Difference between revisions of "GIMP/C2/Rotating-And-Cropping-An-Image/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| style="border-spacing:0;" | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"|...")
 
 
(One intermediate revision by the same user not shown)
Line 5: Line 5:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:22  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:22  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| Gimp ৰ স্পোকেন টিউতোৰিয়েললৈ স্বাগতম জনাইছো ।
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. Gimp ৰ স্পোকেন টিউতোৰিয়েললৈ স্বাগতম জনাইছো ।
  
 
|-
 
|-
Line 153: Line 153:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:11  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:11  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ছবিখনৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে,মই তোমালোকক এটা বস্তু দেখাব বিচাৰো যিটো মই জি আই এম পি ইউজাৰ ইন্তাৰ্ফেচৰ(gimp user interface) বিষয়ে শেষৰ টিউতোৰিয়েলত বানীবদ্ধ কৰোতে পাইছিলো ।
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ছবিখনৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে,মই তোমালোকক এটা বস্তু দেখাব বিচাৰো যিটো মই GIMP ইউজাৰ ইন্তাৰ্ফেচৰ(gimp user interface) বিষয়ে শেষৰ টিউতোৰিয়েলত বানীবদ্ধ কৰোতে পাইছিলো ।
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:23  
+
| style="border-top:none;border-bottom:0.1pt double #আৰু প্ৰ্ত্যেক ৰ্ং পৰিমানেৰে চিহ্নিত কৰা হয় আৰু মই তোমালোকক এই পৰিমান কালাৰ পিকাৰৰ সহায়ত দেখাব পাৰো। 808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:23  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যেতিয়া তোমালোকে ইমেজ উইন্দোত তেব দবাবা, ইয়াৰ তুল বক্স নাইকিয়া হৈ যাব আৰু মোক ছবিখন যিমান ডাঙৰ লাগে সিমান পাবলৈ সহায় কৰিব আৰু মই তুল বক্সতো মোৰ সুবিধা মতে অন অফ কৰিব পাৰো।
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যেতিয়া তোমালোকে ইমেজ উইন্দোত তেব দবাবা, ইয়াৰ তুল বক্স নাইকিয়া হৈ যাব আৰু মোক ছবিখন যিমান ডাঙৰ লাগে সিমান পাবলৈ সহায় কৰিব আৰু মই তুল বক্সতো মোৰ সুবিধা মতে অন অফ কৰিব পাৰো।
  
Line 385: Line 385:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 12:47  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 12:47  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইতো বৈজয়ন্তী ডেকা স্পোকেন তিউতেৰেলৰ বাবে দাবিং কৰিছো
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"|এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. অাই অাই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো, যোগদানৰ বাবে ধন্য়বদ
  
 
|}
 
|}

Latest revision as of 13:12, 12 February 2015

Time Narration
00:22 নমস্কাৰ দৰ্শক সকল. Gimp ৰ স্পোকেন টিউতোৰিয়েললৈ স্বাগতম জনাইছো ।
00:24 এই ছবিখন স্ংস্কৰন কৰাৰ আগতে মই তোমালোকক ছুটিকৈ RAW সচা ফোটোগ্ৰাফিৰ বাবে কেনেকৈ ৱ্যবহাৰৰ কৰা যায় কব বিচাৰিছো ।
00:33 মই যদি এই ছবিখন JPEG ত তোলো মোৰ ব্ৰাইতনেচৰ সাংকেতিক (encoding)কৰিবলৈ ২৫৬ তা পদক্ষেপ লাগিব ।
00:42 তোমালোকে এইখনৰ কলা আৰু বগাৰ নিচিনা,ঈষ্ৎ নীলা সেউজীয়া আভা দেখা পাইছা আৰু আচলতে এইখন মাত্ৰ শুভ্ৰ বৰনৰহে।
00:52 আৰু JPEG ৰ সৈতে তোমালোকে ২৫৬ টা বিভিন্ন ধৰনৰ পৰিমান শুভ্ৰ ৰঙৰ বাবে পাবা
01:00 শুন্য ক’লাৰ বাবে আৰু ২৫৫ বগাৰ বাবে।
01:05 আৰু এই ছবিখণত অলপো বগা নাই আৰু মাত্ৰ অলপহে ক’লা আছে ।
01:11 গতিকে ইয়াৰ অলপ মাত্ৰ ঠাই ৱ্যবহাৰ হব।
01:16 কিমান মই পাছত তোমালোকক দেখাম।
01:19 মই এই ছবিখন RAW ত উঠাইছো আৰু মোৰ কেমেৰাই ব্যৱহাৰৰ উপযোগী নোহোৱা ছবিবোৰ ১২ বিট দাটা ফোৰ্মেতত জমা কৰিছে ।
01:27 পৰিমান বিয়পাই দিয়াৰ পিছত মই ৰ্‌অ কনভাৰ্তৰৰ পৰা পোৱা এইখনেই হৈছে ছবি আৰু ইয়াত মই ২৫৬ টা বিভিন্ন ধৰনৰ শুভ্ৰ ৰঙৰ পৰিমান পাইছো আৰু এতিয়া মই ছবিখনৰ স্ংস্কৰন আৰম্ভ কৰিব পাৰো।
01:42 প্ৰ্থম ছবিখনৰ তুলনাত এই ছবিখনত বেছি বিতং বৰ্ননা স্ংৰক্ষন কৰা আছে ।
01:47 মই মন কৰো এইখনেই প্ৰথম ছবি আৰু এইখন মই ৰুপান্তৰ কৰনৰ পাছত পাইছো।
01:54 পিছৰ প্ৰক্ৰিয়াতো কৰাৰ বাবে দ্বিতীয়খন ছবি ভাল বুনিয়াদ যিতো এনে এখন ছবিত দেখা গৈছে যিখনৰ কাম প্ৰ্থম ছবিখনৰ দৰে একে কিন্তু দেখিবলৈ বেছি ধুনিয়া ।
02:06 এতিয়া মই GIMPত দুখন ছবি খুলি লৈছো,গতিকে ছবি দুখনৰ হিচ্‌তোগ্ৰাম ছোৱা যাওক ।
02:14 হিচ্‌তোগ্ৰামতো ইমেজ দাইলোগত লুকাই আছে
02:17 কিন্তু আমি তিনি প্ৰ্কাৰে ইমেজ দাইলোগতো ধুকি পাব পাৰো,প্ৰ্থম পথটো টুলবাৰত আছে
02:33 দ্বিতীয় পথটো হৈছে ইয়াৰ একচেচ দা ইমেজ মেনু আৰু দাইলগচত ক্লিক কৰা।
02:40 আৰু তৃতীয় পথটো হৈছে ছবিখনৰ ওপৰত ৰাইত ক্লিক কৰা আৰু পাছত দাইলগ,আৰু হিচ্‌তোগ্ৰামত ক্লিক কৰা।
02:48 এইতো হৈছে প্ৰ্থম ছবিখনৰ হিচ্‌তোগ্ৰাম।
02:51 এইতো অকনমান ডাঙৰ কৰা আৰু ইয়াত তোমালোকে বিভিন্ন ৰ্ংঙৰ পিক্সেলৰ বিতৰন ছবিখনত দেখা পাইছা ।
02:59 দিজিতেল ইমেজ নম্বৰৰ পিনৰ পৰা পেইন্তিংৰ সৈতে সমান।
03:03 যেতিয়া তোমালোকে ছবিখনৰ ভিতৰত ডাঙৰ কৰি ছাবা তোমালোকে বহুত সৰু সৰু তাইল্‌চ দেখিবা আৰু প্ৰত্যেক তাইল্‌চৰে বেলেগ বেলেগ ৰ্ং আছে যাক পিস্কেল বুলি কোৱা হয় ।
03:14 আৰু প্ৰ্ত্যেক ৰ্ং পৰিমানেৰে চিহ্নিত কৰা হয় আৰু মই তোমালোকক এই পৰিমান কালাৰ পিকাৰৰ সহায়ত দেখাব পাৰো।
03:26 মই যেতিয়া কালাৰ পিকাৰ ৱ্যবহাৰ কৰো মই ৰঙা,সেউজীয়া আৰু নীলা ৰ্ংৰ বাবে পৰিমান পাম ।
03:32 এই ছবিখনত ৰঙা ৰঙৰ পৰিমান সেউজীয়া আৰু নীলা ৰঙৰ পৰিমানতকৈ কম।
03:38 সেউজীয়া আৰু নীলা ৰঙৰ পৰিমান প্ৰায় সমান।
03:43 স্ংক্ষাৰ সৈতে ছবি অকাতো হৈছে দিজিতেল ফোতোগ্ৰাফি।
03:46 এই ছবিখনত ইয়াত মোৰ ০ ৰ পৰা ২৫৫ লৈ নম্বৰ আছে, আৰু আমাৰ ইয়াত সচাকৈ্যে এটা ক’লা অংশ আছে কিন্তু মই নাভাবো এইতোয়ে অন্তিম ছবিখনত আহিব ।
04:00 মই ভাবো ইয়াত এই ছবিখনৰ প্ৰ্কৃত অংশ ৮০ৰ আশে পাশে আৰম্ভ হৈছে আৰু ছবিখনৰ উজ্জ্বল অংশ ইয়াত ২০০ৰ আশে পাশে আৰম্ভ হৈছে ।
04:10 গতিকে আমাৰ ০ৰ পৰা ২৫৬লৈ ঠাই আছে,কিন্তু আমি মাত্ৰ ১২০ ৱ্যবহাৰ কৰিম যিটো দাতাৰ আধাতকৈ কম যিটো আমি ৱ্যবহাৰ কৰিব পাৰো।
04:23 আৰু তাৰে কাৰনে ইয়াত ছবিখনৰ বহুত তথ্য হেৰাইছে।
04:29 দ্বিতীয় ছবিখনৰ হিচ্‌টোগ্ৰামত এবাৰ ছোৱা যাওক ।
04:33 ইয়াত আমি ছাব পৰা ধৰনে এই হিচ্‌-তোগ্ৰামত প্ৰ্থমতোৰ তুলনাত বেছি দাতা আছে তথাপি কাৰ্ভৰ গঠন একে হয়।
04:45 তোমালোকে এই দুটা হিচ্‌তোগ্ৰাম তুলনা কৰা।
04:51 দ্বিতীয় ছবিখনত বিতং বৰ্ননা বিস্তৃত হৈ আছে গতিকে ইয়াত মই সমাধান কৰিব লগা সমস্যাটো হৈছে দ্বিতীয় ছবিখন প্ৰ্থম ছবিখনৰ দৰে সঙ্কুচিত কৰা।
05:01 কিন্তু ইয়াত প্ৰ্থম ছবিখনৰ দৰে কিছু বেছি বিত্ং বৰ্ননা আৰু ইয়াত কিছু বেছি কন্ত্ৰাস্ত থকাতো উচিত।
05:11 এই ছবিখনৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে,মই তোমালোকক এটা বস্তু দেখাব বিচাৰো যিটো মই GIMP ইউজাৰ ইন্তাৰ্ফেচৰ(gimp user interface) বিষয়ে শেষৰ টিউতোৰিয়েলত বানীবদ্ধ কৰোতে পাইছিলো ।
05:23 যেতিয়া তোমালোকে ইমেজ উইন্দোত তেব দবাবা, ইয়াৰ তুল বক্স নাইকিয়া হৈ যাব আৰু মোক ছবিখন যিমান ডাঙৰ লাগে সিমান পাবলৈ সহায় কৰিব আৰু মই তুল বক্সতো মোৰ সুবিধা মতে অন অফ কৰিব পাৰো।
05:41 গতিকে মই ইয়াত কি কৰি আছো এইটো ভালকৈ দেখা পাম আৰু তোমালোকেও এইটো ভালকৈ দেখা পাবা
05:46 মই ছবিখন স্ংস্কৰন কৰাৰ আগতে মই কিছুমান চেতিং পৰিবৰ্তন কৰিব লাগিব।
05:52 গতিকে মই ফাইললৈ, পাছত প্ৰিফাৰেন্সলৈ আৰু উইন্দো মেনেজমেন্তলৈ যাম,আৰু ইয়াৰ অপছ্ন বাছি লম।
06:03 তুল বক্সৰ বাবে কিপ এবোভ আৰু দক্সৰ বাবে কিপ এবোভ আৰু বাকি অপচনবোৰ যেনেকৈ আছে তেনেকৈ এৰি দিম।
06:11 মই OK প্ৰেচ কৰাৰ পাছত GIMP এ বিজ্ঞাপনৰ দৰে কাম কৰিব ।
06:17 মই তুল বক্সৰ পৰা তুল বাছি লব পাৰো আৰু মই বাচি লোৱা তুলৰ গোতেই অপচনবোৰ পাইছো।
06:25 মই উভতি আহি ছবিখনত ক্লিক কৰিব পাৰোঁ আৰু তুল বক্স অন অফ কৰিবলৈ তেব ৱ্যবহাৰ কৰিব পাৰো।
06:33 প্ৰথম কামতো হৈছে ছবিখন সমানত আছে নে পৰীক্ষা কৰা ।
06:37 এই ছবিখনত মানুহে তৈয়াৰ কৰা কোনো বিশ্বাসযোগ্য বস্তু নাই,গতিকে মই ছবিখন চিধা আছে নে চাবলৈ গ্ৰিদ পদ্ধতি ৱ্যবহাৰ কৰিব নোৱাৰো ।
06:47 পানীৰ তলিতো বিৰাত ভাল সমাধান।
06:50 কিন্তু আমি ইয়াত পথালিকৈ দেখা পোৱা নাই আৰু পানীত থকা ৰেঙ্গণি হৈছে কিছু ভ্ৰান্ত পথ ।
06:57 ইয়াত এইতো পথালি নহয় কিন্ত পানীত মাত্ৰ এটা বক্ৰৰেখা হয় ।
07:02 গতিকে মোৰ প্ৰকৃত ধাৰনা নাই ক’ত ৰুলাৰ স্থাপন আৰু সমতল পৰীক্ষা কৰিব লাগে ।
07:08 মই মাত্ৰ মোৰ চকুৰ ওপৰত বিশ্চাস কৰিব লাগিব যিতো মই ফোটোগ্ৰাফিত বেয়া পথ বুলি নাভাবো।
07:16 এতিয়া মই ৰোতেত তুল বাছি লৈছো আৰু কাৰেক্তিভ বেকৱাৰ্দৰ পৰিবৰ্তে মই নৰ্মেল ফৰ্ৱাদ বাচি লৈছো আৰু প্ৰিভিউত গ্ৰিদ হিচাবে নহয় ইমেজ হিচাবেহে সংৰক্ষন কৰিচো ।
07:30 ঠিক আছে ছবিত ক্লিক কৰা ।
07:38 ইয়াৰ মাজভাগত এটা বিন্দু আছে যাক চেন্তাৰ ওফ ৰোতেচন (center of rotation) বুলি কোৱা হয় আৰু তাৰ চাৰিওফালে ছবিখন ঘুৰিব ।
07:46 আৰু এইতোয়ে দাইলগ য’ত আমি ছবিখন কেনেকুৱা কোনত ঘুৰাব বিচাৰো তাৰ বাবে স্ংস্থাপন কৰিব পাৰো ।
07:52 ইয়াত মোৰ চ্‌লাইদাৰ আছে যিয়ে মোক ছবিখন ঘুৰোৱাত সহায় কৰিব কিন্তু তোমালোকে দেখিছা এইটো ঘুৰাবলৈ কঠিন আৰু মই নাভাবো ছবিখন মই ইমান এধলিয়া কৰিব লাগিব।
08:05 গতিকে ইয়াত শুন্যলৈ উভতি যোৱা যাওক আৰু এতিয়া মই ছবিখন ঘুৰাবলৈ ইয়াত মাত্ৰ স্তাইল ৱ্যবহাৰ কৰিম ।
08:14 মই ভাবো ছবিখন সোফালে অলপ বেছি এধলিয়া হৈছে গতিকে মই ছবিখন বাওফালে ঘুৰাব লাগিব তাৰ মানে ঘড়িৰ বিপৰিতে তাৰ বাবে ইয়াত মই বিয়োগাত্মক পৰিমান লব লাগিব।
08:29 গতিকে মই দিশ পৰিৰ্তন কৰি থাকিম যেতিয়ালৈকে মই শুধ্য আৰু চিধা ছবি নাপাও ।
08:36 গতিকে মই এইটো-০.২৫°দিশত সংস্থাপন কৰিম।
08:43 এই উইন্দোতো পিছলৈ টানি আনা আৰু ৰোতেত ক্লিক কৰা আৰু এই কামৰ ফলাফলৰ বাবে অপেক্ষা কৰা ।
08:50 পিছৰ পদক্ষেপতো হৈছে ক্ৰপিং।
08:54 এই ছবিখনত মই জাহাজখন,পানী আৰু ইয়াত এই চৰাইবোৰ বিচাৰো ।
09:02 আৰু মই এই ছবিখনত ইয়াত এই ঘা-বনবোৰ নিবিচাৰো,ইয়াৰ এই অংশটোত নদীৰ পাৰ মই বিচাৰো নে নিবিচাৰো মই সচাকৈয়ে নিচ্চিত নহয়।
09:16 আৰু মই ভাবো ছবিখনৰ এই অংশটো কাটি পেলাম কাৰন পিছত মই ছবিখনৰ সকলোতকৈ বেছি কলা অংশ থকাতো বিচাৰিম।
09:24 যিটো ইয়াৰ চৰাইবোৰ,জাহাজখন,আৰু তাৰ পাচত গছবোৰ,জাহাজখনৰ পিছফালে থকা নদীৰ পাৰ আৰু শেষত পানী আৰু আকাশখন ।
09:35 আৰু ছবিখনৰ এই অংশটো বহুত অন্ধকাৰ।
09:39 মই ছবিখনৰ এই অংশতো ডাঙৰকৈ চাব বিচাৰো কাৰন মই নদীখনৰ যিমান পাৰো সিমান অংশ অন্তৰ্ভুক্ত কৰিব খোজো কিন্তু পাৰৰ অকনো নিবিচাৰো ।
09:49 গতিকে ইয়াত হ’ত কি Z(hot key Z)দবায় মই ছবিখনৰ অংশতোত জুম কৰিম ।
10:00 ইয়াত অন্য এটা চৰাই উৰি আছে ।
10:02 গতিকে মই বাওফালে যাম আৰু মই ৰুলাৰ দাল নদীৰ পাৰলৈ তানি আনিম আৰু ইয়াত এইতো এৰি দিম ।
10:09 আৰু Shift + ctrl + E দবাম যিতোয়ে মোক ছবিখনলৈ উভতাই আনিব।
10:15 এতিয়া মই ক্ৰ্প তুল বাচি লব লাগিব আৰু ইয়াত কিচুমান ওপচন সংস্তাপন কৰিব লাগিব ।
10:20 মই ২:১ ত স্থিৰ অনুপাত অৱস্থা বিচাৰো ।
10:29 আৰু প্ৰিভিউত মই ৰুল ওফ থাৰ্দচ অলপ সহায়ৰ বাবে সংস্থাপন কৰিছো যিয়ে মোক কিছু সহায়কাৰী লাইন যোগান ধৰিব।
10:37 ইয়াত কিবোৰ অন্তৰ্ভুক্ত হৈছে মোক চাবলৈ দিয়া ।
10:41 ইয়াত এটা চৰাইৰ দল আছে আৰু এটা অকলশৰীয়া চৰাই দেখা গৈছে ।
10:47 এতিয়া তোমালোকে ৰুলাৰ বাহিৰলৈ ক্লিক কৰি দিয়া ।
10:51 ছবিখনৰ তলৰ অংশতোত পানী আছে কিন্তু মই ভাবো এইখিনি পানী ইয়াত যথেষ্ট নহয় আৰু বেছি আকাশ অন্তৰ্ভুক্ত হৈছে ।
11:01 মই অকলশৰীয়া চৰাইতো এৰি দিব পাৰো কাৰন মই ছবিখনত এই চৰাইৰ দল থকাতো বিছাৰো ।
11:09 এতিয়া মই মাত্ৰ এইতো তললৈ তানি আনিম আৰু মই ভাবো এইতো দেখিবলৈ বিৰাট ধুনিয়া হৈছে ।
11:14 মোৰ কামৰ পৰীক্ষা কৰিবলৈ মই ৰুল ওফ থাৰ্দচ বাচি লম ।
11:19 মোৰ চকু ইমানো বেয়া নহয় কাৰন মই ছবিখন তিনিতা বেলেগ বেলেগ অংশত বিভক্ত কৰিছো য’ত পানী,গছবোৰ আৰু আকাশ আছে ।
11:30 জাহাজখন হৈছে এটা মনোজগৰ কেন্দ্ৰ বিন্দু।
11:34 এই চৰাইৰ দলতো হৈছে দ্বিতীয় মনোজগৰ কেন্দ্ৰ বিন্দু আৰু এইতো ধুনীয়া যিতো ছবিখনৰ ১/৯ অংশ।
11:42 মই ভাবো ই কাম কৰিব গতিকে মই ছবিখনত ক্ৰ্প কৰিবলৈ ক্লিক কৰিছো ।
11:49 ছবিখন ডাঙৰ কৰিবলৈ তেব আৰু shift + ctrl +E দবোৱা।
11:55 মই ভাবো ছবিখন ক্ৰপিং কৰাৰ সৈতে আমি বহুত ভালকৈ আৰম্ভ কৰিছো আৰু ছবিখনৰ সৈতে আন কি কি কৰিবা মই তোমালোকক পিছৰ তিউতেৰেলত দেখাম।
12:05 বিদায় দিয়াৰ আগতে মই ছবিখন সংৰক্ষণ কৰাতো ভাল হব যিতো মই বহুত আগতে কৰিছো ।
12:12 মই ছবিখন GIMPৰ নিজা ফাইল ফ’ৰ্মেটৰ এক্সতিনচন Fog.xcf আৰু ‘xcf’হিচাবে সংৰক্ষণ কৰিছো আৰু ই লেয়াৰ্চৰ বহুত সহায়কাৰি বাতৰি আৰু আন্দু ইনফৰ্মেচন আৰু GIMP ৰ পৰা বহুত কিবা কিবি লৈ গঠিত ।
মই তোমালোকৰ পৰা শুনিবলৈ ভাল পাম ।
12:32 তোমালোকে কি ভাল পোৱা মোক কোৱা, মই আৰু কি ভাল কৰিব পাৰো info@meetthegimp.org ত মেইল কৰি জনাবা।
12:42 আৰু বেছি খবৰ http://meetthegimp.org উপলব্ধ আছে ।
12:47 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. অাই অাই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো, যোগদানৰ বাবে ধন্য়বদ ।

Contributors and Content Editors

Baijayanti, Mousumi