Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"
From Script | Spoken-Tutorial
Line 87: | Line 87: | ||
||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | ||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | ||
|- | |- | ||
− | | |02.13 | + | ||02.13 |
− | | |প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক | + | ||প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক |
| - | | - | ||
− | | | 02,18 | + | || 02,18 |
− | | | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | + | || আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
| - | | - | ||
− | | | 02,25 | + | || 02,25 |
− | | | আমি কোডটো ব্যাখ্যা কৰো. | + | || আমি কোডটো ব্যাখ্যা কৰো. |
| - | | - | ||
− | | | 02,27 | + | || 02,27 |
− | | | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . | + | || # সাইন তা পরে লেখা একটি লাইন মন্তব্য . |
| - | | - | ||
| 02,32 | | 02,32 | ||
− | | | ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় | + | || ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় |
| - | | - | ||
− | | | 02,38 | + | || 02,38 |
− | | |'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায় | + | ||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায় |
| - | | - | ||
− | | | 02,43 | + | || 02,43 |
− | | | '' ' $ এক্স = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | + | || '' ' $ এক্স = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . |
| - | | - | ||
− | | | 02,52 | + | || 02,52 |
− | | | এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' '''keyword''' '''message " "''' | + | || এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' '''keyword''' '''message " "''' |
'''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্রিং " ''' লয় | '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্রিং " ''' লয় | ||
| - | | - | ||
| 03,04 | | 03,04 | ||
− | | | ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. | + | || ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. |
| - | | - | ||
− | | | 03,11 | + | || 03,11 |
− | | | '''while $x<30''' য়ে '''“while”''' conditionক প্ৰশিক্ষন কৰে | + | ||'''while $x<30''' য়ে '''“while”''' conditionক প্ৰশিক্ষন কৰে |
| - | | - | ||
− | | | 03,17 | + | || 03,17 |
− | | | ''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায় | + | ||''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায় |
| - | | - | ||
− | | | 03,27 | + | || 03,27 |
− | | | '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | + | || '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
| - | | - | ||
| 03,35 | | 03,35 |
Revision as of 16:19, 10 March 2014
Visual Cue | Narration | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
00.01 | নম্সকাৰ দৰ্শক সকল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.10 | এই টিউটৰিয়েলত আমি শিকিম | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.13 | 'while' loop আৰু | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.15 | 'for' loop | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.17 | এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো . | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.45 | এতিয়া KTurtleৰ নতুন Application খোলা যাওক . | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.48 | Dash homeত ক্লীক কৰক . | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.50 | Search barত, লিখক KTurtle. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.53 | optionত ক্লীক কৰক. KTurtle Application খোলে. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00.59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.10 | প্রোগ্রাম সঞ্চালনৰ নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.16 | লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.25 | Eg. “while” loop আৰু “for” loop | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
while loop condition { do something with loop increment variable } | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
01.59 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
02.07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
02.13 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক | - | 02,18 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | - | 02,25 | আমি কোডটো ব্যাখ্যা কৰো. | - | 02,27 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . | - | 02,32 | ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় | - | 02,38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় | - | 02,43 | ' $ এক্স = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | - | 02,52 | এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' keyword message " "
'“message” কমান্ডে ইনপুট হিচাবে ' " স্ট্রিং " লয় |
- | 03,04 | ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. | - | 03,11 | while $x<30 য়ে “while” conditionক প্ৰশিক্ষন কৰে | - | 03,17 | $x=$x+3' য়ে $x by 3 variable ৰ মান বঢ়ায় | - | 03,27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | - | 03,35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . | - | 03,42 | forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে | - | 03,52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে. | - | 04,01 | আমি প্রোগ্রামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক. | - | 04,05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো . | - | 04,11 | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে. | - | 04,17 | “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়. | - | 04,22 |
“for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক |
- | 04,26 | “for” লুপ এটা কাউন্টিং লুপ হয় . | - | 04,29 | প্রতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , | - | 04,34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. | - | 04,41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো . | - | 04,46 | for variable = start number to end number { Statement}' | - | 04,55 | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও. | - | 04,59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো | - | 05,05 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো | - | 05,14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | - | 05,20 | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. | - | 05,25 | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | - | 05,32 | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. | - | 05,34 | # সাইন তা পরে লেখা একটি লাইন মন্তব্য . | - | 05,39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে | - | 05,44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. | - | 05,52 | for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে . | - | 06.01 | $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে. | - | 06,12 | ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . | - | 06,19 |
print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে |
- | 06,26 | forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . | - | 06,34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . | - | 06,48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে . | - | 06,54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় | - | 07,04 | “print” কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়. | - | 07,13 | আমি প্রোগ্রামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো. | - | 07,17 | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়. | - | 07,27 | Turtle য়ে কেনভাচত 15 steps আগলৈ যায় . | - | 07,32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো | - | 07,37 | আমি সংক্ষেপ কৰো. | - | 07,40 | এই টিউটোৰিয়েলত আমি | - | 07,44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , | - | 07,47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক | - | 07,54 | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক | - | 07,58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা | |
08.03 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.12 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08.54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |