Difference between revisions of "LaTeX/C2/Inside-story-of-Bibliography/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 9: Line 9:
 
|-
 
|-
 
|00:06
 
|00:06
|ইয়াৰ বাবে মই বিবটেক্ ব্যবহাৰ কৰিম বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা  
+
|ইয়াৰ বাবে মই বিবটেক্ ব্যবহাৰ কৰিম. বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা  
  
 
|-
 
|-
 
|00:14  
 
|00:14  
|আপোনি ইয়াত যি '''pdf''' ফাইল্টো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম
+
|আপোনি ইয়াত যি '''pdf''' ফাইলটো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম
  
 
|-
 
|-
Line 36: Line 36:
 
|-
 
|-
 
|00:52  
 
|00:52  
|এবাৰ সেই সোর্স ফাইল্ত যোৱা যাওক,  
+
|এবাৰ সেই সোর্স ফাইলত যোৱা যাওক,  
  
 
|-
 
|-
 
|00:59  
 
|00:59  
|যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে  
+
|যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে. এইটো দেখা যাওক  
এটা দেখা যাওক  
+
  
 
|-
 
|-
 
|01:07   
 
|01:07   
|এটা বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি '''pdf''' ফাইল্ত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই।  
+
|এই বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি '''pdf''' ফাইলত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই।  
  
 
|-
 
|-
Line 53: Line 52:
 
|-
 
|-
 
|01:17
 
|01:17
|তেনেহলে ৰেফৰেন্স্-বোৰ কোত আছে ? সেইবোৰ '''ref''' নামৰ ফাইলত আছে প্রকৃতপক্ষে ফাইল্টোৰ নাম হয় '''ref.bib'''  
+
|তেনেহলে ৰেফৰেন্স্-বোৰ কোত আছে ? সেইবোৰ '''ref''' নামৰ ফাইলত আছে প্রকৃতপক্ষে ফাইলটোৰ নাম হয় '''ref.bib'''  
  
 
|-
 
|-
Line 129: Line 128:
 
|-
 
|-
 
|04:15
 
|04:15
| ফাইলটো  খোলা যাওক ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (messege) দেখা দিছিলে, ইয়াত সেইসকলো  আছে
+
| ফাইলটো খোলা যাওক ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (message) দেখা দিছিলে, ইয়াত সেইসকলো আছে
 
|-
 
|-
 
|04:20  
 
|04:20  
Line 181: Line 180:
 
|-
 
|-
 
|06:18
 
|06:18
| প্রথমে এই  লেবেলটোক ডিলিট কৰা যাওক  
+
| প্রথমে এই লেবেলটোক ডিলিট কৰা যাওক  
 
|-
 
|-
 
|06:26
 
|06:26
| ডিলিট কৰা হল ফাইলটো কম্পাইল্ কৰা যাওক।  
+
| ডিলিট কৰা হল ফাইলটো কম্পাইল্ কৰা যাওক।  
  
 
|-
 
|-
Line 199: Line 198:
 
|-
 
|-
 
|07:06
 
|07:06
|সেভ কৰি কম্পাইল্ কৰা যাওক এইটো খোলা যাওক  
+
|সেভ কৰি কম্পাইল্ কৰা যাওক. এইটো খোলা যাওক  
  
 
|-
 
|-
Line 207: Line 206:
 
|-
 
|-
 
|07:18  
 
|07:18  
|এই কমান্ড্টো  লক্ষ্য কৰক '''new label sec arya''',
+
|এই কমান্ডটো  লক্ষ্য কৰক '''new label sec arya''',
 
|-
 
|-
 
|07:23  
 
|07:23  
Line 225: Line 224:
 
|-
 
|-
 
|07:52
 
|07:52
|তেনেহলে ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম  
+
|তেনেহলে ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক. এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম  
  
 
|-
 
|-
 
|08:01  
 
|08:01  
|ইয়াত '''BibTeX references''' কমান্ড্টো  প্রয়োগ কৰা যাওক  
+
|ইয়াত '''BibTeX references''' কমান্ড্টো প্রয়োগ কৰা যাওক  
 
|-
 
|-
 
|08:17  
 
|08:17  
|এই কমান্ডে '''references.aux''' ফাইলৰ পৰা '''input''' লয় চাওক ইয়াত দেখা গৈছে যে  '''references.aux''' ব্যবহাৰ কৰা হৈছে  
+
|এই কমান্ডে '''references.aux''' ফাইলৰ পৰা '''input''' লয়. চাওক ইয়াত দেখা গৈছে যে  '''references.aux''' ব্যবহাৰ কৰা হৈছে  
  
 
|-
 
|-
Line 240: Line 239:
 
|-
 
|-
 
|08:39  
 
|08:39  
|এই  plain কমান্ডৰ দ্বাৰা নির্দেশ কৰা হৈছে and the date of 'ref.bib'. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য  '''ref.bib''' নামৰ ফাইল চাওক, এক নম্বৰ  '''database'''  ফাইলটো হল '''ref.bib'''
+
|এই  plain কমান্ডৰ দ্বাৰা নির্দেশ কৰা হৈছে আৰু 'ref.bib'ৰ তাৰিখ. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য  '''ref.bib''' নামৰ ফাইল চাওক, এক নম্বৰ  '''database'''  ফাইলটো হল '''ref.bib'''
  
 
|-
 
|-
Line 275: Line 274:
 
|-
 
|-
 
|09:55  
 
|09:55  
|মূল '''pdf''' ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই '''referecences.bbl'''  ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে।  
+
|মূল '''pdf''' ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই '''references.bbl'''  ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে।  
 
|-
 
|-
 
|10:07  
 
|10:07  
Line 285: Line 284:
 
|-
 
|-
 
|10:23  
 
|10:23  
|এটা '''references.log''' ফাইলত দেখা যাব পাৰে এই ফাইল্টোক এতিয়া খোলা যাওক।  
+
|এটা '''references.log''' ফাইলত দেখা যাব পাৰে. এই ফাইলটোক এতিয়া খোলা যাওক।  
  
 
|-
 
|-
Line 293: Line 292:
 
|-
 
|-
 
|10:47  
 
|10:47  
|তেনেহলে, আগৰ  কম্পাইলেশনত এই সমস্যাটো  হৈ আছিল  
+
|তেনেহলে, আগৰ কম্পাইলেশনত এই সমস্যাটো হৈ আছিল  
 
|-
 
|-
 
|10:55  
 
|10:55  
Line 324: Line 323:
 
|-
 
|-
 
|11:53
 
|11:53
|তেনেহলে কম্পাইল্ কৰা যাওক এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ  কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব  
+
|তেনেহলে কম্পাইল্ কৰা যাওক. এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব.
  
 
|-
 
|-
Line 346: Line 345:
 
|-
 
|-
 
|12:52  
 
|12:52  
|ইয়াত '''cp82''' খোঁজা যাওক  
+
|ইয়াত '''cp82''' খোঁজা যাওক.
 
|-
 
|-
 
|12:56  
 
|12:56  
|ইয়াত '''cp82''' দেখা গৈছে. ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো  ইয়াতে আছে আৰু এইটো এই '''citation'''ত দেখা গৈছে।  
+
|ইয়াত '''cp82''' দেখা গৈছে. ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো ইয়াতে আছে আৰু এইটো এই '''citation'''ত দেখা গৈছে।  
  
 
|-
 
|-
Line 360: Line 359:
 
|-
 
|-
 
|13:41
 
|13:41
|লক্ষ্য কৰক, এতিয়া কোনো '''warning''' নাই  
+
|লক্ষ্য কৰক, এতিয়া কোনো '''warning''' নাই.
 
|-
 
|-
 
|13:47  
 
|13:47  
Line 367: Line 366:
 
|-
 
|-
 
|14:05  
 
|14:05  
|আমি চাও যে ফাইল্টোত '''ref.bib''' নামৰ ৰেফৰেন্স্-বোৰ আছে তেনেহলে ইয়াত আহা যাওক,
+
|আমি চাও যে ফাইল্টোত '''ref.bib''' নামৰ ৰেফৰেন্স্-বোৰ আছে. তেনেহলে ইয়াত আহা যাওক,
 
|-
 
|-
 
|14:17  
 
|14:17  
Line 386: Line 385:
 
|-
 
|-
 
|14:50
 
|14:50
|তেনেহলে, ইমাক্শ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘'''article in journal'''’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি  পূর্ণ কৰিবলৈ পাৰো।  
+
|তেনেহলে, ইমাকশ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘'''article in journal'''’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি পূর্ণ কৰিবলৈ পাৰো।  
  
 
|-
 
|-
 
|15:09
 
|15:09
|আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে, তেনেহলেও কোনো অসুবিধা নাই আপোনি '''manually''' অর্থাৎ নিজে লিখিও  এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে  
+
|আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে, তেনেহলেও কোনো অসুবিধা নাই. আপোনি '''manually''' অর্থাৎ নিজে লিখিও  এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে  
  
 
|-
 
|-
Line 409: Line 408:
 
|-
 
|-
 
|15:52  
 
|15:52  
|উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ  '''key word KMM07''' আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই '''keyword'''ৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে ।
+
|উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ '''key word KMM07''' আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই '''keyword'''ৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে ।
 
|-
 
|-
 
|16:09
 
|16:09
Line 426: Line 425:
 
|-
 
|-
 
|16:59
 
|16:59
|এইবাৰ বিবলিওগ্রাফি স্টাইল্ পৰিবর্তন কৰি '''u-n-s-r-t''' কৰা যাওক এই স্টাইলৰ দ্বাৰা '''unsorted''' ৰেফৰেন্সৰ তালিকা পোৱা যায় যি '''IEEE journal'''ত ব্যবহৃত হয়।  
+
|এইবাৰ বিবলিওগ্রাফি স্টাইল্ পৰিবর্তন কৰি '''u-n-s-r-t''' কৰা যাওক. এই স্টাইলৰ দ্বাৰা '''unsorted''' ৰেফৰেন্সৰ তালিকা পোৱা যায় যি '''IEEE journal'''ত ব্যবহৃত হয়।  
 
|-
 
|-
 
|17:13
 
|17:13
|এবাৰ কম্পাইলেশনৰ পিছত '''references.aux''' ফাইলটো স্টাইল্ সংক্রান্ত তথ্য জানি যায় এতিয়া ইয়াত '''u-n-s-r-t''' থাকিব  
+
|এবাৰ কম্পাইলেশনৰ পিছত '''references.aux''' ফাইলটো স্টাইল্ সংক্রান্ত তথ্য জানি যায়. এতিয়া ইয়াত '''u-n-s-r-t''' থাকিব  
 
|-
 
|-
 
|17:25  
 
|17:25  
Line 445: Line 444:
 
|-
 
|-
 
|18:02  
 
|18:02  
|লক্ষ্য কৰক, এতিয়া  ৰেফৰেন্স্-বোৰৰ ক্রমৰ পৰিবর্তন ঘটিছে  
+
|লক্ষ্য কৰক, এতিয়া ৰেফৰেন্স্-বোৰৰ ক্রমৰ পৰিবর্তন ঘটিছে  
 
|-
 
|-
 
|18:09   
 
|18:09   
Line 455: Line 454:
 
|-
 
|-
 
|18:24   
 
|18:24   
|তেনেহলে এইটো কৰা যাওক এতিয়া '''warning'''টো  চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে  
+
|তেনেহলে এইটো কৰা যাওক. এতিয়া '''warning'''টো  চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে.
  
 
|-
 
|-
 
|18:40  
 
|18:40  
| উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো  প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো  ইয়াত  ২ নম্বৰত দেখা গৈছে ইত্যাদি।  
+
| উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো  ইয়াত  ২ নম্বৰত দেখা গৈছে ইত্যাদি।  
  
 
|-
 
|-
Line 492: Line 491:
 
|-
 
|-
 
|19:30  
 
|19:30  
|উদাহৰণস্বৰুপে, ইয়াত '''B C Chang and  Pearson''' আছে যাৰ লেবেল  '''CP82''', যিটো ইয়াত সঠিকভাবে দেখা গৈছে।  
+
|উদাহৰণস্বৰুপে, ইয়াত '''B C Chang and Pearson''' আছে যাৰ লেবেল  '''CP82''', যিটো ইয়াত সঠিকভাবে দেখা গৈছে।  
  
 
|-
 
|-
Line 526: Line 525:
 
|-
 
|-
 
|21:14  
 
|21:14  
|ইয়াত ৰেফৰেন্স-বোৰৰ তালিকা দেখা গৈছে  চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো  নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে  
+
|ইয়াত ৰেফৰেন্স-বোৰৰ তালিকা দেখা গৈছে. চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে  
 
|-
 
|-
 
|21:23
 
|21:23
Line 533: Line 532:
 
|-
 
|-
 
|21:25
 
|21:25
| ইয়াত লেখকৰ নামবোৰ ৰেফৰেন্স কৰা হিসাবে দেখা গৈছে উহাহৰন্স্বৰুপে, ইয়াত '''Vidyasagar 1985''' দেখা গৈছে
+
| ইয়াত লেখকৰ নামবোৰ ৰেফৰেন্স কৰা হিসাবে দেখা গৈছে. উহাহৰন্স্বৰুপে, ইয়াত '''Vidyasagar 1985''' দেখা গৈছে
 
|-
 
|-
 
|21:39
 
|21:39
Line 577: Line 576:
 
|-
 
|-
 
|23:20  
 
|23:20  
|আপোনাক মাত্র সেই স্টাইলৰ বাবে উপযুক্ত sty আৰু  bst ফাইলবোৰ ডাউনলোড কৰিব লাগে। এই উদাহৰণৰ বাবে মই '''harvard.sty''' আৰু  '''ifac.bst''' নামৰ ফাইল্-দুটা ব্যবহাৰ কৰিছো  
+
|আপোনাক মাত্র সেই স্টাইলৰ বাবে উপযুক্ত sty আৰু bst ফাইলবোৰ ডাউনলোড কৰিব লাগে। এই উদাহৰণৰ বাবে মই '''harvard.sty''' আৰু  '''ifac.bst''' নামৰ ফাইল্-দুটা ব্যবহাৰ কৰিছো  
  
 
|-
 
|-
Line 609: Line 608:
 
|-
 
|-
 
|24:35  
 
|24:35  
|ইয়াতেই এই টিউটোৰিয়ালৰ সমাপ্তি হল  
+
|ইয়াতেই এই টিউটোৰিয়ালৰ সমাপ্তি হল.
 
|-
 
|-
 
|24:38  
 
|24:38  
Line 616: Line 615:
 
|-
 
|-
 
|24:40  
 
|24:40  
|মই অনামিকা ইয়াতেই আপোনাৰ পৰা বিদায় লৈছো
+
|এই পাঠটি অনামিকা মেধীৰ দ্াৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Latest revision as of 12:55, 16 February 2016

Time Narration
00:00 নমস্কাৰ বন্ধুগণ, বিবলিওগ্রাফি সংক্রান্ত এই টিউটোৰিয়েলত  আপোনাক স্বাগতম জনাইছো
00:06 ইয়াৰ বাবে মই বিবটেক্ ব্যবহাৰ কৰিম. বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা
00:14 আপোনি ইয়াত যি pdf ফাইলটো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম
00:20 প্রথম পৃষ্ঠাত টাইটল্ বা শিৰোনাম দেখা গৈছে
00:25 এবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক, ইয়াত মূল লিখাটো আছে(text)
00:31 ইয়াত একৰ পৰা ছয় পর্যন্ত আৰু পিছৰ পৃষ্ঠাত এঘাৰ পর্যন্ত ৰেফৰেন্স আছে
00:41 লক্ষ্য কৰক, এই ৰেফৰেন্স্-বোৰ বর্ণানু ক্রমানুসাৰে সজ্জিত আছে
00:47 ইয়াত এইটো দেখা গৈছে
00:52 এবাৰ সেই সোর্স ফাইলত যোৱা যাওক,
00:59 যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে. এইটো দেখা যাওক
01:07 এই বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি pdf ফাইলত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই।
01:13 সোর্স ফাইল্ত ৰেফৰেন্স্-বোৰ অন্তর্গত নাই।
01:17 তেনেহলে ৰেফৰেন্স্-বোৰ কোত আছে ? সেইবোৰ ref নামৰ ফাইলত আছে প্রকৃতপক্ষে ফাইলটোৰ নাম হয় ref.bib
01:26 বিবলিওগ্রাফি কমান্ড্ৰ বাবে এইটো ডিফল্ট হয়।
01:34 চাওক ref.bib ফাইলটো উপস্থিত আছে
01:39 এইবাৰ দেখা যাওক এই ref.bib-নামৰ ফাইলত কি আছে
01:52 এই ফাইলটো খোলা যাওক, এইটোত বিভিন্ন বিভাগৰ তথ্য আছে, উদাহৰণস্বৰুপে, ইয়াত book, tech-report, in proceedings, miscellaneous আৰু article বিভাগ আছে।
02:09 আমি এই ফাইল সংক্রান্তলৈ অলপতে উভতি আহিম আৰু বিস্তাৰিতত আলোচনা কৰিম
02:13 এতিয়া আউটপুটত ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিত মন দিয়া যাওক
02:19 ইয়াৰ বাবে সোর্স ফাইল্ অর্থাৎ references.tex ফাইলত উভতি আহা যাওক ।
02:31 এই পৃষ্ঠাৰ উপৰত যোৱা যাওক
02:36 এইবাৰ যি ফাইলবোৰৰ নাম references দি আৰম্ভ হৈছে , সেইবোৰৰ এখন তালিকা তৈয়াৰ কৰা যাওক
02:44 ইয়াত তালিকাটো দেখা গৈছে
02:47 এইবোৰৰ পৰা references.tex এৰি বাকি ফাইলবোৰ ডিলিট (delete) কৰা যাওক ডিলিট কৰা হৈছে।
03:04 এই বিষয়ত নিশ্চিত হোৱা যাওক
03:09 চাওক, এতিয়া মাত্র references.tex নামৰ ফাইলটো আছে
03:12 এই ফাইলটো এবাৰ কম্পাইল কৰা যাওক 
03:19 কম্পাইল কৰাৰ পিছত দেখা গৈছে যে কিছু warning message আহিছে ।
03:20 ইয়াত কিছু undefined references আছে, কিছু citation ইয়াত অনুপস্থিত আছে
03:39 চাওক pdf.tex কমান্ডৰ দ্বাৰা ইয়াত কিছু নতুন ফাইল তৈয়াৰ হৈছে।
03:52 references.pdfৰ লগতে আৰো কিছু নতুন ফাইল তৈয়াৰ হৈছে, যেনে references.log আৰু references.aux নামৰ ফাইল-দুটাও তৈয়াৰ হৈছে।
04:04 প্রথমে references.log ফাইলটো দেখা যাওক
04:15 ফাইলটো খোলা যাওক ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (message) দেখা দিছিলে, ইয়াত সেইসকলো আছে
04:20 তলত গৈ দেখা যাওক ইয়াত অনেক তথ্য আছে, লগতে এই warning - বোৰও আছে।
04:36 ইয়াত এটা  warning আছে যে, কিছু ফন্ট্ অনুপস্থিত, এই warning - টো এতিয়া খুব গুৰুত্বপূর্ণ নহয়
04:43 কিন্তু ইয়াত আৰো কিছু warning আছে যেনে- কিছু ৰেফৰেন্স, কিছু সাইটেশন অনুপস্থিত হয়  - এইবোৰ আমাৰ বাবে গুৰুত্বপূর্ণ ।
04:50 এতিয়া আমি এই warning -বোৰ দূৰ কৰাৰ চেষ্টা কৰিম ।
04:55 এতিয়া ফাইলটো অর্থাৎ references.aux নামৰ ফাইলটো খোলা যাওক
05:04 ইয়াত অনেক সাইটেশন্(citations) কমান্ড্ আছে এইবোৰ কৰ পৰা আহিছে ?
05:13 সাইটেশনৰ সকলো আর্গুমেন্ট-বোৰ সোর্স ফাইলৰ সাইট্(cite) কমান্ড্ত উপস্থিত আছিল ।
05:18 এইটো দেখা গৈছে ইয়াত এইটো খোলা যাওক
05:26 তললৈ যোৱা যাওক. তাত ইয়াৰ বাবে স্ক্ৰোল আছে. সোর্স ফাইল.
05:31 উদাহৰস্বৰুপে, ইয়াত ‘cite vk 79’ দেখা গৈছে আৰু সেই vk79 ইয়াতও দেখা গৈছে,
05:37 ‘cite tk 80’ ইয়াতও দেখা গৈছে ইত্যাদি । এই bibstyle-plain -ও সোর্স ফাইলত থাকে,
05:51   উপৰত যোৱা যাওক, চাওক ইয়াত bibliography style – plain দেখা  গৈছে, যি plain ইয়াত দেখোৱা হৈছে
06:00 এই aux ফাইলত  ভেৰিয়েবল  (variable)- বোৰৰ নাম-ও সঞ্চিত থাকে। উদাহৰণস্বৰুপে, এই সেকশন বা পৰিচ্ছেদৰ এটা লেবেল যোগ কৰা যাওক
06:11 এবাৰ সোর্স ফাইলত আহা যাওক
06:18 প্রথমে এই লেবেলটোক ডিলিট কৰা যাওক
06:26 ডিলিট কৰা হল ফাইলটো কম্পাইল্ কৰা যাওক।
06:37 এবাৰ এই ফাইলটোক পুনৰায় খোলা যাওক
06:47 লক্ষ্য কৰক, এইটো এতিয়া আৰু ইয়াত নাই
06:50 এইবাৰ ইয়াত এটা লেবেল ‘label – sec arya’ যোগ কৰা যাওক।
07:06 সেভ কৰি কম্পাইল্ কৰা যাওক. এইটো খোলা যাওক
07:13 এইবাৰ এই ফাইলটোত আহা যাওক আৰু এইটোক পুনৰায় খোলা যাওক
07:18 এই কমান্ডটো  লক্ষ্য কৰক new label sec arya,
07:23 ইয়াত যি লেবেলটো আছিলে, ইয়াতও সেই লেবেলটোও আছে । ইয়াত section 1 বা ১ নম্বৰ পৰিচ্ছদ নির্দেশ কৰে
07:31 আৰু এই ২ -ইয়াৰ অর্থ  এই ডকুমেন্ট্ট পৃষ্ঠা ২ হয়।
07:41 পিছৰ কম্পায়লেশনত লেটেকে aux ফাইল্টো পড়ে আৰু লেবেল সংক্রান্ত তথ্য লোড কৰে
07:48 এই কাৰণৰ বাবে-ই  সঠিক লেবেল পোৱাৰ বাবে দুইবাৰ কম্পায়লেশনৰ প্রয়োজন হয় ।
07:52 তেনেহলে ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক. এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম
08:01 ইয়াত BibTeX references কমান্ড্টো প্রয়োগ কৰা যাওক
08:17 এই কমান্ডে references.aux ফাইলৰ পৰা input লয়. চাওক ইয়াত দেখা গৈছে যে  references.aux ব্যবহাৰ কৰা হৈছে
08:30 plain.bst নামৰ স্টাইল্ ফাইলত ব্যবহাৰ কৰা হৈছে।
08:39 এই  plain কমান্ডৰ দ্বাৰা নির্দেশ কৰা হৈছে আৰু 'ref.bib'ৰ তাৰিখ. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য  ref.bib নামৰ ফাইল চাওক, এক নম্বৰ  database  ফাইলটো হল ref.bib
08:51 মনত কৰি চাওক plain style ব্যবহাৰ কৰা হৈ আছিল আৰু ৰেফৰেন্স সংক্রান্ত সোর্স ফাইলটো আছিল ref bib
08:56 দেখা যাওক, কি ফাইলবোৰ তৈয়াৰ কৰা হৈছে.
09:00 এইবাৰ দেখা যাওক,  BibTeX.references কমান্ডৰ দ্বাৰা আৰো কি কি নতুন  ফাইল্  তৈয়াৰ হৈছে
09:10 ইয়াৰ এখন তালিকা তৈয়াৰ কৰা যাওক। লক্ষ্য কৰক, আগতে আমি যি ফাইলবোৰ দেখিছিলো, সেইবোৰৰ লগতে
09:15   আৰো দুটা নতুন ফাইল্ তৈয়াৰ হৈছে -references.blg আৰু references.bbl
09:23 references.blg ফাইলত formatting সংক্রান্ত তথ্য থাকে । এইটোক দেখা যাওক
09:35   চাওক ইয়াত formatting বিষয়ক তথ্য আছে
09:39 ইয়াৰ পৰা বাহিৰত আহা যাওক
09:41 এইবাৰ দেখা যাওক references.bbl ফাইলত কি আছে। যি ৰেফৰেন্স্-বোৰ আমি আগতে দেখিছিলো, ইয়াত সেইবোৰেই আছে
09:55 মূল pdf ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই references.bbl  ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে।
10:07 সাধাৰনতে, এই ফাইল্-বোৰক আপোনালোকে নিজৰ হাতৰে পৰিবর্তন কৰিবলৈ নালাগে, আৰু এইবোৰক দেখাৰ-ও প্রয়োজন নহয়।
10:15 শেষ কম্পাইলেশন্ৰ সময়ত আমি এটা warning পাইছিলো যে references.bbl নামৰ ফাইলটো অনুপস্থিত
10:23 এটা references.log ফাইলত দেখা যাব পাৰে. এই ফাইলটোক এতিয়া খোলা যাওক।
10:35 চাওক, ইয়াত দেখা গৈছে- no file references.bbl
10:47 তেনেহলে, আগৰ কম্পাইলেশনত এই সমস্যাটো হৈ আছিল
10:55 কিন্তু এতিয়া আমি বিবটেক্ ব্যবহাৰ কৰি references.bbl ফাইলটো তৈয়াৰ কৰিছো
11:01 তেনেহলে পুনৰায় এবাৰ কম্পাইল্ কৰা যাওক
11:10 এতিয়া অন্য warning দেখা গৈছে যে - ‘label’s may have changed
11:15 প্রকৃতপক্ষে, যি মুহুর্তে আমি এই ফাইলটোক কম্পাইল্ কৰিছো, references.bbl ফাইলটো পড়া হৈছে  আৰু সেই ৰেফৰেন্স্ - বোৰ ইয়াত লোড কৰা হৈছে ।
11:27 আৰু, ইয়াত যি ক্রম অনুসাৰে ৰেফৰেন্স বোৰ দেখা গৈছে, references.bbl ফাইলতও সেই ক্রমে আছে
11:33 আপোনি এইবোৰ এতিয়া দেখিব পাৰিছে।
11:37 উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্ টো  হল Chang and Pearson , ইয়াতও এটা Chang and Pearson
11:43 ঠিকআছে কিন্তু, এই তথ্য-ও সম্পূর্ণ নির্ভুল নহয়, ইয়াত এইবোৰক যথাযথ ভাবে সাইট্ কৰা নাই হোৱা ।
11:53 তেনেহলে কম্পাইল্ কৰা যাওক. এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব.
12:03 কিন্তু ইয়াৰ ব্যাখ্যা কি ? references. aux ফাইলত যোৱা যাওক।
12:15 আগতে মাত্র citing সংক্রান্ত তথ্য আছিল, এতিয়া তাৰ লগত ৰেফৰেন্স্-ও আছে
12:25   যেনে bibcite cp82 ইত্যাদি  
12:33 ইয়াৰ অর্থ হল cp82 লেবেল-যুক্ত বিবলীয়গ্রাফি আইটেমটো  হল ১-নম্বৰ ৰেফৰেন্স্
12:42 এইটো দেখা যাওক।  সোর্স ফাইল্টোক পুনৰায় খোলা যাওক
12:52 ইয়াত cp82 খোঁজা যাওক.
12:56 ইয়াত cp82 দেখা গৈছে. ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো ইয়াতে আছে আৰু এইটো এই citationত দেখা গৈছে।
13:07 ইয়াত দেখা গৈছে ৰেফৰেন্স্ cp82 যি ৰেফৰেন্স্ তালিকাৰ ১ নম্বৰ আইটেম - এই তথ্যটো references.aux ফাইলতও উপলব্ধ আছে
13:24 এতিয়া যদি পুনৰায় কম্পাইল্ কৰা হয়, তেনেহলে এই তথ্যটো নিজে নিজেই ইয়ালৈ আহে।
13:41 লক্ষ্য কৰক, এতিয়া কোনো warning নাই.
13:47 লেটেকে references.aux ফাইলৰ পৰা ৰেফৰেন্স্ নম্বৰ সংক্রান্ত তথ্যটো লয় আৰু সোর্স ফাইলৰ সাইট্(cite) কমান্ডৰ লেবেলৰ সৈতে সেই নম্বৰ-বোৰক মিলাই।
14:05 আমি চাও যে ফাইল্টোত ref.bib নামৰ ৰেফৰেন্স্-বোৰ আছে. তেনেহলে ইয়াত আহা যাওক,
14:17 ref.bib,
14:24 এই পৃষ্ঠাৰ একদম উপৰত যোৱা যাওক।
14:29 ইমাক্স এডিটৰত আমি যি entry types ব্যবহাৰ কৰো সেইবোৰক আমাৰ পছন্দমতে ৰেফৰেন্সত যোগ কৰা সম্ভব
14:36 উদাহৰণস্বৰুপে, ধৰা যাওক, ইয়াত entry types ত গৈ এইটো কৰা হল।
14:50 তেনেহলে, ইমাকশ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘article in journal’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি পূর্ণ কৰিবলৈ পাৰো।
15:09 আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে, তেনেহলেও কোনো অসুবিধা নাই. আপোনি manually অর্থাৎ নিজে লিখিও  এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে
15:16 আমি এতিয়া এইটোক নাচাও, সেয়ে এতিয়াৰ বাবে এইটোক undo কৰা যাওক।
15:24 ref.bib ফাইলত কিছু string ক ডিফাইন কৰি সেইটোক ভেৰিয়েবল(variable) হিসাবে ব্যবহাৰ কৰা সম্ভব
15:33 উদাহৰণস্বৰুপে, JWC string ইয়াৰ দ্বাৰা John Wiley and Songs Limited, Chichester বোঝোৱে হৈছে, এই string - টোক ৰেফৰেন্সত ব্যবহাৰ কৰা হৈছে।
15:44 যেনে, এইটোক ইয়াত ব্যবহাৰ কৰা হৈছে প্রত্যেক ৰেফৰেন্সত এটা key word আছে, যিটো ৰেকর্ডৰ প্রথমত থাকে
15:52 উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ key word KMM07 আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই keywordৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে ।
16:09 বিবটেকৰ দ্বাৰা কিভাবে বিভিন্ন প্রকাৰৰ ৰেফৰেন্সিং কৰা যায়, সেই বিষয়ত আলোচনা কৰা যাওক
16:21 নতুন কোনো পৰিবর্তন কৰাৰ পূর্বে, এইটো বিষয়ত মনত কৰা যাওক যে ইয়াত সকলো ৰেফৰেন্সই বর্ণানুক্রমিক-ভাবে দেখা গৈছে।
16:29 উদাহৰণস্বৰুপে, ১ নম্বৰ ৰেফৰেন্স্ অর্থাৎ B. C. Chang and Pearson ইয়াত দেখা গৈছে
16:37 উল্লেখ কৰাৰ মতে প্রথম ৰেফৰেন্স  হল ৩, তাৰপিছত ২, তাৰপিছত ১১ ইত্যাদি। ইয়াৰ কাৰণ হল, ইয়াত ৰেফৰেন্স্-বোৰ বর্ণানুক্রমিক-ভাবে সজোৱা আছে।
16:59 এইবাৰ বিবলিওগ্রাফি স্টাইল্ পৰিবর্তন কৰি u-n-s-r-t কৰা যাওক. এই স্টাইলৰ দ্বাৰা unsorted ৰেফৰেন্সৰ তালিকা পোৱা যায় যি IEEE journalত ব্যবহৃত হয়।
17:13 এবাৰ কম্পাইলেশনৰ পিছত references.aux ফাইলটো স্টাইল্ সংক্রান্ত তথ্য জানি যায়. এতিয়া ইয়াত u-n-s-r-t থাকিব
17:25 BibTeX.references কমান্ডৰ দ্বাৰা বিবটেক্ ফাইলটোক execute কৰাত, references.bbl ফাইলত  ৰেফৰেন্স্-বোৰৰ এটা তালিকা তৈয়াৰ হৈ যায়।
17:42 লক্ষ্য কৰক, references.bbl ফাইল্টোও নতুন স্টাইল
17:47 অর্থাৎ u-n-s-r-t স্টাইল্ অনুসাৰে তৈয়াৰ হৈ যাব
17:52 এতিয়া references.tex ফাইল্টোক কম্পাইল্ কৰা যাওক
18:02 লক্ষ্য কৰক, এতিয়া ৰেফৰেন্স্-বোৰৰ ক্রমৰ পৰিবর্তন ঘটিছে
18:09 ৰেফৰেন্স্-বোৰ এতিয়া আৰু বর্ণানুক্রমিক-ভাবে নাই।
18:16 কিন্তু এটা সমস্যা আছে যে লেবেল-বোৰ হয়তো পৰিবর্তিত হৈ গৈছে cross-reference সঠিক কৰাৰ বাবে পুনৰায় কম্পাইল্ কৰিবলৈ হব
18:24 তেনেহলে এইটো কৰা যাওক. এতিয়া warningটো  চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে.
18:40 উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো  ইয়াত  ২ নম্বৰত দেখা গৈছে ইত্যাদি।
18:54 এতিয়া আমি computer science journals ৰ উপযোগীৰ বাবে ৰেফৰেন্স্ তৈয়াৰ কৰা শিকিম
19:01 ইয়াত আহা যাওক আৰু alpha লিখা যাওক
19:07 এবাৰ কম্পাইল্ কৰা যাওক
19:10 এবাৰ বিবটেক্ কৰা যাওক
19:14 পুনৰায় আৰু এবাৰ কম্পাইল্ কৰা যাওক
19:17 চাওক, তালিকাটো পৰিবর্তিত হৈ গৈছে কিন্তু ইয়াত ৰেফৰেন্সিং পৰিবর্তিত হোৱা নাই।
19:21 আৰু এটা অভিযোগ দেখা গৈছে যে লেবেল-বোৰ পৰিবর্তিত হৈ গৈছে
19:25 পুনৰায় কম্পাইল্ কৰাৰ পিছত, ৰেফৰেন্সিং সঠিক হৈ গৈছে
19:30 উদাহৰণস্বৰুপে, ইয়াত B C Chang and Pearson আছে যাৰ লেবেল  CP82, যিটো ইয়াত সঠিকভাবে দেখা গৈছে।
19:41 তেনেহলে এতিয়া এই এন্ট্রি-বোৰৰ ৰেফৰেন্সিং-ও ইয়াত দেখা গৈছে
19:56 আৰো বিভিন্ন প্রকাৰ ৰেফৰেন্সিং স্টাইল্ সংক্রান্ত তথ্য জানিবলৈ, ইন্টাৰনেটত সার্চ কৰক।
20:01 মই এতিয়া এটা স্টাইল্ দেখাম যি ifac আৰু  chemical engineering journalsত ব্যবহাৰ কৰা হয়
20:08 প্রথমে use-packages কমান্ড্ত harvard যোগ কৰক। তেনেহলে এইটো কৰা যাওক
20:19 এবাৰ স্টাইল্টো পৰিবর্তন কৰি ifac কৰা যাওক
20:28 এই স্টাইল-বোৰ যথাক্রমে harvard.sty আৰু  ifac.bst নামৰ দুটা ফাইলত সম্পাদন কৰা আছে
20:48 আপোনি এই ফাইল্-দুটা ইন্টাৰনেটত সার্চ কৰি ডাউনলোড কৰিবলৈ পাৰে ।
20:53 এবাৰ কম্পাইল্ কৰা যাওক - pdf-LaTeX-reference এবাৰ BibTeX কমান্ডটো  প্রয়োগ কৰা যাওক
21:09 দুইবাৰ কম্পাইল্ কৰা যাওক
21:14 ইয়াত ৰেফৰেন্স-বোৰৰ তালিকা দেখা গৈছে. চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে
21:23 নম্বৰ-বোৰ এতিয়া আৰু দেখা নাযায়।
21:25 ইয়াত লেখকৰ নামবোৰ ৰেফৰেন্স কৰা হিসাবে দেখা গৈছে. উহাহৰন্স্বৰুপে, ইয়াত Vidyasagar 1985 দেখা গৈছে
21:39 পিছৰ পৃষ্ঠা-তও ৰেফৰেন্স্-বোৰ দেখা গৈছে আৰু ইয়াতও এবোৰ বর্ণানুক্রমিক ভাবে সজ্জিত আছে।
21:58 যেতিয়া এই ৰেফৰেন্সিং স্টাইল্ ব্যবহাৰ কৰা হয়, সাইট্(cite) কমান্ডে সম্পূর্ণ  ৰেফৰেন্স্ টো ব্র্যাকেটত ৰাখে 
22:06 উদাহৰণস্বৰুপে, সোর্স ফাইলত লক্ষ্য কৰা যাওক
22:12 সোর্স ফাইলৰ the textbook by cite KMM07 -ইয়াৰ দ্বাৰা the textbook by (Moudgalya, 2007b) পোৱা গৈছে।
22:27 কিন্তু ইয়াত Moudgalya নামটো ব্র্যাকেটত আহা উচিত নহয়, মাত্র বসৰটো ব্র্যাকেটত আহা উচিত
22:35 এইটো cite-as-noun কমান্ডৰ দ্বাৰা কৰা যাব পাৰে
22:43 এইটোক সেভ কৰি
22:45 কম্পাইল্ কৰা যাওক।
22:48 এতিয়া Moudgalya নামটো বন্ধনীৰ বাহিৰত আহিছে, মাত্র বসৰটো ব্র্যাকেটত আছে
23:00 এটা গুৰুত্বপূর্ণ তথ্য- cite-as-noun কমান্ডে মাত্র এই নির্দিষ্ট ৰেফৰেন্স্-স্টাইলৰ সৈতে ব্যবহাৰ হব পাৰে।
23:12 এটা অন্যান্য ৰেফৰেন্সিং স্টাইলৰ সৈতে কাম নকৰিবও পাৰে
23:16 পূর্বেই উল্লেখ কৰে হৈছে যে, অনেক প্রকাৰৰ ৰেফৰেন্সিং স্টাইল্ আছে
23:20 আপোনাক মাত্র সেই স্টাইলৰ বাবে উপযুক্ত sty আৰু bst ফাইলবোৰ ডাউনলোড কৰিব লাগে। এই উদাহৰণৰ বাবে মই harvard.sty আৰু  ifac.bst নামৰ ফাইল্-দুটা ব্যবহাৰ কৰিছো
23:37 যদি ভালকে চাই, আপোনি বুঝিব পাৰিব যে, উপৰৰ কোনো উদাহৰণতেই আমি ৰেফৰেন্সৰ ডেটাবেস(database) ref.bib পৰিবর্তন কৰা নাই।
23:47 এইটো ই বিবটেকৰ অনন্য বৈশিষ্ট্য
23:50 যদিও আমি ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতি লৈ অনেক বিস্তাৰিতভাবে আলোচনা কৰিছো, আসল প্রক্রিয়াটো কিন্তু যথেষ্ট সৰল
24:02 প্রথমে, ডেটাবেস(database) অর্থাৎ .bib ফাইলটো তৈয়াৰ কৰক। তাৰপিছত উপযুক্ত .sty আৰু .bst ফাইলটো সংগ্রহ কৰক
24:10 এইবোৰৰ অনেকবোৰ-ই  ইনস্টলেশনৰ সময়ৰ পৰাই উপলব্ধ থাকে
24:15 pdf LaTeX কমান্ড্ৰ দ্বাৰা সোর্স ফাইলটোক এবাৰ কম্পাইল্ কৰক, ইয়াৰ পিছত আৰু দুইবাৰ কম্পাইল্ কৰক।
24:24 এইটো খুব সহজ পদ্ধতি নহয় জানো?
24:30 এইটোৱে কি আপোনাক কবলৈ বাধ্য নকৰে নে যে বিবটেক্ আৰু লেটেক্ যুগযুগ বাচি থাকক
24:35 ইয়াতেই এই টিউটোৰিয়ালৰ সমাপ্তি হল.
24:38 ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ।
24:40 এই পাঠটি অনামিকা মেধীৰ দ্াৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi