Difference between revisions of "LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 || Visual Cues || Narration |- || 00,02 || LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত …') |
|||
| Line 3: | Line 3: | ||
|| Narration | || Narration | ||
|- | |- | ||
| − | || 00 | + | || 00.02 |
|| LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। | || LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। | ||
|- | |- | ||
| − | || 00 | + | || 00.08 |
||এই টিউটোৰিয়েলটিত আপোনি শিকিব: | ||এই টিউটোৰিয়েলটিত আপোনি শিকিব: | ||
|- | |- | ||
| − | || 00 | + | || 00.11 |
||বস্তূ কাট,কপি, পেস্ট কৰা। | ||বস্তূ কাট,কপি, পেস্ট কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.14 |
|| হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা। | || হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.17 |
||বস্তুবোৰ সুসজ্জিত কৰা। | ||বস্তুবোৰ সুসজ্জিত কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.19 |
||বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা। | ||বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.21 |
||এটি দলত প্রতিটি বস্তু সম্পাদন কৰা। | ||এটি দলত প্রতিটি বস্তু সম্পাদন কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.24 |
|| এটআ দলতে বস্তুবোৰ অতৰুৱাওক। | || এটআ দলতে বস্তুবোৰ অতৰুৱাওক। | ||
|- | |- | ||
| − | || 00 | + | || 00.28 |
||ইয়াত আমিউবুন্টুলিনাক্স সংস্কৰণ ১০.০৪আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ব্যবহাৰ কৰিছো। | ||ইয়াত আমিউবুন্টুলিনাক্স সংস্কৰণ ১০.০৪আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ব্যবহাৰ কৰিছো। | ||
|- | |- | ||
| − | || 00 | + | || 00.37 |
||ডেস্কটপত সংৰক্ষিত "WaterCycle"ফাইলটি খোলা যাওক। | ||ডেস্কটপত সংৰক্ষিত "WaterCycle"ফাইলটি খোলা যাওক। | ||
|- | |- | ||
| − | || 00 | + | || 00.42 |
||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি আৰু পেস্ট কৰো। | ||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি আৰু পেস্ট কৰো। | ||
|- | |- | ||
| − | || 00 | + | || 00.47 |
||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু"কপি"ত ক্লিক কৰা। | ||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু"কপি"ত ক্লিক কৰা। | ||
|- | |- | ||
| − | || 00 | + | || 00.54 |
||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক,কনটেক্সট মেনুৰ বাবে আকৌএবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক। | ||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক,কনটেক্সট মেনুৰ বাবে আকৌএবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক। | ||
|- | |- | ||
| − | || 01 | + | || 01.02 |
||কিন্তু আমিকেবল এটিমাত্র মেঘ দেখিব পাৰো! | ||কিন্তু আমিকেবল এটিমাত্র মেঘ দেখিব পাৰো! | ||
|- | |- | ||
| − | || 01 | + | || 01.05 |
||আমি কপি আৰু পেস্ট কৰা মেঘটি কত ? | ||আমি কপি আৰু পেস্ট কৰা মেঘটি কত ? | ||
|- | |- | ||
| − | || 01 | + | || 01.08 |
||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্তহয়! | ||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্তহয়! | ||
|- | |- | ||
| − | || 01 | + | || 01.13 |
||এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক। | ||এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক। | ||
|- | |- | ||
| − | || 01 | + | || 01.17 |
||একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক। | ||একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক। | ||
|- | |- | ||
| − | || 01 | + | || 01.21 |
||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "কপি" ক্লিক কৰক। | ||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "কপি" ক্লিক কৰক। | ||
|- | |- | ||
| − | || 01 | + | || 01.26 |
||আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক। | ||আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক। | ||
|- | |- | ||
| − | || 01 | + | || 01.30 |
||এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক। | ||এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক। | ||
|- | |- | ||
| − | || 01 | + | || 01.37 |
||আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো। | ||আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো। | ||
|- | |- | ||
| − | || 01 | + | || 01.41 |
|| CTRL + C এটা বস্তু কপি কৰিবৰ বাবে। | || CTRL + C এটা বস্তু কপি কৰিবৰ বাবে। | ||
|- | |- | ||
| − | || 01 | + | || 01.44 |
|| Ctrl + Vএটা বস্তু পেস্ট কৰিবৰ বাবে। | || Ctrl + Vএটা বস্তু পেস্ট কৰিবৰ বাবে। | ||
|- | |- | ||
| − | || 01 | + | || 01.47 |
|| Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে। | || Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে। | ||
|- | |- | ||
| − | || 01 | + | || 01.50 |
||মেঘ নির্বাচন কৰক আৰু CTRL আৰু Cকী-দুটা একেলগে টিপক। | ||মেঘ নির্বাচন কৰক আৰু CTRL আৰু Cকী-দুটা একেলগে টিপক। | ||
|- | |- | ||
| − | || 01 | + | || 01.55 |
||মেঘটি কপি কৰা হৈছে । | ||মেঘটি কপি কৰা হৈছে । | ||
|- | |- | ||
| − | || 01 | + | || 01.57 |
||পেস্ট কৰিবৰ বাবে Ctrlআৰু Vকী-দুটা একেলগে টিপক। | ||পেস্ট কৰিবৰ বাবে Ctrlআৰু Vকী-দুটা একেলগে টিপক। | ||
|- | |- | ||
| − | || 02 | + | || 02.02 |
| − | || | + | || এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক । |
|- | |- | ||
| − | || 02 | + | || 02.08 |
| − | || | + | || এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । |
|- | |- | ||
| − | || 02 | + | || 02.11 |
| − | || | + | || আপোনা ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক । |
|- | |- | ||
| − | || 02 | + | || 02.14 |
||প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক । | ||প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক । | ||
|- | |- | ||
| − | || 02 | + | || 02.18 |
| |প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক । | | |প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02.22 |
|| চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে । | || চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে । | ||
|- | |- | ||
| − | || 02 | + | || 02.25 |
||এটি বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে। | ||এটি বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে। | ||
|- | |- | ||
| − | || 02 | + | || 02.31 |
||যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক। | ||যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক। | ||
|- | |- | ||
| − | || 02 | + | || 02.36 |
||এই মেঘৰ আকাৰ হ্রাস কৰো । | ||এই মেঘৰ আকাৰ হ্রাস কৰো । | ||
|- | |- | ||
| − | || 02 | + | || 02.38 |
||সেয়ে প্রথমে এইটোক নির্বাচন কৰক । | ||সেয়ে প্রথমে এইটোক নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02.40 |
||এতিয়া handlesবোৰ দেখা য়ায়. | ||এতিয়া handlesবোৰ দেখা য়ায়. | ||
|- | |- | ||
| − | || 02 | + | || 02.43 |
||পিছত, য়েতিলৈকে arrowheadsদেখা য়ায় কার্সাৰটি কোনো এটা handlesউপৰত স্থাপন কৰা | ||পিছত, য়েতিলৈকে arrowheadsদেখা য়ায় কার্সাৰটি কোনো এটা handlesউপৰত স্থাপন কৰা | ||
|- | |- | ||
| − | ||02 | + | ||02.50 |
||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক. | ||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক. | ||
|- | |- | ||
| − | ||02 | + | ||02.5৭ |
||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক | ||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক | ||
|- | |- | ||
| − | ||03 | + | ||03.00 |
||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক select কৰক | ||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক select কৰক | ||
|- | |- | ||
| − | ||03 | + | ||03.04 |
||এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক | ||এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক | ||
|- | |- | ||
| − | ||03 | + | ||03.07 |
||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু transparent এৰো প্ৰদর্শিত হব । | ||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু transparent এৰো প্ৰদর্শিত হব । | ||
|- | |- | ||
| − | ||03 | + | ||03.14 |
||এটিয়া,কীবোর্ডেৰ"শিফ্ট" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক | ||এটিয়া,কীবোর্ডেৰ"শিফ্ট" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক | ||
|- | |- | ||
| − | ||03 | + | ||03.25 |
| − | || | + | || যদি Shift কী টিপে, তেনেহলে আপনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব । |
|- | |- | ||
| − | || 03 | + | || 03.32 |
| − | || | + | || এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "ডাইনামিক Resizing" বোলা হয় |
|- | |- | ||
|| 03.38 | || 03.38 | ||
| − | || | + | || ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো । |
|- | |- | ||
| − | || 03 | + | || 03.42 |
| − | || | + | || আমি পৰবর্তী টিউটোৰিয়ালত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম । |
|- | |- | ||
| − | || 03 | + | || 03.47 |
| − | || | + | || একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাক । |
|- | |- | ||
| − | || 03 | + | || 03.52 |
| − | || | + | || আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডেৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক। |
|- | |- | ||
| − | || 03 | + | || 03.59 |
| − | || | + | || ড্ৰ উইন্ডোৰ তলট “Status” বাৰ চাওক |
|- | |- | ||
| − | || 04 | + | || 04.03 |
| − | || | + | || লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো. মাত্রা পৰিবর্তিত হয় । |
|- | |- | ||
| − | || 04 | + | || 04.09 |
| − | || | + | || “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় । |
|- | |- | ||
| − | || 04 | + | || 04.16 |
| − | || | + | || এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক । |
|- | |- | ||
| − | || 04 | + | || 04.20 |
| − | || | + | || মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক । |
|- | |- | ||
| − | || 04 | + | || 04.29 |
| − | || | + | || সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ । |
|- | |- | ||
| − | || 04 | + | || 04.36 |
| − | || | + | || একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক । |
|- | |- | ||
| − | || 04 | + | || 04.44 |
| − | || | + | || এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
|- | |- | ||
| − | || 04 | + | || 04.49 |
| − | || | + | || এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰতর সো ক্লিক কৰক । |
|- | |- | ||
| − | || 04 | + | || 04.55 |
| − | || | + | || “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক । |
|- | |- | ||
| − | || 04 | + | || 04.58 |
| − | || | + | || মেঘ ৪ তিয়া সূর্যৰ পিছত আছে। |
| − | |- | + | |- |
| − | || 05 | + | || 05.02 |
| − | || “Send | + | || “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় । |
|- | |- | ||
| − | || 05 | + | || 05.07 |
| − | || | + | || এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
|- | |- | ||
| − | || 05 | + | || 05.12 |
| − | || | + | || কনটেক্সট মেনু সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক । |
|- | |- | ||
| − | || 05 | + | || 05.18 |
| − | || | + | || মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ ৰ দুয়োটাৰ পিছত আছে । |
|- | |- | ||
| − | || 05 | + | || 05.23 |
| − | || “Send to | + | || “Send to Back” য়ে এটা বস্তুক শেষ স্তৰলৈ পঠায় । |
|- | |- | ||
| − | || 05 | + | || 05.28 |
| − | || | + | || এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে । |
|- | |- | ||
| − | || 05 | + | || 05.32 |
| − | || | + | || মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক । |
|- | |- | ||
| − | || 05 | + | || 05.40 |
| − | || “Bring to | + | || “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে । |
|- | |- | ||
| − | || 05 | + | || 05.44 |
| − | || | + | || তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক। |
|- | |- | ||
| − | || 05 | + | || 05.52 |
| − | || “Bring | + | || “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে। |
|- | |- | ||
| − | || 05 | + | || 05.57 |
| − | || | + | || এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক । |
|- | |- | ||
| − | || 06 | + | || 06.01 |
| − | || | + | || স্লাইড ত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে । |
|- | |- | ||
| − | || 06 | + | || 06.07 |
| − | || | + | || পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক । |
|- | |- | ||
| − | || 06 | + | || 06.10 |
| − | || | + | || এই কামৰ বাবে , মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক । |
|- | |- | ||
| − | || 06 | + | || 06.23 |
| − | || | + | || এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক । |
|- | |- | ||
| − | || 06 | + | || 06.26 |
| − | || | + | || এটি বর্গাকাৰ, একটি স্তাৰ ,একটি বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক। |
|- | |- | ||
| − | || 06 | + | || 06.32 |
| − | || | + | || প্রতিটি বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক । |
|- | |- | ||
| − | || 06 | + | || 06.38 |
| − | || | + | || লক্ষ্য কৰক, প্রতিটি বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় । |
|- | |- | ||
| − | || 06 | + | || 06.44 |
| − | || | + | || এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক । |
|- | |- | ||
| − | || 06 | + | || 06.53 |
| − | || | + | || তাৰ পিছত, এই জল চক্র চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক । |
| − | |- | + | |- |
| − | || 06 | + | || 06.59 |
| − | || | + | || আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি । |
|- | |- | ||
| − | || 07 | + | || 07.05 |
| − | || | + | || আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো। |
|- | |- | ||
| − | || 07 | + | || 07.11 |
| − | || | + | || এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে । |
|- | |- | ||
| − | || 07 | + | || 07.15 |
| − | || | + | || গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "ব্লক এৰোচিহ্ন" নির্বাচন কৰক । |
|- | |- | ||
| − | || 07 | + | || 07.21 |
| − | || | + | ||ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক "স্প্লিট অ্যাৰো " । |
|- | |- | ||
| − | || 07 | + | || 07.28 |
| − | || | + | || পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক । |
|- | |- | ||
| − | || 07 | + | || 07.35 |
| − | || | + | || আপোনি গাছৰ এটি কান্ড আৰু দুটি শাখাৰ সৈতে অঙ্কন কৰিছে । |
|- | |- | ||
| − | || 07 | + | || 07.39 |
| − | || | + | ||শাখাত গাছৰ পাত যোগ কৰা যাওক । |
|- | |- | ||
| − | || 07 | + | || 07.42 |
| − | || | + | || অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক । |
|- | |- | ||
| − | || 07 | + | || 07.45 |
| − | || | + | || তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " . |
|- | |- | ||
| − | || 07 | + | || 07.51 |
| − | || | + | || এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, বাও মাউসৰ বোতাম ধৰি ৰাখি আৰু আকৃতিটি আঁকাৰ বাবে বাও ফালে টানক । |
|- | |- | ||
| − | || 08 | + | || 08.01 |
| − | || | + | ||সেয়ে গছটোত পাত যোগ হৈ গৈছে ! |
|- | |- | ||
| − | || 08 | + | || 08.04 |
| − | || | + | || আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম । |
|- | |- | ||
| − | || 08 | + | || 08.09 |
| − | || | + | || আকৃতিটি নির্বাচন কৰক । |
|- | |- | ||
| − | || 08 | + | || 08.11 |
| − | || | + | || কীবোর্ড ত, কপি কৰিবৰ বাবে Ctrl আৰু C কী দুটি টিপক । |
|- | |- | ||
| − | || 08 | + | || 08.15 |
| − | || | + | || তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V কী দুটি টিপক । |
|- | |- | ||
| − | || 08 | + | || 08.19 |
| − | || | + | || এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক । |
|- | |- | ||
| − | || 08 | + | || 08.22 |
| − | || | + | || আমি এটি গাছ অঙ্কন কৰিছো ! |
|- | |- | ||
| − | || 08 | + | || 08.25 |
| − | || | + | || এবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ক । |
|- | |- | ||
| − | || 08 | + | || 08.28 |
| − | || | + | || মাত্ৰ কান্ড-টিহে তললৈ গৈছে, পাতবোৰ নহয়! |
|- | |- | ||
| − | || 08 | + | || 08.32 |
| − | || | + | || ইয়াত গাছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
|- | |- | ||
| − | || 08 | + | || 08.38 |
| − | || | + | || গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক । |
|- | |- | ||
| − | || 08 | + | || 08.41 |
| − | || | + | || শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় । |
|- | |- | ||
| − | || 08 | + | || 08.47 |
| − | || | + | || এটি দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় । |
|- | |- | ||
| − | || 08 | + | || 08.53 |
| − | || | + | || প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে । |
|- | |- | ||
| − | || 08 | + | || 08.58 |
| − | || | + | || তাৰপিছত, অঙ্কন টুলবাৰ পৰা "সিলেক্ট " ক্লিক কৰক। |
|- | |- | ||
| − | || 09 | + | || 09.02 |
| − | || | + | || কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক । |
|- | |- | ||
| − | || 09 | + | || 09.05 |
| − | || | + | || এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় । |
|- | |- | ||
| − | || 09 | + | || 09.11 |
| − | || | + | || আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব। |
|- | |- | ||
| − | || 09 | + | || 09.14 |
| − | || | + | || নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে । |
|- | |- | ||
| − | || 09 | + | || 09.20 |
| − | || | + | || অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটি বস্তুৰ উপৰত ক্লিক কৰিব। |
|- | |- | ||
|- | |- | ||
| − | || 09 | + | || 09.28 |
| − | || | + | || কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "গ্রুপ" নির্বাচন কৰক । |
|- | |- | ||
| − | || 09 | + | || 09.32 |
| − | || | + | || এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক । |
|- | |- | ||
| − | || 09 | + | || 09.36 |
| − | || | + | || হ্যান্ডলবোৰপ্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ । |
|- | |- | ||
| − | || 09 | + | || 09.40 |
| − | || | + | || এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় । |
|- | |- | ||
| − | || 09 | + | || 09.45 |
| − | || | + | || এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈি, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক । |
|- | |- | ||
| − | || 09 | + | || 09.52 |
| − | || | + | || এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
|- | |- | ||
| − | || 09 | + | || 09.56 |
| − | || | + | || সেহতক আকৌ দলবদ্ধ কৰা যাওক । |
|- | |- | ||
| − | || 09 | + | || 09.58 |
| − | || | + | || Shift কী টিপক আৰু বস্তুবোৰক এটৰ পিছত এটা নির্বাচন কৰক । |
|- | |- | ||
| − | || 10 | + | || 10.03 |
| − | || | + | || সো ক্লিক কৰক আৰু নির্বাচন কৰক 'গ্রুপ' । |
|- | |- | ||
| − | || 10 | + | || 10.06 |
| − | || | + | || এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় । |
|- | |- | ||
|| 10.10 | || 10.10 | ||
| − | || | + | || সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক । |
|- | |- | ||
| − | || 10 | + | || 10.17 |
| − | || | + | || এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ? |
|- | |- | ||
|| 10.23 | || 10.23 | ||
| − | || | + | || আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় । |
|- | |- | ||
| − | || 10 | + | || 10.30 |
| − | || | + | || কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । |
|- | |- | ||
| − | || 10 | + | || 10.33 |
| − | || " | + | || "এন্টাৰ গ্রুপ" নির্বাচন কৰক । |
|- | |- | ||
| − | || 10 | + | || 10.35 |
| − | || | + | || লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় । |
|- | |- | ||
| − | || 10 | + | || 10.39 |
| − | || | + | || মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে । |
|- | |- | ||
| − | || 10 | + | || 10.43 |
| − | || | + | || উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো । |
|- | |- | ||
| − | || 10 | + | || 10.51 |
| − | || | + | || এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক । |
|- | |- | ||
| − | || 10 | + | || 10.56 |
| − | || | + | || এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়। |
|- | |- | ||
| − | || 11 | + | || 11.02 |
| − | || | + | || সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব । |
|- | |- | ||
| − | || 11 | + | || 11.05 |
| − | || | + | || দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" . |
|- | |- | ||
| − | || 11 | + | || 11.13 |
| − | || | + | || আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো । |
|- | |- | ||
| − | || 11 | + | || 11.16 |
| − | || | + | || গছটি নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক । |
|- | |- | ||
| − | || 11 | + | || 11.21 |
| − | || | + | || কার্সাৰটি এটা ৰি চাইজিঙএৰোচিহ্নত পৰিবর্তিত হয়। |
|- | |- | ||
| − | || 11 | + | || 11.24 |
| − | || | + | || এৰোটিক ভিতৰলৈ টানি আনক । |
|- | |- | ||
| − | || 11 | + | || 11.26 |
| − | || | + | || আমি সম্পূর্ণ গছৰ আকাৰ ছোট করেছি ! |
|- | |- | ||
| − | || 11 | + | || 11.29 |
| − | || | + | ||এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক । |
|- | |- | ||
| − | || 11 | + | || 11.32 |
| − | || | + | || গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক । |
|- | |- | ||
| − | || 11 | + | || 11.39 |
| − | || | + | || এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব । |
|- | |- | ||
| − | || 11 | + | || 11.41 |
| − | || | + | || এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম । |
|- | |- | ||
| − | || 11 | + | || 11.45 |
| − | || | + | || সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক । |
|- | |- | ||
| − | || 11 | + | || 11.51 |
| − | || | + | || মনত ৰাখক যে, প্রতিটো গাছ তিনটা বস্তুৰে তৈয়াৰ কৰা হৈছে। |
|- | |- | ||
| − | || 11 | + | || 11.55 |
| − | || | + | || প্রতিটো গাছ নিজেই এটি দল হয়। |
|- | |- | ||
| − | || 11 | + | || 11.58 |
| − | || | + | || আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো। |
|- | |- | ||
| − | || 12 | + | || 12.01 |
| − | || | + | || এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক । |
|- | |- | ||
| − | || 12 | + | || 12.04 |
| − | || | + | || জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰক । |
|- | |- | ||
| − | || 12 | + | || 12.12 |
| − | || | + | || এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন" টুলবাৰ পৰা"বেসিক শেপস" নির্বাচন কৰক । |
|- | |- | ||
| − | || 12 | + | || 12.18 |
| − | || | + | || ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ" নির্বাচন কৰক । |
|- | |- | ||
|| 12.24 | || 12.24 | ||
| − | || | + | || এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো । |
|- | |- | ||
| − | || 12 | + | || 12.28 |
| − | || | + | || এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো । |
|- | |- | ||
| − | || 12 | + | || 12.34 |
| − | || "অঙ্কন" | + | || "অঙ্কন" টুলবাৰ পৰা, "কার্ভ" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক | |
|- | |- | ||
| − | || 12 | + | || 12.42 |
| − | || | + | || তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক । |
|- | |- | ||
| − | || 12 | + | || 12.49 |
| − | || | + | || এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবহ জলৰ নিচিনা দেখে । |
|- | |- | ||
| − | || 12 | + | || 12.56 |
||ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো। | ||ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো। | ||
|- | |- | ||
| − | || 13 | + | || 13.03 |
| − | || | + | || অঙ্কন টুলবাৰ পৰা, "সিলেক্ট" ক্লিক কৰক। |
|- | |- | ||
| − | || 13 | + | || 13.07 |
||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক। | ||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক। | ||
|- | |- | ||
| − | || 13 | + | || 13.16 |
||সো ক্লিক কৰক আৰু গ্রুপ নির্বাচন কৰক। | ||সো ক্লিক কৰক আৰু গ্রুপ নির্বাচন কৰক। | ||
|- | |- | ||
| − | || 13 | + | || 13.18 |
||এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো। | ||এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো। | ||
|- | |- | ||
| − | || 13 | + | || 13.23 |
||ইয়াতে আপোনাৰ বাবেএটি অনুশীলনী আছে। | ||ইয়াতে আপোনাৰ বাবেএটি অনুশীলনী আছে। | ||
|- | |- | ||
| − | || 13 | + | || 13.26 |
||আপোনি নিজেই এই ছবি তৈয়াৰ কৰক। | ||আপোনি নিজেই এই ছবি তৈয়াৰ কৰক। | ||
|- | |- | ||
| − | || 13 | + | || 13.30 |
||ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। | ||ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। | ||
|- | |- | ||
| − | || 13 | + | || 13.33 |
||এই টিউটোৰিয়ালটিত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে, | ||এই টিউটোৰিয়ালটিত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে, | ||
|- | |- | ||
| Line 508: | Line 508: | ||
||বস্তুক কাট, কপি, পেস্ট কৰা। | ||বস্তুক কাট, কপি, পেস্ট কৰা। | ||
|- | |- | ||
| − | || 13 | + | || 13.42 |
||হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা । | ||হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা । | ||
|- | |- | ||
| − | || 13 | + | || 13.46 |
||বস্তু সুসজ্জিত কৰা | ||বস্তু সুসজ্জিত কৰা | ||
|- | |- | ||
| − | || 13 | + | || 13.48 |
||দলবদ্ধ আৰু দলমুক্ত কৰা। | ||দলবদ্ধ আৰু দলমুক্ত কৰা। | ||
|- | |- | ||
| − | || 13 | + | || 13.50 |
||এটি দলতে বস্তুবোৰক সম্পাদনা কৰা। | ||এটি দলতে বস্তুবোৰক সম্পাদনা কৰা। | ||
|- | |- | ||
| − | || 13 | + | || 13.53 |
| − | ||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন | + | ||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা। |
|- | |- | ||
| − | || 13 | + | || 13.57 |
| − | || | + | || তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
|- | |- | ||
| − | || 14 | + | || 14.01 |
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
| − | || 14 | + | || 14.04 |
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
| − | || 14 | + | || 14.08 |
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
| − | || 14 | + | || 14.11 |
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
|- | |- | ||
| − | || 14 | + | || 14.14 |
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | || এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
Revision as of 15:47, 27 May 2014
| Visual Cues | Narration |
| 00.02 | LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00.08 | এই টিউটোৰিয়েলটিত আপোনি শিকিব: |
| 00.11 | বস্তূ কাট,কপি, পেস্ট কৰা। |
| 00.14 | হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা। |
| 00.17 | বস্তুবোৰ সুসজ্জিত কৰা। |
| 00.19 | বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা। |
| 00.21 | এটি দলত প্রতিটি বস্তু সম্পাদন কৰা। |
| 00.24 | এটআ দলতে বস্তুবোৰ অতৰুৱাওক। |
| 00.28 | ইয়াত আমিউবুন্টুলিনাক্স সংস্কৰণ ১০.০৪আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ব্যবহাৰ কৰিছো। |
| 00.37 | ডেস্কটপত সংৰক্ষিত "WaterCycle"ফাইলটি খোলা যাওক। |
| 00.42 | এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি আৰু পেস্ট কৰো। |
| 00.47 | প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু"কপি"ত ক্লিক কৰা। |
| 00.54 | তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক,কনটেক্সট মেনুৰ বাবে আকৌএবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক। |
| 01.02 | কিন্তু আমিকেবল এটিমাত্র মেঘ দেখিব পাৰো! |
| 01.05 | আমি কপি আৰু পেস্ট কৰা মেঘটি কত ? |
| 01.08 | কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্তহয়! |
| 01.13 | এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক। |
| 01.17 | একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক। |
| 01.21 | মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "কপি" ক্লিক কৰক। |
| 01.26 | আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক। |
| 01.30 | এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক। |
| 01.37 | আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো। |
| 01.41 | CTRL + C এটা বস্তু কপি কৰিবৰ বাবে। |
| 01.44 | Ctrl + Vএটা বস্তু পেস্ট কৰিবৰ বাবে। |
| 01.47 | Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে। |
| 01.50 | মেঘ নির্বাচন কৰক আৰু CTRL আৰু Cকী-দুটা একেলগে টিপক। |
| 01.55 | মেঘটি কপি কৰা হৈছে । |
| 01.57 | পেস্ট কৰিবৰ বাবে Ctrlআৰু Vকী-দুটা একেলগে টিপক। |
| 02.02 | এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক । |
| 02.08 | এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । |
| 02.11 | আপোনা ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক । |
| 02.14 | প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক । |
| 02.18 | প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক । |
| 02.22 | চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে । |
| 02.25 | এটি বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে। |
| 02.31 | যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক। |
| 02.36 | এই মেঘৰ আকাৰ হ্রাস কৰো । |
| 02.38 | সেয়ে প্রথমে এইটোক নির্বাচন কৰক । |
| 02.40 | এতিয়া handlesবোৰ দেখা য়ায়. |
| 02.43 | পিছত, য়েতিলৈকে arrowheadsদেখা য়ায় কার্সাৰটি কোনো এটা handlesউপৰত স্থাপন কৰা |
| 02.50 | এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক. |
| 02.5৭ | মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক |
| 03.00 | arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক select কৰক |
| 03.04 | এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক |
| 03.07 | কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু transparent এৰো প্ৰদর্শিত হব । |
| 03.14 | এটিয়া,কীবোর্ডেৰ"শিফ্ট" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক |
| 03.25 | যদি Shift কী টিপে, তেনেহলে আপনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব । |
| 03.32 | এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "ডাইনামিক Resizing" বোলা হয় |
| 03.38 | ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো । |
| 03.42 | আমি পৰবর্তী টিউটোৰিয়ালত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম । |
| 03.47 | একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাক । |
| 03.52 | আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডেৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক। |
| 03.59 | ড্ৰ উইন্ডোৰ তলট “Status” বাৰ চাওক |
| 04.03 | লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো. মাত্রা পৰিবর্তিত হয় । |
| 04.09 | “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় । |
| 04.16 | এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক । |
| 04.20 | মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক । |
| 04.29 | সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ । |
| 04.36 | একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক । |
| 04.44 | এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 04.49 | এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰতর সো ক্লিক কৰক । |
| 04.55 | “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক । |
| 04.58 | মেঘ ৪ তিয়া সূর্যৰ পিছত আছে। |
| 05.02 | “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় । |
| 05.07 | এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক । |
| 05.12 | কনটেক্সট মেনু সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক । |
| 05.18 | মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ ৰ দুয়োটাৰ পিছত আছে । |
| 05.23 | “Send to Back” য়ে এটা বস্তুক শেষ স্তৰলৈ পঠায় । |
| 05.28 | এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে । |
| 05.32 | মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক । |
| 05.40 | “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে । |
| 05.44 | তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক। |
| 05.52 | “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে। |
| 05.57 | এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক । |
| 06.01 | স্লাইড ত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে । |
| 06.07 | পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক । |
| 06.10 | এই কামৰ বাবে , মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক । |
| 06.23 | এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক । |
| 06.26 | এটি বর্গাকাৰ, একটি স্তাৰ ,একটি বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক। |
| 06.32 | প্রতিটি বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক । |
| 06.38 | লক্ষ্য কৰক, প্রতিটি বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় । |
| 06.44 | এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক । |
| 06.53 | তাৰ পিছত, এই জল চক্র চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক । |
| 06.59 | আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি । |
| 07.05 | আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো। |
| 07.11 | এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে । |
| 07.15 | গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "ব্লক এৰোচিহ্ন" নির্বাচন কৰক । |
| 07.21 | ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক "স্প্লিট অ্যাৰো " । |
| 07.28 | পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক । |
| 07.35 | আপোনি গাছৰ এটি কান্ড আৰু দুটি শাখাৰ সৈতে অঙ্কন কৰিছে । |
| 07.39 | শাখাত গাছৰ পাত যোগ কৰা যাওক । |
| 07.42 | অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক । |
| 07.45 | তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " . |
| 07.51 | এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, বাও মাউসৰ বোতাম ধৰি ৰাখি আৰু আকৃতিটি আঁকাৰ বাবে বাও ফালে টানক । |
| 08.01 | সেয়ে গছটোত পাত যোগ হৈ গৈছে ! |
| 08.04 | আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম । |
| 08.09 | আকৃতিটি নির্বাচন কৰক । |
| 08.11 | কীবোর্ড ত, কপি কৰিবৰ বাবে Ctrl আৰু C কী দুটি টিপক । |
| 08.15 | তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V কী দুটি টিপক । |
| 08.19 | এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক । |
| 08.22 | আমি এটি গাছ অঙ্কন কৰিছো ! |
| 08.25 | এবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ক । |
| 08.28 | মাত্ৰ কান্ড-টিহে তললৈ গৈছে, পাতবোৰ নহয়! |
| 08.32 | ইয়াত গাছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 08.38 | গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক । |
| 08.41 | শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় । |
| 08.47 | এটি দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় । |
| 08.53 | প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে । |
| 08.58 | তাৰপিছত, অঙ্কন টুলবাৰ পৰা "সিলেক্ট " ক্লিক কৰক। |
| 09.02 | কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক । |
| 09.05 | এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় । |
| 09.11 | আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব। |
| 09.14 | নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে । |
| 09.20 | অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটি বস্তুৰ উপৰত ক্লিক কৰিব। |
| 09.28 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "গ্রুপ" নির্বাচন কৰক । |
| 09.32 | এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক । |
| 09.36 | হ্যান্ডলবোৰপ্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ । |
| 09.40 | এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় । |
| 09.45 | এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈি, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক । |
| 09.52 | এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে । |
| 09.56 | সেহতক আকৌ দলবদ্ধ কৰা যাওক । |
| 09.58 | Shift কী টিপক আৰু বস্তুবোৰক এটৰ পিছত এটা নির্বাচন কৰক । |
| 10.03 | সো ক্লিক কৰক আৰু নির্বাচন কৰক 'গ্রুপ' । |
| 10.06 | এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় । |
| 10.10 | সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক । |
| 10.17 | এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ? |
| 10.23 | আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় । |
| 10.30 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । |
| 10.33 | "এন্টাৰ গ্রুপ" নির্বাচন কৰক । |
| 10.35 | লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় । |
| 10.39 | মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে । |
| 10.43 | উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো । |
| 10.51 | এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক । |
| 10.56 | এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়। |
| 11.02 | সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব । |
| 11.05 | দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" . |
| 11.13 | আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো । |
| 11.16 | গছটি নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক । |
| 11.21 | কার্সাৰটি এটা ৰি চাইজিঙএৰোচিহ্নত পৰিবর্তিত হয়। |
| 11.24 | এৰোটিক ভিতৰলৈ টানি আনক । |
| 11.26 | আমি সম্পূর্ণ গছৰ আকাৰ ছোট করেছি ! |
| 11.29 | এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক । |
| 11.32 | গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক । |
| 11.39 | এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব । |
| 11.41 | এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম । |
| 11.45 | সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক । |
| 11.51 | মনত ৰাখক যে, প্রতিটো গাছ তিনটা বস্তুৰে তৈয়াৰ কৰা হৈছে। |
| 11.55 | প্রতিটো গাছ নিজেই এটি দল হয়। |
| 11.58 | আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো। |
| 12.01 | এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক । |
| 12.04 | জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰক । |
| 12.12 | এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন" টুলবাৰ পৰা"বেসিক শেপস" নির্বাচন কৰক । |
| 12.18 | ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ" নির্বাচন কৰক । |
| 12.24 | এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো । |
| 12.28 | এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো । |
| 12.34 | "অঙ্কন" টুলবাৰ পৰা, "কার্ভ" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক | |
| 12.42 | তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক । |
| 12.49 | এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবহ জলৰ নিচিনা দেখে । |
| 12.56 | ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো। |
| 13.03 | অঙ্কন টুলবাৰ পৰা, "সিলেক্ট" ক্লিক কৰক। |
| 13.07 | এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক। |
| 13.16 | সো ক্লিক কৰক আৰু গ্রুপ নির্বাচন কৰক। |
| 13.18 | এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো। |
| 13.23 | ইয়াতে আপোনাৰ বাবেএটি অনুশীলনী আছে। |
| 13.26 | আপোনি নিজেই এই ছবি তৈয়াৰ কৰক। |
| 13.30 | ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। |
| 13.33 | এই টিউটোৰিয়ালটিত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে, |
| 13.39 | বস্তুক কাট, কপি, পেস্ট কৰা। |
| 13.42 | হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা । |
| 13.46 | বস্তু সুসজ্জিত কৰা |
| 13.48 | দলবদ্ধ আৰু দলমুক্ত কৰা। |
| 13.50 | এটি দলতে বস্তুবোৰক সম্পাদনা কৰা। |
| 13.53 | এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা। |
| 13.57 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 14.01 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 14.04 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 14.08 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 14.11 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 14.14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 14.18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 14.24 | কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ। |
| 14.28 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 14.36 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 14.47 | আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |