Difference between revisions of "LibreOffice-Suite-Calc/C3/Images-and-Graphics/Assamese"
From Script | Spoken-Tutorial
Line 20: | Line 20: | ||
|| 00:28 | || 00:28 | ||
|| এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়, | || এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়, | ||
− | + | এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি | |
− | + | এটা গ্রাফিক্স প্রোগ্রামৰ পৰা, | |
− | + | এটা ক্লিপবোর্ডৰ সাহায্যে বা | |
− | + | গ্যালাৰিৰ পৰা | | |
|- | |- | ||
|| 00:39 | || 00:39 | ||
Line 304: | Line 304: | ||
|- | |- | ||
|| 08:34 | || 08:34 | ||
− | ||ইয়াতেই আমাৰ 'LibreOffice ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল | | + | ||ইয়াতেই আমাৰ '''LibreOffice''' ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল | |
|- | |- | ||
|| 08:39 | || 08:39 | ||
Line 311: | Line 311: | ||
|| 08:46 | || 08:46 | ||
|| যেনে | || যেনে | ||
− | + | এটা ফাইলৰ পৰা | |
− | + | ক্লিপবোৰ্ডৰ পৰা বা | |
− | + | গ্যালাৰীৰ পৰা | |
|- | |- | ||
|| 08:52 | || 08:52 |
Latest revision as of 16:55, 27 February 2017
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত চিত্র যোগ কৰা সংক্রান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম : |
00:09 | এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা | |
00:13 | যেনে - JPEG, PNG বা BMP | |
00:19 | ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 10.04 আৰু LibreOffice সংকলন সংস্ক ৰণ 3.3.4 ব্যবহাৰ কৰিছো | |
00:28 | এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়,
এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি এটা গ্রাফিক্স প্রোগ্রামৰ পৰা, এটা ক্লিপবোর্ডৰ সাহায্যে বা গ্যালাৰিৰ পৰা | |
00:39 | আমি এইবোৰৰ প্রতিটোকে বিষদভাবে আলোচনা কৰিম | |
00:43 | আমি আমাৰ “Personal-Finance-Tracker.ods” স্প্রেডশীট-টো খোলো | |
00:48 | প্রথমে, আমি শীট ২ নির্বাচন কৰিম | |
00:51 | আমি এই শীটত চিত্র সন্নিবেশ কৰিম | |
00:54 | প্রথমে এটা সেল নির্বাচন কৰি আৰু তাৰপিছত ছবি সন্নিবেশ কৰাতো এটা ভাল অভয়াস হয় | |
00:59 | যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি "Insert " ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি | |
01:06 | আৰু তাৰ পিছত "Picture" আৰু “From File” নির্বাচন কৰক | |
01:10 | এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক | |
01:14 | ইতিমধেয় মই ডেস্কটপত থকা “Images ” নামৰ এটা ফোল্ডাৰত কিছু চিত্র সংৰক্ষিত কৰি ৰাখিছো | |
01:20 | সেয়ে, আমি “Image1” নির্বাচন কৰিম | |
01:24 | আমি “Location” ক্ষেত্রত চিত্রৰ নাম দেখিব পাৰিম| |
01:28 | ““Open” ” বোতামত ক্লিক কৰক | |
01:31 | মন কৰক যে চিত্রটি স্প্রেডশীটত প্রদর্শিত হৈছে| |
01:38 | এইবাৰ ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক | |
01:42 | প্রথমে এটা নতুন সেল নির্বাচন কৰা যাওক | |
01:45 | এতিয়া, “Insert” আৰু “Picture”ৰত ক্লিক কৰো আৰু “From File” নির্বাচন কৰক| এইবাৰ অন্য চিত্র এটা নির্বাচন কৰা যাওক | |
01:55 | "Image 2" ত ক্লিক কৰক | |
01:58 | আপোনাৰ ডকিউমেন্টত চিত্রটি লিঙ্ক বা সংযুক্ত কৰিবলৈ “Link”" বিকল্পতো ছেক কৰক আৰু “Open”ত ক্লিক কৰক । |
02:05 | প্রদর্শিত ডায়লগ বক্সত, "“Keep Link” " বোতামত ক্লিক কৰক | |
02:11 | এতিয়া ছবিটো, ফাইলত সংযুক্ত হৈ গৈছে | |
02:15 | সংযোগ স্থাপন আসলতে কি? |
02:17 | যেতিয়া আমি স্প্রেডশীটত সংযোগ কৰো:
প্রথমতে, স্প্রেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায় |
02:23 | কাৰণ আমাৰ স্প্রেডশীটত কোনো ছবি নাই। |
02:27 | দ্বিতীয়তে, ই আপোনাক দুটা ফাইলকেই পৃথক্ভাবে পৰিবর্তন কৰিবলৈ সক্ষম কৰে | |
02:32 | চিত্র থকা ফাইলত যি কোনো পৰিবর্তন হোৱাত, স্প্রেডশীটত সংযুক্ত ছবিত দেখা যাব | |
02:39 | আমি grayscale-ফাইলত সংযোগ হৈ থকা "Image 2" ৰ ৰঙ পৰিবর্তন কৰো | |
02:46 | আমি এই চিত্রটো সম্পাদক কৰিবলৈ চিত্র সম্পাদনা GIMP ব্যবহাৰ কৰিছো | |
02:50 | আপোনি আপোনাৰ মেশিনত ইনস্টল কৰিবলৈ যি কোনো সম্পাদক ব্যবহাৰ কৰিব পাৰিব | |
02:54 | প্ৰথমে "Personal-Finance-Tracker.ods" সংৰক্ষন কৰক আৰু বন্ধ কৰক | |
03:01 | ইয়াৰ পিছত, Images ফোল্ডাৰলৈ যাওক | |
03:04 | "Image 2" নির্বাচন কৰক | |
03:06 | এতিয়া, সো ক্লিক কৰক আৰু GIMPৰ সৈতে Open বিকল্পটো নির্বাচন কৰক | |
03:10 | GIMPত "Image 2" খোলে | |
03:13 | এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবর্তন কৰা যাওক | |
03:18 | এতিয়া, ছবিটো সংৰক্ষণ কৰি বন্ধ ক ৰা যাওক | |
03:22 | Personal-Finance-Tracker.ods ফাইলটো খোলক | |
03:26 | Image 2 এতিয়া greyscaleত প্রদর্শিত হৈছে | |
03:30 | কিন্তু, ফাইল সংযোগ কৰাৰ এটা প্রধান অসুবিধা হল এই যে, যেতিয়াই আপোনি এটা ভিন্ন কম্পিউটাৰ বা ব্যবহাৰকাৰীক এই স্প্রেডশীট পঠাব বিছাৰে, |
03:40 | আপোনি, স্প্রেডশীট আৰু চিত্র ফাইল, দুইটায়েই পঠাব লাগিব | |
03:44 | যাৰ অর্থ হৈছে, আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব. |
03:52 | এতিয়া এই ছবিটিক স্প্রেডশীটৰ সো ফালে লৈ যাওক | |
03:58 | এটা স্প্রেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল, আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা . |
04:05 | যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্রেডশীটত বহুৱাইছিলে| |
04:09 | আমি ছবি এটাক টানি আনি আৰু বহুৱাও | |
04:12 | এতিয়া ছবি ফাইলটোক প্রত্যক্ষভাবে টানি আনি আপোনাৰ স্প্রেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক. |
04:19 | আপোনি দেখিব যে, ছবিটো আপোনাৰ ডকিউমেন্টত যুক্ত হৈছে | |
04:23 | Ctrl আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক | |
04:29 | এতিয়া টানি আনি আৰু বহুৱাৰ পদ্ধতি (drag and drop method)ব্যবহাৰ কৰি এটা ছবি সংযোগ কৰা যাওক | |
04:34 | এইটো খুব সহজ!
ছবিটো স্প্রেডশীটত টানি আনাৰ সময়ত |
04:40 | “Control” আৰু “Shift” কী টিপি ধৰি ৰাখক |
04:44 | এতিয়া ছবিৰ ফাইলটো এই ডকিউমেন্টত সংযুক্ত হৈ গৈছে | |
04:48 | এই ক্যালক ফাইলটো CTRL আৰু S কি একেলগে টিপি সংৰক্ষণ কৰো | |
04:54 | এবাৰ এই ফাইলটি বন্ধ কৰক | |
04:58 | এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও | |
05:02 | আমি "“Image 3.jpg” নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি “Image4.jpg লৈ ফাইলটোক সংযোগ কৰিছিলো |
05:12 | এতিয়া “Personal Finance Tracker.ods” ফাইলটোক আকৌ এবাৰ খোলক | |
05:18 | আপোনি দেখিব যে, সংযুক্ত কৰা ছবিটি আৰু নাই ! |
05:22 | সংযোগ পথে এটা এৰৰ দেখাইছে ! |
05:25 | এই সংযোগটি মুছি পেলাও | |
05:28 | এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক | |
05:32 | ক্যালক পৃষ্ঠাত এটা সংযোগ হিসাবে এটা চিত্র সন্নিবেশ কৰক, সংৰক্ষণ কৰক আৰু বন্ধ কৰক | |
05:38 | এতিয়া, সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক | |
05:43 | ক্যালক ফাইলটো খোলক আৰু চাওক ছবিটো যদি এতিয়াও দেখা পাই| |
05:49 | এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক | |
05:53 | ক্যালক ফাইলটো চাওক ছবিটো যদি এতিয়াও দেখা পাই| |
05:57 | " “Standard” টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে | |
06:02 | এইটো হল " “Picture”" টুলবাৰ | |
06:04 | ছবিৰ চেহাৰা পৰিবর্তন কৰিবলৈ "“Picture”" টুলবাৰৰ উপৰত বাও ফালে থকা "Filter" বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে. |
06:13 | CTRL আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক | |
06:18 | "“Graphics mode” " বোতামত, ছবিক grayscale, black-and-white বা watermark হিসাবে পৰিবর্তন কৰাৰ বিকল্প আছে | |
06:26 | "“Picture” " টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম | |
06:32 | ইয়াৰ পিছত, এটা ক্লিপবোর্ডৰ পৰা চিত্র সন্নিবেশ কৰা শিকা যাওক. |
06:37 | আপোনি ক্লিপবোর্ডত সংৰক্ষিত ছবিটোক এটা LibreOffice স্প্রেডশীটৰ পৰা অন্য এটা স্প্রেডশীটলৈ প্রতিলিপি কৰিব পাৰি | |
06:44 | এটা নতুন স্প্রেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক "abc.ods" | |
06:50 | এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয় | |
06:53 | ইতিমধেয় আমাৰ "“Personal-Finance-Tracker.ods” নামৰ ফাইলত এটা চিত্র আছে | |
06:59 | এইটো আমাৰ উৎস ডকিউমেন্ট হয় | |
07:02 | এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নির্বাচন কৰক যাক প্রতিলিপি কৰা হব | |
07:06 | ছবিটোক প্রতিলিপি কৰিবলৈ, "“CTRL” আৰু “C” কী একলগে টিপক | |
07:11 | এতিয়া ছবিটো ক্লিপবোর্ডত সংৰক্ষিত হৈ গৈছে | |
07:15 | এতিয়া উদ্দেশ্য ডকিউমেন্টলৈ যাওক যি "abc.ods"-হয়. |
07:21 | আপোনি "abc.ods" ত সংৰক্ষিত থকা ছবিটো আপোনি স্থাপন কৰিব বিছৰা জাগাতো নির্বাচন কৰক | |
07:28 | এতিয়া ডকিউমেন্টত ছবিটো সন্নিবেশ ক ৰাৰ বাবে "Ctrl" আৰু "v" কী দুটা একেলগে টিপক | |
07:35 | আমি দেখো যে, সেই চিত্রটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে| |
07:42 | এতিয়া ক্যালক গ্যালাৰি পৰা প্রত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম | |
07:48 | " “Gallery”" ত ছবি আৰু শব্দ থাকে, যি আপোনি স্প্রেডশীটত সন্নিবেশ কৰিব পাৰে | |
07:54 | দেখা যাওক, কিভাবে কৰা হয় | |
07:57 | স্ট্যান্ডার্ড টুলবাৰত " “Gallery” আইকনত ক্লিক কৰক | |
08:01 | অথবা, মেনু বাৰত থকা " “Tools” " বিকল্পত ক্লিক কৰক আৰু তাৰপিছত ফাইলটো খোলিবলৈ "“Gallery” ত ক্লিক কৰক | |
08:09 | এতিয়া "“Gallery” য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক | |
08:18 | "Gallery"ৰ পৰা ছবিটো টানি আনক. আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্রেডশীটত বহুৱাওক. |
08:26 | আপুনি দেখিব যে, চিত্রবোৰ আমাৰ “Personal-Finance-Tracker.ods” ফাইলত সন্নিবেষ হয় | |
08:34 | ইয়াতেই আমাৰ LibreOffice ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল | |
08:39 | সংক্ষেপে, আমি শিকিলো কিভাবে বিভিন্ন উপায়েৰে এটা স্প্রেডশীটত ছবিৰ ফাইল ভৰাওক |
08:46 | যেনে
এটা ফাইলৰ পৰা ক্লিপবোৰ্ডৰ পৰা বা গ্যালাৰীৰ পৰা |
08:52 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
08:55 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:58 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
09:03 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09:08 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09:12 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:19 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:23 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:31 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:41 | এই স্ক্ৰিপ্টখন মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |