Difference between revisions of "LibreOffice-Calc-on-BOSS-Linux/C3/Formulas-and-Functions/Assamese"
From Script | Spoken-Tutorial
Line 144: | Line 144: | ||
|| 04:43 | || 04:43 | ||
|| মৌলিক arithmetic ফাংশন ত | || মৌলিক arithmetic ফাংশন ত | ||
− | + | যোগ-এৰ বাবে SUM, | |
− | + | গুন-এৰ বাবে PRODUCT, | |
− | + | ভাগ-এৰ বাবে QUOTIENT আছে | |
− | + | আৰো অনেক ফাংশন যি আমি আগৰ টিউটোৰিয়েলত শিকিছো | | |
|- | |- | ||
|| 04:57 | || 04:57 |
Latest revision as of 12:26, 27 March 2017
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত সূত্র আৰু ফাংশন সংক্রান্ত স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম:
কন্দিছনেল অপাৰেটৰ If..Or স্তেটমেন্ট বেছিক স্তেটিস্টিক ফাংচন ৰাউন্দিঙ অফ নাম্বাৰ্চ |
00:19 | ইয়াতে আমি আমাৰ অপাৰেটিং সিস্টেম হিসাবে GNU/Linux আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো | |
00:30 | আমি ইতিমধেয়ই মৌলিক arithmetic অপাৰেটৰ প্রয়োগ কৰিবলৈ শিকিছো যেনে তথ্য যোগ, বিয়োগ আৰু গড় কৰা | |
00:39 | এতিয়া, আৰো কিছো অন্যান্য দৰকাৰী অপাৰেটৰ সম্পর্কে জানা যাওক | |
00:43 | সবতচে বেশি ব্যবহৃত অপাৰেটৰবোৰৰ অন্যতম Conditional অপাৰেটৰ | |
00:51 | Conditional অপাৰেটৰে ব্যবহাৰকাৰীয়ে দিয়া তথ্যৰ উপৰত শর্তটো পৰীক্ষা কৰে | |
00:56 | আৰু তাৰপিছত বুলিয়েনত ফলাফল দেখায় - TRUE বা FALSE | |
01:01 | এতিয়া “Personal-Finance-Tracker.ods” খোলা যাওক | |
01:05 | "Cost" শিৰোনামৰ তলত, বিভিন্ন দ্রব্যৰ মূল্য তালিকা আছে | |
01:11 | এইবোৰৰ ওপৰত conditional অপাৰেটৰ প্রয়োগ কৰি সেই ফলাফলবোৰ বিশ্লেষণ কৰা যাওক | |
01:17 | এবাৰ "B10" নামৰ সেলত ক্লিক কৰক আৰু সেইটোৰ ভিতৰত “Condition Result” লিখক | |
01:24 | এতিয়া, "C10" নামৰ সেলত ক্লিক কৰক | |
01:28 | শর্ত প্রয়োগ কৰাৰ পিছত, ফলাফল এই সেলত প্রদর্শিত হব | |
01:33 | লক্ষ্য কৰক, ঘৰ ভাড়াৰ (“House Rent”) খৰচ ৬০০০ টাকা । |
01:38 | বিদ্যুৎ মাশুল (“Electricity Bill”) এৰ বাবে খৰচ ৮০০ টাকা | |
01:43 | ঘৰ ভাড়াৰ (“House Rent”) খৰচ বিদ্যুৎ মাশুলত (“Electricity Bill”) চে বেশী | |
01:48 | আমি এইবোৰৰ উপৰত বিভিন্ন শর্ত প্রয়োগ কৰিবলৈ পাৰো আৰু ফলাফল দেখিব পাৰো | |
01:54 | "C10" নামৰ সেলত ক্লিক কৰক | |
01:57 | এতিয়া সেলত, প্রথম শর্ত হিসাবে লিখক “is equal to C3 greater than C4 ”আৰু "এন্টাৰ" কী টিপক | |
02:09 | যিহেতু C3 সেল-এৰ মান সেল C4 এৰ মানৰ পৰা বেশী, সেয়ে ইয়াতে ফলা ফল "“TRUE” "হব | |
02:18 | এতিয়া শর্তটো “is equal to C3 less than C4” লৈ পৰিবর্তন কৰো । |
02:26 | "Enter" টিপক | |
02:28 | আমাৰ ফলাফল হব "“FALSE”" | |
02:32 | একেই পদ্ধতিতে, আপোনি অন্যান্য conditional স্তেটমেন্ট প্রয়োগ কৰি ফলাফলটো দেখিব পাৰিব | |
02:38 | অনেক বেশি তথ্যৰ ক্ষেত্রত এই স্তেটমেন্টৰ ব্যবহাৰ খুবেই উপযোগী | |
02:44 | আপোনি তথয়বোৰতো " If আৰু Or " ব্যবহাৰও কৰিব পাৰে |
02:49 | ফলাফল প্ৰিন্ট কৰিবলৈ | যি চৰ্তবোৰ TRUE হৈ থাকে. |
02:55 | "C10" নামৰ সেলত ক্লিক কৰক, আৰু লিখক, |
02:59 | “ is equal to IF” আৰু বন্ধনীত "C3 greater than C4” , কমা, ডবল উদ্ধৃতি চিনহত “Positive” কমা আৰু আকৌ এবাৰ ডবল উদ্ধৃতি চিনহত "Negative" | |
03:16 | ইয়াৰ মানে হল, যদি সেল C3 –ত থাকা মান, সেল C4 –এৰ মানৰ পৰা অনেক বেশী হয় তেনেহলে "Positive" প্রদর্শন কৰা হব, |
03:25 | অথবা "Negative" প্রদর্শন কৰা হব | |
03:28 | এতিয়া "এন্টাৰ" কী টিপক | |
03:31 | লক্ষ্য কৰক, ইয়াতে ফলাফলটো Positive যিহেতু ৬০০০ টকা ৮০০ টকাৰ পৰা বেশী হয় | |
03:39 | এতিয়া, condition স্তেটমেন্টত “greater than” ক “less than” লৈ পৰিবর্তন কৰো আৰু "এন্টাৰ"কী টিপক | |
03:47 | চাওক, এতিয়া ফলাফল নেতি বাচক (“Negative”) কাৰণ সেল C3ৰ মান সেল C4 এৰ মানত চে বেশী হয় | |
03:57 | আমি যদি সেল C3 আৰু C4 এৰ তথ্য পৰিবর্তন কৰো, তেনেহলে ফলাফল-এৰ পৰিবর্তন দেখা পাম | |
04:04 | এতিয়া ফলাফল হিসাবে "Negative" প্রদর্শিত হৈছে | |
04:09 | এতিয়া, সেল C4 এৰ মান বৃদ্ধি কৰি "৭০০০" কৰক আৰু "এন্টাৰ" কী টিপক | |
04:17 | স্বয়ংক্রিয়ভাবে ফলাফলটো "Positive" লৈ পৰিবর্তন হয় | |
04:22 | আকৌ এবাৰ, C4 এৰ মান হ্রাস কৰি "৮০০" কৰা যাওক | |
04:26 | আৰু "এন্টাৰ" কী টিপক | |
04:29 | ফলাফলটো আকৌ এবাৰ স্বয়ংক্রিয়ভাবে "নেতিবাচক" (" Negative”) লৈ পৰিবর্তন কৰো | |
04:34 | এতিয়া, আমি কৰা পৰিবর্তনবোৰ মুছি দিয়া যাওক | |
04:38 | ইয়াৰপিছত, এতিয়া কিছো arithmetic আৰু statistic ফাংশন শিকা যাওক | |
04:43 | মৌলিক arithmetic ফাংশন ত
যোগ-এৰ বাবে SUM, গুন-এৰ বাবে PRODUCT, ভাগ-এৰ বাবে QUOTIENT আছে আৰো অনেক ফাংশন যি আমি আগৰ টিউটোৰিয়েলত শিকিছো | |
04:57 | এতিয়া পৰীক্ষা কৰি দেখা যাওক কিভাবে Sum, Product আৰু Quotient ফাংশনে কাম কৰে | |
05:05 | প্রথমে "শিট 3" নির্বাচন কৰক | |
05:08 | সেল "B1", "B2" আৰু "B3" – ত যথাক্রমে "50", "100" আৰু "150" লিখক | |
05:19 | সেল "A4"-ত ক্লিক কৰক আৰু লিখক " SUM" | |
05:23 | সেল "B4" ত ক্লিক কৰক | |
05:26 | আমি এই সেল ত, ফলাফল গণনা কৰিম | |
05:30 | লিখক, “is equal to “SUM” আৰু বন্ধনীত, B1 কমা B2 কমা B3 | |
05:37 | এন্টাৰ টিপক | |
05:39 | লক্ষ্য কৰক ফলাফল হিসাবে "300" দেখাইছে | |
05:43 | আপোনি এইভাবে এটা নির্দিষ্ট সীমাত সকলো মানৰ যোগ কৰিবলৈ পাৰিব | |
05:47 | আকৌ এবাৰ "B4"-ত ক্লিক কৰক | |
05:49 | এতিয়া, বন্ধনীত, B1 কমা B2 কমা B3 ৰ পৰিবর্তে লিখক B1-কোলন B3 | |
05:58 | এন্টাৰ টিপক | |
06:00 | আকৌ এবাৰ, ফলাফল "৩০০" দেখাইছে | |
06:03 | এতিয়া সেল "A5”-ত ক্লিক কৰক আৰু লিখক "প্রোডাক্ট" | |
06:08 | সেল "B5"-ত ক্লিক কৰক | |
06:10 | ইয়াতে লিখক -
“is equal to “PRODUCT” আৰু বন্ধনীত, B1-কোলন B3 | |
06:18 | এন্টাৰ টিপক | |
06:20 | লক্ষ্য কৰক ফলাফল "৭,৫০,০০০" দেখাইছে | |
06:26 | এতিয়া দেখা যাওক Quotient কিভাবে কাম কৰে | |
06:29 | এতিয়া "A6" নামৰ সেলত ক্লিক কৰক আৰু লিখক "QUOTIENT" | |
06:34 | এতিয়া সেল "B6"-ত ক্লিক কৰক | |
06:37 | আমি এই সেলটোক ফলাফল গণনাৰ বাবে ব্যবহাৰ কৰিম | |
06:40 | আৰু লিখক "“is equal to QUOTIENT", আৰু বন্ধনীত, B2 কমা B1 | |
06:47 | এন্টাৰ টিপক | |
06:49 | আপোনি ফলাফল হিসাবে "2"দেখিব পাৰিব | কাৰণ "50"ৰে দি "100"ক ভাগ কৰিলে ফলাফল 2 হয় | |
06:59 | একেইভাবে, আমি ক্যালক-ত বিভিন্ন arithmetic প্রক্রিয়া সম্পাদন কৰিবলৈ পাৰো | |
07:05 | এতিয়া আহক, Statistic ফাংছনৰ সম্পর্কে শিকা যাওক | |
07:09 | Statistic ফাংশনবোৰ
স্প্রেডশীট-এৰ তথ্য বিশ্লেষণৰ বাবে প্রয়োজন হয় | উদাহৰণস্বৰুপে, ফাংশন যেনে COUNT , MIN , MAX , MEDIAN, MODE আৰু এই প্রকৃতিৰ অনেক statistical ফাংশন আছে | |
07:27 | প্রথমে, আমি শীট 1 ত ক্লিক কৰো | |
07:30 | দেখা যাওক statistical ফাংশন ব্যবহাৰ কৰি, কিভাবে সর্বনিম্ন, সর্বোচ্চ আৰু মধ্যমা খৰচ নির্ণয় কৰা যায় | |
07:37 | "C10" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক, যত আমি ইয়াৰ ফলাফল প্রদর্শন কৰিম | |
07:44 | শিৰোনাম "কস্ট" এৰ তলত, খুব কম মান আছে | |
07:48 | ইয়াত নূন্যতম খৰচ ৩০০ টকা | |
07:51 | সর্বাধিক খৰচ ৬০০০ টকা | |
07:55 | এই ফাংশনবোৰ ব্যবহাৰ কৰাৰ পিছত এই ফলাফলবোৰ প্রদর্শিত হব | |
08:00 | সেল "C10"ত লিখক, " সমানচিহ্ন MAX" আৰু বন্ধনীত "C3" কোলন "C7" | |
08:10 | এতিয়া "এন্টাৰ" কী টিপক | |
08:13 | লক্ষ্য কৰক, ফলাফল হল "৬০০০", যি এই কলমত সর্বোচ্চ মান হয় | |
08:20 | এতিয়া, এই স্তেটমেন্ট "MAX " শব্দটোক MIN ৰে প্রতিস্থাপন কৰক | |
08:25 | আৰু "এন্টাৰ" কী টিপক | |
08:28 | লক্ষ্য কৰক, ফলাফল হল "৩০০", যি কোস্ট কলমত সর্বনিম্ন মান হয় | |
08:34 | মধ্যমা (median) মূল্য পাবলৈ, "MIN" শব্দটোক "MEDIAN” ৰে প্রতিস্থাপন কৰক | |
08:40 | আৰু "এন্টাৰ" কী টিপক | |
08:43 | ফল হিসাবে "৮০০" দেখাইছে, এইটো এই কলমৰ মধ্যমা খৰচ হয় | |
08:50 | একেইভাবে, আপোনি তথ্যৰ ওপৰত অন্যান্য statistical ফাংশন ব্যবহাৰ কৰিব পাৰে আৰু সেই অনুযায়ী তাক বিশ্লেষণ কৰিবলৈ পাৰিব | |
08:58 | এই সেলত কৰা পৰিবর্তন মুছি পেলাওক | |
09:02 | আহক, এতিয়া সংখ্যাক পূর্ণসংখ্যালৈ পৰিবর্তন কৰা যাওক | |
09:05 | "কোস্ট "শিৰোনামৰ তলৰ কলমত কিছো পৰিবর্তন কৰা যাওক | |
09:09 | আপোনি পৰিবর্তন কৰক :
"৬০০০," ক "৬০০০.৩৪" লৈ "৬০০" ক "৬০০.৪" লৈ "300" ক "৩০০.৩" লৈ কৰক | |
09:23 | এতিয়া, "B11" সেলত ক্লিক কৰক আৰু শিৰোনাম লিখক " ৰাউনডিং অফ " | |
09:31 | এতিয়া "C11" সেলত ক্লিক কৰা যাওক, যত শিৰোনাম "কস্ট " ত মোট উপাদানবোৰৰ সমষ্টি নির্ণয় কৰা হব | |
09:39 | সেল C11 ত লিখক "সমানচিহ্ন SUM" আৰু বন্ধনীত "C3" কোলন "C7" | |
09:49 | এতিয়া, Enter কী টিপক | |
09:53 | চাওক, সমষ্টি হল "৯৭০১.০৪" | |
09:59 | ধৰা যাওক, আমি আমাৰ ফলাফলত কোনো দশমিক স্থান নিবিচাৰো | |
10:04 | সেইক্ষেত্রত, সবতচে ভাল সমাধান হল ফলটোক নিকটতম পূর্ণ সংখ্যায়লৈ পৰিবর্তন কৰা | |
10:09 | সেল-ত সমষ্টি "৯৭০১.০৪" আছে, তাত ক্লিক কৰক | |
10:15 | লিখক, "সমানচিহ্ন ROUND" খোলা বন্ধনী , “SUM” আৰু আকৌ এবাৰ বন্ধনীত "C3" কোলন "C7" | |
10:25 | বন্ধনী বন্ধ কৰক. Enter কী টিপক | |
10:29 | আপোনাৰ ফলফলটো বর্তমানে "৯৭০১", যি "৯৭০১.০৪" –হৈ নিকটতম পূর্ণ সংখ্যাযলৈ পৰিবর্তন হৈছিল | |
10:44 | আৰু এই বৈশিষ্ট্যৰ দ্বাৰা, নিম্নতৰ পূর্ণ সংখ্যা বা উচ্চতৰ পূর্ণ সংখ্যালওৈ পৰিবর্তন কৰা যায় | |
10:52 | ফলাফলৰ সেলত ক্লিক কৰক আৰু "ৰাউন্ড" শব্দটোক পৰিবর্তন কৰি "ৰাউন্ড –আপ " কৰক | |
10:59 | এতিয়া, "এন্টাৰ" কী টিপক | |
11:02 | চাওক এতিয়া আপোনাৰ ফলাফল "৯৭০২", যি হল উচ্চতৰ পূর্ণ সংখ্যা | |
11:10 | আপোনি, নিম্নতৰ পূর্ণ সংখ্যায়লৈ পৰিবর্তন কৰিবলৈ, ৰাউন্ড-আপ শব্দক পৰিবর্তন কৰি "ৰাউন্ড-ডাউন" লৈ কৰক | |
11:17 | আৰু "এন্টাৰ" কী টিপক | |
11:19 | ফলাফল এতিয়া নিম্নতৰ পূর্ণ সংখ্যা, "৯৭০১" | |
11:28 | এতিয়া এই পৰিবর্তনবোৰ বাতিল কৰা যাওক, যাতে আমি আমাৰ “Personal-Finance-Tracker.ods” ফাইল-টোক মূল অবস্থানলৈ নিব পাৰো | |
11:37 | ইয়াতেই LibreOffice ক্যালক এৰ উপৰত এই স্পোকেন টিউটোৰিযেলটো সমাপ্ত হল | |
11:43 | সংক্ষেপে , আমি শিকিছো:
কন্দিছনেল অপাৰেটৰ If..Or স্তেটমেন্ট বেছিক স্তেটিস্টিক ফাংচন ৰাউন্দিঙ অফ নাম্বাৰ্চ |
11:55 | নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
11:58 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
12:01 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
12:06 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
12:11 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
12:15 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
12:21 | স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
12:26 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:34 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
12:37 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:45 | আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |