Difference between revisions of "LibreOffice-Suite-Calc/C2/Working-with-Sheets/Assamese"
From Script | Spoken-Tutorial
(9 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | | | + | |Time |
||NARRATION | ||NARRATION | ||
|- | |- | ||
− | |00 | + | |00:00 |
− | ||লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম – চেল আৰু শ্বিটৰ সৈতে কাৰ্য্য| | + | ||নমস্কাৰ দৰ্শক সকল. লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম – চেল আৰু শ্বিটৰ সৈতে কাৰ্য্য| |
|- | |- | ||
Line 13: | Line 13: | ||
|- | |- | ||
|00:09 | |00:09 | ||
− | ||ৰ’ আৰু | + | ||ৰ’ আৰু কলমৰ ইনচাৰ্ট আৰু ডিলিট কৰিব| |
|- | |- | ||
|00:13 | |00:13 | ||
− | ||শ্বিট ইনচাৰ্ট আৰু ডিলিট কৰিব| | + | ||শ্বিট ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিট ৰীনেইম কৰিব| |
− | শ্বিট ৰীনেইম কৰিব| | + | |
|- | |- | ||
|00:17 | |00:17 | ||
− | ||ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 10. | + | ||ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 10.04 আৰু লিবাৰ অফিচ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিম| |
|- | |- | ||
Line 30: | Line 29: | ||
|- | |- | ||
|00:35 | |00:35 | ||
− | || | + | ||“personal finance tracker.ods” ফাইলটো খোলা যাওঁক| |
|- | |- | ||
|00:42 | |00:42 | ||
− | || | + | ||কলম আৰু ৰ’ সমূহ একক ভাবে বা শ্ৰেণীবদ্ধভাবে ইনচাৰ্ট কৰিব পাৰি| |
|- | |- | ||
|00:47 | |00:47 | ||
− | ||স্প্ৰেডশ্বিটত এটা একক ৰ’ বা এটা একক | + | ||স্প্ৰেডশ্বিটত এটা একক ৰ’ বা এটা একক কলম অন্তৰ্ভুক্ত কৰিবলৈ , প্ৰথমে চেল, বা কলম বা ৰ’টোক ছিলেক্ট কৰক য’ত আপুনি নতুন কলম বা নতুন ৰ’টো অন্তৰ্ভুক্ত কৰিবলৈ বিছাৰিব| |
|- | |- | ||
|01:00 | |01:00 | ||
− | ||উদাহৰণ স্বৰূপে আমাৰ | + | ||উদাহৰণ স্বৰূপে আমাৰ “personal finance tracker.ods” ফাইলটোৰ প্ৰথম ৰ’ৰ ক’ৰবাত ক্লিক কৰা যাওঁক| |
|- | |- | ||
|01:09 | |01:09 | ||
− | ||মই “মূল্য” লিখা চেলটোত ক্লিক কৰিম| | + | ||মই “Cost” (“মূল্য”) লিখা চেলটোত ক্লিক কৰিম| |
|- | |- | ||
|01:13 | |01:13 | ||
− | ||এতিয়া মেনু বাৰত থকা “ইনচাৰ্ট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত | + | ||এতিয়া মেনু বাৰত থকা “Insert”(“ইনচাৰ্ট”) অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Rows” (“ৰ”) ত ক্লিক কৰক| |
|- | |- | ||
Line 58: | Line 57: | ||
|- | |- | ||
|01:25 | |01:25 | ||
− | ||একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা | + | ||একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা “Insert” বুতামটোত ক্লিক কৰক আৰু “Columns”ত ক্লিক কৰক| |
|- | |- | ||
Line 70: | Line 69: | ||
|- | |- | ||
|01:44 | |01:44 | ||
− | ||আপুনি যদি নিৰ্ণায়ক বৰ্ণটোত ক্লিক কৰি এটা | + | ||আপুনি যদি নিৰ্ণায়ক বৰ্ণটোত ক্লিক কৰি এটা কলম বা নিৰ্ণায়ক সংখ্যাটোৰ দ্বাৰা এটা ৰ’ ছিলেক্ট কৰিছে , তেনে এটা নতুন কলম বা ৰ’ যোগ কৰিবলৈ, ৰাইট-ক্লিক কৰি প্ৰকট হোৱা ড্ৰপ ডাওন মেনুৰ পৰা ইনচাৰ্ট কলম বা ইনচাৰ্ট ৰ’ অপশ্বনটো বাছি লওঁক| |
|- | |- | ||
Line 82: | Line 81: | ||
|- | |- | ||
|02:25 | |02:25 | ||
− | ||গুণিতক কলাম বা ৰ’ একেসময়তে অন্তৰ্ভুক্ত কৰিবলৈ, আমি প্ৰথমে প্ৰয়োজন সাপেক্ষে | + | ||গুণিতক কলাম বা ৰ’ একেসময়তে অন্তৰ্ভুক্ত কৰিবলৈ, আমি প্ৰথমে প্ৰয়োজন সাপেক্ষে কলম বা ৰ’ৰ সংখ্যা হাইলাইট কৰিব লাগিব| প্ৰাৰম্ভিক চেলটোত মাউচৰ বাওঁ বুতামটো হেচা মাৰি তাৰ পিছত প্ৰয়োজনীয় সংখ্যক নিৰ্ণায়কৰ উপৰেৰে তাক ড্ৰেগ কৰি নিব লাগিব| |
|- | |- | ||
Line 90: | Line 89: | ||
|- | |- | ||
|02:47 | |02:47 | ||
− | ||নতুন ৰ’ বা | + | ||নতুন ৰ’ বা কলম যোগ কৰিবলৈ, উপৰত আলোচনা কৰা যিকোনো এটা পদ্ধতি অৱলম্বন কৰক| মই কিছুমান নতুন ৰ’ যোগ কৰিব বিছাৰিছো| গতিকে, মই ছিলেক্ট কৰা অংশত ৰাইট ক্লিক কৰিম আৰু ইনচাৰ্ট অপশ্বনটো বাছি লম | |
|- | |- | ||
|03:00 | |03:00 | ||
− | ||পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| | + | ||পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| “OK” বুতামটোত ক্লিক কৰিম| মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰ’সমূহৰ উপৰত চাৰিটা ৰ’ যোগ হ’ল| |
|- | |- | ||
|03:14 | |03:14 | ||
− | ||পৰবৰ্তি অংশত আমি শিকিম কেনেদৰে একক বা দলবদ্ধভাৱে | + | ||পৰবৰ্তি অংশত আমি শিকিম কেনেদৰে একক বা দলবদ্ধভাৱে কলম ডিলিট কৰিব পাৰি| |
|- | |- | ||
|03:20 | |03:20 | ||
− | ||এটা একক কলাম বা এটা | + | ||এটা একক কলাম বা এটা ৰ’ক ডিলিট কৰিবলৈ, প্ৰথমে আপুনি ডিলিট কৰিব খুজা কলাম বা ৰ’টো ছিলেক্ট কৰক| |
|- | |- | ||
|03:28 | |03:28 | ||
− | ||উদাহৰণ স্বৰূপে আমি যদি | + | ||উদাহৰণ স্বৰূপে আমি যদি “Laundry” লিখা কলমটো ডিলিট কৰিব খুজিছো, প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি ল’ব লাগিব| |
|- | |- | ||
|03:37 | |03:37 | ||
− | ||এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু | + | ||এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু “Delete” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|03:43 | |03:43 | ||
− | || | + | ||“Delete Cells” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব| |
|- | |- | ||
|03:47 | |03:47 | ||
− | ||এতিয়া | + | ||এতিয়া “Shift cells up” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক| |
|- | |- | ||
|03:53 | |03:53 | ||
− | ||আপুনি দেখিব যে চেলটো ডিলিট হৈছে আৰু চেলটোৰ তলত থকা চেলটো উপৰলৈ শ্বিফ্ট হৈছে| | + | ||আপুনি দেখিব যে চেলটো ডিলিট হৈছে আৰু চেলটোৰ তলত থকা চেলটো উপৰলৈ শ্বিফ্ট হৈছে| এই পৰিবৰ্তনক আন্ডু কৰা হওঁক| |
− | এই পৰিবৰ্তনক আন্ডু কৰা হওঁক| | + | |
|- | |- | ||
|04:01 | |04:01 | ||
− | ||এতিয়া গুণিতক কলাম বা ৰ’ | + | ||এতিয়া গুণিতক কলাম বা ৰ’ একে সময়তে কেনেদৰে ডিলিট কৰিব পাৰি তাকে শিকিম| |
|- | |- | ||
|04:08 | |04:08 | ||
− | ||উদাহৰণ স্বৰূপে, আমি যদি | + | ||উদাহৰণ স্বৰূপে, আমি যদি “Miscellaneous” লিখা ৰ’টো ডিলিট কৰিব বিছাৰোঁ, প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হ’ল 6, ছিলেক্ট কৰক| |
|- | |- | ||
Line 139: | Line 137: | ||
|- | |- | ||
|04:33 | |04:33 | ||
− | ||চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত | + | ||চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত “Delete” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|04:38 | |04:38 | ||
− | || | + | ||“Delete Cells" শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব| |
|- | |- | ||
|04:43 | |04:43 | ||
− | ||এতিয়া | + | ||এতিয়া ““Shift cells up” ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক| |
|- | |- | ||
Line 155: | Line 153: | ||
|- | |- | ||
|04:55 | |04:55 | ||
− | ||একেদৰেই আমি ৰ’ৰ পৰিবৰ্তে কলাম ছিলক্ট কৰি | + | ||একেদৰেই আমি ৰ’ৰ পৰিবৰ্তে কলাম ছিলক্ট কৰি কলাম সমূহ ডিলিট কৰিব পাৰোঁ| এতিয়া আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰোঁ| |
− | এতিয়া আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰোঁ| | + | |
− | + | ||
|- | |- | ||
|05:04 | |05:04 | ||
− | ||এখন শ্বিটত গুণিতক ৰ’ আৰু | + | ||এখন শ্বিটত গুণিতক ৰ’ আৰু কলম ইনচাৰ্ট আৰু ডিলিট কনেদৰে কৰিব পাৰি তাক শিকাৰ পিছত, আমি এতিয়া শিকিম কেল্কত কেনেদৰে শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব পাৰি| |
|- | |- | ||
|05:14 | |05:14 | ||
− | ||কেল্কত এখন নতুন শ্বিট ইনচাৰ্ট কৰাৰ বহুতো উপায় আছে| | + | ||কেল্কত এখন নতুন শ্বিট ইনচাৰ্ট কৰাৰ বহুতো উপায় আছে| আমি ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ শিকিম| |
− | আমি ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ শিকিম| | + | |
− | + | ||
|- | |- | ||
|05:23 | |05:23 | ||
Line 173: | Line 167: | ||
|- | |- | ||
|05:30 | |05:30 | ||
− | ||এতিয়া মেনুবাৰৰ পৰা | + | ||এতিয়া মেনুবাৰৰ পৰা “Insert” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” ক্লিক কৰক| |
|- | |- | ||
|05:36 | |05:36 | ||
− | || | + | || “Insert Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব| |
|- | |- | ||
|05:41 | |05:41 | ||
− | ||এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ | + | ||এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ "After current sheet” ৰেডিঅ’ বুতামটো ছিলেক্ট কৰা হওঁক| |
|- | |- | ||
|05:49 | |05:49 | ||
− | || | + | ||“Name” ক্ষেত্ৰত, আমাৰ নতুন শ্বিটখনৰ নাম “Sheet 4” ৰূপে দৃশ্যায়িত হৈছে| এইটো হৈছে ছিষ্টেম উত্পাদিত নাম| আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে| |
|- | |- | ||
|06:01 | |06:01 | ||
− | ||এতিয়া “OK” বুতামত ক্লিক কৰক| | + | ||এতিয়া “OK” বুতামত ক্লিক কৰক|আমি দেখিম যে বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট হৈছে| |
− | আমি দেখিম যে বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট হৈছে| | + | |
|- | |- | ||
|06:09 | |06:09 | ||
− | ||নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি | + | ||নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰু“Insert Sheet” অপশ্বনটোত ক্লিক কৰি| |
|- | |- | ||
Line 202: | Line 195: | ||
|- | |- | ||
|06:31 | |06:31 | ||
− | ||বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা | + | ||বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা “Add Sheet” বুতামটোত ক্লিক কৰা| |
|- | |- | ||
Line 210: | Line 203: | ||
|- | |- | ||
|06:51 | |06:51 | ||
− | ||এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা | + | ||এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা “Add Sheet” প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি “Insert Sheet” ডায়্লগ বক্স টো এক্সেচ কৰি| |
|- | |- | ||
|07:06 | |07:06 | ||
− | ||খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে | + | ||খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে “Insert Sheet” ডায়লগ বক্সটো প্ৰকট হৈছে| |
|- | |- | ||
Line 230: | Line 223: | ||
|- | |- | ||
|07:31 | |07:31 | ||
− | ||একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা | + | ||একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত “Yes” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
Line 238: | Line 231: | ||
|- | |- | ||
|07:48 | |07:48 | ||
− | ||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা | + | ||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা “Edit” অপশ্বন ব্যৱহাৰ কৰি| |
|- | |- | ||
|07:55 | |07:55 | ||
− | ||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা | + | ||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 3” ডিলিট কৰিব বিছাৰোঁ, মেনু বাৰত থকা “Edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Sheet”অপচনত ক্লিক কৰক| |
|- | |- | ||
|08:05 | |08:05 | ||
− | ||এতিয়া পপ আপ মেনুৰ পৰা | + | ||এতিয়া পপ আপ মেনুৰ পৰা “Delete” অপশ্বনটোত ক্লিক কৰক আৰু “Yes” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|08:12 | |08:12 | ||
− | ||আপুনি শ্বিটখন ডিলিট হোৱা দেখিবলৈ পাব| | + | ||আপুনি শ্বিটখন ডিলিট হোৱা দেখিবলৈ পাব|এতিয়া ডকুমেন্টটোত আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰা হওঁক| |
− | এতিয়া ডকুমেন্টটোত আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰা হওঁক| | + | |
|- | |- | ||
|08:19 | |08:19 | ||
− | ||গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি | + | ||গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি “Sheet 2” আৰু “Sheet 3” ডিলিট কৰিব খুজোঁ তেন্তে “Sheet 2” টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিব’ৰ্ডৰ “Shift” বুতামটো ধৰি“Sheet 3” টেবটোত ক্লিক কৰক| |
|- | |- | ||
|08:36 | |08:36 | ||
− | ||এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা | + | ||এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Yes” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|08:47 | |08:47 | ||
− | ||আপুনি দেখিব যে দুয়োখন শ্বিট ডিলিট হৈছে| | + | ||আপুনি দেখিব যে দুয়োখন শ্বিট ডিলিট হৈছে|আৰু আগলৈ জানিবলৈ, আমি কৰা পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক| |
− | আৰু আগলৈ জানিবলৈ, আমি কৰা পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক| | + | |
|- | |- | ||
|08:56 | |08:56 | ||
− | ||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা | + | ||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা “Edit” অপশ্বনটো ব্যৱহাৰ কৰি| |
|- | |- | ||
|09:03 | |09:03 | ||
− | ||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা | + | ||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 6” আৰু “Sheet 7” ডিলিট কৰিব খুজোঁ, মেনু বাৰত থকা “Edit” অপশ্বনত ক্লিক কৰি তাৰ পিছত “Sheet” অপশ্বনত ক্লিক কৰক| |
|- | |- | ||
|09:14 | |09:14 | ||
− | ||এতিয়া পপ আপ মেনুৰ পৰা | + | ||এতিয়া পপ আপ মেনুৰ পৰা “Select” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|09:19 | |09:19 | ||
− | ||প্ৰকট হোৱা ডায়লগ বক্সটোত, | + | ||প্ৰকট হোৱা ডায়লগ বক্সটোত, “Sheet 6” অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি-ব’ৰ্ডৰ “Shift” বুতামটোত হেচাঁ মাৰি ধৰি, “Sheet 7” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|09:30 | |09:30 | ||
− | ||“OK” বুতামটোত ক্লিক কৰক| | + | ||“OK” বুতামটোত ক্লিক কৰক|ই আমি ডিলিট কৰিব খুজা শ্বিটসমূহ ছিলেক্ট কৰিব| |
− | ই আমি ডিলিট কৰিব খুজা শ্বিটসমূহ ছিলেক্ট কৰিব| | + | |
|- | |- | ||
|09:37 | |09:37 | ||
− | ||এতিয়া পুনৰ মেনু বাৰৰ | + | ||এতিয়া পুনৰ মেনু বাৰৰ “edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “Sheet” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
|09:45 | |09:45 | ||
− | ||এতিয়া পপ আপ মেনুৰ পৰা | + | ||এতিয়া পপ আপ মেনুৰ পৰা “delete” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “yes” অপশ্বনটোত ক্লিক কৰক| |
|- | |- | ||
Line 305: | Line 295: | ||
|- | |- | ||
|10:03 | |10:03 | ||
− | ||যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে | + | ||যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে “sheet 1”, “sheet2”, “sheet4” ইত্যাদি ৰূপত থাকে| |
|- | |- | ||
Line 313: | Line 303: | ||
|- | |- | ||
|10:21 | |10:21 | ||
− | ||কেল্কে আমাৰ পচণ্ড অনুসৰি শ্বিটসমূহ পুনঃ নামাকৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে| | + | ||কেল্কে আমাৰ পচণ্ড অনুসৰি শ্বিটসমূহ পুনঃ নামাকৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে| |
|- | |- | ||
|10:27 | |10:27 | ||
− | ||এতিয়া উদাহৰণ স্বৰূপে, যদি আমি | + | ||এতিয়া উদাহৰণ স্বৰূপে, যদি আমি “sheet 4” ক “Dump” হিচাপে ৰিনেম কৰিব বিছাৰোঁ|আপুনি তলত থকা “sheet 4” টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে| |
− | আপুনি তলত থকা | + | |
|- | |- | ||
|10:37 | |10:37 | ||
− | ||আপুনি | + | ||আপুনি “Rename Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব|ইয়াত ডিফল্ট হিচাপে “sheet 4” লিখা থকা এটা টেক্সট বক্স আছে| |
− | ইয়াত ডিফল্ট হিচাপে | + | |
|- | |- | ||
|10:47 | |10:47 | ||
− | ||এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ | + | ||এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ Dump” লিখক| |
− | + | ||
− | + | ||
|- | |- | ||
|10:52 | |10:52 | ||
− | ||“OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে | + | ||“OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে “sheet 4” টেবটো “Dump” নামেৰে ৰিনেম হৈছে|"sheet5" আৰু Dump ডিলিট কৰা হওঁক| |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|11:02 | |11:02 | ||
||ইয়াৰ লগে লগে লিবাৰ অফিচৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল| | ||ইয়াৰ লগে লগে লিবাৰ অফিচৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল| | ||
− | |||
|- | |- | ||
|11:08 | |11:08 | ||
− | ||সংক্ষিপ্ত ৰূপত, আমি এতিয়ালৈ শিকিলো: | + | ||সংক্ষিপ্ত ৰূপত, আমি এতিয়ালৈ শিকিলো:ৰ’ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কৰিব| |
− | ৰ’ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কৰিব| | + | |
− | + | ||
|- | |- | ||
|11:14 | |11:14 | ||
− | ||শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব| | + | ||শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিটসমূহ ৰিনেম কৰিব| |
− | শ্বিটসমূহ ৰিনেম কৰিব| | + | |
− | + | ||
|- | |- | ||
|11:19 | |11:19 | ||
− | ||সৰ্বাত্মক অনুশিলনী | + | ||সৰ্বাত্মক অনুশিলনী “Spreadsheet Practice.ods” ফাইলটো খোলক| |
− | + | ||
− | + | ||
|- | |- | ||
|11:25 | |11:25 | ||
− | || | + | ||“Serial Number” শিৰোনামৰ ৰ’টো ছিলেক্ট কৰি ডিলিট কৰক| শ্বিটখনক “Department Sheet” নামেৰে ৰিনেম কৰক| |
− | শ্বিটখনক | + | |
− | + | ||
|- | |- | ||
|11:32 | |11:32 | ||
− | || | + | || উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক| |
|- | |- | ||
|11:36 | |11:36 | ||
− | + | || ই স্পকেন টিউটৰিয়েল প্ৰ’জেক্টটো সৰাংক্ষিত কৰিছে|যদি আপোনাৰ বেণ্ড উইড্থ সঠিক নহয়, আপুনি ডাওনল’ড কৰিও ইয়াক চাব পাৰে| | |
− | + | ||
− | + | |- | |
− | + | ||
|11:44 | |11:44 | ||
− | + | ||স্পকেন টিউটৰিয়েল টিমে স্পকেন টিউটৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাসমূহ অনুষ্ঠিত কৰে| | |
− | + | ||
− | + | |- | |
− | + | ||
|11:50 | |11:50 | ||
− | + | || অন লাইন টেষ্টত উত্তীৰ্ণ সকলক প্ৰমান পত্ৰ প্ৰদান কৰে| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিঊটৰিয়েল ডট অৰ্গলৈ লিখক| | |
− | + | ||
− | + | |- | |
− | + | ||
|11:59 | |11:59 | ||
− | || | + | ||স্পকেন টিউটৰিয়েল প্ৰ’জেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ ইয়াক National Mission on Education এ ICT, MHRD, Government of India দ্বাৰা সমৰ্থন কৰিছে| |
− | ইয়াক National Mission on Education এ ICT, MHRD, Government of India দ্বাৰা সমৰ্থন কৰিছে| | + | |
|- | |- | ||
|12:12 | |12:12 | ||
− | || | + | ||এই মিছনৰ বিষয়ে অধিক তথ্য উপলদ্ধ আছে স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ্ NMEICT হাইফেন ইন্ট্ৰ’ |
− | স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ্ NMEICT হাইফেন ইন্ট্ৰ’ | + | |
|- | |- | ||
− | | | + | |12:22 |
− | 12:22 | + | ||এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew আৰু এইয়া হ’ল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ |
− | ||এই টিউটোৰিয়েলখন আগবঢ়াইছে | + | |
− | আৰু এইয়া হ’ল | + | |
− | + | ||
− | যোগদান কৰাৰ বাবে ধন্যবাদ | + | |
|- | |- | ||
|} | |} |
Latest revision as of 12:13, 27 March 2017
Time | NARRATION |
00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম – চেল আৰু শ্বিটৰ সৈতে কাৰ্য্য| |
00:07 | এই টিউটৰিয়েলত আমি শিকিব পাৰিম: |
00:09 | ৰ’ আৰু কলমৰ ইনচাৰ্ট আৰু ডিলিট কৰিব| |
00:13 | শ্বিট ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিট ৰীনেইম কৰিব| |
00:17 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 10.04 আৰু লিবাৰ অফিচ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিম| |
00:29 | গতিকে স্প্ৰেডশ্বিটত কিদৰে ৰ’ আৰু কলাম ইনচাৰ্ট কৰিবলৈ শিকি আমাৰ টিউটৰিয়েলৰ আৰম্ভ কৰোঁ| |
00:35 | “personal finance tracker.ods” ফাইলটো খোলা যাওঁক| |
00:42 | কলম আৰু ৰ’ সমূহ একক ভাবে বা শ্ৰেণীবদ্ধভাবে ইনচাৰ্ট কৰিব পাৰি| |
00:47 | স্প্ৰেডশ্বিটত এটা একক ৰ’ বা এটা একক কলম অন্তৰ্ভুক্ত কৰিবলৈ , প্ৰথমে চেল, বা কলম বা ৰ’টোক ছিলেক্ট কৰক য’ত আপুনি নতুন কলম বা নতুন ৰ’টো অন্তৰ্ভুক্ত কৰিবলৈ বিছাৰিব| |
01:00 | উদাহৰণ স্বৰূপে আমাৰ “personal finance tracker.ods” ফাইলটোৰ প্ৰথম ৰ’ৰ ক’ৰবাত ক্লিক কৰা যাওঁক| |
01:09 | মই “Cost” (“মূল্য”) লিখা চেলটোত ক্লিক কৰিম| |
01:13 | এতিয়া মেনু বাৰত থকা “Insert”(“ইনচাৰ্ট”) অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Rows” (“ৰ”) ত ক্লিক কৰক| |
01:19 | আমি দেখিম যে ছিলেক্ট কৰা ৰ’টোৰ ঠিক উপৰত এটা নতুন ৰ’ ইনচাৰ্ট হৈছে| |
01:25 | একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা “Insert” বুতামটোত ক্লিক কৰক আৰু “Columns”ত ক্লিক কৰক| |
01:34 | আপুনি দেখিব যে ছিলেক্ট কৰা কলামটোৰ আগতে এটা নতুন কলাম ইনচাৰ্ট হৈছে| |
01:40 | এতিয়া, আমি কৰা সাল-সলনিসমূহ আন্ডু কৰা হওঁক| |
01:44 | আপুনি যদি নিৰ্ণায়ক বৰ্ণটোত ক্লিক কৰি এটা কলম বা নিৰ্ণায়ক সংখ্যাটোৰ দ্বাৰা এটা ৰ’ ছিলেক্ট কৰিছে , তেনে এটা নতুন কলম বা ৰ’ যোগ কৰিবলৈ, ৰাইট-ক্লিক কৰি প্ৰকট হোৱা ড্ৰপ ডাওন মেনুৰ পৰা ইনচাৰ্ট কলম বা ইনচাৰ্ট ৰ’ অপশ্বনটো বাছি লওঁক| |
02:04 | বিকল্প হিচাপে, কাৰ্চাৰৰ সহায়ত ক্লিক কৰি অতি সহজে এটা চেল ছিলেক্ট কৰক| তাৰ পিছত ৰাইট ক্লিক কৰক আৰু ইনচাৰ্ট অপশ্বনটো বাছি লওঁক| আপুনি এনে এটা ডায়লগ বক্স দেখিবলৈ পাব| |
02:18 | এন্টায়াৰ ৰ’ বা এন্টায়াৰ ক’লাম অপশ্বনটো বাচনি কৰি এটা ৰ’ বা এটা কলাম যোগ কৰক| |
02:25 | গুণিতক কলাম বা ৰ’ একেসময়তে অন্তৰ্ভুক্ত কৰিবলৈ, আমি প্ৰথমে প্ৰয়োজন সাপেক্ষে কলম বা ৰ’ৰ সংখ্যা হাইলাইট কৰিব লাগিব| প্ৰাৰম্ভিক চেলটোত মাউচৰ বাওঁ বুতামটো হেচা মাৰি তাৰ পিছত প্ৰয়োজনীয় সংখ্যক নিৰ্ণায়কৰ উপৰেৰে তাক ড্ৰেগ কৰি নিব লাগিব| |
02:43 | ইয়াত আমি চাৰিটা চেল হাইলাইট কৰিছোঁ| |
02:47 | নতুন ৰ’ বা কলম যোগ কৰিবলৈ, উপৰত আলোচনা কৰা যিকোনো এটা পদ্ধতি অৱলম্বন কৰক| মই কিছুমান নতুন ৰ’ যোগ কৰিব বিছাৰিছো| গতিকে, মই ছিলেক্ট কৰা অংশত ৰাইট ক্লিক কৰিম আৰু ইনচাৰ্ট অপশ্বনটো বাছি লম | |
03:00 | পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| “OK” বুতামটোত ক্লিক কৰিম| মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰ’সমূহৰ উপৰত চাৰিটা ৰ’ যোগ হ’ল| |
03:14 | পৰবৰ্তি অংশত আমি শিকিম কেনেদৰে একক বা দলবদ্ধভাৱে কলম ডিলিট কৰিব পাৰি| |
03:20 | এটা একক কলাম বা এটা ৰ’ক ডিলিট কৰিবলৈ, প্ৰথমে আপুনি ডিলিট কৰিব খুজা কলাম বা ৰ’টো ছিলেক্ট কৰক| |
03:28 | উদাহৰণ স্বৰূপে আমি যদি “Laundry” লিখা কলমটো ডিলিট কৰিব খুজিছো, প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি ল’ব লাগিব| |
03:37 | এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু “Delete” অপশ্বনটোত ক্লিক কৰক| |
03:43 | “Delete Cells” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব| |
03:47 | এতিয়া “Shift cells up” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক| |
03:53 | আপুনি দেখিব যে চেলটো ডিলিট হৈছে আৰু চেলটোৰ তলত থকা চেলটো উপৰলৈ শ্বিফ্ট হৈছে| এই পৰিবৰ্তনক আন্ডু কৰা হওঁক| |
04:01 | এতিয়া গুণিতক কলাম বা ৰ’ একে সময়তে কেনেদৰে ডিলিট কৰিব পাৰি তাকে শিকিম| |
04:08 | উদাহৰণ স্বৰূপে, আমি যদি “Miscellaneous” লিখা ৰ’টো ডিলিট কৰিব বিছাৰোঁ, প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হ’ল 6, ছিলেক্ট কৰক| |
04:18 | এতিয়া এই চেলটোত মাউচৰ বাওঁ বুতামটো তললৈ ধৰক আৰু গোটেই ৰ’টোৰ উপৰেৰে ড্ৰেগ কৰক| বিকল্প হিচাপে, ডিলিট কৰিব লগীয়া ৰ’ৰ সংখ্যাটোত ক্লিক কৰক| সমগ্ৰ ৰ’টো হাইলাইট হ’ব| |
04:33 | চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত “Delete” অপশ্বনটোত ক্লিক কৰক| |
04:38 | “Delete Cells" শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব| |
04:43 | এতিয়া ““Shift cells up” ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক| |
04:48 | আপুনি দেখিব যে সমগ্ৰ ৰ’টো ডিলিট হ’ব আৰু তলৰ ৰ’টো উপৰলৈ শ্বিফ্ট হ’ব| |
04:55 | একেদৰেই আমি ৰ’ৰ পৰিবৰ্তে কলাম ছিলক্ট কৰি কলাম সমূহ ডিলিট কৰিব পাৰোঁ| এতিয়া আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰোঁ| |
05:04 | এখন শ্বিটত গুণিতক ৰ’ আৰু কলম ইনচাৰ্ট আৰু ডিলিট কনেদৰে কৰিব পাৰি তাক শিকাৰ পিছত, আমি এতিয়া শিকিম কেল্কত কেনেদৰে শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব পাৰি| |
05:14 | কেল্কত এখন নতুন শ্বিট ইনচাৰ্ট কৰাৰ বহুতো উপায় আছে| আমি ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ শিকিম| |
05:23 | প্ৰত্যেক পদ্ধতিৰ প্ৰথম পদক্ষেপ হ’ল যিখন শ্বিটৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট কৰিব সেইখন ছিলেক্ট কৰক| |
05:30 | এতিয়া মেনুবাৰৰ পৰা “Insert” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” ক্লিক কৰক| |
05:36 | “Insert Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব| |
05:41 | এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ "After current sheet” ৰেডিঅ’ বুতামটো ছিলেক্ট কৰা হওঁক| |
05:49 | “Name” ক্ষেত্ৰত, আমাৰ নতুন শ্বিটখনৰ নাম “Sheet 4” ৰূপে দৃশ্যায়িত হৈছে| এইটো হৈছে ছিষ্টেম উত্পাদিত নাম| আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে| |
06:01 | এতিয়া “OK” বুতামত ক্লিক কৰক|আমি দেখিম যে বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট হৈছে| |
06:09 | নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰু“Insert Sheet” অপশ্বনটোত ক্লিক কৰি| |
06:19 | আপুনি শ্বিটৰ সংখ্যা, নাম আৰু স্থান বাচনি কৰিব পাৰে আৰু তাৰ পিছত “OK” বুতামটোত ক্লিক কৰক| ই সেইদৰেই শ্বিট ইনচাৰ্ট কৰে| |
06:31 | বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা “Add Sheet” বুতামটোত ক্লিক কৰা| |
06:43 | ক্লিক কৰাৰ লগে লগে এখন নতুন শ্বিট স্বয়ংক্ৰিয় ভাৱে শ্ৰেণীটোৰ শেষৰ শ্বিটখনৰ পিছত ইনচাৰ্ট হয়| |
06:51 | এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা “Add Sheet” প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি “Insert Sheet” ডায়্লগ বক্স টো এক্সেচ কৰি| |
07:06 | খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে “Insert Sheet” ডায়লগ বক্সটো প্ৰকট হৈছে| |
07:13 | আপুনি শ্বিটখনৰ তথ্য ডায়্লগ বক্সটোত অন্তৰ্ভুক্ত কৰক আৰু তাৰ পিছত “OK” বুতামটোত ক্লিক কৰক| |
07:20 | শ্বিট ইনচাৰ্ট কৰিবলৈ শিকাৰ পিছত, এতিয়া আমি শিকিম কিদৰে কেল্কত শ্বিটসমূহ ডিলিট কৰা হয়| |
07:27 | শ্বিটসমূহ একক ভাবে বা শ্ৰেণীবদ্ধ ভাবে ডিলিট কৰিব পৰা যায়| |
07:31 | একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত “Yes” অপশ্বনটোত ক্লিক কৰক| |
07:45 | আপুনি দেখিব যে শ্বিটখন ডিলিট হৈছে| |
07:48 | নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা “Edit” অপশ্বন ব্যৱহাৰ কৰি| |
07:55 | উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 3” ডিলিট কৰিব বিছাৰোঁ, মেনু বাৰত থকা “Edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Sheet”অপচনত ক্লিক কৰক| |
08:05 | এতিয়া পপ আপ মেনুৰ পৰা “Delete” অপশ্বনটোত ক্লিক কৰক আৰু “Yes” অপশ্বনটোত ক্লিক কৰক| |
08:12 | আপুনি শ্বিটখন ডিলিট হোৱা দেখিবলৈ পাব|এতিয়া ডকুমেন্টটোত আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰা হওঁক| |
08:19 | গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি “Sheet 2” আৰু “Sheet 3” ডিলিট কৰিব খুজোঁ তেন্তে “Sheet 2” টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিব’ৰ্ডৰ “Shift” বুতামটো ধৰি“Sheet 3” টেবটোত ক্লিক কৰক| |
08:36 | এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Yes” অপশ্বনটোত ক্লিক কৰক| |
08:47 | আপুনি দেখিব যে দুয়োখন শ্বিট ডিলিট হৈছে|আৰু আগলৈ জানিবলৈ, আমি কৰা পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক| |
08:56 | নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা “Edit” অপশ্বনটো ব্যৱহাৰ কৰি| |
09:03 | উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 6” আৰু “Sheet 7” ডিলিট কৰিব খুজোঁ, মেনু বাৰত থকা “Edit” অপশ্বনত ক্লিক কৰি তাৰ পিছত “Sheet” অপশ্বনত ক্লিক কৰক| |
09:14 | এতিয়া পপ আপ মেনুৰ পৰা “Select” অপশ্বনটোত ক্লিক কৰক| |
09:19 | প্ৰকট হোৱা ডায়লগ বক্সটোত, “Sheet 6” অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি-ব’ৰ্ডৰ “Shift” বুতামটোত হেচাঁ মাৰি ধৰি, “Sheet 7” অপশ্বনটোত ক্লিক কৰক| |
09:30 | “OK” বুতামটোত ক্লিক কৰক|ই আমি ডিলিট কৰিব খুজা শ্বিটসমূহ ছিলেক্ট কৰিব| |
09:37 | এতিয়া পুনৰ মেনু বাৰৰ “edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “Sheet” অপশ্বনটোত ক্লিক কৰক| |
09:45 | এতিয়া পপ আপ মেনুৰ পৰা “delete” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “yes” অপশ্বনটোত ক্লিক কৰক| |
09:51 | আপুনি দেখিব যে ছিলেক্ট কৰা শ্বিটসমূহ ডিলিট হ’ল| |
09:56 | কেল্কত শ্বিটসমূহ ডিলিট কৰিবলৈ শিকাৰ পিছত, আমি এতিয়া শিকিম স্প্ৰেডশ্বিটৰ শ্বিটসমূহৰ কিদৰে ৰিনেম কৰা হয়| |
10:03 | যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে “sheet 1”, “sheet2”, “sheet4” ইত্যাদি ৰূপত থাকে| |
10:13 | সৰু স্প্ৰেডশ্বিটত ই কাৰ্য্যক্ষম য’ত মাত্ৰ কম সংখ্যক শ্বিট থাকে, কিন্তু যেতিয়া শ্বিটৰ সংখ্যা বহুত বেছি হয় তেতিয়া ই অসুবিধাজনক হৈ পৰে| |
10:21 | কেল্কে আমাৰ পচণ্ড অনুসৰি শ্বিটসমূহ পুনঃ নামাকৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে| |
10:27 | এতিয়া উদাহৰণ স্বৰূপে, যদি আমি “sheet 4” ক “Dump” হিচাপে ৰিনেম কৰিব বিছাৰোঁ|আপুনি তলত থকা “sheet 4” টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে| |
10:37 | আপুনি “Rename Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব|ইয়াত ডিফল্ট হিচাপে “sheet 4” লিখা থকা এটা টেক্সট বক্স আছে| |
10:47 | এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ Dump” লিখক| |
10:52 | “OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে “sheet 4” টেবটো “Dump” নামেৰে ৰিনেম হৈছে|"sheet5" আৰু Dump ডিলিট কৰা হওঁক| |
11:02 | ইয়াৰ লগে লগে লিবাৰ অফিচৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল| |
11:08 | সংক্ষিপ্ত ৰূপত, আমি এতিয়ালৈ শিকিলো:ৰ’ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কৰিব| |
11:14 | শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিটসমূহ ৰিনেম কৰিব| |
11:19 | সৰ্বাত্মক অনুশিলনী “Spreadsheet Practice.ods” ফাইলটো খোলক| |
11:25 | “Serial Number” শিৰোনামৰ ৰ’টো ছিলেক্ট কৰি ডিলিট কৰক| শ্বিটখনক “Department Sheet” নামেৰে ৰিনেম কৰক| |
11:32 | উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক| |
11:36 | ই স্পকেন টিউটৰিয়েল প্ৰ’জেক্টটো সৰাংক্ষিত কৰিছে|যদি আপোনাৰ বেণ্ড উইড্থ সঠিক নহয়, আপুনি ডাওনল’ড কৰিও ইয়াক চাব পাৰে| |
11:44 | স্পকেন টিউটৰিয়েল টিমে স্পকেন টিউটৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাসমূহ অনুষ্ঠিত কৰে| |
11:50 | অন লাইন টেষ্টত উত্তীৰ্ণ সকলক প্ৰমান পত্ৰ প্ৰদান কৰে| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিঊটৰিয়েল ডট অৰ্গলৈ লিখক| |
11:59 | স্পকেন টিউটৰিয়েল প্ৰ’জেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ ইয়াক National Mission on Education এ ICT, MHRD, Government of India দ্বাৰা সমৰ্থন কৰিছে| |
12:12 | এই মিছনৰ বিষয়ে অধিক তথ্য উপলদ্ধ আছে স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ্ NMEICT হাইফেন ইন্ট্ৰ’ |
12:22 | এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew আৰু এইয়া হ’ল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ |