Difference between revisions of "Ruby/C3/Object-Oriented-Concept-in-Ruby/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00.01 | “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোন…')
 
 
(5 intermediate revisions by one other user not shown)
Line 7: Line 7:
 
|-
 
|-
 
|  00.01
 
|  00.01
| “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
+
| নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
  
 
|-
 
|-
Line 15: Line 15:
 
|-
 
|-
 
| 00.08
 
| 00.08
| '''classes'''
+
| '''classes'''“objects” উত্পন্ন কৰা
 
+
|-
+
| 00.09
+
|“objects” উত্পন্ন কৰা
+
  
 
|-
 
|-
 
| 00.10
 
| 00.10
|“Ruby”ত “(মেথড)method” ডিফাইন কৰা  ভিন্ন প্ৰকাৰ
+
|“Ruby”ত “(মেথড)method” ব্যখয়া কৰা  ভিন্ন প্ৰকাৰ
  
 
|-
 
|-
 
|  00.13
 
|  00.13
|ইয়াত আমি ব্যৱহাৰ কৰিছো
+
|ইয়াত আমি ব্যৱহাৰ কৰিছো‘‘উবুন্টু ভাৰ্চন 12.04 ''
 
+
|-
+
|  00.14
+
| ‘‘উবুন্টু লিনাক্স ১২.০৪''
+
  
 
|-
 
|-
 
| 00.16
 
| 00.16
|''' Ruby '''1.9.3  
+
|''' Ruby '''1.9.3
  
 
|-
 
|-
 
| 00.19
 
| 00.19
|"Linux” কমাণ্ড, ”টাৰমিনেল” আৰু  “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ  জ্ঞান থকাতু দৰকাৰ ৷
+
|"Linux” কমাণ্ড, ”Terminal” আৰু  “Text-editor” ৰ বিষয় আপুনাৰ  জ্ঞান থকাতু দৰকাৰ ৷
 
+
 
|-
 
|-
 
|  00.24
 
|  00.24
|অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব
+
|অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰো
  
 
|-
 
|-
 
|  00.28
 
|  00.28
|আমি আৰম্ভ কৰা আগেয়ে  আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে ৰোমন্থন কৰক   ।
+
|আমি আৰম্ভ কৰা আগেয়ে  আগতে তৈয়াৰ কৰি থোৱা “ttt” ডিৰেক্টৰি বিষয়ে ৰিকল কৰো   ।
  
 
|-
 
|-
 
| 00.33
 
| 00.33
|এতিয়া আামি সেই নিৰ্দেশিকালৈ যাওঁ আহক ।
+
|এতিয়া আামি সেই ডিৰেক্টৰিলৈ যাওঁ আহক ।  
  
 
|-
 
|-
 
| 00.35
 
| 00.35
|“ruby hyphen tutorial” আৰু  “classes”  নিৰ্দেশিকালৈ
+
|“ruby hyphen tutorial” আৰু  “classes”  ডিৰেক্টৰিলৈ
  
 
|-
 
|-
Line 79: Line 71:
 
|-
 
|-
 
| 01.00
 
| 01.00
| “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়।  
+
| “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়।
  
 
|-
 
|-
 
| 01.05
 
| 01.05
 
|তাৰ পাছত “class”ৰ নাম ।
 
|তাৰ পাছত “class”ৰ নাম ।
 
+
 
|-
 
|-
 
| 01.08
 
| 01.08
Line 99: Line 91:
 
|-
 
|-
 
| 01.16
 
| 01.16
|''' ruby code'''  
+
|''' ruby code''''''end'''
+
|-
+
| 01.17
+
|'''end'''
+
  
 
|-
 
|-
 
|  01.20
 
|  01.20
| “class” এটাৰ নাম সদায় বৰফলা দি আৰম্ভ হয়।
+
| “class” এটাৰ নাম সদায় ডাঙৰ ফলা দি আৰম্ভ হয়।
  
 
|-
 
|-
Line 131: Line 119:
 
|-
 
|-
 
| 01.37
 
| 01.37
|''' user underscore information'''  
+
|''' user underscore information'''
  
 
|-
 
|-
 
| 01.40
 
| 01.40
|''' product underscore information'''  
+
|''' product underscore information'''
  
 
|-
 
|-
 
|  01.45
 
|  01.45
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
+
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
  
 
|-
 
|-
Line 147: Line 135:
 
|-
 
|-
 
| 01.52
 
| 01.52
| মোৰ লগত ''classes”ৰ ইমপ্লিমেন্টেছনৰ উদাহৰণ এটা আছে ।
+
| মোৰ লগত ''classes”ৰ সম্পাদনা কৰা উদাহৰণ এটা আছে ।
  
 
|-
 
|-
 
|  01.57
 
|  01.57
|আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
+
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
 
|  02.02
 
|  02.02
|মই এই  উদাহৰণত “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
+
|মই এই  উদাহৰণত “Order” নামৰ “class” টো ঘোষণা কৰিছো ।
  
 
|-
 
|-
 
|  02.05
 
|  02.05
| এতিয়া আমি “class”ত “variables” বা “ভেৰিয়েবল” কিছোমান যোগ কৰিম ।  
+
| এতিয়া আমি “class”ত ” কিছো “variables” যোগ কৰি ইয়ক উপকাৰি বনাও
  Beneficial upokari
+
 
 
|-
 
|-
 
| 02.11
 
| 02.11
|তাৰ পাছত মই “myinstance” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰিম ।
+
|তাৰ পাছত মই “myinstance” নামৰ instance ভেৰিয়েবল এটা ঘোষণা কৰিম ।
  
 
|-
 
|-
Line 171: Line 159:
 
|-
 
|-
 
|  02.18
 
|  02.18
|মই  “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো ।
+
|মই  “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো ।
  
 
|-
 
|-
 
|  02.21
 
|  02.21
|আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।  
+
|আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।
  
 
|-
 
|-
 
| 02.24
 
| 02.24
|এতিয়া আহক আমি  ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো ।
+
|এতিয়া আহক আমি  ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো ।
  
 
|-
 
|-
 
|  02.30
 
|  02.30
 
| টাইপ কৰক “puts Order dot instance underscore variables.”
 
| টাইপ কৰক “puts Order dot instance underscore variables.”
 
  
 
|-
 
|-
Line 192: Line 179:
 
|-
 
|-
 
| 02.43
 
| 02.43
| সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক ।  
+
| সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক ।
  
 
|-
 
|-
Line 204: Line 191:
 
|-
 
|-
 
|  02.56
 
|  02.56
| ''' ruby space class underscore definition dot rb'''  
+
| ''' ruby space class underscore definition dot rb'''
 
   
 
   
 
|-
 
|-
 
| 03.02
 
| 03.02
|আৰু আওতপুত চাওঁক
+
|আৰু আওতপুতটো চাওঁক
  
 
|-
 
|-
 
| 03.05
 
| 03.05
| আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো দেখা পাব ।
+
| আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় ভেৰিয়েবলটো দেখা পাব ।
  
 
|-
 
|-
Line 220: Line 207:
 
|-
 
|-
 
| 03.15
 
| 03.15
|আমি দিমাৰকেছনটো লাইন দালৰ তলত কপি আৰু পেচ্ট কৰি চেভ কৰো আহক ।
+
|আমি দিমাৰকেছনটো মানে সীমাকৰণটো লাইন দালৰ তলত কপি কৰি আৰু পেচ্ট কৰি চেভ কৰো আহক ।
  
 
|-
 
|-
Line 248: Line 235:
 
|-
 
|-
 
| 03.46
 
| 03.46
|“object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব ।  
+
|“object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব ।
  
 
|-
 
|-
Line 257: Line 244:
 
|  03.54
 
|  03.54
 
|আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো ।
 
|আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো ।
 
 
 
 
|-
 
|-
 
| 03.58
 
| 03.58
Line 268: Line 253:
 
|-
 
|-
 
| 04.05
 
| 04.05
|''' product = Product.new'''  
+
|''' product = Product.new'''
  
 
|-
 
|-
Line 276: Line 261:
 
|-
 
|-
 
| 04.12
 
| 04.12
|এই “object”টোৰ টাইপ : “Product”
+
|এই “object”টোৰ টাইপ : “Product” হয়
  
 
|-
 
|-
 
| 04.16
 
| 04.16
|এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি চাওঁ আহক ।
+
|এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি হয় চাওঁ আহক ।
  
 
|-
 
|-
Line 316: Line 301:
 
|-
 
|-
 
| 05.00
 
| 05.00
|আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
+
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
Line 324: Line 309:
 
|-
 
|-
 
| 05.08
 
| 05.08
|তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টো “আৰগুমেণ্ট”(argument) বিনে ঘোষণা কৰিছো ।
+
|তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টোক “আৰগুমেণ্ট”(argument) নোহোৱাকৈ ঘোষণা কৰিছো ।
  
 
|-
 
|-
 
| 05.13
 
| 05.13
| “I have created an object” মেচেজটো ডিচপ্লে কৰিবলৈ মই “puts method”টো ঘোষণা কৰিছো ।
+
| “I have created an object” মেচেজটো দেখোৱাবলৈ মই “puts method”টো ঘোষণা কৰিছো ।
  
 
|-
 
|-
Line 340: Line 325:
 
|-
 
|-
 
| 05.27
 
| 05.27
|“টাৰমিনেল” যাওক আৰু টাইপ কৰক
+
|“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
 
   
 
   
 
|-
 
|-
 
| 05.31
 
| 05.31
|'''ruby space object underscore initialize dot rb'''  
+
|'''ruby স্পেচ object আন্দােস্কোৰ initialize dot rb'''
  
 
|-
 
|-
 
| 05.36
 
| 05.36
|আৰু আওতপুত চাওঁক
+
|আৰু আওতপুতটো চাওঁক
  
 
|-
 
|-
Line 364: Line 349:
 
|-
 
|-
 
| 05.51
 
| 05.51
|“আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই ডিচপ্লে কৰিব
+
|“আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই দেখোৱাব
  
 
|-
 
|-
Line 372: Line 357:
 
|-
 
|-
 
| 05.56
 
| 05.56
|''' Order dot new(“I have created an object”). '''
+
|''' Order dot new (“I have created an object”). '''
  
 
|-
 
|-
Line 384: Line 369:
 
|-
 
|-
 
| 06.13
 
| 06.13
|“টাৰমিনেল” যাওক আৰু টাইপ কৰক
+
|“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
  
 
|-
 
|-
 
| 06.16
 
| 06.16
|''' ruby space object underscore initialize dot rb'''  
+
|''' ruby স্পেচ object আন্দােস্কোৰ initialize dot rb'''
  
 
|-
 
|-
 
|  06.20
 
|  06.20
|আৰু আওতপুত চাওঁক ।
+
|আৰু আওতপুতটো চাওঁক ।
  
 
|-
 
|-
Line 400: Line 385:
 
|-
 
|-
 
| 06.29
 
| 06.29
| এতিয়া আপোনি  “object initialization” মানে কি বুজি পালে হয়টো
+
| এতিয়া আপোনি  “object initialization” মানে কি বুজিছে চাগে
  
 
|-
 
|-
 
|  06.33
 
|  06.33
|ৰোমন্থন কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে ।
+
|ৰিকল মানে মনত কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে ।
  
 
|-
 
|-
 
| 06.39
 
| 06.39
|ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰো “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় ।
+
|ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰু “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় ।
  
 
|-
 
|-
Line 424: Line 409:
 
|-
 
|-
 
| 06.56
 
| 06.56
|''' = (equal to) '''  
+
|''' = (equal to) '''
  
 
|-
 
|-
Line 440: Line 425:
 
|-
 
|-
 
| 07.09
 
| 07.09
|নাম ৰাখক “class underscore methods dot rb” ।
+
|নাম ৰাখক “class আন্দােস্কোৰ methods dot rb” ।
  
 
|-
 
|-
 
| 07.14
 
| 07.14
|মোৰ লগত “ফৰ” লুপৰ উদাহৰণ এটা আছে ।
+
|মোৰ লগত “class methods” উদাহৰণ এটা আছে ।
  
 
|-
 
|-
 
| 07.17
 
| 07.17
|আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।  
+
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
Line 456: Line 441:
 
|-
 
|-
 
| 07.23
 
| 07.23
|এতিয়া মোৰ লগত “breathe” আৰো “walk” নামৰ দুটা মেথদ আছে ।
+
|এতিয়া মোৰ লগত “breathe” আৰু “walk” নামৰ দুটা মেথদ আছে ।
  
 
|-
 
|-
 
| 07.28
 
| 07.28
|দুইটা মেথদেই “def” আৰো “end” কিৱৰ্ডেৰে ডিফাইন কৰা হৈছে ।
+
|দুইটা মেথদেই “def” আৰু “end” কিৱৰ্ডেৰে বাখয়া কৰা হৈছে ।
  
 
|-
 
|-
Line 472: Line 457:
 
|-
 
|-
 
| 07.40
 
| 07.40
|তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটা ইন্ভোক aahban কৰিলো ।
+
|তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটাক invoke মানে আহ্বান কৰিলো ।
  
 
|-
 
|-
Line 484: Line 469:
 
|-
 
|-
 
| 07.53
 
| 07.53
|''' ruby space class underscore methods dot rb '''
+
|''' ruby স্পেচ class আন্দাৰস্কোৰ methods dot rb '''
  
 
|-
 
|-
 
| 07.58
 
| 07.58
|আৰু আওতপুত চাওঁক ।
+
|আৰু আওতপুতটো চাওঁক ।
  
 
|-
 
|-
Line 495: Line 480:
  
 
|-
 
|-
| 08.02
+
| 08.02  
|'''“ I breathe”  '''
+
|'''“ I breathe”  ''' '''“ I walk” '''
 
+
|-
+
| 08.03
+
|'''“ I walk” '''
+
  
 
|-
 
|-
 
| 08.04
 
| 08.04
|আপোনি প্ৰীন্ট হোৱা দেখা পাব
+
|আপোনি প্ৰীন্ট হোৱা দেখা পাব ।কাৰন আপোনি “breathe” আৰু “walk” মেথড দুইটাকে আহ্বান কৰিছে ।
 
+
|-
+
| 08.05
+
|কাৰন আপোনি “breathe” আৰু “walk” মেথড দুটা ইন্ভোক কৰিছে ।
+
  
 
|-
 
|-
 
| 08.10
 
| 08.10
|আমি মেথডৰ ভিতৰত ডিফাইন কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে ।
+
|আমি মেথডৰ ভিতৰত বাখয়া কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে ।
  
 
|-
 
|-
Line 520: Line 497:
 
|-
 
|-
 
| 08.21
 
| 08.21
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
+
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
  
 
|-
 
|-
 
| 08.25
 
| 08.25
|নাম ৰাখক  “class underscore methods underscore with underscore trailing underscore characters dot rb”
+
|নাম ৰাখক  “class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb”
  
 
|-
 
|-
Line 532: Line 509:
 
|-
 
|-
 
| 08.40
 
| 08.40
|আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
+
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
Line 543: Line 520:
 
|-
 
|-
 
| 08.52
 
| 08.52
|এই মেথডবোৰ সাধাৰণতে “Boolean values” ৰিটাৰ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
+
|এই মেথডবোৰ সাধাৰণতে “Boolean values” উভাতবলৈ ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
 
| 08.55
 
| 08.55
|ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হইছে
+
|ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হৈছে
  
 
|-
 
|-
 
| 09.00
 
| 09.00
|মেথডটো  “animal dot breathe question-mark” ঘোষণা কৰি ইন্ভোক কৰা হয় ।
+
|মেথডটো  “animal dot breathe question-mark” ঘোষণা কৰি আহ্বান কৰা হয় ।
  
 
|-
 
|-
 
| 09.06
 
| 09.06
|“টাৰমিনেল” যাওক আৰু টাইপ কৰক
+
|“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
  
 
|-
 
|-
 
| 09.09
 
| 09.09
|'''ruby space class underscore methods underscore with underscore trailing underscore characters dot rb''' আৰু আওতপুত চাওঁক ।
+
|'''ruby স্পেচ class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ withআন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb''' আৰু আওতপুতটো চাওঁক ।
  
 
|-
 
|-
Line 567: Line 544:
 
|-
 
|-
 
| 09.26
 
| 09.26
|এতিয়া “walk” নামৰ আন এটা মেথদ ডিফাইন কৰো আহক ।
+
|এতিয়া “walk” নামৰ আন এটা মেথদ বাখয়া কৰো আহক ।
  
 
|-
 
|-
 
| 09.30
 
| 09.30
|তাৰ কাষে কাষে “equal-to” চিহ্ন “=(ভেলু)” পাতক
+
|তাৰ কাষে কাষে “equal-to” চিহ্ন “= ভেলু” লিখক
 
|-
 
|-
 
| 09.36
 
| 09.36
|আহক আমি এই মেথডটো “animal dot walk”ক মাতি ইন্ভোক কৰো ।
+
|আহক আমি এই মেথডটো “animal dot walk” বোলি আহ্বান কৰো ।
  
 
|-
 
|-
Line 582: Line 559:
 
|-
 
|-
 
| 09.44
 
| 09.44
|“টাৰমিনেল” যাওক আৰু টাইপ কৰক
+
|“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক'''ruby class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ  with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb '''
 
+
|-
+
| 09.45
+
|'''ruby class underscore methods underscore with underscore trailing underscore characters dot rb '''
+
 
+
  
 
|-
 
|-
 
| 09.52
 
| 09.52
|আৰু আওতপুত চাওঁক ।
+
|আৰু আওতপুতটো চাওঁক ।
  
 
|-
 
|-
Line 607: Line 579:
 
|-
 
|-
 
| 10.08
 
| 10.08
|আহক এইবাৰ মেথডটো অলপ আলগ প্ৰকাৰে ইন্ভোক কৰো ।
+
|আহক এইবাৰ মেথডটো অলপ বেলেগ প্ৰকাৰে আহ্বান কৰো ।
  
 
|-
 
|-
Line 619: Line 591:
 
|-
 
|-
 
| 10.20
 
| 10.20
|“টাৰমিনেল” যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুত চাওঁক ।
+
|“টাৰমিনেল”লৈ যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুতটো চাওঁক ।
  
 
|-
 
|-
 
| 10.27
 
| 10.27
|আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাৱ
+
|আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাব
  
 
|-
 
|-
Line 647: Line 619:
 
|-
 
|-
 
| 10.48
 
| 10.48
|“Ruby”ত মেথড ডিফাইন কৰা ভিন্ন প্ৰকাৰ  
+
|“Ruby”ত মেথড বাখয়া কৰা ভিন্ন প্ৰকাৰ
  
 
|-
 
|-
Line 655: Line 627:
 
|-
 
|-
 
| 10.54
 
| 10.54
|ক্লাছ “Product” এটা ডিফাইন কৰক
+
|ক্লাছ “Product” বাখয়া কৰক
  
 
|-
 
|-
 
| 10.56
 
| 10.56
|“myvar”ৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড ডিফাইন কৰক ।
+
|“myvar” ইয়াৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড বাখয়া কৰক ।
  
 
|-
 
|-
 
| 11.01
 
| 11.01
|মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি ডিফাইন কৰিব ।
+
|মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি বাখয়া কৰিব ।
  
 
|-
 
|-
Line 679: Line 651:
 
|-
 
|-
 
| 11.18
 
| 11.18
|যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
+
|যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
  
 
|-
 
|-
Line 703: Line 675:
 
|-
 
|-
 
| 11.39
 
| 11.39
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
+
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
  
 
|-
 
|-
Line 711: Line 683:
 
|-
 
|-
 
| 11.56
 
| 11.56
|মই অন্জনা নাইৰ ইয়াতে বিদায় লৈছো । ধন্যবাদ
+
| এই পাঠটো প্ৰগায়ন বেজবৰুৱাৰ দ্ৱাৰা যোগদন কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ ।
  
 
|}
 
|}

Latest revision as of 11:36, 6 March 2017


Time' Narration
00.01 নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম
00.08 classes“objects” উত্পন্ন কৰা
00.10 “Ruby”ত “(মেথড)method” ব্যখয়া কৰা ভিন্ন প্ৰকাৰ
00.13 ইয়াত আমি ব্যৱহাৰ কৰিছো‘‘উবুন্টু ভাৰ্চন 12.04
00.16 Ruby 1.9.3
00.19 "Linux” কমাণ্ড, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.24 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰো ৷
00.28 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” ডিৰেক্টৰি বিষয়ে ৰিকল কৰো ।
00.33 এতিয়া আামি সেই ডিৰেক্টৰিলৈ যাওঁ আহক ।
00.35 “ruby hyphen tutorial” আৰু “classes” ডিৰেক্টৰিলৈ ।
00.41 “Ruby” এক ৰকমৰ “object oriented” ভাষা হয় ।
00.44 “Ruby”ত প্ৰত্যেক দ্ৰব্য তাত্‍পৰ্য হয় ; ভেলু পৰা আদি কৰি “string” বা সংখ্যা লৈকে ।
00.49 “class” হল আনুষঙ্গিক “data” বা “functions”ৰ সমাহৰণ ।
00.53 ই ইনফৰমেইচন আয়োজন কৰাত সহায় কৰে ।
00.56 “object” হল “class” এটাৰ “instantiation” ।
01.00 “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়।
01.05 তাৰ পাছত “class”ৰ নাম ।
01.08 “end” ব্যৱহাৰ কৰি ইয়াক ধাৰ্য্য কৰা হয় ।
01.11 “class”ৰ উদাহৰণ এটা চাওঁ আহক ।
01.14 class Product
01.16 ' ruby code'end
01.20 “class” এটাৰ নাম সদায় ডাঙৰ ফলা দি আৰম্ভ হয়।
01.24 এটাতকৈ বেছি শব্দ থকা নামবোৰ কেমেলকেছ কৰা হয় ।
01.28 উদাহৰণ স্বৰূপে,
01.30 UserInformation
01.32 ProductInformation
01.34 পৰবৰ্তী ফাইলৰ নাম বিলাকত আন্দাৰস্কোৰ(_ ) ব্যৱহাৰ কৰি এই শব্দবোৰ বেলেগ কৰা হয়:
01.37 user underscore information
01.40 product underscore information
01.45 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.48 নাম ৰাখক “class_definition.rb”
01.52 মোৰ লগত classes”ৰ সম্পাদনা কৰা উদাহৰণ এটা আছে ।
01.57 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
02.02 মই এই উদাহৰণত “Order” নামৰ “class” টো ঘোষণা কৰিছো ।
02.05 এতিয়া আমি “class”ত ” কিছো “variables” যোগ কৰি ইয়ক উপকাৰি বনাও ।
02.11 তাৰ পাছত মই “myinstance” নামৰ instance ভেৰিয়েবল এটা ঘোষণা কৰিম ।
02.15 আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।
02.18 মই “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো ।
02.21 আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।
02.24 এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো ।
02.30 টাইপ কৰক “puts Order dot instance underscore variables.”
02.36 নতুন লাইনৰ বাবে এই লাইন দালৰ আগত যোগ কৰক “puts” কিবা কেৰেক্টাৰ “slash n” ।
02.43 সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক ।
02.51 এতিয়া কডটো সম্পাদন কৰো আহক ।
02.53 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
02.56 ruby space class underscore definition dot rb
03.02 আৰু আওতপুতটো চাওঁক
03.05 আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় ভেৰিয়েবলটো দেখা পাব ।
03.09 এতিয়া আহক টাইপ কৰো “puts Order dot class underscore variables.”
03.15 আমি দিমাৰকেছনটো মানে সীমাকৰণটো লাইন দালৰ তলত কপি কৰি আৰু পেচ্ট কৰি চেভ কৰো আহক ।
03.21 “টাৰমিনেল” যাওক আৰু ফাইলটো আগৰ দৰে সম্পাদন কৰো আহক ।
03.26 আওতপুটত আপোনি ঘোষণা কৰা “ক্লাচ ভেৰিয়েবলটো” লগতে দেখা পাব ।
03.32 এতিয়া আপোনি আপোনাৰ নিজৰ “ক্লাছ” লিখিব পাৰিব লাগে ।
03.35 এতিয়া “object” কি চাওঁ আহক ।
03.40 “object” হল “class” এটাৰ “instance” ।
03.43 মানে হল যে “object” এটা ক্লাছ এটাৰ পৰা উত্পন্ন কৰা হয় ।
03.46 “object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব ।
03.52 “object” এটা আপোনি কি দৰে ঘোষণা কৰিব
03.54 আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো ।
03.58 আমি ইয়াত “Product class”ৰ “object” এটা ঘোষণা কৰিছো ।
04.02 ইয়াত “object” এটা উত্পন্ন হল ।
04.05 product = Product.new
04.09 এই প্ৰক্ৰিয়াকে “object”ৰ ইনিচিয়েলাইজেছন বুলি কোৱা হয় ।
04.12 এই “object”টোৰ টাইপ : “Product” হয়
04.16 এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি হয় চাওঁ আহক ।
04.20 “initialize(ইনিচিয়েলাইজ) মেথড” এটা “object” উত্পন্ন কৰা সময়ত মাতা হয় ।
04.26 “object”ত “new” মাতা লগে লগে দৰাচলতে আমি “initialize(ইনিচিয়েলাইজ) মেথড”টো আমন্ত্ৰণ কৰো ।
04.31 এটা “initialize(ইনিচিয়েলাইজ) মেথডে” “পেৰামিটাৰ”ৰ তালিকা এটাও লব পাৰে ।
04.37 অইন “Ruby methods”ৰ দৰেই, ইয়াক “def” কিৱৰ্ডৰ পাছত লিখা হয় ।
04.43 উদাহৰণ এটা চাওঁ আহক ।
04.46 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04.50 নাম ৰাখক “object undescore initialize dot rb”
04.55 মোৰ লগত “object initialization”ৰ উদাহৰণ এটা আছে ।
05.00 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
05.04 মই “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
05.08 তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টোক “আৰগুমেণ্ট”(argument) নোহোৱাকৈ ঘোষণা কৰিছো ।
05.13 “I have created an object” মেচেজটো দেখোৱাবলৈ মই “puts method”টো ঘোষণা কৰিছো ।
05.20 তাৰ পাছত মই “Order dot new” বুলি ঘোষণা কৰিছো ।
05.24 ই “initialize(ইনিচিয়েলাইজ) মেথডে”টো মাতিব ।
05.27 “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
05.31 ruby স্পেচ object আন্দােস্কোৰ initialize dot rb
05.36 আৰু আওতপুতটো চাওঁক
05.39 আওতপুটত “I have created an object” মেচেজটো দেখা পাব ।
05.43 এতিয়া আহক “gedit” যাওঁ আৰু মেথডটোত “আৰগুমেণ্ট”(argument) এটা যোগ কৰো ।
05.48 “puts”টো পৰিবৰ্ত্তন কৰো আহক ।
05.51 “আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই দেখোৱাব ।
05.55 এতিয়া টাইপ কৰো আহক
05.56 Order dot new (“I have created an object”).
06.04 ইয়াত আমি নতুন মেথডটোক আৰগুমেণ্ট এটা দিছো ।
06.08 এই “আৰগুমেণ্টটো” “initialize(ইনিচিয়েলাইজ) মেথড”টোত পাছ হব ।
06.13 “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
06.16 ruby স্পেচ object আন্দােস্কোৰ initialize dot rb
06.20 আৰু আওতপুতটো চাওঁক ।
06.22 আওতপুটত “I have created an object” মেচেজটো দেখা পাব ।
06.29 এতিয়া আপোনি “object initialization” মানে কি বুজিছে চাগে ।
06.33 ৰিকল মানে মনত কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে ।
06.39 ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰু “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় ।
06.45 যদি মেথড এটাৰ নামটোত এটাতকৈ বেচি শব্দ থাকে তেতিয়া “আন্দাৰস্কোৰ(_ )” ব্যৱহাৰ কৰা হয় ।
06.48 মেথদ এটাৰ নামত জোৰা লগাব পৰা কেৰেক্টাৰ কিছুমান হল :
06.54  ? (question-mark)
06.56 = (equal to)
06.58 প্ৰত্যেকটা কেৰেক্টাৰে মেথডটোক কিবা এটা অৰ্থ দিয়ে ।
07.02 উদাহৰণ চাওঁ আহক ।
07.05 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
07.09 নাম ৰাখক “class আন্দােস্কোৰ methods dot rb” ।
07.14 মোৰ লগত “class methods” উদাহৰণ এটা আছে ।
07.17 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
07.21 মই ইয়াত “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
07.23 এতিয়া মোৰ লগত “breathe” আৰু “walk” নামৰ দুটা মেথদ আছে ।
07.28 দুইটা মেথদেই “def” আৰু “end” কিৱৰ্ডেৰে বাখয়া কৰা হৈছে ।
07.32 তাৰ পাছত মই “object Animal” এটা ইনিচিয়েলাইজ কৰিলো ।
07.36 মই ইয়াক “animal” নামৰ ভেৰিয়েবল এটা সৰু আখৰ “a”ৰে আৰোপ কৰিলো ।
07.40 তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটাক invoke মানে আহ্বান কৰিলো ।
07.48 এতিয়া আহক প্ৰ’গ্ৰেমটো সম্পাদন কৰো ।
07.51 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
07.53 ruby স্পেচ class আন্দাৰস্কোৰ methods dot rb
07.58 আৰু আওতপুতটো চাওঁক ।
08.00 এই লাইন কেইটা :
08.02 “ I breathe” “ I walk”
08.04 আপোনি প্ৰীন্ট হোৱা দেখা পাব ।কাৰন আপোনি “breathe” আৰু “walk” মেথড দুইটাকে আহ্বান কৰিছে ।
08.10 আমি মেথডৰ ভিতৰত বাখয়া কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে ।
08.16 এতিয়া আগত প্ৰশ্ন বোধক চিন(?) থকা মেথড কেনেকৈ উত্পন্ন কৰে চাওঁ আহক ।
08.21 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
08.25 নাম ৰাখক “class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb”
08.35 মোৰ লগত “class methods” লগত থকা প্ৰশ্ন বোধক চিন ক’ডৰ উদাহৰণ এটা আছে ।
08.40 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
08.45 ইয়াত মই আগৰ উদাহৰণৰ দৰে একে ক্লাছ ব্যৱহাৰ কৰিছো ।
08.48 ইয়াত “breathe” মেথডৰ আগত প্ৰশ্ন বোধক চিন(?) আছে ।
08.52 এই মেথডবোৰ সাধাৰণতে “Boolean values” উভাতবলৈ ব্যৱহাৰ কৰা হয় ।
08.55 ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হৈছে ।
09.00 মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি আহ্বান কৰা হয় ।
09.06 “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক
09.09 ruby স্পেচ class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ withআন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb আৰু আওতপুতটো চাওঁক ।
09.22 আওতপুটত “true” বোলি দেখা পাব ।
09.26 এতিয়া “walk” নামৰ আন এটা মেথদ বাখয়া কৰো আহক ।
09.30 তাৰ কাষে কাষে “equal-to” চিহ্ন “= ভেলু” লিখক ।
09.36 আহক আমি এই মেথডটো “animal dot walk” বোলি আহ্বান কৰো ।
09.41 তাৰ পাছত এই মেথডটো সম্পাদন কৰক ।
09.44 “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰকruby class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb
09.52 আৰু আওতপুতটো চাওঁক ।
09.56 ই এটা “আনডিফাইন্দ মেথড” বোলি ইৰ'ৰ দেখাব ।
09.59 কাৰণ “equal-to” চিহ্নৰ আন এটা অৰ্থ আছে ।
10.03 ইয়াক মেথড এটাক ভেলু এটা আৰোপ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
10.08 আহক এইবাৰ মেথডটো অলপ বেলেগ প্ৰকাৰে আহ্বান কৰো ।
10.13 টাইপ কৰক “puts animal dot walk equal to “ hops””
10.17 এইবাৰ চাওঁ আহক ।
10.20 “টাৰমিনেল”লৈ যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুতটো চাওঁক ।
10.27 আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাব ।
10.30 ই প্ৰমাণ কৰে যে “equal-to” চিহ্ন মেথদৰ পিছত থকা মানে কাৰ্য্যভাৰ বুজায় ।
10.36 এতিয়া আপোনি আপোনাৰ নিজৰ “মেথড” লিখিব পাৰিব লাগে ।
10.42 আমি এই টিওটৰিয়েলত শিকিলো
10.44 “ক্লাছ” কেনেকৈ ঘোষণা কৰে
10.46 ক্লাছ এটাৰ “objects” কেনেকৈ উত্পন্ন কৰে
10.48 “Ruby”ত মেথড বাখয়া কৰা ভিন্ন প্ৰকাৰ
10.52 কাৰ্য্য হিচাবে কৰক
10.54 ক্লাছ “Product” বাখয়া কৰক
10.56 “myvar” ইয়াৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড বাখয়া কৰক ।
11.01 মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি বাখয়া কৰিব ।
11.05 উৰ্দ্ধত মেথড দুটা ব্যৱহাৰ কৰি ক্লাছটোৰ অবজেক্ট এটা উত্পন্ন কৰক আৰু মান দিয়ক(set) আৰু লওঁক(get) ।
11.12 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
11.14 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
11.18 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
11.22 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
11.24 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
11.27 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11.30 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
11.36 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11.39 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
11.46 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
11.56 এই পাঠটো প্ৰগায়ন বেজবৰুৱাৰ দ্ৱাৰা যোগদন কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble