Difference between revisions of "Health-and-Nutrition/C2/Complementary-food-for-6-to-24-month-old-babies/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|border=1 | <center>Time</center> | <center>Narration</center> |- | 00:00 | ৬ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূ...") |
|||
Line 238: | Line 238: | ||
| 06:34 | | 06:34 | ||
| তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব | | তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব | ||
− | |||
|- | |- | ||
| 06:41 | | 06:41 | ||
| সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব | | সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব | ||
− | |||
|- | |- | ||
| 06:46 | | 06:46 | ||
| বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে | | বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে | ||
− | |||
|- | |- | ||
| 06:53 | | 06:53 | ||
| কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা | | কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা | ||
− | |||
|- | |- | ||
| 07:02 | | 07:02 | ||
| এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে | | এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে | ||
− | |||
|- | |- | ||
| 07:10 | | 07:10 | ||
| সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট | | সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট | ||
− | |||
|- | |- | ||
| 07:17 | | 07:17 | ||
| যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক | | যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক | ||
− | |||
|- | |- | ||
| 07:25 | | 07:25 | ||
| সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে | | সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে | ||
− | |||
|- | |- | ||
| 07:32 | | 07:32 | ||
| শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে | | শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে | ||
− | |||
|- | |- | ||
| 07:39 | | 07:39 | ||
| সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক | | সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক | ||
− | |||
|- | |- | ||
| 07:44 | | 07:44 | ||
| এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো | | এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো | ||
− | |||
|- | |- | ||
| 07:51 | | 07:51 | ||
| এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে | | এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে | ||
− | |||
|- | |- | ||
| 07:58 | | 07:58 | ||
| লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে | | লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে | ||
− | |||
|- | |- | ||
Line 339: | Line 326: | ||
| 09:01 | | 09:01 | ||
| তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট | | তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট | ||
− | |||
|- | |- | ||
| 09:08 | | 09:08 | ||
| শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক | | শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক | ||
− | |||
|- | |- | ||
| 09:15 | | 09:15 | ||
| ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি | | ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি | ||
− | |||
|- | |- | ||
| 09:22 | | 09:22 | ||
| সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ | | সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ | ||
− | |||
|- | |- | ||
| 09:29 | | 09:29 | ||
| এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ | | এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ | ||
− | |||
|- | |- | ||
Line 368: | Line 350: | ||
| 09:41 | | 09:41 | ||
| স্তনপান কৰাই থাকিব | | স্তনপান কৰাই থাকিব | ||
− | |||
|- | |- | ||
| 09:44 | | 09:44 | ||
| ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে | | ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে | ||
− | |||
|- | |- | ||
| 09:52 | | 09:52 | ||
| এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ | | এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ | ||
− | |||
|- | |- | ||
| 09:59 | | 09:59 | ||
| এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে | | এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে | ||
− | |||
|- | |- | ||
| 10:05 | | 10:05 | ||
| এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে | | এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে | ||
− | |||
|- | |- | ||
| 10:12 | | 10:12 | ||
| এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে | | এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে | ||
− | |||
|- | |- | ||
| 10:19 | | 10:19 | ||
| ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ | | ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ | ||
− | |||
|- | |- | ||
| 10:28 | | 10:28 | ||
| এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব | | এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব | ||
− | |||
|- | |- | ||
| 10:36 | | 10:36 | ||
| পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে | | পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে | ||
− | |||
|- | |- | ||
| 10:44 | | 10:44 | ||
| মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব | | মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব | ||
− | |||
|- | |- | ||
| 10:51 | | 10:51 | ||
| শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব | | শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব | ||
− | |||
|- | |- | ||
| 10:58 | | 10:58 | ||
| লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব | | লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব | ||
− | |||
|- | |- |
Latest revision as of 12:11, 5 August 2020
|
|
00:00 | ৬ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি ঘৰতে বনোৱা পুষ্টিকৰ পৰিপূৰক আহাৰৰ বিষয়ে শিকিম |
00:16 | আমি আলোচনা কৰিম ইয়াৰ পৰিমাণ, |
00:18 | প্ৰকাৰ |
00:20 | আৰু ব্যৱধানৰ বিষয়ে |
00:23 | আহক আমি ৬ মাহ বয়্সৰ শিশু এটাৰ বাবে পৰিপূৰক আহাৰৰ সৈতে আৰম্ভ কৰো |
00:29 | মনত ৰাখিব, শিশু এটাৰ বয়স ৬ মাহ হোৱাৰ পাছতহে পৰিপূৰক আহাৰ আৰম্ভ কৰিব লাগে |
00:38 | শিশুৰ প্ৰথম আহাৰ মাত্ৰ এবিধ খাদ্যৰে বনোৱা এটা ডাঠ ভৰ্তা বা পেষ্ট হ’ব লাগে |
00:46 | আহক কিছু খাদ্যৰ উদাহৰণ চাওঁ যাক এই আহাৰৰ বাবে ব্যৱ্হাৰ কৰিব পাৰি |
00:52 | হ’ল বিনচ যেনে অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা বুট ব্যৱ্হাৰ কৰিব পাৰি |
01:00 | খাদ্যশষ্য যেনে অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ফিংগাৰ মিলেত লগতে বাচিব পাৰি |
01:07 | ডালি যেনে ভিজোৱা, ৰন্ধা আৰু ভৰ্তা কৰা সেউজীয়া বুটৰ ডালি ব্যৱ্হাৰ কৰিব পাৰি |
01:16 | আমিস খাদ্য যেনে ৰন্ধা আৰু ভৰ্তা কৰা ডিম, চিকেন, মাছ লগতে ব্যৱ্হাৰ কৰিব পাৰি |
01:25 | তাৰ যিকোনো এটা বাচক ডাঠ পেষ্ট এটা বনাবলৈ |
01:30 | ইয়াত, অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ৰাজমাহক বচা হৈছে প্ৰথম খাদ্য হিচাবে |
01:38 | যদি প্ৰয়োজন হয়, খাদ্যত অলপ স্তনৰ গাখীৰ যোগ কৰক পেষ্ট বনাবলৈ |
01:45 | স্তনৰ গাখীৰ উপলদ্ধ নহ’লে উতলাই ঠাণ্ডা কৰা পানী ব্যৱ্হাৰ কৰক |
01:53 | ভৰ্তা বা পেষ্টৰ ঘনত্বটো অতিশয় দৰকাৰী |
01:59 | ই যথেষ্ট ডাঠ হ’ব লাগিব যাতে চামুচখন বেকা কৰিলেওঁ ই নপৰে |
02:06 | শিশুটোক প্ৰথম দিনাখন প্ৰথম আহাৰ হিচাবে প্ৰথম খাদ্যৰ ১ চামোচ খুৱাওঁক |
02:14 | একেদিনাখন দ্বিতীয় আহাৰ হিচাবে প্ৰথম খাদ্যৰ আৰু ১ চামোচ দিয়ক |
02:21 | প্ৰথম দিনা এই দুবিধ খাদ্যৰ সৈতে, শিশুটোক মাজে মাজে স্তনপান কৰাব |
02:29 | মন কৰিব, এই টিউট’ৰিয়েলত ব্যৱ্হাৰ কৰা চামোচত প্ৰায় ১৫ গ্ৰাম আহাৰ ধৰে |
02:37 | দ্বিতীয় দিনা, আহাৰত একেবিধ খাদ্য ২ চামোচকৈ খুৱাব |
02:44 | সেইদিনা দুবাৰ তেনেকৈ খাদ্য দিয়ক স্তনপানৰ সৈতে |
02:50 | তৃতীয় দিনা, প্ৰতিবাৰ আহাৰত একেবিধ খাদ্য ৩ চামোচকৈ দিয়ক |
02:57 | সেইদিনা দুবাৰ তেনেকৈ খাদ্য দিয়ক স্তনপানৰ সৈতে |
03:03 | চতুৰ্থ দিনা এবিধ দ্বিতীয় নতুন খাদ্য দিবলৈ আৰম্ভ কৰিব লাগে |
03:09 | এটা নতুন পুষ্টিকৰ ডাঠ খাদ্য বাচক যিকোনো খাদ্যৰ গ্ৰোপৰ পৰা |
03:15 | খাদ্যৰ গ্ৰোপৰ বিষয়ে একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
03:22 | ইয়াত, অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ফিংগাৰ মিলেতক বচা হৈছে দ্বিতীয় খাদ্য হিচাবে |
03:30 | এই খাদ্যৰ এটা ডাঠ পেষ্ট বনাওঁক স্তনৰ গাখীৰ বা উতলাই ঠাণ্ডা কৰা পানীৰ সৈতে |
03:38 | আৰম্ভ কৰক প্ৰতিবাৰ আহাৰত দ্বিতীয় খাদ্যবিধৰ ১ চামোচৰ সৈতে |
03:44 | ইয়াক প্ৰথম খাদ্যবিধৰ ৩ চামোচৰ সৈতে একেলগে দিয়ক |
03:50 | প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট দিব লাগিব |
03:57 | চতুৰ্থ দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে |
04:03 | পঞ্চম দিনা, দ্বিতীয় পেষ্টবিধৰ পৰিমাণ বৰ্ধিত কৰক প্ৰতিবাৰ আহাৰত ২ চামোচলৈ |
04:11 | প্ৰতিবাৰ আহাৰত প্ৰথম খাদ্যৰ পেষ্টৰ ২ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক |
04:18 | পঞ্চম দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে |
04:24 | ষষ্ঠ দিনা, দ্বিতীয় পেষ্টবিধৰ পৰিমাণ বৰ্ধিত কৰক প্ৰতিবাৰ আহাৰত ৩ চামোচলৈ |
04:32 | প্ৰতিবাৰ আহাৰত প্ৰথম খাদ্যৰ পেষ্টৰ ১ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক |
04:39 | ষষ্ঠ দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে |
04:45 | সপ্তম দিনা, এবিধ তৃতীয় নতুন পুষ্টিকৰ ডাঠ খাদ্যৰ পেষ্ট দিবলৈ আৰম্ভ কৰিব লাগে |
04:53 | এই চিত্ৰখনত, তৃতীয় নতুন খাদ্যৰ পেষ্ট বনাবলৈ ডিমক বচা হৈছে |
04:59 | আৰম্ভ কৰক প্ৰতিবাৰ আহাৰত তৃতীয় খাদ্যবিধৰ ১ চামোচৰ সৈতে |
05:05 | প্ৰথম আৰু দ্বিতীয় খাদ্যৰ পেষ্টৰ ৩ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক |
05:12 | প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট দিব লাগিব |
05:19 | সপ্তম দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে |
05:25 | লাহে লাহে তৃতীয় খাদ্যৰ পেষ্টৰ পৰিমাণ বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ৩ চামোচলৈ |
05:33 | সদায় ইয়াক দিব আগতে দিয়া পেষ্টমূহৰ সৈতে একেলগে |
05:38 | প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট খুৱাব |
05:45 | ৬ মাহ বয়সৰ শিশু এটাক এদিনত তেনেদৰে দুবাৰ আহাৰ দিব স্তনপানৰ সৈতে |
05:53 | একেদৰে, এটা চতুৰ্থ নতুন পুষ্টিকৰ ডাঠ খাদ্যৰ পেষ্ট দিব দশম দিনা |
06:00 | এই চিত্ৰখনত, চতুৰ্থ নতুন খাদ্যৰ পেষ্ট বনাবলৈ মাছ ব্যৱ্হাৰ কৰা হৈছে |
06:07 | তেতিয়া, এটা পঞ্চম নতুন খাদ্য দিব ত্ৰয়োদশ দিনা আৰু এনেদৰেই |
06:14 | চাৰিদিনৰ পাছত প্ৰতিবাৰে এটা নতুন খাদ্য যোগ কৰিব |
06:19 | শিশুটোৱে সকলো খাদ্যৰ গ্ৰোপৰ পৰা বিভিন্ন ধৰণৰ খাদ্য নোখোৱালৈকে ইয়াক কৰি থাকিব |
06:26 | নতুন খাদ্যশষ্য আৰু ডালি আৰম্ভ কৰাৰ পাছত, সহায় তাক শিশুৰ আহাৰত সংযুক্ত কৰিব |
06:34 | তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব |
06:41 | সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব |
06:46 | বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে |
06:53 | কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা |
07:02 | এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে |
07:10 | সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট |
07:17 | যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক |
07:25 | সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
07:32 | শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে |
07:39 | সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
07:44 | এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো |
07:51 | এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে |
07:58 | লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে |
08:06 | মন কৰিব, এই টিউট’ৰিয়েলত ব্যৱ্হাৰ কৰা কাপটোত ২৫০ এম এল ধৰে |
08:14 | এই বয়সত, খাদ্যৰ ঘনত্বক সলাব লাগিব |
08:21 | ৭ মাহ বয়সৰ শিশু এটাক দিয়া খাদ্য ভৰ্তা কৰা বা লডাযুক্ত হ’ব লাগে |
08:28 | তেনে খাদ্যৰ এটা উদাহৰণ হৈছে কঠাল গুটিৰ খিচিৰী |
08:33 | শিশুটো যেতিয়া ৮ মাহ বয়সৰ হ’ব, আহাৰৰ সংখ্যাক বৃদ্ধি কৰিব প্ৰতিদিনে চাৰিবাৰলৈ |
08:41 | প্ৰতিবাৰ আহাৰত আধা কাপ খাদ্য দিব |
08:46 | স্তনপান কৰাই থাকিব |
08:49 | এই বয়সত, শিশুটোক খাদ্যৰ ভৰ্তা আৰু পেষ্টসমূহ দিবলৈ বন্ধ কৰিব |
08:56 | কোমল গোটা পুষ্টিকৰ খাদ্য দিবলৈ আৰম্ভ কৰক |
09:01 | তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট |
09:08 | শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক |
09:15 | ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি |
09:22 | সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ |
09:29 | এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ |
09:35 | প্ৰতিবাৰ আহাৰত আধা কাপ খাদ্য দিব |
09:41 | স্তনপান কৰাই থাকিব |
09:44 | ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে |
09:52 | এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ |
09:59 | এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে |
10:05 | এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে |
10:12 | এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে |
10:19 | ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ |
10:28 | এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব |
10:36 | পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে |
10:44 | মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব |
10:51 | শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব |
10:58 | লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব |
11:05 | ২ বছৰ বয়স সম্পূৰ্ণ নোহোৱালৈকে, শিশুটোক যিকোনো প্ৰকাৰৰ চেনী নিদিব |
11:13 | ই সংলগ্ন কৰে গুৰ, মৌ আৰু ফলমূলৰ জুইচসমূহক |
11:19 | লগতে, চাহ, কফি, পেকেট খাদ্য বা পানীয় নিদিব |
11:25 | আৰু যিকোনো বাহিৰৰ খাদ্য |
11:29 | এইবোৰ হৈছে নিৰ্দিষ্ট পৰিপূৰক আহাৰ খুওঁৱাৰ গাইদলাইনচ শিশুটোৰ বয়্স অনুসৰি |
11:36 | লগতে সকলো বয়সৰ শিশুসমূহৰ বাবে আৰু বহুতো দৰকাৰী আহাৰ খুওঁৱাৰ গাইদলাইনচ আছে |
11:43 | তাক বিতংকৈ আলোচনা কৰা হৈছে একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত |
11:50 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |