Difference between revisions of "LibreOffice-Suite-Base/C2/Modify-a-Report/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(One intermediate revision by one other user not shown) | |||
Line 8: | Line 8: | ||
|- | |- | ||
|00:06 | |00:06 | ||
− | |এই | + | |এই টিউটৰিয়েলত আমি শিকিম, |
|- | |- | ||
Line 53: | Line 53: | ||
|- | |- | ||
|01:19 | |01:19 | ||
− | |ওপৰত আৰু তলত আছে Page Header আৰু Footer চেকশ্যন। | + | |ওপৰত আৰু তলত আছে Page Header আৰু Footer চেকশ্যন। |
|- | |- | ||
Line 77: | Line 77: | ||
|- | |- | ||
|02:00 | |02:00 | ||
− | |অধিক আগবঢ়াৰ আগতে, | + | |অধিক আগবঢ়াৰ আগতে, এইয়া Report Design Window-ৰ এটা স্ক্ৰীনশ্বট। |
|- | |- | ||
Line 93: | Line 93: | ||
|- | |- | ||
|02:27 | |02:27 | ||
− | |ইয়াৰ বাবে আমি | + | |ইয়াৰ বাবে আমি |
|- | |- | ||
Line 105: | Line 105: | ||
|- | |- | ||
|02:48 | |02:48 | ||
− | |আৰু Label-অত ডবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয়। | + | |আৰু Label-অত ডবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয়। |
|- | |- | ||
|02:55 | |02:55 | ||
− | |ইয়াত Label-অৰ বিপৰীতে টাইপ কৰক: | + | |ইয়াত Label-অৰ বিপৰীতে টাইপ কৰক: |
|- | |- | ||
Line 125: | Line 125: | ||
|- | |- | ||
|03:21 | |03:21 | ||
− | |ইয়াৰ পিছত, স্ক্ৰীনত দেখুওৱাৰ দৰে ৰিপৰ্ট ফুটাৰত অন্য এটা লেবেল যোগ কৰা যাওক | + | |ইয়াৰ পিছত, স্ক্ৰীনত দেখুওৱাৰ দৰে ৰিপৰ্ট ফুটাৰত অন্য এটা লেবেল যোগ কৰা যাওক |
|- | |- | ||
|03:31 | |03:31 | ||
− | |উদাহৰণ স্বৰূপে, টাইপ কৰা যাওক— ‘Report Prepared by Assistant Librarian’ | + | |উদাহৰণ স্বৰূপে, টাইপ কৰা যাওক— ‘Report Prepared by Assistant Librarian’ |
|- | |- | ||
|03:42 | |03:42 | ||
− | |তাৰ পিছত ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ | + | |তাৰ পিছত ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ ৮লৈ সলনি কৰক। |
|- | |- | ||
|03:51 | |03:51 | ||
− | |Page Footer এলেকাত এটা লেবেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম। | + | |Page Footer এলেকাত এটা লেবেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম। |
|- | |- | ||
|03:59 | |03:59 | ||
− | |লেবেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম— ‘Nehru Library, New Delhi’। | + | |লেবেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম— ‘Nehru Library, New Delhi’। |
|- | |- | ||
|04:09 | |04:09 | ||
− | |আৰু ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ | + | |আৰু ফণ্টৰ ষ্টাইল Arial, Bold, Italic আৰু আকাৰ ৮লৈ সলনি কৰিম। |
|- | |- | ||
Line 165: | Line 165: | ||
|- | |- | ||
|04:52 | |04:52 | ||
− | |ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰিম। | + | |ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰিম। |
|- | |- | ||
|05:01 | |05:01 | ||
− | |Report Footer আৰু Page Footer-অৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি | + | |Report Footer আৰু Page Footer-অৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি একেইখিনি কামকে পুনৰ কৰিম। |
|- | |- | ||
Line 201: | Line 201: | ||
|- | |- | ||
|06:03 | |06:03 | ||
− | |Detail চেকশ্যনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম। | + | |Detail চেকশ্যনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম। |
|- | |- | ||
|06:09 | |06:09 | ||
− | |ইয়াৰ বাবে আমি প্ৰথমতে Detail আৰু ৰিপৰ্ট ফুটাৰ চেকশ্যনৰ মাজৰ ঠাই বহল কৰি ল’ম | + | |ইয়াৰ বাবে আমি প্ৰথমতে Detail আৰু ৰিপৰ্ট ফুটাৰ চেকশ্যনৰ মাজৰ ঠাই বহল কৰি ল’ম |
|- | |- | ||
|06:20 | |06:20 | ||
− | |আৰু তাৰপিছত ফিল্ডবিলাক চেণ্টাৰ কৰি দিম। | + | |আৰু তাৰপিছত ফিল্ডবিলাক চেণ্টাৰ কৰি দিম। |
|- | |- | ||
|06:24 | |06:24 | ||
− | |দেখুওৱাৰ দৰে আমি Detail চেকশ্যনৰ বাবে ধোঁৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম। | + | |দেখুওৱাৰ দৰে আমি Detail চেকশ্যনৰ বাবে ধোঁৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম। |
|- | |- | ||
Line 249: | Line 249: | ||
|- | |- | ||
|07:27 | |07:27 | ||
− | |তাৰপিছত Category ড্ৰপডাউনত ক্লিক কৰিম আৰু তাৰপিছত IF-অত ডবল ক্লিক কৰিম। | + | |তাৰপিছত Category ড্ৰপডাউনত ক্লিক কৰিম আৰু তাৰপিছত IF-অত ডবল ক্লিক কৰিম। |
|- | |- | ||
|07:35 | |07:35 | ||
Line 256: | Line 256: | ||
|- | |- | ||
|07:40 | |07:40 | ||
− | |সোঁফালে প্ৰথম টেক্সট্ বক্সৰ পিছৰ Select আইকনত ক্লিক কৰক। | + | |সোঁফালে প্ৰথম টেক্সট্ বক্সৰ পিছৰ Select আইকনত ক্লিক কৰক। |
|- | |- | ||
Line 268: | Line 268: | ||
|- | |- | ||
|08:01 | |08:01 | ||
− | |আৰু তাৰপিছত তৃতীয়টো টেক্সট্ বক্সত No বুলি টাইপ কৰক। | + | |আৰু তাৰপিছত তৃতীয়টো টেক্সট্ বক্সত No বুলি টাইপ কৰক। |
|- | |- | ||
Line 331: | Line 331: | ||
|- | |- | ||
|09:48 | |09:48 | ||
− | |এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . | + | |এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . অংশগ্ৰহণৰ বাবে ধন্যবাদ। |
− | অংশগ্ৰহণৰ বাবে ধন্যবাদ। | + | |
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 16:43, 31 July 2014
Time | Narration |
00:02 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম। |
00:06 | এই টিউটৰিয়েলত আমি শিকিম, |
00:09 | লেআউট, লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল-সলনি কৰা হয়। |
00:16 | ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক। |
00:23 | ইয়াৰ আগৰ ট্যুটৰিয়েত কেনেকৈ এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, সেই বিষয়ে শিকিছিলো। |
00:28 | আৰু আমি ‘Books Issued to Members: Report History’ নামেৰে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলো।
এই ৰিপৰ্টটো কেনেকৈ সাল-সলনি কৰিব পাৰি, এতিয়া আমি সেই বিষয়ে শিকিম। |
00:40 | লাইব্ৰেৰী ডাটাবেছটোৰ |
00:42 | বাওঁ পেনেলত Reports আইকনত ক্লিক কৰক। |
00:47 | সোঁ পেনেলৰ ৰিপৰ্ট তালিকাত আমি ‘Books Issued to Members: Report History’ নামৰ ৰিপৰ্টটো দেখা পাইছোঁ। |
00:57 | ইয়াত ৰাইট ক্লিক কৰক আৰু তাৰ পিছত ইয়াক সালসলনি বা সম্পাদনা কৰিবৰ বাবে Edit-অত ক্লিক কৰক। |
01:08 | আমি এতিয়া Report Builder Window নামৰ এখন নতুন উইণ্ড’ দেখা পাইছোঁ। |
01:14 | এই স্ক্ৰীনখন তিনিটা মূল চেকশ্যনৰে গঠিত হৈছে। |
01:19 | ওপৰত আৰু তলত আছে Page Header আৰু Footer চেকশ্যন। |
01:26 | তাৰপিছত Header চেকশ্যন |
01:29 | আৰু Detail চেকশ্যন। |
01:34 | আমি এটা ৰেকৰ্ড হেডাৰ আৰু এটা ফুটাৰ চেকশ্যনো যোগ দিব পাৰোঁ— |
01:40 | মূল স্ক্ৰীনৰ বগা এলেকাত ৰাইট ক্লিক কৰি আৰু তাৰপিছত ‘Insert Report Header/Footer’-অত ক্লিক কৰি। |
01:51 | স্ক্ৰীনৰ বাওঁফালৰ কমলা বৰণীয়া অংশত ডবল ক্লিক কৰি এই চেকশ্যনকেইটা আমি ঠেক বা বহল কৰিব পাৰোঁ। |
02:00 | অধিক আগবঢ়াৰ আগতে, এইয়া Report Design Window-ৰ এটা স্ক্ৰীনশ্বট। |
02:06 | ঠিক এনেকুৱা দেখাবৰ বাবে আমি আমাৰ ৰিপৰ্ট ডিজাইন সাল-সলনি কৰিম। |
02:11 | আমি কিছুমান টেক্সট্ লেবেল, ফণ্ট, ফৰমেটিং যোগ দিম আৰু বিভিন্ন চেকশ্যনৰ মাজৰ ঠাই এডজাষ্ট কৰিম। |
02:20 | ঠিক আছে, কিছুমান ৰিপৰ্ট হেডাৰ আৰু ফুটাৰ যোগ দিয়া যাওক। |
02:27 | ইয়াৰ বাবে আমি |
02:31 | ওপৰৰ মেনুবাৰৰ তলতে থকা Report Controls টুলবাৰৰ label field আইকনত ক্লিক কৰিম। |
02:40 | দেখুওৱা ধৰণে ৰিপৰ্ট হেডাৰ এলেকালৈ যাওক |
02:48 | আৰু Label-অত ডবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয়। |
02:55 | ইয়াত Label-অৰ বিপৰীতে টাইপ কৰক: |
03:00 | ‘Books Issued to Members: Report History’ আৰু এণ্টাৰ টিপক। |
03:07 | লগতে ফণ্ট ষ্টাইলো সলনি কৰা যাওক; আমি Arial Black, Bold আৰু আকাৰ 12 বাছনি কৰিম। |
03:17 | OK বাটনত ক্লিক কৰক। |
03:21 | ইয়াৰ পিছত, স্ক্ৰীনত দেখুওৱাৰ দৰে ৰিপৰ্ট ফুটাৰত অন্য এটা লেবেল যোগ কৰা যাওক |
03:31 | উদাহৰণ স্বৰূপে, টাইপ কৰা যাওক— ‘Report Prepared by Assistant Librarian’ |
03:42 | তাৰ পিছত ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ ৮লৈ সলনি কৰক। |
03:51 | Page Footer এলেকাত এটা লেবেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম। |
03:59 | লেবেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম— ‘Nehru Library, New Delhi’। |
04:09 | আৰু ফণ্টৰ ষ্টাইল Arial, Bold, Italic আৰু আকাৰ ৮লৈ সলনি কৰিম। |
04:20 | এতিয়া স্পেচিং এডজাষ্ট কৰা যাওক। |
04:24 | প্ৰথমতে Page Header আৰু Report Header-অৰ মাজত থকা ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰি Page Header এলেকা ঠেক কৰা যাওক; |
04:37 | ক্লিক, ড্ৰেগ আৰু ড্ৰপ পদ্ধতি ব্যৱহাৰ কৰি ইয়াক ওপৰলৈ টানি লৈ যাম। |
04:47 | ইয়াৰ পিছত Report Header এলেকা ঠেক কৰিবলৈ |
04:52 | ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰিম। |
05:01 | Report Footer আৰু Page Footer-অৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি একেইখিনি কামকে পুনৰ কৰিম। |
05:13 | ইয়াৰ পিছত হেডাৰ লেবেল সোঁমাজলৈ নিয়া যাওক। |
05:18 | ইয়াৰ বাবে প্ৰথমতে Book Title-অত ক্লিক কৰি সকলোবোৰ লেবেল নিৰ্বাচন কৰিম |
05:26 | আৰু তাৰপিছত দেখুওৱা ধৰণে Shift কী টিপা মাৰি ধৰি থাকি বাকী লেবেলবিলাকত ক্লিক কৰিম। |
05:35 | এতিয়া সেইবিলাকক চেণ্টাৰ কৰিবলৈ ওপৰমুৱা এৰো কী ব্যৱহাৰ কৰিম। |
05:41 | এতিয়া আমি হেডাৰত এটা পাতল নীলা বৰণীয়া বেকগ্ৰাউণ্ড দিম। |
05:47 | ইয়াৰ বাবে আমি Properties-অলৈ যাম আৰু Background Transparent ‘No’-লৈ সলনি কৰিম, |
05:55 | আৰু তাৰপিছত বেকগ্ৰাউণ্ড কালাৰৰ তালিকাৰ পৰা Blue 8 বাছনি কৰিম। |
06:03 | Detail চেকশ্যনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম। |
06:09 | ইয়াৰ বাবে আমি প্ৰথমতে Detail আৰু ৰিপৰ্ট ফুটাৰ চেকশ্যনৰ মাজৰ ঠাই বহল কৰি ল’ম |
06:20 | আৰু তাৰপিছত ফিল্ডবিলাক চেণ্টাৰ কৰি দিম। |
06:24 | দেখুওৱাৰ দৰে আমি Detail চেকশ্যনৰ বাবে ধোঁৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম। |
06:32 | ইয়াৰ পিছত, Checked In ফিল্ডৰ ডাটা ফৰমেটিং সলনি কৰিম। |
06:39 | যিহেতু ইয়াৰ Boolean Values 1 বা 0, গতিকে ই True বা False বুলি দেখুৱায়। |
06:47 | ইয়াক আমি সহজ হোৱাকৈ Yes বা No অপশ্যনলৈ সলনি কৰিম। |
06:53 | ইয়াৰ বাবে আমি Detail চেকশ্যনৰ সোঁফালে CheckedIn ফিল্ডত ডবল ক্লিক কৰিম। |
07:01 | এতিয়া সোঁফালৰ properties-অৰ Data টেবত প্ৰথমতে ক্লিক কৰক। |
07:08 | Data ফিল্ডৰ পিছৰ CheckedIn নামৰ বাটনত ক্লিক কৰক। |
07:15 | ইয়ে Function Wizard নামৰ এখন নতুন পপআপ উইণ্ড’ খোল খুৱায়। |
07:20 | ইয়াত প্ৰথমতে তলৰ সোঁফালে থকা Formula টেক্সট্ বক্সটো খালী কৰিম; |
07:27 | তাৰপিছত Category ড্ৰপডাউনত ক্লিক কৰিম আৰু তাৰপিছত IF-অত ডবল ক্লিক কৰিম। |
07:35 | এতিয়া সোঁফালে আমি নতুন কণ্ট্ৰল কিছুমান দেখা পাইছোঁ। |
07:40 | সোঁফালে প্ৰথম টেক্সট্ বক্সৰ পিছৰ Select আইকনত ক্লিক কৰক। |
07:49 | ইয়াত আমি ChekedIn-অত ডবল ক্লিক কৰিম। |
07:53 | তাৰপিছত আমি দ্বিতীয়টো টেক্সট্ বক্সত দুটা ঊৰ্ধ্বকমাৰ মাজত Yes বুলি টাইপ কৰিম। |
08:01 | আৰু তাৰপিছত তৃতীয়টো টেক্সট্ বক্সত No বুলি টাইপ কৰক। |
08:12 | এতিয়া আমি Properties চেকশ্যনৰ ভিতৰত থকা General টেবলৈ যাম |
08:18 | আৰু তলৰ Formatting-অৰ বিপৰীতে থকা বাটনটোত ক্লিক কৰিম। |
08:24 | ইয়াত আমি Category তালিকাৰ Text-অত ক্লিক কৰিম |
08:28 | আৰু তাৰ পিছত OK বাটনত ক্লিক কৰিম। |
08:32 | আৰু এতিয়া আমি ৰিপৰ্টটো চেভ কৰিম। |
08:36 | ঠিক আছে, এতিয়া আমি সাল-সলনি কৰা ৰিপৰ্টটো চলাম। |
08:41 | ইয়াৰ বাবে, আমি ওপৰৰ Edit মেনুত ক্লিক কৰিম আৰু তাৰপিছত Execute Report-অত ক্লিক কৰিম। |
08:50 | আৰু এইটোৱেই হৈছে লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সুন্দৰ ৰিপৰ্ট। |
08:57 | স্পেচিং, হেডাৰ, ফুটাৰ, ফণ্টবিলাক লক্ষ্য কৰক |
09:01 | আৰু লক্ষ্য কৰা CheckedIn ফিল্ড, য’ত Yes বা No বুলি কোৱা হৈছে। |
09:06 | আমাৰ ৰিপৰ্ট সাল-সলনি কৰাটো সম্পূৰ্ণ হৈছে। |
09:11 | ইয়াতে লিবাৰ অফিচ বেছত Modifying a Report সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে। |
09:17 | সাৰাংশ হিচাপে, আমি শিকিলো: |
09:20 | লেআউট, লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল-সলনি কৰা হয়। |
09:26 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
09:48 | এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . অংশগ্ৰহণৰ বাবে ধন্যবাদ। |