Difference between revisions of "Netbeans/C3/Connecting-to-a-MySQL-Database/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 ||'''Time''' ||'''Narration''' |- |00:00 |নমস্কাৰ। |- |00:02 |Connecting to a MySQL Database ইয়াৰ টিউটোৰিয়েল...") |
PoojaMoolya (Talk | contribs) |
||
(One intermediate revision by one other user not shown) | |||
Line 5: | Line 5: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | | | + | |নমস্কাৰ দৰ্শক সকল। |
|- | |- | ||
Line 37: | Line 37: | ||
|- | |- | ||
|00:29 | |00:29 | ||
− | |Create table | + | |Create table dialog ব্যবহাৰ কৰা আৰু অবশেষত |
|- | |- | ||
Line 241: | Line 241: | ||
|- | |- | ||
|05:44 | |05:44 | ||
− | |Create Database | + | |Create Database dialog ত নতুন database ইয়াৰ নাম লিখক। |
|- | |- | ||
Line 373: | Line 373: | ||
|- | |- | ||
|09:03 | |09:03 | ||
− | |Create Table | + | |Create Table dialog খোলে। |
|- | |- | ||
Line 645: | Line 645: | ||
|- | |- | ||
|15:27 | |15:27 | ||
− | |আই আই টি বম্বেৰ পৰা মই | + | |আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
|- | |- |
Latest revision as of 15:44, 28 October 2020
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল। |
00:02 | Connecting to a MySQL Database ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত শিকিম: |
00:09 | MySQL সার্ভাৰ প্রোপার্টিস কনফিগাৰ কৰা। |
00:14 | MySQL সার্ভাৰ আৰম্ভ কৰা। |
00:17 | database বনোৱা আৰু কানেক্ট কৰা। |
00:20 | database টেবোলস বনোৱা, যাৰ দ্বাৰা দুটা মেথড অন্বেষণ কৰিব। |
00:26 | sql এডিটৰ ব্যবহাৰ কৰা। |
00:29 | Create table dialog ব্যবহাৰ কৰা আৰু অবশেষত |
00:33 | এটা SQL স্ক্রিপ্ট ৰান কৰা। |
00:37 | এইটোক দেখাবলৈ আমি ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v12.04 |
00:44 | আৰু Netbeans IDE v7.1.1 |
00:48 | আপোনাৰ Java Development Kit (JDK) v6 |
00:54 | আৰু MySQL database সার্ভাৰ ও প্রয়োজন। |
00:57 | এই টিউটোৰিয়েলটো শিকিবলৈ database ব্যবস্থাপনাৰ মৌলিক জ্ঞান থকা দৰকাৰ। |
01:03 | আৰু জানিবলৈ প্রদর্শিত লিঙ্কত PHPandMySQL ইয়াৰ টিউটোৰিয়েলটো চাওক। |
01:10 | অন্যান্য স্ট্যান্ডার্ড প্রোগ্রামিং পৰিভাষা এই টিউটোৰিয়েলত ব্যবহৃত হৈছে। |
01:16 | এই টিউটোৰিয়েলত দেখায়, কিভাবে Netbeans IDE পৰা MySQL database ইয়াৰ বাবে কানেকশন সেট কৰা যায়। |
01:24 | এবাৰ কানেক্ট হোৱাত IDE's Database এক্সপ্লোৰাৰত MySQL ইয়াৰ সৈতে কাম কৰিম। |
01:31 | এতিয়া IDE ত যাওক। |
01:36 | Netbeans IDE MySQL RDBMS ইয়াৰ সমর্থনৰ বাবে এটা বান্ডলৰ সৈতে আহে। |
01:42 | Netbeans ত MySQL ডাটাবেস সার্ভাৰ অ্যাক্সেস কৰাৰ আগে MySQL server প্রোপার্টিস কনফিগাৰ কৰিব লাগে। |
01:51 | Services উইন্ডোত Databases নোডত সো ক্লিক কৰক। |
01:56 | MySQL server properties ডায়ালগ বাক্স খুলিবলৈ Register MySQL Server চয়ন কৰক। |
02:05 | নিশ্চিত কৰক যে সার্ভাৰ হোস্টৰ নাম আৰু পোর্ট সঠিক হয়। |
02:10 | লক্ষ্য কৰক IDE ডিফল্ট সার্ভাৰ হোস্টৰ নাম হিসাবে localhost লিখে। |
02:18 | 3306 ডিফল্ট সার্ভাৰ পোর্ট সংখ্যা। |
02:23 | প্রদর্শিত নহলে Administrator Username লিখক। |
02:27 | মোৰ সিস্টেমত Administrator Username root আছে। |
02:33 | Administrator পাসওয়ার্ড লিখক। |
02:36 | মোৰ সিস্টেমত পাসওয়ার্ড খালি আছে। |
02:40 | ডায়ালগ বাক্সৰ উপৰত Admin Properties ট্যাবত টিপক। |
02:45 | এইটোৱে আপোনাক MySQL server নিয়ন্ত্রণ কৰিবলৈ তথ্য লিখাৰ অনুমতি দিয়ে। |
02:51 | Path/URL to admin tool: ফীল্ডত |
02:56 | MySQL Administration অ্যাপ্লিকেশনৰ স্থানৰ বাবে টাইপ অথবা ব্রাউজ কৰক। |
03:02 | আমাৰ সিস্টেমত tool ইয়াৰ বাবে স্থান হল /usr/bin/mysqladmin. |
03:12 | Arguments ফীল্ডত admin tool ইয়াৰ বাবে যি কোনো আর্গুমেন্ট লিখক। |
03:18 | এইটোকও খালি ৰাখা যাব পাৰে। |
03:22 | Path to start command: ফীল্ডত |
03:25 | MySQL start command ইয়াৰ লোকেশনৰ বাবে টাইপ বা ব্রাউস কৰক। |
03:29 | মোৰ সিস্টেমত এইটো হল / usr / bin / mysqld_safe. |
03:38 | Arguments ফীল্ডত start command ইয়াৰ বাবে যি কোনো আর্গুমেন্ট লিখক। |
03:42 | ইয়াতে আমি লিখিম -u space root space start |
03:51 | Path to stop command:ত |
03:54 | MySQL stop command ইয়াৰ লোকেশন লিখক বা ব্রাউস কৰক। |
03:58 | এইটো সাধাৰণতে MySQL সংস্থাপন ডাইৰেক্টৰিৰ bin ফোল্ডাৰত mysqladmin ইয়াৰ পাথ। |
04:06 | মোৰ সিস্টেমত এইটো হল /usr/bin/mysqladmin. |
04:14 | Arguments ফীল্ডত mysqladmin কমান্ড থাকিলে লিখক -u space root space stop. |
04:27 | সমাপ্ত হলে Admin Properties ট্যাব অনুৰুপ হোৱা উচিত যেনে স্ক্রিনত দেখোৱা হৈছে। |
04:33 | OK ত টিপক। |
04:36 | প্রথমে নিশ্চিত কৰক যে MySQL database মেশিনত ৰান হৈছে। |
04:42 | Service উইন্ডোত MySQL সার্ভাৰ নোড দেখায় যে MySQL database সার্ভাৰ কনেক্ট আছে কি নাই। |
04:52 | এইটো ৰান হৈছে নিশ্চিত কৰাৰ পিছত Databases >> MySQL server নোডত সো ক্লিক কৰক আৰু Connect চয়ন কৰক। |
05:05 | বিস্তাৰিত কৰিলে, MySQL সার্ভাৰ নোড সকলো উপলব্ধ MySQL databases প্রদর্শন কৰে। |
05:13 | SQL এডিটৰ দ্বাৰা databases ইয়াৰ সৈতে কথা কোৱা এটা প্রচলিত উপায়। |
05:19 | ইয়াৰ বাবে Netbeans ত বিল্ট ইন SQLএডিটৰ থাকে। |
05:23 | আপোনি এইটোক কনেকশন নোডত সো ক্লিক কৰি অ্যাক্সেস কৰিবলৈ পাৰে। |
05:29 | এতিয়া SQL এডিটৰ ব্যবহাৰ কৰি নতুন database ইনস্ট্যান্স বনাও। |
05:34 | Services উইন্ডোত MySQL সার্ভাৰ নোডত সো ক্লিক কৰক আৰু Create Database চয়ন কৰক। |
05:44 | Create Database dialog ত নতুন database ইয়াৰ নাম লিখক। |
05:50 | মই ইয়াৰ নাম mynewdatabase দিও। |
05:56 | আপোনি প্রদত্ত ইউসাৰক পূর্ণ অ্যাক্সসও দিব পাৰে। |
06:01 | ডিফল্টৰুপে মাত্র অ্যাডমিন ইউসাৰৰ কিছু কমান্ড প্রদর্শনৰ অনুমতি থাকে। |
06:08 | ড্রপ-ডাউন তালিকায়ে নির্দিষ্ট ইউসাৰৰ বাবে এই অনুমতিবোৰক অ্যাসাইন কৰিবলৈ অনুমতি দিয়ে। |
06:13 | এইটোৱে মাত্র ড্রপ টেবোল্সক এৰি, ইউসাৰক সবতচে বেশী অনুমতি দিয়াৰ এটা ভাল অভ্যাস |
06:18 | অাৰু ইউসাৰক তাৰ অ্যাপ্লিকেশনৰ দ্বাৰা বনোৱা মাত্র সেই databases সংশোধনৰ অনুমতি দিয়ে। |
06:25 | কিন্তু এতিয়াৰ বাবে, আমি চেক বাক্সক অচয়নিত কৰি এৰি দিও। |
06:30 | OK ত টিপক। |
06:34 | এতিয়া টেবোল বনাও, তথ্যৰ সৈতে তাৰ পূৰণ আৰু টেবোলত বনোৱা তথ্য সংশোধন কৰো। |
06:41 | mynewdatabase বর্তমানে খালি আছে। |
06:44 | টেবোলত ডেটা ইনপুট কৰিবলৈ প্রথম মেথড অন্বেষণ কৰো। |
06:48 | Database এক্সপ্লোৰাৰত, mynewdatabase কনেকশন নোডক প্রসাৰিত কৰক। |
06:58 | তিনটা sub ফোল্ডাৰ আছে। |
07:00 | Tables, Views আৰু Procedures |
07:04 | Tables ফোল্ডাৰত সো ক্লিক কৰক আৰু Execute Command চয়ন কৰক। |
07:11 | মেন উইন্ডোত SQL এডিটৰত এটা খালি ক্যানভাস খোলে। |
07:16 | এই SQL এডিটৰত এটা সহজ প্রশ্ন লিখক। |
07:30 | মই এতিয়া SQL এডিটৰত এটা সহজ প্রশ্ন লিখিছো। |
07:36 | এইটোৱে Counselor টেবোলৰ বাবে টেবোল পৰিভাষা হয় যাক আমি বনাব বিছাৰিছো। |
07:42 | এই কোয়েৰি নিস্পাদিত কৰিবলৈ হয়তো উপৰত টাস্ক বাৰত Run SQL আইকনত সো ক্লিক কৰক। |
07:51 | বা SQL এডিটৰৰ ভিতৰত সো ক্লিক কৰক আৰু Run Statement চয়ন কৰক। |
08:00 | IDEএ ডেটাবেসত Counselor টেবোল তৈয়াৰ কৰে। |
08:04 | আপোনি এই ইমেজ Output উইন্ডোত দেখিব পাৰে। |
08:12 | যাক কয় যে কমান্ড সফলভাবে নিস্পাদিত হৈ গৈছে। |
08:17 | এই পৰিবর্তনক প্ৰশিক্ষন কৰিবলৈ Database এক্সপ্লোৰাৰত Tables নোডত সো ক্লিক কৰক। |
08:25 | Refresh চয়ন কৰক। |
08:28 | এইটোৱে নির্দিষ্ট ডাটাবেসৰ বর্তমান স্ট্যাটাস আপডেট কৰে। |
08:32 | নতুন Counselor টেবোল এতিয়া Tables বিকল্পৰ তলত প্রদর্শিত হয়। |
08:40 | Table নোড প্রসাৰিত কৰিলে আপোনাৰ দ্বাৰা তৈয়াৰ কৰা কলম দেখিব পাৰে। |
08:46 | এতিয়া টেবোলত ডেটা ইনপুট কৰিবলৈ পিছৰ মেথড অন্বেষণ কৰো। |
08:51 | Create Table Dialog ব্যবহাৰ কৰি |
08:54 | Database এক্সপ্লোৰাৰত Tables নোডত সো ক্লিক কৰক আৰু Create Table চয়ন কৰক। |
09:03 | Create Table dialog খোলে। |
09:06 | Table name টেক্সট ফীল্ডত লিখক Subject. |
09:13 | Add Column ত টিপক। |
09:16 | Add Column ডায়ালগত Name ফীল্ডত id লিখক। |
09:22 | Type ড্রপ-ডাউন মেনুৰ পৰা ডেটা টাইপৰ বাবে SMALLINT চয়ন কৰক। |
09:30 | Add Column ডায়ালগ বাক্সত Primary Key চেক-বাক্সক চয়ন কৰক। |
09:35 | এইটোৱে টেবোলৰ বাবে primary key নির্দিষ্ট কৰে। |
09:39 | Primary Key চেক-বাক্স চয়ন কৰিলে Index আৰু Unique চেক-বাক্স নিজেই চয়নিত হৈ যায়। |
09:49 | Null চেক-বাক্সও অচয়নিত হয়। |
09:53 | কাৰণ primary কীস ডেটাবেসত অনন্য সাৰি সিনাক্ত কৰিবলৈ ব্যবহৃত হয়। |
09:59 | OK ত টিপক। |
10:03 | যেনে স্ক্রীনত দেখোৱা হৈছে অন্তিম কলম জুড়াবলৈ এই পদ্ধতি পুনৰাবৃত্তি কৰক। |
10:09 | এতিয়া আমি Subject নামৰ টেবোল বনাইছো যি Name, Description আৰু Counselor ID ইয়াৰ বাবে তথ্য ৰাখে। |
10:20 | OK ত টিপক। |
10:23 | ডেটাবেসত SQL কোয়েৰি ৰান কৰি ডেটাবেস গঠনত থকা ডেটাক যোগ, সংশোধন আৰু মুছি পেলাব পাৰো। |
10:32 | Counselor টেবোলত এটা নতুন ৰেকর্ড যোগ কৰো. |
10:35 | Tables নোড context মেনুৰ পৰা Execute Command চয়ন কৰক। |
10:43 | মেন উইন্ডোত এটা নতুন SQL এডিটৰ খোলে। |
10:47 | SQL এডিটৰত এটা সহজ প্রশ্ন লিখো। |
11:00 | এই প্রশ্নক নিস্পাদিত কৰিবলৈ সোর্স এডিটৰত সো ক্লিক কৰক আৰু Run Statement চয়ন কৰক। |
11:07 | প্ৰশিক্ষন কৰো যে যদি নতুন ৰেকর্ড টেবোলত যুক্ত কৰা হৈ থাকে। |
11:12 | Counselor টেবোলত সো ক্লিক কৰক আৰু View Data চয়ন কৰক। |
11:18 | নতুন SQL এডিটৰ মেন উইন্ডোত খুলিব। |
11:21 | টেবোলৰ পৰা সকলো ডেটা চয়ন কৰিবলৈ এটা প্রশ্নৰ সৈতে নিজেই তৈয়াৰ থাকে। |
11:27 | এই স্টেটমেন্টৰ ফলাফল workspace ইয়াৰ তলত table view ত প্রদর্শিত হয়। |
11:41 | এতিয়া তৈয়াৰ কৰা এটা নতুন সাৰি ডেটাৰ সৈতে যোগ কৰিছো। |
11:46 | IDE ত বহিস্থিত SQL সৰাসৰি ৰানও কৰিবলৈ পাৰো। |
11:52 | প্রদর্শনাত্মক উদ্দেশ্যৰ বাবে ইয়াত এটা SQL কোয়েৰি আছে। |
11:59 | এই স্ক্রিপ্টে দুটা টেবোল তৈয়াৰ কৰে যি আমি এতিয়া বনোৱাৰ নিচিনা একেই। |
12:04 | অর্থাৎ Counselor আৰু Subject |
12:09 | কাৰণ স্ক্রিপ্টে এই টেবোল অধিলিখিত কৰি দিয়ে। |
12:12 | আমি এই দুটা টেবোল মুছি দিও যদি সিহত ইতিমধ্যে উপস্থিত থাকে। |
12:16 | টেবোল মুছি পেলাবলৈ Counselor টেবোলত সো ক্লিক কৰক। |
12:21 | আৰু Delete চয়ন কৰক। |
12:24 | Confirm Object Deletion ডায়ালগ বাক্সত Yes ত টিপক। |
12:31 | একেইভাবে Subject ইয়াৰ বাবে পুনৰাবৃত্তি কৰক। |
12:38 | এতিয়া সিস্টেমৰ পৰা বিদ্যমান SQL কোয়েৰি ফাইলটো খুলক। |
12:43 | File মেনুৰ পৰা Open File চয়ন কৰক। |
12:48 | এই ফাইল যুক্ত স্থানৰ বাবে ব্রাউজ কৰক। |
12:54 | স্ক্রিপ্ট নিজেই SQL এডিটৰত খুলিব। |
12:59 | নিশ্চিত কৰক যে mynewdatabase ইয়াৰ বাবে কানেকশন চয়নিত। |
13:03 | এইটোক এডিটৰৰ উপৰত টুলবাৰত কানেকশন ড্রপ ডাউনৰ পৰা চাওক। |
13:13 | টাস্ক বাৰত Run SQL বোতামত টিপক। |
13:17 | স্ক্রিপ্ট চয়নিত database ইয়াৰ বিৰুদ্ধে নিস্পাদিত হয়। |
13:22 | mynewdatabase কানেকশন নোডত সো ক্লিক কৰক আৰু Refresh চয়ন কৰক। |
13:28 | এইটোৱে নির্দিষ্ট ডাটাবেসৰ বর্তমান স্টেটাসৰ বাবে ডাটাবেস কম্পোনেন্টক আপডেট কৰে। |
13:34 | এতিয়া এই টেবোলৰ পৰা যি কোনো এটাত সো ক্লিক কৰি View Data চয়ন কৰক। |
13:41 | Workspace ইয়াৰ তলত আপোনি এই টেবোলত অন্তর্ভুক্ত তথ্য দেখিব পাৰে। |
13:52 | এই টিউটোৰিয়েলত শিকিছো: |
13:54 | কম্পিউটাৰত MySQL কনফিগাৰ কৰা। |
13:57 | IDEৰ পৰা database সার্ভাৰৰ বাবে কানেকশন সেট আপ কৰা। |
14:02 | ডেটা বনোৱা, মুছি পেলোৱা আৰু সংশোধিত কৰা। |
14:06 | SQL কোয়েৰি ৰান কৰা। |
14:10 | নির্দেশিত কাম ৰুপত, |
14:11 | টেবোল সহ অন্য ডাটাবেস ইনস্ট্যান্স বনোৱা। |
14:15 | আপোনাৰ ব্যক্তিগত কিতাপৰ লাইব্রেৰি বজায় ৰাখিবলৈ প্রয়োজনীয় তথ্য দি এই টেবোলক পপুলেট কৰক। |
14:21 | আৰু তথ্য দেখিবলৈ এই SQL স্টেটমেন্টক ৰান কৰক। |
14:29 | এটা অনুৰুপ ডাটাবেস বনাইছো যি ব্যক্তিগত ফিল্ম লাইব্রেৰিৰ বর্ণন বজায় ৰাখে। |
14:37 | আপোনাৰ কাম এইৰকমে হোৱা উচিত। |
14:44 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
14:48 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
14:51 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
14:56 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
15:01 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
15:04 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
15:10 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
15:15 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
15:20 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
15:27 | আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
15:30 | অংশগ্রহনৰ বাবে ধন্যবাদ। |