Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"
From Script | Spoken-Tutorial
(Replaced content with '|- |00.00 |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বা…') |
|||
| (10 intermediate revisions by 5 users not shown) | |||
| Line 1: | Line 1: | ||
| + | {| border=1 | ||
| + | |'''Time''' | ||
| + | |'''Narration''' | ||
| + | |||
|- | |- | ||
| − | |00 | + | |00:00 |
|টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। | |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। | ||
| + | |- | ||
| + | |||
| + | |00:04 | ||
| + | |||
| + | |এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:10 | ||
| + | |||
| + | |আপুনি টাইপ কৰিব শিকিব - | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:12 | ||
| + | |||
| + | |নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:19 | ||
| + | |||
| + | |আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:25 | ||
| + | |||
| + | |টাক্স টাইপিং কি? | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:27 | ||
| + | |||
| + | |টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:30 | ||
| + | |||
| + | |ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:38 | ||
| + | |||
| + | |আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:41 | ||
| + | |||
| + | |আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:46 | ||
| + | |||
| + | |টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |00:54 | ||
| + | |||
| + | |এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:02 | ||
| + | |||
| + | |আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:07 | ||
| + | |||
| + | |Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:16 | ||
| + | |||
| + | |টাক্স টাইপিং খোলো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:19 | ||
| + | |||
| + | |প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:26 | ||
| + | |||
| + | |Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:34 | ||
| + | |||
| + | |লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:39 | ||
| + | |||
| + | |টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:42 | ||
| + | |||
| + | |টাক্স চাইপিঙৰ Window খোল খাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:46 | ||
| + | |||
| + | |টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:50 | ||
| + | |||
| + | |Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। | ||
| + | |||
| + | Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |01:56 | ||
| + | |||
| + | |Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:01 | ||
| + | |||
| + | |Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:13 | ||
| + | |||
| + | |Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:16 | ||
| + | |||
| + | |অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:20 | ||
| + | |||
| + | |Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:23 | ||
| + | |||
| + | |অনুশীলন সমূহ থকা Window খন খোল খাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:26 | ||
| + | |||
| + | |প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:30 | ||
| + | |||
| + | |basic_lesson_01.xml ত ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:35 | ||
| + | |||
| + | |ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:41 | ||
| + | |||
| + | |অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:45 | ||
| + | |||
| + | |কী-বোৰ্ড থকা window খন খোল খাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:48 | ||
| + | |||
| + | |আমি a আখৰটো টাইপ কৰিব শিকো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:52 | ||
| + | |||
| + | |অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |02:56 | ||
| + | |||
| + | |টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:01 | ||
| + | |||
| + | |‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:07 | ||
| + | |||
| + | |আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:10 | ||
| + | |||
| + | |এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:13 | ||
| + | |||
| + | |এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:19 | ||
| + | |||
| + | |aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:27 | ||
| + | |||
| + | |কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:35 | ||
| + | |||
| + | |টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:39 | ||
| + | |||
| + | |কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:51 | ||
| + | |||
| + | |কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |03:58 | ||
| + | |||
| + | |টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:02 | ||
| + | |||
| + | |কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:10 | ||
| + | |||
| + | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:14 | ||
| + | |||
| + | |কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:21 | ||
| + | |||
| + | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:27 | ||
| + | |||
| + | |বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:34 | ||
| + | |||
| + | |উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:39 | ||
| + | |||
| + | |ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:44 | ||
| + | |||
| + | |কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |04:52 | ||
| + | |||
| + | |এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:00 | ||
| + | |||
| + | |লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:10 | ||
| + | |||
| + | |এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:14 | ||
| + | |||
| + | |এই ছৱিখন চাওক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:16 | ||
| + | |||
| + | |ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:21 | ||
| + | |||
| + | |কনিষ্ঠ আঙুলি, | ||
| + | |||
| + | অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু | ||
| + | |||
| + | বৃষ্ঠাঙ্গুল | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:27 | ||
| + | |||
| + | |কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:32 | ||
| + | |||
| + | |লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:35 | ||
| + | |||
| + | |অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:38 | ||
| + | |||
| + | |মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:41 | ||
| + | |||
| + | |তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:44 | ||
| + | |||
| + | |এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:49 | ||
| + | |||
| + | |লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:54 | ||
| + | |||
| + | |অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |05:56 | ||
| + | |||
| + | |মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:00 | ||
| + | |||
| + | |তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:03 | ||
| + | |||
| + | |সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:08 | ||
| + | |||
| + | |হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:14 | ||
| + | |||
| + | |বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:19 | ||
| + | |||
| + | |অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:23 | ||
| + | |||
| + | |এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:29 | ||
| + | |||
| + | |এটিয়া টাইপিং আৰম্ভ কৰো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:32 | ||
| + | |||
| + | |আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:39 | ||
| + | |||
| + | |এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। | ||
| + | |||
| + | |- | ||
| + | |06:42 | ||
| + | |||
| + | |এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:47 | ||
| + | |||
| + | |‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:53 | ||
| + | |||
| + | |ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |06:59 | ||
| + | |||
| + | |আৰু কেইটামান আখৰ টাউপ কৰো আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:02 | ||
| + | |||
| + | |এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:07 | ||
| + | |||
| + | |বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:13 | ||
| + | |||
| + | |Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:17 | ||
| + | |||
| + | |Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:21 | ||
| + | |||
| + | |CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:26 | ||
| + | |||
| + | |WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:31 | ||
| + | |||
| + | |Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:34 | ||
| + | |||
| + | |Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:40 | ||
| + | |||
| + | |main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:45 | ||
| + | |||
| + | |আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:47 | ||
| + | |||
| + | |প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:52 | ||
| + | |||
| + | |নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |07:59 | ||
| + | |||
| + | |টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:03 | ||
| + | |||
| + | |এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:11 | ||
| + | |||
| + | |অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:13 | ||
| + | |||
| + | |basic_lesson_02.xml আৰম্ভ কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:19 | ||
| + | |||
| + | |এই পাঠটো অনুশীলন কৰক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:21 | ||
| + | |||
| + | |পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:26 | ||
| + | |||
| + | |এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:30 | ||
| + | |||
| + | |http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:33 | ||
| + | |||
| + | |ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:36 | ||
| + | |||
| + | |ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:41 | ||
| + | |||
| + | |কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:43 | ||
| + | |||
| + | |কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:46 | ||
| + | |||
| + | |online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:50 | ||
| + | |||
| + | |অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |08:56 | ||
| + | |||
| + | |কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |09:00 | ||
| + | |||
| + | |National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। | ||
| + | |||
| + | |- | ||
| + | |||
| + | |09:08 | ||
| + | |||
| + | |এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। | ||
|- | |- | ||
| − | | | + | |09:19 |
| − | |এই | + | |এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |
Latest revision as of 12:36, 17 October 2014
| Time | Narration |
| 00:00 | টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। |
| 00:04 | এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। |
| 00:10 | আপুনি টাইপ কৰিব শিকিব - |
| 00:12 | নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। |
| 00:19 | আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। |
| 00:25 | টাক্স টাইপিং কি? |
| 00:27 | টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। |
| 00:30 | ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। |
| 00:38 | আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। |
| 00:41 | আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। |
| 00:46 | টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। |
| 00:54 | এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। |
| 01:02 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। |
| 01:07 | Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। |
| 01:16 | টাক্স টাইপিং খোলো আহক। |
| 01:19 | প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। |
| 01:26 | Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। |
| 01:34 | লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। |
| 01:39 | টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। |
| 01:42 | টাক্স চাইপিঙৰ Window খোল খাব। |
| 01:46 | টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। |
| 01:50 | Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। |
| 01:56 | Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। |
| 02:01 | Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। |
| 02:13 | Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। |
| 02:16 | অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। |
| 02:20 | Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। |
| 02:23 | অনুশীলন সমূহ থকা Window খন খোল খাব। |
| 02:26 | প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। |
| 02:30 | basic_lesson_01.xml ত ক্লিক কৰক। |
| 02:35 | ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। |
| 02:41 | অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। |
| 02:45 | কী-বোৰ্ড থকা window খন খোল খাব। |
| 02:48 | আমি a আখৰটো টাইপ কৰিব শিকো। |
| 02:52 | অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। |
| 02:56 | টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। |
| 03:01 | ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? |
| 03:07 | আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। |
| 03:10 | এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। |
| 03:13 | এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। |
| 03:19 | aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। |
| 03:27 | কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। |
| 03:35 | টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। |
| 03:39 | কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। |
| 03:51 | কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। |
| 03:58 | টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। |
| 04:02 | কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। |
| 04:10 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। |
| 04:14 | কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। |
| 04:21 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। |
| 04:27 | বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। |
| 04:34 | উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। |
| 04:39 | ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। |
| 04:44 | কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। |
| 04:52 | এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? |
| 05:00 | লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। |
| 05:10 | এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। |
| 05:14 | এই ছৱিখন চাওক। |
| 05:16 | ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - |
| 05:21 | কনিষ্ঠ আঙুলি,
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল |
| 05:27 | কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। |
| 05:32 | লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। |
| 05:35 | অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। |
| 05:38 | মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। |
| 05:41 | তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। |
| 05:44 | এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। |
| 05:49 | লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। |
| 05:54 | অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। |
| 05:56 | মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। |
| 06:00 | তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। |
| 06:03 | সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। |
| 06:08 | হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। |
| 06:14 | বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? |
| 06:19 | অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। |
| 06:23 | এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। |
| 06:29 | এটিয়া টাইপিং আৰম্ভ কৰো আহক। |
| 06:32 | আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। |
| 06:39 | এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। |
| 06:42 | এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। |
| 06:47 | ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। |
| 06:53 | ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। |
| 06:59 | আৰু কেইটামান আখৰ টাউপ কৰো আহক। |
| 07:02 | এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। |
| 07:07 | বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। |
| 07:13 | Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। |
| 07:17 | Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
| 07:21 | CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
| 07:26 | WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। |
| 07:31 | Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। |
| 07:34 | Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। |
| 07:40 | main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। |
| 07:45 | আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। |
| 07:47 | প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। |
| 07:52 | নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। |
| 07:59 | টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। |
| 08:03 | এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। |
| 08:11 | অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। |
| 08:13 | basic_lesson_02.xml আৰম্ভ কৰক। |
| 08:19 | এই পাঠটো অনুশীলন কৰক। |
| 08:21 | পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। |
| 08:26 | এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। |
| 08:30 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। |
| 08:33 | ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। |
| 08:36 | ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। |
| 08:41 | কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে |
| 08:43 | কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। |
| 08:46 | online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। |
| 08:50 | অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। |
| 08:56 | কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। |
| 09:00 | National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। |
| 09:08 | এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। |
| 09:19 | এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |