Difference between revisions of "GIMP/C2/Colours-And-Dialogs/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | GIMP লগ পাবলৈ তিউতৰিয়েললৈ স্বাগতম জনাইছো |মোৰ...")
 
 
(5 intermediate revisions by the same user not shown)
Line 4: Line 4:
 
|-
 
|-
 
| 00:23
 
| 00:23
| GIMP লগ পাবলৈ তিউতৰিয়েললৈ স্বাগতম জনাইছো |মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইতো গুৱাহাতীত বানীবদ্ধ কৰিছো ।
+
|নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ তিউতৰিয়েললৈ স্বাগতম জনাইছো. মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।  
 
|-
 
|-
 
| 00:32
 
| 00:32
|  ইয়াত এইতো আগফালৰ আৰু পিছফালৰ কালাৰ দাইল’গ,আপোনালোকে ৰঙবোৰ ৬টা বেলেগ বেলেগ ধৰনে নিৰ্বাচন কৰিব পাৰে ।-
+
|  ইয়াত এইতো আগফালৰ আৰু পিছফালৰ কালাৰ দাইল’গ,আপোনালোকে ৰঙবোৰ ৬টা বেলেগ বেলেগ ধৰনে নিৰ্বাচন কৰিব পাৰে ।
 +
|-
 
| 00:47
 
| 00:47
 
|এই প্ৰথম ধৰনেৰে,আপোনালোকে কিছুমান শ্লাইদাৰ দেখা পাব যেনে H, S, V, R, G, B  আৰু সেইবোৰ বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা,পৰিমান,ৰঙা,সেউজীয়া,নীলা ক্ৰমশ: এইবোৰ বুজায় ।  
 
|এই প্ৰথম ধৰনেৰে,আপোনালোকে কিছুমান শ্লাইদাৰ দেখা পাব যেনে H, S, V, R, G, B  আৰু সেইবোৰ বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা,পৰিমান,ৰঙা,সেউজীয়া,নীলা ক্ৰমশ: এইবোৰ বুজায় ।  
Line 19: Line 20:
 
| 01:28
 
| 01:28
 
| ক’লা ৰং ক’লা হৈ আছে কাৰন পৰমানতো হৈছে শুন্য আৰু মই যেতিয়া পৰিমানতো বঢ়াম,মই অন্য ধূসৰ বৰনৰ প্ৰভাব পাম ।
 
| ক’লা ৰং ক’লা হৈ আছে কাৰন পৰমানতো হৈছে শুন্য আৰু মই যেতিয়া পৰিমানতো বঢ়াম,মই অন্য ধূসৰ বৰনৰ প্ৰভাব পাম ।
 
 
|-
 
|-
 
| 01:41
 
| 01:41
Line 25: Line 25:
 
|-
 
|-
 
| 01:50
 
| 01:50
| কিন্তু ইয়াত আপোনালোকে দেখিছে যে মই যেতিয়া ৰঙৰ গাঢ়তা বঢ়াইছো,অন্য শ্লাইদাৰত থকা ৰং সামান্য পৰিমানে পৰিবৰ্তন হৈছে ।-
+
| কিন্তু ইয়াত আপোনালোকে দেখিছে যে মই যেতিয়া ৰঙৰ গাঢ়তা বঢ়াইছো,অন্য শ্লাইদাৰত থকা ৰং সামান্য পৰিমানে পৰিবৰ্তন হৈছে ।
 +
|-
 
| 01:59
 
| 01:59
 
|মই যদি বৰ্ণৰ অনুক্ৰম তানি আনো একো নঘতে,কিন্তু মই যেতিয়া ৰঙৰ গাঢ়তা তানি আনো ৰঙৰ পৰিমান নীলা ৰঙৰ ধৰনলৈ পৰিবৰ্তন হয় ।
 
|মই যদি বৰ্ণৰ অনুক্ৰম তানি আনো একো নঘতে,কিন্তু মই যেতিয়া ৰঙৰ গাঢ়তা তানি আনো ৰঙৰ পৰিমান নীলা ৰঙৰ ধৰনলৈ পৰিবৰ্তন হয় ।
Line 40: Line 41:
 
| 03:23
 
| 03:23
 
|  গতিকে বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা আৰু পৰিমান বুজিবলৈ ইমান সহজ নহয় কিন্তু ৰং নিৰ্বাচন কৰিবলৈ এটা ভাল পথ ।
 
|  গতিকে বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা আৰু পৰিমান বুজিবলৈ ইমান সহজ নহয় কিন্তু ৰং নিৰ্বাচন কৰিবলৈ এটা ভাল পথ ।
 
 
|-  
 
|-  
 
| 03:44
 
| 03:44
Line 55: Line 55:
 
|-
 
|-
 
|04:50
 
|04:50
| আৰু তাৰ পাছত পৰিমান আৰু ৰঙৰ গাঢ়তা ত্ৰিভূজতোত নিৰ্বাচন কৰক ।   |-
+
| আৰু তাৰ পাছত পৰিমান আৰু ৰঙৰ গাঢ়তা ত্ৰিভূজতোত নিৰ্বাচন কৰক ।  
 +
|-
 
|05:02
 
|05:02
 
| গতিকে যেতিয়া বৰ্নৰ অনুক্ৰ্ম নিৰ্বাচিত হয়,আপোনালোকে ইয়াত পৰিমান আৰু ৰঙৰ গাঢ়তাৰ  বিভিন্ন অৱস্থান ত্ৰিভূজতোত একে বৰ্নৰ অনুক্ৰমৰ বাবে পাব ।
 
| গতিকে যেতিয়া বৰ্নৰ অনুক্ৰ্ম নিৰ্বাচিত হয়,আপোনালোকে ইয়াত পৰিমান আৰু ৰঙৰ গাঢ়তাৰ  বিভিন্ন অৱস্থান ত্ৰিভূজতোত একে বৰ্নৰ অনুক্ৰমৰ বাবে পাব ।
Line 89: Line 90:
 
|-
 
|-
 
| 07:10
 
| 07:10
|.ইয়াত এই শ্লাইদাৰতয়ে ৰঙৰ পাত্ৰত হলনৰ পৰিমানৰ গভীৰতা মিলাই লয় ।  
+
|ইয়াত এই শ্লাইদাৰতয়ে ৰঙৰ পাত্ৰত হলনৰ পৰিমানৰ গভীৰতা মিলাই লয় ।  
|-Here this slider adjust the intensity of tipping into the colour pots.
+
|-
 
| 07:18
 
| 07:18
 
|আৰু আপোনালোকে এই বস্কতোৰ পৰা এটা ৰং নিৰ্বাচান কৰিব পাৰিব ।
 
|আৰু আপোনালোকে এই বস্কতোৰ পৰা এটা ৰং নিৰ্বাচান কৰিব পাৰিব ।
Line 185: Line 186:
 
| 13:56
 
| 13:56
 
|'X'কি( key) দবাই একে কামেই কৰিব পাৰি ।  
 
|'X'কি( key) দবাই একে কামেই কৰিব পাৰি ।  
|-
+
|-
 
|14:03
 
|14:03
 
|বাওফালে তলৰ পিনে থকা এই আইকনতো আগফালৰ আৰু পিছফালৰ ক’লা আৰু ব’গা ৰং সংস্থাপন কৰাৰ বাবে আছে ।
 
|বাওফালে তলৰ পিনে থকা এই আইকনতো আগফালৰ আৰু পিছফালৰ ক’লা আৰু ব’গা ৰং সংস্থাপন কৰাৰ বাবে আছে ।
 
|-
 
|-
 
|14:14
 
|14:14
| এইতো এটা নতুন ধুনীয়া ৰুপ।এইতো এদাল ৰং কৰা মাৰি আৰু আপোনালোকে বিচৰা যিকোনো ৰঙে আপোনালোকৰ স্ক্ৰিনৰ পৰা আপোনালোকে নিৰ্বাচন কৰিব পাৰিব ।
+
| এইতো এটা নতুন ধুনীয়া ৰুপ।এইতো এদাল পিকাৰ (picker) আৰু আপোনালোকে বিচৰা যিকোনো ৰঙে আপোনালোকৰ স্ক্ৰিনৰ পৰা আপোনালোকে নিৰ্বাচন কৰিব পাৰিব ।
 
|-
 
|-
 
|14:31
 
|14:31
Line 202: Line 203:
 
|-
 
|-
 
|15:19
 
|15:19
|মই ভাবো মই বহুত বেছি কৈছো ।
+
|মই ভাবো মই বহুত বেছি কৈছো । ইয়াতেই এই টিউটৰিয়েলটো সামৰনি মাৰিছো.
 
|-
 
|-
 
| 15:23
 
| 15:23
| এইতো বৈজয়ন্তী ডেকা স্পোকেন তিউতৰিয়েলৰ বাবে দাবিং কৰি আছো ।
+
| এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Latest revision as of 13:26, 20 February 2015

Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ তিউতৰিয়েললৈ স্বাগতম জনাইছো. মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:32 ইয়াত এইতো আগফালৰ আৰু পিছফালৰ কালাৰ দাইল’গ,আপোনালোকে ৰঙবোৰ ৬টা বেলেগ বেলেগ ধৰনে নিৰ্বাচন কৰিব পাৰে ।
00:47 এই প্ৰথম ধৰনেৰে,আপোনালোকে কিছুমান শ্লাইদাৰ দেখা পাব যেনে H, S, V, R, G, B আৰু সেইবোৰ বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা,পৰিমান,ৰঙা,সেউজীয়া,নীলা ক্ৰমশ: এইবোৰ বুজায় ।
01:04 ইয়াত মই ক’লা ৰং পিছফালৰ ৰং হিচাবে নিৰ্বাচন কৰিছো আৰু আপোনালোকে দেখা পাইছে যে বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা,পৰিমান,ৰঙা,সেউজীয়া,নীলা এই সকোলোবোৰ শুন্য হৈছে ।
01:20 আৰু মই যেতিয়া বৰ্ণৰ অনুক্ৰমৰ পৰিমান বঢ়াইছো একো পৰিবৰ্তন হোৱা নাই ।
01:28 ক’লা ৰং ক’লা হৈ আছে কাৰন পৰমানতো হৈছে শুন্য আৰু মই যেতিয়া পৰিমানতো বঢ়াম,মই অন্য ধূসৰ বৰনৰ প্ৰভাব পাম ।
01:41 মই ৰঙৰ গাঢ়তা বঢ়াব পাৰো যেতিয়া পৰিমান শুন্য হয় আৰু একো পৰিবৰ্তন নহয় ।
01:50 কিন্তু ইয়াত আপোনালোকে দেখিছে যে মই যেতিয়া ৰঙৰ গাঢ়তা বঢ়াইছো,অন্য শ্লাইদাৰত থকা ৰং সামান্য পৰিমানে পৰিবৰ্তন হৈছে ।
01:59 মই যদি বৰ্ণৰ অনুক্ৰম তানি আনো একো নঘতে,কিন্তু মই যেতিয়া ৰঙৰ গাঢ়তা তানি আনো ৰঙৰ পৰিমান নীলা ৰঙৰ ধৰনলৈ পৰিবৰ্তন হয় ।
02:12 যদি আপোনালোকে HSV পদ্ধতিৰ দ্বাৰা ৰং নিৰ্বাচন কৰিব খোজে,তেতিয়াহলে মাত্ৰ ৰঙৰ গাঢ়তা তানি আনক আৰু ভেলু শ্লাইদাৰ ওপৰলৈ কৰক আৰু আপোনালোকে ৰামধেনুৰ বিভিন্ন ৰং হিউ শ্লাইদাৰত পাব আৰু আপোনালোকে ইয়াৰ পৰা ৰং বাচি লব পাৰিব ।
02:48 ইয়াত আপোনালোকে ৰং দেখা পাইছে ৰঙা,সেউজীয়া আৰু নীলা শ্লাইদাৰত থকা ৰ্ং HSV শ্লাইদাৰৰ মতে পৰিবৰ্তন হয় আৰু ৰ্ং নিৰ্বাচন কৰিবলৈ এইতো সহজ হৈ পৰে।
03:03 যদি আপোনালোকে পাতল ৰং বিচাৰে তেতিয়াহলে চেতুৰেচন শ্লাইদাৰ মিলাই লওক আৰু যদি আপোনালোকে গাঢ় ৰঙৰ এটা ভাল সংমিশ্ৰন বিচাৰে তেতিয়াহলে ক্ৰমান্যয়ে ভেলু শ্লাইদাৰ মিলাই লওক আৰু এটা পৰিমান ৰঙাত,সেউজীয়াত,নতুবা নীলা শ্লাইদাৰত নিৰ্বাচন কৰি লওক ।
03:23 গতিকে বৰ্ণৰ অনুক্ৰম,ৰঙৰ গাঢ়তা আৰু পৰিমান বুজিবলৈ ইমান সহজ নহয় কিন্তু ৰং নিৰ্বাচন কৰিবলৈ এটা ভাল পথ ।
03:44 মই যেতিয়া নিৰ্দিষ্ট ৰং সংস্থাপন কৰিব লাগে মাত্ৰ তেতিয়াহে এই দাইল’গ ৱ্যবহাৰ কৰিম ।
03:51 উদাহৰন স্বৰূপে যদি মই একদম মধ্যমীয়া ধূসৰ বৰনৰ ৰং বিচাৰো তেতিয়া মই ভেলু শ্লাইদাৰ ৫০ লৈ তানি আনিম,গতিকে পৰিমানতো ০%আৰু১০০%ৰ মাজত বিভক্ত আৰু RGB শ্লাইদাৰত মই ১২৭লৈ নম্বৰ সংস্থাপন কৰিছো আৰু আপোনালোকে সম্পূৰ্ন মধ্যমীয়া ধূসৰ বৰন পাব ।
04:28 এতিয়া অন্য দাইল’গবোৰত এবাৰ চোৱা যাওক ।
04:33 এই দাইল’গ HSV কালাৰ মোদলৰ ওপৰত প্ৰতিষ্ঠিত আৰু প্ৰথমতে আপোনালোকে বৃত্তত থকা ৰং বাচি লওক যিতো আপোনালোকে থকাতো বিচাৰে ।
04:50 আৰু তাৰ পাছত পৰিমান আৰু ৰঙৰ গাঢ়তা ত্ৰিভূজতোত নিৰ্বাচন কৰক ।
05:02 গতিকে যেতিয়া বৰ্নৰ অনুক্ৰ্ম নিৰ্বাচিত হয়,আপোনালোকে ইয়াত পৰিমান আৰু ৰঙৰ গাঢ়তাৰ বিভিন্ন অৱস্থান ত্ৰিভূজতোত একে বৰ্নৰ অনুক্ৰমৰ বাবে পাব ।
05:22 পিছৰ দাইল’গতো ইয়াত এইতোৰ সমান ।
05:27 এই দাইল’গতোত আপোনালোকৰ এখন আভৰন বৰ্নৰ অনুক্ৰম নিৰ্বাচন কৰাৰ বাবে আছে,আপোনালোকে ত্ৰিভূজতোত থকাৰ দৰে একে ৰং এই চৰ্তুৰ্ভুজতোত পাব আৰু এতিয়া আপোনালোকে এই অঞ্চলতোৰ পৰা আপোনালোকৰ ৰং বাচি লব পাৰিব,নতুবা আপোনালোকে বৰ্নৰ অনুক্ৰম ইয়াত পৰিবৰ্তন কৰিব পাৰিব আৰু আপোনালোকৰ নতুন ৰং নিৰ্বাচন কৰিব পাৰিব ।
05:58 ইয়াত আপোনালোকে ৰঙৰ গাঢ়তালৈও গতি কৰিব পাৰিব ।
06:02 আৰু পৰিমানৰ সংমিশ্ৰন এনেদৰে মিলায় নিৰ্বাচন কৰক আৰু বৰ্নৰ অনুক্ৰম এনেদৰে মিলোৱা যায় ।
06:12 আপোনালোকে গাঢ় ৰং পাবলৈ পৰিমানতো সংস্থাপন কৰিব পাৰে আৰু ৰঙৰ গাঢ়তা আৰু বৰ্নৰ অনুক্ৰ্ম একে অনুসাৰে পৰিবৰ্তন কৰিব পাৰে ।
06:33 একে ধৰনেৰে ই ৰঙা,সেউজীয়া আৰু নীলা ৰংলৈ কাম কৰে ।
06:40 মই নীলা ৰঙৰ পৰিমান মই বিচৰা ধৰনে ৰঙত পৰিবৰ্তন কৰিব পাৰো আৰু তাৰ পাছত ৰঙা ৰঙৰ পৰিমান আৰু সেউজীয়া ৰং একে ধৰনে।
06:55 এই দাইল’গতো আগৰতোৰ দৰে সিমান উদ্ভাৱনপূৰ্ণ নহয় ।
07:01 পিছৰ দাইল’গতো হৈছে পনীয়া ৰঙৰ সংমিশ্ৰন।
07:10 ইয়াত এই শ্লাইদাৰতয়ে ৰঙৰ পাত্ৰত হলনৰ পৰিমানৰ গভীৰতা মিলাই লয় ।
07:18 আৰু আপোনালোকে এই বস্কতোৰ পৰা এটা ৰং নিৰ্বাচান কৰিব পাৰিব ।
07:32 আৰু এইতো ইয়াত ফলাফলৰুপে পোৱা ৰং ।
07:37 আপোনালোকে ৰং এটা নিৰ্বাচন কৰিব পাৰে এই হালধীয়াতো কোৱা যাওক আৰু এতিয়া মই এইতোত অলপ নীলা আৰু অলপ ৰঙা যোগ দিব পাৰো আৰু ফলাফলৰুপে আপোনালোকে পোৱা ৰংতো হৈছে বহুত অনুজ্জল ৰঙৰ ।
07:56 মই এই দাইলগতো খুব সোনকালে ৱ্যবহাৰ নকৰো ।
08:02 এই দাইল’গতোয়ে কাৰ্যকৰি পেলেত দেখাই আৰু আপোনালোকে বেলেগ কৰবাত সেই পেলেতবোৰ সংস্থাপন কৰিব পাৰিব ।
08:10 এইতো মাত্ৰ গ্ৰাফিক দিজাইনিং আৰু ৱেব দিজাইনিংৰ বাবে লাগতিয়াল।মই সচাকৈয়ে এইতো দাইল’গৰ সৈতে বেছি কাম কৰা নাই ।
08:20 এটা আৰু বস্তু এই পৰ্যন্ত আগুৰিব আছো এইতো ইয়াৰ প্ৰিন্তাৰ ৰং ।
08:31 মই ভাবো এই দাইলগতো মাত্ৰ বৃত্তিমূলক প্ৰিন্তাৰবোৰৰ বাবে উপযোগি আৰু প্ৰিন্তাৰ বোৰে ৰঙা,সেউজীয়া আৰু নীলা ৰঙৰ পৰিবৰ্তে পাতল নীলা,মেগেন্তা আৰু হালধীয়া ৱ্যবহাৰ কৰে আৰু সেইবাবেই সেইবোৰে ৰঙবোৰ হ্ৰাস কৰে ।
08:54 ৰঙা,সেউজীয়া আৰু নীলা বগা ৰঙৰ সৈতেো মিহলি আৰু যোগ হয় আৰু প্ৰিন্তিংৰ সৈতে মই যদি পাতল নীলা,মেগেন্তা আৰু হালধীয়া শুন্য নিৰ্বাচন কৰো,মাত্ৰ ব’গা ৰঙৰ কাগজখনহে ছপা হৈ ওলাব ।
09:11 যদি মই ক’লা ৰং ছপাব বিছাৰো তেতিয়া মই পাতল নীলা,মেগেন্তা নতুবা হালধীয়া ৰং ১০০লৈ সংস্থাপন কৰিব লাগিব আৰু মই সম্পূৰ্ন ক’লা ৰঙৰ কাগজ পাম ।
09:37 এই ৰঙবোৰ,এই বৰ্ণবোৰ পোহৰৰ পৰা বিয়োজিত,আৰু মাত্ৰ পাতল নীলা প্ৰতিবিম্বিত কৰে ।
09:46 আৰু সেইবোৰ মিহলি কৰি,আপোনালোকে আৰু বহুত বেছি পোহৰৰ পৰা হ্ৰাস কৰিব পাৰিব আৰু আপোনালোকে প্ৰিণ্ট কৰিব পৰা গোতেইবোৰ ৰ্ং আপোনালোকে পাব ।
09:58 তাত কিছুমান দৃশ্যমান ৰং আছে যিবোৰ প্ৰিণ্ট কৰিব পৰা নাযায় আৰু গতিকে আপোনালোকৰ ফলাফল সলনি হব ।
10:35 চতুৰ্থ শ্লাইদাৰদাল হৈছে k যিয়ে ক’লা ৰং বুজায় ।
10:41 নীলা ৰংৰ সৈতে ভুল যোৰা নহবলৈ এইতো ক’লা ৰংৰ বাবে k হিচাবে সংস্থাপন কৰা আছে ।
10:51 মই যেতিয়া ব’গা ৰঙত যিটো মোৰ পিছফালৰ ৰং হয় তাত ক্লিক কৰিছো,আপোনালোকে দেখা পাইছে একো পৰিবৰ্তন হোৱা নাই ।
11:08 ৰংবোৰ একে কিন্তু পাতল নীলা শ্লাইদাৰতো তললৈ গৈছে আৰু K শ্লাইদাৰতো ওপৰলৈ গৈছে ।
11:18 সেইতোৰ পূৰ্নাবৃত্তি কৰা যাওক ।
11:20 Y শ্লাইদাৰতো ৪০, M ৰ পৰা ৮০ লৈ আৰু C টো ২০ লৈ ঘূৰাই দিয়ক ।
11:29 এতিয়া মই যেতিয়া ৰং নিৰ্বাচন কৰিম আপোনালোকে M শ্লাইদাৰ ৭৫, Y শ্লাইদাৰ ২৬ আৰু k শ্লাইদাৰ ২০পাব ।
11:41 গতিকে আপোনালোকে দেখিছে যে ৰংতো পৰিবৰ্তন হোৱা নাই কিন্তু ছবিখনত আগৰ পৰা থকা পাতল নীলা,মেগেন্তা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰন মেগেন্তা,হালধীয়া আৰু ক’লা ৰংলৈ পৰিবৰ্তন হৈছে ।
11:59 ক’লা চিঞাহী কিছু কম মূল্যৰ গতিকে ইয়াৰ স্থিতীয় বিন্দুতো পাতল নীলা,মেগেন্তা আৰু হালধীয়া ৰঙৰ অস্পষ্ট সংমিশ্ৰনৰ পৰিবৰ্তে মেগেন্তা,হালধীয়া আৰু ক’লা ৰঙৰ সংমিশ্ৰন ৱ্যবহাৰ কৰে ।
12:22 গতিকে এতিয়া আমি ৰং নিৰ্বাচনৰ সম্পূৰ্ন ছটা দাইল’গ আগুৰিলো ।
12:28 কিন্ত এই দুটা সলা-বদলা কৰা ৰং ৰৈ গৈছে ।
12:32 সন্মুখৰ ৰংটো মোৰ আগফালৰ ৰং আৰু অন্যটো মোৰ পিছফালৰ ৰং আৰু মই যেতিয়া ইয়াৰ ওপৰত ক্লিক কৰো,আপোনালোকে ইয়াত ৰংটো প্ৰতিষ্ঠিত কৰিব পাৰিব ।
12:46 আৰু যদি আপোনালোকে এই ৰঙবোৰ আপোনালোকৰ ছবিত বিচাৰে তেতিয়াহলে সেই ঠাইখিনিত এই ৰঙবোৰ তানি আনক আৰু এইতো সেই ৰঙৰ সৈতে ভৰ্তি হৈ যাব ।
13:02 আপোনালোকে এই সাল-সলনি কৰা ৰংবোৰ তুল বস্কত পাব ।
13:14 মাত্ৰ ফাইল,প্ৰিফাৰেঞ্চলৈ যাওক আৰু তাৰ পাছত তুল বস্কলৈ যাওক আৰু ইয়াত আপোনালোকে আগফাল আৰু পিছফালৰ ৰং আৰু আনকি ব্ৰাচদাল আৰু সক্ৰিয় ছবিখন দেখা পাব
13:37 মই এইতো তাৰপাছত বন্ধ কৰি দিম কাৰন ই মোৰ তুল বস্কত বহুত ঠাই লৈছে ।
13:46 সোফালৰ ওপৰৰ ৰং সাল-সলনি কৰা কোনত থকা সৰু আইকনতো আগফালৰ আৰু পিছফালৰ ৰং সালসলনি কৰাৰ বাবে আছে ।
13:56 'X'কি( key) দবাই একে কামেই কৰিব পাৰি ।
14:03 বাওফালে তলৰ পিনে থকা এই আইকনতো আগফালৰ আৰু পিছফালৰ ক’লা আৰু ব’গা ৰং সংস্থাপন কৰাৰ বাবে আছে ।
14:14 এইতো এটা নতুন ধুনীয়া ৰুপ।এইতো এদাল পিকাৰ (picker) আৰু আপোনালোকে বিচৰা যিকোনো ৰঙে আপোনালোকৰ স্ক্ৰিনৰ পৰা আপোনালোকে নিৰ্বাচন কৰিব পাৰিব ।
14:31 আৰু অবশেষত তাত এটা ঠাই আছে য’ত আপোনালোকে ৰং নিৰ্ধাৰন কৰিবলৈ যাদুকৰি সাংকেতিক চিহ্ন দেখা পাব ।
14:45 আৰু মই যেতিয়া ৰং পৰিবৰ্তন কৰিম আপোনালোকে কেনেকৈ সাংকেতিক চিহ্ন পৰিবৰ্তন হয় দেখা পাব আৰু মই হেক্স কোদত লিখিবও পাৰিম আৰু ৰং পাম আৰু আনকি আপোনালোকে ৰঙৰ নামও লিখিব পাৰিব ।
15:06 উদাহৰন স্বৰুপে মই 'L' লিখিছো আৰু আপোনালোকে সকোলো সেউজীয়া ঘাহনিৰ ৰ্ং পাইছে,এইতো সেউজীয়া ঘাহনিৰ ৰং।গতিকে এইতোএ বিস্তৃতভাবে কালাৰ দাইল’গ ।
15:19 মই ভাবো মই বহুত বেছি কৈছো । ইয়াতেই এই টিউটৰিয়েলটো সামৰনি মাৰিছো.
15:23 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi