|
|
(2 intermediate revisions by the same user not shown) |
Line 1: |
Line 1: |
| | | |
− | {| style="border-spacing:0;" | + | {| border=1 |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| '''Time'''
| + | |'''Time''' |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| '''Narration '''
| + | |'''Narration''' |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:00
| + | |00:00 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| নমস্কাৰ বন্ধুগণ। | + | | নমস্কাৰ বন্ধুগণ। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:01
| + | |00:01 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| স্প্রেডশীট ভিউ অ্যাডভান্সডৰ উপৰত জীয়োজেব্রাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। | + | | স্প্রেডশীট ভিউ অ্যাডভান্সডৰ উপৰত জীয়োজেব্রাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:05
| + | |00:05 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| যদি আপোনি প্ৰথমবাৰ জীয়োজেব্রাৰ বাবে স্প্রেডশীট ব্যবহাৰ কৰিছে, তেনেহলে দয়া কৰি স্প্রেডশীট ভিউ মৌলিক(Basics) টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইট চাওক। | + | | যদি আপোনি প্ৰথমবাৰ জীয়োজেব্রাৰ বাবে স্প্রেডশীট ব্যবহাৰ কৰিছে, তেনেহলে দয়া কৰি স্প্রেডশীট ভিউ মৌলিক(Basics) টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইট চাওক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:15
| + | |00:15 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এই টিউটোৰিয়েলত আমি স্প্রেডশীট ভিউ ব্যবহাৰ কৰিম। | + | | এই টিউটোৰিয়েলত আমি স্প্রেডশীট ভিউ ব্যবহাৰ কৰিম। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:19
| + | |00:19 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এটা স্লাইডাৰ ব্যবহাৰ কৰি ফাংশন বৰাবৰ আঁকিয়া, এটা বিন্দুৰ X আৰু Y স্থানাঙ্ক নথিভুক্ত(Record) কৰাৰ বাবে। | + | | এটা স্লাইডাৰ ব্যবহাৰ কৰি ফাংশন বৰাবৰ আঁকিয়া, এটা বিন্দুৰ X আৰু Y স্থানাঙ্ক নথিভুক্ত(Record) কৰাৰ বাবে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:24
| + | |00:24 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| নম্বৰৰ নমুনা চিনাত্ত বাবে তথ্যৰ ব্যবহাৰ কৰা আৰু ফাংশন গ্রাফ সম্পর্কে ভবিষ্যবাণী কৰা। | + | | নম্বৰৰ নমুনা চিনাত্ত বাবে তথ্যৰ ব্যবহাৰ কৰা আৰু ফাংশন গ্রাফ সম্পর্কে ভবিষ্যবাণী কৰা। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:29
| + | |00:29 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| জীয়োজেব্রাৰ সৈতে কাম আৰম্ভ কৰিবলৈ, আমি নতুন লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40 ব্যবহাৰ কৰিছো। | + | | জীয়োজেব্রাৰ সৈতে কাম আৰম্ভ কৰিবলৈ, আমি নতুন লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40 ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:40
| + | |00:40 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া জীয়োজেব্রা উইন্ডোত। | + | | এতিয়া জীয়োজেব্রা উইন্ডোত। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:43
| + | |00:43 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| স্প্রেডশীট দৃশ্যমান কৰাৰ বাবে view মেনু বিকল্পত যাওক আৰু spreadsheet view বিকল্প ছেক কৰক। | + | | স্প্রেডশীট দৃশ্যমান কৰাৰ বাবে view মেনু বিকল্পত যাওক আৰু spreadsheet view বিকল্প ছেক কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 00:52
| + | |00:52 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া আমি ইয়াত xValue নামৰ এটা স্লাইডাৰ তৈয়াৰ কৰো। আমি সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰিম আৰু increment ক 1ৰে পৰিবর্তন কৰো। | + | | এতিয়া আমি ইয়াত xValue নামৰ এটা স্লাইডাৰ তৈয়াৰ কৰো। আমি সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰিম আৰু increment ক 1ৰে পৰিবর্তন কৰো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 01:07
| + | |01:07 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| xValue ক সর্বনিম্ন মানৰ ফালে স্থানান্তৰ কৰক। | + | | xValue ক সর্বনিম্ন মানৰ ফালে স্থানান্তৰ কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 01:12
| + | |01:12 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এটা বিন্দু A আঁকক। বিন্দুৰ উপৰত ৰাইট ক্লিক কৰি আৰু object properties নির্বাচন কৰি বিন্দু Aৰ স্থানাঙ্কক X স্থানাঙ্কৰ বাবে xValue আৰু Y স্থানাঙ্কৰ বাবে xValueৰ তিনি গুনলৈ পৰিবর্তন কৰক। | + | | এটা বিন্দু A আঁকক। বিন্দুৰ উপৰত ৰাইট ক্লিক কৰি আৰু object properties নির্বাচন কৰি বিন্দু Aৰ স্থানাঙ্কক X স্থানাঙ্কৰ বাবে xValue আৰু Y স্থানাঙ্কৰ বাবে xValueৰ তিনি গুনলৈ পৰিবর্তন কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 01:36
| + | |01:36 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| ইয়াত আমি ৰেখাৰ ঢাল নির্ধাৰণ কৰিছো যি এই বিন্দুৰ দ্বাৰা 3 পর্যন্ত আঁকা হব। কীবোর্ডত ট্যাব টিপক, লগতে শো ট্রেস (show trace) নির্বাচন কৰক। | + | | ইয়াত আমি ৰেখাৰ ঢাল নির্ধাৰণ কৰিছো যি এই বিন্দুৰ দ্বাৰা 3 পর্যন্ত আঁকা হব। কীবোর্ডত ট্যাব টিপক, লগতে শো ট্রেস (show trace) নির্বাচন কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 01:50
| + | |01:50 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আৰু close টিপক। স্প্রেডশীট ভিউক স্হানান্ত কৰা যাওক যাতে আমি কলম A আৰু B দেখিব পাৰো। | + | | আৰু close টিপক। স্প্রেডশীট ভিউক স্হানান্ত কৰা যাওক যাতে আমি কলম A আৰু B দেখিব পাৰো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 02:02
| + | |02:02 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া ইয়াত প্ৰথম টুল তৃতীয় বিকল্পত record to spreadsheet বিকল্প নির্বাচন কৰো। | + | | এতিয়া ইয়াত প্ৰথম টুল তৃতীয় বিকল্পত record to spreadsheet বিকল্প নির্বাচন কৰো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 02:10
| + | |02:10 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| বিন্দু A নির্বাচন কৰক। যদি এইটো অঙ্কন প্যাডৰ পৰা দৃশ্যমান নহয় দয়া কৰি এইটোক বীজগণিত ভিউ ('''Algebra View)''' পৰা নির্বাচন কৰক। আৰু তাৰপিছত স্লাইডাৰ xValue ক সর্বনিম্ন পৰা সর্বাধিক লৈ যাওক। | + | | বিন্দু A নির্বাচন কৰক। যদি এইটো অঙ্কন প্যাডৰ পৰা দৃশ্যমান নহয় দয়া কৰি এইটোক বীজগণিত ভিউ ('''Algebra View)''' পৰা নির্বাচন কৰক। আৰু তাৰপিছত স্লাইডাৰ xValue ক সর্বনিম্ন পৰা সর্বাধিক লৈ যাওক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 02:23
| + | |02:23 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| লক্ষয় কৰক যে, বিন্দু Aৰ X স্থানাঙ্কক স্প্রেডশীটৰ কলম Aত আঁকা হৈছে আৰু বিন্দু Aৰ Y স্থানাঙ্কক কলাম Bত আঁকা হৈছে। | + | | লক্ষয় কৰক যে, বিন্দু Aৰ X স্থানাঙ্কক স্প্রেডশীটৰ কলম Aত আঁকা হৈছে আৰু বিন্দু Aৰ Y স্থানাঙ্কক কলাম Bত আঁকা হৈছে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 02:34
| + | |02:34 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এবাৰ এই পাঠ প্ৰস্তুত হৈ যোৱাত আপোনি ছাত্ৰক স্প্রেডশীট ভিউত ভিসুয়েল ট্রেস বা তথ্য চাই ফাংশনৰ পূর্বাভাস কৰিবলৈ জিজ্ঞাসা কৰিব পাৰে। | + | | এবাৰ এই পাঠ প্ৰস্তুত হৈ যোৱাত আপোনি ছাত্ৰক স্প্রেডশীট ভিউত ভিসুয়েল ট্রেস বা তথ্য চাই ফাংশনৰ পূর্বাভাস কৰিবলৈ জিজ্ঞাসা কৰিব পাৰে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 02:44
| + | |02:44 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| পূর্বাভাস কৰা ফাংশনক ইনপুট বাৰত f(x) = 3 x হিসাবে ইনপুট কৰিব পাৰে। জীয়োজেব্রাত টাইম্সৰ বাবে আমি স্পেস ব্যবহাৰ কৰিব পাৰো, আৰু enter টিপক। | + | | পূর্বাভাস কৰা ফাংশনক ইনপুট বাৰত f(x) = 3 x হিসাবে ইনপুট কৰিব পাৰে। জীয়োজেব্রাত টাইম্সৰ বাবে আমি স্পেস ব্যবহাৰ কৰিব পাৰো, আৰু enter টিপক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:05
| + | |03:05 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| যদি পূর্বানুমান সঠিক হয় তেনেহলে সকলো অঙ্কিত বিন্দু ৰেখাৰ উপৰত হব যি ইনপুট আছিল বা ফাংশন যি ইনপুট আছিল। | + | | যদি পূর্বানুমান সঠিক হয় তেনেহলে সকলো অঙ্কিত বিন্দু ৰেখাৰ উপৰত হব যি ইনপুট আছিল বা ফাংশন যি ইনপুট আছিল। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:15
| + | |03:15 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| সংক্ষেপে… | + | | সংক্ষেপে… |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:18
| + | |03:18 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি এটা স্লাইডাৰ 'xValue' তৈয়াৰ কৰিছো। আমি (xValue, 3 xValue) স্থানাঙ্কৰ সৈতে এটা বিন্দু Aক তৈয়াৰ কৰিছো। | + | | আমি এটা স্লাইডাৰ 'xValue' তৈয়াৰ কৰিছো। আমি (xValue, 3 xValue) স্থানাঙ্কৰ সৈতে এটা বিন্দু Aক তৈয়াৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:27
| + | |03:27 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি 'Record to Spreadsheet' বিকল্পক বিভিন্ন xValuesৰ বাবে বিন্দু Aৰ X আৰু Y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ ব্যবহাৰ কৰিছো। | + | | আমি 'Record to Spreadsheet' বিকল্পক বিভিন্ন xValuesৰ বাবে বিন্দু Aৰ X আৰু Y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:34
| + | |03:34 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি নম্বৰ নমুনা অধ্যয়ন কৰি এটা ইনপুট ফাংশনৰ পূর্বানুমান কৰিছো। | + | | আমি নম্বৰ নমুনা অধ্যয়ন কৰি এটা ইনপুট ফাংশনৰ পূর্বানুমান কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:40
| + | |03:40 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া পাঠৰ দ্বিতীয় অংশত। প্ৰথমে বিন্দু Aৰ পৰা ট্রেস অতৰুৱাও। | + | | এতিয়া পাঠৰ দ্বিতীয় অংশত। প্ৰথমে বিন্দু Aৰ পৰা ট্রেস অতৰুৱাও। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:53
| + | |03:53 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া Y প্ৰতিচ্ছেদ(intercept) পৰামিতাৰ যোগ কৰো। | + | | এতিয়া Y প্ৰতিচ্ছেদ(intercept) পৰামিতাৰ যোগ কৰো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 03:56
| + | |03:56 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| অন্য এটা স্লাইডাৰ তৈয়াৰ কৰক আৰু ইয়াক b নাম দি , সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰি আৰু increment ক 1লৈ পৰিবর্তন কৰি, আৰু applyত টিপক। | + | | অন্য এটা স্লাইডাৰ তৈয়াৰ কৰক আৰু ইয়াক b নাম দি , সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰি আৰু increment ক 1লৈ পৰিবর্তন কৰি, আৰু applyত টিপক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 04:10
| + | |04:10 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| ইয়াৰ পিছত মুভ টুল ব্যবহাৰ কৰি আমি bৰ মান স্হানান্তৰ কৰিম, আৰু bৰ মান 2 পর্যন্তলৈ স্হানান্তৰ কৰিম, xValueক সর্বনিম্ন মানৰ ফালে পৰিবর্তন কৰক। | + | | ইয়াৰ পিছত মুভ টুল ব্যবহাৰ কৰি আমি bৰ মান স্হানান্তৰ কৰিম, আৰু bৰ মান 2 পর্যন্তলৈ স্হানান্তৰ কৰিম, xValueক সর্বনিম্ন মানৰ ফালে পৰিবর্তন কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 04:24
| + | |04:24 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| তাৰপিছত বিন্দু A-ত ৰাইট ক্লিক কৰক। object properties নির্বাচন কৰক, y স্থানাঙ্কক 3 xValue + b লৈ পৰিবর্তন কৰক, কীবোৰ্ডত ট্যাব টিপক। | + | | তাৰপিছত বিন্দু A-ত ৰাইট ক্লিক কৰক। object properties নির্বাচন কৰক, y স্থানাঙ্কক 3 xValue + b লৈ পৰিবর্তন কৰক, কীবোৰ্ডত ট্যাব টিপক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 04:40
| + | |04:40 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| show trace on ছেক কৰক। তাৰপিছত স্প্রেডশীট ভিউক স্হানান্ত কৰক যাতে আপোনি কলম C আৰু D দেখিব পাৰে। | + | | show trace on ছেক কৰক। তাৰপিছত স্প্রেডশীট ভিউক স্হানান্ত কৰক যাতে আপোনি কলম C আৰু D দেখিব পাৰে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 04:50
| + | |04:50 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আপোনাৰ কার্সাৰ কক্ষ(সেল)C1ৰ উপৰত ৰাখক, আকৌ এবাৰ record to spreadsheet বিকল্পটো ব্যবহাৰ কৰক। প্ৰথমে বিন্দু A নির্বাচন কৰক যি আপোনি ট্রেস কৰিব বিছাৰে আৰু তাৰপিছত xValueক সর্বনিম্ন পৰা সর্বোচ্চলৈ লৈ যাওক। | + | | আপোনাৰ কার্সাৰ কক্ষ(সেল)C1ৰ উপৰত ৰাখক, আকৌ এবাৰ record to spreadsheet বিকল্পটো ব্যবহাৰ কৰক। প্ৰথমে বিন্দু A নির্বাচন কৰক যি আপোনি ট্রেস কৰিব বিছাৰে আৰু তাৰপিছত xValueক সর্বনিম্ন পৰা সর্বোচ্চলৈ লৈ যাওক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:06
| + | |05:06 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আপোনি দেখিব পাৰে যে বিন্দু Aৰ x স্থানাঙ্ক স্প্রেডশীটৰ কলম C ত আৰু বিন্দু Aৰ y স্থানাঙ্ক কলাম D ত আঁকা হৈছে। | + | | আপোনি দেখিব পাৰে যে বিন্দু Aৰ x স্থানাঙ্ক স্প্রেডশীটৰ কলম C ত আৰু বিন্দু Aৰ y স্থানাঙ্ক কলাম D ত আঁকা হৈছে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:17
| + | |05:17 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এই তথ্যৰ পৰা আপোনি ছাত্ৰক জিজ্ঞাসা কৰিব পাৰে যে নমুনা সম্পর্কে বুঝক আৰু ফাংশনৰ পূর্বানুমান কৰক। | + | | এই তথ্যৰ পৰা আপোনি ছাত্ৰক জিজ্ঞাসা কৰিব পাৰে যে নমুনা সম্পর্কে বুঝক আৰু ফাংশনৰ পূর্বানুমান কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:22
| + | |05:22 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এই পদ্ধতি bৰ বিভিন্ন মানৰ বাবে পুনৰাবৃত্তি কৰক। পূর্বঅনুমানিত ফাংশনক ইনপুট বাৰত ইনপুট কৰিব পাৰে। | + | | এই পদ্ধতি bৰ বিভিন্ন মানৰ বাবে পুনৰাবৃত্তি কৰক। পূর্বঅনুমানিত ফাংশনক ইনপুট বাৰত ইনপুট কৰিব পাৰে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:29
| + | |05:29 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| যিহেতু আমাৰ উচৰত ইতিমধ্যেই f(x)আছে আমি g(x)= 3 x + b ব্যবহাৰ কৰিম, ইয়াত 'b'ৰ মান হল 2। আৰু এন্টাৰ টিপক। | + | | যিহেতু আমাৰ উচৰত ইতিমধ্যেই f(x)আছে আমি g(x)= 3 x + b ব্যবহাৰ কৰিম, ইয়াত 'b'ৰ মান হল 2। আৰু এন্টাৰ টিপক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:51
| + | |05:51 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| সংক্ষেপে, আমি b নামৰ অন্য এটা স্লাইডাৰ তৈয়াৰ কৰিছো, বিন্দু Aৰ স্থানাঙ্কক xValue আৰু y স্থানাঙ্কৰ বাবে 3 xValue + b লৈ পৰিবর্তন কৰিছো। | + | | সংক্ষেপে, আমি b নামৰ অন্য এটা স্লাইডাৰ তৈয়াৰ কৰিছো, বিন্দু Aৰ স্থানাঙ্কক xValue আৰু y স্থানাঙ্কৰ বাবে 3 xValue + b লৈ পৰিবর্তন কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:02
| + | |06:02 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'b'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। | + | | বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'b'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:11
| + | |06:11 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি এটা ইনপুট ফাংশন f(x) = 3 x + bৰ পূর্বানুমান কৰিছো। ইয়াত আমি মাত্ৰ ফাংশন g(x)ক কল কৰিছো। | + | | আমি এটা ইনপুট ফাংশন f(x) = 3 x + bৰ পূর্বানুমান কৰিছো। ইয়াত আমি মাত্ৰ ফাংশন g(x)ক কল কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:23
| + | |06:23 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এতিয়া নির্দেশিত কাম। | + | | এতিয়া নির্দেশিত কাম। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:25
| + | |06:25 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| নির্দেশিত কামত স্লাইডাৰ 'xValue' আৰু 'a'ক তৈয়াৰ কৰি দ্বিঘাতীয় ফাংশন ট্রেস কৰা নিহিত। | + | | নির্দেশিত কামত স্লাইডাৰ 'xValue' আৰু 'a'ক তৈয়াৰ কৰি দ্বিঘাতীয় ফাংশন ট্রেস কৰা নিহিত। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:33
| + | |06:33 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| x স্থানাঙ্কৰ বাবে xValue আৰু y স্থানাঙ্কৰ বাবে xValue^ 2ৰ সৈতে এটা বিন্দু A আঁকক। | + | | x স্থানাঙ্কৰ বাবে xValue আৰু y স্থানাঙ্কৰ বাবে xValue^ 2ৰ সৈতে এটা বিন্দু A আঁকক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:43
| + | |06:43 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'a'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। | + | | বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'a'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 06:51
| + | |06:51 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আৰু পূর্বানুমান কৰিবলৈ আৰু ফাংশন f(x)= a x^2ক ইনপুট কৰক। নির্দেশিত কামত অাগলৈ, আমি এটা দ্বিঘাত(quadratic ) সমীকৰণ a x^2 + bx + 3 ট্রেস কৰিম। | + | | আৰু পূর্বানুমান কৰিবলৈ আৰু ফাংশন f(x)= a x^2ক ইনপুট কৰক। নির্দেশিত কামত অাগলৈ, আমি এটা দ্বিঘাত(quadratic ) সমীকৰণ a x^2 + bx + 3 ট্রেস কৰিম। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 07:05
| + | |07:05 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি অন্য আৰেকটি স্লাইডাৰ 'b' তৈয়াৰ কৰিছো। স্থানাঙ্ক xValue, a xValue^2 + b xValue + 3তৰ সৈতে y স্থানাঙ্কতৰ বাবে এটা বিন্দু A আঁকক। | + | | আমি অন্য আৰেকটি স্লাইডাৰ 'b' তৈয়াৰ কৰিছো। স্থানাঙ্ক xValue, a xValue^2 + b xValue + 3তৰ সৈতে y স্থানাঙ্কতৰ বাবে এটা বিন্দু A আঁকক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 07:18
| + | |07:18 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| বিন্দু Aৰ বিভিন্ন 'a' আৰু 'b'ৰ মিলোৱা মানৰ (value combinations) বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। | + | | বিন্দু Aৰ বিভিন্ন 'a' আৰু 'b'ৰ মিলোৱা মানৰ (value combinations) বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 07:26
| + | |07:26 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| পূর্বানুমান কৰক আৰু ফাংশন f(x) = a x^2 + b x + 3 ক ইনপুট কৰক । | + | | পূর্বানুমান কৰক আৰু ফাংশন f(x) = a x^2 + b x + 3 ক ইনপুট কৰক । |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 07:32
| + | |07:32 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি ইতিমধ্যে এই জীয়োজেব্রা ফাইল নির্মিত কৰি ৰাখিছো। এই ক্ষেত্রত আমি trace on নির্বাচন কৰো, এইটো ইতিমধ্যে নির্বাচিত আছে। | + | | আমি ইতিমধ্যে এই জীয়োজেব্রা ফাইল নির্মিত কৰি ৰাখিছো। এই ক্ষেত্রত আমি trace on নির্বাচন কৰো, এইটো ইতিমধ্যে নির্বাচিত আছে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 07:43
| + | |07:43 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি x ৰ মানক সর্বনিম্নলৈ পৰিবর্তন কৰিম, আৰু record to spreadsheet ব্যবহাৰ কৰিম, বিন্দু A নির্বাচন কৰক আৰু xValue স্লাইডাৰক স্হানান্তৰ কৰক। | + | | আমি x ৰ মানক সর্বনিম্নলৈ পৰিবর্তন কৰিম, আৰু record to spreadsheet ব্যবহাৰ কৰিম, বিন্দু A নির্বাচন কৰক আৰু xValue স্লাইডাৰক স্হানান্তৰ কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 08:05
| + | |08:05 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| আমি পুর্বানুমানিত ফাংশন f(x) = 2 x^2 + 2 x + 3 ক ইনপুট কৰিব পাৰো যাক আমি ধ্রুবক মানৰ নিচিনা সেট কৰাৰ বাবে ব্যবহাৰ কৰিছো। | + | | আমি পুর্বানুমানিত ফাংশন f(x) = 2 x^2 + 2 x + 3 ক ইনপুট কৰিব পাৰো যাক আমি ধ্রুবক মানৰ নিচিনা সেট কৰাৰ বাবে ব্যবহাৰ কৰিছো। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 08:28
| + | |08:28 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এই অধিবৃত্ত(parabola) সৈতে ট্রেসবোৰ লক্ষ্য কৰক। | + | | এই অধিবৃত্ত(parabola) সৈতে ট্রেসবোৰ লক্ষ্য কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 08:36
| + | |08:36 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| এই ওয়েবসাইটত উপলব্ধ ভিডিওটো চাওক, এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপত বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে। | + | | এই ওয়েবসাইটত উপলব্ধ ভিডিওটো চাওক, এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপত বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 08:47
| + | |08:47 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। আৰো বিস্তাৰিত জনাৰ বাবে এই ই-মেল এড্রেসত যোগাযোগ কৰক। | + | | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। আৰো বিস্তাৰিত জনাৰ বাবে এই ই-মেল এড্রেসত যোগাযোগ কৰক। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 09:02
| + | |09:02 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে। | + | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRDৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
| | | |
| |- | | |- |
− | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 09:16
| + | |09:16 |
− | | style="border:1.5pt double #000000;padding:0.049cm;"| মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। | + | | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |
| | | |
| |} | | |} |
Time
|
Narration
|
00:00
|
নমস্কাৰ বন্ধুগণ।
|
00:01
|
স্প্রেডশীট ভিউ অ্যাডভান্সডৰ উপৰত জীয়োজেব্রাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
|
00:05
|
যদি আপোনি প্ৰথমবাৰ জীয়োজেব্রাৰ বাবে স্প্রেডশীট ব্যবহাৰ কৰিছে, তেনেহলে দয়া কৰি স্প্রেডশীট ভিউ মৌলিক(Basics) টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইট চাওক।
|
00:15
|
এই টিউটোৰিয়েলত আমি স্প্রেডশীট ভিউ ব্যবহাৰ কৰিম।
|
00:19
|
এটা স্লাইডাৰ ব্যবহাৰ কৰি ফাংশন বৰাবৰ আঁকিয়া, এটা বিন্দুৰ X আৰু Y স্থানাঙ্ক নথিভুক্ত(Record) কৰাৰ বাবে।
|
00:24
|
নম্বৰৰ নমুনা চিনাত্ত বাবে তথ্যৰ ব্যবহাৰ কৰা আৰু ফাংশন গ্রাফ সম্পর্কে ভবিষ্যবাণী কৰা।
|
00:29
|
জীয়োজেব্রাৰ সৈতে কাম আৰম্ভ কৰিবলৈ, আমি নতুন লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40 ব্যবহাৰ কৰিছো।
|
00:40
|
এতিয়া জীয়োজেব্রা উইন্ডোত।
|
00:43
|
স্প্রেডশীট দৃশ্যমান কৰাৰ বাবে view মেনু বিকল্পত যাওক আৰু spreadsheet view বিকল্প ছেক কৰক।
|
00:52
|
এতিয়া আমি ইয়াত xValue নামৰ এটা স্লাইডাৰ তৈয়াৰ কৰো। আমি সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰিম আৰু increment ক 1ৰে পৰিবর্তন কৰো।
|
01:07
|
xValue ক সর্বনিম্ন মানৰ ফালে স্থানান্তৰ কৰক।
|
01:12
|
এটা বিন্দু A আঁকক। বিন্দুৰ উপৰত ৰাইট ক্লিক কৰি আৰু object properties নির্বাচন কৰি বিন্দু Aৰ স্থানাঙ্কক X স্থানাঙ্কৰ বাবে xValue আৰু Y স্থানাঙ্কৰ বাবে xValueৰ তিনি গুনলৈ পৰিবর্তন কৰক।
|
01:36
|
ইয়াত আমি ৰেখাৰ ঢাল নির্ধাৰণ কৰিছো যি এই বিন্দুৰ দ্বাৰা 3 পর্যন্ত আঁকা হব। কীবোর্ডত ট্যাব টিপক, লগতে শো ট্রেস (show trace) নির্বাচন কৰক।
|
01:50
|
আৰু close টিপক। স্প্রেডশীট ভিউক স্হানান্ত কৰা যাওক যাতে আমি কলম A আৰু B দেখিব পাৰো।
|
02:02
|
এতিয়া ইয়াত প্ৰথম টুল তৃতীয় বিকল্পত record to spreadsheet বিকল্প নির্বাচন কৰো।
|
02:10
|
বিন্দু A নির্বাচন কৰক। যদি এইটো অঙ্কন প্যাডৰ পৰা দৃশ্যমান নহয় দয়া কৰি এইটোক বীজগণিত ভিউ (Algebra View) পৰা নির্বাচন কৰক। আৰু তাৰপিছত স্লাইডাৰ xValue ক সর্বনিম্ন পৰা সর্বাধিক লৈ যাওক।
|
02:23
|
লক্ষয় কৰক যে, বিন্দু Aৰ X স্থানাঙ্কক স্প্রেডশীটৰ কলম Aত আঁকা হৈছে আৰু বিন্দু Aৰ Y স্থানাঙ্কক কলাম Bত আঁকা হৈছে।
|
02:34
|
এবাৰ এই পাঠ প্ৰস্তুত হৈ যোৱাত আপোনি ছাত্ৰক স্প্রেডশীট ভিউত ভিসুয়েল ট্রেস বা তথ্য চাই ফাংশনৰ পূর্বাভাস কৰিবলৈ জিজ্ঞাসা কৰিব পাৰে।
|
02:44
|
পূর্বাভাস কৰা ফাংশনক ইনপুট বাৰত f(x) = 3 x হিসাবে ইনপুট কৰিব পাৰে। জীয়োজেব্রাত টাইম্সৰ বাবে আমি স্পেস ব্যবহাৰ কৰিব পাৰো, আৰু enter টিপক।
|
03:05
|
যদি পূর্বানুমান সঠিক হয় তেনেহলে সকলো অঙ্কিত বিন্দু ৰেখাৰ উপৰত হব যি ইনপুট আছিল বা ফাংশন যি ইনপুট আছিল।
|
03:15
|
সংক্ষেপে…
|
03:18
|
আমি এটা স্লাইডাৰ 'xValue' তৈয়াৰ কৰিছো। আমি (xValue, 3 xValue) স্থানাঙ্কৰ সৈতে এটা বিন্দু Aক তৈয়াৰ কৰিছো।
|
03:27
|
আমি 'Record to Spreadsheet' বিকল্পক বিভিন্ন xValuesৰ বাবে বিন্দু Aৰ X আৰু Y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ ব্যবহাৰ কৰিছো।
|
03:34
|
আমি নম্বৰ নমুনা অধ্যয়ন কৰি এটা ইনপুট ফাংশনৰ পূর্বানুমান কৰিছো।
|
03:40
|
এতিয়া পাঠৰ দ্বিতীয় অংশত। প্ৰথমে বিন্দু Aৰ পৰা ট্রেস অতৰুৱাও।
|
03:53
|
এতিয়া Y প্ৰতিচ্ছেদ(intercept) পৰামিতাৰ যোগ কৰো।
|
03:56
|
অন্য এটা স্লাইডাৰ তৈয়াৰ কৰক আৰু ইয়াক b নাম দি , সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰি আৰু increment ক 1লৈ পৰিবর্তন কৰি, আৰু applyত টিপক।
|
04:10
|
ইয়াৰ পিছত মুভ টুল ব্যবহাৰ কৰি আমি bৰ মান স্হানান্তৰ কৰিম, আৰু bৰ মান 2 পর্যন্তলৈ স্হানান্তৰ কৰিম, xValueক সর্বনিম্ন মানৰ ফালে পৰিবর্তন কৰক।
|
04:24
|
তাৰপিছত বিন্দু A-ত ৰাইট ক্লিক কৰক। object properties নির্বাচন কৰক, y স্থানাঙ্কক 3 xValue + b লৈ পৰিবর্তন কৰক, কীবোৰ্ডত ট্যাব টিপক।
|
04:40
|
show trace on ছেক কৰক। তাৰপিছত স্প্রেডশীট ভিউক স্হানান্ত কৰক যাতে আপোনি কলম C আৰু D দেখিব পাৰে।
|
04:50
|
আপোনাৰ কার্সাৰ কক্ষ(সেল)C1ৰ উপৰত ৰাখক, আকৌ এবাৰ record to spreadsheet বিকল্পটো ব্যবহাৰ কৰক। প্ৰথমে বিন্দু A নির্বাচন কৰক যি আপোনি ট্রেস কৰিব বিছাৰে আৰু তাৰপিছত xValueক সর্বনিম্ন পৰা সর্বোচ্চলৈ লৈ যাওক।
|
05:06
|
আপোনি দেখিব পাৰে যে বিন্দু Aৰ x স্থানাঙ্ক স্প্রেডশীটৰ কলম C ত আৰু বিন্দু Aৰ y স্থানাঙ্ক কলাম D ত আঁকা হৈছে।
|
05:17
|
এই তথ্যৰ পৰা আপোনি ছাত্ৰক জিজ্ঞাসা কৰিব পাৰে যে নমুনা সম্পর্কে বুঝক আৰু ফাংশনৰ পূর্বানুমান কৰক।
|
05:22
|
এই পদ্ধতি bৰ বিভিন্ন মানৰ বাবে পুনৰাবৃত্তি কৰক। পূর্বঅনুমানিত ফাংশনক ইনপুট বাৰত ইনপুট কৰিব পাৰে।
|
05:29
|
যিহেতু আমাৰ উচৰত ইতিমধ্যেই f(x)আছে আমি g(x)= 3 x + b ব্যবহাৰ কৰিম, ইয়াত 'b'ৰ মান হল 2। আৰু এন্টাৰ টিপক।
|
05:51
|
সংক্ষেপে, আমি b নামৰ অন্য এটা স্লাইডাৰ তৈয়াৰ কৰিছো, বিন্দু Aৰ স্থানাঙ্কক xValue আৰু y স্থানাঙ্কৰ বাবে 3 xValue + b লৈ পৰিবর্তন কৰিছো।
|
06:02
|
বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'b'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
|
06:11
|
আমি এটা ইনপুট ফাংশন f(x) = 3 x + bৰ পূর্বানুমান কৰিছো। ইয়াত আমি মাত্ৰ ফাংশন g(x)ক কল কৰিছো।
|
06:23
|
এতিয়া নির্দেশিত কাম।
|
06:25
|
নির্দেশিত কামত স্লাইডাৰ 'xValue' আৰু 'a'ক তৈয়াৰ কৰি দ্বিঘাতীয় ফাংশন ট্রেস কৰা নিহিত।
|
06:33
|
x স্থানাঙ্কৰ বাবে xValue আৰু y স্থানাঙ্কৰ বাবে xValue^ 2ৰ সৈতে এটা বিন্দু A আঁকক।
|
06:43
|
বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'a'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
|
06:51
|
আৰু পূর্বানুমান কৰিবলৈ আৰু ফাংশন f(x)= a x^2ক ইনপুট কৰক। নির্দেশিত কামত অাগলৈ, আমি এটা দ্বিঘাত(quadratic ) সমীকৰণ a x^2 + bx + 3 ট্রেস কৰিম।
|
07:05
|
আমি অন্য আৰেকটি স্লাইডাৰ 'b' তৈয়াৰ কৰিছো। স্থানাঙ্ক xValue, a xValue^2 + b xValue + 3তৰ সৈতে y স্থানাঙ্কতৰ বাবে এটা বিন্দু A আঁকক।
|
07:18
|
বিন্দু Aৰ বিভিন্ন 'a' আৰু 'b'ৰ মিলোৱা মানৰ (value combinations) বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
|
07:26
|
পূর্বানুমান কৰক আৰু ফাংশন f(x) = a x^2 + b x + 3 ক ইনপুট কৰক ।
|
07:32
|
আমি ইতিমধ্যে এই জীয়োজেব্রা ফাইল নির্মিত কৰি ৰাখিছো। এই ক্ষেত্রত আমি trace on নির্বাচন কৰো, এইটো ইতিমধ্যে নির্বাচিত আছে।
|
07:43
|
আমি x ৰ মানক সর্বনিম্নলৈ পৰিবর্তন কৰিম, আৰু record to spreadsheet ব্যবহাৰ কৰিম, বিন্দু A নির্বাচন কৰক আৰু xValue স্লাইডাৰক স্হানান্তৰ কৰক।
|
08:05
|
আমি পুর্বানুমানিত ফাংশন f(x) = 2 x^2 + 2 x + 3 ক ইনপুট কৰিব পাৰো যাক আমি ধ্রুবক মানৰ নিচিনা সেট কৰাৰ বাবে ব্যবহাৰ কৰিছো।
|
08:28
|
এই অধিবৃত্ত(parabola) সৈতে ট্রেসবোৰ লক্ষ্য কৰক।
|
08:36
|
এই ওয়েবসাইটত উপলব্ধ ভিডিওটো চাওক, এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপত বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে।
|
08:47
|
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। আৰো বিস্তাৰিত জনাৰ বাবে এই ই-মেল এড্রেসত যোগাযোগ কৰক।
|
09:02
|
স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRDৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
|
09:16
|
এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।
|