Difference between revisions of "Spoken-Tutorial-Technology/C2/Dubbing-a-spoken-tutorial-using-Audacity-and-ffmpeg/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border=1 |'''Timing''' |'''Narration''' |- | 00:00 | Hello friends. Welcome to this Spoken Tutorial on how to dub from one language into another in Linux Operating System....")
 
 
(4 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{|Border=1
 
{|Border=1
|'''Timing'''
+
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
 
|-
 
|-
 
| 00:00
 
| 00:00
| Hello friends. Welcome to this Spoken Tutorial on how to dub from one language into another in Linux Operating System.
+
|নমস্কাৰ বন্ধুসকল । লিনাক্স অপাৰেটিং চিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ দাব কৰিবলৈ শিকোৱা স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম ।
নমস্কাৰ বন্ধুসকল । লিনাক্স অপাৰেটিং চিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ দাব কৰিবলৈ শিকোৱা স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম ।
+
 
|-
 
|-
 
|00:10
 
|00:10
|For this all you need is a headset with an audio input or a stand-alone microphone and speakers which can be attached to your computer.
+
|ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব - কম্পিউটাৰৰ সৈতে যোগ দিব পৰা, অদিঅ' ইন্পুট থকা এটা হেদছট অথবা মাইক্ৰফ'ন
ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব - কম্পিউটাৰৰ সৈতে যোগ দিব পৰা, অদিঅ' ইন্পুট থকা এটা হেদছট অথবা মাইক্ৰফ'ন
+
 
|-  
 
|-  
 
|00:19
 
|00:19
|Audacity® is free, open source software for recording and editing sounds.
+
|ধ্বনি ৰেকৰ্ডিং আৰু এদিতিং কৰিবলৈ অদেচিতি বোলা এটা অপেন চৌৰ্স ছ'ফ্টৱেৰ'ৰ প্ৰয়োজন
ধ্বনি ৰেকৰ্ডিং আৰু এদিতিং কৰিবলৈ অদেচিতি বোলা এটা অপেন চৌৰ্স ছ'ফ্টৱেৰ'ৰ প্ৰয়োজন
+
 
|-
 
|-
 
|00:24
 
|00:24
|It is available for Mac OS X, Microsoft Windows, GNU/Linux, and other operating systems
+
|মেক অ'এচ এক্স, মাইক্ৰচফ্ট ৱিনদ্ৱ'চ, যি ন য়ো/লিনাক্স আৰু অন্য অপাৰেটিং চিস্টেমত ই সহজলভ্য
মেক অ'এচ এক্স, মাইক্ৰচফ্ট ৱিনদ্ৱ'চ, যি ন য়ো/লিনাক্স আৰু অন্য অপাৰেটিং চিস্টেমত ই সহজলভ্য
+
 
|-
 
|-
 
|00:32
 
|00:32
|You can download it free of cost from the site audacity.sourceforge.net/download
+
|বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/downloadৰ পৰা আপুনি দাউনল'দ কৰিব পাৰে
বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/downloadৰ পৰা আপুনি দাউনল'দ কৰিব পাৰে
+
 
|-
 
|-
 
|00:39
 
|00:39
|I am using the Ubuntu Linux 10.04 version operating system.
+
|মই উবুন্টু লিনাক্স ১০.০৪ অপাৰেটিং চিস্টেম ব্যৱহাৰ কৰিছো
মই উবুন্টু লিনাক্স ১০.০৪ অপাৰেটিং চিস্টেম ব্যৱহাৰ কৰিছো
+
 
|-
 
|-
 
|00:44
 
|00:44
| I have already downloaded Audacity version 1.3 and installed it on my PC through the Synaptic Package Manager.
+
|মই অদেচিতি ১.৩ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো
মই অদেচিতি ১.৩ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো
+
 
|-
 
|-
 
|00:52
 
|00:52
|For more information on how to install software in Ubuntu Linux,
+
|উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ
উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ
+
 
|-
 
|-
 
|00:57
 
|00:57
|please refer to the spoken tutorials on Ubuntu available on this website.
+
|এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব
এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব
+
 
|-
 
|-
 
|01:02
 
|01:02
|The first and foremost thing you need to do is to listen to the original video.
+
|আচল ভীদিয়' শুনাতোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য্য  
আচল ভীদিয়' শুনাতোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য্য  
+
 
|-
 
|-
 
|01:09
 
|01:09
|Then translate the script in such a way that the narration time for each sentence is of same or lesser duration than the sentence in the original script.
+
|স্ক্ৰীপ্ত খন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তিতাৰ সময়, আচল স্ক্ৰীপ্তৰ শাৰী সমূহৰ  সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব
স্ক্ৰীপ্ত খন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তিতাৰ সময়, আচল স্ক্ৰীপ্তৰ শাৰী সমূহৰ  সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব
+
 
|-
 
|-
 
|01:18
 
|01:18
|This can be done by noting down the begin time of each sentence.
+
|প্ৰত্যেক শাৰীৰ আৰম্ভণি সময়লৈ মন কৰিলে এই কাৰ্য্য কৰিব পাৰিব
প্ৰত্যেক শাৰীৰ আৰম্ভণি সময়লৈ মন কৰিলে এই কাৰ্য্য কৰিব পাৰিব
+
 
|-
 
|-
 
|01:23
 
|01:23
|If you cannot do this for every sentence, you can do this for a combination of two sentences.
+
|প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে, দুই যোৰা শাৰীৰ বাবে কৰিব পাৰে
প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে, দুই যোৰা শাৰীৰ বাবে কৰিব পাৰে
+
 
|-
 
|-
 
|01:29
 
|01:29
|That is, even if there is a mismatch at the end of the first sentence, the sync should become correct after the second sentence is completed.
+
|অৰ্থাৎ, প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে, পাছৰ শাৰীৰ অন্তত বক্তিতা শুদ্ধ ভাৱে মিলিব লাগিব
অৰ্থাৎ, প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে, পাছৰ শাৰীৰ অন্তত বক্তিতা শুদ্ধ ভাৱে মিলিব লাগিব
+
 
|-
 
|-
 
|01:37
 
|01:37
|It may also be possible to skip a few words or even sentences from the original,
+
|আচল স্ক্ৰীপ্তৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে
আচল স্ক্ৰীপ্তৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে
+
 
|-
 
|-
 
|01:42
 
|01:42
|so long as the meaning is not changed. Please ensure that this is done.
+
|যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় । মন কৰিব যে এনেদৰে কাৰ্য্য সম্পন্ন হয়
যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় । মন কৰিব যে এনেদৰে কাৰ্য্য সম্পন্ন হয়
+
 
|-
 
|-
 
|01:48
 
|01:48
|Now we will open audacity, Click on Applications,
+
|এতিয়া আমি অদেচিতি খোলিম, এপ্পলিকেচনত ক্লিক কৰিব
এতিয়া আমি অদেচিতি অপেন কৰিম, এপ্পলিকেচনত ক্লিক কৰিব
+
 
|-
 
|-
 
|01:54
 
|01:54
|Sound&Video and choose Audacity to run it.
+
|চাউন্দ আৰু ভীদিয়' আৰু চলাবলৈ অদেচিতি বাচি ল'ব
চাউন্দ আৰু ভীদিয়' আৰু চলাবলৈ অদেচিতি বাচি ল'ব
+
 
|-
 
|-
 
|01:58
 
|01:58
|This will open an empty project on your screen.
+
|স্ক্ৰীণত খালি প্ৰজেক্ট এটা খোলিব মেনু বাৰত বীভিন্ন অপচন দেখা পাব যেনে ফাইল, এদিত, ভিউ, ট্ৰান্চপ'ৰ্ত, ট্ৰেক্স আৰু অন্যন্য
On the menu bar you can see various options like file , edit , view , transport, tracks and others.
+
স্ক্ৰীণত খালি প্ৰজেক্ট এটা অপেন হ'ব
+
মেনু বাৰত বীভিন্ন অপচন দেখা পাব যেনে ফাইল, এদিত, ভিউ, ট্ৰান্চপ'ৰ্ত, ট্ৰেক্স আৰু অন্য
+
 
|-
 
|-
 
|02:11
 
|02:11
|We will learn about some of them as we go along. Under the main menu, you will see the VCR controls - Pause, Play, Stop, Rewind, Forward and Record.
+
|ইয়াৰে কিছুমান আমি শিকিম । মূল মেনুৰ তলত আপুনি ভী চি আৰ কন্ট্ৰ'ল সমূহ দেখা পাব যেনে - পজ, প্লে, স্টপ, ৰিৱাইন্দ, ফৰ্ৱাৰ্দ আৰু ৰেকৰ্দ
ইয়াৰে কিছুমান আমি শিকিম । মূল মেনুৰ তলত আপুনি ভী চি আৰ কন্ট্ৰ'ল সমূহ দেখা পাব যেনে - পজ, প্লে, স্টপ, ৰিৱাইন্দ, ফৰ্ৱাৰ্দ আৰু ৰেকৰ্দ
+
 
|-
 
|-
 
|02:25
 
|02:25
|Next to this, you will find the Audio Tools toolbar.
+
|ইয়াৰ কাষতে, আপুনি অডিঅ' টুল্চ টুলবাৰ পাব
ইয়াৰ কাষতে, আপুনি অডি' টুল্চ টুলবাৰ পাব
+
 
|-
 
|-
 
| 02:30
 
| 02:30
|This has the Selection Tool and the Time Shift tool which we will use in this tutorial.
+
|এই টিওটৰিয়েলত ব্যৱহাৰ হ'ব লগীয়া চিলেকচন টুল আৰু টাইম চিফ্ট টুল ইয়াতে আছে
এই টিওটৰিয়েলত ব্যৱহাৰ হ'ব লগীয়া চিলেকচন টুল আৰু টাইম চিফ্ট টুল ইয়াতে আছে
+
 
|-
 
|-
 
|02:36
 
|02:36
|By default the Selection Tool is active.
+
|চিলেকচন টুল আগৰে পৰা এক্টিভ হৈ থাকে
চিলেকচন টুল আগৰে পৰা এক্টিভ হৈ থাকে
+
 
|-
 
|-
 
|02:40
 
|02:40
|Let's do a dubbing now. I will play a tutorial on Scilab which is in English that is – matrixoperation.wmv. (tutorial plays)
+
|এতিয়া দাবীং কৰো আহক। matrixoperation.wmv বোলা ইংৰাজীত থকা চাইলেবৰ এটা টিওটৰিয়েল প্লে কৰিম(প্লে হৈছে)
এতিয়া দাবীং কৰো আহক । matrixoperation.wmv বোলা ইংৰাজীত থকা চাইলেবৰ এটা টিওটৰিয়েল প্লে কৰিম(প্লে হৈছে)
+
 
|-
 
|-
 
|03:03
 
|03:03
|And I need to dub this tutorial into Hindi using Audacity. I have already done its translation and noted the timings as mentioned earlier.
+
|আৰু মই এই টিওটৰিয়েল অদেচিতিৰ সহায়ত হিন্দীলৈ দাব কৰিম । আগতে বাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্চলেচন কৰিছো আৰু সময় সমূহ মনত ৰাখিছো
আৰু মই এই টিওটৰিয়েল অদেচিতিৰ সহায়ত হিন্দীলৈ দাব কৰিম । আগতে বাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্চলেচন কৰিছো আৰু সময় সমূহ মনত ৰাখিছো
+
 
|-
 
|-
 
|03:14
 
|03:14
|Now I’m going to record it here. For recording , click on the Record button and start the narration.
+
|এতিয়া মই ৰেকৰ্ড কৰিম। ৰেকৰ্ডীংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তিতা আৰম্ভ কৰিব
এতিয়া মই ৰেকৰ্ড কৰিম । ৰেকৰ্ডীংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তিতা আৰম্ভ কৰিব
+
 
|-
 
|-
 
|03:22
 
|03:22
Line 113: Line 85:
 
|-
 
|-
 
|03:32
 
|03:32
|Click on the STOP button to stop the recording. You will notice 2 stereo tracks on the Audio Timeline where the narration can be seen.
+
|ৰেকৰ্ডীং ৰখাবলৈ স্টপ বাটনত ক্লিক কৰিব । অডিঅ টাইমলাইনত দুটা স্টীৰিয়' ট্ৰেক দেখা পাব য'ত বক্তিতা অন্তৰ্ভুক্ত হৈ থাকে
ৰেকৰ্ডীং ৰখাবলৈ স্টপ বাটনত ক্লিক কৰিব । অডি' টাইমলাইনত দুটা স্টীৰিয়' ট্ৰেক দেখা পাব য'ত বক্তিতা অন্তৰ্ভুক্ত হৈ থাকে
+
 
|-
 
|-
 
|03:43
 
|03:43
|The spikes are waveforms. Stereo Tracks contain a single label area to the left with two waveforms on the right.
+
|স্পাইক সমূহ হৈছে ৱেভফৰ্ম । স্টীৰিয়' ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেভফৰ্ম থাকে
স্পাইক সমূহ হৈছে ৱেভফৰ্ম । স্টীৰিয়' ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেভফৰ্ম থাকে
+
 
|-
 
|-
 
|03:50
 
|03:50
|These correspond to the 2 channels of input - left channel and right channel.
+
|ই ইন্পুটৰ দুটা চেনেলৰ বিষয়ে জনাই - বাওঁ চেনেল আৰু সোঁ চেনেল
ই ইন্পুটৰ দুটা চেনেলৰ বিষয়ে জনাই - বাওঁ চেনেল আৰু সোঁ চেনেল
+
 
|-
 
|-
 
|03:56
 
|03:56
|Ideally, record in one go. You will end up with a single audio track. Remember to pause for 1 second in between sentences, in this case.
+
|সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব। এটা অডিঅ' ট্ৰেক পাব । এই ক্ষেত্ৰত, শাৰী সমূহৰ মাজত ১ চেকেন্দৰ পজ দিবলৈ নাপাহৰিব
সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব। এটা অডি' ট্ৰেক পাব । এই ক্ষেত্ৰত, শাৰী সমূহৰ মাজত ১ চেকেন্দৰ পজ দিবলৈ নাপাহৰিব
+
 
|-
 
|-
 
|04:08
 
|04:08
|Now split the clip into smaller clips at the beginning of each sentence. CTRL+I is the shortcut for splitting the audio tracks into smaller clips.
+
|এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব। সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ চৰ্টকাট হৈছে CTRL+I
এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব । সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ চৰ্টকাট হৈছে CTRL+I
+
 
|-
 
|-
 
|04:19
 
|04:19
|I will split the audio here. Slide the clip on the track to match the timing of that sentence as noted earlier.
+
|মই ইয়াতে অডিঅ'টো ভাগ কৰিম। আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ, ট্ৰেকত থকা ক্লিপযোৰ স্লাইদ কৰিব
মই ইয়াতে অডি'টো ভাগ কৰিম । আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ, ট্ৰেকত থকা ক্লিপযোৰ স্লাইদ কৰিব
+
 
|-
 
|-
 
|04:27
 
|04:27
|Choose the time-shift tool. Observe that the cursor is now a double headed arrow.
+
|টাইম চিফ্ট টুল বাচি ল'ব । এতিয়া দেখা পাব যে কাৰ্চৰ দাল দুই মুখীয়া কাৰলৈ পৰিণত হৈছে.
টাইম চিফ্ট টুল বাচি ল'ব । এতিয়া দেখা পাব যে কাৰ্চৰ দাল দুই মুখীয়া কাৰলৈ পৰিণত হৈছে  
+
 
|-
 
|-
 
|04:33
 
|04:33
|I will shift the clip to this time. Remember, you have to go in the reverse direction that is starting from the last clip to the first.
+
|মই ক্লিপ দাল এই সময়লৈ চিফ্ট কৰিম । মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ
মই ক্লিপ দাল এই সময়লৈ চিফ্ট কৰিম । মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ
+
 
|-
 
|-
 
|04:42
 
|04:42
|This is because unless you create space, the previous clip cannot move from its position.
+
|ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে, আগৰ ক্লিপতো নিজৰ স্হানৰ পৰা আতঁৰাব নোৱাৰে
ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে, আগৰ ক্লিপতো নিজৰ স্হানৰ পৰা আতঁৰাব নোৱাৰে
+
 
|-
 
|-
 
|04:49
 
|04:49
Line 155: Line 118:
 
|-
 
|-
 
|05:12
 
|05:12
|This second narration will come in another stereo track . Likewise you can record different narrations which will be seen on different tracks.
+
|দ্বীতিয় বক্তিতা বেলেগ এটা স্টীৰিয়' ট্ৰেকত আহিব । একেদৰে আপুনি বীভিন্ন বক্তিতা ৰেকৰ্ড কৰিব পাৰে যি সমূহ বেলেগ ট্ৰেকত দেখা পাব
দ্বীতিয় বক্তিতা বেলেগ এটা স্টীৰিয়' ট্ৰেকত আহিব । একেদৰে আপুনি বীভিন্ন বক্তিতা ৰেকৰ্ড কৰিব পাৰে যি সমূহ বেলেগ ট্ৰেকত দেখা পাব
+
 
|-
 
|-
 
|05:22
 
|05:22
Line 198: Line 160:
 
|-
 
|-
 
|07:29
 
|07:29
|Okত ক্লিক কৰিব । ই আপুনাৰ মূল অদিঅ' ফাইলখন সৃষ্টি কৰিব
+
|Okত ক্লিক কৰিব। ই আপুনাৰ মূল অদিঅ' ফাইলখন সৃষ্টি কৰিব
 
|-
 
|-
 
|07:35
 
|07:35
Line 229: Line 191:
 
|-
 
|-
 
|09:30
 
|09:30
|-i য়ে ffmpegক এয়ে বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইল খন হৈছে ইন্পুট ফাইল । ইয়াত ইন্পুট ফাইল হৈছে compiling.wmv
+
| -i য়ে ffmpegক এয়ে বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইল খন হৈছে ইন্পুট ফাইল। ইয়াত ইন্পুট ফাইল হৈছে compiling.wmv
 
|-
 
|-
 
|09:42
 
|09:42
Line 241: Line 203:
 
|-
 
|-
 
|10:12
 
|10:12
|কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব । কিন্তু মই বাদ দিম আৰু আগ বাঢ়ি যাম
+
|কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব । কিন্তু মই বাদ দিম আৰু আগ বাঢ়িম
 
|-
 
|-
 
|10:18
 
|10:18
Line 250: Line 212:
 
|-
 
|-
 
|10:45
 
|10:45
|-anয়ে নিজাকৈ আওতপুতৰ পৰা সকলো অডিঅ' আতঁৰাই দিয়ে আৰু মাথো ভীদিয়'ৰ অংশটো ৰাখে । ইয়াত TEST1.ogv টো হৈছে আওতপুত ফাইল
+
| -anয়ে নিজাকৈ আওতপুতৰ পৰা সকলো অডিঅ' আতঁৰাই দিয়ে আৰু মাথো ভীদিয়'ৰ অংশটো ৰাখে । ইয়াত TEST1.ogv টো হৈছে আওতপুত ফাইল
 
|-
 
|-
 
|10:59
 
|10:59
Line 262: Line 224:
 
|-
 
|-
 
|11:54
 
|11:54
|-vnয়ে আওতপুতৰ পৰা ভীদিয়'ৰ অংশটো আতঁৰাই অডিঅ' অংশটো ৰাখে । এই কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব
+
| -vnয়ে আওতপুতৰ পৰা ভীদিয়'ৰ অংশটো আতঁৰাই অডিঅ' অংশটো ৰাখে । এই কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব
 
|-
 
|-
 
|12:04
 
|12:04
Line 268: Line 230:
 
|-
 
|-
 
|12:12
 
|12:12
|পৰীক্ষা কৰি চাওঁ আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । ইয়াত TEST2.ogg আছে । আহক প্লে কৰি চাও । <৫-৬ চেকেন্দৰ বাবে প্লে কৰিব> থিক আছে
+
|পৰীক্ষা কৰি চাওঁ আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । ইয়াত TEST2.ogg আছে । আহক প্লে কৰি চাও । থিক আছে
 
|-
 
|-
 
|12:26
 
|12:26
Line 277: Line 239:
 
|-
 
|-
 
|12:42
 
|12:42
|টাৰমিনেলত টাইপ কৰিব type - ffmpeg -i TEST1.ogv -i TEST2.ogg -acodec libvorbis -vcodec copy FINAL.ogv আৰু এন্টাৰ প্ৰেছ কৰিব ।
+
|টাৰমিনেলত টাইপ কৰিব - ffmpeg -i TEST1.ogv -i TEST2.ogg -acodec libvorbis -vcodec copy FINAL.ogv আৰু এন্টাৰ প্ৰেছ কৰিব ।
 
|-
 
|-
 
|13:20
 
|13:20
Line 283: Line 245:
 
|-
 
|-
 
|13:34
 
|13:34
|এই ফাইল খন প্লে কৰি চাও আহক । <৫-৬ চেকেন্দৰ বাবে প্লে কৰিব> সৰল নহয় জানো ?
+
|এই ফাইল খন প্লে কৰি চাও আহক । সৰল নহয় জানো ?
 
|-
 
|-
 
|13:46
 
|13:46
Line 304: Line 266:
 
|-
 
|-
 
|14:44  
 
|14:44  
|অডিঅ'টো শাৰীলৈ বিভাগ কৰিবা । পাছৰ পৰা আৰমভ কৰি, ক্লিপ সমূহ স্লাইদ কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব
+
|অডিঅ'টো শাৰীলৈ বিভাগ কৰিব। পাছৰ পৰা আৰমভ কৰি, ক্লিপ সমূহ স্লাইদ কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব
 
|-
 
|-
 
|14:52
 
|14:52
Line 322: Line 284:
 
|-
 
|-
 
|15:47
 
|15:47
| এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই স্ক্ৰীপ্তৰ বৰঙনি আগবঢ়াইছে------------(ট্ৰান্চলেট কৰোতাৰ নাম) আৰু মই-----(ৰেকৰ্ড কৰা জনৰ নাম)------(স্হানৰ নাম) বিদায় লৈছো
+
| এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই স্ক্ৰীপ্তৰ বৰঙনি আগবঢ়াইছে অম্লান শইকীয়াই আৰু আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।
 
|-
 
|-
 
|}
 
|}

Latest revision as of 16:12, 5 March 2015

Time Narration
00:00 নমস্কাৰ বন্ধুসকল । লিনাক্স অপাৰেটিং চিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ দাব কৰিবলৈ শিকোৱা স্পৌকেন টিওটৰিয়েললৈ স্ৱাগতম ।
00:10 ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব - কম্পিউটাৰৰ সৈতে যোগ দিব পৰা, অদিঅ' ইন্পুট থকা এটা হেদছট অথবা মাইক্ৰফ'ন
00:19 ধ্বনি ৰেকৰ্ডিং আৰু এদিতিং কৰিবলৈ অদেচিতি বোলা এটা অপেন চৌৰ্স ছ'ফ্টৱেৰ'ৰ প্ৰয়োজন
00:24 মেক অ'এচ এক্স, মাইক্ৰচফ্ট ৱিনদ্ৱ'চ, যি ন য়ো/লিনাক্স আৰু অন্য অপাৰেটিং চিস্টেমত ই সহজলভ্য
00:32 বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/downloadৰ পৰা আপুনি দাউনল'দ কৰিব পাৰে
00:39 মই উবুন্টু লিনাক্স ১০.০৪ অপাৰেটিং চিস্টেম ব্যৱহাৰ কৰিছো
00:44 মই অদেচিতি ১.৩ দাউনল'দ কৰি, চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে মোৰ পিচিত ইন্চটল কৰিছো
00:52 উবুন্টু লিনাক্সত ছ'ফ্টৱেৰ ইন্চটলৰ বিষয়ে অধিক জানিবলৈ
00:57 এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েললৈ মন কৰিব
01:02 আচল ভীদিয়' শুনাতোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য্য
01:09 স্ক্ৰীপ্ত খন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তিতাৰ সময়, আচল স্ক্ৰীপ্তৰ শাৰী সমূহৰ সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব
01:18 প্ৰত্যেক শাৰীৰ আৰম্ভণি সময়লৈ মন কৰিলে এই কাৰ্য্য কৰিব পাৰিব
01:23 প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে, দুই যোৰা শাৰীৰ বাবে কৰিব পাৰে
01:29 অৰ্থাৎ, প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে, পাছৰ শাৰীৰ অন্তত বক্তিতা শুদ্ধ ভাৱে মিলিব লাগিব
01:37 আচল স্ক্ৰীপ্তৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে
01:42 যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় । মন কৰিব যে এনেদৰে কাৰ্য্য সম্পন্ন হয়
01:48 এতিয়া আমি অদেচিতি খোলিম, এপ্পলিকেচনত ক্লিক কৰিব
01:54 চাউন্দ আৰু ভীদিয়' আৰু চলাবলৈ অদেচিতি বাচি ল'ব
01:58 স্ক্ৰীণত খালি প্ৰজেক্ট এটা খোলিব মেনু বাৰত বীভিন্ন অপচন দেখা পাব যেনে ফাইল, এদিত, ভিউ, ট্ৰান্চপ'ৰ্ত, ট্ৰেক্স আৰু অন্যন্য
02:11 ইয়াৰে কিছুমান আমি শিকিম । মূল মেনুৰ তলত আপুনি ভী চি আৰ কন্ট্ৰ'ল সমূহ দেখা পাব যেনে - পজ, প্লে, স্টপ, ৰিৱাইন্দ, ফৰ্ৱাৰ্দ আৰু ৰেকৰ্দ
02:25 ইয়াৰ কাষতে, আপুনি অডিঅ' টুল্চ টুলবাৰ পাব
02:30 এই টিওটৰিয়েলত ব্যৱহাৰ হ'ব লগীয়া চিলেকচন টুল আৰু টাইম চিফ্ট টুল ইয়াতে আছে
02:36 চিলেকচন টুল আগৰে পৰা এক্টিভ হৈ থাকে
02:40 এতিয়া দাবীং কৰো আহক। matrixoperation.wmv বোলা ইংৰাজীত থকা চাইলেবৰ এটা টিওটৰিয়েল প্লে কৰিম(প্লে হৈছে)
03:03 আৰু মই এই টিওটৰিয়েল অদেচিতিৰ সহায়ত হিন্দীলৈ দাব কৰিম । আগতে বাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্চলেচন কৰিছো আৰু সময় সমূহ মনত ৰাখিছো
03:14 এতিয়া মই ৰেকৰ্ড কৰিম। ৰেকৰ্ডীংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তিতা আৰম্ভ কৰিব
03:22 (साइलैब के इस्तेमाल से मैट्रिक्स ऑपरेशन के इस ट्यूटोरियल में आपका स्वागत है । इस ट्यूटोरियल के अभ्यास लिए आपके सिस्टम में साइलैब का संस्थापन होना आवश्यक है ।)
03:32 ৰেকৰ্ডীং ৰখাবলৈ স্টপ বাটনত ক্লিক কৰিব । অডিঅ টাইমলাইনত দুটা স্টীৰিয়' ট্ৰেক দেখা পাব য'ত বক্তিতা অন্তৰ্ভুক্ত হৈ থাকে
03:43 স্পাইক সমূহ হৈছে ৱেভফৰ্ম । স্টীৰিয়' ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেভফৰ্ম থাকে
03:50 ই ইন্পুটৰ দুটা চেনেলৰ বিষয়ে জনাই - বাওঁ চেনেল আৰু সোঁ চেনেল
03:56 সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব। এটা অডিঅ' ট্ৰেক পাব । এই ক্ষেত্ৰত, শাৰী সমূহৰ মাজত ১ চেকেন্দৰ পজ দিবলৈ নাপাহৰিব
04:08 এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব। সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ চৰ্টকাট হৈছে CTRL+I
04:19 মই ইয়াতে অডিঅ'টো ভাগ কৰিম। আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ, ট্ৰেকত থকা ক্লিপযোৰ স্লাইদ কৰিব
04:27 টাইম চিফ্ট টুল বাচি ল'ব । এতিয়া দেখা পাব যে কাৰ্চৰ দাল দুই মুখীয়া কাৰলৈ পৰিণত হৈছে.
04:33 মই ক্লিপ দাল এই সময়লৈ চিফ্ট কৰিম । মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ
04:42 ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে, আগৰ ক্লিপতো নিজৰ স্হানৰ পৰা আতঁৰাব নোৱাৰে
04:49 পাছৰ শাৰীৰ বক্তিতা আৰম্ভণি কৰিবলৈ, চিলেকচন টুলত ক্লিক কৰিব আৰু টাইমলাইনৰ যিকোনো এটা চেনেলত ক্লিক কৰিব
05:01 এতিয়া আৰম্ভণি কৰিবলৈ ৰেকৰ্ড বাটনত ক্লিক কৰিব । এতিয়া ৰখাবলৈ স্টপ বাটন ক্লিক কৰিব
05:12 দ্বীতিয় বক্তিতা বেলেগ এটা স্টীৰিয়' ট্ৰেকত আহিব । একেদৰে আপুনি বীভিন্ন বক্তিতা ৰেকৰ্ড কৰিব পাৰে যি সমূহ বেলেগ ট্ৰেকত দেখা পাব
05:22 এতিয়া সমস্ত বক্তিতা সমূহ এটা ট্ৰেকট কিদৰে আনিব পাৰি চাওঁ আহক । টাইম চিফ্ট টুল বাচি ল'ব
05:32 প্ৰথম অদিঅ' ট্ৰেকৰ অন্তত, ৰাইট ক্লিক কৰি বাচি লোৱা অদিঅ' ক্লিপতো তানি আনি পেলাই দিব । একেদৰে অন্য ট্ৰেক সমূহৰ বাবে কৰিব ।
05:43 লেবেলৰ ঠাইত থকা X বাটনত ক্লিক কৰি আমি এটা অদিঅ' ট্ৰেক আতঁৰাব পাৰো । আহক আমি খালি হৈ থকা দ্বীতিয়তো অদিঅ' ট্ৰেক আতঁৰাব চাও
05:51 আগতে কোৱাৰ দৰে মন কৰিব যাতে প্ৰথম ট্ৰেকত ক্লিপ স্লাইদ কৰোতে ক্লিপৰ আৰম্ভণিৰ সময় আৰু শাৰীৰ সময় একেই থাকে ।
06:01 এবাৰ এনে কৰিব পাৰিলে, আমি প্ৰজেক্ট সংৰক্ষণ কৰিব পাৰো । এনে কৰিবলৈ, ফাইল মেনুলৈ গৈ Save Project Asত ক্লিক কৰিব
06:15 এটা দাইলগ বক্স খুল খাব । OKত ক্লিক কৰিব । তাৰ পাছত ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই এই ফাইল খনৰ নাম hindi _matrix _ operation দিছো
06:29 তাৰ পাছত ই সংৰক্ষণৰ স্হানৰ বিষয়ে প্ৰশ্ন কৰিব । মই ডেস্কটপ বাচি লৈছো আৰু ছেভত ক্লিক কৰিছো । ই প্ৰজেক্টতো .aup ফাইল হিচাপে সংৰক্ষণ কৰিব ।
06:41 শেষত ফাইনেল প্ৰজেক্টটি, প্ৰয়োজন অনুযায়ী অদিঅ' ফৰ্মেটলৈ এক্সপৰ্ট কৰি দিব যেনে wav, mp3 আৰু বীভিন্ন
06:49 এনে কৰিবলৈ মেনু বাৰলৈ গৈ ফাইলত ক্লিক কৰিব । এক্সপৰ্ট অপচন বাচি ল'ব । ক্লিক কৰিব
06:58 ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব । মই ইয়াৰ নাম scilab_hindi _matrix_operation দিছো
07:06 আৰু সংৰক্ষণ কৰিব লগা স্হানৰ উল্লেখ কৰিব
07:12 তাৰ পাছত সংৰক্ষণ কৰিব লগা ফৰ্মেটৰ বাচনি কৰিব । মই ogg ফৰ্মেট ক্লিক কৰিম আৰু চেভত ক্লিক কৰিম
07:21 তাৰ পাছত আপুনি এটা এদিত মেটাদাতা বোলা বক্স পাব । ইয়াত আপুনি গীতিকাৰৰ নাম আৰু প্ৰয়োজন অনুযায়ী বীভিন্ন তথ্য যোগ দিব পাৰে ।
07:29 Okত ক্লিক কৰিব। ই আপুনাৰ মূল অদিঅ' ফাইলখন সৃষ্টি কৰিব
07:35 ffmpeg হৈছে এটা অপেন চৌৰ্স অদিঅ' আৰু ভীদিয়' কনভাৰ্টাৰ যিয়ে বহুকেইটা স্টেন্দাৰ্দ কদেকলৈ সহাৰি আগবঢ়াই । ই এটা ফাইল ফৰ্মেটৰ পৰা আন এটা ফৰ্মেটলৈ অতি শুনকালে আৰু সৰল ভাৱে পৰিৱৰ্তন কৰিব পাৰে
07:48 ffmpegৰ বাইনেৰী http://ffmpeg.org/ৰ পৰা দাউনল'দ কৰিব পাৰি
07:56 দাউনল'দত ক্লিক কৰিব । তল ফালে যাব আৰু দৰকাৰীটো বাচি ল'ব
08:09 লিনাক্সত পেকেজ ইন্চটল কৰা শিকিবলৈ, এই ৱেবচাইটত থকা উবুন্টু বিষয়ৰ স্পৌকেন টিওটৰিয়েল প্ৰত্যক্ষ কৰিব । এবাৰ ffmpeg দাউনল'দ কৰি ইন্চটল কৰিলে
08:21 আপুনি শক্তিশালী কমান্দ এক্সিকিউত কৰি এটা পৰা অদিঅ' আৰু ভীদিয়' অংশ সমূহ বেলেগ কৰিব পাৰিব অথবা দুখন মিদিয়া ফাইলৰ পৰা এখনো কৰিব পাৰিব
08:37 টাৰমিনেল ৱিন্দ'লৈ যাও আহক
08:41 pwd “present working directory” টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব । ই আমাৰ বৰ্তমানৰ কৰ্মৰত স্হানৰ বিষেয় জনাব । এই স্হানত থকা সকলো খিনি ফাইল আৰু ফ'ল্দাৰৰ তালিকা ls বোলা কমান্দে দিব
08:56 আহক দেস্কটপৰ স্হানলৈ ৰূপান্তৰিত কৰি পৰীক্ষা কৰো । টাৰমিনেল স্ক্ৰীণ চাফা কৰিবলৈ CTRL+L

এই স্হানত থকা সকলো খিনি ফাইলৰ তালিকা ls বোলা কমান্দে দিব

09:15 এতিয়া আহক কমান্দ টাইপ কৰো - ffmpeg -i compiling.wmv TEST0.ogv
09:30 -i য়ে ffmpegক এয়ে বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইল খন হৈছে ইন্পুট ফাইল। ইয়াত ইন্পুট ফাইল হৈছে compiling.wmv
09:42 যদি -iক বাদ দিয়া হয় ffmpegয়ে আওতপুত ফাইল সৃষ্টি কৰিব গৈ সেই ফাইল খন অভাৰৰাইট কৰিব
09:50 ব্যৱহাৰ কৰিবলগীয়া কদেক আৰু আওতপুতৰ ফৰ্মেট নিৰ্ণয় কৰিবলৈ ffmpegয়ে আওতপুত ফাইলৰ এক্সটেনচন ব্যৱহাৰ কৰে । তথাপিও, কমান্দ লাইনৰ সহায়ত এই কাৰ্য্যত সাল-সলনি ঘটাব পাৰি
10:03 এনে ধৰণৰ কিছুমান উদাহৰণ আমি অলপ পাছত চাম । ভীদিয়' সমূহ এটা ফৰ্মেটৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰিবলৈ এই কমান্দৰ অতি প্ৰয়োজন
10:12 কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব । কিন্তু মই বাদ দিম আৰু আগ বাঢ়িম
10:18 টাৰমিনেল ৱিন্দ'ত ffmpeg কমান্দ ব্যৱহাৰ কৰি আমি আচল স্পৌকেন টিওটৰিয়েলৰ পৰা ভীদিয়' অংশ ভাগ কৰিব পাৰো ।
10:26 এনে কৰিবলৈ টাইপ কৰিব ffmpeg -i functions.ogv -an -vcodec copy TEST1.ogv
10:45 -anয়ে নিজাকৈ আওতপুতৰ পৰা সকলো অডিঅ' আতঁৰাই দিয়ে আৰু মাথো ভীদিয়'ৰ অংশটো ৰাখে । ইয়াত TEST1.ogv টো হৈছে আওতপুত ফাইল
10:59 এন্টাৰ প্ৰেছ কৰিব । আমি এতিয়া ভীদিয়'ৰ অংশটো ভাগ কৰিলো অৰ্থাৎ ভীদিয়'টোত আচল অডিঅ' নাই
11:09 টেষ্ট ফ'ল্দাৰ খুলি চাও আহক । ইয়াত Test1.ogv আছে । এই ফাইল খন প্লে কৰো আহক ।
11:25 টাৰমিনেল ৱিন্দ' চাফা কৰো আহক । এতিয়া কমান্দ টাইপ কৰো আহক - ffmpeg -i functions_hindi.ogv -vn -acodec copy TEST2.ogg
11:54 -vnয়ে আওতপুতৰ পৰা ভীদিয়'ৰ অংশটো আতঁৰাই অডিঅ' অংশটো ৰাখে । এই কমান্দ এক্সিকিউত কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব
12:04 এতিয়া আমি অডিঅ' অংশটো আতঁৰালো অৰ্থাৎ আওতপুতত আচল ভীদিয়' নাথাকে
12:12 পৰীক্ষা কৰি চাওঁ আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । ইয়াত TEST2.ogg আছে । আহক প্লে কৰি চাও । থিক আছে
12:26 এতিয়া এইটো বন্ধ কৰি দিও আহক । টাৰমিনেল ৱিন্দ'লৈ যাও আহক । CTRL+L প্ৰেছ কৰি টাৰমিনেল ৱিন্দ'খন ছাফা কৰো আহক
12:35 আচল টিওটৰিয়েলৰ ভীদিয়'ৰ সৈতে সংৰক্ষণ কৰি ৰখা অডিঅ' কি দৰে একেলগ কৰিব পাৰি চাও আহক
12:42 টাৰমিনেলত টাইপ কৰিব - ffmpeg -i TEST1.ogv -i TEST2.ogg -acodec libvorbis -vcodec copy FINAL.ogv আৰু এন্টাৰ প্ৰেছ কৰিব ।
13:20 এতিয়া এন্ক'দিং হৈ আছে । টাৰমিনেল ছাফা কৰি দিও আহক । পৰীক্ষাৰ স্হানলৈ যাও আহক । আমি সংৰক্ষণ কৰা অনুশৰি FINAL.ogv ইয়াতে আছে ।
13:34 এই ফাইল খন প্লে কৰি চাও আহক । সৰল নহয় জানো ?
13:46 এটা স্পৌকেন টিওটৰিয়েলৰ অডিঅ' দাব কৰা অডিঅ'ৰ সৈতে সলনি কৰিবলৈ আপুনি বীভিন্ন এদিতিং পেকেজ ব্যৱহাৰ কৰিব পাৰে যেনে KdenLive, Kino, LiVES আৰু অন্য বহুতো
13:59 দাবীং কৰি বৰঙনি আগবঢ়োৱা সকলৰ বাবে এক সুখবৰ, পাইঠনত আমি এটা এপ্পলিকেচন তৈয়াৰী কৰি আছো ।
14:06 ওপৰত দিয়া সকলো কমান্দ ইয়াত এক্সিকিউত হ'ব - যেনে অডিঅ' এক্সট্ৰেক্ট কৰা, ভীদিয়'এক্সট্ৰেক্ট কৰা আৰু একেলগ কৰা
14:15 ইয়াৰ বাবে এপ্পলিকেচন আৰু স্পৌকেন টিওটৰিয়েল ৱেবচাইটত অতি শুনকালে পাব সক্ষম হ'ব
14:22 ইয়াতে অন্ত পেলাইছো । এই টিওটৰিয়েলৰ সাৰাংশ দিবলৈ চেষ্টা কৰিছো । চিনেপ্টিক পেকেজ মেনেজাৰৰ যৰিয়তে অদেচিতি ইন্চটল কৰিছো ।
14:30 টিওটৰিয়েল ভালকৈ শুনি প্ৰত্যেক শাৰীৰ আৰম্ভণিৰ সময় মন কৰিব । অদেচিতি খুলিব । প্ৰত্যেক শাৰীৰ মাজত অলপ পজ দি বক্তিতা দিবলৈ আৰম্ভ কৰিব । সাধাৰণতে এবাৰত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিব
14:44 অডিঅ'টো শাৰীলৈ বিভাগ কৰিব। পাছৰ পৰা আৰমভ কৰি, ক্লিপ সমূহ স্লাইদ কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব
14:52 যেতিয়া হৈ যাব, ogg ফৰ্মেটত অডিঅ' সংৰক্ষণ কৰিব । ffmpeg কমান্দ ব্যৱহাৰ কৰি আচল টিওটৰিয়েলৰ পৰা ভীদিয়'ৰ অংশটো ভাগ কৰিলো
15:04 দাব কৰা অডিঅ' আৰু বিভাগ কৰা ভীদিয়'ৰ অংশ সমূহ একেলগ কৰি দাব কৰা টিওটৰিয়েলৰ সৃষ্টি কৰিব ।
15:11 আই আই টি বম্বেত বিকাশ কৰা, www.spoken-tutorial.orgৰ দ্বাৰা সহযোগ পোৱা স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
15:25 বিত্ত-বিষয়ৰ কাৰ্য্য, ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
15:34 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
15:47 এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি । এই স্ক্ৰীপ্তৰ বৰঙনি আগবঢ়াইছে অম্লান শইকীয়াই আৰু আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya