Difference between revisions of "LibreOffice-Suite-Draw/C2/Create-simple-drawings/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
| (One intermediate revision by the same user not shown) | |||
| Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
| − | ||Time | + | ||'''Time''' |
| − | ||Narration | + | ||'''Narration''' |
|- | |- | ||
| − | ||00 | + | ||00:02 |
||নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম | ||নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম | ||
|- | |- | ||
| − | || 00 | + | || 00:08 |
|| এই টিউটোৰিয়েলত আপোনি। | || এই টিউটোৰিয়েলত আপোনি। | ||
|- | |- | ||
| − | || 00 | + | || 00:13 |
|| কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল। | || কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল। | ||
|- | |- | ||
| − | || 00 | + | || 00:17 |
|| মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব । | || মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব । | ||
|- | |- | ||
| − | || 00 | + | || 00:22 |
|| কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব । | || কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব । | ||
|- | |- | ||
| − | || 00 | + | || 00:27 |
|| মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় । | || মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় । | ||
|- | |- | ||
| − | || 00 | + | || 00:33 |
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো | || ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো | ||
|- | |- | ||
| − | ||00 | + | ||00:42 |
||Object শব্দটোক সংজ্ঞা কৰা যাওক | ||Object শব্দটোক সংজ্ঞা কৰা যাওক | ||
|- | |- | ||
| − | || 00 | + | || 00:44 |
|| "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় । | || "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় । | ||
|- | |- | ||
| − | || 00 | + | || 00:55 |
|| এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট । | || এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট । | ||
|- | |- | ||
| − | || 00 | + | || 00:59 |
|| ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক । | || ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক । | ||
|- | |- | ||
| − | || 01 | + | || 01:04 |
|| প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম। | || প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম। | ||
|- | |- | ||
| − | || 01 | + | || 01:08 |
|| ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম । | || ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম । | ||
|- | |- | ||
| − | || 01 | + | || 01:13 |
|| এইটো কৰাত, eight handles দৃশ্যমান হব । | || এইটো কৰাত, eight handles দৃশ্যমান হব । | ||
|- | |- | ||
| − | || 01 | + | || 01:16 |
|| Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে । | || Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে । | ||
|- | |- | ||
| − | || 01 | + | || 01:22 |
|| আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব । | || আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব । | ||
|- | |- | ||
| − | || 01 | + | || 01:27 |
|| আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক । | || আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক । | ||
|- | |- | ||
| − | || 01 | + | || 01:30 |
|| groundৰ বাবে এটি rectangle যোগ কৰা যাওক । | || groundৰ বাবে এটি rectangle যোগ কৰা যাওক । | ||
|- | |- | ||
| − | || 01 | + | || 01:34 |
|| অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক । | || অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 01 | + | || 01:39 |
|| এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব। | || এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব। | ||
|- | |- | ||
| − | || 01 | + | || 01:45 |
|| মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি rectangle আঁকক । | || মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি rectangle আঁকক । | ||
|- | |- | ||
| − | || 01 | + | || 01:50 |
|| এতিয়া মাউসৰ বোতাম এৰি দিয়ক । | || এতিয়া মাউসৰ বোতাম এৰি দিয়ক । | ||
|- | |- | ||
| − | || 01 | + | || 01:52 |
|| পিছত, water vapourৰ উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক । | || পিছত, water vapourৰ উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক । | ||
|- | |- | ||
| − | || 02 | + | || 02:00 |
|| লাইন এদাল আকিবলৈ Drawing টুলবাৰত "লাইন" ক্লিক কৰক । | || লাইন এদাল আকিবলৈ Drawing টুলবাৰত "লাইন" ক্লিক কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02:04 |
|| কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক । | || কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক । | ||
|- | |- | ||
| − | || 02 | + | || 02:06 |
|| আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে। | || আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে। | ||
|- | |- | ||
| − | || 02 | + | || 02:10 |
|| মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক। | || মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক। | ||
|- | |- | ||
| − | || 02 | + | || 02:15 |
|| আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে । | || আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে । | ||
|- | |- | ||
| − | || 02 | + | || 02:17 |
|| এটি লাইনত দুটা হ্যান্ডল আছে । | || এটি লাইনত দুটা হ্যান্ডল আছে । | ||
|- | |- | ||
| − | || 02 | + | || 02:20 |
|| এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো । | || এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো । | ||
|- | |- | ||
| − | || 02 | + | || 02:23 |
|| আমি লাইনটো নির্বাচন কৰিম । | || আমি লাইনটো নির্বাচন কৰিম । | ||
|- | |- | ||
| − | || 02 | + | || 02:25 |
|| কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক । | || কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02:30 |
|| আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক । | || আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02:39 |
|| এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে । | || এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে । | ||
|- | |- | ||
| − | || 02 | + | || 02:43 |
|| প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক । | || প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02:46 |
|| Okত ক্লিক কৰক । | || Okত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 02 | + | || 02:48 |
|| এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে । | || এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে । | ||
|- | |- | ||
| − | || 02 | + | || 02:52 |
|| কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ । | || কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ । | ||
|- | |- | ||
| − | || 02 | + | || 02:57 |
| − | || সেয়ে প্রথমে CTRL + | + | || সেয়ে প্রথমে CTRL + Z টিপি এই পৰিবর্তনটি আনডো কৰো । |
|- | |- | ||
| − | || 03 | + | || 03:02 |
|| কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক । | || কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক । | ||
|- | |- | ||
| − | || 03 | + | || 03:05 |
|| এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক । | || এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 03 | + | || 03:09 |
|| এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে। | || এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে। | ||
|- | |- | ||
| − | || 03 | + | || 03:14 |
|| আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে । | || আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে । | ||
|- | |- | ||
| − | || 03 | + | || 03:19 |
|| বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক । | || বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 03 | + | || 03:23 |
|| সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' . | || সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' . | ||
|- | |- | ||
| − | || 03 | + | || 03:26 |
|| OKত ক্লিক কৰক । | || OKত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 03 | + | || 03:28 |
|| লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে । | || লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে । | ||
|- | |- | ||
| − | || 03 | + | || 03:33 |
|| আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো । | || আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো । | ||
|- | |- | ||
| − | || 03 | + | || 03:38 |
||এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু । | ||এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু । | ||
|- | |- | ||
| − | || 03 | + | || 03:42 |
|| অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক । | || অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 03 | + | || 03:48 |
||কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক । | ||কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক । | ||
|- | |- | ||
| − | || 03 | + | || 03:51 |
|| মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক | || মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক | ||
|- | |- | ||
| − | || 03 | + | || 03:56 |
|| এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ? | || এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ? | ||
|- | |- | ||
| − | || 04 | + | || 04:00 |
|| একে ভাবে আৰু এটা এৰো যোগ কৰো । | || একে ভাবে আৰু এটা এৰো যোগ কৰো । | ||
|- | |- | ||
| − | || 04 | + | || 04:06 |
|| এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । | || এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । | ||
|- | |- | ||
| − | || 04 | + | || 04:09 |
|| আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক । | || আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক । | ||
|- | |- | ||
| − | || 04 | + | || 04:13 |
|| লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক । | || লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক । | ||
|- | |- | ||
| − | || 04 | + | || 04:16 |
|| লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে transparency মানে স্বচ্ছতা পৰিবর্তন কৰক । | || লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে transparency মানে স্বচ্ছতা পৰিবর্তন কৰক । | ||
|- | |- | ||
| − | || 04 | + | || 04:24 |
|| Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক । | || Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক । | ||
|- | |- | ||
| − | || 04 | + | || 04:28 |
|| পিছত , আমি এটি স্তাৰ অঙ্কন কৰো । | || পিছত , আমি এটি স্তাৰ অঙ্কন কৰো । | ||
|- | |- | ||
| − | || 04 | + | || 04:31 |
|| অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | || অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | ||
|- | |- | ||
| − | || 04 | + | || 04:37 |
|| 5-Point Star” নির্বাচন কৰো । | || 5-Point Star” নির্বাচন কৰো । | ||
|- | |- | ||
| − | || 04 | + | || 04:41 |
|| এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক। | || এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক। | ||
|- | |- | ||
| − | || 04 | + | || 04:44 |
|| মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক । | || মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক । | ||
|- | |- | ||
| − | || 04 | + | || 04:48 |
|| আপোনি এটি স্তাৰ অঙ্কন কৰক । | || আপোনি এটি স্তাৰ অঙ্কন কৰক । | ||
|- | |- | ||
| − | || 04 | + | || 04:50 |
|| এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম। | || এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম। | ||
|- | |- | ||
| − | || 04 | + | || 04:54 |
|| এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক। | || এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক। | ||
|- | |- | ||
| − | || 04 | + | || 04:59 |
|| এতিয়া মাউসৰ বোতামটো এৰি দিয়ক । | || এতিয়া মাউসৰ বোতামটো এৰি দিয়ক । | ||
|- | |- | ||
| − | || 05 | + | || 05:02 |
|| আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys ব্যবহাৰ কৰিবও পাৰে। | || আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys ব্যবহাৰ কৰিবও পাৰে। | ||
|- | |- | ||
| − | || 05 | + | || 05:08 |
|| এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো? | || এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো? | ||
|- | |- | ||
| − | || 05 | + | || 05:11 |
|| এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক । | || এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক । | ||
|- | |- | ||
| − | ||05 | + | ||05:17 |
||সেই objectটো মোছা গল. এইটো সহজ নহয় জানো? | ||সেই objectটো মোছা গল. এইটো সহজ নহয় জানো? | ||
|- | |- | ||
| − | || 05 | + | || 05:20 |
|| এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ । | || এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ । | ||
|- | |- | ||
| − | || 05 | + | || 05:26 |
||ৰুলাৰ page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় । | ||ৰুলাৰ page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় । | ||
|- | |- | ||
| − | || 05 | + | || 05:31 |
|| এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় । | || এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় । | ||
|- | |- | ||
| − | || 05 | + | || 05:35 |
|| ৰুলাৰ ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় । | || ৰুলাৰ ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় । | ||
|- | |- | ||
| − | || 05 | + | || 05:40 |
|| পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক । | || পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক । | ||
|- | |- | ||
| − | || 05 | + | || 05:45 |
|| আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে । | || আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে । | ||
|- | |- | ||
| − | || 05 | + | || 05:48 |
|| "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক। | || "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক। | ||
|- | |- | ||
| − | || 05 | + | || 05:50 |
|| এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে । | || এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে । | ||
|- | |- | ||
| − | || 05 | + | || 05:55 |
|| একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো। | || একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো। | ||
|- | |- | ||
| − | || 06 | + | || 06:00 |
|| বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক । | || বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক । | ||
|- | |- | ||
| − | ||06 | + | ||06:08 |
|| লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে। | || লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে। | ||
|- | |- | ||
| − | || 06 | + | || 06:12 |
|| ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো। | || ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো। | ||
|- | |- | ||
| − | || 06 | + | || 06:19 |
|| দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে । | || দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে । | ||
|- | |- | ||
| − | || 06 | + | || 06:23 |
|| cloud নির্বাচন কৰক । | || cloud নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 06 | + | || 06:25 |
|| আপোনি ৰুলাৰৰ উপৰত small start আৰু end marks দেখা পাইচেনে? | || আপোনি ৰুলাৰৰ উপৰত small start আৰু end marks দেখা পাইচেনে? | ||
|- | |- | ||
| − | || 06 | + | || 06:29 |
|| এইবোৰে cloudৰ প্রান্ত দুটি নির্দেশ কৰে । | || এইবোৰে cloudৰ প্রান্ত দুটি নির্দেশ কৰে । | ||
|- | |- | ||
| − | || 06 | + | || 06:32 |
|| আপোনি যদি এই চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে | || আপোনি যদি এই চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে | ||
|- | |- | ||
| − | || 06 | + | || 06:38 |
|| ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় । | || ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় । | ||
|- | |- | ||
| − | || 06 | + | || 06:42 |
||ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে । | ||ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে । | ||
|- | |- | ||
| − | || 06 | + | || 06:49 |
|| পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,। | || পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,। | ||
|- | |- | ||
| − | || 06 | + | || 06:53 |
|| আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ “Align” টুলবাৰ ব্যবহাৰ কৰো । | || আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ “Align” টুলবাৰ ব্যবহাৰ কৰো । | ||
|- | |- | ||
| − | || 07 | + | || 07:01 |
|| "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক । | || "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক । | ||
|- | |- | ||
| − | ||07 | + | ||07:07 |
||“View” মেনু অধিনত “Toolbars” ক্লিক কৰক. | ||“View” মেনু অধিনত “Toolbars” ক্লিক কৰক. | ||
|- | |- | ||
| − | || 07 | + | || 07:11 |
|| আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব । | || আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব । | ||
|- | |- | ||
| − | || 07 | + | || 07:13 |
|| "“Align”" ক্লিক কৰক। | || "“Align”" ক্লিক কৰক। | ||
|- | |- | ||
| − | || 07 | + | || 07:15 |
|| আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব । | || আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব । | ||
|- | |- | ||
| − | || 07 | + | || 07:18 |
|| এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় । | || এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় । | ||
|- | |- | ||
| − | || 07 | + | || 07:24 |
|| cloud নির্বাচন কৰক । | || cloud নির্বাচন কৰক । | ||
|- | |- | ||
| − | || 07 | + | || 07:26 |
||Align” টুলবাৰত left ক্লিক কৰক। | ||Align” টুলবাৰত left ক্লিক কৰক। | ||
|- | |- | ||
| − | || 07 | + | || 07:29 |
||cloud টি বাওফালে এলাইন হৈছে। | ||cloud টি বাওফালে এলাইন হৈছে। | ||
|- | |- | ||
| − | || 07 | + | || 07:32 |
|| এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো । | || এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো । | ||
|- | |- | ||
| − | || 07 | + | || 07:38 |
|| বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক । | || বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক । | ||
|- | |- | ||
| − | || 07 | + | || 07:43 |
|| প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক । | || প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক । | ||
|- | |- | ||
| − | || 07 | + | || 07:47 |
|| বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক । | || বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক । | ||
|- | |- | ||
| − | || 07 | + | || 07:52 |
|| এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক । | || এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক । | ||
|- | |- | ||
| − | || 07 | + | || 07:56 |
|| বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে । | || বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে । | ||
|- | |- | ||
| − | || 07 | + | || 07:59 |
|| “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়। | || “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়। | ||
|- | |- | ||
| − | || 08 | + | || 08:06 |
|| এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়। | || এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়। | ||
|- | |- | ||
| − | || 08 | + | || 08:10 |
|| এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো । | || এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো । | ||
|- | |- | ||
| − | || 08 | + | || 08:15 |
|| বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে । | || বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে । | ||
|- | |- | ||
| − | || 08 | + | || 08:18 |
|| “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে । | || “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে । | ||
|- | |- | ||
| − | || 08 | + | || 08:23 |
|| এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় । | || এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় । | ||
|- | |- | ||
| − | || 08 | + | || 08:33 |
|| এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে । | || এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে । | ||
|- | |- | ||
| − | || 08 | + | || 08:40 |
| ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব | | ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব | ||
|- | |- | ||
| − | || 08 | + | || 08:43 |
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে । | || ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে । | ||
|- | |- | ||
| − | || 08 | + | || 08:46 |
|| মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক । | || মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক । | ||
|- | |- | ||
| − | || 08 | + | || 08:50 |
|| এই দুটি আকৃতি তৈয়াৰ কৰক। | || এই দুটি আকৃতি তৈয়াৰ কৰক। | ||
|- | |- | ||
| − | || 08 | + | || 08:53 |
|| এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক। | || এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক। | ||
|- | |- | ||
| − | || 08 | + | || 08:55 |
|| আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক মুছি পেলাওক। | || আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক মুছি পেলাওক। | ||
|- | |- | ||
| − | || 08 | + | || 08:59 |
|| কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক । | || কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক । | ||
|- | |- | ||
| − | || 09 | + | || 09:04 |
|| তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক। | || তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক। | ||
|- | |- | ||
| − | || 09 | + | || 09:11 |
|| ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল । | || ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল । | ||
|- | |- | ||
| − | || 09 | + | || 09:15 |
|| এই টিউটোৰিয়েলত আপোনি | || এই টিউটোৰিয়েলত আপোনি | ||
|- | |- | ||
| − | || 09 | + | || 09:19 |
|| মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু ৰেকটেঙ্ল, | || মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু ৰেকটেঙ্ল, | ||
|- | |- | ||
| − | || 09 | + | || 09:24 |
|| মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব । | || মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব । | ||
|- | |- | ||
| − | || 09 | + | || 09:29 |
|| আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব । | || আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব । | ||
|- | |- | ||
| − | || 09 | + | || 09:32 |
|| ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক । | || ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক । | ||
|- | |- | ||
| − | ||09 | + | ||09:37 |
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
|- | |- | ||
| − | ||09 | + | ||09:41 |
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
| − | ||09 | + | ||09:44 |
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
| − | ||09 | + | ||09:48 |
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
| − | ||09 | + | ||09:51 |
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
|- | |- | ||
| − | ||09 | + | ||09:54 |
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
| − | ||09 | + | ||09:58 |
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
| − | ||10 | + | ||10:04 |
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
| − | ||10 | + | ||10:09 |
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
| − | ||10 | + | ||10:17 |
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
| − | ||10 | + | ||10:27 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
Latest revision as of 11:30, 17 July 2014
| Time | Narration |
| 00:02 | নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম |
| 00:08 | এই টিউটোৰিয়েলত আপোনি। |
| 00:13 | কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল। |
| 00:17 | মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব । |
| 00:22 | কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব । |
| 00:27 | মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় । |
| 00:33 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো |
| 00:42 | Object শব্দটোক সংজ্ঞা কৰা যাওক |
| 00:44 | "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় । |
| 00:55 | এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট । |
| 00:59 | ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক । |
| 01:04 | প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম। |
| 01:08 | ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম । |
| 01:13 | এইটো কৰাত, eight handles দৃশ্যমান হব । |
| 01:16 | Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে । |
| 01:22 | আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব । |
| 01:27 | আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক । |
| 01:30 | groundৰ বাবে এটি rectangle যোগ কৰা যাওক । |
| 01:34 | অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক । |
| 01:39 | এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব। |
| 01:45 | মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি rectangle আঁকক । |
| 01:50 | এতিয়া মাউসৰ বোতাম এৰি দিয়ক । |
| 01:52 | পিছত, water vapourৰ উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক । |
| 02:00 | লাইন এদাল আকিবলৈ Drawing টুলবাৰত "লাইন" ক্লিক কৰক । |
| 02:04 | কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক । |
| 02:06 | আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে। |
| 02:10 | মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক। |
| 02:15 | আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে । |
| 02:17 | এটি লাইনত দুটা হ্যান্ডল আছে । |
| 02:20 | এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো । |
| 02:23 | আমি লাইনটো নির্বাচন কৰিম । |
| 02:25 | কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক । |
| 02:30 | আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক । |
| 02:39 | এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে । |
| 02:43 | প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক । |
| 02:46 | Okত ক্লিক কৰক । |
| 02:48 | এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে । |
| 02:52 | কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ । |
| 02:57 | সেয়ে প্রথমে CTRL + Z টিপি এই পৰিবর্তনটি আনডো কৰো । |
| 03:02 | কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক । |
| 03:05 | এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক । |
| 03:09 | এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে। |
| 03:14 | আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে । |
| 03:19 | বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক । |
| 03:23 | সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' . |
| 03:26 | OKত ক্লিক কৰক । |
| 03:28 | লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে । |
| 03:33 | আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো । |
| 03:38 | এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু । |
| 03:42 | অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক । |
| 03:48 | কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক । |
| 03:51 | মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক |
| 03:56 | এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ? |
| 04:00 | একে ভাবে আৰু এটা এৰো যোগ কৰো । |
| 04:06 | এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক । |
| 04:09 | আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক । |
| 04:13 | লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক । |
| 04:16 | লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে transparency মানে স্বচ্ছতা পৰিবর্তন কৰক । |
| 04:24 | Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক । |
| 04:28 | পিছত , আমি এটি স্তাৰ অঙ্কন কৰো । |
| 04:31 | অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । |
| 04:37 | 5-Point Star” নির্বাচন কৰো । |
| 04:41 | এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক। |
| 04:44 | মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক । |
| 04:48 | আপোনি এটি স্তাৰ অঙ্কন কৰক । |
| 04:50 | এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম। |
| 04:54 | এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক। |
| 04:59 | এতিয়া মাউসৰ বোতামটো এৰি দিয়ক । |
| 05:02 | আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys ব্যবহাৰ কৰিবও পাৰে। |
| 05:08 | এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো? |
| 05:11 | এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক । |
| 05:17 | সেই objectটো মোছা গল. এইটো সহজ নহয় জানো? |
| 05:20 | এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ । |
| 05:26 | ৰুলাৰ page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় । |
| 05:31 | এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় । |
| 05:35 | ৰুলাৰ ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় । |
| 05:40 | পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক । |
| 05:45 | আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে । |
| 05:48 | "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক। |
| 05:50 | এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে । |
| 05:55 | একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো। |
| 06:00 | বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক । |
| 06:08 | লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে। |
| 06:12 | ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো। |
| 06:19 | দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে । |
| 06:23 | cloud নির্বাচন কৰক । |
| 06:25 | আপোনি ৰুলাৰৰ উপৰত small start আৰু end marks দেখা পাইচেনে? |
| 06:29 | এইবোৰে cloudৰ প্রান্ত দুটি নির্দেশ কৰে । |
| 06:32 | আপোনি যদি এই চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে |
| 06:38 | ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় । |
| 06:42 | ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে । |
| 06:49 | পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,। |
| 06:53 | আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ “Align” টুলবাৰ ব্যবহাৰ কৰো । |
| 07:01 | "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক । |
| 07:07 | “View” মেনু অধিনত “Toolbars” ক্লিক কৰক. |
| 07:11 | আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব । |
| 07:13 | "“Align”" ক্লিক কৰক। |
| 07:15 | আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব । |
| 07:18 | এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় । |
| 07:24 | cloud নির্বাচন কৰক । |
| 07:26 | Align” টুলবাৰত left ক্লিক কৰক। |
| 07:29 | cloud টি বাওফালে এলাইন হৈছে। |
| 07:32 | এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো । |
| 07:38 | বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক । |
| 07:43 | প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক । |
| 07:47 | বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক । |
| 07:52 | এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক । |
| 07:56 | বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে । |
| 07:59 | “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়। |
| 08:06 | এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়। |
| 08:10 | এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো । |
| 08:15 | বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে । |
| 08:18 | “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে । |
| 08:23 | এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় । |
| 08:33 | এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে । |
| 08:40 | ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব |
| 08:43 | ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে । |
| 08:46 | মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক । |
| 08:50 | এই দুটি আকৃতি তৈয়াৰ কৰক। |
| 08:53 | এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক। |
| 08:55 | আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক মুছি পেলাওক। |
| 08:59 | কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক । |
| 09:04 | তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক। |
| 09:11 | ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল । |
| 09:15 | এই টিউটোৰিয়েলত আপোনি |
| 09:19 | মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু ৰেকটেঙ্ল, |
| 09:24 | মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব । |
| 09:29 | আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব । |
| 09:32 | ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক । |
| 09:37 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 09:41 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 09:44 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 09:48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 09:51 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 09:54 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 09:58 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 10:04 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 10:09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 10:17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 10:27 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |