Difference between revisions of "KTouch/S1/Configuring-Settings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
!Time
+
|'''Time'''
!Narration
+
|'''Narration'''
 
|-
 
|-
|00.00
+
|00:00
 
|KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ  আপোনাক স্গতম
 
|KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ  আপোনাক স্গতম
 
|-  
 
|-  
|00.04
+
|00:04
 
|এই টুটৰীয়েলত অামি শিকিম কেনেকৈ
 
|এই টুটৰীয়েলত অামি শিকিম কেনেকৈ
 
|-
 
|-
| 00.08
+
| 00:08
 
| ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা
 
| ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা
 
|-
 
|-
|00.13
+
|00:13
 
|ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা .
 
|ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা .
 
|-
 
|-
|00.20  
+
|00:20  
 
|ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো .
 
|ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো .
 
|-
 
|-
|00.27  
+
|00:27  
 
|অাহক KTouch খোলো.
 
|অাহক KTouch খোলো.
 
|-
 
|-
|00.33
+
|00:33
 
| আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও.
 
| আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও.
 
|-
 
|-
|00.40
+
|00:40
 
| ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক,  
 
| ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক,  
 
|-  
 
|-  
|00.48
+
|00:48
 
| মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয়
 
| মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয়
 
|-
 
|-
|00.52
+
|00:52
 
|শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয়
 
|শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয়
 
|-
 
|-
| 00,56
+
| 00:56
 
| এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে !
 
| এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে !
 
|-
 
|-
| 01.02
+
| 01:02
 
| এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ.
 
| এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ.
 
|-
 
|-
| 01.07
+
| 01:07
 
| এতিয়া টাইপিং আৰম্ভ কৰো
 
| এতিয়া টাইপিং আৰম্ভ কৰো
 
|-
 
|-
| 01.09
+
| 01:09
 
| এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো.
 
| এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো.
 
|-
 
|-
| 01.14
+
| 01:14
 
| শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় .  
 
| শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় .  
 
|-
 
|-
| 01.17
+
| 01:17
 
| আপনি আৰু কি দেখিছে?
 
| আপনি আৰু কি দেখিছে?
  
 
|-
 
|-
| 01.19
+
| 01:19
 
|Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে  
 
|Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে  
  
 
|-
 
|-
| 01.23
+
| 01:23
 
| আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক.
 
| আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক.
  
 
|-
 
|-
| 01.27
+
| 01:27
 
|প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক
 
|প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক
 
|-
 
|-
| 01.31
+
| 01:31
 
| ট্রেনিং বিকল্প কি ?
 
| ট্রেনিং বিকল্প কি ?
 
|-
 
|-
| 01.33
+
| 01:33
 
| আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো.
 
| আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো.
 
|-
 
|-
| 01.41
+
| 01:41
 
| আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো.  
 
| আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো.  
 
|-
 
|-
| 01.47
+
| 01:47
 
| প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
 
| প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
 
|-
 
|-
| 01.52
+
| 01:52
 
| কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়.
 
| কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়.
 
|-
 
|-
| 01.56
+
| 01:56
 
| কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক.
 
| কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক.
 
|-
 
|-
| 02.02
+
| 02:02
 
| সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে.
 
| সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে.
 
|-
 
|-
| 02.06
+
| 02:06
 
| টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক .
 
| টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক .
 
|-
 
|-
| 02.13
+
| 02:13
 
| সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি :
 
| সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি :
 
|-
 
|-
| 02.15
+
| 02:15
 
| টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ,  Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক.
 
| টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ,  Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক.
 
|-
 
|-
| 02.24
+
| 02:24
 
| অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক .
 
| অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক .
  
 
|-
 
|-
| 02.27
+
| 02:27
 
| ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে.
 
| ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে.
  
 
|-
 
|-
| 02.31
+
| 02:31
 
| আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম .
 
| আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম .
 
|-
 
|-
| 02.36
+
| 02:36
 
| আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক
 
| আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক
 
|-
 
|-
| 02.46
+
| 02:46
 
| টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক .
 
| টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক .
  
 
|-
 
|-
| 02.50
+
| 02:50
 
| সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি :
 
| সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি :
  
 
|-
 
|-
| 02.53
+
| 02:53
 
| টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক.
 
| টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক.
 
|-
 
|-
| 03.00
+
| 03:00
 
|পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক  
 
|পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক  
  
 
|-
 
|-
| 03.06
+
| 03:06
 
| Applyত ক্লিক কৰক. OKত ক্লীক কৰক .
 
| Applyত ক্লিক কৰক. OKত ক্লীক কৰক .
 
|-
 
|-
| 03.09
+
| 03:09
 
| পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো  .
 
| পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো  .
 
|-
 
|-
| 03.14
+
| 03:14
 
| Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক.  
 
| Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক.  
 
|-
 
|-
| 03.20
+
| 03:20
 
| টাইপ কৰা আৰম্ভ কৰা যাওক .
 
| টাইপ কৰা আৰম্ভ কৰা যাওক .
  
 
|-
 
|-
| 03.23
+
| 03:23
 
| মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়.
 
| মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়.
 
|-
 
|-
| 03.30
+
| 03:30
 
| Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে .  
 
| Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে .  
  
 
|-
 
|-
|03.38
+
|03:38
 
| আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক.
 
| আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক.
  
 
|-
 
|-
| 03.40
+
| 03:40
 
| গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে  
 
| গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে  
  
 
|-
 
|-
| 03.47
+
| 03:47
 
|ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা.
 
|ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা.
 
|-
 
|-
| 03.54
+
| 03:54
 
| এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক.
 
| এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক.
 
|-
 
|-
| 03.59
+
| 03:59
 
| Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয়  .
 
| Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয়  .
 
|-
 
|-
| 04.02
+
| 04:02
 
| শুদ্ধিৰ শতকৰাও দেখোৱাই.  
 
| শুদ্ধিৰ শতকৰাও দেখোৱাই.  
  
 
|-
 
|-
| 04.05
+
| 04:05
 
| আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে?
 
| আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে?
  
 
|-
 
|-
| 04.11
+
| 04:11
 
| এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো.
 
| এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো.
 
|-
 
|-
| 04.15
+
| 04:15
 
| Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে !
 
| Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে !
  
 
|-
 
|-
| 04.18
+
| 04:18
 
| ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব
 
| ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব
 
|-
 
|-
| 04.22
+
| 04:22
 
| আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো .
 
| আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো .
  
 
|-
 
|-
| 04.31
+
| 04:31
 
| লেভেল টো 3 লৈ পৰিবর্তিত হৈছে !
 
| লেভেল টো 3 লৈ পৰিবর্তিত হৈছে !
  
 
|-
 
|-
| 04.33
+
| 04:33
 
|লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো  
 
|লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো  
  
 
|-  
 
|-  
| 04.39
+
| 04:39
 
| সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম  
 
| সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম  
  
 
|-
 
|-
| 04.47
+
| 04:47
 
| মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে .
 
| মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে .
  
 
|-
 
|-
| 04.52
+
| 04:52
 
| আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি?
 
| আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি?
  
 
|-
 
|-
| 04.55
+
| 04:55
| Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়.
+
| Lecture Statistics ত ক্লিক কৰো. Training statistics "dialog box" প্রদর্শিত হয়.
  
 
|-
 
|-
| 05.02
+
| 05:02
 
| " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক.
 
| " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক.
 
|-
 
|-
| 05.07
+
| 05:07
 
| Current ট্রেনিং সেশনত ক্লিক কৰক.
 
| Current ট্রেনিং সেশনত ক্লিক কৰক.
 
|-
 
|-
| 05.12
+
| 05:12
 
| এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়.
 
| এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়.
  
 
|-
 
|-
| 05.22
+
| 05:22
 
| Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়.
 
| Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়.
 
|-
 
|-
| 05.31
+
| 05:31
 
| Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে
 
| Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে
 
|-
 
|-
| 05.38
+
| 05:38
 
| এই ডাইলগ বাক্স বন্ধ কৰা যাওক.
 
| এই ডাইলগ বাক্স বন্ধ কৰা যাওক.
 
|-
 
|-
| 05.41
+
| 05:41
 
| আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে.
 
| আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে.
 
|-
 
|-
| 05.45
+
| 05:45
 
|short cut keys কি হয়?
 
|short cut keys কি হয়?
 
|-
 
|-
| 05.47
+
| 05:47
 
| short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা .
 
| short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা .
 
|-
 
|-
| 05.56
+
| 05:56
 
| আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক.
 
| আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক.
  
 
|-
 
|-
| 06.01
+
| 06:01
 
| প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক  " শর্ট কাট "  
 
| প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক  " শর্ট কাট "  
  
 
|-
 
|-
| 06.06
+
| 06:06
 
| কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়.
 
| কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়.
  
 
|-
 
|-
| 06.10
+
| 06:10
 
| অনুসন্ধান বাক্সত Lecture Statistics লিখক .
 
| অনুসন্ধান বাক্সত Lecture Statistics লিখক .
  
 
|-
 
|-
| 06.16
+
| 06:16
 
| Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয়   
 
| Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয়   
 
|-
 
|-
| 06.24
+
| 06:24
 
| এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক  .
 
| এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক  .
  
 
|-
 
|-
| 06.30
+
| 06:30
 
| মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে.  OK ত ক্লিক কৰক.
 
| মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে.  OK ত ক্লিক কৰক.
  
 
|-
 
|-
| 06.38
+
| 06:38
 
| এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়.
 
| এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
| 06.45
+
| 06:45
 
| প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক.
 
| প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক.
  
 
|-
 
|-
| 06.49
+
| 06:49
 
| KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে .
 
| KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে .
  
 
|-
 
|-
| 06.53
+
| 06:53
 
| আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো .
 
| আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো .
  
 
|-
 
|-
| 06.58
+
| 06:58
 
| প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক.
 
| প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক.
  
 
|-
 
|-
| 07.03
+
| 07:03
 
| কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব.
 
| কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব.
 
|-
 
|-
| 07.07
+
| 07:07
 
| বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক
 
| বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক
  
 
|-
 
|-
| 07.15
+
| 07:15
 
| আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক  
 
| আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক  
  
 
|-
 
|-
| 07.22
+
| 07:22
 
| Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়.
 
| Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়.
  
 
|-
 
|-
| 07.26
+
| 07:26
 
| অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
 
| অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
  
 
|-
 
|-
| 07.30
+
| 07:30
 
| এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ  কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় .  
 
| এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ  কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় .  
  
 
|-
 
|-
| 07.38
+
| 07:38
 
| আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো .
 
| আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো .
  
 
|-
 
|-
| 07.43
+
| 07:43
 
| আপোনাৰ বাবে এটি কাৰ্জয়.
 
| আপোনাৰ বাবে এটি কাৰ্জয়.
 
|-
 
|-
| 07.46
+
| 07:46
 
| কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক.
 
| কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক.
 
|-
 
|-
| 07.50
+
| 07:50
 
| কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক.
 
| কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক.
  
 
|-
 
|-
| 07.56
+
| 07:56
 
| এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক  
 
| এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক  
  
 
|-
 
|-
| 08.00
+
| 08:00
 
| অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক
 
| অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক
 
|-
 
|-
|08.04
+
|08:04
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
 
|-
 
|-
|08.07
+
|08:07
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|08.10  
+
|08:10  
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
|08.15
+
|08:15
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
|-
 
|-
| 08.17
+
| 08:17
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|-
 
|-
|08.20
+
|08:20
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
|08.23
+
|08:23
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
|08.29
+
|08:29
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
|08.33
+
|08:33
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
|08.41
+
|08:41
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
|08.52
+
|08:52
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 15:18, 28 October 2020

Time Narration
00:00 KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম
00:04 এই টুটৰীয়েলত অামি শিকিম কেনেকৈ
00:08 ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা
00:13 ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা .
00:20 ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো .
00:27 অাহক KTouch খোলো.
00:33 আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও.
00:40 ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক,
00:48 মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয়
00:52 শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয়
00:56 এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে !
01:02 এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ.
01:07 এতিয়া টাইপিং আৰম্ভ কৰো
01:09 এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো.
01:14 শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় .
01:17 আপনি আৰু কি দেখিছে?
01:19 Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে
01:23 আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক.
01:27 প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক
01:31 ট্রেনিং বিকল্প কি ?
01:33 আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো.
01:41 আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো.
01:47 প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
01:52 কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়.
01:56 কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক.
02:02 সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে.
02:06 টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক .
02:13 সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি :
02:15 টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ,  Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক.
02:24 অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক .
02:27 ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে.
02:31 আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম .
02:36 আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক
02:46 টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক .
02:50 সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি :
02:53 টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক.
03:00 পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক
03:06 Applyত ক্লিক কৰক. OKত ক্লীক কৰক .
03:09 পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো  .
03:14 Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক.
03:20 টাইপ কৰা আৰম্ভ কৰা যাওক .
03:23 মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়.
03:30 Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে .
03:38 আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক.
03:40 গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে
03:47 ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা.
03:54 এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক.
03:59 Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয়  .
04:02 শুদ্ধিৰ শতকৰাও দেখোৱাই.
04:05 আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে?
04:11 এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো.
04:15 Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে !
04:18 ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব
04:22 আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো .
04:31 লেভেল টো 3 লৈ পৰিবর্তিত হৈছে !
04:33 লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো
04:39 সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম
04:47 মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে .
04:52 আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি?
04:55 Lecture Statistics ত ক্লিক কৰো. Training statistics "dialog box" প্রদর্শিত হয়.
05:02 " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক.
05:07 Current ট্রেনিং সেশনত ক্লিক কৰক.
05:12 এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়.
05:22 Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়.
05:31 Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে
05:38 এই ডাইলগ বাক্স বন্ধ কৰা যাওক.
05:41 আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে.
05:45 short cut keys কি হয়?
05:47 short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা .
05:56 আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক.
06:01 প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক  " শর্ট কাট "
06:06 কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়.
06:10 অনুসন্ধান বাক্সত Lecture Statistics লিখক .
06:16 Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় 
06:24 এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক  .
06:30 মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে.  OK ত ক্লিক কৰক.
06:38 এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়.
06:45 প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক.
06:49 KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে .
06:53 আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো .
06:58 প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক.
07:03 কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব.
07:07 বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক
07:15 আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক
07:22 Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়.
07:26 অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
07:30 এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ  কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় .
07:38 আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো .
07:43 আপোনাৰ বাবে এটি কাৰ্জয়.
07:46 কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক.
07:50 কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক.
07:56 এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক
08:00 অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক
08:04 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
08:07 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:10 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:15 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:17 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:20 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:23 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:33 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:41 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:52 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble