Difference between revisions of "LibreOffice-Suite-Draw/C3/Working-with-Objects/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 || লিব্ৰে অফিচদ্ৰত থকা “ৱোৰ্কিং উইথ অবজেক্তচ”ৰ...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 5: | Line 5: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | || লিব্ৰে অফিচদ্ৰত থকা “ৱোৰ্কিং উইথ অবজেক্তচ”ৰ ('''Working with Objects''' )স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । | + | ||নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচদ্ৰত থকা “ৱোৰ্কিং উইথ অবজেক্তচ”ৰ ('''Working with Objects''' )স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
|- | |- | ||
Line 669: | Line 669: | ||
|13:17 | |13:17 | ||
| তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক | | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক | ||
− | |||
|- | |- | ||
Line 682: | Line 681: | ||
|13:28 | |13:28 | ||
| স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে |স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । | | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে |স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । | ||
− | |||
− | |||
|- | |- | ||
Line 692: | Line 689: | ||
|13:43 | |13:43 | ||
| স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ | | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ | ||
− | |||
|- | |- | ||
|13:48 | |13:48 | ||
| এইতো আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় । | | এইতো আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় । | ||
− | |||
|- | |- | ||
|13:55 | |13:55 | ||
|| এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে । | || এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে । | ||
− | |||
|- | |- | ||
|14:06 | |14:06 | ||
− | | এই | + | | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। |
− | + | ||
|- | |- | ||
|14:10 | |14:10 | ||
− | | যোগ দিয়াৰ বাবে | + | | যোগ দিয়াৰ বাবে ধন্যবাদ। |
|- | |- | ||
|} | |} |
Latest revision as of 11:27, 10 November 2015
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচদ্ৰত থকা “ৱোৰ্কিং উইথ অবজেক্তচ”ৰ (Working with Objects )স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
00:06 | এই টিউটৰিয়েলত আমি কেনেকৈ: |
00:08 | * গ্ৰিদ('Grids) আৰু গাইদ লাইন(Guide lines) ৱ্যবহাৰ কৰি বস্তুৰ অৱস্থান নিৰ্নয় কৰা |
00:12 | * স্নেপ ফানচন(snap functions) ৱ্যবহাৰ কৰা। |
00:14 | * লাইন(lines) আৰু এৰোহেদ( arrowheads) সাল সলনি কৰা । |
00:18 | আপোনালোকে আকৌ শিকিব কেনেকৈ: * বস্তুবোৰৰ প্ৰতিৰুপ( Duplicate) কৰিব পাৰি । |
00:21 | * বস্তুবোৰৰ নিৰ্ভুলকৈ পুন:আকৃতি কৰা |
00:24 | * বস্তুবোৰৰ ভাগ কৰা । |
00:25 | * বস্তুবোৰ লগ,সংযুক্ত,বিয়োগ আৰু চ্ছেদ কৰা |
00:30 | আমাৰ অপাৰেতিং চিচতেম (operating system) হিচাবে আমি ১০.০৪ ভাৰ্চনৰ উবান্তু লিনাক্স( Ubuntu Linux') আৰু ৩.৩.৪ ভাৰ্চনৰ লিব্ৰে অফিচ চুইত(LibreOffice Suite) ৱ্যবহাৰ কৰি আছো. |
00:40 | গ্ৰিদ( Grids) বোৰ নো কি হয়? |
00:42 | * গ্ৰিদে বস্তুবোৰৰ দিশত সহায় কৰে ।' |
00:45 | * নিৰ্ভুলভাবে দ্ৰ( Draw) পৃষ্ঠালৈ । |
00:48 | ফাইল ৰুটেমেপ( RouteMap) খোলো আহক যিতো দেস্কতবত( Desktop) সংৰক্ষন কৰা আছে । |
00:53 | আমি আগৰ টিউটৰিয়েলত সংক্ষেপে গ্ৰিদ( grids) ৱ্যবহাৰ কৰিছো । |
00:57 | এতিয়া বিস্তৃত্ভাবে গ্ৰিদৰ (grids) বিষয়ে শিকো আহক । |
01:01 | মেইন মেনুৰ(Main menu) পৰা ভিউ('View) নিৰ্বাচন কৰক আৰু গ্ৰিদত( Grid) ক্লিক কৰক । |
01:05 | 'তাৰ পাছত দিচপ্লে গ্ৰিদত (Display Grid )ক্লিক কৰক । |
01:08 | ছবি অকা পৃষ্ঠাতো বহুত লম্বিয় আৰু প্ৰস্থিয় ৰেখাৰে ভৰি পৰিছে ।এইবোৰে গ্ৰিদৰ( grid) গঠন কৰে । |
01:17 | এই গ্ৰিদবোৰ( grid)মাত্ৰ দেখাবৰ বাবেহে ।সেইবোৰ চপা কৰা নহয় । |
01:22 | .আমি গ্ৰিদৰ আকাৰ সলসলনি কৰিব পাৰো সেইতো হৈছে আমি বিচৰা অনুসাৰে সৰু নতুবা ডাঙৰলৈ সজোৱা । |
01:30 | মেইন মেনুৰ(Main menu) পৰা তুল( Tools) নিৰ্বাচন কৰক আৰু অপচনত( Options) ক্লিক কৰক । |
01:35 | আপোনালোকে অপচন দাইল’গ বক্স (Options dialog box) দেখা পাব |
01:38 | লিব্ৰে অফিচ দ্ৰত ( 'LibreOffice Draw)ক্লিক কৰক আৰু গ্ৰিদ( 'Grid) নিৰ্বাচন কৰক । |
01:42 | ৰিজোলিউচনৰ( Resolution)ভিতৰত তলৰ পৰিমানবোৰ ভৰাওক । |
01:46 | পথালি- ৭ চেন্টিমিটাৰ |
01:49 | লম্বীয় – ৫ চেণ্টিমিটাৰ । |
01:53 | চাবদিভিজনে( Subdivision') গ্ৰিদত থকা ফাকৰ সংক্ষা নিৰ্নয় কৰিব । |
01:57 | চাবদিভিচন( Subdivision')ৰ পৰিমানবোৰ সংস্থাপন কৰো আহক । |
02:00 | পথালি- ৩ |
02:02 | লম্বীয় –৪ |
02:05 | .চিক্ৰ’নাইজ এক্সেজ('Synchronize axes) অপচনতো নোচোৱাকৈ এৰি দিও আহক । |
02:09 | ওকেত( OK )ক্লিক কৰক । |
02:11 | ছবি অকা পৃষ্ঠাতোত চাওক ।গ্ৰিদত( grid') থকা প্ৰতিতো বক্সৰে আকাৰ নিৰিক্ষন কৰক । |
02:17 | আমি চাবদিভিজনত( Subdivision) সংস্থাপন কৰা ফাকবোৰ গননা কৰো আহক । |
02:22 | পথালিকৈ তাত ১,২,৩, ফাক আছে আৰু লম্বিয়ভাবে তাত ১,২,৩,৪ ফাক আছে । |
02:33 | এতিয়া গাইদৰ ('Guides )বিষয়ে শিকো আহক । |
02:36 | গাইদবোৰ ('Guides ) নো কি হয়? |
02:38 | গাইদচবোৰ সহায়কাৰি নতুবা বস্তুবোৰৰ কোনৰ বিস্তাৰন হয় । |
02:43 | এইতো যেতিয়া ঘুৰোৱা যায় সেইবোৰ দেখা পোৱা যায় । |
02:47 | গাইদলাইনবোৰ কাৰ্যক্ৰম কৰি তোলো আহক । |
02:50 | মেইন মেনুলৈ (Main menu)যাওক ভিউ( View') নিৰ্বাচন কৰক আৰু গাইদ (Guide)অপচনতো নিৰ্বাচন কৰক । |
02:55 | এতিয়া দিচপ্লে গাইদ(Display Guides) অপচনতোত ক্লিক কৰক । |
02:59 | মেইন মেনুৰ( Main menu) পৰা টুলত( Tools) আৰু অপচনত( Options) ক্লিক কৰক |
03:03 | অপচন দাইল’গ বক্স (Options dialog box')দেখা যাব । |
03:06 | বাওফালৰ নামসুচিৰ পৰা লিব্ৰে অফিচ দ্ৰৰ(LibreOffice Draw) পাছৰ সৰু কলা ত্ৰিভূজত ক্লিক কৰক ।ভিউ ('View )ত ক্লিক কৰক । |
03:15 | সোফালৰ নামসুচিৰ পৰা গাইদচ হুয়েন মুভিং(Guides when moving.) নিৰ্বাচন কৰক।এই ধৰনে আপোনালোকে গাইদচ দেখা পাব যেতিয়া বস্তুবোৰ গতি কৰিব । |
03:23 | .ওকেত ক্লিক কৰক । |
03:27 | এতিয়া বাগিচাখন অলপ সোফাললৈ গতি কৰোৱা যাওক । |
03:29 | .যেতিয়া বাগিচাখন গতি কৰিব বস্তুবোৰৰ কোনৰ বিস্তাৰিত ৰেখাবোৰ দেখা পোৱা যাব ।এইবোৰে হৈছে গাইদলাইন( Guidelines') । |
03:39 | স্নেপ লাইনবোৰনো(Snap Lines) কি হয় ? |
03:41 | স্নেপ লাইনবোৰে(Snap Lines) আমাক সহায় কৰে সিদ্ধান্ত কৰা এটা ঠাইৰ ভিতৰত দুটা নতুবা বেচি বস্তু দিশ নিৰ্নয় কৰাত । |
03:48 | স্নেপ লাইন(Snap lines) আৰু স্নেপ পইণ্ট বোৰ(Snap points) ৱ্যবহাৰকাৰি ৱ্যক্তিৰদ্বাৰা তৈয়াৰ কৰা যায় । |
03:53 | স্নেপ লাইনবোৰ(Snap lines) প্ৰস্থিয় আৰি লম্বিয় ভাবে গতি কৰে আৰু দেচ ৰেখা হিচাবে দেখা পোৱা যায় । |
03:59 | আপোনালোকে স্নেপ লাইনবোৰ সজোৱাৰ আগতে আপোনালোকে স্নেপ লাইন অপচনতো (Snap Lines option )সক্ৰিয় কৰিব লাগিব । |
04:05 | ছবি অকা পৃষ্ঠালৈ যাওক। ক’নতেক্স মেনুৰ(context menu) বাবে সোফালে ক্লিক কৰক আৰু স্নেপ লাইন( Snap Lines) নিৰ্বাচন কৰক । |
04:12 | এতিয়া আটাইবোৰ তিনিটা অপচন অনুবিক্ষন কৰক |
04:16 | স্নেপ লাইন ভিজিবল(Snap Lines Visible') |
04:18 | স্নেপ তু স্নেপ লাইন(Snap to Snap Lines) |
04:20 | স্নেপ লাইন তু ফ্ৰ’ন্ত(Snap Lines to Front) |
04:22 | আমি তৈয়াৰ কৰা স্নেপ লাইনবোৰ(Snap lines) এতিয়া দেখা পোৱা যাব । |
04:26 | স্নেপ লাইন(Snap lines) ৱ্যবহাৰ কৰা এটা ঠাই নিচ্চিত কৰো আহক, যাৰ ভিতৰত মেপত থকা বস্তুবোৰ অন্তৰ্ভুক্ত হব(শ্লাইদত দেখুৱাৰ দৰে ) |
04:34 | প্ৰস্থিয় ৰুলাৰৰ ওপৰত মাউচ কাৰ্চাৰদাল ঘুৰাওক |
04:38 | বাওফালৰ মাউচ বাটানতো দবাওক |
04:41 | আপোনালোকে লক্ষ্য কৰিব যে কাৰ্চাৰ দাল এতিয়া দুয়োটা ফালে ধেনুকাড় থকাৰ দৰে আকাৰ লব । |
04:46 | মাউচতো ছবি অকা পৃষ্ঠালৈ টানি আনক |
04:50 | আপোনালোকে বিন্দুযুক্ত ৰেখা দেখিব |
04:53 | মাউচ বাটানতো এৰি নিদিব । |
04:55 | .বাওফালৰ মাউচ বাটানতো ধৰি, বিন্দুযুক্ত ৰেখাদাল পৃষ্ঠাতোলৈ টানি আনক । |
05:01 | এতিয়া মাউচ বাটানতো এৰি দিয়ক । |
05:04 | আপোনালোকে ৰেখা দেখা পাইছেনে? |
05:06 | এইতোয়ে হৈছে স্নেপ লাইন(Snap Line) |
05:07 | সকোলোতকৈ তলৰ ৰেখা তৈয়াৰ কৰিবলৈ মাত্ৰ ৰেখাদাল পৃষ্ঠাৰ তললৈ টানি আনক । |
05:13 | মেপখন য’ত সোমোৱা যাব সেই ঠাইখিনি নিচ্চিত কৰাৰ বাবে তিনিদাল স্নেপ লাইন(Snap Line) তৈয়াৰ কৰো আহক । |
05:24 | আমি লম্বিয় আৰু প্ৰস্থিয় স্নেপ লাইন(Snap Line) তৈয়াৰ কৰো আহক |
05:29 | এইবোৰ স্নেপ লাইনৰ(Snap Line) সৈতে আপোনালোকে এতিয়া বস্তুবোৰ দিশ নিৰ্নয় কৰিব পাৰে । |
05:34 | আপোনালোকে পাৰিব, আপোনালোকে যিমান বিচাৰে সিমান স্নেপ লাইন(Snap Line) তৈয়াৰ কৰক । |
05:40 | লম্বিয় আৰু প্ৰ্স্থইয় স্নেপ লাইনবোৰে X-আৰু Y- এক্সিচ”ৰ দৰে নক্সাত কাম কৰে । |
05:48 | এই দুটা এক্সেচৰ ভিতৰত আপোনালোকে বস্তুবোৰ নিৰ্ভুলভাবে স্থানান্তৰিত কৰিব পাৰে । |
05:54 | আপোনালোকে স্নেপ ফানচন(Snap function) গ্ৰিদ লাইনৰ(grid lines) সৈতে বস্তুবোৰ নিৰ্ভূলভাবে স্থানন্তৰিত কৰিব পাৰে |
05:59 | আপোনালোকে আকৌ * স্নেপ তু গ্ৰিদ –গ্ৰিদ পইন্তত এটা বস্তু নিচ্চিতভাবে স্থাপিত কৰিব পাৰে। |
06:06 | স্নেপ তু স্নেপ লাইন(Snap to Snap lines )- এটা বস্তুৰ স্নেপ লাইনত স্থাপিত কৰে । |
06:11 | স্নেপ তু পেজ মাৰ্জিন(Snap to Page margin )-পৃষ্ঠাৰ মাৰ্জিনত এটা বস্তু নিৰ্ভূলভাবে স্থাপিত কৰে । |
06:18 | এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো কৰক । |
06:21 | আটাইবোৰ গ্ৰিদ অপচন(Grid options) পৰীক্ষা কৰক । |
06:24 | বস্তুবোৰৰ লগত কি ঘতে চাওক যেতিয়া আপোনালোকে স্নেপ তু গ্ৰিদ,স্নেপ লাইন(snap to Grid, snap lines) আৰু পেজ মাৰ্জিন(page margins) ভাগে । |
06:31 | এতিয়া আকৌ এটা নিজৰা যোগ কৰিবলৈ দিয়ক ,এই নিজৰাৰ একদম একে আকাৰত স্কুল কেম্পাচৰ পাছত । |
06:38 | এইতো কৰাৰ বাবে দুপ্লিকেত( Duplicate) অপচনতো ৱ্যহবাৰ কৰো আহক । |
06:43 | নিজৰাতো নিৰ্বাচন কৰো আহক । |
06:45 | মেইন মেনুলৈ(Main menu) যাওক এদিত( Edit) নিৰ্বাচন কৰক আৰু দুপ্লিকেতত( Duplicate) ক্লিক কৰক । |
06:51 | দুপ্লিকেত দাইল’গ বক্স(Duplicate dialog box) দেখা যাব |
06:54 | নাম্বাৰ অফ কপিচঅত(Number of copies) পৰিমান ১ সংস্থাপন কৰক আৰু ওকে ক্লিক কৰক |
06:59 | নিজৰাতো প্ৰ্তিলিপি হৈ যাব । |
07:03 | নিজৰাতো টানি আনো আহক অৰু ইয়াক স্কুলৰ কাষত সংস্থাপন কৰক |
07:06 | বস্তুবোৰো বিচৰা ধৰনে নিৰ্ভুলভাবে আকাৰ পৰিবৰ্তন কৰিব পৰা যাব। |
07:11 | শুদ্ধ মাপ ৱ্যবহাৰ কৰো আহক আৰু ঘৰৰ আকাৰ এই শ্লাইদত দেখুওৱাৰ দৰে পৰিবৰ্তন কৰো আহক । |
07:18 | একে উচ্চতা আৰু প্ৰস্থতা দিও আহক আৰু ইয়াৰ কোনবোৰ হলাওক আৰু ইয়াক ঘুৰাওক । |
07:24 | প্ৰথমতে ঘৰ নিৰ্বাচন কৰক,সোফালে ক্লিক কৰক ক’নতেক্স মেনুৰ(context menu) বাবে আৰু প’জিচন আৰু চাইজ(Position and Size) নিৰ্বাচন কৰক । |
07:31 | প’জিচন এন্দ চাইজ দাইল’গ('Position and Size dialog box)বক্স দেখা দিব |
07:35 | প’জিচন এন্দ চাইজ তেব (Position and Size tab')ক্লিক কৰক |
07:38 | চাইজৰ( Size) ভিতৰত প্ৰস্থতা আৰু উচ্চতা দুয়োটা ঠাইৰ বাবে ৩ পৰিমান সংস্থাপন কৰক । |
07:43 | .তাৰ পাছত ৰ’তেচন তেবত(Rotation tab) ক্লিক কৰক |
07:46 | এংগেলৰ( Angle') ঠাইত পৰিমান ১০ ভৰাওক |
07:50 | অৱশেষত শ্লেন্ত ক’ৰ্নাৰ এন্দ ৰেদিয়াচ তেব (Slant Corner and Radius Tab.)নিৰ্বাচন কৰক |
07:55 | শ্লেন্ত এংগেল(Slant Angle) ঠাইত ৫ দিগ্ৰি ভৰাওক । |
07:59 | .ওকে ক্লিক কৰক । |
08:01 | আমি ঘৰতো আকৌ এবাৰ সজাইছো । |
08:05 | এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো কৰক |
08:08 | # বিভিন্ন ধৰনৰ আকাৰ আকক দ্ৰইং তুলবাৰ(Drawing tool bar )ৱ্যবহাৰ কৰি । |
08:11 | আটাইবোৰ আকাৰৰ বাবে আপোনালোকে ক’ৰ্নাৰ ৰেদিয়াচ(Corner radius) প্ৰয়োগ কৰিছে নেকি নিৰিক্ষন কৰক । |
08:16 | এতিয়া কিছুমান বস্তুৰ সোফালৰ কোনবোৰৰ শুধ্যকৈ ফাক কৰো আহক । |
08:21 | আমি এইতোত উপনিত হোৱাৰ বাবে দিচত্ৰিবিউচন (Distribution )অপচন ৱ্যবহাৰ কৰিম । |
08:26 | আমি অন্তত তিনিটা বস্তু নিৰ্বাচন কৰিব লাগিব দিস্ত্ৰিবিউচন( Distribution) অপচনতো ৱ্যবহাৰ কৰাৰ বাবে । |
08:32 | প্ৰথমতে, ৰেজিচতেঞ্চিয়েল ক’মপ্লেক্সতো(Residential Complex) পাৰ্কিং ল’ট(Parking Lot) আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্স(Commercial Complex') নিৰ্বাচন কৰক |
08:39 | আটাইবোৰ বস্তু আগুৰিবৰ বাবে চিলেক্ত এৰো(Select arrow) টানি আনি সেইবোৰ দলবদ্ধ কৰো আহক । |
08:45 | এতিয়া,সোফালে ক্লিক কৰক আৰু দিচত্ৰিবিউচন (Distribution )নিৰ্বাচন কৰক |
08:50 | হোৰিজ’ন্তেলৰ (Horizontal')ভিতৰত ৰাইট( Right) নিৰ্বাচন কৰক।ওকে ক্লিক কৰক । |
08:56 | বস্তুতোৰ সোফালৰ কোনতো শুধ্যকৈ ভাগ হব। |
09:01 | দিচত্ৰিবিউচন( Distribution) অপচনতোয়ে বস্তুবোৰ লম্বিয় বা পথালিকৈ ভাগ নকৰে । |
09:07 | হ’ৰিজন্তেল দিচত্ৰিবিউচন অপচনে(Horizontal Distribution option) ভাগ কৰে । |
09:10 | * সোফাল আৰু বাওফালৰ কোনবোৰ |
09:12 | * লম্বিয় কেন্দ্ৰ আৰু |
09:14 | * বস্তুবোৰৰ ফাকবোৰ |
09:17 | ভাৰ্তিকেল দিচত্ৰিবিউচন অপচনে (Vertical Distribution option)ভাগ কৰে |
09:21 | ওপৰৰ আৰু তলৰ কোনবোৰ,প্ৰস্থিয় কেন্দ্ৰ বিন্দু আৰু বস্তুবোৰৰ মাজৰ ঠাইবোৰ । |
09:26 | এতিয়া এই মেপৰ বাবে ধেনু ৰেখাৰ ষ্টাইল তৈয়াৰ কৰো আহক |
09:32 | মেইন মেনুৰ (Main menu )পৰা ফ’ৰ্মেত( Format) নিৰ্বাচন কৰক আৰু লাইনত( Line) ক্লিক কৰক |
09:35 | লাইন দাইল’গ বক্স দেখা যাব |
09:38 | লাইন ষ্টাইল তেবত(Line Styles tab) ক্লিক কৰক । |
09:41 | লাইন ষ্টাইলত(Line Styles) থ্ৰি দেচেচ আৰু থ্ৰি দত(Three dashes and three dots) অপচনতো নিৰ্বাচন কৰক । |
09:47 | টাইপ (Type )ঠাইখিনি যেনেকৈ আছে তেনেকৈ এৰি দিয়ক |
09:50 | নাম্বাৰত( Number') ১০ আৰু ৫; লেন্থ (Length )৮% ভৰাও আহক |
09:57 | এদ (Add )ত ক্লিক কৰক। মাই লাইন ষ্টাইল(My Line Style) নামতো ভৰাওক।ওকে( OK) ত ক্লিক কৰক |
10:06 | আকৌ ওকে ক্লিক কৰক |
10:08 | এই ধেনুকাড় দাল নিৰ্বাচন কৰো আহক আৰু লাইন( Line) নিৰ্বাচন কৰক।লাইন দাইল’গ বক্স দেখা দিব । |
10:13 | লাইন তেবত (Line tab)ক্লিক কৰক |
10:16 | ষ্টাইল দ্ৰ’প দাউন(Style drop-down) বক্সতোত ক্লিক কৰক |
10:19 | এইতোয়ে এতিয়া নতুন ষ্টাইল দেখাব যিটো তৈয়াৰ কৰা হৈছিল । |
10:22 | এইতো নিৰ্বাচন কৰক আৰু ওকে ক্লিক কৰক । |
10:26 | আমি নতুন ৰেখাৰ ষ্টাইল তৈয়াৰ কৰিছো ! |
10:29 | স্কুল কেম্পাচৰ বাওফালে সৰু ষ্টেদিয়াম এখন আকো আহক । |
10:34 | .দ্ৰইং তুলবাৰৰ (Drawing toolbar)পৰা বেচিক চেপচ (Basic Shapes )ক্লিক কৰক আৰু এটা বৃত্ত নিৰ্বাচন কৰক |
10:40 | এইতো ছবি অকা পৃষ্ঠাতোত সংস্থাপন কৰো আহক । |
10:44 | বৃত্ততোৰ বাহিৰৰ ৰেখাৰ ষ্টাইলতো হৈছে মাই লাইন ষ্টাইল('My Line Style) |
10:49 | .ইয়াৰ ভিতৰত ষ্টেদিয়াম( Stadium) টাইপ কৰো আহক । |
10:53 | এতিয়া, বস্তুবোৰ লগকৰা,সংযুক্ত কৰা,বিয়োগ কৰা আৰু চ্ছেদ কৰা শিকো আহক । |
10:59 | বস্তুবোৰ দলবদ্ধ কৰা আৰু লগ কৰাৰ মাজিত কি প্ৰাৰ্থক্য আছে ? |
11:03 | যেতিয়া বস্তুবোৰ দলবদ্ধ কৰা যায় কিছু সংক্ষ্যক বস্তু মাত্ৰ একে লগে সংস্থাপন কৰা যায়। |
11:09 | যেতিয়া বস্তুবোৰ লগ কৰা যায়,নতুন বস্তু তৈয়াৰ কৰা যায় । |
11:13 | এই অপচনতো দেখাবলৈ আমি তিনিটা বস্তু ৱ্যবহাৰ কৰিম । |
11:18 | প্ৰথমতে,এটা নতুন পৃষ্ঠা ছবি অকা ফাইলত যোগ কৰা যাওক । |
11:23 | দ্ৰইং তুলবাৰৰ(Drawing toolbar) পৰা এটা বৃত্ত আকো আহক,বেচিক চেপ্চ(Basic Shapes) ক্লিক কৰক আৰু এটা বৃত্ত নিৰ্বাচন কৰক । |
11:32 | .ছবি থকা পৃষ্ঠাতোত মাউচতো ঘুৰাওক আৰু এইতো তললৈ টানি আনক । |
11:35 | দ্বিতীয় বস্তু দাইম’ন্দ আকো আহক । |
11:38 | দ্ৰইং তুলবাৰৰ (Drawing toolbar)পৰা বেচিক চেপেচ(Basic Shapes) ক্লিক কৰক আৰু এটা দাইম’ন্দ নিৰ্বাচন কৰক । |
11:43 | ছবি অকা পৃষ্ঠাত কাৰ্চাৰদাল ঘুৰাওক,তললৈ ইয়াক টানি আনক।আৰু মেনু বাৰৰ পৰা এৰিয়া/ষ্টাইল/ফিলিং দ্ৰ’প দাউন বাটান (Area Style / Filling Drop down button) আৰু ৰেদ থ্ৰি(Red 3)ৰং নিৰ্বাচন কৰক |
11:55 | তৃতীয় বস্তু আয়ত এটা আকক আৰু বস্তুতো গ্ৰিন চিক্স(Green 6)হিচাবে ৰং কৰক । |
12:02 | চিফ্ত কি ধৰি আৰু প্ৰতিতো বস্তুৰ ওপৰত ক্লিক কৰি তিনিতা বস্তু নিৰ্বাচন কৰক |
12:11 | ক’নতেক্স মেনুৰ (Context menu')বাবে সোফালে ক্লিক কৰক আৰু ক’মবাইন( Combine) ক্লিক কৰক । |
12:14 | এটা নতুন বস্তু তৈয়াৰ হব । |
12:18 | লক্ষ্য কৰিব যে নতুন বস্তুতোৱে বস্তুঅতোৰ ৰং ধৰিব যিটো শেষ আৰু পাছফালে থাকে । |
12:24 | কি একে লগে দবায় এই কামতো নোহোৱা কৰো আহক । |
12:29 | আকৃতিকেইটা আকৌ এবাৰ নিৰ্বাচন কৰক আৰু ক’নতেক্স মেনুৰ(context menu) বাবে সোফালে ক্লিক কৰক । |
12:35 | চেপ্চ( Shapes) নিৰ্বাচন কৰক আৰু মাৰ্জ (Merge )ক্লিক কৰক |
12:38 | অন্য এটা নতুন আকাৰ তৈয়াৰ হব । |
12:41 | মনত ৰাখিব যে এই ক্ৰিয়াকাণ্ডৰ সৈতে যিমানেই বেচি পৰীক্ষা কৰিব সিমাএনি বেচি আপোনালোকে শিকিব । |
12:48 | এইতোয়ে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে । |
12:51 | এই টিউটৰিয়েলত আপোনালোকে গ্ৰিদ,গাইদ আৰু স্নেপ লাইন এটা বস্তু চিধা কৰিবলৈ কেনেকৈ ৱ্যবহাৰ কৰা হয় তাক শিকিছে । |
12:59 | আপোনালোকে আকৌ দ্বিবাৰকাৰন পূন:আকাৰ পৰিবৰ্তন আৰু বস্তুবোৰ ভগাবলৈ শিকিছে । |
13:06 | আমি আকৌ নতুন লাইন ষ্টাইল তৈয়াৰ কৰিছো আৰু শিকিছো কেনেকৈ নতুন বস্তু গঠন কৰা হয় |
13:12 | *লগ (Combine), *সংলগ্ন (Merge), *বিয়োগ Subtract, * চ্ছেদ Intersect ৱ্যবহাৰ কৰি । |
13:17 | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক |
13:20 | এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে । |
13:23 | যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । |
13:28 | স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । |
13:37 | আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । |
13:43 | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ |
13:48 | এইতো আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় । |
13:55 | এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে । |
14:06 | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। |
14:10 | যোগ দিয়াৰ বাবে ধন্যবাদ। |