-
| 09,55
+
| 09.55
 
| টেক্সট ৰ ৰং পৰিবর্তন হৈছে.
 
| টেক্সট ৰ ৰং পৰিবর্তন হৈছে.
  
 
|-
 
|-
| 09,58
+
| 09.58
| এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! .
+
| এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! .
  
 
|-
 
|-
Line 462: Line 462:
  
 
|-
 
|-
| 10,24
+
| 10.24
| চেক বানান ডায়লগ বক্স প্রদর্শিত হয়,  ভোল বানানটো হাইলাইট কৰে.
+
| চেক বানান ডায়লগ বক্স প্রদর্শিত হয়, ভোল বানানটো হাইলাইট কৰে.
  
 
|-
 
|-
 
| 10.30
 
| 10.30
| ই সঠিক বানান প্রদর্শন কৰে.  Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ  ক্লিক কৰক.  
+
| ই সঠিক বানান প্রদর্শন কৰে. Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ  ক্লিক কৰক.  
 
|-
 
|-
 
| 10.38
 
| 10.38
Line 477: Line 477:
  
 
|-
 
|-
| 10,48
+
| 10.48
 
| আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক
 
| আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক
  
Line 498: Line 498:
 
|-
 
|-
 
| 11.13
 
| 11.13
| Cancel Sending  ক্লিক কৰক .
+
| Cancel Sending  ক্লিক কৰক .
  
 
|-
 
|-
| 11,16
+
| 11.16
 
| এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম.
 
| এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম.
  
 
|-
 
|-
| 11,21
+
| 11.21
|  Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক.
+
| Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক.
  
 
|-
 
|-
Line 518: Line 518:
 
|-
 
|-
 
| 11.47
 
| 11.47
| ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক.  আপোনাৰ পাসওয়ার্ড টাইপ কৰক.
+
| ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক. আপোনাৰ পাসওয়ার্ড টাইপ কৰক.
  
 
|-
 
|-
 
| 11.56
 
| 11.56
| ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল  পোৱা দেখায় !
+
| ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল  পোৱা দেখায় !
 
|-
 
|-
 
| 12.03
 
| 12.03
Line 536: Line 536:
  
 
|-
 
|-
| 12,16
+
| 12.16
| To field ত,  STUSERONE এট জিমেইল ডট  কম ঠিকানাটো লিখক
+
| To field ত, STUSERONE এট জিমেইল ডট  কম ঠিকানাটো লিখক
  
 
|-
 
|-
Line 548: Line 548:
  
 
|-
 
|-
| 12,32
+
| 12.32
| Send বাটন ক্লিক কৰক আৰু  ইয়াহু পৰা লগ আউট কৰক  .
+
| Send বাটন ক্লিক কৰক আৰু  ইয়াহু পৰা লগ আউট কৰক  .
  
 
|-
 
|-
Line 560: Line 560:
  
 
|-
 
|-
| 12,42
+
| 12.42
 
| Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক.
 
| Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক.
  
 
|-
 
|-
| 12,48
+
| 12.48
 
| বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক.
 
| বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক.
  
 
|-
 
|-
| 12,53
+
| 12.53
 
| ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় .
 
| ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় .
  
 
|-
 
|-
| 12,58
+
| 12.58
 
| মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়.
 
| মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়.
  
 
|-
 
|-
| 13,03
+
| 13.03
 
| আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে .
 
| আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে .
  
 
|-
 
|-
| 13,07
+
| 13.07
| আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি  ইমেইল মেসেজ  সফলভাবে sent, received আৰু viewed কৰিছো
+
| আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি  ইমেইল মেসেজ  সফলভাবে sent, received আৰু viewed কৰিছো
 
|-
 
|-
| 13,14
+
| 13.14
| থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক  .
+
| থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক  .
  
 
|-
 
|-
Line 595: Line 595:
  
 
|-
 
|-
| 13,26
+
| 13.26
| এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড  ডাউনলোড, ইনস্টল  আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো  .
+
| এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড  ডাউনলোড, ইনস্টল  আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো  .
  
 
|-
 
|-
Line 606: Line 606:
 
| নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,
 
| নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,
 
কম্পোজ আৰু মেইল বার্তা পঠোৱা,
 
কম্পোজ আৰু মেইল বার্তা পঠোৱা,
বার্তা  পোৱা আৰু পড়া ,
+
বার্তা  পোৱা আৰু পড়া ,
 
থান্ডাৰবার্ডৰ লগ আউটকৰা.
 
থান্ডাৰবার্ডৰ লগ আউটকৰা.
  
 
|-
 
|-
| 13,46
+
| 13.46
 
| ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
 
| ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
  
 
|-
 
|-
| 13,49
+
| 13.49
 
| মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক
 
| মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক
  
 
|-
 
|-
 
| 13.52
 
| 13.52
| ইনস্টল কৰক আৰু  আৰম্ভ কৰক .
+
| ইনস্টল কৰক আৰু  আৰম্ভ কৰক .
  
 
|-
 
|-
Line 631: Line 631:
 
|-
 
|-
 
| 14.06
 
| 14.06
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
+
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
  
+
 
 
|-
 
|-
 
| 14.09
 
| 14.09
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
| 14,12
+
| 14.12
 
| যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
 
| 14.16
 
| 14.16
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
+
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
Line 647: Line 647:
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|-
 
|-
| 14,22
+
| 14.22
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
| 14,26
+
| 14.26
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 14,32
+
| 14.32
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
| 14,36
+
| 14.36
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
Line 666: Line 666:
  
 
|-
 
|-
| 14,55
+
| 14.55
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 17:30, 28 May 2014

Time Narration
00.00 মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম
00.04 এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু
00.09 থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম
00.13 আমি আৰু শিকিম কিভাবে :
00.15 নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া
00.20 ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা
00.26 মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট.
00.29 ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে.
00.35 ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে
00.39 আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ .
00.42 ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে.
00.47 থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে.
00.50 আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি
01.01 আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি
01.04 সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক .
01.09 আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে
01.12 তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল .
01.18 ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
01.26 যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে.
01.33 উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক.
01.40 আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে.
01.46 মোজিলা থান্ডাৰবার্ড
01.48 মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় .
01.56 এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক .
02.02 মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব .
02.08 আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে
02.15 আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব
02.19 থান্ডাৰবার্ড আৰম্ভ কৰা যাওক.
02.22 প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক.
02.29 অনুসন্ধান বক্স প্রদর্শিত হব .
02.31 এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব .
02.37 অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক.
02.40 মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব
02.43 উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক.
02.49 মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব
02.53 প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক .
02.59 মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে.
03.05 ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ.
03.11 উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে.
03.18 থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে .
03.21 বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে.
03.26 আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে
03.33 সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত.
03.41 এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে
03.44 এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল:
03.48 STUSERONE এট জিমেইল ডট কম

STUSERTWO এট ইয়াহু ডট কম

03.56 আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় .
04.02 ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো.
04.07 আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ?
04.11 প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক .
04.14 নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com .
04.21 এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড.
04.30 জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক.
04.40 সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক.
04.48 পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো .
04.53 তাৰপিছত Save Changes ক্লিক কৰক.
04.56 জিমেইল উইন্ডো প্রদর্শিত হব .
04.58 POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় !
05.02 জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো.
05.08 থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক.
05.15 থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়.
05.19 আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম
05.26 প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক.
05.31 প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক.
05.36 থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় .
05.39 Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক.
05.48 কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক.
05.56 OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক .
06.00 এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক
06.05 অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক.
06.12 মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব .
06.17 STUSERONE হিসাবে নাম লিখক.
06.20 STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক .
06.27 আৰু অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক.
06.32 পিছত Continueত ক্লিক কৰক
06.36 মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় .
06.42 পৰবর্তী নির্বাচন কৰক POP 3 .
06.46 কেতিয়াবা এটা এৰৰ বার্তা ,
06.49 থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে
06.53 ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়.
06.59 এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক.
07.04 এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক
07.08 জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়.
07.12 যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো.
07.19 এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক
07.24 নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক.
07.30 যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়.
07.36 এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে.
07.41 সেয়ে ক্ৰিয়েট একাউন্ট ক্লিক কৰো.
07.44 এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে .
07.52 জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়.
07.56 মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে .
08.04 এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়.
08.09 এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক.
08.18 থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক .
08.22 ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়.
08.27 জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়.
08.36 ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক.
08.39 বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় .
08.43 বার্তা ত ডাবল ক্লিক কৰা যাওক.
08.46 ই এটা নতুন ট্যাব খুলে .
08.49 ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক.
08.55 এটি বার্তা কম্পোজ কৰো আৰু STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক
09.03 মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক.
09.07 ৰাইট ডায়লগ বক্স প্রদর্শিত হব.
09.10 ফ্ৰম ফিল্দে আপনাৰ নাম আৰু জিমেইল আইডি প্রদর্শন কৰে.
09.14 টু ফিল্দত STUSERTWO এট ইয়াহু ডট ইন লিখক
09.20 হাই বোলি টেক্সট টাইপ কৰা যাওক! মেইলৰ বদিত এতিয়া থান্ডাৰবার্ডত মোৰ এটা ইমেইল একাউন্ট আছে.
09.29 এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো .
09.33 এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়.
09.40 টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ.
09.47 টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো.
09.55 টেক্সট ৰ ৰং পৰিবর্তন হৈছে.
09.58 এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! .
10.04 স্মাইলি তালিকাৰ পৰা, স্মাইল ক্লিক কৰক. এটা স্মাইলি ভৰোৱা হৈছে .
10.11 আপোনি আপোনাৰ মেইলত বানান চেক কৰিবও পাৰে.
10.15 have বানানটি heve লৈ পৰিবর্তন কৰা যাওক.
10.20 স্পেলিঙ ক্লিক কৰক আৰু English US নির্বাচন কৰক
10.24 চেক বানান ডায়লগ বক্স প্রদর্শিত হয়, ভোল বানানটো হাইলাইট কৰে.
10.30 ই সঠিক বানান প্রদর্শন কৰে. Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ ক্লিক কৰক.
10.38 বানান পছন্দ সেট কৰিবলৈ, প্রধান মেনুৰ পৰা, সম্পাদনা আৰু পছন্দসমূহত (Preferences) ক্লিক কৰক.
10.44 Preferences.dialog বক্সৰ পৰা Composition ক্লিক কৰক.
10.48 আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক
10.54 এতিয়া মেইল পঠাবলৈ, কেবল চেন্দ বাটনত ক্লিক কৰক.
10.59 এটা Subject Reminder বস্তু ডায়লগ বক্স প্রদর্শিত হয়.
11.03 ইয়াৰ কাৰন হল যে এই মেইলৰ বাবে আমি এটা বিষয় এন্টাৰ কৰা নাচিলো.
11.07 এটা চাবজেক্ট লাইন নোহোৱাকে মেইল পঠাবলৈ, আপোনি Send Without Subject ত ক্লিক কৰিব পাৰে
11.13 Cancel Sending ক্লিক কৰক .
11.16 এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম.
11.21 Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক.
11.29 আমি STUSERTWO@yahoo.in একাউন্ট খুলিব লাগিব আৰু ইনবক্স চেক কৰো .
11.37 সেয়ে ইয়াহু লগইন কৰা যাওক
11.47 ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক. আপোনাৰ পাসওয়ার্ড টাইপ কৰক.
11.56 ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল পোৱা দেখায় !
12.03 এইটোক খুলিবলৈ মেইলত ক্লিক কৰক.
12.05 আপোনি Reply বাটন ব্যবহাৰ কৰি মেইলৰ উত্তৰ দিব পাৰি , কিন্তু ইয়াত এটি নতুন মেইল কম্পোজ কৰো .
12.13 Composeত ক্লিক কৰা যাওক
12.16 To field ত, STUSERONE এট জিমেইল ডট কম ঠিকানাটো লিখক
12.23 বিষয় ক্ষেত্রত, অভিনন্দন লিখক !
12.27 আপোনি মেইলত এটি নতুন অ্যাকাউন্ট পোৱা দেখি ভাল লাগিছে
12.32 Send বাটন ক্লিক কৰক আৰু ইয়াহু পৰা লগ আউট কৰক .
12.37 এই ব্রাউজাৰ বন্ধ কৰো.
12.39 এতিয়া থান্ডাৰবার্ড পৰীক্ষা কৰা যাওক.
12.42 Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক.
12.48 বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক.
12.53 ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় .
12.58 মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়.
13.03 আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে .
13.07 আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি ইমেইল মেসেজ সফলভাবে sent, received আৰু viewed কৰিছো
13.14 থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক .
13.19 আপোনি মজিলা থান্ডাৰবার্ডৰ পৰা প্ৰস্থান কৰিব.
13.22 এই থান্ডাৰবার্ড টিউটোৰিয়েলৰ শেষলৈ আহিলো.
13.26 এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো .
13.35 আমি আৰু শিকিলো কিভাবে :
13.37 নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,

কম্পোজ আৰু মেইল বার্তা পঠোৱা, বার্তা পোৱা আৰু পড়া , থান্ডাৰবার্ডৰ লগ আউটকৰা.

13.46 ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
13.49 মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক
13.52 ইনস্টল কৰক আৰু আৰম্ভ কৰক .
13.54 থান্ডাৰবার্ডত এটি ইমেইল অ্যাকাউন্ট কনফিগাৰ কৰক'
13.58 এই অ্যাকাউন্ট ব্যবহাৰ কৰি মেইল পঠোৱা আৰু পোৱা. চোৱা কি ঘটে
14.06 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
14.09 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14.12 যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
14.16 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14.18 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14.22 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14.26 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
14.32 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
14.36 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
14.44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14.55 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya