Difference between revisions of "Spoken-Tutorial-Technology/C2/Side-by-Side-Method/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |''' Time''' |Narration |- |00: 01 |side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েল...")
 
 
(4 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{|border=1
 
{|border=1
 
|''' Time'''
 
|''' Time'''
|Narration
+
|'''Narration'''
  
 
|-
 
|-
|00: 01
+
|00:01
|side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. মই মৌচুমী মেধী.
+
|side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম.  
 
+
 
|-
 
|-
|00: 07
+
|00:07
 
|এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম
 
|এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম
 
 
|-
 
|-
|00: 10
+
|00:10
 
|আমি side-by-side পদ্ধতি শিকিম  
 
|আমি side-by-side পদ্ধতি শিকিম  
 
|-
 
|-
|00: 14
+
|00:14
 
|আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে  
 
|আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে  
 
|-
 
|-
|00: 20
+
|00:20
|আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে.
+
|আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে.
  
 
|-
 
|-
|00: 26
+
|00:26
 
|আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়.
 
|আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়.
  
 
|-
 
|-
|00: 32
+
|00:32
 
|আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে.
 
|আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে.
  
 
|-
 
|-
|00: 36
+
|00:36
 
|আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে.
 
|আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে.
  
 
|-
 
|-
|00: 41
+
|00:41
|Side-by-side পদ্ধতি এটা  কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো.
+
|Side-by-side পদ্ধতি এটা  কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো.
  
 
|-
 
|-
|00: 47
+
|00:47
|আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে.
+
|আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে.
  
 
|-
 
|-
|00: 54
+
|00:54
 
|আপোনি এইটো কেনেকৈ কৰিব পাৰিব?
 
|আপোনি এইটো কেনেকৈ কৰিব পাৰিব?
  
 
|-
 
|-
|00: 56
+
|00:56
 
|এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি.
 
|এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি.
  
 
|-
 
|-
|01: 01
+
|01:01
|শিকা মানে কি বোঝায়?
+
|শিকা মানে কি বোঝায়?
  
 
|-
 
|-
|01: 03
+
|01:03
 
|এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি?
 
|এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি?
  
 
|-
 
|-
|01: 08
+
|01:08
|নহয়!
+
|নহয়!অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি?
  
 
|-
 
|-
|01: 09
+
|01:13
|অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি?
+
|অাকৌ নহয়.শিকাৰ পদ্ধতি হৈছে ...
  
 
|-
 
|-
|01: 13
+
|01:16
|অাকৌ নহয়.
+
| স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা.  
  
 
|-
 
|-
|01: 14
+
|01:24
|শিকাৰ পদ্ধতি হৈছে ...
+
|কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি?
  
 
|-
 
|-
|01: 16
+
|01:29
|  স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা.  
+
|উত্তৰটো হয় হ্যাঁ .
  
 
|-
 
|-
|01: 24
+
|01:31
|কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি?
+
|মই এইটো কলো?
  
 
|-
 
|-
|01: 29
+
|01:33
|উত্তৰটো হয় হ্যাঁ .
+
 
+
|-
+
|01: 31
+
|মই এইটো কলো?
+
 
+
|-
+
|01: 33
+
 
|কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো.  
 
|কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো.  
  
 
|-
 
|-
|01: 39
+
|01:39
|আমি এইটো কেনেকৈ কৰো?
+
|আমি এইটো কেনেকৈ কৰো?
 
+
|-
+
|01: 41
+
|এইটো এটা দীঘল গল্প.
+
  
 
|-
 
|-
|01: 42
+
|01:41
|মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো.
+
|এইটো এটা দীঘল গল্প.মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো.
  
 
|-
 
|-
|01: 49
+
|01:49
 
|স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে.  
 
|স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে.  
  
 
|-
 
|-
|01: 52
+
|01:52
 
|আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে.
 
|আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে.
  
 
|-
 
|-
|01: 58
+
|01:58
 
|প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি?
 
|প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি?
  
 
|-
 
|-
|02: 02
+
|02:02
| প্রদর্শন কৰা যাওক.
+
| প্রদর্শন কৰা যাওক.
  
 
|-
 
|-
|02: 04
+
|02:04
|আমি http://spoken-tutorial.org লৈ যাও
+
|আমি http://spoken-tutorial.org লৈ যাও
  
 
|-
 
|-
|02: 08
+
|02:08
|আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো
+
|আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো
  
 
|-
 
|-
|02: 14
+
|02:14
|মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম.
+
|মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম.
  
 
|-
 
|-
|02: 18
+
|02:18
|মই এই ভিডিওটো  ইতিমধ্যে অবস্থিত কৰিছো.  
+
|মই এই ভিডিওটো  ইতিমধ্যে অবস্থিত কৰিছো.  
 
|-
 
|-
|02: 21
+
|02:21
 
|মই ভিডিওটো সর্বাধিক( maximise) কৰো নে?
 
|মই ভিডিওটো সর্বাধিক( maximise) কৰো নে?
  
 
|-
 
|-
|02: 23
+
|02:23
|  আকৌ এবাৰ, নহয়.
+
| আকৌ এবাৰ, নহয়.
  
 
|-
 
|-
|02: 26
+
|02:26
 
|আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে.
 
|আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে.
  
 
|-
 
|-
|02: 29
+
|02:29
|মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো.
+
|মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো.
  
 
|-
 
|-
|02: 33
+
|02:33
 
|পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম.
 
|পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম.
  
 
|-
 
|-
|02: 43
+
|02:43
|অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো.
+
|অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো.
  
 
|-
 
|-
|02: 49
+
|02:49
 
|এই ক্ষেত্রত, Scilab খোলক.
 
|এই ক্ষেত্রত, Scilab খোলক.
  
 
|-
 
|-
|02: 51
+
|02:51
|কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো.
+
|কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো.
 
|-
 
|-
|02: 56
+
|02:56
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে.
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে.
  
 
|-
 
|-
|03: 00
+
|03:00
|সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে.
+
|সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে.
  
 
|-
 
|-
|03: 05
+
|03:05
|আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক  (maximise) কৰা উচিত নে?
+
|আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক  (maximise) কৰা উচিত নে?
  
 
|-
 
|-
|03: 08
+
|03:08
|আকৌ এবাৰ নহয়.
+
|আকৌ এবাৰ নহয়.পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক.
  
 
|-
 
|-
|03: 09
+
|03:15
|পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক.
+
|মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে  
 
+
|-
+
|03: 15
+
|মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে  
+
 
SIDE BY SIDE পদ্ধতি.
 
SIDE BY SIDE পদ্ধতি.
  
 
|-
 
|-
|03: 20
+
|03:20
 
|আমি এতিয়া কি কৰিম?
 
|আমি এতিয়া কি কৰিম?
  
 
|-
 
|-
|03: 22
+
|03:22
|আমি পৰবর্তী স্লাইডলৈ যাও.
+
|আমি পৰবর্তী স্লাইডলৈ যাও.
  
 
|-
 
|-
|03: 28
+
|03:28
 
|ভিডিওটো অাৰম্ভ কৰক.
 
|ভিডিওটো অাৰম্ভ কৰক.
  
 
|-
 
|-
|03: 29
+
|03:29
|স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক.
+
|স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক.
  
 
|-
 
|-
|03: 32
+
|03:32
 
|ভিডিওটো ৰখাওক.
 
|ভিডিওটো ৰখাওক.
  
 
|-
 
|-
|03: 34
+
|03:34
 
|সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক.
 
|সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক.
  
 
|-
 
|-
|03: 37
+
|03:37
 
|যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক.
 
|যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক.
  
 
|-
 
|-
|03: 41
+
|03:41
 
|যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক.
 
|যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক.
  
 
|-
 
|-
|03: 44
+
|03:44
 
|আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক.
 
|আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক.
  
 
|-
 
|-
|03: 47
+
|03:47
 
|পুনৰাবৃত্তি কৰক.
 
|পুনৰাবৃত্তি কৰক.
  
 
|-
 
|-
|03: 49
+
|03:49
|মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম.
+
|মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম.
  
 
|-
 
|-
|03: 54
+
|03:54
|--------------- অডিও --------------
+
|অডিও --------------
 
|-
 
|-
|04: 14
+
|04:14
|ইয়াক বিৰতি কৰা যাওক.
+
|ইয়াক বিৰতি কৰা যাওক.Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো.
  
 
|-
 
|-
|04: 15
+
|04:23
|Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো.
+
 
+
|-
+
|04: 23
+
 
|P সমান 1 2 3, বন্ধ বন্ধনী.  
 
|P সমান 1 2 3, বন্ধ বন্ধনী.  
  
 
|-
 
|-
|04: 32
+
|04:32
|আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও.
+
|আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও.
  
 
|-
 
|-
|04: 35
+
|04:35
 
|কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ.
 
|কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ.
  
 
|-
 
|-
|04: 37
+
|04:37
|আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে.
+
|আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে.
  
 
|-
 
|-
|04: 40
+
|04:40
 
|এটি অত্যন্ত লেহেমীয়া.
 
|এটি অত্যন্ত লেহেমীয়া.
  
 
|-
 
|-
|04: 42
+
|04:42
|একো নাই.
+
|একো নাই.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে.
  
 
|-
 
|-
|04: 43
+
|04:48
|স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে.
+
 
+
|-
+
|04: 48
+
 
|মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম.
 
|মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম.
  
 
|-
 
|-
|04: 51
+
|04:51
|আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে.
+
|আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে.
 
+
|-
+
|04: 57
+
|আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক.
+
  
 
|-
 
|-
|05: 03
+
|04:57
| প্লে বাটনত টিপা যাওক.
+
|আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক.
  
 
|-
 
|-
|05: 09
+
|05:03
|---------- অডিও ---------------
+
| প্লে বাটনত টিপা যাওক.
  
 
|-
 
|-
|05: 31
+
|05:09
|মই ভিডিওটো ৰখাও.
+
|অডিও ---------------
  
 
|-
 
|-
|05: 32
+
|05:31
|আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে.
+
|মই ভিডিওটো ৰখাও.আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে.
  
 
|-
 
|-
|05: 36
+
|05:36
 
|এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি.
 
|এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি.
  
 
|-
 
|-
|05: 40
+
|05:40
|আকৌ এবাৰ কৈছো.
+
|আকৌ এবাৰ কৈছো.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে.
  
 
|-
 
|-
|05: 41
+
|05:45
|স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে.
+
 
+
|-
+
|05: 45
+
 
|কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে.
 
|কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে.
  
 
|-
 
|-
|05: 50
+
|05:50
| এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে.
+
| এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে.
  
 
|-
 
|-
|05: 54
+
|05:54
| পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক.
+
| পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক.
 
|-
 
|-
|06: 03
+
|06:03
|মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়.  
+
|মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়.  
 
|-
 
|-
|06: 09
+
|06:09
 
|আপোনি '' xfig '' ''ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে '' 'xfig' '' সফ্টওয়্যাৰো.
 
|আপোনি '' xfig '' ''ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে '' 'xfig' '' সফ্টওয়্যাৰো.
  
 
|-
 
|-
|06: 15
+
|06:15
|  যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে.
+
| যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে.
 
|-
 
|-
|06: 18
+
|06:18
|আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে.
+
|আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে.
  
 
|-
 
|-
|06: 23
+
|06:23
 
|Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়!  
 
|Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়!  
  
 
|-
 
|-
|06: 27
+
|06:27
|আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো .
+
|আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো .
  
 
|-
 
|-
|06: 32
+
|06:32
 
|কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়?
 
|কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়?
  
 
|-
 
|-
|06: 37
+
|06:37
|সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো?
+
|সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো?
  
 
|-
 
|-
|06: 41
+
|06:41
 
|চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও.
 
|চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও.
  
 
|-
 
|-
|06: 47
+
|06:47
|কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব.
+
|কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব.
  
 
|-
 
|-
|06: 55
+
|06:55
 
|আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম.
 
|আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম.
  
 
|-
 
|-
|07: 00
+
|07:00
|ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
+
| ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
  
 
|-
 
|-
|07: 11
+
|07:11
|মই  ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো. 
+
|মই  ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো.
  
 
|-
 
|-
|07: 15
+
|07:15
 
|এতিয়া আৰম্ভ কৰা যাওক.
 
|এতিয়া আৰম্ভ কৰা যাওক.
  
 
|-
 
|-
|07: 20
+
|07:20
 
|অডিও -----------------
 
|অডিও -----------------
  
 
|-
 
|-
|07: 40
+
|07:40
| বিৰতি কৰা যাওক.
+
| বিৰতি কৰা যাওক.ভিডিওটোৱে কয় যে ''tokens.c''' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.'
  
 
|-
 
|-
|07: 41
+
|07:46
|ভিডিওটোৱে কয় যে ''tokens.c''' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.'
+
|যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব.  
  
 
|-
 
|-
|07: 46
+
|07:50
|যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব.
+
 
+
|-
+
|07: 50
+
 
|আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়.
 
|আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়.
  
 
|-
 
|-
|07: 55
+
|07:55
 
|আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো.  
 
|আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো.  
 
|-
 
|-
|08: 06
+
|08:06
|আমি তললৈ স্ক্রল কৰো.
+
|আমি তললৈ স্ক্রল কৰো.
  
 
|-
 
|-
|08: 13
+
|08:13
|ইয়াতে এটা '''Code files''' নামৰ লিঙ্ক আছে.'
+
|ইয়াতে এটা '''Code files''' নামৰ লিঙ্ক আছে.'
  
 
|-
 
|-
|08: 16
+
|08:16
|ইয়াতে '''tokens.c''' ফাইলটো দেখা গৈছে.
+
|ইয়াতে '''tokens.c''' ফাইলটো দেখা গৈছে.
  
 
|-
 
|-
|08: 21
+
|08:21
|আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো.
+
|আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো.
  
 
|-
 
|-
|08: 24
+
|08:24
| এই লিঙ্কটো ক্লিক কৰা যাওক.
+
| এই লিঙ্কটো ক্লিক কৰা যাওক.
  
 
|-
 
|-
|08: 27
+
|08:27
|শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়.
+
|শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়.
  
 
|-
 
|-
|08: 31
+
|08:31
 
|যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো.  
 
|যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো.  
  
 
|-
 
|-
|08: 35
+
|08:35
|মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম.
+
|মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম.
  
 
|-
 
|-
|08: 38
+
|08:38
 
|বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে.
 
|বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে.
  
 
|-
 
|-
|08: 43
+
|08:43
|উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে.
+
|উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে.
  
 
|-
 
|-
|08: 48
+
|08:48
|যি কোনো ক্ষেত্ৰত,  নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব.
+
|যি কোনো ক্ষেত্ৰত, নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব.
  
 
|-
 
|-
|08: 54
+
|08:54
|ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব?
+
|ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব?
  
 
|-
 
|-
|08: 57
+
|08:57
|চিন্তা নকৰিব.
+
|চিন্তা নকৰিব.অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব.
  
 
|-
 
|-
|08: 58
+
|09:02
|অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব.
+
|মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব.
  
 
|-
 
|-
|09: 02
+
|09:09
|মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব.
+
|এইটো পিছৰ ট্যাবত আছে.
 
+
 
|-
 
|-
|09: 09
+
|09:12
|এইটো পিছৰ ট্যাবত আছে.
+
|-
+
|09: 12
+
 
|যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে,  সকলো লিঙ্কবোৰ দৃশ্যমান নহয়.
 
|যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে,  সকলো লিঙ্কবোৰ দৃশ্যমান নহয়.
  
 
|-
 
|-
|09: 16
+
|09:16
|সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও.
+
|সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও.
  
 
|-
 
|-
|09: 21
+
|09:21
 
|এইটো '''Software Training, Downloads, Create your own disk image.''' ইয়াত উপলব্ধ
 
|এইটো '''Software Training, Downloads, Create your own disk image.''' ইয়াত উপলব্ধ
  
 
|-
 
|-
|09: 33
+
|09:33
|এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে.
+
|এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে.
  
 
|-
 
|-
|09: 37
+
|09:37
 
|কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে.
 
|কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে.
  
 
|-
 
|-
|09: 41
+
|09:41
 
|যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়.
 
|যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়.
  
 
|-
 
|-
|09: 44
+
|09:44
|আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক.
+
|আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক.
  
 
|-
 
|-
|09: 47
+
|09:47
 
|স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক.
 
|স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক.
  
 
|-
 
|-
|09: 50
+
|09:50
 
|আমি পূর্বৰ ট্যাবলৈ যাও.
 
|আমি পূর্বৰ ট্যাবলৈ যাও.
  
 
|-
 
|-
|09: 56
+
|09:56
 
|আমি উপৰলৈ স্ক্রল কৰো.
 
|আমি উপৰলৈ স্ক্রল কৰো.
  
 
|-
 
|-
|09: 59
+
|09:59
 
|''Report missing component.''' নামৰ লিঙ্কটো চাওক
 
|''Report missing component.''' নামৰ লিঙ্কটো চাওক
  
 
|-
 
|-
|10: 03
+
|10:03
 
|এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক.
 
|এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক.
  
 
|-
 
|-
|10: 08
+
|10:08
|ইমানেই.
+
|ইমানেই.আমি পৰবর্তী স্লাইডলৈ যাও.
 
+
|-
+
|10: 09
+
|আমি পৰবর্তী স্লাইডলৈ যাও.
+
  
 
|-
 
|-
|10: 12
+
|10:12
|আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক.
+
|আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক.
  
 
|-
 
|-
|10: 16
+
|10:16
 
|আমি শিকিলো side-by-side পদ্ধতি কি হয়.
 
|আমি শিকিলো side-by-side পদ্ধতি কি হয়.
  
 
|-
 
|-
|10: 20
+
|10:20
|আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে.
+
|আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে.
  
 
|-
 
|-
|10: 25
+
|10:25
 
|আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে.
 
|আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে.
  
 
|-
 
|-
|10: 31
+
|10:31
|আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়.
+
|আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়.
  
 
|-
 
|-
|10: 36
+
|10:36
|আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো.
+
|আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো.
  
 
|-
 
|-
|10: 40
+
|10:40
|আপোনি স্পোকেন টিউটোৰিয়েল  মাত্ৰ  চালে সম্পুৰ্ণ উপকাৰ নাপাব.
+
|আপোনি স্পোকেন টিউটোৰিয়েল  মাত্ৰ  চালে সম্পুৰ্ণ উপকাৰ নাপাব.
  
 
|-
 
|-
|10: 45
+
|10:45
 
|এইটো খালি কর্মশালা নহয়.
 
|এইটো খালি কর্মশালা নহয়.
  
 
|-
 
|-
|10: 47
+
|10:47
|যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই.
+
|যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই.
  
 
|-
 
|-
|10: 52
+
|10:52
|এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক.
+
|এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক.
  
 
|-
 
|-
|10: 58
+
|10:58
 
|মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে.
 
|মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে.
  
 
|-
 
|-
|11: 01
+
|11:01
 
|এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক.
 
|এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক.
  
 
|-
 
|-
|11: 05
+
|11:05
|স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক.
+
|স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক.
  
 
|-
 
|-
|11: 08
+
|11:08
 
|শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে.
 
|শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে.
  
Line 588: Line 542:
 
|-
 
|-
 
|11:22
 
|11:22
|আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো।
+
|আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো।
  
 
|-
 
|-
 
|11:25
 
|11:25
|প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয়
+
|প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক
  
|-
 
|11:26
 
|অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক
 
 
|-
 
|-
 
|11:28
 
|11:28

Latest revision as of 09:24, 5 March 2017

Time Narration
00:01 side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম
00:10 আমি side-by-side পদ্ধতি শিকিম
00:14 আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে
00:20 আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে.
00:26 আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়.
00:32 আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে.
00:36 আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে.
00:41 Side-by-side পদ্ধতি এটা কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো.
00:47 আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে.
00:54 আপোনি এইটো কেনেকৈ কৰিব পাৰিব?
00:56 এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি.
01:01 শিকা মানে কি বোঝায়?
01:03 এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি?
01:08 নহয়!অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি?
01:13 অাকৌ নহয়.শিকাৰ পদ্ধতি হৈছে ...
01:16 স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা.
01:24 কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি?
01:29 উত্তৰটো হয় হ্যাঁ .
01:31 মই এইটো কলো?
01:33 কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো.
01:39 আমি এইটো কেনেকৈ কৰো?
01:41 এইটো এটা দীঘল গল্প.মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো.
01:49 স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে.
01:52 আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে.
01:58 প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি?
02:02 প্রদর্শন কৰা যাওক.
02:04 আমি http://spoken-tutorial.org লৈ যাও
02:08 আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো
02:14 মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম.
02:18 মই এই ভিডিওটো ইতিমধ্যে অবস্থিত কৰিছো.
02:21 মই ভিডিওটো সর্বাধিক( maximise) কৰো নে?
02:23 আকৌ এবাৰ, নহয়.
02:26 আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে.
02:29 মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো.
02:33 পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম.
02:43 অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো.
02:49 এই ক্ষেত্রত, Scilab খোলক.
02:51 কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো.
02:56 স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে.
03:00 সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে.
03:05 আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক (maximise) কৰা উচিত নে?
03:08 আকৌ এবাৰ নহয়.পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক.
03:15 মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে

SIDE BY SIDE পদ্ধতি.

03:20 আমি এতিয়া কি কৰিম?
03:22 আমি পৰবর্তী স্লাইডলৈ যাও.
03:28 ভিডিওটো অাৰম্ভ কৰক.
03:29 স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক.
03:32 ভিডিওটো ৰখাওক.
03:34 সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক.
03:37 যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক.
03:41 যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক.
03:44 আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক.
03:47 পুনৰাবৃত্তি কৰক.
03:49 মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম.
03:54 অডিও --------------
04:14 ইয়াক বিৰতি কৰা যাওক.Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো.
04:23 P সমান 1 2 3, বন্ধ বন্ধনী.
04:32 আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও.
04:35 কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ.
04:37 আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে.
04:40 এটি অত্যন্ত লেহেমীয়া.
04:42 একো নাই.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে.
04:48 মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম.
04:51 আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে.
04:57 আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক.
05:03 প্লে বাটনত টিপা যাওক.
05:09 অডিও ---------------
05:31 মই ভিডিওটো ৰখাও.আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে.
05:36 এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি.
05:40 আকৌ এবাৰ কৈছো.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে.
05:45 কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে.
05:50 এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে.
05:54 পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক.
06:03 মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়.
06:09 আপোনি xfig ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে 'xfig' সফ্টওয়্যাৰো.
06:15 যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে.
06:18 আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে.
06:23 Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়!
06:27 আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো .
06:32 কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়?
06:37 সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো?
06:41 চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও.
06:47 কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব.
06:55 আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম.
07:00 ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
07:11 মই ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো.
07:15 এতিয়া আৰম্ভ কৰা যাওক.
07:20 অডিও -----------------
07:40 বিৰতি কৰা যাওক.ভিডিওটোৱে কয় যে tokens.c' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.'
07:46 যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব.
07:50 আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়.
07:55 আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো.
08:06 আমি তললৈ স্ক্রল কৰো.
08:13 ইয়াতে এটা Code files নামৰ লিঙ্ক আছে.'
08:16 ইয়াতে tokens.c ফাইলটো দেখা গৈছে.
08:21 আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো.
08:24 এই লিঙ্কটো ক্লিক কৰা যাওক.
08:27 শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়.
08:31 যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো.
08:35 মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম.
08:38 বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে.
08:43 উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে.
08:48 যি কোনো ক্ষেত্ৰত, নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব.
08:54 ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব?
08:57 চিন্তা নকৰিব.অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব.
09:02 মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব.
09:09 এইটো পিছৰ ট্যাবত আছে.
09:12 যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে, সকলো লিঙ্কবোৰ দৃশ্যমান নহয়.
09:16 সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও.
09:21 এইটো Software Training, Downloads, Create your own disk image. ইয়াত উপলব্ধ
09:33 এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে.
09:37 কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে.
09:41 যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়.
09:44 আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক.
09:47 স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক.
09:50 আমি পূর্বৰ ট্যাবলৈ যাও.
09:56 আমি উপৰলৈ স্ক্রল কৰো.
09:59 Report missing component.' নামৰ লিঙ্কটো চাওক
10:03 এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক.
10:08 ইমানেই.আমি পৰবর্তী স্লাইডলৈ যাও.
10:12 আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক.
10:16 আমি শিকিলো side-by-side পদ্ধতি কি হয়.
10:20 আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে.
10:25 আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে.
10:31 আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়.
10:36 আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো.
10:40 আপোনি স্পোকেন টিউটোৰিয়েল মাত্ৰ চালে সম্পুৰ্ণ উপকাৰ নাপাব.
10:45 এইটো খালি কর্মশালা নহয়.
10:47 যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই.
10:52 এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক.
10:58 মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে.
11:01 এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক.
11:05 স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক.
11:08 শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে.
11:14 এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে
11:18 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:22 আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো।
11:25 প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক
11:28 স্পকেন টিউটোৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:34 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble