Difference between revisions of "LibreOffice-Suite-Base/C2/Create-reports/Assamese"
From Script | Spoken-Tutorial
(6 intermediate revisions by 3 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
|- | |- | ||
||00:00 | ||00:00 | ||
− | ||লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম। | + | ||লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম। |
|- | |- | ||
Line 44: | Line 44: | ||
|- | |- | ||
||01:05 | ||01:05 | ||
− | ||আমি | + | ||আমি ইয়াত লেআউট, লুক আৰু ফিল সালসলনি কৰিব পাৰোঁ যাতে ই পঢ়িবলৈ আৰু কাগজত প্ৰিণ্ট কৰিবলৈ সুবিধাজনক হয়। |
|- | |- | ||
Line 64: | Line 64: | ||
|- | |- | ||
||01:42 | ||01:42 | ||
− | ||ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে। | + | ||ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে। |
|- | |- | ||
Line 87: | Line 87: | ||
|- | |- | ||
||02:12 | ||02:12 | ||
− | ||সোঁ পেনেলৰ Use Wizard to create report | + | ||সোঁ পেনেলৰ Use Wizard to create report ইয়াত ক্লিক কৰক। |
|- | |- | ||
Line 115: | Line 115: | ||
|- | |- | ||
||02:56 | ||02:56 | ||
− | ||ইয়াত আমি | + | ||ইয়াত আমি ৰিপৰ্ট ডাটাৰ চ’ৰ্চটো নিৰ্দিষ্ট কৰি দিম— এখন টেবুল অথবা এটা কুৱেৰি। |
|- | |- | ||
Line 139: | Line 139: | ||
|- | |- | ||
||03:39 | ||03:39 | ||
− | ||ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক। | + | ||ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক। |
|- | |- | ||
Line 151: | Line 151: | ||
|- | |- | ||
||03:59 | ||03:59 | ||
− | ||যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ | + | ||যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ কৰিব লগা হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। |
|- | |- | ||
||04:05 | ||04:05 | ||
− | ||উদাহৰণ স্বৰূপে, আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ। | + | ||উদাহৰণ স্বৰূপে, আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ। |
|- | |- | ||
Line 215: | Line 215: | ||
|- | |- | ||
||05:25 | ||05:25 | ||
− | ||আমি ‘Columnar, single-column’ layout list | + | ||আমি ‘Columnar, single-column’ layout list ইয়াত ক্লিক কৰোঁ আহক। |
|- | |- | ||
Line 235: | Line 235: | ||
|- | |- | ||
||05:54 | ||05:54 | ||
− | ||এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি ল’ব পাৰোঁ। | + | ||এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি ল’ব পাৰোঁ। |
|- | |- | ||
Line 243: | Line 243: | ||
|- | |- | ||
||06:07 | ||06:07 | ||
− | ||এতিয়াৰ বাবে আমি প্ৰথম আইটেম Tabular | + | ||এতিয়াৰ বাবে আমি প্ৰথম আইটেম Tabular ইয়াত ক্লিক কৰিম। |
|- | |- | ||
||06:12 | ||06:12 | ||
− | ||আৰু Next বাটনত ক্লিক | + | ||আৰু Next বাটনত ক্লিক কৰিম। |
|- | |- | ||
Line 254: | Line 254: | ||
|- | |- | ||
||06:20 | ||06:20 | ||
− | ||ইয়াত ‘Books Issued to Members: Report History’ বুলি আমি আমাৰ | + | ||ইয়াত ‘Books Issued to Members: Report History’ বুলি আমি আমাৰ ৰিপৰ্ট এটা বৰ্ণানাত্মক নাম দিম। |
|- | |- | ||
Line 268: | Line 268: | ||
||যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম, তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম। | ||যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম, তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম। | ||
− | |||
|- | |- | ||
||06:52 | ||06:52 | ||
Line 282: | Line 281: | ||
|- | |- | ||
− | ||07 | + | ||07:12 |
||লক্ষ্য কৰক যে ইয়াত ফিল্ড লেবেল একেবাৰে ওপৰত ব’ল্ড ফণ্টত আছে আৰু প্ৰকৃত ডাটা এটা টেবুলাৰ (tabular) ফেশ্যনত আছে। | ||লক্ষ্য কৰক যে ইয়াত ফিল্ড লেবেল একেবাৰে ওপৰত ব’ল্ড ফণ্টত আছে আৰু প্ৰকৃত ডাটা এটা টেবুলাৰ (tabular) ফেশ্যনত আছে। | ||
Line 302: | Line 301: | ||
|- | |- | ||
− | ||07 | + | ||07:54 |
||প্ৰকাশক অনুসৰি গ্ৰুপ কৰি লাইব্ৰেৰীৰ সকলো কিতাপৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক। | ||প্ৰকাশক অনুসৰি গ্ৰুপ কৰি লাইব্ৰেৰীৰ সকলো কিতাপৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক। | ||
|- | |- | ||
− | ||08 | + | ||08:01 |
||প্ৰকাশক আৰু কিতাপৰ নাম— দুয়োটাই এছেণ্ডিং ক্ৰমত থাকিব লাগিব। | ||প্ৰকাশক আৰু কিতাপৰ নাম— দুয়োটাই এছেণ্ডিং ক্ৰমত থাকিব লাগিব। | ||
Line 323: | Line 322: | ||
|- | |- | ||
||08:21 | ||08:21 | ||
− | ||এটা ৰিপৰ্ট তৈয়াৰ কৰা হয় | + | ||এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, ৰিপৰ্টৰ ফিল্ডবিলাক নিৰ্বাচন, লেবেলিং আৰু চৰ্টিং কৰা হয় |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | ||08: | + | ||08:25 |
− | ||আৰু ষ্টেটিক বা ডাইনেমিক হিচাপে ৰিপৰ্টৰ ধৰণ বাছনি কৰা হয় | + | ||ৰিপৰ্ট লেআউট বাছনি কৰা হয়, আৰু ষ্টেটিক বা ডাইনেমিক হিচাপে ৰিপৰ্টৰ ধৰণ বাছনি কৰা হয় |
|- | |- | ||
||08:31 | ||08:31 | ||
− | ||স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। | + | ||স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
|- | |- | ||
||08:42 | ||08:42 | ||
− | ||এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। | + | ||এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
|- | |- | ||
||08:48 | ||08:48 | ||
− | ||এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। | + | ||এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
|- | |- | ||
||08:51 | ||08:51 | ||
− | ||এই পাঠটি পল্লভ প্ৰান | + | ||এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ। |
Latest revision as of 16:34, 27 March 2017
Time | Narration |
00:00 | লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম। |
00:03 | এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ |
00:07 | এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, কেনেকৈ ৰিপৰ্ট ফিল্ড নিৰ্বাচন কৰা হয়, লেবেল দিয়া হয় আৰু চৰ্টিং কৰা হয়। |
00:12 | ৰিপৰ্ট লেআউট চিলেক্ট কৰক আৰু ৰিপৰ্ট টাইপ ষ্টেটিক বা ডাইনামিক হিচাপে নিৰ্বাচন কৰক। |
00:19 | ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক। |
00:27 | এই লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো। |
00:36 | সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে। |
00:42 | আগৰ ট্যুটৰিয়েলত আমি ফৰ্ম আৰু কুৱেৰি কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিলো। |
00:48 | এটা ৰিপৰ্ট কেনেকৈ তৈয়াৰ কৰা হয়, সেই বিষয়ে শিকাৰ আগতে ৰিপৰ্টনো কি, সেই বিষয়ে শিকা যাওক। |
00:56 | ৰিপৰ্ট হৈছে কুৱেৰিৰ নিচিনাকৈ ডাটাবেছৰ পৰা তথ্য আহৰণ কৰাৰ এটা অন্যতম পদ্ধতি। |
01:05 | আমি ইয়াত লেআউট, লুক আৰু ফিল সালসলনি কৰিব পাৰোঁ যাতে ই পঢ়িবলৈ আৰু কাগজত প্ৰিণ্ট কৰিবলৈ সুবিধাজনক হয়। |
01:14 | ডাটাবেছৰ টেবুল বা কুৱেৰিৰ পৰা ৰিপৰ্ট জেনেৰেট কৰিব পাৰি। |
01:21 | তাত টেবুল বা কুৱেৰিৰ সকলোবোৰ ফিল্ড থাকিব পাৰে অথবা নিৰ্বাচিত ফিল্ডৰ এটা মাত্ৰ গ্ৰুপ থাকিব পাৰে। |
01:32 | ৰিপৰ্ট দুই প্ৰকাৰৰ— ষ্টেটিক আৰু ডাইনামিক। |
01:38 | যেতিয়া এটা ষ্টেটিক ৰিপৰ্ট চাবৰ বাবে খোলা হয়, |
01:42 | ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে। |
01:48 | ইয়াক স্নেপশ্বট বুলিও জনা যায়। |
01:52 | কিন্তু এটা ডাইনামিক ৰিপৰ্টে যেতিয়াই ইয়াক খোলা যায় তেতিয়াই ডাটাবেছৰ পৰা শেহতীয়া তথ্যসমূহ প্ৰদৰ্শন কৰে। |
02:00 | ঠিক আছে, এতিয়া এটা সৰল ৰিপৰ্ট তৈয়াৰ কৰা যাওক। |
02:05 | লাইব্ৰেৰী ডাটাবেছটোৰ |
02:08 | বাওঁ পেনেলৰ Reports আইকনত ক্লিক কৰক। |
02:12 | সোঁ পেনেলৰ Use Wizard to create report ইয়াত ক্লিক কৰক। |
02:18 | এইটো হৈছে ৰিপৰ্ট তৈয়াৰ কৰাৰ সহজ আৰু দ্ৰুত অপশ্যন। |
02:24 | এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাইছোঁ, যাক Report Builder উইণ্ড’ বুলিও কোৱা হয়। |
02:31 | বাওঁফালে আমি ৬টা ধাপ থকা উইজাৰ্ড এখনো দেখা পাইছোঁ। |
02:39 | ইয়াৰ আগৰ ট্যুটৰিয়েলত আমি তৈয়াৰ কৰা এটা কুৱেৰিক ভিত্তি কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আমি উইজাৰ্ডখনৰ মাজেৰে আগবাঢ়িম। |
02:47 | কুৱেৰিটো হৈছে History of books issued to the Library members। |
02:51 | আমি ১ নম্বৰ ধাপ অৰ্থাৎ Field Selection-অত আছোঁ। |
02:56 | ইয়াত আমি ৰিপৰ্ট ডাটাৰ চ’ৰ্চটো নিৰ্দিষ্ট কৰি দিম— এখন টেবুল অথবা এটা কুৱেৰি। |
03:05 | ওপৰত থকা ড্ৰপডাউন লিষ্টৰ পৰা আমাৰ কুৱেৰি হিচাপে ‘History of books issued to the Library members’ নিৰ্বাচন কৰা যাওক। |
03:14 | এতিয়া আমি বাওঁফালে কুৱেৰিটোত থকা ফিল্ডবিলাকৰ এখন তালিকা দেখা পাইছোঁ। |
03:21 | আমি ৰিপৰ্টটোত সকলোবোৰ ফিল্ড বিচাৰোঁ, গতিকে আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটনত ক্লিক কৰি দিম। |
03:30 | এতিয়া পৰৱৰ্তী ধাপলৈ যাবলৈ Next বাটনত ক্লিক কৰক। |
03:35 | ২ নম্বৰ ধাপ: Labelling Fields। |
03:39 | ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক। |
03:50 | ঠিক আছে, এতিয়া আমি Next বাটনত ক্লিক কৰোঁ। |
03:55 | এতিয়া আমি ৩ নম্বৰ ধাপত— Grouping। |
03:59 | যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ কৰিব লগা হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। |
04:05 | উদাহৰণ স্বৰূপে, আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ। |
04:12 | এইটো কৰিলে ৰিপৰ্টত আমি কিতাপৰ নাম আৰু তাৰপিছত কিতাপখন ইছ্যু কৰা সদস্যসকলৰ নাম দেখা পাম। |
04:22 | তাৰপিছত পৰৱৰ্তী কিতাপৰ নাম দেখা পাম আৰু এইদৰে ই গৈ থাকিব। |
04:27 | এতিয়াৰ বাবে আমি আমাৰ ৰিপৰ্ট সৰল কৰি ৰাখিম। |
04:31 | গতিকে আমি সাধাৰণভাৱে Next বাটনত ক্লিক কৰিম। |
04:36 | এতিয়া আমি ৪ নম্বৰ ধাপ- Sorting Options-অত উপনীত হ’লো। |
04:41 | ডাটাসমূহ সময়ানুক্ৰমিকভাৱে সজোৱা যাওক, |
04:46 | আৰু তাৰপিছত কিতাপৰ নাম অনুযায়ী এচেণ্ডিং ক্ৰমত সজাওক। |
04:52 | ইয়াৰ বাবে আমি ড্ৰপডাউন বক্সৰ Sort-অত ক্লিক কৰিম। |
04:58 | আৰু তাৰপিছত Issue Date-অত ক্লিক কৰিম। |
05:03 | তাৰপিছত আমি দ্বিতীয়টো ড্ৰপডাউন বক্সত ক্লিক কৰিম। |
05:08 | তাৰপিছত Book Title-অত ক্লিক কৰিম। |
05:12 | এতিয়া Next বাটনত ক্লিক কৰা যাওক। |
05:16 | ঠিক আছে। এতিয়া ৫ নম্বৰ ধাপ— Choose Layout। |
05:20 | ইয়াত আমি ৰিপৰ্টৰ লুক আৰু ফিল সাল-সলনি কৰিব পাৰোঁ। |
05:25 | আমি ‘Columnar, single-column’ layout list ইয়াত ক্লিক কৰোঁ আহক। |
05:31 | লক্ষ্য কৰক যে বেকগ্ৰাউণ্ডৰ Report Builder ৰিফ্ৰেছ হৈ গৈছে। |
05:36 | ইয়ে সকলোবোৰ লেবেল বাওঁফালে আৰু সম্পৰ্কিত ফিল্ডবিলাক সোঁফালে দেখুৱাইছে। |
05:43 | এতিয়া আমি ‘Columnar, two columns’-অত ক্লিক কৰিম। |
05:48 | দুটা কলমৰ লেআউট দেখুৱাই তলফালে থকা উইণ্ডখন আকৌ ৰিফ্ৰেছ হৈ গৈছে। |
05:54 | এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি ল’ব পাৰোঁ। |
06:02 | আমাৰ প্ৰয়োজন অনুসৰি পিছত ইয়াক সাল-সলনিও কৰিব পাৰোঁ। |
06:07 | এতিয়াৰ বাবে আমি প্ৰথম আইটেম Tabular ইয়াত ক্লিক কৰিম। |
06:12 | আৰু Next বাটনত ক্লিক কৰিম। |
06:16 | ঠিক আছে, অন্তিমটো ধাপ— Creat Report। |
06:20 | ইয়াত ‘Books Issued to Members: Report History’ বুলি আমি আমাৰ ৰিপৰ্ট এটা বৰ্ণানাত্মক নাম দিম। |
06:30 | ডাটাবেছৰ পৰা সদায়েই শেহতীয়া ডাটা প্ৰদৰ্শন কৰিব পৰাকৈ এতিয়া আমি আমাৰ ৰিপৰ্টটো সজাম। |
06:38 | ইয়াৰ বাবে ‘Dynamic Report’ অপশ্যনত ক্লিক কৰক, |
06:45 | যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম, তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম। |
06:52 | ঠিক আছে, আমাৰ ৰিপৰ্ট তৈয়াৰ কৰা শেষ হৈছে। Creat Report Now অপশ্যনত ক্লিক কৰা যাওক। |
06:59 | আৰু শেষত Finish বাটনত ক্লিক কৰক। |
07:05 | এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাম আৰু এইটোৱেই হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা ৰিপৰ্ট। |
07:12 | লক্ষ্য কৰক যে ইয়াত ফিল্ড লেবেল একেবাৰে ওপৰত ব’ল্ড ফণ্টত আছে আৰু প্ৰকৃত ডাটা এটা টেবুলাৰ (tabular) ফেশ্যনত আছে। |
07:24 | আৰু লক্ষ্য কৰক যে ই ইছ্যু কৰা তাৰিখ অনুসৰি এছেণ্ডিং ক্ৰম অৰ্থাৎ সময়ানুক্ৰমিকভাৱে সজ্জিত হৈ আছে আৰু তাৰপিছত এছেণ্ডিং ক্ৰমত কিতাপৰ নাম সজ্জিত হৈ আছে। |
07:38 | এইদৰে আমি লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সময়ানুক্ৰমিক ৰিপৰ্ট তৈয়াৰ কৰিলো। |
07:46 | পৰৱৰ্তী টিউটৰিয়েলত ৰিপৰ্ট কেনেকৈ সাল-সলনি কৰা হয়, সেই বিষয়ে শিকিম। |
07:52 | আপোনাৰ বাবে এছাইনমেণ্ট: |
07:54 | প্ৰকাশক অনুসৰি গ্ৰুপ কৰি লাইব্ৰেৰীৰ সকলো কিতাপৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক। |
08:01 | প্ৰকাশক আৰু কিতাপৰ নাম— দুয়োটাই এছেণ্ডিং ক্ৰমত থাকিব লাগিব। |
08:07 | Columnar, Single-column layout ব্যৱহাৰ কৰক। |
08:11 | ইয়াতে লিবাৰ অফিচ বেছত Reports সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে। |
08:17 | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
08:21 | এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, ৰিপৰ্টৰ ফিল্ডবিলাক নিৰ্বাচন, লেবেলিং আৰু চৰ্টিং কৰা হয় |
08:25 | ৰিপৰ্ট লেআউট বাছনি কৰা হয়, আৰু ষ্টেটিক বা ডাইনেমিক হিচাপে ৰিপৰ্টৰ ধৰণ বাছনি কৰা হয় |
08:31 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
08:42 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
08:48 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
08:51 | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ। |