Difference between revisions of "Arduino/C2/Introduction-to-Arduino/Assamese"
(Created page with " {| border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''Introduction to Arduino''' স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগ...") |
(No difference)
|
Latest revision as of 14:12, 25 January 2020
| Time | Narration |
| 00:01 | Introduction to Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino দিভাইচৰ বিষয়ে, |
| 00:12 | Arduino ৰ বৈশিষ্ট্যসমূহ, Arduino board ৰ উপাদানসমূহ, |
| 00:18 | microcontrollers আৰু উবুন্তো লিনাক্স OS ত Arduino IDE ইনষ্ট’ল কৰিবলৈ |
| 00:26 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board, |
| 00:31 | উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম |
| 00:36 | আৰু Arduino IDE |
| 00:39 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিক্সৰ মূল জ্ঞান থাকিব লাগিব |
| 00:45 | এইখন হৈছে Arduino board ।
Arduino UNO board হৈছে Arduino প্ৰজেক্তৰ এটা অতিশয় জনাজাত বিকল্প |
| 00:53 | ইয়াত থাকে ATMEGA328 microcontroller, দিজিতেল ইনপুত/আউতপুত পিনচ, |
| 01:02 | এনাল’গ ইনপুত পিনচ আৰু USB পাৱাৰ এদাপতৰ |
| 01:08 | USB পাৱাৰ এদাপতৰ ব্যৱ্হাৰ কৰিব পাৰি board খন প্ৰোগ্ৰামিং কৰিবলৈ |
| 01:13 | এইটো হৈছে microcontroller ।
ইয়াক বহুতো ইলেকট্ৰনিক দিভাইচত পোৱা যায় - প’ৰ্তেবল মিউজিক দিভাইচৰ পৰা ওৱাচিং মেচিনচ আৰু কাৰ্চলৈকে |
| 01:25 | গতিকে, micro-controller এটা কি হয়?
micro-controller এটা হৈছে এটা mini computer |
| 01:31 | ইয়াত থাকে এটা CPU যিহৈছে central processing unit, memory, system clock আৰু peripherals |
| 01:41 | Micro-controller নিবেদিত হৈছে এবাৰত মাত্ৰ এটা কাম কৰিবলৈ আৰু এটা নিৰ্দিষ্ট এপ্লিকেচন এক্সিকিউত কৰিবলৈ |
| 01:51 | আমি কিছু উদাহৰণ চাম য’ত Micro-controller এটা ব্যৱহৃত হয় |
| 01:56 | ই ব্যৱহৃত হয়: প্ৰিন্তাৰচ, কাৰচ, ত্ৰেফিক চিগনেলচ আৰু মোচন দিতেক্তৰচ |
| 02:04 | পাছত, আমি Arduino ৰ কিছু বৈশিষ্ট্য চাম |
| 02:09 | Arduino IDE হৈছে এটা open-source চফতৱেৰ |
| 02:13 | code লিখিবলৈ সহজ আৰু ইয়াক ফিজিকেল board ত upload কৰিবলৈও সহজ |
| 02:19 | ইয়াৰ inbuilt functions ৰ সৈতে প্ৰোগ্ৰামিং লেংগুৱেজক শিকিবলৈও অতি সহজ |
| 02:25 | ই Windows, Mac OSX আৰু Linux ত চলে ।
এই চফতৱেৰক যিকোনো Arduino board ৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰি |
| 02:35 | পাছত, আমি চাম Arduino IDE কেনেকৈ ইনষ্ট’ল কৰা হয় |
| 02:40 | ইনষ্ট’ল কৰিবলৈ, ওৱেবচাইতলৈ যাওঁক: www.arduino.cc |
| 02:48 | Download লিংকত ক্লিক কৰক |
| 02:51 | তাত বিভিন্ন লিংকচ আছে Arduino দাউনল’দ কৰিবলৈ Windows, Mac operating systems আৰু Linux ৰ বাবে |
| 03:00 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰাৰ সময়ত, আমাৰ Arduino ভাৰ্চন 1.6.9 আছে ।
ভবিষ্যতত ভাৰ্চনটো বেলেগ হ’ব পাৰে |
| 03:10 | মই পৰামৰ্শ দিম ইনষ্ট’ল কৰিবলৈ “Windows for non admin install” Windows Operating System ৰ বাবে |
| 03:18 | এতিয়া, মই ব্যাখ্যা কৰিম Linux Operating System ত Arduino কেনেকৈ ইনষ্ট’ল কৰা হয় |
| 03:24 | মই Linux 64bit লিংকত ক্লিক কৰিম কাৰণ মোৰ মেচিনৰ স্থাপত্য হৈছে 64- bit |
| 03:32 | Linux 32-bit বা 64-bit ক্লিক কৰক আপোনাৰ চিষ্টেমৰ স্থাপত্যৰ ওপৰত ভিত্তি কৰি |
| 03:39 | Just Download ক্লিক কৰক ।
দাইল’গ বক্স এটা আহিছে । Save File ত ক্লিক কৰক |
| 03:47 | ই দাউনল’দ হ’বলৈ কিছু সময় ল’ব । ই সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰক |
| 03:52 | মোৰ Downloads ফ’ল্দাৰত, দাউনল’দ কৰা zip file টো উপলদ্ধ ।
Zip ফ’ল্দাৰৰ পৰা ফাইলচ এক্সত্ৰেক্ত কৰক |
| 04:02 | এতিয়া, আহক Terminal ৰ পৰা Arduino IDE ল’ঞ্চ কৰো |
| 04:07 | CTRL +ALT + T টিপক Terminal টো খুলিবলৈ |
| 04:12 | Downloads দাইৰেক্তৰীলৈ যাওঁক লিখি cd Downloads |
| 04:19 | ls লিখক Arduino ফ’ল্দাৰ নামটো চাবলৈ |
| 04:23 | ইয়াত, মোৰ চিষ্টেমত ই দেখুৱায় Arduino 1.6.9 |
| 04:29 | এতিয়া দাইৰেক্তৰীটো Arduino 1.6.9 লৈ সলাওঁক ।
লিখক cd arduino 1.6.9 |
| 04:40 | ls লিখক উপলদ্ধ ফাইলচৰ তালিকাখন চাবলৈ |
| 04:46 | এই ফ’ল্দাৰটোত, আমাৰ Arduino IDE কম্পাইলাৰচৰ সংগত বিভিন্ন ফাইলচ আছে যেনে:
Arduino backend files আৰু configuration files |
| 05:00 | এতিয়া, আহক arduino এক্সিকিউতেবল ফাইলটো ৰান কৰো । ইয়াৰ বাবে, লিখক: dot slash arduino আৰু Enter টিপক Arduino IDE ল’ঞ্চ কৰিবলৈ |
| 05:16 | আমি Arduino IDE উইন্দ’ চাব পাৰো |
| 05:20 | মই Arduino ক মোৰ কম্পিউটাৰৰ USB port লৈ সংযুক্ত কৰিলো ।
আহক সংযোগক পৰীক্ষা কৰো |
| 05:27 | Tools মেনুত ক্লিক কৰক ।
ই দেখুৱাই যে Arduino UNO ব’ৰ্দ ইতিমধ্যে নিৰ্বাচিত হ’ল |
| 05:36 | Port মেনুত, আমি এটা port নাম্বাৰ দেখিছো |
| 05:41 | এতিয়া, মই Arduino IDE বন্ধ কৰিম |
| 05:45 | File আৰু Close ত ক্লিক কৰক |
| 05:49 | Linux Operating System ত Arduino ইনষ্ট’ল কৰাৰ আন এটা পদ্ধতি হৈছে Terminal ত, apt hyphen get কমান্দ ব্যৱ্হাৰ কৰাটো |
| 05:59 | যেতিয়াই সুধে sudo পাচৱৰ্দ এন্টাৰ কৰিব |
| 06:03 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 06:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino দিভাইচৰ বিষয়ে,
Arduino ৰ বৈশিষ্ট্যসমূহ, Arduino board ৰ উপাদানসমূহ, |
| 06:17 | Micro-controllers আৰু উবুন্তো লিনাক্সত Arduino IDE ইনষ্ট’ল কৰিবলৈ |
| 06:25 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 06:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে ।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 06:49 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 06:55 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।
আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
| 07:03 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 07:07 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 07:12 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব ।
ই অব্যৱস্থা কমোৱাত সহায় কৰিব |
| 07:20 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
| 07:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 07:38 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
সংযোগ কৰাৰ বাবে ধন্যবাদ |