Difference between revisions of "PERL/C2/Variables-in-Perl/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 ! <center>'''Visual Cue'''</center> ! <center>'''Narration'''</center> |- | 00.01 | Variables in '''Perl''ৰ স্পকেন টিওটৰিয়েল ল…') |
|||
(9 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | ! <center>''' | + | ! <center>'''Time'''</center> |
! <center>'''Narration'''</center> | ! <center>'''Narration'''</center> | ||
|- | |- | ||
− | | 00 | + | | 00:01 |
| Variables in '''Perl''ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । | | Variables in '''Perl''ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । | ||
|- | |- | ||
− | | 00 | + | | 00:06 |
| এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables'' | | এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables'' | ||
|- | |- | ||
− | | 00 | + | | 00:12 |
| এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪'' অপাৰেতিং সিস্টেম আৰু | | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪'' অপাৰেতিং সিস্টেম আৰু | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:18 |
| পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২ | | পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২ | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:26 |
| মই ‘‘যিএদিত'' টেক্সট এদিতৰ ব্যৱহাৰ কৰিম । | | মই ‘‘যিএদিত'' টেক্সট এদিতৰ ব্যৱহাৰ কৰিম । | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:30 |
| আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। | | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:34 |
| পাৰ্লত ‘‘Variables'' | | পাৰ্লত ‘‘Variables'' | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:37 |
| ‘‘Variables'' সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয় | | ‘‘Variables'' সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয় | ||
|- | |- | ||
− | | 00 | + | | 00:44 |
| এবাৰ এটা ‘‘variable'' বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি | | এবাৰ এটা ‘‘variable'' বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি | ||
|- | |- | ||
− | | 00 | + | | 00:50 |
| ‘‘Scalar''এটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars'' সংৰক্ষণ কৰিব পাৰে । | | ‘‘Scalar''এটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars'' সংৰক্ষণ কৰিব পাৰে । | ||
|- | |- | ||
− | | 00 | + | | 00:56 |
| $ ('''dollar''') চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables'' সমূহ বৰ্ণনা কৰা হয় । | | $ ('''dollar''') চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables'' সমূহ বৰ্ণনা কৰা হয় । | ||
|- | |- | ||
− | | 01 | + | | 01:00 |
| এতিয়া ‘‘Variable Declaration'' চাওঁ আহক: | | এতিয়া ‘‘Variable Declaration'' চাওঁ আহক: | ||
|- | |- | ||
− | | 01 | + | | 01:03 |
|এটা ‘‘variable''ৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon'' | |এটা ‘‘variable''ৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon'' | ||
− | |||
|- | |- | ||
− | | 01 | + | | 01:09 |
|পাৰ্লত ‘‘Variable''ৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable'' সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore'' থাকে | |পাৰ্লত ‘‘Variable''ৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable'' সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore'' থাকে | ||
|- | |- | ||
− | | 01 | + | | 01:18 |
| আৰু বৰ্ণ, সংখ্যা, ‘‘underscore'' অথবা তিনিও একেলগে থাকিব পাৰে । | | আৰু বৰ্ণ, সংখ্যা, ‘‘underscore'' অথবা তিনিও একেলগে থাকিব পাৰে । | ||
− | |||
|- | |- | ||
− | | 01 | + | | 01:24 |
| পাৰ্লত যিবোৰ ‘‘Variable'' ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে | | পাৰ্লত যিবোৰ ‘‘Variable'' ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে | ||
|- | |- | ||
− | | 01 | + | | 01:30 |
| সেইকাৰণত ‘‘variable'' বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে । | | সেইকাৰণত ‘‘variable'' বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে । | ||
|- | |- | ||
− | | 01 | + | | 01:34 |
| এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand '' | | এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand '' | ||
− | |||
|- | |- | ||
− | | 01 | + | | 01:44 |
| ‘‘ampersand''য়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক । | | ‘‘ampersand''য়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 01 | + | | 01:50 |
| টেক্সট এদিটৰত ‘‘variables.pl '' ফাইল খুল খাব | | টেক্সট এদিটৰত ‘‘variables.pl '' ফাইল খুল খাব | ||
|- | |- | ||
− | | 01 | + | | 01:56 |
| পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl '' | | পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl '' | ||
|- | |- | ||
− | | 02 | + | | 02:01 |
| ‘‘dollar priority semicolon'' -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক | | ‘‘dollar priority semicolon'' -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক | ||
− | |||
|- | |- | ||
− | | 02 | + | | 02:10 |
| আমি ‘‘variable priority''ৰ বৰ্ণনা কৰিলো । | | আমি ‘‘variable priority''ৰ বৰ্ণনা কৰিলো । | ||
|- | |- | ||
− | | 02 | + | | 02:13 |
| এটা ‘‘variable'' ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে । | | এটা ‘‘variable'' ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে । | ||
|- | |- | ||
− | | 02 | + | | 02:18 |
|আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে | |আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে | ||
|- | |- | ||
− | | 02 | + | | 02:21 |
| এতিয়া আহক ‘‘variable priority''ক এটা সংখ্যা দি চাওঁ | | এতিয়া আহক ‘‘variable priority''ক এটা সংখ্যা দি চাওঁ | ||
|- | |- | ||
− | | 02 | + | | 02:25 |
| তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon'' | | তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon'' | ||
|- | |- | ||
− | | 02 | + | | 02:32 |
| আৰু এন্টাৰ প্ৰেছ কৰক | | আৰু এন্টাৰ প্ৰেছ কৰক | ||
|- | |- | ||
− | | 02 | + | | 02:34 |
| তাৰ পাছত টাইপ কৰক | | তাৰ পাছত টাইপ কৰক | ||
|- | |- | ||
− | | 02 | + | | 02:36 |
| ‘‘print space double quote Value of variable is: dollar priority slash n'' ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | | ‘‘print space double quote Value of variable is: dollar priority slash n'' ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 02 | + | | 02:50 |
| ‘‘slash n'' হৈছে এটা নতুন বাক্য শাৰী | | ‘‘slash n'' হৈছে এটা নতুন বাক্য শাৰী | ||
− | |||
|- | |- | ||
− | | 02 | + | | 02:53 |
| এতিয়া এই ফাইল খন ‘‘variables.pl''বুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক | | এতিয়া এই ফাইল খন ‘‘variables.pl''বুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক | ||
|- | |- | ||
− | | 03 | + | | 03:02 |
| মোৰ ক্ষেত্ৰত ই ‘‘home/amol '''directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক । | | মোৰ ক্ষেত্ৰত ই ‘‘home/amol '''directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক । | ||
|- | |- | ||
− | | 03 | + | | 03:10 |
| এতিয়া ‘‘variables.pl'' ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক । | | এতিয়া ‘‘variables.pl'' ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক । | ||
|- | |- | ||
− | | 03 | + | | 03:18 |
| তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl'' | | তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl'' | ||
|- | |- | ||
− | | 03 | + | | 03:27 |
| এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব | | এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব | ||
|- | |- | ||
− | | 03 | + | | 03:32 |
| এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ | | এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ | ||
|- | |- | ||
− | | 03 | + | | 03:36 |
| টাইপ কৰক ‘‘perl hyphen c variables dot pl'' | | টাইপ কৰক ‘‘perl hyphen c variables dot pl'' | ||
|- | |- | ||
− | | 03 | + | | 03:42 |
| ‘‘Hyphen c ''য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে | | ‘‘Hyphen c ''য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে | ||
|- | |- | ||
− | | 03 | + | | 03:49 |
| এতিয়া এন্টাৰ প্ৰেছ কৰক | | এতিয়া এন্টাৰ প্ৰেছ কৰক | ||
|- | |- | ||
− | | 03 | + | | 03:51 |
|ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই | |ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই | ||
|- | |- | ||
− | | 03 | + | | 03:56 |
− | | এতিয়া পাৰ্ল লিপি খন | + | | এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl'' আৰু এন্টাৰ প্ৰেছ কৰক । |
|- | |- | ||
− | | 04 | + | | 04:06 |
| আমি আওতপুত দেখা পাম । | | আমি আওতপুত দেখা পাম । | ||
|- | |- | ||
− | | 04 | + | | 04:10 |
| আমি বৰ্ণনা কৰা ‘‘variable''টোত আমি ‘‘string''মান দিব পাৰো । | | আমি বৰ্ণনা কৰা ‘‘variable''টোত আমি ‘‘string''মান দিব পাৰো । | ||
|- | |- | ||
− | | 04 | + | | 04:15 |
− | | এতিয়া টেক্সট এদিটৰ | + | | এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ |
|- | |- | ||
− | | 04 | + | | 04:18 |
| ‘‘dollar priority equal to one;''ৰ বিপৰীতে টাইপ কৰক | | ‘‘dollar priority equal to one;''ৰ বিপৰীতে টাইপ কৰক | ||
|- | |- | ||
− | | 04 | + | | 04:22 |
− | | ‘‘dollar priority equal to | + | | ‘‘dollar priority equal to একক কোটত high '' |
|- | |- | ||
− | | 04 | + | | 04:28 |
− | | মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে | + | | মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয় |
|- | |- | ||
− | | 04 | + | | 04:34 |
|এটা ‘‘scalar''য়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string''', এটা সংখ্যা | |এটা ‘‘scalar''য়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string''', এটা সংখ্যা | ||
|- | |- | ||
− | | 04 | + | | 04:38 |
| ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক | | ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক | ||
− | |||
|- | |- | ||
− | | 04 | + | | 04:45 |
| ‘‘perl hyphen c variables dot pl'' এতিয়া এন্টাৰ প্ৰেছ কৰক । | | ‘‘perl hyphen c variables dot pl'' এতিয়া এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 04 | + | | 04:51 |
| আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই | | আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই | ||
|- | |- | ||
− | | 04 | + | | 04:55 |
− | | লিপি খন | + | | লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl'' আৰু এন্টাৰ টাইপ কৰক । |
|- | |- | ||
− | | 05 | + | | 05:03 |
| আমি আওতপুত দেখা পাম। | | আমি আওতপুত দেখা পাম। | ||
|- | |- | ||
− | | 05 | + | | 05:07 |
| এতিয়া টেক্সট এদিতৰলৈ যাওক । | | এতিয়া টেক্সট এদিতৰলৈ যাওক । | ||
− | |||
|- | |- | ||
− | | 05 | + | | 05:10 |
− | |এটা double-quoted ‘‘strings''ৰ ভিতৰত আমি এই ধৰণে ‘‘scalars'' ব্যৱহাৰ কৰিব পাৰিম | + | |এটা ডবল কোটত থকা (double-quoted) ‘‘strings''ৰ ভিতৰত আমি এই ধৰণে ‘‘scalars'' ব্যৱহাৰ কৰিব পাৰিম |
|- | |- | ||
− | | 05 | + | | 05:15 |
| '''dollar priority in double quote String''' | | '''dollar priority in double quote String''' | ||
− | |||
|- | |- | ||
− | | 05 | + | | 05:19 |
| ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক । | | ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক । | ||
|- | |- | ||
− | | 05 | + | | 05:22 |
− | | বহুকেইটা | + | | বহুকেইটা ‘‘ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক । |
|- | |- | ||
− | | 05 | + | | 05:27 |
| তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক | | তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক | ||
|- | |- | ||
− | | 05 | + | | 05:31 |
| টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand'' টাইপ কৰি এন্টাৰ প্ৰেছ কৰক । | | টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand'' টাইপ কৰি এন্টাৰ প্ৰেছ কৰক । | ||
− | |||
|- | |- | ||
− | | 05 | + | | 05:42 |
|এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl'' ফাইলটি খুলিব । | |এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl'' ফাইলটি খুলিব । | ||
|- | |- | ||
− | | 05 | + | | 05:48 |
| এতিয়া টাইপ কৰক- | | এতিয়া টাইপ কৰক- | ||
|- | |- | ||
− | | 05 | + | | 05:50 |
| ‘‘dollar firstVar comma dollar secondVar semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | | ‘‘dollar firstVar comma dollar secondVar semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:00 |
− | | ‘‘dollar firstVar'' variableৰ মান ‘‘dollar secondVar'' | + | | ‘‘dollar firstVar'' variableৰ মান ‘‘dollar secondVar'' ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক- |
|- | |- | ||
− | | 06 | + | | 06:07 |
| ‘‘dollar firstVar space equal to space dollar secondVar semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | | ‘‘dollar firstVar space equal to space dollar secondVar semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:19 |
− | | গণিতৰ বিভিন্ন | + | | গণিতৰ বিভিন্ন কাৰ্য..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি । |
|- | |- | ||
− | | 06 | + | | 06:30 |
| পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক । | | পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক । | ||
|- | |- | ||
− | | 06 | + | | 06:34 |
| এতিয়া টেক্সট এদিতৰলৈ যাওক । | | এতিয়া টেক্সট এদিতৰলৈ যাওক । | ||
|- | |- | ||
− | | 06 | + | | 06:36 |
− | | এতিয়া ১০ ৰ মানটি আমি দুয়োটা | + | | এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম, তাৰ বাবে টাইপ কৰক - |
|- | |- | ||
− | | 06 | + | | 06:41 |
|‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | |‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon'' আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:51 |
| এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । | | এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । | ||
|- | |- | ||
− | | 06 | + | | 06:55 |
| ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n'' ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon'' দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক । | | ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n'' ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon'' দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 07 | + | | 07:17 |
| এতিয়া ফাইল সংৰক্ষণ কৰক । | | এতিয়া ফাইল সংৰক্ষণ কৰক । | ||
|- | |- | ||
− | | 07 | + | | 07:19 |
− | | এতিয়া | + | | এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক । |
|- | |- | ||
− | | 07 | + | | 07:23 |
| এই ধৰণৰ বাবে | | এই ধৰণৰ বাবে | ||
|- | |- | ||
− | | 07 | + | | 07:25 |
| ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon''' আৰু এন্টাৰ প্ৰেছ কৰক । | | ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon''' আৰু এন্টাৰ প্ৰেছ কৰক । | ||
|- | |- | ||
− | | 07 | + | | 07:43 |
− | | মন কৰিব যে আমি ‘‘addition''বোলা | + | | মন কৰিব যে আমি ‘‘addition''বোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই |
|- | |- | ||
− | | 07 | + | | 07:47 |
− | | আকৌ এবাৰ ‘‘addition'' | + | | আকৌ এবাৰ ‘‘addition'' ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
|- | |- | ||
− | | 07 | + | | 07:53 |
| ‘‘‘print double quote Addition is dollar addition slash n''' ঊৰ্ধ কমা বন্ধ কৰক '''semicolon''' | | ‘‘‘print double quote Addition is dollar addition slash n''' ঊৰ্ধ কমা বন্ধ কৰক '''semicolon''' | ||
|- | |- | ||
− | | 08 | + | | 08:05 |
| ফাইল সংৰক্ষণ কৰক । | | ফাইল সংৰক্ষণ কৰক । | ||
|- | |- | ||
− | | 08 | + | | 08:07 |
| এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক | | এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক | ||
|- | |- | ||
− | | 08 | + | | 08:12 |
| '''perl hyphen c multivar dot pl''' | | '''perl hyphen c multivar dot pl''' | ||
|- | |- | ||
− | | 08 | + | | 08:18 |
− | | একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন | + | | একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম । |
|- | |- | ||
− | | 08 | + | | 08:24 |
| তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl'' | | তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl'' | ||
− | |||
|- | |- | ||
− | | 08 | + | | 08:30 |
| আমি এটা আওতপুত দেখা পাম । | | আমি এটা আওতপুত দেখা পাম । | ||
|- | |- | ||
− | | 08 | + | | 08:34 |
− | | | + | | সেয়ে ভাবে ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক । |
− | + | ||
|- | |- | ||
− | | 08 | + | | 08:38 |
| মই ইয়াতে ক'দ খিনি লিখিলো | | মই ইয়াতে ক'দ খিনি লিখিলো | ||
|- | |- | ||
− | | 08 | + | | 08:41 |
| এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক | | এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক | ||
|- | |- | ||
− | | 08 | + | | 08:46 |
| এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব | | এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব | ||
|- | |- | ||
− | | 08 | + | | 08:48 |
| '''perl hyphen c multivar dot pl''' | | '''perl hyphen c multivar dot pl''' | ||
|- | |- | ||
− | | 08 | + | | 08:54 |
|একো চিনটেক্স ইৰ'ৰ নাই | |একো চিনটেক্স ইৰ'ৰ নাই | ||
|- | |- | ||
− | | 08 | + | | 08:55 |
− | | সেইবাবে আমি ‘‘perl multivar dot pl''বুলি লিপি খন | + | | সেইবাবে আমি ‘‘perl multivar dot pl''বুলি লিপি খন একজিকিউট কৰিব পাৰিছো |
− | + | ||
|- | |- | ||
− | | 09 | + | | 09:01 |
− | | | + | | একজিকিউট হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম । |
|- | |- | ||
− | | 09 | + | | 09:06 |
| আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । | | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । | ||
|- | |- | ||
− | | 09 | + | | 09:11 |
| আমি এই টিওটৰিয়েলত শিকিলো যে | | আমি এই টিওটৰিয়েলত শিকিলো যে | ||
|- | |- | ||
− | | 09 | + | | 09:14 |
| পাৰ্লত ‘‘scalar variables'' সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি । | | পাৰ্লত ‘‘scalar variables'' সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি । | ||
|- | |- | ||
− | | 09 | + | | 09:18 |
| কাৰ্য্য | | কাৰ্য্য | ||
|- | |- | ||
− | | 09 | + | | 09:20 |
− | | এটা | + | | এটা ‘‘ভেৰিয়েবোল''বুলি সংখ্যা বৰ্ণনা কৰা । |
|- | |- | ||
− | | 09 | + | | 09:22 |
| তাক ১০ মান এচাইন কৰক। | | তাক ১০ মান এচাইন কৰক। | ||
|- | |- | ||
− | | 09 | + | | 09:24 |
− | | বৰ্ণনা কৰা | + | | বৰ্ণনা কৰা ‘‘ভেৰিয়েবোল''টি প্ৰীন্ট কৰক |
|- | |- | ||
− | | 09 | + | | 09:26 |
| দুটা ‘‘string variables'' বৰ্ণনা কৰক । | | দুটা ‘‘string variables'' বৰ্ণনা কৰক । | ||
|- | |- | ||
− | | 09 | + | | 09:29 |
|এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক। | |এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক। | ||
|- | |- | ||
− | | 09 | + | | 09:34 |
− | | এটাৰ পাছত সিতো, | + | | এটাৰ পাছত সিতো, ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক |
− | + | ||
|- | |- | ||
− | | 09 | + | | 09:38 |
| তলৰ সংযোগত থকা ভিদিয়তো চাওক । | | তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
− | |||
|- | |- | ||
− | | 09 | + | | 09:42 |
| Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । | | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । | ||
|- | |- | ||
− | | 09 | + | | 09:45 |
− | | যদি | + | | যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
− | + | ||
|- | |- | ||
− | | 09 | + | | 09:50 |
| Spoken Tutorial Project ৰ দলটিয়ে | | Spoken Tutorial Project ৰ দলটিয়ে | ||
|- | |- | ||
− | | 09 | + | | 09:53 |
| ‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | | ‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
|- | |- | ||
− | | 09 | + | | 09:56 |
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
− | |||
|- | |- | ||
− | | 10 | + | | 10:01 |
| অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org | | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org | ||
|- | |- | ||
− | | 10 | + | | 10:08 |
| ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' projectৰ এটা অংগ । | | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' projectৰ এটা অংগ । | ||
− | |||
|- | |- | ||
− | | 10 | + | | 10:13 |
| ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় | ||
− | |||
− | |||
|- | |- | ||
− | | 10 | + | | 10:23 |
| এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | ||
− | |||
|- | |- | ||
− | | 10 | + | | 10:29 |
− | | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব | + | | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
− | + | ||
|- | |- | ||
− | | 10 | + | | 10:34 |
| যোগ দিয়াৰ বাবে ধণ্যবাদ । | | যোগ দিয়াৰ বাবে ধণ্যবাদ । | ||
|} | |} |
Latest revision as of 10:31, 24 July 2014
|
|
---|---|
00:01 | Variables in 'Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables |
00:12 | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম আৰু |
00:18 | পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২ |
00:26 | মই ‘‘যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম । |
00:30 | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। |
00:34 | পাৰ্লত ‘‘Variables |
00:37 | ‘‘Variables সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয় |
00:44 | এবাৰ এটা ‘‘variable বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি |
00:50 | ‘‘Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars সংৰক্ষণ কৰিব পাৰে । |
00:56 | $ (dollar) চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables সমূহ বৰ্ণনা কৰা হয় । |
01:00 | এতিয়া ‘‘Variable Declaration চাওঁ আহক: |
01:03 | এটা ‘‘variableৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon |
01:09 | পাৰ্লত ‘‘Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore থাকে |
01:18 | আৰু বৰ্ণ, সংখ্যা, ‘‘underscore অথবা তিনিও একেলগে থাকিব পাৰে । |
01:24 | পাৰ্লত যিবোৰ ‘‘Variable ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে |
01:30 | সেইকাৰণত ‘‘variable বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে । |
01:34 | এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand |
01:44 | ‘‘ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক । |
01:50 | টেক্সট এদিটৰত ‘‘variables.pl ফাইল খুল খাব |
01:56 | পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl |
02:01 | ‘‘dollar priority semicolon -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক |
02:10 | আমি ‘‘variable priorityৰ বৰ্ণনা কৰিলো । |
02:13 | এটা ‘‘variable ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে । |
02:18 | আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে |
02:21 | এতিয়া আহক ‘‘variable priorityক এটা সংখ্যা দি চাওঁ |
02:25 | তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon |
02:32 | আৰু এন্টাৰ প্ৰেছ কৰক |
02:34 | তাৰ পাছত টাইপ কৰক |
02:36 | ‘‘print space double quote Value of variable is: dollar priority slash n ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
02:50 | ‘‘slash n হৈছে এটা নতুন বাক্য শাৰী |
02:53 | এতিয়া এই ফাইল খন ‘‘variables.plবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক |
03:02 | মোৰ ক্ষেত্ৰত ই ‘‘home/amol directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক । |
03:10 | এতিয়া ‘‘variables.pl ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক । |
03:18 | তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl |
03:27 | এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব |
03:32 | এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ |
03:36 | টাইপ কৰক ‘‘perl hyphen c variables dot pl |
03:42 | ‘‘Hyphen c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে |
03:49 | এতিয়া এন্টাৰ প্ৰেছ কৰক |
03:51 | ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই |
03:56 | এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
04:06 | আমি আওতপুত দেখা পাম । |
04:10 | আমি বৰ্ণনা কৰা ‘‘variableটোত আমি ‘‘stringমান দিব পাৰো । |
04:15 | এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ |
04:18 | ‘‘dollar priority equal to one;ৰ বিপৰীতে টাইপ কৰক |
04:22 | ‘‘dollar priority equal to একক কোটত high |
04:28 | মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয় |
04:34 | এটা ‘‘scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string', এটা সংখ্যা |
04:38 | ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক |
04:45 | ‘‘perl hyphen c variables dot pl এতিয়া এন্টাৰ প্ৰেছ কৰক । |
04:51 | আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই |
04:55 | লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ টাইপ কৰক । |
05:03 | আমি আওতপুত দেখা পাম। |
05:07 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
05:10 | এটা ডবল কোটত থকা (double-quoted) ‘‘stringsৰ ভিতৰত আমি এই ধৰণে ‘‘scalars ব্যৱহাৰ কৰিব পাৰিম |
05:15 | dollar priority in double quote String |
05:19 | ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক । |
05:22 | বহুকেইটা ‘‘ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক । |
05:27 | তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক |
05:31 | টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand টাইপ কৰি এন্টাৰ প্ৰেছ কৰক । |
05:42 | এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl ফাইলটি খুলিব । |
05:48 | এতিয়া টাইপ কৰক- |
05:50 | ‘‘dollar firstVar comma dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:00 | ‘‘dollar firstVar variableৰ মান ‘‘dollar secondVar ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক- |
06:07 | ‘‘dollar firstVar space equal to space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:19 | গণিতৰ বিভিন্ন কাৰ্য..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি । |
06:30 | পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক । |
06:34 | এতিয়া টেক্সট এদিতৰলৈ যাওক । |
06:36 | এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম, তাৰ বাবে টাইপ কৰক - |
06:41 | ‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
06:51 | এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
06:55 | ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক । |
07:17 | এতিয়া ফাইল সংৰক্ষণ কৰক । |
07:19 | এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক । |
07:23 | এই ধৰণৰ বাবে |
07:25 | ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক । |
07:43 | মন কৰিব যে আমি ‘‘additionবোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই |
07:47 | আকৌ এবাৰ ‘‘addition ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক । |
07:53 | ‘‘‘print double quote Addition is dollar addition slash n ঊৰ্ধ কমা বন্ধ কৰক semicolon |
08:05 | ফাইল সংৰক্ষণ কৰক । |
08:07 | এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক |
08:12 | perl hyphen c multivar dot pl |
08:18 | একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম । |
08:24 | তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl |
08:30 | আমি এটা আওতপুত দেখা পাম । |
08:34 | সেয়ে ভাবে ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক । |
08:38 | মই ইয়াতে ক'দ খিনি লিখিলো |
08:41 | এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক |
08:46 | এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব |
08:48 | perl hyphen c multivar dot pl |
08:54 | একো চিনটেক্স ইৰ'ৰ নাই |
08:55 | সেইবাবে আমি ‘‘perl multivar dot plবুলি লিপি খন একজিকিউট কৰিব পাৰিছো |
09:01 | একজিকিউট হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম । |
09:06 | আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো । |
09:11 | আমি এই টিওটৰিয়েলত শিকিলো যে |
09:14 | পাৰ্লত ‘‘scalar variables সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি । |
09:18 | কাৰ্য্য |
09:20 | এটা ‘‘ভেৰিয়েবোলবুলি সংখ্যা বৰ্ণনা কৰা । |
09:22 | তাক ১০ মান এচাইন কৰক। |
09:24 | বৰ্ণনা কৰা ‘‘ভেৰিয়েবোলটি প্ৰীন্ট কৰক |
09:26 | দুটা ‘‘string variables বৰ্ণনা কৰক । |
09:29 | এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক। |
09:34 | এটাৰ পাছত সিতো, ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক |
09:38 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09:42 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । |
09:45 | যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:50 | Spoken Tutorial Project ৰ দলটিয়ে |
09:53 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09:56 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:01 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
10:08 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ । |
10:13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
10:23 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:29 | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
10:34 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |