Difference between revisions of "Java/C2/Creating-object/Assamese"
From Script | Spoken-Tutorial
(7 intermediate revisions by the same user not shown) | |||
Line 57: | Line 57: | ||
|- | |- | ||
− | | | + | |01:11 |
| এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা যাওক। | | এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা যাওক। | ||
|- | |- | ||
Line 72: | Line 72: | ||
|- | |- | ||
− | | | + | |01:28 |
| '''Student''' ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো। | | '''Student''' ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো। | ||
Line 92: | Line 92: | ||
|- | |- | ||
− | | 02:03 | + | |02:03 |
|এই ক্লাস মেন মেথড আছে। | |এই ক্লাস মেন মেথড আছে। | ||
|- | |- | ||
− | | 02:06 | + | |02:06 |
|এতিয়া মেন মেথডে আমাৰ '''Student''' ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক। | |এতিয়া মেন মেথডে আমাৰ '''Student''' ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক। | ||
|- | |- | ||
− | | 02:11 | + | |02:11 |
|এইবাৰ, মেন মেথডে লিখব | |এইবাৰ, মেন মেথডে লিখব | ||
|- | |- | ||
− | | 02:17 | + | |02:17 |
|Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। | |Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। | ||
|- | |- | ||
− | | 02:34 | + | |02:34 |
|সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো। | |সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো। | ||
|- | |- | ||
− | | 02:37 | + | |02:37 |
|এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়। | |এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়। | ||
|- | |- | ||
− | | 02:47 | + | |02:47 |
|'''stud1''' হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত। | |'''stud1''' হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত। | ||
|- | |- | ||
− | | 02:53 | + | |02:53 |
|আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয় | |আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয় | ||
|- | |- | ||
− | | 02:59 | + | |02:59 |
|লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়। | |লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়। | ||
|- | |- | ||
− | | 03:03 | + | |03:03 |
|এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে। | |এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে। | ||
|- | |- | ||
− | | | + | |03:09 |
| এতিয়া দেখো যে stud1 এ কি আছে। | | এতিয়া দেখো যে stud1 এ কি আছে। | ||
|- | |- | ||
− | | 03:13 | + | |03:13 |
|সেয়ে পিছত লাইনত লিখক '''System dot out dot println''' বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন। | |সেয়ে পিছত লাইনত লিখক '''System dot out dot println''' বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন। | ||
|- | |- | ||
− | | 03:44 | + | |03:44 |
|এতিয়া '''TestStudent dot java''' ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। | |এতিয়া '''TestStudent dot java''' ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | | + | |03:53 |
| আমি নিম্নৰুপে আউটপুট পাই। | | আমি নিম্নৰুপে আউটপুট পাই। | ||
|- | |- | ||
− | | 03:56 | + | |03:56 |
|সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম। | |সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম। | ||
|- | |- | ||
− | | 04:03 | + | |04:03 |
|দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস। | |দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস। | ||
|- | |- | ||
− | | 04:08 | + | |04:08 |
|stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি। | |stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি। | ||
|- | |- | ||
− | | 04:15 | + | |04:15 |
|আমি এই সম্পর্কে আসন্ন টিউটৰিয়েল শিকিব। | |আমি এই সম্পর্কে আসন্ন টিউটৰিয়েল শিকিব। | ||
+ | |||
|- | |- | ||
− | | 04:18 | + | |04:18 |
| এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক। | | এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক। | ||
Line 169: | Line 170: | ||
|04:24 | |04:24 | ||
|সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। | |সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। | ||
+ | |||
|- | |- | ||
− | | | + | |04:47 |
| পিছত লাইনত লিখক '''System dot out dot println''', বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন। | | পিছত লাইনত লিখক '''System dot out dot println''', বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন। | ||
Line 190: | Line 192: | ||
|- | |- | ||
− | | | + | |05:44 |
| এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো। | | এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো। | ||
Line 233: | Line 235: | ||
|- | |- | ||
− | | | + | |06:52 |
− | + | | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | |
+ | |||
|- | |- | ||
| 06:55 | | 06:55 | ||
Line 248: | Line 251: | ||
|- | |- | ||
− | | | + | |07:05 |
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
Line 262: | Line 265: | ||
| 07:14 | | 07:14 | ||
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
+ | |||
|- | |- | ||
| 07:20 | | 07:20 | ||
Line 269: | Line 273: | ||
| 07:24 | | 07:24 | ||
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
+ | |||
|- | |- | ||
| 07:31 | | 07:31 | ||
Line 280: | Line 285: | ||
| 07:43 | | 07:43 | ||
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো | ||
+ | |||
|- | |- | ||
| 07:46 | | 07:46 | ||
|অংশগ্রহনৰ বাবে ধন্যবাদ। | |অংশগ্রহনৰ বাবে ধন্যবাদ। |
Latest revision as of 16:39, 27 June 2014
Time | Narration |
00:01 | Creating objects ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম।
|
00:05 | এই টিউটোৰিয়েলত আমি
ৰেফাৰেন্স ভ্যাৰিয়েবল, কন্সট্রকটিং অবজেক্ট আৰু অবজেক্টেৰ বাবে মেমৰি অ্যালোকেশন সম্পর্কে শিকিব। |
00:23 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি
Eclipse ব্যবহাৰ কৰি সহজ ক্লাস কিভাবে তৈয়াৰ কৰে তাৰ বিষয়ে জানিব লাগিব |
00:29 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:38 | আমি জানো যে variables আৰু methods একেলগে ক্লাসৰ মেম্বাৰ গঠন কৰে। |
00:43 | ক্লাসৰ মেম্বাৰ অ্যাক্সেস কৰিবলৈ, ক্লাসৰ বাবে অবজেক্ট তৈয়াৰ কৰা প্রয়োজন। |
00:48 | এতিয়া চাও যে অবজেক্ট কি হয় ? |
00:52 | অবজেক্ট হল ক্লাসৰ ইনস্ট্যান্স। |
00:55 | প্রতিটো অবজেক্ট state আৰু behavior দ্বাৰা গঠিত। |
00:58 | human being class ৰ উদাহৰণটো মন কৰক যি অামি আগৰ টিউটৰিয়েলত আলোচনা কৰিছিলো । |
01:04 | অবজেক্টে তাৰ state ফিল্ডস অথবা ভ্যাৰিয়েবলত সংৰক্ষিত কৰে। |
01:08 | ই তাৰ আচৰণ methods ৰ মাধ্যমেৰে প্রকাশ কৰে। |
01:11 | এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা যাওক। |
01:15 | আমি জাভাত ৮টা প্রিমিটিভ ডেটা টাইপৰ সম্পর্কে জানো । |
01:19 | অন্য সকলো ধৰনৰ প্রিমিটিভৰ সলনি অবজেক্টত চাওক । |
01:23 | ভ্যাৰিয়েবল যি অবজেক্টৰ প্রসঙ্গিত হয় সেয়া হল ৰেফাৰেন্স ভ্যাৰিয়েবল। |
01:28 | Student ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো। |
01:37 | এতিয়া, এই ক্লাসৰ পৰা মেন মেথড মুছে পেলাওক। |
01:49 | এতিয়া Ctrl আৰু S কি একেলগে টিপি ফাইলটি সংৰক্ষণ কৰক। |
01:55 | এতিয়া একেই প্রজেক্টত TestStudent নামৰ আৰুএটা ক্লাস তৈয়াৰ কৰক। |
02:00 | আমি ইতিমধ্যে এইটো তৈয়াৰ কৰিছো। |
02:03 | এই ক্লাস মেন মেথড আছে। |
02:06 | এতিয়া মেন মেথডে আমাৰ Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক। |
02:11 | এইবাৰ, মেন মেথডে লিখব |
02:17 | Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। |
02:34 | সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো। |
02:37 | এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়। |
02:47 | stud1 হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত। |
02:53 | আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয় |
02:59 | লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়। |
03:03 | এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে। |
03:09 | এতিয়া দেখো যে stud1 এ কি আছে। |
03:13 | সেয়ে পিছত লাইনত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন। |
03:44 | এতিয়া TestStudent dot java ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। |
03:53 | আমি নিম্নৰুপে আউটপুট পাই। |
03:56 | সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম। |
04:03 | দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস। |
04:08 | stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি। |
04:15 | আমি এই সম্পর্কে আসন্ন টিউটৰিয়েল শিকিব। |
04:18 | এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক। |
04:24 | সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন। |
04:47 | পিছত লাইনত লিখক System dot out dot println, বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন। |
05:19 | এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। |
05:25 | আমি দেখিব পাৰো যে এতিয়া stud1 আৰু stud2 দুটি ভিন্ন অবজেক্টকে বোঝায়। |
05:31 | stud1 আৰু stud2 দুটি ভিন্ন শিক্ষার্থীকে বোঝায়। |
05:37 | আমাৰ উচৰত ভিন্ন ৰোল নম্বৰ আৰু নাম আছে। |
05:44 | এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো। |
05:51 | এতিয়া লিখক Student stud2 ইকুয়েল টু stud1. |
06:01 | এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। |
06:06 | আমি দেখিব পাৰো যে এতিয়া stud1 আৰু stud2 উভয়ই এক অবজেক্টকে বোঝায়। |
06:12 | ইয়াৰ অর্থ উভয় stud1 আৰু stud2 একটি ৰোল নম্বৰ নামৰ সৈতে একেই অবজেক্টকে বোঝায়। |
06:31 | সেয়ে এই টিউটৰিয়েলত আমি শিকিছো |
06:34 | ৰেফাৰেন্স ভ্যাৰিয়েবল, |
06:35 | নতুন অপাৰেটৰ ব্যবহাৰ কৰি অবজেক্ট তৈয়াৰ |
06:38 | আৰু নির্দেশিত ৰেফাৰেন্স। |
06:41 | আত্ম মূল্যায়নৰ বাবে |
06:43 | TestEmployee নামেৰে আৰু এটা ক্লাস তৈয়াৰ কৰক। |
06:46 | emp1 হিসাবে ৰেফাৰেন্স ভ্যাৰেয়েবলৰ সৈতে Employee ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক। |
06:52 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
06:55 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।, spoken-tutorial.org/what is a spoken-tutorial |
06:58 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:01 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:05 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:07 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
07:10 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:20 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:24 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:31 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:40 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:43 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
07:46 | অংশগ্রহনৰ বাবে ধন্যবাদ। |