Difference between revisions of "BASH/C2/Case-statement/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 |'''Time''' | '''Narration''' |- | 00:01 |মৰমৰ বন্ধুসকল, কেচ ষ্টেটমেন্ত ইন বেচৰ ('''Case statement...") |
|||
Line 202: | Line 202: | ||
|- | |- | ||
| 05:27 | | 05:27 | ||
− | |ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | + | |ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি. আহক আমি মূলভাৱ চাওঁ |
|- | |- |
Latest revision as of 13:22, 24 April 2015
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, কেচ ষ্টেটমেন্ত ইন বেচৰ (Case statement in Bash) স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত, আমি কেচ ষ্টেটমেন্তৰ (case statement) গুৰুত্ব আৰু কেচ ষ্টেটমেন্তৰ (case statement) গাঠণি এটা উদাহৰণৰ সৈতে শিকিম |
00:17 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচিকচ অফ চেল স্ক্ৰিপতিঙৰ (Basics of Shell Scripting) জ্ঞান থাকিব লাগিব |
00:23 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক |
00:29 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু GNU BASH(বেচ) তাঙৰণ 4.1.10 |
00:39 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে |
00:47 | বেচ চেলটোত (Bash shell) কন্ডিচনেল ষ্টেটমেন্তৰ (conditional statement) দুই ধৰণৰ গঠন আছে । ইফ ষ্টেটমেন্ত (if statement) আৰু কেচ ষ্টেটমেন্ত (case statement) |
00:56 | কেচ ষ্টেটমেন্তটো (case statement) ইফ-এলচ ষ্টেটমেন্তৰ (if-else statement) ঠাইত পৰিৱৰ্তনশীল ভাৱে (alternately) ব্যৱ্হাৰ কৰিব পাৰি |
01:03 | কেচ ষ্টেটমেন্তটো (case statement) উপস্থাপন কৰা হয় যেতিয়া বহুতো বস্তু নিৰ্বাচিত কৰিবলগা হয় |
01:09 | ইয়াক সচৰাচৰ স্ক্ৰিপ্ত এটাত মেনুচ (menus) সম্পাদন (implement) কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
01:14 | আহক আমি গাঠণিটো চাওঁ |
01:15 | case(কেচ) space(স্পেছ) $(ডলাৰ)VARIABLE(ভেৰিয়েবল) space(স্পেছ) in(ইন) match_1 সামৰণি সৰু বন্ধনী space(স্পেছ) commands(কমান্ডচ) আৰু চেমিকলন (semicolon) দুবাৰ |
01:27 | match_n সামৰণি সৰু বন্ধনী space(স্পেছ) commands(কমান্ডচ) আৰু চেমিকলন (semicolon) দুবাৰ asterisk(এচতেৰিক্স) সামৰণি সৰু বন্ধনী space(স্পেছ) command_to_execute_by_default(কমান্ড তু এক্সিকিউত বাই দিফল্ট) আৰু চেমিকলন (semicolon) দুবাৰ esac |
01:45 | VARIABLE(ভেৰিয়েবল) টো match_1 ৰ সৈতে তুলনা হৈছে |
01:48 | যদি এইটো সদৃশ নহয়, ই পাছৰ কেচটোলৈ গতি কৰিব যি হৈছে match_n |
01:54 | ই পৰীক্ষা কৰিব যে এই ষ্ট্ৰিং সমূহৰ যিকোনো এটা VARIABLE(ভেৰিয়েবল)ৰ সদৃশ হয়নে |
02:01 | যদি হয়, তেন্তে দ্বৈত চেমিকলনটো (double semicolon (;;)) নোপোৱালৈকে সকলো কমান্ডচ কাৰ্যকৰী হয় |
02:07 | যদি VARIABLE (ভেৰিয়েবল)ৰ সদৃশ নহয়, এষ্টেৰিক্স(asterisk )ৰ সৈতে সংযুক্ত হৈ থকা কমান্ড সমূহ কাৰ্যকৰী হয় |
02:14 | এইটো হৈছে দিফল্ট কেচ(default case ) চৰ্ত কাৰণ এষ্টেৰিক্স(asterisk )টো সকলো ষ্ট্ৰিংচ(strings)ৰ সদৃশ হ’ব |
02:21 | esac য়ে কেচ ব্লকৰ (case block) শেষক দৰ্শায় |
02:26 | আহক আমি কেচ ষ্টেতমেন্ত(case statement ) এটা উদাহৰণৰ সৈতে বুজো |
02:32 | মই প্ৰোগ্ৰামটো আগতিয়াকৈ লিখি থৈছো । গতিকে,মই case.sh ফাইলটো খুলিম |
02:38 | প্ৰোগ্ৰামটোৱে এটা সাৱধানী বাৰ্তা ছপা কৰিব যেতিয়া দিস্ক স্পেছ(disk space )টো এটা নিৰ্দিষ্ট সীমা পাব |
02:45 | এইটো হৈছে চিবেং শাৰী (shebang line) |
02:47 | বেচৰ অৱস্থানটো বিভিন্ন লিনাক্স ফ্লেভাৰ(flavour) যেনে CentOS, RedHat(ৰেদ হেট) ইত্যাদিত বেলেগ হয় |
02:55 | পূৰ্বতে ব্যৱহৃত /bin/bash এ পোনপতিয়াকৈ বাইনেৰী ফাইল( binary file)টোলৈ নিৰ্দেশিত কৰে |
03:01 | env ইয়াত ব্যৱহৃত হয়, বেচটো য’ত থাকে তাৰ সঠিক অৱস্থান নিষ্কাশিত কৰে |
03:07 | এই চিবেং শাৰীটোৱে যিকোনো GNU/Linux(লিনাক্স) চিষ্টেমত স্ক্ৰিপ্তটোৰ বহনযোগ্যতা উন্নত কৰে |
03:16 | df -(হাইফেন)h এ মানুহে পঢ়িব পৰা গঠণত দিস্ক স্পেছ(disk space)ৰ ব্যৱহাৰ দৰ্শিত কৰে |
03:22 | আউতপুতটো sort(ছৰ্ট) -rk5 লৈ পাইপদ(piped) হয়, যি পঞ্চম ক’লমটো বিপৰীত ক্ৰমত সজায় |
03:31 | তাৰপাছত আউত্পুতটো awk 'FNR == 2 {print(প্ৰিন্ট) $5}' লৈ পাৰ হয় |
03:38 | যি দ্বিতীয় শাৰীৰ পঞ্চম স্থানটো নিষ্কাশিত কৰে |
03:43 | অৱশেষত, % চিহ্ন(sign)টো উলিয়াই আনিবলৈ আউত্পুতটো cut(কাত) -(হাইফেন)d “% -(হাইফেন)f1” লৈ পাৰ হয় |
03:55 | এইটো হৈছে কেচ ষ্টেটমেন্তৰ (case statement) প্ৰথম শাৰী |
03:59 | ইয়াত, আমি 0 আৰু 69ৰ মাজৰ স্পেছটো (space) তুলনা কৰো |
04:04 | যদি সদৃশ পোৱা যায়, ই ছপা কৰে "Everything is OK” |
04:08 | পাছত, ই 70 আৰু 89 বা 91 ৰপৰা 98ৰ মাজৰ স্পেছটো (space) তুলনা কৰে; |
04:17 | যদি সদৃশ পোৱা যায়, ই ছপা কৰে “Clean out. There's a partition that is $(dollar)space % full” |
04:27 | ইয়াত, ই 99ৰ সৈতে স্পেছটো (space) তুলনা কৰে |
04:30 | যদি সদৃশ পোৱা যায়, ই ছপা কৰে “Hurry. There's a partition at $(Dollar) space %!” |
04:39 | এইটো হৈছে দিফল্ট কেচ(default case ) চৰ্ত কাৰণ এষ্টেৰিক্স(asterisk )টো সকলো ষ্ট্ৰিংচ(strings)ৰ সদৃশ হ’ব |
04:45 | আৰু এইটো হৈছে কেচ ষ্টেতমেন্ত(case statement)ৰ শেষ |
04:48 | এতিয়া ফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওঁক |
04:52 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) case(কেচ) দত(dot) sh |
04:57 | লিখক দত(dot) শ্লাচ(slash) case(কেচ) দত(dot) sh |
05:02 | Everything is OK মন কৰিব যে আপোনাৰ চিষ্টেমৰ দিস্কস্পেছৰ ওপৰত নিৰ্ভৰ কৰি আউতপুতটো পৰিৱৰ্তন হ’ব |
05:10 | মোৰ মেচিনত, যিহেতু সদৃশটো 0 আৰু 69ৰ মাজত পোৱা গৈছে, ই ছপা কৰে Everything is OK |
05:18 | আপোনাৰ মেচিনত ছপা হোৱা বাৰ্তাটো পৰীক্ষা কৰক |
05:20 | আপুনি কোনটো কেচ ষ্টেতমেন্ত(case statement) কাৰ্যকৰী হ’ল বুজিবলৈ সক্ষম হ’ব |
05:27 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি. আহক আমি মূলভাৱ চাওঁ |
05:31 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, কেচ ষ্টেটমেন্তৰ (case statement) গুৰুত্ব, কেচ ষ্টেটমেন্তৰ (case statement) গাঠণি, দিস্কস্পেছ উদাহৰণটোৰ সৈতে |
05:41 | এটা অনুশিলনী হিচাবে |
05:42 | গাণিতিক গণনাৰ বাবে এটা মেনু দ্ৰিভেন (menu driven) প্ৰোগ্ৰাম লিখক |
05:47 | ই ইউজাৰ ইনপুটচ a আৰু b ল’ব লাগিব |
05:51 | ই গাণিতিক অপাৰেটৰৰ বাবে সুধিব লাগিব (প্লাচ +, মাইনাচ -, ডিভিজন / আৰু মাল্তিপ্লিকেচন *) । গণনাটো কৰিব, আউতপুতটো ছপা কৰিব |
06:02 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:06 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
06:08 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
06:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
06:16 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:23 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
06:31 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
06:35 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে এই মিচনৰ বিষয়ে অধিক তথ্য : http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ |
06:48 | স্ক্ৰিপ্তটো (script) FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে |
06:53 | সংযোগ কৰাৰ বাবে ধন্যবাদ |