Difference between revisions of "LibreOffice-Suite-Writer/C4/Using-track-changes-as-a-peer-review-or-collaborative-constructivist-tool-accepting-and-rejecting-changes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || TIME || NARRATION |- | 00.02 | Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ। |- | 00.03 | LibreOffice Write…')
 
 
(2 intermediate revisions by the same user not shown)
Line 4: Line 4:
 
|-
 
|-
 
| 00.02
 
| 00.02
| Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ।
+
| সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ।
  
 
|-
 
|-
Line 16: Line 16:
 
|-
 
|-
 
| 00.16
 
| 00.16
| আমি আগৰে পৰা থকা এখন ডকুমেণ্ট খুলি— 5. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম।
+
| আমি আগৰে পৰা থকা এখন ডকুমেণ্ট খুলি. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম।
  
 
|-
 
|-
Line 25: Line 25:
 
|00.40
 
|00.40
 
| লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে।
 
| লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে।
 
  
 
|-
 
|-
 
|00.53
 
|00.53
 
|আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব।
 
|আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব।
 
  
 
|-
 
|-
Line 38: Line 36:
 
|-
 
|-
 
|01.02
 
|01.02
| আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.34 ব্যৱহাৰ কৰিছোঁ।
+
| আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ।
  
 
|-
 
|-
Line 58: Line 56:
 
|-
 
|-
 
| 01.41
 
| 01.41
|ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক।
+
|ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক।
  
 
|-
 
|-
Line 67: Line 65:
 
|02.01
 
|02.01
 
| ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক।
 
| ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক।
 +
 
|-
 
|-
 
| 02.05
 
| 02.05
 
| আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”.   
 
| আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”.   
 
  
 
|-
 
|-
 
| 02.36
 
| 02.36
| এণ্টাৰ টিপি দিয়ক 22. যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়।
+
| এণ্টাৰ টিপি দিয়ক যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়।
  
 
|-
 
|-
Line 82: Line 80:
 
|-
 
|-
 
|02.46
 
|02.46
| এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani।
+
| এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে, এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani।
 
+
  
 
|-
 
|-
 
| 02.55
 
| 02.55
| এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani।
+
| এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব।
26. এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব।
+
 
 
|-
 
|-
 
|03.08
 
|03.08
Line 116: Line 113:
 
| 04.04
 
| 04.04
 
| এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়।
 
| এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়।
 
  
 
|-
 
|-
Line 125: Line 121:
 
| 04.19
 
| 04.19
 
|  মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম।
 
|  মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম।
 
  
 
|-
 
|-
Line 134: Line 129:
 
| 04.35
 
| 04.35
 
|  এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ।
 
|  এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ।
 
  
 
|-
 
|-
Line 147: Line 141:
 
| 05.18
 
| 05.18
 
| আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ।
 
| আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ।
 
  
 
|-
 
|-
 
| 05.24
 
| 05.24
 
| এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"।
 
| এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"।
 
  
 
|-
 
|-
Line 165: Line 157:
 
|  05.45
 
|  05.45
 
| আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম।  
 
| আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম।  
 
  
 
|-
 
|-
 
| 05.50
 
| 05.50
 
| Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম।
 
| Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম।
 
  
 
|-
 
|-
Line 186: Line 176:
 
| 06.39
 
| 06.39
 
|এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়।
 
|এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়।
 
  
 
|-
 
|-
 
| 06.49
 
| 06.49
 
| পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
 
| পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
 
  
 
|-
 
|-
Line 200: Line 188:
 
| 07.09
 
| 07.09
 
| পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।  
 
| পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।  
 +
 
|-
 
|-
 
| 07.24
 
| 07.24
Line 211: Line 200:
 
|07.34
 
|07.34
 
| শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক।
 
| শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক।
 
  
 
|-
 
|-
Line 238: Line 226:
 
| 08.36
 
| 08.36
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
 
  
 
|-
 
|-
 
|08.40
 
|08.40
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 +
 
|-
 
|-
 
| 08.44
 
| 08.44
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 +
 
|-
 
|-
 
| 08.48
 
| 08.48
Line 253: Line 242:
 
| 08.54
 
| 08.54
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.  
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.  
 +
 
|-
 
|-
 
| 09.03
 
| 09.03
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
+
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব.
  
 
|-
 
|-
 
| 09.14
 
| 09.14
|এই প্ৰশিক্ষণ IT দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.ধন্য়বাদ  
+
|এই প্ৰশিক্ষণ IT for change দ্ৱ্ৰৰা যুগ্দান কৰা হইচে. ধন্য়বাদ.
  
 
|}
 
|}

Latest revision as of 11:12, 6 November 2013

TIME NARRATION
00.02 সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ।
00.03 LibreOffice Writer-অৰ ট্ৰেক চেনজেচ হোৱাইল এডিটিং এ ডকুমেণ্টৰ কথন প্ৰশিক্ষণলৈ স্বাগতম।
00.09 এই প্ৰশিক্ষণত মই LibreOffice Writer-অত তথ্যবোৰৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াম।
00.16 আমি আগৰে পৰা থকা এখন ডকুমেণ্ট খুলি. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম।
00.26 এই বৈশিষ্ট্য ব্যৱহাৰ কৰি এজন পুনৰ-নীৰিক্ষকে মন্তব্য দিব পাৰে, লেখনি যোগ কৰিব পাৰে, আগেয়ে থকা লেখনি সাল-সলনি কৰিব পাৰে বা পুনৰাকৃতি দিব পাৰে, যিটো একেখন ডকুমেণ্টতে স্পষ্টকৈ দৰ্শনীয় হয়।
00.40 লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে।
00.53 আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব।
00.57 তেন্তে এই সকলোখিনি কেনেকৈ কৰা হয়, তাৰ বিষয়ে শিকোঁ আহক।
01.02 আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ।
01.10 এই প্ৰশিক্ষণত মই ইতিমধ্যে প্ৰস্তুত কৰি থোৱা কিছুমান তথ্যসূচী ব্যৱহাৰ কৰিম। সেইবোৰ হ’ল—
01.16 Seven reasons to adopt FOSS.odt আৰু Government support for FOSS in India.odt
01.24 আৰম্ভ কৰিবৰ কাৰণে Application Office আৰু LibreOffice Writer-অত ক্লিক কৰক।
01.34 Seven reasons to adopt FOSS.odt ফাইলটো খোলক।
01.41 ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক।
01.53 শ্ব’ অপশ্যনটোও চাই লওক। ই পাছৰ যিকোনো সম্পাদনা স্পষ্টকৈ লিখি ৰখাটো সক্ৰিয় কৰি তুলিব।
02.01 ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক।
02.05 আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”.
02.36 এণ্টাৰ টিপি দিয়ক যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়।
02.42 লক্ষ্য কৰক যে লেখাখিনি এটা নতুন ৰঙত দেখা গৈছে।
02.46 এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে, এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani।
02.55 এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani। এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব।
03.08 প্ৰথম শাৰীত থকা 'Available' বানানটো শুদ্ধ কৰক। আপুনি শুদ্ধ হোৱাটো লক্ষ্য কৰিব।
03.17 প্ৰথম পইণ্টটো ডিলিট কৰক - "It can be installed on all computers without restriction or needing to pay license fees to endorse".
03.31 লক্ষ্য কৰক যে নাইকিয়া কৰা কাৰ্যটোৱে প্ৰকৃততে শাৰীটো ডিলিট কৰা নাই, বৰং ডিলিট কৰাৰ পৰামৰ্শ দি ইয়াক চিহ্নিতহে কৰিছে।
03.39 ইয়াৰ ওপৰত কাৰ্চৰডাল ঘূৰাওক, তেতিয়া এটা বাৰ্তা দেখা পাম। ডিলিট কৰাৰ সময় আৰু তাৰিখৰ সৈতে— "Deleted Sriranjani"।
03.49 এইদৰেই এখন ডকুমেণ্টত থকা লেখাখিনিত সংযোগ কৰি, ডিলিট কৰি বা সালসলনি কৰি লেখালৈ পৰিৱৰ্তন আনিব পাৰি।
04.00 এজনতকৈ বেছি মানুহে একেখন ডকুমেণ্টকে সালসলনি কৰিব পাৰে।
04.04 এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়।
04.13 সালসলনি কৰা লেখাখিনিত মাউচ কাৰ্চৰডাল ঘূৰালে পুনৰ-নীৰিক্ষকজনৰ নামটো দেখুৱাব।
04.19 মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম।
04.27 "Government support for Foss in India.odt." ফাইলটো খোলোঁ।
04.35 এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ।
04.42 লেখাখিনিৰ ওপৰত মাউচ কাৰ্চৰডাল ঘূৰালে এটা বাৰ্তা পাম যে সংযুক্তি আৰু নাইকিয়াকৰণ গুৰুৰ দ্বাৰা কৰা হৈছে।
04.52 তলত এটা পইণ্ট সংযুক্ত কৰক— "CDAC, NIC, NRC-FOSS are institutions of Government of India which develop and promote FOSS."
05.18 আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ।
05.24 এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"।
05.29 এইদৰে লেখকৰ ওচৰলৈ যোৱাৰ আগতে এজনতকৈ অধিক মানুহে একেখন ডকুমেণ্টত সালসলনি ঘটাব পাৰে।
05.34 ডকুমেণ্টখন চেভ নকৰাকৈ বন্ধ কৰক।
05.45 আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম।
05.50 Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম।
06.12 পইণ্টটোলৈ যাওক আৰু ৰিজনচ্‌ বুলি লিখাখিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক।
06.22 আপুনি পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ যোৱা দেখিব।
06.28 নিডচ্‌ বুলি সংযুক্ত কৰাকিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। আপুনি দেখিব যে পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ পৰিছে।
06.39 এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়।
06.49 পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে নাইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
07.01 এইটোৱে পুনৰ-নীৰিক্ষকজনে নাইকিয়া কৰিব বিচৰা সালসলনি লেখকৰ দ্বাৰা অস্বীকাৰ কৰাব।
07.09 পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
07.24 ইয়ে পুনৰ-নীৰিক্ষকজনে অন্তৰ্ভুক্ত কৰা লেখাখিনি নাইকিয়া কৰিব।
07.27 এইদৰে প্ৰতিটো অন্তৰ্ভুক্তি আৰু বৰ্জন লেখকজনৰ দ্বাৰা গ্ৰহণ বা অস্বীকাৰ হ’ব পাৰে।
07.34 শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক।
07.56 যেতিয়া আনচ্ছেক কৰা হ’ব, আৰু অধিক সালসলনি পৃথককৈ চিহ্নিত কৰা নহ’ব।
08.00 পুনৰ-নীৰিক্ষকে দিয়া মন্তব্যখিনি গ্ৰহণ বা অস্বীকাৰ কৰাৰ পাছত ফাইলটো চেভ হ’ল নে নাই অনুগ্ৰহ কৰি নিশ্চিত হৈ ল’ব।
08.09 ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। শেষত, নিৰ্দেশাৱলীখন।
08.16 এখন ডকুমেণ্ট খোলক আৰু ৰেকৰ্ড চেনজেচ অৱস্থাটোত বানান ভুলবোৰৰ শুদ্ধতা নিৰূপন কৰক।
08.25 মই ইতিমধ্যে নিৰ্দেশাৱলীখন প্ৰস্তুত কৰিছোঁ।
08.31 লৰ সংযোগত থকা ভিডিঅ’টো চাওক: ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে.
08.36 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
08.40 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08.44 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08.48 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক.
08.54 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.
09.03 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব.
09.14 এই প্ৰশিক্ষণ IT for change দ্ৱ্ৰৰা যুগ্দান কৰা হইচে. ধন্য়বাদ.

Contributors and Content Editors

Mousumi