Difference between revisions of "Linux/C2/Working-with-Regular-Files/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|Border= 1 ||Time ||Narration |- ||0:00 ||Linuxত Working with Regular Files ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগ…')
 
Line 128: Line 128:
 
||7:33
 
||7:33
 
||এটা উদাহৰণ দেখা যাওক -
 
||এটা উদাহৰণ দেখা যাওক -
 
 
 
|-
 
|-
 
||7:38
 
||7:38
Line 166: Line 164:
 
||9:16
 
||9:16
 
||আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে  তেনেহলে উপস্থিত ফাইলটো overwritten হব |
 
||আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে  তেনেহলে উপস্থিত ফাইলটো overwritten হব |
 
 
 
 
|-
 
|-
 
||9:25
 
||9:25
Line 226: Line 221:
 
||11:41
 
||11:41
 
||আমি যদি y টিপি  আৰু তাৰপিছত  Enter টিপি, তাহলে  ফাইল overwrite হয়ে যায়  | destination
 
||আমি যদি y টিপি  আৰু তাৰপিছত  Enter টিপি, তাহলে  ফাইল overwrite হয়ে যায়  | destination
 
 
 
 
 
|-
 
|-
 
||11:49
 
||11:49
Line 339: Line 330:
 
||17:21
 
||17:21
 
||কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে  মুছি পেলাই |  
 
||কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে  মুছি পেলাই |  
****
 
 
|-
 
|-
 
||17:27
 
||17:27
Line 387: Line 377:
 
|-
 
|-
 
||19:11
 
||19:11
||খালী প্রম্পট প্রীন্ট কৰা হব | |
+
||খালী প্রম্পট প্রীন্ট কৰা হব |  
 
|-
 
|-
 
||19:14
 
||19:14
Line 414: Line 404:
 
|-
 
|-
 
||20:23
 
||20:23
||আমি যেনে ‍, দুটি ফাইল sample1 আৰু sample2 -ৰ প্রথম পার্থক্য টি দেখিব পাৰো, সেয়া প্রদর্শিত হৈছে ***|
+
||আমি যেনে ‍, দুটি ফাইল sample1 আৰু sample2 -ৰ প্রথম পার্থক্য টি দেখিব পাৰো, সেয়া প্রদর্শিত হৈছে |
 
|-
 
|-
 
||20:32
 
||20:32

Revision as of 11:21, 27 February 2014

Time Narration
0:00 Linuxত Working with Regular Files ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম  |
0:07 ফাইল আৰু ডিৰেক্টৰিয়ে একেলগে লিনাক্স ফাইল সিস্টেম তৈয়াৰ কৰে |
0:13 পূর্ববর্তী টিউটোৰিয়েলত  ইতিমধ্যে আমি দেখিছো যে কিভাবে ডিৰেক্টৰি সৈতে কাম কৰা হয় | আপোনি এই ওয়েবসাইটত সেই টিউটোৰিয়েল-টো   পাব |
0:25 এই  টিউটোৰিয়েলত আমি চাম কিভাবে নিয়মিত ফাইল চল‍াব পাৰে  |
0:31 আমি ইতিমধ্যেই অন্য এটা  টিউটোৰিয়েলত দেখিছো , যে  কিভাবে  cat কমান্ড ব্যবহাৰ কৰা এটা ফাইল তৈয়াৰ হয়  | বিস্তাৰিতত জানিবৰ বাবে এই ওয়েবসাইট-টি  চাওক |
0:46 এতিয়া চাও,  কিভাবে এটা জাগা পৰা অন্য এটা জাগালৈ ফাইল কপি বা প্রতিলিপি কৰা যায় | ইয়াৰ বাবে আমাৰ উচৰত cp কমান্ড আছে |
0:55 দেখা যাওক  কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে |
1:00 এটি একক ফাইল  প্রতিলিপি  কৰাৰ বাবে লিখক

cp space এক বা একাধিক বিকল্প  space  মূল  ফাইল ৰ নাম space  প্রতিলিপিৰ  ফাইল ৰ  নাম |

1:15 একেসময়তে  একাধিক ফাইলবোৰ প্রতিলিপি  কৰাৰ বাবে লিখক

cp space    এটা বা একাধিক  বিকল্প চৰ্চ ফাইলৰনাম  আমি যি প্রতিলিপি কৰিব বিচাৰো আৰু  destination ডিৰেক্টৰিৰ  নাম যত এই ফাইলবোৰ কপি বা প্রতিলিপি  কৰিব বিচাৰো  |

1:34 এতিয়া এটা উদাহৰন চোৱা যাওক আমি  এটা টার্মিনাল খুলো  |
1:42 ইতিমধ্যে  / home / anirban /arc/ -ত তেস্ত১ নামৰ  এটা ফাইল আছে |
1:49 Test1 ত কি আছে তাক চাবলৈ  লিখক  |

$ cat  test1  আৰু এন্টাৰ  টিপক |

2:00 আমাি বর্তমানে  test1 ফাইল-ৰ  বিষয়বস্তু দেখিব পাৰিছো | যদি আমি অন্য  ফাইল  test2 -ত  প্রতিলিপি  কৰিব বিচাৰো তেনেহলে  আমি লিখম |

$ Cp test1 test2  | এন্টাৰ  টিপক |

2:22 এতিয়া এই ফাইল প্রতিপিলি কৰা হৈছে  |
2:25 যদি test2 না থাকিলেহেতেন এইটো প্রথমবাৰৰ বাবে  তৈয়াৰ কৰা হব  আৰু তাৰপিছত  test1ৰ বিষয়বস্তু প্রতিলিপি  কৰা হব|
2:35 যদি এই ফাইলটো আগৰ পৰাই আছিলে তেনেহলে নিঃশব্দে মুছি নতুনভাবে লিখিলেহেতেন | এই  কপি কৰা ফাইল খন চাবলৈ ,  লিখক

$ cat test2  আৰু  এন্টাৰ  টিপক |

2:52 আপোনি এই ফাইলবোৰ এটা ডিৰেকটৰি পৰা অন্য  ডিৰেকটৰিতলৈ কপি কৰিব পাৰে  |. উদাহৰণস্বৰুপে লিখক

$ Cp / home/anirban/arc/demo1 / home/anirban/demo2  | আৰু  এন্টাৰ  টিপক |

3:31 এইটৱে কি কৰিব যে  চৰ্চ directory / home / anirban /arc / পৰা ফাইল demo1   -ক কপি কৰি গন্তব্য ডিৰেকটৰি অর্থাৎ / home / anirban  ত কপি  কৰে  | এটি ফাইলটোকে  demo2 ত  কপি কৰে |
3:51 demo2 তাত আছে নে নাই চাবলৈ  লিখক

ls space / home / anirban  আৰু  এন্টাৰ  টিপক |

4:13 আমি উপৰলৈ স্ক্রল কৰো আৰু আপোনি ইয়াত, demo2 দেখব পাৰে  |
4:19 পিছত আলোচনা আগে  স্ক্রীন পৰিস্কাৰ কৰে নেওয়া যাক |
4:25 আপনি যদি গন্তব্য ডিৰেক্টৰিৰ মধ্যে ফাইলটিৰ  একই নাম ৰাখতে  চান, তাহলে   আপনি ফাইল ৰ  নাম না উল্লেখ কৰিব পাৰে | উদাহৰণস্বৰুপ লিখক
4:35 cp / home/anirban/arc/demo1 / home / anirban / | এন্টাৰ  টিপক |
5:03 এইটোৱে demo1ফাইলৰ / home / anirban /arc / ডিৰেক্টৰিৰ পৰা /home / anirban / arc / ডিৰেক্টৰিত কপি কৰে | কপি কৰা ফাইল-ৰ নাম demo1 হব |
5:20 আগৰ নিচিনা demo1 আছে না নাই চাবলৈ লিখক

ls / home / anirban আৰু এন্টাৰ টিপক  |

5:33 ইয়াত আকৌ আমি উপৰলৈ স্ক্রল কৰো |আৰু আপনি ইয়াতে demo1 ফাইল দেখিব পাৰে |
5:40 আকৌ পৰবর্তী আলোচনাৰ আগে স্ক্রীন মুছি পেলাও |
5:48 আৰুএটা উদাহৰণ যেতিয়া আমি একাধিক ফাইল কপি কৰিব বিচাৰো আমি গন্তব্য ফাইলৰ নাম দিব নালাগে|
5:56 আমি ধৰি লৈছো যে আমাৰ home ডিৰেক্টৰিত test1 test2 test3 নামৰ তিনটি ফাইল আছে |
6:04 এতিয়া লিখক $ cp test1 test2 test3 / home / anirban / testdir আৰু Enter টিপক |
6:27 এই কমান্ডে ফাইলবোৰৰ নাম পৰিবর্তন নোহোৱাকৈ test1, test2 আৰু test3ক /home / anirban / testdir ডিৰেক্টৰিলৈ কপি কৰে |
6:41 ফাইলবোৰ কপি হৈছে নে নাই চাবলৈ, লিখক ls / home / anirban / testdir আৰু Enter টিপক |
7:03 আপনি যেনে চাব পাৰে test1 test2 আৰু test3 এই ডিৰেক্টৰিত উপস্থিত আছে |
7:10 cp কমান্ডৰ অনেক বিকল্প আছে, আমি ইয়াত তাৰ কিছো গুৰুত্বপূর্ণ-বোৰ হে চাম |
7:18 প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক |
7:23 বিকল্পবোৰৰ পৰা এটা গুরুত্বপূর্ণ বিকল্প হল -R, ই এটা সম্পূর্ণ ডিৰেটৰি আৰু তাৰ ভিতৰৰ সকলো একেলগে প্রতিলিপি কৰে |
7:33 এটা উদাহৰণ দেখা যাওক -
7:38 আহক, testdir ডিৰেক্টৰিৰ সকলো বিষয়বস্তু  test নামৰ ডিৰেক্টৰিলৈ প্রতিলিপি কৰা যাওক |
7:48 তাৰ বাবে লিখক cp testdir / test আৰু এন্টাৰ টিপক |
8:02 আপোনি আউটপুট বার্তা পৰা বুজিব  পাৰে  -
8:06 সাধাৰণতে আমি এটা ডিৰেক্টৰিৰ আৰু তাৰ ভিতৰৰ কিছো বিষয়বস্তু cp কমান্ডৰ সৈতে প্রতিলিপি কৰিব নোৱাৰে|
8:14 কিন্তু -R বিকল্প ব্যবহাৰ কৰি আমি এইটো কৰিব পাৰো |
8:19 ইয়াত লিখক  cp-R testdir / test আৰু Enter টিপক  |
8:36 এই ফাইলবোৰ কপি কৰা হৈগৈছে.   test ডিৰেকটৰি আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক  - ls আৰু এন্টাৰ টিপক |
8:47 আপোনি ঝেনে চাব পাৰে যে টেস্ট ডিৰেক্টৰি উপস্থিত আছে| আহক স্ক্রীনখন মুছি পালোৱা যাওক |
8:57 টেস্ট ডিৰেক্টৰিৰ ভিতৰত কী আছে চাবলৈ লিখক ls আৰু এন্টাৰ টিপক |
9:08 আপোনি টেস্ট ডিৰেক্টৰিৰ বিষয়বস্তু চাব পাৰে |
9:13 এতিয়া আমি স্লাইড বোৰলৈ যাও |
9:16 আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে  তেনেহলে উপস্থিত ফাইলটো overwritten হব |
9:25 এখন কি হবে যদি অসাবধানতাবশত আমি একটি গুৰুত্বপূর্ণ ফাইল কে overwritten  ?
9:30 এই মতন  কিছু সমস্যা বাবে, আমি -b বিকল্প আছে |
9:36 এই প্রতিটি  গন্তব্য ফাইলৰ একটি ব্যাকআপ কৰি তোলে |
9:41 আমি -i (interactive) অপশন ব্যবহাৰ কৰিব পাৰো ,এইটি  সবসময়  কোনো গন্তব্য ফাইল কে  overwriting কৰাৰ  আগে আমাক সতর্ক কৰে |
9:54 এখন আসুন দেখি  mv কমান্ড কিভাবে কাজ কৰে |
9:59 এইটি কোনো ফাইল সকলোৰ বাবে ব্যবহৃত হয় | দেখা যাক এটি   কিভাবে দৰকাৰী |
10:04 ইয়াৰ দুটি প্রধান ব্যবহাৰ আছে |
10:07 এটা কোনো ফাইল অথবা ডিৰেক্টৰিৰ নাম পৰিবর্তন কৰিবলৈ  ব্যবহৃত হয় |
10:11 এছাড়াও এটি অনেকগুলি ফাইল একসাথে একটি ভিন্ন ডিৰেক্টৰিৰ  নিয়ে যায় |
10:17 Mv প্রায় cp এর  অনুৰুপ | আমি  ইতিমধ্যে cp নিয়ে আলোচনা কৰিছো  | সেয়ে  কিভাবে mv কমান্ডেৰ ব্যবহাৰ দেখে নেওয়া যাক  |
10:29 টার্মিনাল খুলুন  আৰু লিখক  mv test1 test2  | এন্টাৰ  টিপক |
10:43 এইটি home ডিৰেক্টৰিতে থাকা  test1  ফাইলৰ নাম পৰিবর্তন কৰে  test2 কৰক  |
10:52 যদি test2 ইতিমধ্যেই থেকে  থাকে , তাহলে নি:শব্দভাবে  overwrite হয়ে যায়  |
11:00 আমি যদি চাই ফাইলটি overwrite   আগে আমাাক সতর্কবার্তা জানাবে, |
11:05 তাহলে  mv কমান্ডৰ সাথে-i বিকল্প  ব্যবহাৰ কৰিব পাৰো  |
11:10 ধৰক, আমাৰ   anirban. নামক একটি ফাইল আছে | আমি সেই  ফাইলটিৰ নাম বদলে  test2   চাই |
11:20 লিখক   mv-i anirban test2 আৰু Enter টিপক |
11:32 আপনি দেখতে একটি সতর্কবার্তা দেওয়া হয়েছে যাতে  জিজ্ঞাসা  হচ্ছে  ফাইল  test2কে  overwrite কৰা  উচিত হবে কী হবে  না |
11:41 আমি যদি y টিপি  আৰু তাৰপিছত  Enter টিপি, তাহলে  ফাইল overwrite হয়ে যায়  | destination
11:49 Cpৰ নিচিনা আমি mv ক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই সেত্রত গন্তব্যস্থল এটা ডিৰেক্টৰি হব লাগিব |
11:58 আগলৈ যোৱাৰ আগত স্ক্রীনখন  মুছি পেলোৱা যাওক   |
12:03 ধৰক আমাৰ home ডিৰেক্টৰিত ৩ টি ফাইল abc.txt, pop.txt আৰু push.txt আছে |
12:14 তাৰ উপস্থিতি চাবলৈ লিখক ls আৰু এন্টাৰ টিপক |
12:21 ইয়াত pop.txt, push.txt আৰু abc.txt ফাইল আছে . স্ক্রীনখন  মুছি পেলোৱা যাওক |
12:36 আমি এতিয়া এই তিনটা ফাইলক testdir নামৰ এটা ডিৰেকটৰিলৈ লৈ যাম  |
12:46 আমি লিখিম mv abc.txt pop.txt push.txt আৰু তাৰপিছত গন্তব্য ফোল্ডাৰটিৰ নাম অর্থাৎ testdir আৰু এন্টাৰ টিপক  |
13:14 এইবোৰক চাবলৈ লিখক ls testdir আৰু Enter টিপক |
13:20 আপোনি abc , pop আৰু push.txt ফাইলবোৰ দেখিব পা‍ৰে |
13:27 এতিয়া, mv কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক | প্রথমে স্লাইডবোৰলৈ যোৱা যাওক  |
13:37 mv কমান্ডৰ সৈতে -b অথবা-ব্যাকআপ বিকল্পটি আছে | এটি গন্তব্যস্থানত প্রতিটো ফাইলক overwrite কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্রতিলিপি ৰাখিব |
13:48 ইতিমধ্যে আমি দেখা -i বিকল্পটি কোনো গন্তব্য ফাইলক overwrite কৰাৰ আগত আমাক সতর্ক কৰায়  |
13:58 আমি পরবর্তী কমান্ড rm কমান্ড দেখিম | এই কমান্ড সাহায্যে ফাইলবোৰ মুছিবলৈ বয়ৱহাৰ কৰা হয়|
14:06 টার্মিনলত যওক অাৰু লিখক ls testdir |
14:15 আমি এটা ফাইল যাৰ নাম faq.txt present. দেখিব পাৰো | ধৰক আমি ইয়াক মুছিব বিছাৰো |
14:23 ঈয়াৰ বাবে আমি লিখো

$ Rm testdir / faq.txt আৰু এন্টাৰ টিপক  |

14:37 এই কমান্ডে faq.txt ফাইল ক testdir ডিৰেক্টৰৰি পৰা মুছি পেলাব  |
14:46 এই ফাইলটা আসলতে মুছা হৈছে নে নাই তাক চাবলৈ আমি আকৌএবাৰ প্রেস কৰো testdir আৰু এন্টাৰ টিপক  |
15:00 আমি এখন ফাইল faq.txt কেতিয়াওদেখিব নোৱাৰো  |
15:05 আপোনি rm কমান্ড একাধিক ফাইলৰ উপৰেও প্রয়োগ কৰিব পাৰে |
15:10 Testdir ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছে abc2 আৰু abc1 |
15:17 ধৰক আপোনি abc1 আৰু abc2 ফাইল-দুটি মুছিব বিছাৰিছে |
15:23 ইয়াৰ বাবে লিখক rm testdir/abc1 testdir/abc2 আৰু এন্টাৰ টিপক |
15:45 এই কমান্ডে testdir ডিৰেক্টৰি পৰা ফাইল abc1 আৰু abc2 মুছি পেলাই |
15:53 এই ফাইল-দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক ls testdir | আপোনি abc1 আৰু abc2 ফাইল-দুটিকে আৰু দেখিব নোৱাৰে |
16:07 পৰবর্তী আলোচনাৰ আগে স্ক্রিন খন পৰিস্কাৰ কৰা যাওক |
16:14 এতিয়া স্লাইডবোৰলৈ উভতি যোৱা যাওক |
16:18 আমি আলচোন কৰা খিনিক সংক্ষেপ কৰা যাওক |
16:20 তাৰ মানে এটা ফাইল মুছিবলৈ লিখক rm আৰু তাৰপিছত ফাইলৰ নাম লিখিব লাগিব |
16:27 একাধিক ফাইল মুছিবলৈ আমি লিখম rm আৰু একাধিক ফাইলৰ নামবোৰ যি আমি মুছি পেলাব বিচাৰো
16:34 এতিয়া, rm কমান্ডৰ বিকল্প কিছো দেখা যাওক |
16:40 কেতিয়াবা এখন ফাইল Write protected হয় | এই সেত্রত rm ব্যবহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয়| এই সেত্রত আমি -f বিকল্পটি ব্যবহাৰ কৰি এইটো ফাইলক বলপূর্বক মুছি পেলাব পাৰে |
16:57 অনয় এটা সাধাৰণ বিকল্প হল -r বিকল্প | এই বিকল্পবোৰ কত ব্যবহাৰ হয় দেখা যাওক |
17:07 টার্মিনাললৈ যোৱা যাওক |
17:12 সাধাৰণতে Rm কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যবহাৰ কৰা নহয় | তাৰ বাবে আমাৰ উচৰত rmdir কমান্ড আছে |
17:21 কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক হে  মুছি পেলাই |
17:27 কিন্তু, এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু  সাবডিৰেক্টৰি আছে, যদি অামি সেইটোক মুছি পেলাও, কী হব ? |
17:35 আমি এইটো কৰিবলৈ rm কমান্ড ব্যবহাৰ কৰো |
17:38 লিখক  rm আৰু যি ডিৰেক্টৰি আমি মুছিব বিসাৰো অর্থাৎ testdir আৰু এণ্টাৰ টিপক |
17:47 আউটপুট বার্তাৰ পৰা দেখা যাই যে  testdir মুছি পেলাবলৈ আমি rm  ডিৰিক্টৰি ব্যবহাৰ কৰিব নোৱাৰো |
17:55 কিন্তু যদি আমি-r আৰু-f বিকল্পটি একেলগ কৰো, তেনেহলে আমি এইটো কৰিব পাৰো |
18:03 লিখক rm -RF testdir আৰু তাৰ পিছত Enter টিপক |
18:16 এতিয়া testdir ডিৰেক্টৰি সফলভাবে মুছি পালোৱা হৈছে|
18:22 এতিয়া পিছৰ কমান্ডৰ আলোচনাৰ বাবে স্লাইডৰ বোৰলৈ যোৱা যাওক |
18:27 Cmp কমান্ড |
18:29 কেতিয়াবা দুটি ফাইল একেই হয় নে নহয়, তাৰ বাবে পৰীক্ষাৰ প্রয়োজন হয়, যদি ফাইলকেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মুছে পেলাব পাৰো 
18:37 আৰু এটা ফাইল সর্বশেষ সংস্কৰণৰ পৰা পৰিবর্তিত হৈছে নে নাই আমি সেইটো দেখিব পাৰো |
18:44 এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমি cmp কমান্ড ব্যবহাৰ কৰিন পাৰো |
18:49 ই দুটা ফাইলৰ প্রত্যেক বাইটৰে তুলনা কৰে |
18:54 আমি file1 আৰু file2 ক তুলনা কৰিবলৈ লিখক cmp file1 file2 |
19:03 যদি দুটি ফাইলত একেই বিষয়বস্তু থাকে, তেনেহলে কোনো বার্তা প্রদর্শিত নহয় |
19:11 খালী প্রম্পট প্রীন্ট কৰা হব |
19:14 যদি তাৰ বিষয়বস্তুত পার্থক্য থাকে তেনেহলে সেই প্রথম পার্থক্যৰ অবস্থান টাৰমিনেলত প্রীন্ট কৰা হব |
19:25 দেখা যাওক cmp কিভাবে কাম কৰে | আমাৰ উচৰত home ডিৰেক্টৰিত দুটা ফাইল sample1 আৰু sample2 আছে |
19:35 দেখা যাওক তাত কী আছে |
19:38 লিখক cat sampe1 আৰু এন্টাৰ টিপক | ইয়াত লেখা আছে  “This is a Linux file to test the cmp command” |
19:50 অন্য ফাইল sample2 ত লেখা খিনি থা‍কিব, ত়াক চাবলৈ লিখক cat sample2 আৰু এন্টাৰ টিপক  |
20:00 ইয়াত লিখা আছে “This is a Unix file to test the cmp command.” |
20:06 এতিয়া আমি এই দুইটা ফাইলত cmp কমান্ড প্রয়োগ কৰিম |
20:11 লিখক cmp sample1 sample2 আৰু এন্টাৰ টিপক |
20:23 আমি যেনে ‍, দুটি ফাইল sample1 আৰু sample2 -ৰ প্রথম পার্থক্য টি দেখিব পাৰো, সেয়া প্রদর্শিত হৈছে |
20:32
20:38 আমি দেখা পৰবর্তী কমান্ড হল WC কমান্ড |
20:43 এই কমান্ড এটা ফাইলৰ অাক্ষৰ, শব্দ আৰু লাইনৰ সংখ্যা গণনা কৰাৰ বাবে ব্যবহাৰ কৰা হয় |
20:50 আমাৰ হোম ডিৰেক্টৰিত sample3 নামৰ এটা ফাইল আছে |
20:56 ইয়াৰ বিষয়বস্তু দেখা যাওক, তাৰ বাবে লিখক cat sample3 আৰু এন্টাৰ টিপক  |
21:05 এইটো sample3 ফাইলৰ বিষয়বস্তু |
21:10 এতিয়া এই ফাইলত WC কমান্ড ব্যবহাৰ কৰা‍ যাওক |
21:14 তাৰ বাবে লিখক WC sample3 আৰু এন্টাৰ টিপক |
21:25 কমান্ডটি দেখাইছে যে ফাইলত ৬ -টা লাইন, ৬৭-টা শব্দ আৰু ৩৮৫-টি অাক্ষৰ আছে |
21:38 এইবোৰ কিছু কমান্ড হয় যি আমাক ফাইলৰ লগত কাম কৰিবলৈ সাহায্য কৰে |
21:43 এইপ্রকাৰৰ আৰু অনেক কমান্ড আছে | সেয়ে আমি দেখা সেই প্রতিটো কমান্ডৰ আৰু অনেক অন্যান্য বিকল্প আছে |
21:51 man কমান্ড ব্যবহাৰ কৰি আপোনি তাৰ বিষয়ে বিস্তাৰিত ভাবে চাওক |
22:00 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
22:04 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

22:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
22:34 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya