Difference between revisions of "BASH/C2/Array-Operations-in-BASH/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 !Time !Narration |- | 00:01 | '''Array operations in BASH '''(এৰে অপাৰেচনচ ইন বেচ)ৰ স্পকেন টিউটৰিয...") |
PoojaMoolya (Talk | contribs) |
||
(3 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
− | |||
{| border=1 | {| border=1 | ||
!Time | !Time | ||
Line 11: | Line 10: | ||
| 00:05 | | 00:05 | ||
| এই টিউটৰিয়েলটোত,আমি শিকিম কেনেকৈ | | এই টিউটৰিয়েলটোত,আমি শিকিম কেনেকৈ | ||
− | + | ''' Array'''(এৰে) এটাক ঘোষণা কৰা হয় আৰু ইয়াত মান সংলগ্ন কৰা হয় | |
|- | |- | ||
| 00:12 | | 00:12 | ||
− | | | + | | ''' Array'''(এৰে) এটাক প্ৰাৰম্ভণ(Initialize) কৰা ঘোষণাৰ সময়ত |
|- | |- | ||
| 00:15 | | 00:15 | ||
− | | | + | | ''' Array'''(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ '''n'''th''' উপাদান( element)টো উলিওৱা |
|- | |- | ||
| 00:20 | | 00:20 | ||
− | | | + | | '''Array''' (এৰে) এটা ছপা কৰা |
|- | |- | ||
Line 39: | Line 38: | ||
|- | |- | ||
| 00:37 | | 00:37 | ||
− | | | + | | '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' OS |
|- | |- | ||
| 00:41 | | 00:41 | ||
− | | | + | | '''GNU Bash''' তাঙৰণ '''4.1.10''' |
|- | |- | ||
Line 55: | Line 54: | ||
|- | |- | ||
| 00:55 | | 00:55 | ||
− | | | + | | এটা ''' Array''' (এৰে) হৈছে বহু মানযুক্ত এটা ভেৰিয়েবল(variable) |
|- | |- | ||
| 01:01 | | 01:01 | ||
− | | | + | | মানসমূহ একে বা বেলেগ ধৰণৰ হ’ব পাৰে |
|- | |- | ||
| 01:04 | | 01:04 | ||
− | | | + | | '''array'''(এৰে) এটাৰ আকাৰৰ বাবে কোনো উচ্চতম সীমা নাই |
|- | |- | ||
| 01:08 | | 01:08 | ||
− | | | + | | '''Array''' (এৰে) সদশ্যসমূহ কনচিকিউটিভ(consecutive) হ’ব নালাগিব |
|- | |- | ||
| 01:12 | | 01:12 | ||
− | | | + | | '''Array index''' (এৰে ইন্দেক্স) সদায় '''zero'''(জিৰৌ)ৰে আৰম্ভ হয় |
|- | |- | ||
Line 107: | Line 106: | ||
|- | |- | ||
| 01:51 | | 01:51 | ||
− | | | + | | '''Array''' (এৰে) ক একে সময়তে ঘোষণা আৰু প্ৰাৰম্ভণ কৰিব পাৰি |
|- | |- | ||
| 01:56 | | 01:56 | ||
− | | | + | | উপাদানক এটা স্পেছ('''space''' )ৰে বিচিন্ন কৰিব লাগিব |
|- | |- | ||
Line 144: | Line 143: | ||
| 02:47 | | 02:47 | ||
| এই শাৰীটোৱে '''Linux'''(লিনাক্স) নামৰ '''Array''' (এৰে) এটা ঘোষণা কৰে উপাদান | | এই শাৰীটোৱে '''Linux'''(লিনাক্স) নামৰ '''Array''' (এৰে) এটা ঘোষণা কৰে উপাদান | ||
− | + | '''Debian, '''(দেবিয়ান), | |
− | + | '''Redhat, '''(ৰেদহেট), | |
− | + | '''Ubuntu(উবুন্তো) আৰু ''', | |
− | + | '''Fedora'''(ফেদ’ৰা)ৰ সৈতে | |
|- | |- | ||
Line 199: | Line 198: | ||
|- | |- | ||
| 04:06 | | 04:06 | ||
− | | '''hyphen(হাইফেন) `e` | + | | '''hyphen(হাইফেন) `e` য়ে '''backslash'''(বেকশ্লাছ) এচকেপচৰ(escapes) অনুবাদক(interpretation) সক্ষম কৰে(enables) |
|- | |- | ||
Line 211: | Line 210: | ||
|- | |- | ||
| 04:23 | | 04:23 | ||
− | | এই শাৰীটোৱে '''Array''' (এৰে) '''Linux'''(লিনাক্স)ৰ 3<sup>rd</sup> উপাদানটো দৰ্শিত কৰিব | + | | এই শাৰীটোৱে '''Array''' (এৰে) '''Linux'''(লিনাক্স)ৰ তৃতীয়(3<sup>rd</sup>) উপাদানটো দৰ্শিত কৰিব |
|- | |- | ||
Line 219: | Line 218: | ||
|- | |- | ||
| 04:34 | | 04:34 | ||
− | |শেষত,এই শাৰীটোৱে 3<sup>rd</sup> উপাদানটোত থকা আখৰৰ সংখ্যা দৰ্শিত কৰিব | + | |শেষত,এই শাৰীটোৱে তৃতীয়(3<sup>rd</sup>) উপাদানটোত থকা আখৰৰ সংখ্যা দৰ্শিত কৰিব |
|- | |- | ||
Line 267: | Line 266: | ||
|- | |- | ||
| 05:40 | | 05:40 | ||
− | | | + | | '''Array'''(এৰে) এটাক ঘোষণা কৰা আৰু মান সংলগ্ন কৰা |
|- | |- | ||
| 05:43 | | 05:43 | ||
− | | | + | | '''Array'''(এৰে) এটাক ঘোষণা কৰাৰ সময়ত প্ৰাৰম্ভণ কৰা |
|- | |- | ||
| 05:46 | | 05:46 | ||
− | | | + | | '''Array'''(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ '''nth''' উপাদানটো উলিওৱা আৰু |
|- | |- | ||
| 05:51 | | 05:51 | ||
− | | | + | | সম্পুৰ্ণ '''Array'''(এৰে)টো ছপা কৰা |
|- | |- | ||
Line 291: | Line 290: | ||
|- | |- | ||
| 06:00 | | 06:00 | ||
− | | | + | | উপাদানসমূহৰ মুঠ সংখ্যা |
|- | |- | ||
| 06:02 | | 06:02 | ||
− | | | + | | সকলো উপাদান ছপা কৰক |
|- | |- | ||
| 06:04 | | 06:04 | ||
− | | | + | | আৰু 5th উপাদানটো ছপা কৰক |
|- | |- |
Latest revision as of 11:59, 22 February 2017
Time | Narration |
---|---|
00:01 | Array operations in BASH (এৰে অপাৰেচনচ ইন বেচ)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:05 | এই টিউটৰিয়েলটোত,আমি শিকিম কেনেকৈ
Array(এৰে) এটাক ঘোষণা কৰা হয় আৰু ইয়াত মান সংলগ্ন কৰা হয় |
00:12 | Array(এৰে) এটাক প্ৰাৰম্ভণ(Initialize) কৰা ঘোষণাৰ সময়ত |
00:15 | Array(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ nth উপাদান( element)টো উলিওৱা |
00:20 | Array (এৰে) এটা ছপা কৰা |
00:22 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব |
00:27 | সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি পৰিদৰ্শন কৰক spoken hyphen tutorial dot org |
00:33 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:37 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS |
00:41 | GNU Bash তাঙৰণ 4.1.10 |
00:45 | GNU Bash তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:50 | আহক আমি Array (এৰে) এটাৰ সূচীতকৰণ আৰু ইয়াৰ গুণাগুণ(characteristics)ৰে আৰম্ভ কৰো |
00:55 | এটা Array (এৰে) হৈছে বহু মানযুক্ত এটা ভেৰিয়েবল(variable) |
01:01 | মানসমূহ একে বা বেলেগ ধৰণৰ হ’ব পাৰে |
01:04 | array(এৰে) এটাৰ আকাৰৰ বাবে কোনো উচ্চতম সীমা নাই |
01:08 | Array (এৰে) সদশ্যসমূহ কনচিকিউটিভ(consecutive) হ’ব নালাগিব |
01:12 | Array index (এৰে ইন্দেক্স) সদায় zero(জিৰৌ)ৰে আৰম্ভ হয় |
01:16 | আমি এতিয়া চাম কেনেকৈ Array(এৰে) এটা ঘোষণা কৰা হয় আৰু মান এটা কেনেকৈ সংযুক্ত কৰা হয় |
01:21 | Array(এৰে) এটা ঘোষণা কৰাৰ গাঠণিতো হৈছে |
01:24 | declare(দিক্লেয়াৰ) hyphen(হাইফেন) `a` arrayname(এৰেনেম) |
01:28 | “declare”(দিক্লেয়াৰ) কীৱৰ্ডটো Array(এৰে) এটা ঘোষণা কৰাত ব্যৱহাৰ কৰা হয় |
01:31 | এইটো এটা Bash(বেছ্)ত স্বনিৰ্মানিত কমান্ড |
01:35 | Array (এৰে) এটাত মান এটা সংযুক্ত কৰাৰ গাঠণিতো হৈছে- |
01:38 | বৰ বন্ধনী(square brackets)ৰ মাজত নাম ইন্দেক্স( index ) সমান উৰ্দ্ধ ক’মা(single quotes)ৰ মাজত মান |
01:46 | এতিয়া আহক চাও ঘোষণাৰ সময়ত Array (এৰে) এটাক কেনেকৈ প্ৰাৰম্ভণ কৰা হয় |
01:51 | Array (এৰে) ক একে সময়তে ঘোষণা আৰু প্ৰাৰম্ভণ কৰিব পাৰি |
01:56 | উপাদানক এটা স্পেছ(space )ৰে বিচিন্ন কৰিব লাগিব |
02:00 | প্ৰত্যেকটো উপাদান পেৰেনঠেচিছ(parentheses)ৰ মাজত থাকিব লাগিব |
02:03 | গাঠণিতো হৈছে declare(দিক্লেয়াৰ) hyphen(হাইফেন) `a` arrayname(এৰেনেম) সমান সৰু বন্ধনী উৰ্দ্ধ ক’মাৰ মাজত 'element1' , 'element2' আৰু'element3 |
02:19 | আহক আমি এটা উদাহৰণ চেষ্টা কৰি চাও |
02:21 | Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal ) খোলক |
02:28 | এতিয়া লিখক gedit স্পেছ array.sh স্পেছ & |
02:36 | আমি প্ৰম্পত(prompt) খালী কৰিবলৈ এমপাৰ্চেন্দ(ampersand) ব্যৱহাৰ কৰো । এন্টাৰ টিপক |
02:41 | ইয়াত আপোনাৰ array.sh file(ফাইল)ত দেখুওৱা দৰে ক’ডটো লিখক |
02:47 | এই শাৰীটোৱে Linux(লিনাক্স) নামৰ Array (এৰে) এটা ঘোষণা কৰে উপাদান
Debian, (দেবিয়ান), Redhat, (ৰেদহেট), Ubuntu(উবুন্তো) আৰু , Fedora(ফেদ’ৰা)ৰ সৈতে |
02:57 | ইয়াত hyphen(হাইফেন) `a` হৈছে এটা flag(ফ্লেগ) |
03:00 | ই আমাক মানসমূহ পঢ়িবলৈ আৰু এটা Array(এৰে)ত সংযুক্ত কৰিবলৈ অনুমতি দিয়ে |
03:05 | আহক আমি শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
03:07 | Array (এৰে )এটাৰ দৈৰ্ঘ্য এই গাঠনিটোৰদ্বাৰা লাভ কৰিব পাৰি : |
03:12 | ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী হেচ এৰেনাম বৰ বন্ধনীৰ মাজত At চিহ্ন আৰু সামৰণী মাজু বন্ধনী |
03:22 | nth উপাদানটোৰ দৈৰ্ঘ্য এই গাঠনিটোৰদ্বাৰা লাভ কৰিব পাৰি : |
03:28 | ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী হেচ এৰেনাম বৰ বন্ধনীৰ মাজত `n` আৰু সামৰণী মাজু বন্ধনী |
03:37 | ইয়াত n হৈছে উপাদানটোৰ সংখ্যা, যাৰ দৈৰ্ঘ্য উলিয়াব লাগিব |
03:42 | Array(এৰে) টোৰ সকলোবিলাক উপাদান এই গাঠনিটো ব্যৱহাৰ কৰি ছপা কৰিব পাৰি |
03:48 | ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী এৰেনাম বৰ বন্ধনীৰ মাজত At চিহ্ন আৰু সামৰণী মাজু বন্ধনী |
03:57 | এতিয়া টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি আহক |
04:00 | এই শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ত থকা মুঠ উপাদানৰ সংখ্যা দৰ্শিত কৰিব |
04:06 | hyphen(হাইফেন) `e` য়ে backslash(বেকশ্লাছ) এচকেপচৰ(escapes) অনুবাদক(interpretation) সক্ষম কৰে(enables) |
04:11 | আমি এইটো সংলগ্ন কৰিছো যিহেতু আমাৰ শাৰীটোৰ শেষত backslash(বেকশ্লাছ) `n` আছে |
04:18 | পাছৰ শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ত থকা সকলো উপাদানক দৰ্শিত কৰিব |
04:23 | এই শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ৰ তৃতীয়(3rd) উপাদানটো দৰ্শিত কৰিব |
04:28 | অনুগ্ৰহ কৰি লক্ষ্য কৰিব যে Array (এৰে) এটা সদায় index(ইন্দেক্স) zero(জিৰৌ)ৰে আৰম্ভ হয় |
04:34 | শেষত,এই শাৰীটোৱে তৃতীয়(3rd) উপাদানটোত থকা আখৰৰ সংখ্যা দৰ্শিত কৰিব |
04:40 | এতিয়া তাৰ্মিনেল(Terminal)লৈ যাওঁক |
04:42 | আহক প্ৰথমে কাৰ্যকৰী হ’বলগীয়া ফাইলটো নিৰ্মাণ কৰো লিখি chmod স্পেছ যোগ x স্পেছ array.sh এন্টাৰ টিপক |
04:56 | লিখক, dot শ্লাছ(slash) array .sh এন্টাৰ(Enter) টিপক |
05:01 | আউতপুট(output)তো দৰ্শিত হৈছে |
05:04 | উপাদানৰ সংখ্যা বা Array (এৰে) Linux(লিনাক্স)ৰ দৈৰ্ঘ্য হৈছে four(ফৌৰ) |
05:10 | Array (এৰে) Linux(লিনাক্স)ৰ উপাদানসমূ্হ হৈছে Debian(দেবিয়ান), Redhat(ৰেদহেট), Ubuntu(উবুন্তো) আৰু Fedora(ফেড’ৰা) |
05:18 | Array (এৰে) Linux(লিনাক্স)ৰ 3rd উপাদানটো হৈছে Ubuntu(উবুন্তো) |
05:22 | আৰু আশাকৰা ধৰণে তৃতীয় উপাদানটোত থকা আখৰৰ সংখ্যা হৈছে six (চিক্স) |
05:29 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
05:32 | আহক আমি মূলভাৱ চাওঁ । আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
05:35 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
05:40 | Array(এৰে) এটাক ঘোষণা কৰা আৰু মান সংলগ্ন কৰা |
05:43 | Array(এৰে) এটাক ঘোষণা কৰাৰ সময়ত প্ৰাৰম্ভণ কৰা |
05:46 | Array(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ nth উপাদানটো উলিওৱা আৰু |
05:51 | সম্পুৰ্ণ Array(এৰে)টো ছপা কৰা |
05:53 | এটা অনুশিলনী হিচাবে |
05:55 | ঘোষণা কৰক names এৰে এটা দৈৰ্ঘ্য 7 ৰ আৰু উলিয়াওকঃ |
06:00 | উপাদানসমূহৰ মুঠ সংখ্যা |
06:02 | সকলো উপাদান ছপা কৰক |
06:04 | আৰু 5th উপাদানটো ছপা কৰক |
06:06 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:10 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
06:13 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
06:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
06:20 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
06:24 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:27 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
06:35 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
06:40 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
06:47 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
06:52 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে |
06:58 | মই মৌচম হাজৰিকা |
07:02 | সংযোগ কৰাৰ বাবে ধন্যবাদ |