Difference between revisions of "What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' | - | 00: 00 |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ...")
 
 
(2 intermediate revisions by one other user not shown)
Line 2: Line 2:
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
| -
+
|-
| 00: 00
+
| 00:00
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
+
|নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
| -
+
|-
| 00: 06
+
| 00:06
 
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
 
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
| -
+
|-
| 00: 10
+
| 00:10
 
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়  
 
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়  
| -
+
|-
| 00: 13
+
| 00:13
 
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
 
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
| -
+
|-
| 00: 19
+
| 00:19
 
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
 
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
| -
+
|-
| 00: 26
+
| 00:26
 
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
 
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
| -
+
|-
| 00: 29
+
| 00:29
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
| 00: 34
+
| 00:34
 
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
 
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
| -
+
|-
| 00: 38
+
| 00:38
 
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
 
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
| -
+
|-
| 00: 41
+
| 00:41
 
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
 
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
| -
+
|-
| 00: 45
+
| 00:45
 
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
 
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
| -
+
|-
| 00: 47
+
| 00:47
 
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
 
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
| -
+
|-
| 00: 51
+
| 00:51
 
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
 
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
| -
+
|-
| 00: 53
+
| 00:53
 
| '' ৰেকর্ডিং ফাইল ''
 
| '' ৰেকর্ডিং ফাইল ''
| -
+
|-
| 00: 59
+
| 00:59
 
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
 
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
| -
+
|-
| 01: 03
+
| 01:03
 
| আমি ইয়াত উভতি আহিম.
 
| আমি ইয়াত উভতি আহিম.
| -
+
|-
| 01: 06
+
| 01:06
 
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
 
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
| -
+
|-
| 01: 10
+
| 01:10
 
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
 
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
| -
+
|-
| 01: 15
+
| 01:15
 
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
 
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
| -
+
|-
| 01: 18
+
| 01:18
 
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
 
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
| -
+
|-
| 01: 21
+
| 01:21
 
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
 
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
| -
+
|-
| 01: 23
+
| 01:23
 
| সকলোৱে একেই স্তৰত পাব পাৰে.
 
| সকলোৱে একেই স্তৰত পাব পাৰে.
| -
+
|-
| 01: 26
+
| 01:26
 
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
 
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
| -
+
|-
| 01: 30
+
| 01:30
 
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
 
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
| -
+
|-
| 01: 33
+
| 01:33
 
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
 
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
| -
+
|-
| 01: 36
+
| 01:36
 
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
 
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
| -
+
|-
| 01: 42
+
| 01:42
 
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
 
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
| -
+
|-
| 01: 48
+
| 01:48
 
| ইয়াত উভতি আহো.
 
| ইয়াত উভতি আহো.
| -
+
|-
| 01: 49
+
| 01:49
 
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
 
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
| -
+
|-
| 01: 53
+
| 01:53
 
| ইয়াতে এটা উদাহৰণ
 
| ইয়াতে এটা উদাহৰণ
| -
+
|-
| 01: 54
+
| 01:54
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
| 02: 00
+
| 02:00
 
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
 
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
| -
+
|-
| 02: 04
+
| 02:04
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
| 02: 16
+
| 02:16
 
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
 
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
| -
+
|-
| 02: 20
+
| 02:20
 
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
 
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
| -
+
|-
| 02: 25
+
| 02:25
 
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
 
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
| -
+
|-
| 02: 28
+
| 02:28
| যোগ দিয়াৰ বাবে ধন্যবাদ.
+
| মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।
| -
+
|-

Latest revision as of 15:13, 28 January 2016

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
00:06 স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
00:10 স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়
00:13 আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
00:19 আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
00:26 ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
00:29 "ফাইল ৰেকর্ডিং"
00:34 আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
00:38 ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
00:41 ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
00:45 তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
00:47 আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
00:51 ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
00:53 ৰেকর্ডিং ফাইল
00:59 এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
01:03 আমি ইয়াত উভতি আহিম.
01:06 ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
01:10 আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
01:15 কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
01:18 ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
01:21 তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
01:23 সকলোৱে একেই স্তৰত পাব পাৰে.
01:26 আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
01:30 এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
01:33 আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
01:36 উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
01:42 ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
01:48 ইয়াত উভতি আহো.
01:49 আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
01:53 ইয়াতে এটা উদাহৰণ
01:54 "ফাইল ৰেকর্ডিং"
02:00 ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
02:04 "ফাইল ৰেকর্ডিং"
02:16 এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
02:20 এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
02:25 আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
02:28 মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya