Difference between revisions of "Scilab/C4/Linear-equations-Iterative-Methods/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| Border=1 |'''Time''' |'''Narration''' |- | 00:01 | মৰমৰ বন্ধুসকল, '''লিনিয়াৰ সমীকৰণ ইতিৰেতিভ পদ...") |
|||
| Line 108: | Line 108: | ||
|02:10 | |02:10 | ||
| − | | '''মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স,''' | + | | '''the matrices coefficient matrix (মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স),''' |
|- | |- | ||
| Line 114: | Line 114: | ||
|02:12 | |02:12 | ||
| − | || '''সোফালৰ মেত্ৰিক্স,''' | + | || '''right hand side matrix (সোফালৰ মেত্ৰিক্স),''' |
|- | |- | ||
|02:14 | |02:14 | ||
| − | | '''প্ৰাথমিক মানৰ মেত্ৰিক্স,''' | + | | '''initial values matrix (প্ৰাথমিক মানৰ মেত্ৰিক্স),''' |
|- | |- | ||
| 02:17 | | 02:17 | ||
| − | | '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু''' | + | | '''maximum number of iteration and (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু)''' |
|- | |- | ||
| 02:19 | | 02:19 | ||
| − | || '''অভিসৃত সহনশীলতা''' | + | || '''convergence tolerance (অভিসৃত সহনশীলতা)''' |
|- | |- | ||
| Line 171: | Line 171: | ||
|- | |- | ||
| 03:09 | | 03:09 | ||
| − | | ''' | + | | '''মেক্সিমাম ইতিৰেচন''' আৰু '''টৌলাৰেঞ্চ লেভেল''' |
|- | |- | ||
| Line 183: | Line 183: | ||
|- | |- | ||
|03:28 | |03:28 | ||
| − | | আমি '''x k p ওৱানৰ''' মান গণনা কৰো আৰু তেতিয়া '''আপেক্ষিক এৰ’ৰ''' ''' | + | | আমি '''x k p ওৱানৰ''' মান গণনা কৰো আৰু তেতিয়া '''আপেক্ষিক এৰ’ৰ''' '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়নেকি চাওঁ |
|- | |- | ||
| 03:38 | | 03:38 | ||
| − | | যদি ই ''' | + | | যদি ই '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়, আমি ইতিৰেচনটো '''ব্ৰেক''' কৰো আৰু সমাধানটো ঘূৰাই দিয়ে |
|- | |- | ||
| Line 260: | Line 260: | ||
| 04:36 | | 04:36 | ||
| − | | ধৰক ''' | + | | ধৰক '''কনভাৰজেঞ্চ টৌলাৰেঞ্চ লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান''' হয় |
|- | |- | ||
| Line 369: | Line 369: | ||
| 06:32 | | 06:32 | ||
| − | | ''' | + | | '''coefficient মেত্ৰিক্স, ''' |
|- | |- | ||
| Line 375: | Line 375: | ||
| 06:34 | | 06:34 | ||
| − | | ''' | + | | '''right hand side মেত্ৰিক্স,''' |
|- | |- | ||
| Line 381: | Line 381: | ||
| 06:36 | | 06:36 | ||
| − | | '''ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান, ''' | + | | '''initial values of the variables matrix (ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান), ''' |
|- | |- | ||
| Line 387: | Line 387: | ||
| 06:38 | | 06:38 | ||
| − | | '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু''' | + | | '''maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) আৰু''' |
|- | |- | ||
| Line 393: | Line 393: | ||
| 06:40 | | 06:40 | ||
| − | | ''' | + | | '''টৌলাৰেঞ্চ লেভেল''' |
|- | |- | ||
| Line 399: | Line 399: | ||
| 06:43 | | 06:43 | ||
| − | | তেতিয়া আমি '''গ’চ চাইদেল''' ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ '''A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ''' আৰু ''' | + | | তেতিয়া আমি '''গ’চ চাইদেল''' ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ '''A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ''' আৰু '''টৌলাৰেঞ্চ লেভেল''' আৰু আউতপুত আৰগুমেন্ত '''চলিওচনৰে''' |
|- | |- | ||
| Line 441: | Line 441: | ||
| 07:44 | | 07:44 | ||
| − | | লগতে, আমি '''আপেক্ষিক এৰ’ৰ''' ''' | + | | লগতে, আমি '''আপেক্ষিক এৰ’ৰ''' '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়নেকি চাওঁ |
|- | |- | ||
| Line 522: | Line 522: | ||
| 08:45 | | 08:45 | ||
| − | | তেতিয়া আমি '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা''' তুৱেন্তি ফাইভলৈ সূচীত কৰো | + | | তেতিয়া আমি '''maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা)''' তুৱেন্তি ফাইভলৈ সূচীত কৰো |
|- | |- | ||
| Line 534: | Line 534: | ||
| 08:52 | | 08:52 | ||
| − | | আহক ''' | + | | আহক '''টৌলাৰেঞ্চ লেভেলক''' জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো |
|- | |- | ||
Latest revision as of 11:01, 8 May 2019
| Time | Narration |
| 00:01 | মৰমৰ বন্ধুসকল, লিনিয়াৰ সমীকৰণ ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰা চিষ্টেমৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:10 | এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব: |
| 00:14 | লিনিয়াৰ সমীকৰণৰ চিষ্টেমক ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰিবলৈ |
| 00:18 | লিনিয়াৰ সমীকৰণ সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ |
| 00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
| 00:25 | উবুন্তো 12.04 অপাৰেতিং চিষ্টেম আৰু |
| 00:28 | চাইলেব 5.3.3 ভাৰ্চন |
| 00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, শিকাৰু এজনৰ মৌলিক জ্ঞান থাকিব লাগিব |
| 00:38 | চাইলেব, আৰু লিনিয়াৰ সমীকৰণ সমাধান কৰাৰ |
| 00:42 | চাইলেবৰ বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইতত উপলদ্ধ সংগত টিউট’ৰিয়েলচ চাওঁক |
| 00:50 | আমি চাবলগা প্ৰথম ইতিৰেতিভ পদ্ধতিটো হৈছে জাক’বি পদ্ধতি |
| 00:56 | প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে, |
| 01:02 | আমি সমীকৰণটো পুনৰ লিখিম যাতে x of i k প্লাচ ওৱান সমান b i মাইনাচ a i j x j k ৰ যোগফলৰ পৰা j সমান ওৱান তু n হৰণ a i i য’ত i হৈছে ওৱান তু n লৈকে |
| 01:24 | আমি প্ৰতিটো x of i ৰ মান ধৰিম |
| 01:27 | তেতিয়া আমি আগৰ ষ্টেপত পোৱা মানক সমীকৰণত প্ৰতিস্থাপিত কৰিম |
| 01:34 | আমি সমাধান নোপোৱালৈকে ইতিৰেচনটো চলাম |
| 01:39 | আহক এই উদাহৰণক জাক’বি পদ্ধতিৰে সমাধান কৰো |
| 01:44 | আহক জাক’বি পদ্ধতিৰ ক’ডক চাওঁ |
| 01:48 | আমি ফৰ্মেত পদ্ধতিৰে চাইলেব কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰো |
| 01:56 | ইয়াত e এ কয় উত্তৰটো বৈজ্ঞানিক লিপিত হ’ব লাগিব |
| 02:01 | আৰু তুৱেন্তিয়ে দৰ্শিত হ’বলগা অংকৰ সংখ্যাক সূচায় |
| 02:06 | তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ |
| 02:10 | the matrices coefficient matrix (মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স), |
| 02:12 | right hand side matrix (সোফালৰ মেত্ৰিক্স), |
| 02:14 | initial values matrix (প্ৰাথমিক মানৰ মেত্ৰিক্স), |
| 02:17 | maximum number of iteration and (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু) |
| 02:19 | convergence tolerance (অভিসৃত সহনশীলতা) |
| 02:22 | পাছত আমি চাইজ ফাংচনৰে মেত্ৰিক্স A এটা স্কোৱাৰ মেত্ৰিক্স হয়নেকি চাম |
| 02:29 | যদি ই নহয়, আমি এৰ’ৰ ফাংচনৰে এৰ’ৰ এটা দেখুৱাম |
| 02:34 | তেতিয়া আমি চাম মেত্ৰিক্স A কোণাকুণিকৈ প্ৰভাৱশালি হয়নে |
| 02:40 | মেত্ৰিক্সটোৰ প্ৰথম আধাই প্ৰতিটো ৰৌৰ যোগফলক গণনা কৰে |
| 02:45 | তেতিয়া ই চায় কাষৰ উপাদানৰ প্ৰদাক্তৰ দুগুণ সেই ৰৌৰ উপাদানৰ যোগফলতকৈ ডাঙৰ হয়নেকি |
| 02:54 | যদি ই নহয়, এৰ’ৰ ফাংচনে এৰ’ৰ এটা দেখুৱায় |
| 03:01 | তেতিয়া আমি ফাংচন জাক’বি ইতিৰেচনক ইনপুত আৰগুমেন্তৰে সূচীত কৰো |
| 03:07 | A, b , x জিৰ’, |
| 03:09 | মেক্সিমাম ইতিৰেচন আৰু টৌলাৰেঞ্চ লেভেল |
| 03:14 | ইয়াত x জিৰ’ হৈছে প্ৰাথমিক মানৰ মেত্ৰিক্স |
| 03:19 | আমি চাওঁ A মেত্ৰিক্সৰ আৰু প্ৰাথমিক মানৰ মেত্ৰিক্সৰ আকাৰ পৰস্পৰৰ সৈতে সুসংগত হয়নে নহয় |
| 03:28 | আমি x k p ওৱানৰ মান গণনা কৰো আৰু তেতিয়া আপেক্ষিক এৰ’ৰ টৌলাৰেঞ্চ লেভেলতকৈ কম হয়নেকি চাওঁ |
| 03:38 | যদি ই টৌলাৰেঞ্চ লেভেলতকৈ কম হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো আৰু সমাধানটো ঘূৰাই দিয়ে |
| 03:45 | অবশেষত আমি ফাংচনটো শেষ কৰো |
| 03:48 | আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো |
| 03:51 | চাইলেব কনচ’ললৈ যাওঁক |
| 03:54 | আহক প্ৰতিটো প্ৰমপ্তত মান ভৰাওঁ |
| 03:57 | মেত্ৰিক্স A ৰ গুণাংক হৈছে খোলা বৰ বন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰ বন্ধনী |
| 04:08 | এন্টাৰ টিপক |
| 04:10 | তেতিয়া আমি লিখো খোলা বৰ বন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰ বন্ধনী |
| 04:17 | এন্টাৰ টিপক |
| 04:20 | প্ৰাথমিক মানৰ মেত্ৰিক্সটো হৈছে খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী |
| 04:28 | এন্টাৰ টিপক |
| 04:30 | ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা হৈছে তুৱেন্তি ফাইভ |
| 04:34 | এন্টাৰ টিপক |
| 04:36 | ধৰক কনভাৰজেঞ্চ টৌলাৰেঞ্চ লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান হয় |
| 04:44 | এন্টাৰ টিপক |
| 04:46 | আমি ফাংচনটো মাতো লিখি |
| 04:48 | জাক’বি ইতিৰেচন খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ |
| 05:04 | এন্টাৰ টিপক |
| 05:06 | x ওৱান আৰু x তুৰ মান কনচ’লত দৰ্শিত হৈছে |
| 05:11 | ইতিৰেচনৰ সংখ্যাটোও দৰ্শিত হৈছে |
| 05:14 | আহক এতিয়া গ’চ চাইদেল পদ্ধতি চাওঁ |
| 05:19 | প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে |
| 05:26 | আমি প্ৰতিটো অজ্ঞাতলৈ সমীকৰণটো পুনৰ লিখিম |
| 05:29 | সোফালৰ উপাদানৰ পৰা অন্য ভেৰিয়েবল আৰু সিহতৰ গুণাংকক প্ৰতিস্থাপিত কৰি |
| 05:37 | তেতিয়া আমি ইয়াক হৰণ কৰো সেই ভেৰিয়েবলৰ অজ্ঞাত ভেৰিয়েবলৰ গুণাংক a i i ৰে |
| 05:45 | ইয়াক প্ৰতিটো প্ৰদত্ত সমীকৰণত কৰা হয় |
| 05:49 | জাক’বি পদ্ধতিত, x of i k প্লাচ ওৱানৰ গণনাৰ বাবে, x of i k ৰ প্ৰতিটো উপাদান ব্যৱহৃত হয় মাত্ৰ x of i k প্লাচ ওৱানৰ বাহিৰে |
| 06:03 | গ’চ চাইদেল পদ্ধতি, আমি x of i k ৰ মান x of i k প্লাচ ওৱানৰে অভাৰ ৰাইত কৰো |
| 06:12 | আহক এই উদাহৰণক গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰো |
| 06:17 | আহক গ’চ চাইদেল পদ্ধতিৰ ক’ডক চাওঁ |
| 06:21 | প্ৰথম শাৰীয়ে ফৰ্মেত ফাংচনৰে কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰে |
| 06:29 | তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ |
| 06:32 | coefficient মেত্ৰিক্স, |
| 06:34 | right hand side মেত্ৰিক্স, |
| 06:36 | initial values of the variables matrix (ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান), |
| 06:38 | maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) আৰু |
| 06:40 | টৌলাৰেঞ্চ লেভেল |
| 06:43 | তেতিয়া আমি গ’চ চাইদেল ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ আৰু টৌলাৰেঞ্চ লেভেল আৰু আউতপুত আৰগুমেন্ত চলিওচনৰে |
| 06:58 | আমি মেত্ৰিক্স A স্কোৱাৰ হয়নে আৰু প্ৰাথমিক ভেক্তৰ আৰু মেত্ৰিক্স A ৰ আকাৰ চাইজ আৰু লেনথ ফাংচন ব্যৱ্হাৰ কৰি উপযুক্ত হয়নে চাওঁ |
| 07:10 | তেতিয়া আমি ইতিৰেচন আৰম্ভ কৰো |
| 07:13 | আমি প্ৰাথমিক মান ভেক্তৰ x জিৰ’ তু x k গণ্য কৰো |
| 07:19 | আমি এটা জিৰ’ৰ মেত্ৰিক্স বনাওঁ x k ৰ সমান আকাৰৰ আৰু ইয়াক x k p ওৱান বুলি কওঁ |
| 07:28 | আমি x k p ওৱানৰে সেই সমীকৰণৰ অজ্ঞাত ভেৰিয়েবলৰ মান পাবলৈ প্ৰতিটো সমীকৰণ সমাধান কৰো |
| 07:38 | প্ৰতিটো ইতিৰেচনত, x k p ওৱানৰ মান আপদেত হয় |
| 07:44 | লগতে, আমি আপেক্ষিক এৰ’ৰ টৌলাৰেঞ্চ লেভেলতকৈ কম হয়নেকি চাওঁ |
| 07:50 | যদি ই হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো |
| 07:54 | তেতিয়া x k p ওৱানক ভেৰিয়েবল চলিউচনলৈ গণ্য কৰক |
| 07:59 | অবশেষত, আমি ফাংচনটো শেষ কৰো |
| 08:02 | আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো |
| 08:06 | চাইলেব কনচ’ললৈ যাওঁক |
| 08:09 | প্ৰথম প্ৰমপ্তত, আমি লিখো মেত্ৰিক্স A |
| 08:12 | লিখক খোলা বৰবন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰবন্ধনী |
| 08:21 | এন্টাৰ টিপক । পাছৰ প্ৰমপ্তত, |
| 08:24 | লিখক খোলা বৰবন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰবন্ধনী |
| 08:31 | এন্টাৰ টিপক |
| 08:33 | আমি প্ৰাথমিক মানৰ ভেক্তৰৰ মান দিওঁ লিখি |
| 08:38 | খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী |
| 08:43 | এন্টাৰ টিপক |
| 08:45 | তেতিয়া আমি maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) তুৱেন্তি ফাইভলৈ সূচীত কৰো |
| 08:50 | এন্টাৰ টিপক |
| 08:52 | আহক টৌলাৰেঞ্চ লেভেলক জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো |
| 08:58 | এন্টাৰ টিপক |
| 09:01 | শেষত আমি ফাংচনটো মাতো লিখি |
| 09:04 | G a u s s S e i d e l খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ |
| 09:24 | এন্টাৰ টিপক |
| 09:26 | x ওৱান আৰু x তুৰ মান দৰ্শিত হৈছে |
| 09:30 | একেটা সমস্যা সমাধান কৰিবলৈ ইতিৰেচনৰ সংখ্যা জাক’বি পদ্ধতিতকৈ কম হয় |
| 09:37 | আপুনি নিজে এই সমস্যাটো জাক’বি আৰু গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰক |
| 09:43 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
| 09:47 | লিনিয়াৰ সমীকৰণৰ চিষ্টেম সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ |
| 09:52 | লিনিয়াৰ সমীকৰণৰ চিষ্টেম এটাৰ অজ্ঞাত ভেৰিয়েবলৰ মানটো বিচাৰিবলৈ |
| 09:58 | তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক |
| 10:01 | ই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শাই |
| 10:04 | যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
| 10:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 10:11 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে, |
| 10:15 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে |
| 10:18 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 10:25 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
| 10:30 | ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 10:37 | এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ |
| 10:49 | মই মৌচুম হাজৰিকা |
| 10:51 | সংযোগ কৰাৰ বাবে ধন্যবাদ |