Difference between revisions of "Thunderbird/C2/How-to-Use-Thunderbird/Assamese"
Line 6: | Line 6: | ||
|Welcome to the Spoken Tutorial on How to Use Thunderbird | |Welcome to the Spoken Tutorial on How to Use Thunderbird | ||
− | |00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | + | |00.00 |
+ | থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | ||
− | |00.05 | + | |00.05 |
+ | এই শিক্ষণত আমি শিকিম, কেনেকৈ: | ||
− | |00.07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | + | |00.07 |
+ | লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | ||
− | |00.10 মেচেজ কেনেকৈ টেগ কৰা হয়, | + | |00.10 |
+ | মেচেজ কেনেকৈ টেগ কৰা হয়, | ||
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | ||
− | |00.17 আমি আৰু শিকিম: | + | |00.17 |
+ | আমি আৰু শিকিম: | ||
− | |00.18 কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | + | |00.18 |
+ | কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | ||
− | |00.21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় | + | |00.21 |
+ | ফাইল কেনেকৈ এটাশ্ব কৰা হয় | ||
− | |00.22 মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | + | |00.22 |
+ | মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | ||
− | |00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | + | |00.24 |
+ | কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | ||
− | |00.27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | + | |00.27 |
+ | ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | ||
− | |00.36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | + | |00.36 |
+ | যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | ||
− | |00.43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | + | |00.43 |
+ | থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | ||
− | |00.49 | + | |00.49 |
+ | প্ৰথমতে Dash Home-অত ক্লিক কৰক। | ||
− | |00.52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | + | |00.52 |
+ | প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | ||
− | |00.57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | + | |00.57 |
+ | Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | ||
− | |01.01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | + | |01.01 |
+ | ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | ||
− | |01.06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | + | |01.06 |
+ | এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | ||
− | |01.09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | + | |01.09 |
+ | আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | ||
− | |01.12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | + | |01.12 |
+ | ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | ||
− | |01.14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | + | |01.14 |
+ | লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | ||
− | |01.19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | + | |01.19 |
+ | থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | ||
− | |01.23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | + | |01.23 |
+ | STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | ||
− | |01.29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | + | |01.29 |
+ | লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | ||
− | |01.32 এইবিলাক এতিয়াও নপঢ়া মেচেজ। | + | |01.32 |
+ | এইবিলাক এতিয়াও নপঢ়া মেচেজ। | ||
− | |01.35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | + | |01.35 |
+ | Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | ||
− | |01.41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | + | |01.41 |
+ | আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | ||
− | |01.45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | + | |01.45 |
+ | ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | ||
− | |01.49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | + | |01.49 |
+ | ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | ||
− | |01.52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | + | |01.52 |
+ | মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | ||
− | |01.57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | + | |01.57 |
+ | Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | ||
− | |02.01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | + | |02.01 |
+ | এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | ||
− | |02.06 এতিয়া, আহক বিষয় অনুযায়ী সজাও। | + | |02.06 |
+ | এতিয়া, আহক বিষয় অনুযায়ী সজাও। | ||
− | |02.09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | + | |02.09 |
+ | সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | ||
− | |02.12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | + | |02.12 |
+ | মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | ||
− | |02.16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | + | |02.16 |
+ | এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | ||
− | |02.20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | + | |02.20 |
+ | মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | ||
− | |02.24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | + | |02.24 |
+ | আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | ||
− | |02.26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | + | |02.26 |
+ | এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | ||
− | |02.32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | + | |02.32 |
+ | একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | ||
− | |02.37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | + | |02.37 |
+ | ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | ||
− | |02.40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | + | |02.40 |
+ | ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | ||
− | |02.44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | + | |02.44 |
+ | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | ||
− | |02.51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | + | |02.51 |
+ | লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | ||
− | |02.54 তলৰ পেনেলখনত চাওক। | + | |02.54 |
+ | তলৰ পেনেলখনত চাওক। | ||
− | |02.57 মেইলটো Important বুলি টেগ হৈছে। | + | |02.57 |
+ | মেইলটো Important বুলি টেগ হৈছে। | ||
− | |03.00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | + | |03.00 |
+ | টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | ||
− | |03.04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | + | |03.04 |
+ | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | ||
− | |03.09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | + | |03.09 |
+ | এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | ||
− | |03.17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | + | |03.17 |
+ | ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | ||
− | |03.22 এইটো কৰা সম্ভৱ হ’ব নে? | + | |03.22 |
+ | এইটো কৰা সম্ভৱ হ’ব নে? | ||
− | |03.25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | + | |03.25 |
+ | মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | ||
− | |03.31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | + | |03.31 |
+ | টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | ||
− | |03.37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | + | |03.37 |
+ | কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | ||
− | |03.42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | + | |03.42 |
+ | আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | ||
− | |03.45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | + | |03.45 |
+ | এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | ||
− | |03.49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | + | |03.49 |
+ | এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | ||
− | |03.52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | + | |03.52 |
+ | মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | ||
− | |03.57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | + | |03.57 |
+ | এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | ||
− | |04.02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | + | |04.02 |
+ | পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | ||
− | |04.10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | + | |04.10 |
+ | সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | ||
− | |04.14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | + | |04.14 |
+ | ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | ||
− | |04.21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | + | |04.21 |
+ | মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | ||
− | |04.24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | + | |04.24 |
+ | গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | ||
− | |04.33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | + | |04.33 |
+ | গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | ||
− | |04.38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | + | |04.38 |
+ | থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | ||
− | |04.45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | + | |04.45 |
+ | এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | ||
− | |04.50 এই শিক্ষণৰ বাবে: | + | |04.50 |
+ | এই শিক্ষণৰ বাবে: | ||
− | |04.53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | + | |04.53 |
+ | ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | ||
− | |04.56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | + | |04.56 |
+ | আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | ||
− | |05.00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | + | |05.00 |
+ | এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | ||
− | |05.04 মেইলটোত দুবাৰ ক্লিক কৰক। | + | |05.04 |
+ | মেইলটোত দুবাৰ ক্লিক কৰক। | ||
− | |05.06 মেইলটো অন্য এটা টেবত খোল খায়। | + | |05.06 |
+ | মেইলটো অন্য এটা টেবত খোল খায়। | ||
− | |05.09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | + | |05.09 |
+ | টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | ||
− | |05.15 Save Message As ডায়লগ বাকচটো খোল খায়। | + | |05.15 |
+ | Save Message As ডায়লগ বাকচটো খোল খায়। | ||
− | |05.19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | + | |05.19 |
+ | ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | ||
− | |05.26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | + | |05.26 |
+ | মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | ||
− | |05.29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | + | |05.29 |
+ | এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | ||
− | |05.33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | + | |05.33 |
+ | দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | ||
− | |05.35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | + | |05.35 |
+ | মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | ||
− | |05.40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | + | |05.40 |
+ | এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | ||
− | |05.42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | + | |05.42 |
+ | আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | ||
− | |05.46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | + | |05.46 |
+ | টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | ||
− | |05.52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | + | |05.52 |
+ | মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | ||
− | |05.56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | + | |05.56 |
+ | থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | ||
− | |06.01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | + | |06.01 |
+ | মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | ||
− | |06.04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | + | |06.04 |
+ | মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | ||
− | |06.13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | + | |06.13 |
+ | আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | ||
− | |06.20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | + | |06.20 |
+ | Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | ||
− | |06.23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | + | |06.23 |
+ | এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | ||
− | |06.29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | + | |06.29 |
+ | Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | ||
− | |06.36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | + | |06.36 |
+ | এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | ||
− | |06.39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | + | |06.39 |
+ | ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | ||
− | |06.46 মেইলটো এটা নতুন টেবত খোল খায়। | + | |06.46 |
+ | মেইলটো এটা নতুন টেবত খোল খায়। | ||
− | |06.50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | + | |06.50 |
+ | Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | ||
− | |06.55 Print ডায়লগ বাকচটো ওলাই আহে। | + | |06.55 |
+ | Print ডায়লগ বাকচটো ওলাই আহে। | ||
− | |06.58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | + | |06.58 |
+ | আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | ||
− | |07.08 Page Setup টেবত ক্লিক কৰক। | + | |07.08 |
+ | Page Setup টেবত ক্লিক কৰক। | ||
− | |07.11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | + | |07.11 |
+ | Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | ||
− | |07.16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | + | |07.16 |
+ | Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | ||
− | |07.22 এতিয়া General টেবত ক্লিক কৰক। | + | |07.22 |
+ | এতিয়া General টেবত ক্লিক কৰক। | ||
− | |07.25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | + | |07.25 |
+ | Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | ||
− | |07.31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | + | |07.31 |
+ | যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | ||
− | |07.38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | + | |07.38 |
+ | Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | ||
− | |07.46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | + | |07.46 |
+ | এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | ||
− | |07.51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | + | |07.51 |
+ | আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | ||
− | |07.54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | + | |07.54 |
+ | মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | ||
− | |08.00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | + | |08.00 |
+ | To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | ||
− | |08.06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | + | |08.06 |
+ | লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | ||
− | |08.11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | + | |08.11 |
+ | Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | ||
− | |08.16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | + | |08.16 |
+ | টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | ||
− | |08.23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | + | |08.23 |
+ | ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | ||
− | |08.34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | + | |08.34 |
+ | ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | ||
− | |08.44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | + | |08.44 |
+ | এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | ||
− | |08.56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | + | |08.56 |
+ | এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | ||
− | |08.59 য়াহু একাউণ্টটো বন্ধ কৰোঁ | + | |08.59 |
+ | য়াহু একাউণ্টটো বন্ধ কৰোঁ | ||
− | |09.03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | + | |09.03 |
+ | এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | ||
− | |09.07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | + | |09.07 |
+ | কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | ||
− | |09.12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | + | |09.12 |
+ | থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | ||
− | |09.16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | + | |09.16 |
+ | প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | ||
− | |09.20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | + | |09.20 |
+ | বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | ||
− | |09.25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | + | |09.25 |
+ | সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | ||
− | |09.31 Account Settings ডায়লগ বাকচ ওলাই আহে। | + | |09.31 |
+ | Account Settings ডায়লগ বাকচ ওলাই আহে। | ||
− | |09.35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | + | |09.35 |
+ | বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | ||
− | |09.43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | + | |09.43 |
+ | Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | ||
− | |09.48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | + | |09.48 |
+ | এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | ||
− | |09.53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | + | |09.53 |
+ | যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | ||
− | |09.57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক | + | |09.57 |
+ | Keep message archives in box-অত শুদ্ধ চিন দিয়ক | ||
− | |10.01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | + | |10.01 |
+ | STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | ||
− | |10.10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | + | |10.10 |
+ | এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | ||
− | |10.15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | + | |10.15 |
+ | তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | ||
− | |10.19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | + | |10.19 |
+ | সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | ||
− | |10.21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | + | |10.21 |
+ | কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | ||
− | |10.27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | + | |10.27 |
+ | STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | ||
− | |10.36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | + | |10.36 |
+ | ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | ||
− | |10.39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | + | |10.39 |
+ | থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | ||
− | |10.44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | + | |10.44 |
+ | খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | ||
− | |10.52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | + | |10.52 |
+ | Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | ||
− | |10.57 Activity Manager ডায়লগ বাকচ ওলাই আহে। | + | |10.57 |
+ | Activity Manager ডায়লগ বাকচ ওলাই আহে। | ||
− | |11.01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | + | |11.01 |
+ | আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | ||
− | |11.05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | + | |11.05 |
+ | Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | ||
− | |11.09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | + | |11.09 |
+ | থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | ||
− | |11.16 এই শিক্ষণত আমি শিকিলো: | + | |11.16 |
+ | এই শিক্ষণত আমি শিকিলো: | ||
− | |11.20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | + | |11.20 |
+ | লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | ||
− | |11.23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | + | |11.23 |
+ | মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | ||
− | |11.28 আমি আৰু শিকিলো: | + | |11.28 |
+ | আমি আৰু শিকিলো: | ||
− | |11.30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | + | |11.30 |
+ | চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | ||
− | |11.34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | + | |11.34 |
+ | মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | ||
− | |11.38 এতিয়া আপোনাৰ বাবে কাম। | + | |11.38 |
+ | এতিয়া আপোনাৰ বাবে কাম। | ||
− | |11.41 থাণ্ডাৰবাৰ্ডত লগিন কৰক। | + | |11.41 |
− | + | থাণ্ডাৰবাৰ্ডত লগিন কৰক। | |
− | + | ||
+ | |11.44 | ||
+ | এটা মেচেজ থ্ৰেড চাওক। | ||
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | ||
− | |11.48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | + | |11.48 |
+ | এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | ||
− | |11.53 তাত থকা সকলোবোৰ অপশ্যন চাওক। | + | |11.53 |
+ | তাত থকা সকলোবোৰ অপশ্যন চাওক। | ||
− | |11.56 Activity Manager ডায়লগ বাকচটো চাওক। | + | |11.56 |
+ | Activity Manager ডায়লগ বাকচটো চাওক। | ||
− | |12.00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | + | |12.00 |
+ | থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | ||
− | |12.03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | + | |12.03 |
+ | আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | ||
− | |12.07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | + | |12.07 |
+ | তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | ||
− | |12.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | + | |12.10 |
+ | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | ||
− | |12.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | + | |12.13 |
+ | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
− | |12.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | + | |12.18 |
+ | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
− | |12.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | + | |12.20 |
+ | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
− | |12.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | + | |12.23 |
+ | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
− | |12.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | + | |12.27 |
+ | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | ||
− | |12.33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | + | |12.33 |
+ | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
− | |12.37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | + | |12.37 |
+ | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | ||
− | |12.45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | + | |12.45 |
+ | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
− | |12.56 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। | + | |12.56 |
+ | এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 12:39, 14 October 2013
Time | Narration | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
00.00 | Welcome to the Spoken Tutorial on How to Use Thunderbird | 00.00
থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। |
00.05
এই শিক্ষণত আমি শিকিম, কেনেকৈ: |
00.07
লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় |
00.10
মেচেজ কেনেকৈ টেগ কৰা হয়, Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে |
00.17
আমি আৰু শিকিম: |
00.18
কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় |
00.21
ফাইল কেনেকৈ এটাশ্ব কৰা হয় |
00.22
মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় |
00.24
কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় |
00.27
ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। |
00.36
যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। |
00.43
থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। |
00.49
প্ৰথমতে Dash Home-অত ক্লিক কৰক। |
00.52
প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। |
00.57
Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। |
01.01
ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। |
01.06
এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক |
01.09
আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। |
01.12
ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। |
01.14
লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। |
01.19
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। |
01.23
STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। |
01.29
লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। |
01.32
এইবিলাক এতিয়াও নপঢ়া মেচেজ। |
01.35
Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। |
01.41
আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। |
01.45
ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। |
01.49
ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। |
01.52
মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। |
01.57
Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। |
02.01
এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! |
02.06
এতিয়া, আহক বিষয় অনুযায়ী সজাও। |
02.09
সাধাৰণভাৱে Subject-অত ক্লিক কৰক। |
02.12
মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! |
02.16
এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। |
02.20
মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। |
02.24
আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। |
02.26
এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। |
02.32
একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। |
02.37
ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। |
02.40
ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। |
02.44
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। |
02.51
লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। |
02.54
তলৰ পেনেলখনত চাওক। |
02.57
মেইলটো Important বুলি টেগ হৈছে। |
03.00
টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। |
03.04
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। |
03.09
এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। |
03.17
ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। |
03.22
এইটো কৰা সম্ভৱ হ’ব নে? |
03.25
মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। |
03.31
টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। |
03.37
কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! |
03.42
আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। |
03.45
এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! |
03.49
এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। |
03.52
মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া |
03.57
এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। |
04.02
পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। |
04.10
সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। |
04.14
ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। |
04.21
মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। |
04.24
গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। |
04.33
গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। |
04.38
থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। |
04.45
এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। |
04.50
এই শিক্ষণৰ বাবে: |
04.53
ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো |
04.56
আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। |
05.00
এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। |
05.04
মেইলটোত দুবাৰ ক্লিক কৰক। |
05.06
মেইলটো অন্য এটা টেবত খোল খায়। |
05.09
টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। |
05.15
Save Message As ডায়লগ বাকচটো খোল খায়। |
05.19
ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। |
05.26
মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। |
05.29
এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। |
05.33
দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। |
05.35
মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। |
05.40
এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। |
05.42
আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। |
05.46
টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। |
05.52
মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। |
05.56
থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। |
06.01
মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। |
06.04
মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। |
06.13
আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। |
06.20
Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। |
06.23
এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। |
06.29
Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। |
06.36
এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। |
06.39
ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। |
06.46
মেইলটো এটা নতুন টেবত খোল খায়। |
06.50
Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। |
06.55
Print ডায়লগ বাকচটো ওলাই আহে। |
06.58
আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। |
07.08
Page Setup টেবত ক্লিক কৰক। |
07.11
Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। |
07.16
Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? |
07.22
এতিয়া General টেবত ক্লিক কৰক। |
07.25
Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। |
07.31
যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। |
07.38
Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। |
07.46
এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। |
07.51
আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। |
07.54
মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। |
08.00
To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। |
08.06
লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। |
08.11
Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। |
08.16
টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। |
08.23
ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। |
08.34
ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। |
08.44
এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। |
08.56
এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। |
08.59
য়াহু একাউণ্টটো বন্ধ কৰোঁ |
09.03
এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, |
09.07
কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। |
09.12
থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। |
09.16
প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। |
09.20
বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। |
09.25
সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। |
09.31
Account Settings ডায়লগ বাকচ ওলাই আহে। |
09.35
বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। |
09.43
Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। |
09.48
এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। |
09.53
যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: |
09.57
Keep message archives in box-অত শুদ্ধ চিন দিয়ক |
10.01
STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। |
10.10
এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। |
10.15
তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। |
10.19
সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। |
10.21
কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। |
10.27
STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। |
10.36
ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। |
10.39
থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? |
10.44
খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। |
10.52
Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। |
10.57
Activity Manager ডায়লগ বাকচ ওলাই আহে। |
11.01
আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! |
11.05
Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। |
11.09
থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। |
11.16
এই শিক্ষণত আমি শিকিলো: |
11.20
লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় |
11.23
মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। |
11.28
আমি আৰু শিকিলো: |
11.30
চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব |
11.34
মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। |
11.38
এতিয়া আপোনাৰ বাবে কাম। |
11.41
থাণ্ডাৰবাৰ্ডত লগিন কৰক। |
11.44
এটা মেচেজ থ্ৰেড চাওক। এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। |
11.48
এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। |
11.53
তাত থকা সকলোবোৰ অপশ্যন চাওক। |
11.56
Activity Manager ডায়লগ বাকচটো চাওক। |
12.00
থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। |
12.03
আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। |
12.07
তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: |
12.10
কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। |
12.13
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
12.18
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
12.20
কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
12.23
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
12.27
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
12.33
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
12.37
ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
12.45
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12.56
এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |