Difference between revisions of "C-and-Cpp/C2/Scope-Of-Variables/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || ''Time''' || '''Narration''' |- | 00.01 | C আৰু C++ৰ ভেৰিয়েবলৰ( variables)পৰিসৰৰ ( Scope) স্পকেন টিউ...")
 
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| ''Time''
 
|| '''Narration'''
 
|| '''Narration'''
  
 
|-
 
|-
 
| 00.01
 
| 00.01
| C আৰু C++ৰ ভেৰিয়েবলৰ( variables)পৰিসৰৰ ( Scope) স্পকেন টিউটৰিয়েল(Spoken Tutorial)লৈ আদৰণি জনাইছো |
+
| C আৰু C++ৰ ভেৰিয়েবলৰ( variables)পৰিসৰৰ ( Scope) স্পকেন টিউটৰিয়েল(Spoken Tutorial)লৈ আদৰণি জনাইছো  
  
 
|-
 
|-
Line 49: Line 49:
 
|-
 
|-
 
| 00.54
 
| 00.54
|ইয়াৰ ধৰণ আৰু ঘোষনা(declare) কৰা ঠাইৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা
+
|ইয়াৰ ধৰণ আৰু ঘোষনা(declare) কৰা ঠাইৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছে  
হৈছে  
+
  
 
|-
 
|-
Line 108: Line 107:
 
|01.59  
 
|01.59  
 
|  ইয়াত চাম(sum) এটা ল’কেল ভেৰিয়েবল ( local variable) হয় যাক add ফাংচন(function) ৰ ভিতৰত ঘোষণা কৰা হৈছে
 
|  ইয়াত চাম(sum) এটা ল’কেল ভেৰিয়েবল ( local variable) হয় যাক add ফাংচন(function) ৰ ভিতৰত ঘোষণা কৰা হৈছে
 
 
  
 
|-
 
|-
Line 147: Line 144:
 
|-
 
|-
 
| 02.45
 
| 02.45
| | তাৰমিনেল উইনড’(terminal window) খুলিবলৈ আপোনাৰ কীবৰ্ডত একেলগে '''Ctrl, Alt  আৰু T '' কী  টিপক
+
| তাৰমিনেল উইনড’(terminal window) খুলিবলৈ আপোনাৰ কীবৰ্ডত একেলগে '''Ctrl, Alt  আৰু T '' কী  টিপক
 
|-
 
|-
 
| 02.55
 
| 02.55
|  কম্পাইল(Compile) কৰিবলৈ লিখক,
+
|  কম্পাইল(Compile) কৰিবলৈ লিখক, '''gcc space scope.c space hyphen o space sco''' আৰু এন্টাৰ(enter) টিপক
 
+
|-
+
| 02.56
+
|'''gcc space scope.c space hyphen o space sco''' আৰু এন্টাৰ(enter) টিপক
+
  
 
|-
 
|-
 
| 03.05
 
| 03.05
|কাৰ্য্কৰী( execute) কৰিবলৈ
+
|কাৰ্য্কৰী( execute) কৰিবলৈ, '''./sco''' (dot slash) লিখক, এন্টাৰ(enter) টিপক
 
+
|-
+
| 03.06
+
|'''./sco''' (dot slash) লিখক, এন্টাৰ(enter) টিপক
+
  
 
|-
 
|-
Line 182: Line 171:
 
| 03.31
 
| 03.31
 
|এতিয়া ফাইলটো( file) এটা extension .cppত ছেভ(Save) কৰক আৰু ছেভ(Save)ত টিপক  
 
|এতিয়া ফাইলটো( file) এটা extension .cppত ছেভ(Save) কৰক আৰু ছেভ(Save)ত টিপক  
 
  
 
|-
 
|-
 
|  03.41
 
|  03.41
 
| আমি হেদাৰ ফাইল(header file)টো '''iostream'''লৈ সলনি কৰিম
 
| আমি হেদাৰ ফাইল(header file)টো '''iostream'''লৈ সলনি কৰিম
 
  
 
|-
 
|-
Line 203: Line 190:
 
|  04.07
 
|  04.07
 
|  এতিয়া '''printf '''ষ্টেটমেন্তটো( statement) '''cout'''ষ্টেটমেন্তটো( statement)ৰে সলনি কৰক  
 
|  এতিয়া '''printf '''ষ্টেটমেন্তটো( statement) '''cout'''ষ্টেটমেন্তটো( statement)ৰে সলনি কৰক  
 
 
  
 
|-
 
|-
 
|  04.13
 
|  04.13
|   '''format specifier'''আৰু '\n'ক নাইকীয়া( Delete) কৰক
+
| '''format specifier'''আৰু '\n'ক নাইকীয়া( Delete) কৰক
  
 
|-
 
|-
Line 242: Line 227:
 
| 05.04
 
| 05.04
 
| এতিয়া এন্টাৰ(enter) টিপক
 
| এতিয়া এন্টাৰ(enter) টিপক
 
  
 
|-
 
|-
Line 279: Line 263:
 
|06.01
 
|06.01
 
| এতিয়া আগৰ দৰে কম্পাইল(compile) কৰিম
 
| এতিয়া আগৰ দৰে কম্পাইল(compile) কৰিম
 
  
 
|-
 
|-
Line 288: Line 271:
 
|06.18
 
|06.18
 
|''a''' এটা গ্লবেল ভেৰিয়েবল ( global variable)
 
|''a''' এটা গ্লবেল ভেৰিয়েবল ( global variable)
 
  
 
|-
 
|-
Line 296: Line 278:
 
|06.22
 
|06.22
 
|আমি ভেৰিয়েবলক( variable) দুবাৰ ঘোষণা( declare) কৰিব নোৱাৰো কাৰণ ইয়াক আগতেই গ্লবেলী(globally) ঘোষণা( declare) কৰা হৈছে
 
|আমি ভেৰিয়েবলক( variable) দুবাৰ ঘোষণা( declare) কৰিব নোৱাৰো কাৰণ ইয়াক আগতেই গ্লবেলী(globally) ঘোষণা( declare) কৰা হৈছে
 
  
 
|-
 
|-
 
|06.27
 
|06.27
 
|আমি মাত্ৰ '''a ভেৰিয়েবলক( variable) ''' এটা ল’কেল ভেৰিয়েবল ( local variable) হিচাপে ঘোষণা কৰিব পাৰো
 
|আমি মাত্ৰ '''a ভেৰিয়েবলক( variable) ''' এটা ল’কেল ভেৰিয়েবল ( local variable) হিচাপে ঘোষণা কৰিব পাৰো
 
 
  
 
|-
 
|-
Line 318: Line 297:
 
|-
 
|-
 
|  06.41
 
|  06.41
|  আহক আমি আকৌ কাৰ্যকৰী( execute) কৰোঁ
+
|  আহক আমি আকৌ কাৰ্যকৰী( execute) কৰোঁ, আমাৰ প্ৰান্তলৈ( terminal) ঘূৰি আহক
 
+
 
+
|-
+
|06.42
+
|আমাৰ প্ৰান্তলৈ( terminal) ঘূৰি আহক
+
  
 
|-
 
|-
Line 332: Line 306:
 
| 06.49
 
| 06.49
 
|  হয় ই কাম কৰিছে
 
|  হয় ই কাম কৰিছে
 
  
 
|-
 
|-
Line 355: Line 328:
 
|-
 
|-
 
|  07.12
 
|  07.12
|   অনুশিলনী হিচাপে
+
| অনুশিলনী হিচাপে
 
+
  
 
|-
 
|-
Line 364: Line 336:
 
| 07.19
 
| 07.19
 
| এই কথাচিত্রটো( video) তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পাব ৷
 
| এই কথাচিত্রটো( video) তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পাব ৷
 
  
 
|-
 
|-
 
|07.22
 
|07.22
 
|এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (Spoken Tutorial project)ৰ মূলভাৱ
 
|এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (Spoken Tutorial project)ৰ মূলভাৱ
 
  
 
|-
 
|-
Line 377: Line 347:
 
| 07.30
 
| 07.30
 
| স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
 
| স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
 
  
 
|-
 
|-
 
|07.32
 
|07.32
 
|স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
 
|স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
 
  
 
|-
 
|-
Line 395: Line 363:
 
| 07.47
 
| 07.47
 
|  স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়   
 
|  স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়   
 
  
 
|-
 
|-
Line 407: Line 374:
 
| 08.04  
 
| 08.04  
 
|  মই কৃষ্ণ কমল দুৱৰা
 
|  মই কৃষ্ণ কমল দুৱৰা
 
  
 
|-
 
|-
 
|08.08
 
|08.08
 
|উপভোগৰ বাবে ধন্যবাদ ।
 
|উপভোগৰ বাবে ধন্যবাদ ।
 
 
|}
 
|}

Latest revision as of 13:45, 24 March 2017

Time Narration
00.01 C আৰু C++ৰ ভেৰিয়েবলৰ( variables)পৰিসৰৰ ( Scope) স্পকেন টিউটৰিয়েল(Spoken Tutorial)লৈ আদৰণি জনাইছো
00.08 এই টিউটৰিয়েলত( tutorial) আমি শিকিম
00.11 ভেৰিয়েবলৰ পৰিসৰ( Scope of variable) কি?
00.13 গ্ল’বেল ভেৰিয়েবল ( Global variable) কি?
00.16 ল’কেল ভেৰিয়েবল ( Local variable) কি?
00.19 কিছুমান উদাহৰণ
00.22 আমি কিছুমান সাধাৰন ভুল( errors) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম
00.27 মই এই টিউটৰিয়েলটো tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌ কৰিছো
00.30 উবুনটো অপাৰেটিং ছিচটেমৰ(Ubuntu Operating System) ১১.০৪(11.04) তাঙৰণ( version) আৰু উবুনটোত gcc আৰু g++ কমপাইলাৰৰ(Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version)
00.41 আহ্ক আমি ভেৰিয়েবলৰ পৰিসৰৰ( Scope of variable) চিনাকীৰে আৰম্ভ কৰো
00.47 এইটো এটা ক’ড(code)ৰ অঞ্চল যাৰ ভিতৰত ভেৰিয়েবলটো( variable) ব্যবহাৰ কৰা সম্ভৱ
00.54 ইয়াৰ ধৰণ আৰু ঘোষনা(declare) কৰা ঠাইৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছে
00.59 গ্ল’বেল ভেৰিয়েবল ( Global variable) আৰু
01.02 ল’কেল ভেৰিয়েবল ( Local variable)
01.05 এতিয়া আমি এটা উদাহৰণ চাম
01.07 মই এদিতৰত( editor) আগতিয়াকৈ প্ৰোগ্ৰাম( program)টো লিখি থৈছো
01.10 এইটো খুলিছো
01.14 লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো( file name)scope.c.
01.19 এতিয়া ক’ডটো( code) বৰ্ণনা( explain) কৰিম
01.23 এইটো আমাৰ হেদাৰ ফাইল(header file.)
01.26 ইয়াত আমি দুটা গ্ল’বেল ভেৰিয়েবল ( global variables) a আৰু bঘোষনা( declared) কৰিছো
01.32 আৰু আমি সিহঁতৰ মান 5(৫) আৰু 2(২) ৰে প্ৰাৰম্ভিকৰণ(initialized) কৰিছো
01.39 এটা গ্ল’বেল ভেৰিয়েবল ( Global variable) প্ৰোগ্ৰাম( program)ৰ সকলো ফাংচন(function) ৰ বাবে উপলব্ধ থাকে
01.44 ইয়াক কোনো ফাংচন(function)ৰ বাহিৰত আৰু main()ফাংচন(function)ৰ ওপৰত ঘোষণা কৰা হয়
01.51 ইহঁতৰ এটা গ্ল’বেল পৰিসৰ( Global scope) থাকে
01.53 আমি ইয়াত এটা ফাংচন(function) add কোনো আৰগুমেন্ত্চ(arguments) নোহোৱাকৈ ঘোষণা( declared) কৰিছো
01.59 ইয়াত চাম(sum) এটা ল’কেল ভেৰিয়েবল ( local variable) হয় যাক add ফাংচন(function) ৰ ভিতৰত ঘোষণা কৰা হৈছে
02.07 এটা ল’কেল ভেৰিয়েবল ( local variable)মাত্ৰ ঘোষণা কৰা ফাংচন(function) টোৰ ভিতৰতহে উপলব্ধ হয়
02.13 এই ভেৰিয়েবলবোৰক( variables) এটা ব্লকৰ(block) ভিতৰত ঘোষণা কৰা হয়
02.16 ইহঁতৰ ল’কেল পৰিসৰ(local scope) থাকে
02.19 A আৰু b ৰ যোগফলটো চাম(sum) ভেৰিয়েবলত( variable) জমা হয়।এতিয়া আমি চাম(sum) টো ছপা( print) কৰিম
02.29 এইটো আমাৰ main ফাংচন(function)”’
02.33 add ফাংচন(function) টো মতা হৈছে আৰু কাৰ্য্কৰী( executed) কৰা হৈছে
02.38 আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) ষ্টে্টমেন্ত( statement)
02.40 এতিয়া ছে’ভ(save) টিপক
02.43 প্ৰোগ্ৰাম( program)টো কাৰ্য্কৰী( execute) কৰো আহ্ক
02.45 তাৰমিনেল উইনড’(terminal window) খুলিবলৈ আপোনাৰ কীবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী টিপক
02.55 কম্পাইল(Compile) কৰিবলৈ লিখক, gcc space scope.c space hyphen o space sco আৰু এন্টাৰ(enter) টিপক
03.05 কাৰ্য্কৰী( execute) কৰিবলৈ, ./sco (dot slash) লিখক, এন্টাৰ(enter) টিপক
03.10 আউট পু্ট(Output)টো দেখুৱাব
03.13 Sum of a and b is 7
03.16 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ত কেনেদৰে কা্ৰ্যকৰী( execute) কৰা হয় চাম
03.20 প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহ্ক,প্ৰথমে আপোনাৰ কীবৰ্ডত একেলগে Shift Ctrl' আৰু S কী টিপক
03.31 এতিয়া ফাইলটো( file) এটা extension .cppত ছেভ(Save) কৰক আৰু ছেভ(Save)ত টিপক
03.41 আমি হেদাৰ ফাইল(header file)টো iostreamলৈ সলনি কৰিম
03.47 এতিয়া 'using ষ্টেটমেন্ত্টো( statement) স্ংলগ্ন( include) কৰক, ছেভ(save)ত টিপক
03.58 C++ ত গ্ল’বেল ভেৰিয়েবল ( Global variable) আৰু ল’কেল ভেৰিয়েবল ( Local variable)ৰ ঘোষণা( declaration) একেদৰে কৰা হয়
04.03 সেয়ে একো সলাবৰ প্ৰয়োজন নাই
04.07 এতিয়া printf ষ্টেটমেন্তটো( statement) coutষ্টেটমেন্তটো( statement)ৰে সলনি কৰক
04.13 format specifierআৰু '\n'ক নাইকীয়া( Delete) কৰক
04.17 এতিয়া কমা( comma) নাইকীয়া( Delete) কৰক
04.19 দুটা আৰম্ভণী কোণ ব্ন্ধনী (opening angle brackets) লিখক
04.22 সামৰণী বন্ধনী( closing bracket) নাইকীয়া কৰি,আকৌ দুটা আৰম্ভণী কোণ ব্ন্ধনী((opening angle brackets)) লিখক
04.26 আৰু দুটা উৰ্দ্ধক’মাৰ(quotes)ৰ ভিতৰত “/ n” লিখক, এতিয়া ছেভ(save) টিপক
04.35 আহ্ক আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী( execute) কৰো
04.39 প্ৰান্তলৈ( terminal) ঘুৰি আহো
04.42  কম্পাইল(Compile) কৰিবলৈ লিখক,g++ space scope dot cpp space -o space sco1,
04.52 ইয়াত আমাৰ sco1আছে কাৰণ আমি scope .cফাইলৰ আউত্পুত পেৰামিটাৰ(output parameter)টো অভাৰৰাইট(overwrite) কৰিব নিবিচাৰো
05.04 এতিয়া এন্টাৰ(enter) টিপক
05.07 কাৰ্যকৰী( execute) কৰিবলে লিখক ./sco1আৰু এন্টাৰ(enter টিপক
05.14 আউট পুট(Output)টো দেখিবলৈ পোৱা যাব Sum of a and b is 7
05.19 আমি দেখিছো যে এইটো C ক’ড(code)ৰ সৈতে একে
05.27 এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম
05.31 এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ, ধৰিলো মই ইয়াত এটা ভেৰিয়েবল(variable)aআকৌ ঘোষণা( declare) কৰিম
05.41 int a আৰু এটা ছেমিক’লন(semicolon) লিখক
05.45 ছেভ(Save) টিপক,আমি a ভেৰিয়েবলটো( variable) main ফাংচন(function)ৰ ওপৰত আৰু add ফাংচন(function)ৰ পাছ্ত ঘোষণা( declared) কৰিলো
05.55 কি হয় চাও আহক
05.57 প্ৰান্তলৈ( terminal) ঘুৰি আহো
06.01 এতিয়া আগৰ দৰে কম্পাইল(compile) কৰিম
06.05 আমি ভুল(error) দেখিম, intaৰ পুনৰঘোষণা( Redefinition),int a ক ইয়াত আগতেই ঘোষণা কৰা হৈছে. প্ৰোগ্ৰামলৈ ঘুৰি আহো
06.18 a' এটা গ্লবেল ভেৰিয়েবল ( global variable)
06.20 ইয়াৰ এটা গ্ল’বেল পৰিসৰ(global scope.) আছে
06.22 আমি ভেৰিয়েবলক( variable) দুবাৰ ঘোষণা( declare) কৰিব নোৱাৰো কাৰণ ইয়াক আগতেই গ্লবেলী(globally) ঘোষণা( declare) কৰা হৈছে
06.27 আমি মাত্ৰ a ভেৰিয়েবলক( variable) এটা ল’কেল ভেৰিয়েবল ( local variable) হিচাপে ঘোষণা কৰিব পাৰো
06.34 আহক আমি ভুল সমাধান কৰো
06.36 এইটো নাইকিয়া কৰক
06.39 ছেভ(Save) টিপক
06.41 আহক আমি আকৌ কাৰ্যকৰী( execute) কৰোঁ, আমাৰ প্ৰান্তলৈ( terminal) ঘূৰি আহক
06.45 এতিয়া আগৰ দৰে কম্পাইল(compile) আৰু কাৰ্যকৰী( execute) কৰক
06.49 হয় ই কাম কৰিছে
06.52 ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম
06.56 আহক আমি মূলভাৱ চাও
06.58 এই টিউটৰিয়েলটোত( tutorial) আমি শিকিলো,
07.00 ভেৰিয়েবলৰ পৰিসৰ,( Scope of variable)
07.02 গ্ল’বেল ভেৰিয়েবল ( Global variable), যেনেঃ int a=5(৫) আৰু
07.07 ল’কেল ভেৰিয়েবল ( local variable), যেনেঃ int sum
07.12 অনুশিলনী হিচাপে
07.14 দুটা সংখ্যাৰ ভিন্নতা(difference) ছ্পাবলৈ( print) এটা প্ৰোগ্ৰাম( program) লিখক
07.19 এই কথাচিত্রটো( video) তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পাব ৷
07.22 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (Spoken Tutorial project)ৰ মূলভাৱ
07.25 আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
07.30 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
07.32 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
07.35 “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে
07.40 অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক
07.47 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
07.52 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
08.00 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
08.04 মই কৃষ্ণ কমল দুৱৰা
08.08 উপভোগৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi