Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"
From Script | Spoken-Tutorial
Line 10: | Line 10: | ||
||নম্সকাৰ দৰ্শক সকল | ||নম্সকাৰ দৰ্শক সকল | ||
− | |||
|- | |- | ||
Line 16: | Line 15: | ||
|| '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | || '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | ||
− | |||
|- | |- | ||
Line 22: | Line 20: | ||
|| এই টিউটৰিয়েলত আমি শিকিম | || এই টিউটৰিয়েলত আমি শিকিম | ||
− | |||
− | |||
|- | |- | ||
Line 29: | Line 25: | ||
|| ''''while'''' loop আৰু | || ''''while'''' loop আৰু | ||
− | |||
− | |||
|- | |- | ||
Line 48: | Line 42: | ||
||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . | ||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . | ||
− | |||
− | |||
|- | |- | ||
Line 55: | Line 47: | ||
||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||
− | |||
− | |||
|- | |- | ||
Line 62: | Line 52: | ||
||এতিয়া '''KTurtle'''ৰ নতুন Application খোলা যাওক . | ||এতিয়া '''KTurtle'''ৰ নতুন Application খোলা যাওক . | ||
− | |||
− | |||
|- | |- | ||
Line 69: | Line 57: | ||
|| '''Dash home'''ত ক্লীক কৰক . | || '''Dash home'''ত ক্লীক কৰক . | ||
− | |||
− | |||
|- | |- | ||
Line 76: | Line 62: | ||
||Search barত, লিখক KTurtle. | ||Search barত, লিখক KTurtle. | ||
− | |||
|- | |- | ||
Line 95: | Line 80: | ||
||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে | ||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে | ||
− | |||
|- | |- | ||
Line 132: | Line 116: | ||
|| '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক | || '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক | ||
− | |||
'''while loop condition''' { | '''while loop condition''' { | ||
− | |||
'''do something ''' | '''do something ''' | ||
− | |||
'''with loop increment variable | '''with loop increment variable | ||
− | |||
}''' | }''' | ||
Line 203: | Line 183: | ||
|| '' ' $ এক্স = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | || '' ' $ এক্স = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | ||
− | |||
|- | |- | ||
Line 241: | Line 220: | ||
| | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . | | | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . | ||
− | |||
|- | |- | ||
Line 260: | Line 238: | ||
| | আমি প্রোগ্রামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক. | | | আমি প্রোগ্রামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক. | ||
− | |||
|- | |- | ||
Line 267: | Line 244: | ||
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো . | | | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো . | ||
− | |||
|- | |- | ||
Line 292: | Line 268: | ||
| | “for” লুপ এটা কাউন্টিং লুপ হয় . | | | “for” লুপ এটা কাউন্টিং লুপ হয় . | ||
− | |||
|- | |- | ||
Line 299: | Line 274: | ||
| | প্রতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , | | | প্রতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , | ||
− | |||
|- | |- | ||
Line 312: | Line 286: | ||
| | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো . | | | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো . | ||
− | |||
|- | |- | ||
Line 331: | Line 304: | ||
| | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো | | | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো | ||
− | |||
|- | |- | ||
Line 338: | Line 310: | ||
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো | | | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো | ||
− | |||
|- | |- | ||
Line 345: | Line 316: | ||
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | | | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | ||
− | |||
|- | |- | ||
Line 412: | Line 382: | ||
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . | | | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . | ||
− | |||
|- | |- | ||
Line 437: | Line 406: | ||
| |''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়. | | |''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়. | ||
− | |||
|- | |- | ||
Line 444: | Line 412: | ||
| | আমি প্রোগ্রামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো. | | | আমি প্রোগ্রামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো. | ||
− | |||
|- | |- | ||
Line 463: | Line 430: | ||
| | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো | | | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো | ||
− | |||
|- | |- | ||
Line 476: | Line 442: | ||
| | এই টিউটোৰিয়েলত আমি | | | এই টিউটোৰিয়েলত আমি | ||
− | |||
|- | |- | ||
Line 489: | Line 454: | ||
| | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক | | | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক | ||
− | |||
|- | |- | ||
Line 496: | Line 460: | ||
| | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক | | | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক | ||
− | |||
|- | |- | ||
Line 503: | Line 466: | ||
| | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা | | | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা | ||
− | |||
|- | |- | ||
Line 510: | Line 472: | ||
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
− | |||
|- | |- | ||
Line 517: | Line 478: | ||
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
− | |||
|- | |- | ||
Line 530: | Line 490: | ||
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
− | |||
|- | |- | ||
Line 537: | Line 496: | ||
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
− | |||
|- | |- | ||
Line 544: | Line 502: | ||
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
− | |||
|- | |- | ||
Line 557: | Line 514: | ||
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
− | |||
|- | |- | ||
Line 564: | Line 520: | ||
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
− | |||
|- | |- | ||
Line 571: | Line 526: | ||
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
− | |||
|- | |- |
Revision as of 16:47, 10 March 2014
Visual Cue | Narration |
---|---|
00.01 | নম্সকাৰ দৰ্শক সকল |
00.03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম |
00.10 | এই টিউটৰিয়েলত আমি শিকিম |
00.13 | 'while' loop আৰু |
00.15 | 'for' loop |
00.17 | এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো . |
00.32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . |
00.38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00.45 | এতিয়া KTurtleৰ নতুন Application খোলা যাওক . |
00.48 | Dash homeত ক্লীক কৰক . |
00.50 | Search barত, লিখক KTurtle. |
00.53 | optionত ক্লীক কৰক. KTurtle Application খোলে. |
00.59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. |
01.05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে |
01.10 | প্রোগ্রাম সঞ্চালনৰ নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. |
01.16 | লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. |
01.25 | Eg. “while” loop আৰু “for” loop |
01.30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক |
01.34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে |
01.42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
while loop condition { do something with loop increment variable } |
01.56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. |
01.59 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো |
02.07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রামটো টাইপ কৰক. |
02.13 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক |
02.18 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
02.25 | আমি কোডটো ব্যাখ্যা কৰো. |
02.27 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . |
02.32 | ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় |
02.38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় |
02.43 | ' $ এক্স = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . |
02.52 | এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' keyword message " "
'“message” কমান্ডে ইনপুট হিচাবে ' " স্ট্রিং " লয় |
03.04 | ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. |
03.11 | while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে |
03.17 | $x=$x+3' য়ে $x by 3 variable ৰ মান বঢ়ায় |
03.27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03.35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . |
03.42 | forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে |
03.52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে. |
04.01 | আমি প্রোগ্রামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক. |
04.05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো . |
04.11 | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে. |
04.17 | “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়. |
04.22 | “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক |
04.26 | “for” লুপ এটা কাউন্টিং লুপ হয় . |
04.29 | প্রতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , |
04.34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. |
04.41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো . |
04.46 | for variable = start number to end number { Statement}' |
04.55 | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও. |
04.59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো |
05.05 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো |
05.14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. |
05.20 | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. |
05.25 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
05.32 | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. |
05.34 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . |
05.39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে |
05.44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. |
05.52 | for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে . |
06.01 | $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে. |
06.12 | ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . |
06.19 | print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে |
06.26 | forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . |
06.34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . |
06.48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে . |
06.54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় |
07.04 | “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়. |
07.13 | আমি প্রোগ্রামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো. |
07.17 | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়. |
07.27 | Turtle য়ে কেনভাচত 15 steps আগলৈ যায় . |
07.32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো |
07.37 | আমি সংক্ষেপ কৰো. |
07.40 | এই টিউটোৰিয়েলত আমি |
07.44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , |
07.47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক |
07.54 | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক |
07.58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা |
08.03 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08.08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08.12 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08.17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08.36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08.41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08.48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08.54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |