Difference between revisions of "What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(One intermediate revision by one other user not shown) | |||
Line 3: | Line 3: | ||
|'''Narration''' | |'''Narration''' | ||
|- | |- | ||
− | | 00: 00 | + | | 00:00 |
− | |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম | + | |নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম |
|- | |- | ||
− | | 00: 06 | + | | 00:06 |
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় | |স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় | ||
|- | |- | ||
− | | 00: 10 | + | | 00:10 |
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় | | স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় | ||
|- | |- | ||
− | | 00: 13 | + | | 00:13 |
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. | | আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. | ||
|- | |- | ||
− | | 00: 19 | + | | 00:19 |
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. | | আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. | ||
|- | |- | ||
− | | 00: 26 | + | | 00:26 |
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে | | ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে | ||
|- | |- | ||
− | | 00: 29 | + | | 00:29 |
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
|- | |- | ||
− | | 00: 34 | + | | 00:34 |
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো | | আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো | ||
|- | |- | ||
− | | 00: 38 | + | | 00:38 |
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. | | ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. | ||
|- | |- | ||
− | | 00: 41 | + | | 00:41 |
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো | | ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো | ||
|- | |- | ||
− | | 00: 45 | + | | 00:45 |
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো | | তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো | ||
|- | |- | ||
− | | 00: 47 | + | | 00:47 |
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. | | আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. | ||
|- | |- | ||
− | | 00: 51 | + | | 00:51 |
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো | | ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো | ||
|- | |- | ||
− | | 00: 53 | + | | 00:53 |
| '' ৰেকর্ডিং ফাইল '' | | '' ৰেকর্ডিং ফাইল '' | ||
|- | |- | ||
− | | 00: 59 | + | | 00:59 |
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. | | এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. | ||
|- | |- | ||
− | | 01: 03 | + | | 01:03 |
| আমি ইয়াত উভতি আহিম. | | আমি ইয়াত উভতি আহিম. | ||
|- | |- | ||
− | | 01: 06 | + | | 01:06 |
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় | | ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় | ||
|- | |- | ||
− | | 01: 10 | + | | 01:10 |
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই | | আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই | ||
|- | |- | ||
− | | 01: 15 | + | | 01:15 |
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয় | | কর্মশালা 2 ঘন্টাৰ সময়কাল হয় | ||
|- | |- | ||
− | | 01: 18 | + | | 01:18 |
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে | | ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে | ||
|- | |- | ||
− | | 01: 21 | + | | 01:21 |
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. | | তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. | ||
|- | |- | ||
− | | 01: 23 | + | | 01:23 |
| সকলোৱে একেই স্তৰত পাব পাৰে. | | সকলোৱে একেই স্তৰত পাব পাৰে. | ||
|- | |- | ||
− | | 01: 26 | + | | 01:26 |
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও | | আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও | ||
|- | |- | ||
− | | 01: 30 | + | | 01:30 |
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. | | এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. | ||
|- | |- | ||
− | | 01: 33 | + | | 01:33 |
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো | | আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো | ||
|- | |- | ||
− | | 01: 36 | + | | 01:36 |
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় | | উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় | ||
|- | |- | ||
− | | 01: 42 | + | | 01:42 |
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. | | ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. | ||
|- | |- | ||
− | | 01: 48 | + | | 01:48 |
| ইয়াত উভতি আহো. | | ইয়াত উভতি আহো. | ||
|- | |- | ||
− | | 01: 49 | + | | 01:49 |
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. | | আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. | ||
|- | |- | ||
− | | 01: 53 | + | | 01:53 |
| ইয়াতে এটা উদাহৰণ | | ইয়াতে এটা উদাহৰণ | ||
|- | |- | ||
− | | 01: 54 | + | | 01:54 |
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
|- | |- | ||
− | | 02: 00 | + | | 02:00 |
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. | | ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. | ||
|- | |- | ||
− | | 02: 04 | + | | 02:04 |
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
|- | |- | ||
− | | 02: 16 | + | | 02:16 |
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব | | এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব | ||
|- | |- | ||
− | | 02: 20 | + | | 02:20 |
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে | | এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে | ||
|- | |- | ||
− | | 02: 25 | + | | 02:25 |
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? | | আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? | ||
|- | |- | ||
− | | 02: 28 | + | | 02:28 |
− | | | + | | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |
|- | |- |
Latest revision as of 15:13, 28 January 2016
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম |
00:06 | স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় |
00:10 | স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় |
00:13 | আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. |
00:19 | আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. |
00:26 | ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে |
00:29 | "ফাইল ৰেকর্ডিং" |
00:34 | আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো |
00:38 | ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. |
00:41 | ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো |
00:45 | তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো |
00:47 | আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. |
00:51 | ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো |
00:53 | ৰেকর্ডিং ফাইল |
00:59 | এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. |
01:03 | আমি ইয়াত উভতি আহিম. |
01:06 | ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় |
01:10 | আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই |
01:15 | কর্মশালা 2 ঘন্টাৰ সময়কাল হয় |
01:18 | ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে |
01:21 | তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. |
01:23 | সকলোৱে একেই স্তৰত পাব পাৰে. |
01:26 | আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও |
01:30 | এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. |
01:33 | আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো |
01:36 | উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় |
01:42 | ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. |
01:48 | ইয়াত উভতি আহো. |
01:49 | আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. |
01:53 | ইয়াতে এটা উদাহৰণ |
01:54 | "ফাইল ৰেকর্ডিং" |
02:00 | ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. |
02:04 | "ফাইল ৰেকর্ডিং" |
02:16 | এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব |
02:20 | এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে |
02:25 | আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? |
02:28 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |