Difference between revisions of "BASH/C3/More-on-Redirection/Assamese"
From Script | Spoken-Tutorial
(2 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| Border=1 | {| Border=1 | ||
− | |''' | + | |'''Time''' |
|'''Narration''' | |'''Narration''' | ||
Line 21: | Line 21: | ||
|- | |- | ||
| 00:19 | | 00:19 | ||
− | |এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ ('''Shell Scripting''' in''' BASH''') জ্ঞান থাকিব লাগিব | + | | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ ('''Shell Scripting''' in''' BASH''') জ্ঞান থাকিব লাগিব |
|- | |- | ||
Line 41: | Line 41: | ||
|- | |- | ||
| 00:46 | | 00:46 | ||
− | |এটা | + | |এটা আগতিয়া টিউট’ৰিয়েলত, আমি '''standard output(ষ্টেনদাৰ্দ আউতপুত)''' আৰু '''standard errors(ষ্টেনদাৰ্দ এৰ’ৰচ)'''ৰ বিষয়ে শিকিছিলো |
|- | |- | ||
Line 77: | Line 77: | ||
|- | |- | ||
| 01:36 | | 01:36 | ||
− | | '''ls''' য়ে '''/usr''' আৰু '''/user''' নামৰ দাইৰেক্তৰি দুটাৰ দাইৰেক্তৰি | + | | '''ls''' য়ে '''/usr''' আৰু '''/user''' নামৰ দাইৰেক্তৰি দুটাৰ দাইৰেক্তৰি বিষয়বস্তু সমূহ তালিকাভূক্ত কৰে |
|- | |- | ||
Line 101: | Line 101: | ||
|- | |- | ||
|02:07 | |02:07 | ||
− | |আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে ''' | + | |আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে '''CTRL+ALT+T''' কীচ টিপি টাৰ্মিনেলটো (terminal) খোলক |
|- | |- | ||
Line 133: | Line 133: | ||
|- | |- | ||
|02:48 | |02:48 | ||
− | |'''/user''' দাইৰেক্তৰিটোৰ বাবে ভুলটো এই ফাইলটোত ৰেকৰ্ড হয় | + | |'''/user(ইউজাৰ)''' দাইৰেক্তৰিটোৰ বাবে ভুলটো এই ফাইলটোত ৰেকৰ্ড হয় |
|- | |- | ||
|02:51 | |02:51 | ||
− | |ই কয় যে ''''/user'''' দাইৰেক্তৰি পোৱা নগ’ল | + | |ই কয় যে ''''/user(ইউজাৰ)'''' দাইৰেক্তৰি পোৱা নগ’ল |
|- | |- | ||
Line 197: | Line 197: | ||
|- | |- | ||
| 04:16 | | 04:16 | ||
− | | আউতপুত আৰু এৰ’ৰ বাৰ্তা দুয়োটাকে প্ৰত্যাখ্যান কৰিব বিচাৰো | + | |মই আউতপুত আৰু এৰ’ৰ বাৰ্তা দুয়োটাকে প্ৰত্যাখ্যান কৰিব বিচাৰো |
|- | |- | ||
Line 237: | Line 237: | ||
|- | |- | ||
|05:15 | |05:15 | ||
− | | | + | |আমি '''standard output(ষ্টেনদাৰ্দ আউতপুত)''' বা '''error(এৰ’ৰ)'''ক এটা ফাইলত ধৰি ৰখাৰ লগতে সংযুক্ত কৰিব পাৰো |
|- | |- | ||
Line 285: | Line 285: | ||
|- | |- | ||
|06:39 | |06:39 | ||
− | |ছেভত ('''Save''') টিপক | + | |ছেভত ('''Save''') টিপক, টাৰ্মিনেলটোলৈ যাওঁক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 373: | Line 369: | ||
|- | |- | ||
|08:37 | |08:37 | ||
− | |মই | + | |মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |
|} | |} |
Latest revision as of 12:06, 24 March 2017
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, ম’ৰ অন ৰিদাইৰেকচন (More on redirection)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত, আমি শিকিম standard error(ষ্টেনদাৰ্দ এৰ’ৰ) আৰু output(আউতপুত) দুয়োটাৰে Redirection(ৰিদাইৰেকচন) |
00:13 | redirected(ৰিদাইৰেক্তেদ) output(আউতপুত)ৰ সংযোজন (Appending) |
00:15 | কিছু উদাহৰণৰ সহায়ত |
00:19 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
00:25 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org |
00:30 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System) |
00:35 | GNU BASH(বেচ) তাঙৰণ 4.2 |
00:39 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:46 | এটা আগতিয়া টিউট’ৰিয়েলত, আমি standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু standard errors(ষ্টেনদাৰ্দ এৰ’ৰচ)ৰ বিষয়ে শিকিছিলো |
00:52 | stderr আৰু stdout দুয়োটা একেটা ফাইললৈ ৰিদাইৰেক্ত কৰিব পাৰি |
00:58 | এইটো বিভিন্ন ধৰণে কৰিব পাৰি |
01:01 | আমি এই টিউট’ৰিয়েলটোত ৰিদাইৰেকচনৰ দুটা অতি দৰকাৰী পদ্ধতি সামৰিম |
01:08 | standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু error(এৰ’ৰ) দুয়োটাকে ৰিদাইৰেক্ত কৰিবলৈ প্ৰথম পদ্ধতিটো হৈছে &>(এম্পাৰচেন্দ)ৰ লগত গ্ৰেটাৰ-দেন চিহ্ন ব্যৱ্হাৰ কৰি |
01:18 | গাঠণিটো হৈছে Command(কমান্ড) space(স্পেছ) ampersand(এম্পাৰচেন্দ) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) filename(ফাইলনেম) |
01:25 | মই redirect(ৰিদাইৰেক্ত).sh নামৰ ফাইল এটা খুলিম |
01:30 | মই এই ফাইলটোত কিছু ক’ড লিখি থৈছো |
01:32 | এইটো হৈছে চিবেং শাৰী (shebang line) |
01:36 | ls য়ে /usr আৰু /user নামৰ দাইৰেক্তৰি দুটাৰ দাইৰেক্তৰি বিষয়বস্তু সমূহ তালিকাভূক্ত কৰে |
01:44 | মন কৰিব যে /user দাইৰেক্তৰিটো উপলদ্ধ নহয় |
01:48 | গতিকে ls কমান্ডটোৱে এটা ভুল দিব |
01:52 | &(এম্পাৰচেন্দ)ৰ লগত গ্ৰেটাৰ দেন (greater than )এ out(আউত)_(আন্দাৰস্ক’ৰ)file(ফাইল).txtলৈ stdout আৰু stderr ৰিদাইৰেক্ত কৰিব |
02:03 | এতিয়া ফাইলটো ছেভ কৰক |
02:05 | আহক আমি redirect(ৰিদাইৰেক্ত).sh ফাইলটো ৰান কৰো |
02:07 | আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে CTRL+ALT+T কীচ টিপি টাৰ্মিনেলটো (terminal) খোলক |
02:15 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) redirect(ৰিদাইৰেক্ত) dot(দত) sh |
02:23 | এন্টাৰ (Enter) টিপক |
02:25 | লিখক dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত) dot(দত) sh |
02:28 | এন্টাৰ (Enter) টিপক |
02:30 | আমি out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt টো খুলি আউতপুতটো চাব পাৰিম |
02:36 | লিখক cat(কেত) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt |
02:42 | আমি error(এৰ’ৰ) আৰু output(আউতপুত) দুয়োটা চাব পাৰো |
02:48 | /user(ইউজাৰ) দাইৰেক্তৰিটোৰ বাবে ভুলটো এই ফাইলটোত ৰেকৰ্ড হয় |
02:51 | ই কয় যে '/user(ইউজাৰ)' দাইৰেক্তৰি পোৱা নগ’ল |
02:56 | /usrৰ বাবে দাইৰেক্তৰি বিষয়বস্তুটো দৰ্শিত হৈছে |
03:00 | অনুগ্ৰহ কৰি মন কৰিব যে /usr দাইৰেক্তৰিৰ বাবে বিষয়বস্তুটো আপোনাৰ চিষ্টেমত পৃথক হ’ব পাৰে |
03:06 | এতিয়া আহক এই ফাইলটো নাইকীয়া কৰো । গতিকে, টাৰ্মিনেলত লিখক rm space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt |
03:15 | আন এটা পদ্ধতি হৈছে ফাইলনেমৰ পাছত 2 greater than(গ্ৰেটাৰ দেন) ampersand(এম্পাৰচেন্দ) 1 ব্যৱ্হাৰ কৰাতো |
03:24 | গাঠণিটো হৈছে command(কমান্ড) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) filename(ফাইলনেম) space(স্পেছ) 2 greater than(গ্ৰেটাৰ দেন) ampersand(এম্পাৰচেন্দ) 1 |
03:33 | আমি লগতে শ্লাচ দেভ শ্লাচ নাল (/dev/null) ফাইললৈও ৰিদাইৰেক্ত কৰিব পাৰো |
03:39 | আহক আমি শ্লাচ দেভ শ্লাচ নাল (/dev/null) ফাইলৰ বিষয়ে কিছু অধিক শিকো |
03:45 | এইটো এটা বিশেষ ধৰণৰ ফাইল |
03:48 | এইটো এটা নাল ফাইল (null file) বা এটা স্থান য’ত আমি যিকোনো বস্তু দাম্প (dump) কৰিব পাৰো |
03:52 | ই আউতপুতটো আৰু ভুল বাৰ্তাসমূহ সামৰে |
03:57 | ইয়াক লগতে bit bucket(বিত বাকেত) বুলিও কয় |
04:00 | এতিয়া আহক আমাৰ geditৰ ক’ডলৈ যাওঁ |
04:04 | আহক আমি standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু error(এৰ’ৰ) দুয়োটাকে নাল ফাইলটোলৈ ৰিদাইৰেক্ত কৰো |
04:11 | মই এইশাৰী ক’ড ক’পি কৰিম আৰু ইয়াৰ ইয়াৰ তলত পেষ্ট কৰিম |
04:16 | মই আউতপুত আৰু এৰ’ৰ বাৰ্তা দুয়োটাকে প্ৰত্যাখ্যান কৰিব বিচাৰো |
04:21 | গতিকে মই ক’পি কৰা ক’ডটোৰ এই অংশটো সলাম । > (গ্ৰেটাৰ দেন) য়ে বুজায় truncate(ট্ৰানকেত) বা write(ৰাইট) |
04:30 | slash dev slash null(শ্লাচ দেভ শ্লাচ নাল) টো হৈছে নাল ফাইল 2>&1 (2 গ্ৰেটাৰ দেন এম্পাৰচেন্দ 1) |
04:37 | সংখ্যা “2” য়ে standard error(ষ্টেনদাৰ্দ এৰ’ৰ) ক standard output(ষ্টেনদাৰ্দ আউতপুত)লৈ ৰিদাইৰেক্ত কৰিব, সংখ্যা “1”ৰে প্ৰকাশিত হ’ব |
04:45 | এতিয়া ছেভত (Save) টিপক । ক’ডটো ছেভ কৰক |
04:48 | আহক আমি redirect(ৰিদাইৰেক্ত).sh ফাইলটো ৰান কৰো |
04:52 | টাৰ্মিনেলটোলৈ যাওঁক |
04:54 | আপ এৰ’ কীৰ সৈতে পূৰ্বৰ কমান্ডটো পুনৰ মাতক । dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত).sh আৰু এন্টাৰ টিপক |
05:03 | আমি cat(কেত) out(আউত)_(আন্দাৰস্ক’ৰ)file(ফাইল).(দত)txt লিখি আউতপুতটো চাব পাৰো |
05:11 | আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহক |
05:15 | আমি standard output(ষ্টেনদাৰ্দ আউতপুত) বা error(এৰ’ৰ)ক এটা ফাইলত ধৰি ৰখাৰ লগতে সংযুক্ত কৰিব পাৰো |
05:21 | আউতপুতটো বা এৰ’ৰটো ফাইলটোৰ শেষত সংযুক্ত হ’ব |
05:26 | যদি ফাইলটো উপলদ্ধ নহয়, ই এটা নতুন ফাইল নিৰ্মাণ কৰিব |
05:31 | গাঠণিটো হৈছে command(কমান্ড) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) লগত filename(ফাইলনেম) |
05:41 | আহক আমি এইটো এটা উদাহৰণ ব্যৱ্হাৰ কৰি বুজো |
05:45 | মই redirect(ৰিদাইৰেক্ত).(দত)sh ফাইলটো খুলিম |
05:49 | এতিয়া, আহক ইয়াত লিখক date(দেত) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt |
06:00 | 'date(দেত)' কমান্ডটোৱে মাত্ৰ system date(চিষ্টেম দেত) টো আউতপুত হিচাবে দৰ্শিত কৰিব |
06:06 | আমি এই কমান্ডটো টাৰ্মিনেলত 'date(দেত)' লিখি পৰীক্ষা কৰিব পাৰো |
06:11 | টাৰ্মিনেলটোলৈ ঘূৰি আহক । লিখক date(দেত) আপুনি current date(কাৰেন্ট দেত) বুলি দৰ্শিত হোৱা system date(চিষ্টেম দেত) টো চাব পাৰে |
06:23 | date command(দেত কমান্ড)ৰ আউতপুতটো out(আউত)_ (আন্দাৰস্ক’ৰ)file(ফাইল).(দত)txt ফাইললৈ সংযুক্ত হ’ব |
06:31 | আমি এই ফাইলটো standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু ls কমান্ডৰ ভুল ধৰি ৰাখিবলৈ ব্যৱ্হাৰ কৰো |
06:39 | ছেভত (Save) টিপক, টাৰ্মিনেলটোলৈ যাওঁক |
06:43 | এতিয়া আপ এৰ’ কী টিপক । পূৰ্বৰ dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত) dot(দত) sh কমান্ডটো পুনৰ মাতক |
06:50 | আৰু এন্টাৰ (Enter) টিপক |
06:52 | আহক আমি out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txtটো খুলি আউতপুতটো পৰীক্ষা কৰো |
06:59 | লিখক cat(কেত) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt |
07:05 | পৰ্যবেক্ষণ কৰক যে 'date(দেত)' কমান্ডৰ আউতপুতটো ফাইলটোৰ শেষত সংযুক্ত হৈছে |
07:12 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07:15 | আহক আমি মূলভাৱ চাওঁ |
07:17 | এই টিউটৰিয়েলত আমি শিকিলো |
07:19 | standard error(ষ্টেনদাৰ্দ এৰ’ৰ) আৰু output(আউতপুত) দুয়োটাৰে Redirection(ৰিদাইৰেকচন) আৰু redirected(ৰিদাইৰেক্তেদ) output(আউতপুত)টোৰ সংযোজন (Appending) কৰিবলৈ |
07:27 | এটা অনুশিলনী হিচাবে, |
07:29 | কিছু বিষয়বস্তুৰ সৈতে X_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt ফাইল নিৰ্মাণ কৰক |
07:34 | out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt আৰু X_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt দুয়োটাৰে বিষয়বস্তু সমূহ এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক |
07:44 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07:47 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07:51 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
07:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
08:06 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
08:13 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
08:17 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org/NMEICT-Intro |
08:30 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
08:37 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |