Difference between revisions of "Java/C2/User-Input/Assamese"
From Script | Spoken-Tutorial
| (5 intermediate revisions by 2 users not shown) | |||
| Line 1: | Line 1: | ||
| − | + | {|border= 1 | |
| − | {| border=1 | + | |'''Time''' |
| − | + | |'''Narration''' | |
| − | + | ||
|- | |- | ||
| − | | | + | |00:02 |
| − | | '''BufferedReader''' ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম। | + | |'''BufferedReader''' ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম। |
| + | |||
|- | |- | ||
| − | | | + | |00:09 |
| − | | | + | |এই টিউটোৰিয়েলত আমি শিকিম |
|- | |- | ||
| − | | | + | |00:11 |
| − | | জাভাত ইউজাৰ ইনপুট লোৱা। | + | |জাভাত ইউজাৰ ইনপুট লোৱা। |
| + | |||
|- | |- | ||
| − | | | + | |00:13 |
| − | | '''InputStreamReader''' আৰু '''BufferedReader''' ৰ সম্পর্কে। | + | |'''InputStreamReader''' আৰু '''BufferedReader''' ৰ সম্পর্কে। |
|- | |- | ||
| − | | 00:17 | + | |00:17 |
| − | | | + | |টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ |
|- | |- | ||
| − | | | + | |00:19 |
|এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক। | |এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক। | ||
| + | |||
|- | |- | ||
| − | | | + | |00:24 |
| − | | আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক। | + | |আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক। |
| + | |||
|- | |- | ||
| − | | | + | |00:27 |
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | ||
|- | |- | ||
| − | | | + | |00:35 |
| − | | | + | |এই টিউটোৰিয়েলত আমি |
উবুন্টু 11.10, | উবুন্টু 11.10, | ||
JDK 1.6 আৰু | JDK 1.6 আৰু | ||
| Line 40: | Line 43: | ||
|- | |- | ||
| − | | | + | |00:44 |
| − | | | + | |এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম ! |
|- | |- | ||
| − | | | + | |00:48 |
|এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়। | |এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়। | ||
|- | |- | ||
| − | | | + | |00:53 |
|ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে। | |ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে। | ||
|- | |- | ||
|00:59 | |00:59 | ||
| − | | BufferedReader ব্যবহাৰ কৰিবলৈ, আমি '''java.io''' প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে। | + | |BufferedReader ব্যবহাৰ কৰিবলৈ, আমি '''java.io''' প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে। |
|- | |- | ||
| − | | | + | |01:05 |
|এই তিনটি ক্লাস হল: | |এই তিনটি ক্লাস হল: | ||
| − | + | '''IOException''' | |
| − | + | '''InputStreamReader''' আৰু | |
| − | + | '''BufferedReader''' | |
| − | + | ||
|- | |- | ||
| − | | | + | |01:12 |
|আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব । | |আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব । | ||
|- | |- | ||
| − | | 01:18 | + | |01:18 |
| − | | এতিয়া ইনপুট কিভাবে লোৱা হয়? | + | |এতিয়া ইনপুট কিভাবে লোৱা হয়? |
|- | |- | ||
| − | | 01:21 | + | |01:21 |
| − | | | + | |সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব। |
|- | |- | ||
| − | | | + | |01:26 |
|ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব। | |ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব। | ||
|- | |- | ||
| − | | | + | |01:31 |
|আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। | |আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। | ||
|- | |- | ||
| − | | 01:35 | + | |01:35 |
| − | | | + | |এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও। |
| + | |||
|- | |- | ||
| − | | | + | |01:39 |
|তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি '''InputStreamReader''' নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব। | |তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি '''InputStreamReader''' নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব। | ||
|- | |- | ||
| − | | | + | |01:45 |
|আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন। | |আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন। | ||
| + | |||
|- | |- | ||
| − | | | + | |01:49 |
|যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো, আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম । | |যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো, আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম । | ||
|- | |- | ||
| − | | | + | |01:54 |
| − | | | + | |সেয়ে '''Eclipse''' লৈ যাও। |
| + | |||
|- | |- | ||
| − | | | + | |01:56 |
|আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো । | |আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো । | ||
|- | |- | ||
| − | | 02:00 | + | |02:00 |
|আমি '''java.io''' প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম। | |আমি '''java.io''' প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম। | ||
|- | |- | ||
| − | | | + | |02:04 |
|সেয়ে ক্লাসৰ আগত লিখক '''import space java dot io dot star''' সেমিকোলন | |সেয়ে ক্লাসৰ আগত লিখক '''import space java dot io dot star''' সেমিকোলন | ||
|- | |- | ||
| − | | | + | |02:14 |
|ই '''InputStreamReader''', '''BufferedReader''' আৰু '''IOException''' ক্লাস ইম্পোর্ট কৰায় | |ই '''InputStreamReader''', '''BufferedReader''' আৰু '''IOException''' ক্লাস ইম্পোর্ট কৰায় | ||
|- | |- | ||
| − | | | + | |02:20 |
|এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম। | |এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম। | ||
|- | |- | ||
| − | | | + | |02:25 |
|আমি যি কোনো মেথডত BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব। | |আমি যি কোনো মেথডত BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব। | ||
|- | |- | ||
| − | | | + | |02:31 |
|সেয়ে মেন মেথডৰ পিছত লিখক '''throws''' স্পেস '''IOException'''. | |সেয়ে মেন মেথডৰ পিছত লিখক '''throws''' স্পেস '''IOException'''. | ||
| + | |||
|- | |- | ||
| − | | | + | |02:42 |
|এতিয়া, ইয়াৰ মানে কি বুজায়? | |এতিয়া, ইয়াৰ মানে কি বুজায়? | ||
|- | |- | ||
| − | | | + | |02:45 |
|Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে। | |Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে। | ||
|- | |- | ||
| − | | | + | |02:52 |
| − | |Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি '''throws''' কীওয়ার্ড ব্যবহাৰ | + | |Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি '''throws''' কীওয়ার্ড ব্যবহাৰ কৰো। |
| − | + | ||
|- | |- | ||
| − | | | + | |02:57 |
| − | |Throws এটা কীওয়ার্ড যি Exception handling | + | |Throws এটা কীওয়ার্ড যি Exception handling কৰাৰ সময়ত ব্যবহৃত কৰা হয়। |
| + | |||
|- | |- | ||
| − | | 03:00 | + | |03:00 |
|যেতিয়া আমি জানো যে Exception এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়। | |যেতিয়া আমি জানো যে Exception এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়। | ||
|- | |- | ||
| − | | | + | |03:05 |
|যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে। | |যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে। | ||
|- | |- | ||
| − | | | + | |03:10 |
|Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো। | |Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো। | ||
|- | |- | ||
| − | | | + | |03:16 |
|আমি '''Exception Handling''' সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম। | |আমি '''Exception Handling''' সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম। | ||
|- | |- | ||
| − | | | + | |03:20 |
| − | | এতিয়া, আমি '''InputStreamReader''' নামৰ অবজেক্ট তৈয়াৰ কৰো। | + | |এতিয়া, আমি '''InputStreamReader''' নামৰ অবজেক্ট তৈয়াৰ কৰো। |
|- | |- | ||
| − | | | + | |03:24 |
|তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী। | |তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী। | ||
| + | |||
|- | |- | ||
| − | | | + | |03:44 |
| − | | প্রথম বন্ধনীত লিখক, '''System dot in''' আৰু তাৰপিছত সেমিকোলন। | + | |প্রথম বন্ধনীত লিখক, '''System dot in''' আৰু তাৰপিছত সেমিকোলন। |
| + | |||
|- | |- | ||
| − | | | + | |03:52 |
|InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে | |InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে | ||
| Line 174: | Line 183: | ||
| 04:01 | | 04:01 | ||
|System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়। | |System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়। | ||
| + | |||
|- | |- | ||
| − | | | + | |04:10 |
|ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়। | |ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়। | ||
| + | |||
|- | |- | ||
| − | | | + | |04:17 |
|ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো । | |ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো । | ||
|- | |- | ||
| − | | 04:22 | + | |04:22 |
| − | |সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু | + | |সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী। |
|- | |- | ||
| − | | | + | |04:36 |
|বন্ধনীৰ ভিতৰত, InputStreamReader ৰ অবজেক্ট লিখক যি '''isr''' হয় . | |বন্ধনীৰ ভিতৰত, InputStreamReader ৰ অবজেক্ট লিখক যি '''isr''' হয় . | ||
|- | |- | ||
| − | | | + | |04:43 |
|এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে। | |এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে। | ||
|- | |- | ||
| − | | | + | |04:48 |
|BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে । | |BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে । | ||
|- | |- | ||
| − | | | + | |04:54 |
|Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে। | |Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে। | ||
|- | |- | ||
| − | | | + | |05:01 |
| − | | | + | |এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো। |
| + | |||
|- | |- | ||
| − | | | + | |05:06 |
|প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক। | |প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক। | ||
|- | |- | ||
| − | | | + | |05:14 |
|লিখক String স্পেস str সেমিকোলন | |লিখক String স্পেস str সেমিকোলন | ||
|- | |- | ||
| − | | | + | |05:19 |
| − | | এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক। | + | |এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক। |
|- | |- | ||
| − | | | + | |05:23 |
|সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন। | |সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন। | ||
|- | |- | ||
| − | | | + | |05:33 |
| − | | ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম, | + | |ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম, |
|- | |- | ||
| − | | | + | |05:37 |
| − | | | + | |str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। |
| + | |||
|- | |- | ||
| − | | | + | |05:45 |
|'''readLine''' মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব । | |'''readLine''' মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব । | ||
|- | |- | ||
| − | | | + | |05:51 |
|এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক । | |এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক । | ||
| + | |||
|- | |- | ||
| − | | | + | |06:01 |
| − | |সেয়ে লিখক int স্পেস সেমিকোলন। | + | |সেয়ে লিখক int স্পেস n সেমিকোলন। |
| + | |||
|- | |- | ||
| − | | | + | |06:05 |
|ইউজাৰক তাৰ বয়স লিখবলৈ কওক। | |ইউজাৰক তাৰ বয়স লিখবলৈ কওক। | ||
|- | |- | ||
| − | | | + | |06:08 |
| − | | সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু | + | |সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। |
| − | + | ||
|- | |- | ||
| − | | | + | |06:21 |
| − | | ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল '''str1''' তৈয়াৰ কৰক। | + | |ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল '''str1''' তৈয়াৰ কৰক। |
|- | |- | ||
| − | | | + | |06:31 |
|এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। | |এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। | ||
| + | |||
|- | |- | ||
| − | | | + | |06:45 |
|এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন। | |এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন। | ||
|- | |- | ||
| − | | | + | |07:05 |
|'''Integer''' এটা ক্লাস হয় আৰু '''parseInt''' হল তাৰ মেথড। | |'''Integer''' এটা ক্লাস হয় আৰু '''parseInt''' হল তাৰ মেথড। | ||
|- | |- | ||
| − | | | + | |07:11 |
|এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে। | |এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে। | ||
|- | |- | ||
| − | | | + | |07:18 |
|এতিয়া '''name''' আৰু '''age'''ৰ আউটপুট প্রদর্শন কৰক। | |এতিয়া '''name''' আৰু '''age'''ৰ আউটপুট প্রদর্শন কৰক। | ||
|- | |- | ||
| − | | | + | |07:22 |
|সেয়ে লিখক '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The name is + str''' সেমিকোলন। | |সেয়ে লিখক '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The name is + str''' সেমিকোলন। | ||
| + | |||
|- | |- | ||
| − | | | + | |07:38 |
|পিছৰ লাইনত লিখক, '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The ages + n''' আৰু সেমিকোলন। | |পিছৰ লাইনত লিখক, '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The ages + n''' আৰু সেমিকোলন। | ||
| + | |||
|- | |- | ||
| − | | | + | |07:50 |
| − | | এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো। | + | |এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো। |
| + | |||
|- | |- | ||
| − | | | + | |07:55 |
|সেয়ে Control আৰু F11 কী টিপক। | |সেয়ে Control আৰু F11 কী টিপক। | ||
|- | |- | ||
| − | | | + | |08:00 |
| − | | আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয় | + | |আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয় |
| + | |||
|- | |- | ||
| − | | | + | |08:03 |
|সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম '''Ramu''' এন্টাৰ টিপক। | |সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম '''Ramu''' এন্টাৰ টিপক। | ||
|- | |- | ||
| − | | | + | |08:08 |
|আপনাক বয়স লিখিবলৈ সোধা হয়। | |আপনাক বয়স লিখিবলৈ সোধা হয়। | ||
|- | |- | ||
| − | | | + | |08:11 |
| − | | আমি ইয়াত '''20''' লিখিম আৰু এন্টাৰ টিপক। | + | |আমি ইয়াত '''20''' লিখিম আৰু এন্টাৰ টিপক। |
|- | |- | ||
| − | | | + | |08:13 |
|আমি নিম্নৰুপে আউটপুট পাও | |আমি নিম্নৰুপে আউটপুট পাও | ||
|- | |- | ||
| − | | | + | |08:15 |
| − | |'''The name is Ramu''' | + | |'''The name is Ramu''' |
| − | + | ||
|- | |- | ||
| − | | | + | |08:16 |
|আৰু '''The age is 20'''. | |আৰু '''The age is 20'''. | ||
|- | |- | ||
| − | | | + | |08:18 |
|এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো । | |এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো । | ||
|- | |- | ||
| − | | | + | |08:24 |
| − | | | + | |এই টিউটৰিয়েলত আমি শিকিছো |
|- | |- | ||
| − | | | + | |08:26 |
|InputStreamReader সম্পর্কে, | |InputStreamReader সম্পর্কে, | ||
| + | |||
|- | |- | ||
| − | | | + | |08:28 |
|BufferedReader সম্পর্কে, | |BufferedReader সম্পর্কে, | ||
| + | |||
|- | |- | ||
| − | | | + | |08:29 |
|আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা। | |আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা। | ||
|- | |- | ||
| − | | 08:33 | + | |08:33 |
|আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। | |আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। | ||
|- | |- | ||
| − | | | + | |08:42 |
| − | | ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক. আউটপুটক কনসোলত প্রদর্শন কৰক। | + | |ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক. আউটপুটক কনসোলত প্রদর্শন কৰক। |
|- | |- | ||
| − | | 08:49 | + | |08:49 |
| − | | | + | |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| − | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | + | |
|- | |- | ||
| − | | | + | |08:54 |
| − | | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | + | |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
|- | |- | ||
| − | | | + | |08:57 |
| − | | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | + | |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| + | |||
|- | |- | ||
| − | | 09:02 | + | |09:02 |
| − | | | + | |কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
|- | |- | ||
| − | | | + | |09:04 |
| − | | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | + | |কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
|- | |- | ||
| − | | | + | |09:07 |
| − | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | + | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
|- | |- | ||
| − | | | + | |09:11 |
| − | | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | + | |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
|- | |- | ||
| − | | | + | |09:18 |
| − | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | + | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
|- | |- | ||
| − | | | + | |09:21 |
| − | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | + | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
|- | |- | ||
| − | | | + | |09:27 |
| − | | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | + | |ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
|- | |- | ||
| 09:36 | | 09:36 | ||
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
| − | |||
Latest revision as of 16:12, 27 February 2017
| Time | Narration
|
| 00:02 | BufferedReader ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম। |
| 00:09 | এই টিউটোৰিয়েলত আমি শিকিম |
| 00:11 | জাভাত ইউজাৰ ইনপুট লোৱা। |
| 00:13 | InputStreamReader আৰু BufferedReader ৰ সম্পর্কে। |
| 00:17 | টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ |
| 00:19 | এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক। |
| 00:24 | আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক। |
| 00:27 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
| 00:35 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো। |
| 00:44 | এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম ! |
| 00:48 | এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়। |
| 00:53 | ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে। |
| 00:59 | BufferedReader ব্যবহাৰ কৰিবলৈ, আমি java.io প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে। |
| 01:05 | এই তিনটি ক্লাস হল:
IOException InputStreamReader আৰু BufferedReader |
| 01:12 | আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব । |
| 01:18 | এতিয়া ইনপুট কিভাবে লোৱা হয়? |
| 01:21 | সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব। |
| 01:26 | ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব। |
| 01:31 | আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। |
| 01:35 | এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও। |
| 01:39 | তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি InputStreamReader নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব। |
| 01:45 | আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন। |
| 01:49 | যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো, আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম । |
| 01:54 | সেয়ে Eclipse লৈ যাও। |
| 01:56 | আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো । |
| 02:00 | আমি java.io প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম। |
| 02:04 | সেয়ে ক্লাসৰ আগত লিখক import space java dot io dot star সেমিকোলন |
| 02:14 | ই InputStreamReader, BufferedReader আৰু IOException ক্লাস ইম্পোর্ট কৰায় |
| 02:20 | এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম। |
| 02:25 | আমি যি কোনো মেথডত BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব। |
| 02:31 | সেয়ে মেন মেথডৰ পিছত লিখক throws স্পেস IOException. |
| 02:42 | এতিয়া, ইয়াৰ মানে কি বুজায়? |
| 02:45 | Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে। |
| 02:52 | Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি throws কীওয়ার্ড ব্যবহাৰ কৰো। |
| 02:57 | Throws এটা কীওয়ার্ড যি Exception handling কৰাৰ সময়ত ব্যবহৃত কৰা হয়। |
| 03:00 | যেতিয়া আমি জানো যে Exception এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়। |
| 03:05 | যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে। |
| 03:10 | Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো। |
| 03:16 | আমি Exception Handling সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম। |
| 03:20 | এতিয়া, আমি InputStreamReader নামৰ অবজেক্ট তৈয়াৰ কৰো। |
| 03:24 | তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী। |
| 03:44 | প্রথম বন্ধনীত লিখক, System dot in আৰু তাৰপিছত সেমিকোলন। |
| 03:52 | InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে |
| 04:01 | System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়। |
| 04:10 | ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়। |
| 04:17 | ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো । |
| 04:22 | সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী। |
| 04:36 | বন্ধনীৰ ভিতৰত, InputStreamReader ৰ অবজেক্ট লিখক যি isr হয় . |
| 04:43 | এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে। |
| 04:48 | BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে । |
| 04:54 | Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে। |
| 05:01 | এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো। |
| 05:06 | প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক। |
| 05:14 | লিখক String স্পেস str সেমিকোলন |
| 05:19 | এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক। |
| 05:23 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন। |
| 05:33 | ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম, |
| 05:37 | str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। |
| 05:45 | readLine মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব । |
| 05:51 | এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক । |
| 06:01 | সেয়ে লিখক int স্পেস n সেমিকোলন। |
| 06:05 | ইউজাৰক তাৰ বয়স লিখবলৈ কওক। |
| 06:08 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। |
| 06:21 | ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল str1 তৈয়াৰ কৰক। |
| 06:31 | এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন। |
| 06:45 | এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন। |
| 07:05 | Integer এটা ক্লাস হয় আৰু parseInt হল তাৰ মেথড। |
| 07:11 | এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে। |
| 07:18 | এতিয়া name আৰু ageৰ আউটপুট প্রদর্শন কৰক। |
| 07:22 | সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The name is + str সেমিকোলন। |
| 07:38 | পিছৰ লাইনত লিখক, System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The ages + n আৰু সেমিকোলন। |
| 07:50 | এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো। |
| 07:55 | সেয়ে Control আৰু F11 কী টিপক। |
| 08:00 | আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয় |
| 08:03 | সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম Ramu এন্টাৰ টিপক। |
| 08:08 | আপনাক বয়স লিখিবলৈ সোধা হয়। |
| 08:11 | আমি ইয়াত 20 লিখিম আৰু এন্টাৰ টিপক। |
| 08:13 | আমি নিম্নৰুপে আউটপুট পাও |
| 08:15 | The name is Ramu |
| 08:16 | আৰু The age is 20. |
| 08:18 | এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো । |
| 08:24 | এই টিউটৰিয়েলত আমি শিকিছো |
| 08:26 | InputStreamReader সম্পর্কে, |
| 08:28 | BufferedReader সম্পর্কে, |
| 08:29 | আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা। |
| 08:33 | আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। |
| 08:42 | ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক. আউটপুটক কনসোলত প্রদর্শন কৰক। |
| 08:49 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 08:54 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08:57 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 09:02 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 09:04 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 09:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 09:11 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09:18 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:21 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09:27 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09:36 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |